মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী ৰূপ । অসমৰ মূল ইচ্ছ্যু কি? সমাধানসুত্ৰ.

Поделиться
HTML-код
  • Опубликовано: 15 сен 2024
  • মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী ৰূপ । অসমৰ মূল ইচ্ছ্যু কি? সমাধানসুত্ৰ.কি ? Dr. Himanta Biswa Sarma vs Akhil Gogoi.
    অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনাই সদনত এক হুলুস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । বিশেষকৈ ধিং কাণ্ডৰ আলমত উজনি অসমত যি মিঞা হটাও অভিযান চলি আচে সেই সন্দৰ্ভত বাদানুবাদ সৃষ্টি হয় । নিশ্চিতভাবেই মুখ্যমন্ত্ৰীগৰাকী মিঞাৰ আগ্ৰাসনকলৈ সৰৱ হৈ পৰাৰ বিপৰীতে বিৰোধীসকলে তাৰ বিৰুধীতা কৰে । উল্লেখযোগ্য যে কালিৰ দিনটোত ৰাইজৰ দলৰ নেতা অখিল গগৈ তিনিবাৰকৈ নিলম্বিত হয় । সদনৰ বাহিৰত সাংবাদিকৰ আগত তেওঁ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনাৰে থকাসৰকা কৰে । মুখ্যমন্ত্ৰীয়ে অনবৰতে ধৰ্মীয় দৃষ্টিৰে কথাবোৰ উপস্থাপন কৰি কৰি অসমত ভাতৃ*ঘাটী সংঘ* ৰ্ষ লগোৱাৰ চেষ্টা কৰিছে বুলিও গগৈয়ে ব্যক্ত কৰে ।
    বিৰোধীৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ধৰ্ম এটা প্ৰধান ইচ্ছু । ইয়া আলোচনাৰ মাজেৰে সমাধান কৰিব নিশ্চয় পাৰি । তাৰ পৰিৱৰ্তে বিষয়টোৰ পৰা আঁতৰি থাকিব খুজিলে সমস্যা গভীৰ হৈ যোৱাৰেই আশংকা । আমি সহাৱস্থান কৰিবলৈ শিকিব লাগিব-- মুখ্যমন্ত্ৰীয়ে কয় ।
    ইফালে কালিৰ দিনটোতে বিৰুধী ঐক্যই লিলি হোটেলত এখন সভা অনুস্থিত কৰে । সভাৰ পিছত লুৰিণজ্যোতি গগৈ, ভূপেন বৰা আৰু ৰিপুণ বৰাই মিলি এখন সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই পতা জালত নপৰিবলৈ সৰ্বসাধাৰণৰ ওচৰত গোহাৰি জনায় । মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তালিকা শীঘ্ৰেই ৰাজহুৱা কৰাৰো কথা ব্যক্ত কৰে । মুখ্যমন্ত্ৰীগৰাকীক বৰ্খাস্ত কৰিবলৈ ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণৰ উপৰি পুচিচ কেচ দিয়াৰো সিদ্ধান্ত লয় ।
    #assampolitics #politicalnews #assamesenews #cmoassam #news18assamne #nktvplus
    Hi,
    I am Ratul Das Sarania. Welcome to our youtube channel real reaction. Thankyou so much.
    About my channel
    This is a channel in which we are going to take interview about artists, litterateurs, singers, lyricists etc. and many others so that we can present different perspectives in front of the audiences. Apart from that also we are trying to show various contemporary issues including literature, culture, different incidents, events etc.and so on.
    My social link
    Blog- www.digitaldream24.in
    face book- / ratul.sarania.925
    Page - / digital-dream-64681774...
    Twiter- Ra...
    Instagram- / ratuldassarania
    e-mail- rsarania10@gmail.com

Комментарии • 377