I feel... soon he will break into Bollywood playback singing. That much melodious and strong his voice is... Have not heard a voice like his, in a while. Bored of Arijit Sing type of song all the time...🙂🙂🙂 Our blessings are with him. Hope he reaches that stage sooner than later. 🙏
আপোনালোকৰ সহজ-সৰল মাৰ্জিত আৰু অমায়িক আচৰণেই মোক আপ্লুত কৰি তুলিলে ৷ তিনিজনৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ৷ পাৰ্থ প্ৰতীম বৈশ্য সঁচাকৈ আপোনাৰ কণ্ঠত যাদু আছে ৷ জীৱনৰ বাটত অধিক সাহসী আৰু শক্তিশালী হৈ উঠা..
Hosa koise .
Mja dada.
D@@KamalJyotiChetia-m3f
বহুত ধুনীয়া ।
আটাইকেইজনৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
Apuni aru aguai jauk 🙏🙏 Krishno ♥️♥️♥️♥️♥️
আজি প্ৰথম দিন শুনিৰে মন চুই গল।❤❤❤
Voice❤❤❤ ultimate..Nalbariya rocks🥰
অতি সুন্দৰ। তিনিওজনলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। অনাগত দিনবোৰত সপোনবোৰ বাস্তৱায়িত হোৱাৰ আশাৰে.......
বৰ সুন্দৰ ,ভাল লাগিল শুনি।❣️👌💐
Excellent Voice
Mur para shuvesha thakil,khub val lagil ,agarloi zaik, thanks
বহুত বহুত ধন্যবাদ আগলৈ আগ বাহি যোৱা ইশ্বৰে দয়া কৰক । অতি সূন্দৰ হৈছে । ❤ ❤ 🙏🙏🙏🙏
কথাবোৰ খুলি কোৱাৰ বাবে ভাল লাগিছে । ভগৱানক 🙏 কুশলে ৰাখক আগুৱাই যোৱা ❤❤❤❤❤
দুৰ্দান্ত l ফালি দিয়ক l মোৰ আন্তৰিক আশীৰ্বাদ থাকিল
বৰ সুন্দৰ পৰিবেশন, একদম শুনি থাকিবৰ মন যায় থাকে, তিনিও জনৰ উজ্বল ভৱষ্যত কামনা কৰিলোঁ, তোমালোকে আমাক বহুত আনন্দ দিচা ভাল লাগিল
I love this voice no1 voice I think this voice is world no1 voice
Damodar tune bhai
অপূৰ্ব কণ্ঠ, অপূৰ্ব বাদ্যযন্ত্ৰ সংমিশ্ৰণ।তিনিওৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
Awesome...suni amoni nologa geet bur..tuma Loko loi best of luck..Again jua..God bless you all
বৰ সুন্দৰ পদক্ষেপ , ভাল লাগিছে ।আপোনালোকৰ মাৰ্জিত কথা বতৰাই সকলোকে মুগ্ধ কৰিব ।আগুৱাই যাওক শুভেচ্ছা থাকিল ।
বৰ ভাল লাগিল। হিন্দী গীতৰ পৰিবেশন অতি সুন্দৰ। আগবাঢ়ি যোৱা।
দম থকা ভইচ ।❤ Keep it up
Mja lge dada apunr gaan.
Nic song I am nalbari plz cnt no
Vt by by byKo
Tumalokor gaan huni duniya khon pahori goisu aru aag bahi jua
বহুত সুন্দৰ কণ্ঠ। ভাল লাগিল অসমীয়া হিন্দী গীতৰ সংমিশ্ৰণ।
বহুত ভাল লাগছে। ইমান সুন্দৰ কণ্ঠ।আপোনালোকে আৰু আগুৱাই যাওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। ❤❤❤
Iman bhal lagise hridoi khon thana pori goise ujal kamona korilu
বহুত সুন্দৰ দে, তিনিও জনে ভালদৰে আগুৱাই যোৱা ।অলপ ভগৱানৰ নাম লৈ সাধনা কৰিবা ।
He is talent of assam so please kindly request to all listen him ....
Super duper ভাইটি
তোমাৰ গান শুনি পাগল হৈছোঁ
প্ৰতিভা থকা জনক তিৰস্কাৰ কৰাটো বৰ ........ কি কম শব্দ নাই অ
প্ৰতিম দা Keet it up
we support all of you
বৰ সুনদৰ কন্ঠ আশীবাদ কৰিছো সকলোলৈকে
Emn din kot asila....bhai😢🥺 excellent voice ❤
বহুত ধুনীয়া লগা সুৰ। আগলৈ আগবাঢ়ি যায়ক 🥰🥰🥰
Ultimate..... excellent......keep it up...May God bless all of you
বৰ সুন্দৰ বলিষ্ঠ কন্ঠ। শুনি থাকিবৰ মন যায়।
Bhut dhuniya wonder full.
বহুত সুন্দৰ। বহুত ভাল লাগিছে। তোমালোকলৈ আশীর্বাদ থাকিল ।
Uffff apunar voice tu j... lots of love ❤❤❤❤❤❤❤❤
পাৰ্থ দা তুমি সদাই আগুৱাই যোৱা ❤
অতি সুন্দৰ কণ্ঠ। বাদ্য -যন্ত্ৰী দুয়োজনলৈ অভিন্দন জনালোঁ।
ককাই দেও পৰা এটা বিহু শুনিব হেপাহ
আশা কৰিলোঁ বৰ ধুনীয়া হব বুলি দম থকা কণ্ঠ❤
Amar nalbari r lora aru আগবাঢ়ি jowa... জয় নলবাৰী ❤
সুন্দৰ পৰিবেশন কৰিছে । আগললৈ আগুৱাই যোৱা তাৰে কামনা কৰিছো ।
Khatara voice.... ❤❤❤
Bahut val lagise aguwai jowa tomalok bahut durale❤❤❤❤
Very nice voice
Dada bohut bohut vl lgil❤
Boom disa dada❤❤❤❤❤
আপোনালোকৰ অমায়িক আৰু সহজ সৰল আচৰনে মোক আপ্লুত কৰি তোলিলে। তিনিওজনৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।
Tiniujonoloi bohuttt bohut bohuttt axibad thakil..... ...🎉❤❤❤❤❤❤❤❤❤❤. Aguwaiiii juwa
সুন্দৰ কণ্ঠ, অন্তৰৰ পৰা গাইছে, বহুত ওপৰত যাব এওঁলোক, সহজ-সৰল গাৱলীয়া লৰা ❤
Khub bhal lagise Apunar sangitik jiban ujjal kamana karisu.
Dil khuli gaise kela fida hoi goisu❤❤❤❤
Super.....Moja...ufff..👍👍👍👍👍👍
বহুত ভাল লাগিল শুনি ।তিনিও জনলৈকে মোৰ আশীৰ্বাদ থাকিল ।
Heart touching voice❤
Sundor moi Val PawaGod bless you three of you ❤
Val lagise aguai jua.domdar voice
Excellent sir your all songs ....ilove you...happy journey...best of luck...
Moza partho dá aguwai jowa bohut vl lagise gan bur huni good bless you
❤🎉❤❤❤❤❤🎉❤ হৃদয়ৰ পৰা ভাল লাগিল । অ ৰাম ।
Bohut xundar voice aguwai juwa,,,,,,retd Army,,,,,,
তোমাৰ কন্ঠৰ প্ৰেমত পৰিলোঁ বেয়াকৈ । কেতিয়াবা লগ পাম।
Uff ultimate voice❤
Normal Microphone ত যেতিয়া ইমান সুন্দৰ কণ্ঠ, Recording Studio ত কিমান ভাল লাগিব গান শুনি।বহুত বহুত ভাল লাগিল.... আৰু আগুৱাই যোৱা
শুভেচ্ছাৰে....👍👍👍
বৰ ভাল লাগিল। ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।
Kya voice hai re bro,🔥🔥🔥💥❤️🙏👏👏👌👌
Real hero ...butyful voice
Very nice voice👌👌👌
Fatai dise......... 🎉🎉🎉 💃🕺💃🕺
Tumalukor hahaj-horal aasoron , haamanyatom baidya jontro...simple appearence ...ba huot val lage !! May God Bless U . Monikanchon.*
তোমালোক সদায় একেলগে আগবাঢ়ি যোৱা
Hosai friend tumar kontha bohut hundor,aakha koru tumi aguwai juwa .
Brother your .. voice Amazing 👏 Really
Hundor voice ❤❤
Your talent is God gifted..I wish a very bright and brilliant future.
সঁচাকৈয়ে সুন্দৰ কণ্ঠ দেই । শুনি বৰ ভাল লাগিল । আগবাঢ়ি যাওঁক শুভেচ্ছা সদায়ে থাকিব ।❤❤❤
Beutiful voice
আপুনি আগবাঢ়ি যাওক❤
শুভেচ্ছা থাকিল। বহুত বহুত সুন্দৰ, একদম বঢ়িয়া, magnificent, excellent, extremely good....... don't stop, keep going..........
অতি সুন্দৰ সুন্দৰ, সুললিত কন্ঠ সচাঁ ই আপোনাক বহুত বহুত অভিনন্দন আৰু শুভেচ্ছা জনালো, আপোনাৰ কণ্ঠ ই অসমীয়া ক পৃথিবীতে যাতে চিনাক্ত কৰি দিব পাৰে তাৰে শুভকামনা।।।।। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
ABSOLUTELY FANTASTIC BROTHERS
KEEP IT UP
অতি সুনদৰ।ভাষা নাই কবলৈ।
Ultimate voice❤
bohut moja gaisa vai......❤❤❤❤❤❤
I feel... soon he will break into Bollywood playback singing. That much melodious and strong his voice is... Have not heard a voice like his, in a while. Bored of Arijit Sing type of song all the time...🙂🙂🙂 Our blessings are with him. Hope he reaches that stage sooner than later. 🙏
Love you dada ❤mojaa hoise ..amoni nelage je apunar gaan huni kiyo.eman val lage ❤
Hosake bhut dhunia voice..... 🥰🥰🙏🙏
Xuni kiba montu jur pori gol...xur bohut val lagile
Huni mojja lagise❤ missing song gabo dada
সুন্দৰ❤ মৰম দিলো ধুবুৰী পৰা।
Fantastic job for assam
বহুত ধুনীয়া ভাইতি,❤
Dada bhal lagise🎉🎉❤❤
Proud of u ......❤❤❤❤
সমালোচনাক আলোচনা বুলি গ্ৰহণ কৰা কিমান জন ব্যক্তি থাকিব পাৰে ? *বিহু আমাৰ তেজত* উক্তিটোৱে হৃদয় চুই গল। ধন্যবাদ।
গায়ক জনক আৰু দলটোক আন্তৰিক ধন্যবাদ জনালোঁ লগতে থাকিল আমাৰ বহুত বহুত শুভেচ্ছা থাকিল।
সুন্দৰ কণ্ঠ, শুনি থাকিবৰ মন যায়।
Parht এইয়া তোমালোকৰ প্ৰথম যাত্ৰা , বহু দুৰ আগুৱাই জোৱা শুভেচ্ছা থাকিল
Gotei Axome bisari thoka voise bisari paise atiya.... Happy New year...
Voice2 j ki voice bapre...wow
Aguai juwa, bahut dhunia gowa
Unic voice dada ru aguwai jwa❤
Dhuniya lagise da
Total talent...next super star
Moja voich