কৃষ্ণ লম্ভা ছোৱালী জনীৰ ঘৰত আহিলো/সেইদিনাৰ ৰাসৰ সম্পূৰ্ণ দৃশ্য চাওঁক।কি হৈছিল/সচা মিছা সকলো গম পাব😯

Поделиться
HTML-код
  • Опубликовано: 14 янв 2025

Комментарии • 1,1 тыс.

  • @pravachutia931
    @pravachutia931 Год назад +281

    আগৰ জন্মত ভাল কাম কৰি আহিছে ,সেই কাৰণেই ভগবান গাত লম্ভিছে ,সকলোৱে ভাগ্যত নিলিখে ।কৃষ্ণ কৃষ্ণ ।

    • @bandanaboro740
      @bandanaboro740 Год назад

      Mesah kutha pagla Pathak loi jab lage carrent short mathati dib lage vandobi vilaki dekhai ase 😡🤬😡 2mi kuah kotha to sope mesah🫡🫡🥰🥰🥰🥰🤭🤭🤭🤭

    • @rks_3ditz
      @rks_3ditz Год назад +2

      Baideu hokolure antorot bhogoban thakei. Aapunar gaatu aase

    • @Raghav_18ghānshym
      @Raghav_18ghānshym Год назад

      এইবোৰ সচাঁ নহয় । মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে । মীৰাবাঈ কৃষ্ণৰ বহুত উচ্চ কৌতিৰ ভক্ত তথা প্ৰেমিকা আছিল , কিন্তু তেওঁ ভগৱান নহয়। আজিকালি কলিযুগত ভগৱানৰ নামত যিকোনো প্ৰকাৰৰ অপপ্ৰচাৰ হ'ব পাৰে। কিছুমানে অকণমান পইচাৰ কাৰনে এনেদৰে কৰে ! কৃষ্ণই সকলোৰে মঙ্গল কৰক🙏🏻

    • @Raghav_18ghānshym
      @Raghav_18ghānshym Год назад

      বেয়া নাপাব দে মই কাকো বেয়া পোৱাৰ উদ্দেশ্যেৰে কোৱা নাই। ছোৱালীজনী বহুত ধুনীয়াকৈ কৃষ্ণ লীলা অভিনয় কৰিছে ৰাসত । উজ্বল ভৱিষ্যত কামনা কৰিলো।অভিনয় কৰাৰ আগত দিনটো উপবাসে থকাৰ কাৰনে মূৰ ঘূৰোৱা স্বাভাৱিক। ছোৱালীজনীক ভগৱানৰ ঠাইত ভক্ত বুলি ক'লে সঠিক হ'ব । কাৰণ মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে। ভক্ত প্ৰহ্লাদ কৃষ্ণৰ বহুত ডাঙৰ উচ্চ কৌতিৰ ভক্ত আছিল , তেওঁক ৰক্ষা কৰিবলৈয়ে কৃষ্ণই নৰসিংহ অৱতাৰ লৈছিল । কিন্তু প্ৰহ্লাদ ভগৱান হৈ যোৱা নাছিল।

  • @jintunath5012
    @jintunath5012 Год назад +43

    2জন মমায়কৰ কি সুন্দৰ কথা ... আচলতে আমি পাপি কাৰণে আমাৰ মাজত সেই বেয়া কমেন্ত বোৰ স্থান পায় ... সঁচাই আজি শ্ৰী কৃষ্ণৰ সাক্ষাৎ ৰূপ দেখা পালোঁ ....ভগবান কৃষ্ণই ছোৱালী জনিক উদ্ধাৰ কৰে যেন ....অতি মন মোহিত দৃশ্য... সত সত প্ৰমাণ তোমাক ...

  • @bornaliborah1237
    @bornaliborah1237 Год назад +86

    কৃষ্ণ প্রভু 🥺🙏
    দূৰৰ পৰাই সেৱা জনাইছো। সকলোকে কুশলে ৰাখিবা 🙏❤🛐

  • @VLOGWITHJURI
    @VLOGWITHJURI Год назад +1

    He krisna mor jate monor axa xopun puron hoi

  • @NikitaKalita-v4e
    @NikitaKalita-v4e Год назад +8

    কৃষ্ণৰ কাষত কেৱল গৰু য়ে নাহে সকলো জীৱ-জন্তু, পশু-পক্ষী আহে
    আৰু যদি সঁচাকৈ কৃষ্ণ তেওঁৰ গাত আছে
    তেন্তে এবাৰ বাঁহী বজাবলৈ দিয়ক সঁচা মিছা সকলো গম পোৱা যাব

  • @__crazy__dristi__76
    @__crazy__dristi__76 Год назад +1

    He provu tumar xoronot duror porai xewa jonaisu🙏🙏🙏 Swami,Kanya xoho amar khudro ghor xongsar kukhole rakha Jen 🦚🙏

  • @Ham_hai_Sanatan
    @Ham_hai_Sanatan Год назад +23

    মহাভাৰতত কৃষ্ণৰ অভিনয় কৰা ব্যক্তিগৰাকীয়ে গোটে মহাভাৰত খন আৰম্ভনিৰ পৰা শেষলৈ ইমান সুন্দৰকৈ অভিনয় কৰিছিল যে সকলো দৰ্শকেই তেওঁকে কৃষ্ণ ৰূপে মানি লৈছিল ইমান সময় কৃষ্ণৰ characterত থকা চত্বেও তেঁওৰ গাত কিয় কৃষ্ণই লম্ভা নাই😂

    • @dhritysarmah9762
      @dhritysarmah9762 Год назад

      Sob fotuami. Eiburor gaat lombha nai.
      Ei suli kota nokota eigal bisar korar gaat krishna lombhar kothai nai

    • @BituponSaikia-rx5um
      @BituponSaikia-rx5um Месяц назад

      Hoi Tu,, manoxik roogi bhogoeanot naam loi viral huar xujug grohon,,, krishnar misikia hahitu nai mukhot, geeetar slook nai,, manoxik roogi hoi

  • @29_254
    @29_254 Год назад

    কৃষ্ণ কৃষ্ণ জাই শ্ৰী কৃষ্ণ 💘🥀💘🥀🦚💖💗💗

  • @PranjitDeka-x8q
    @PranjitDeka-x8q Год назад +106

    অন্ত পৰা সুধৰ মনেৰে প্ৰনাম জনাইছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ❤❤❤

  • @jyotidadhara5959
    @jyotidadhara5959 Год назад +75

    ভগৱানে ছোৱালী জনীক অতি সোনকালেই আৰু গ্য কৰক তাৰেই কামনা কৰিলো

  • @Ludo_gamer.
    @Ludo_gamer. Год назад +29

    অন্তৰৰ পৰা প্ৰণাম জনাইছো কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

    • @lohitdas4603
      @lohitdas4603 Год назад

      হে ভগৱান আপোনা চৰণত প্ৰণাম জনাইছো! আগন্তুক দিনবোৰ ভালে কুশলেই পাৰ হয় যেন আমাৰ

  • @Anuska-a-s_12
    @Anuska-a-s_12 Год назад +1

    Bhagoban krishna duror porai hewa jonaisu 🙏🙏🙏hokolubur kushole rakhok🙏🙏

  • @randombySana
    @randombySana Год назад +19

    Doesn’t matter if it’s true or not. I felt utterly blissful after watching the last clip. How the cow followed her, played with her, as if it felt some sort comfort within her❤

  • @deoripriyanka7900
    @deoripriyanka7900 Год назад

    Krishna Prabhu 🙏🙏🙏 tumak hewa jonaisu hodai tumar kripa rakhiba🌼🌼🌼

  • @mitalinath6601
    @mitalinath6601 Год назад +5

    ইশ্বৰক বহুত বেছি বিশ্বাস কৰো তেওঁৰ মহিমা তেওঁৰ বিচাৰ সকলো নটশিৰে মানো কিন্তু মানুহৰ গাত ইশ্বৰ সোমাব সেইটো বিশ্বাস নকৰো, সৰু ছোৱালীজনী অভিনয় কৰোতে মন মগজু সকলোতে কৃষ্ণৰ ছবিখন আঁকি লৈছে আৰু mekup dress আদি কৰাৰ পিছত গাটো ওজন হৈ নাচি উঠি বহুত বেছি ভাগৰুৱা হৈ ঢলি পৰিছিল তাই, লগতে light music আদিও থাকিল,আৰু এতিয়া ঘৰৰ মানুহ বিলাকে তিল টোকে তাল টো কৰি ছোৱালীজনীৰ বিপদ ঘটাব যেন হে লাগিছে,কাৰণ তাই যদি সঁচাকৈ এইকেইদিন একো নোখোৱাকৈ আছে তাইৰ মনৰ পৰা সেই virus to উলিয়াবলৈ টান হব , কাৰণ দৈহিক মানসিক ভাৱে তাই দুৰ্বল হৈ গৈ আছে ,কাৰণ মোৰ নিজৰ ক্ষেত্ৰতো কেতিয়াবা একেৰাহে বহুত সময় যদি বেছি sound system থকা ঠাইত থাকি আহো পিছত এনেই সেই sound to শুনি থকা যেন লাগি থাকে, টোপনি ক্ষতি কৰি নাগাৰা নাম চালেও কিছুমান মানুহে পিছ দিনা এনেই কাণত তাল নাগাৰা বাজি থকা যেন অনুভব কৰে গতিকে....

  • @UpendraBarman-ko3vi
    @UpendraBarman-ko3vi Год назад +1

    Hare hare Krishna jijon goru a ai voyna sikhaysil hai guru jon hotgoti pronam koriso ai prithibir hokolu jib jontuk jate mongol kamona kore... Krishna Krishna hare hare love from assam...❤❤❤❤

  • @krishnamonibaruah5284
    @krishnamonibaruah5284 Год назад +25

    কথাষাৰ জনা দিনৰ পৰাই,অকল সেইটোকে মনলৈ আহি আছে,কেনেকৈ কি হ'ল!কলি যুগত ভগৱান আহিছে,,,,কোটি কোটি প্ৰণাম জনাইছোঁ,,,,কিন্তু সেই সৰু ছোৱালীজনীয়ে পানীৰ বাহিৰে একো খোৱা নাই বুলি ক'লতহে বেয়া লাগিছে,,,,ভগৱানক মই হৃদয়ৰ পৰা মানো,,,,সঁচা কবলৈ গ'লে,এই video টো চোৱাৰ পাছৰ পৰাই ছোৱালীজনীয়ে লোৱা, শ্ৰীকৃষ্ণৰ মুখখন বাৰে প্ৰতি মোৰ সন্মুখলৈ আহি আছে,যেন ভগৱানে মোক ওচৰৰ পৰাই চাই আছে,মোৰ ওচৰত তেওঁ ৰৈ আছে,তেনেকুৱা উপলব্ধি হৈছে,,,,আৰু এটা অনুৰোধ,,,, ভগৱান প্ৰতিছব্বি যদি তেওঁৰ গাত দেখিছে,,,,তেওঁ যদি ভগৱান শ্ৰকৃষ্ণৰ দৰে "মাখন" খাব বিচাৰে,,,,তেন্তে ভক্ত প্ৰাণ ৰাইজে বা ঘৰৰ মানুহে মাখনৰ ব্যৱস্থা কৰি দিব!🙏 কোটি কোটি কোটি প্ৰণামো তোমাক প্ৰভু!🙏 সংসাৰৰ সকলো দুখ কষ্ট আঁতৰাই দিয়া,সকলোকে উদ্ধাৰ কৰা প্ৰভু!🙏🥺

    • @dharmeswarsaikia176
      @dharmeswarsaikia176 Год назад +3

      এইবোৰ চব ফাল্টু, ফকটীয়া , মই বিশ্বাস নকৰো

  • @jugashmitadutta
    @jugashmitadutta Год назад +3

    মইও ভগৱান শ্ৰীকৃষ্ণক বহুত বিশ্বাস কৰো। আৰু এই কথাটো মোৰো বিশ্বাস হৈছে আৰু মোৰ তেওঁক লগ কৰি আশীৰ্বাদ ল'বলৈ বহুত মন গৈছে। কাৰণ মোৰ H.S.L.C. পৰীক্ষা আহি আছে। কিজানি তেওঁৰ আৰ্শীবাদত ভালে হয় পৰীক্ষাটো। মই শ্ৰীকৃষ্ণ ভক্ত হয়। গতিকে তেওঁৰ কথা মই সকলো বিশ্বাস কৰো বা কৰিম।
    জয় কৃষ্ণ।

  • @KunjomoniBaruah-vj3ij
    @KunjomoniBaruah-vj3ij Год назад +61

    অন্তৰৰ পৰা প্ৰণাম জনাইছোঁ কৃষ্ণ কৃষ্ণ

  • @RajumoniSaikia-xn3qd
    @RajumoniSaikia-xn3qd Год назад +24

    তেওঁ সছাকৈঅণতৰ।খনশূধ্। কাৰণ পবিত্ৰ মনৰ মানুহৰগাতহেভগৱানেজিৰাই। কৃষ্ণই

  • @Bhitalinarahvlog
    @Bhitalinarahvlog Год назад +34

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 মই বিশ্বাস কৰো সুখ-দুখ সকলোবোৰ ক্ষেত্ৰ ট ❤ প্ৰমাণ মোৰ জীৱনৰ লগত আছে ❤ মোৰ ঘৰত যদি "ভাগবত "পাঠ নপহা হলে মই আজিলৈকে ছাগৈ পৃথিৱী খন দেখা নাপালোঁহেঁতেন। সকলোৰে কুশল মংগল কৰিবা প্ৰভু 🙏🙏🙏

  • @monuranjan5311
    @monuranjan5311 Год назад +1

    জ য় শ্ৰী কৃষ্ণৰ আপোনাৰ মহিমা অপাৰ কৃষ্ণ প্ৰভু ❤❤❤

  • @KabitaGoswami-y1u
    @KabitaGoswami-y1u Год назад +30

    হে প্ৰভূ পোহৰ শক্তি আৰু আশীৰ্বাদ দিয়া

  • @manashipriya8120
    @manashipriya8120 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 প্ৰভু

  • @alakadeka9358
    @alakadeka9358 Год назад +52

    আপোনালোকে চিন্তা নকৰিব কৃষ্ণই যি কৰিব ভালেই কৰিব ভগৱান কৃষ্ণৰ ওপৰত বিশ্বাস ৰাখক

  • @BokolBordoloi
    @BokolBordoloi Год назад

    Papu da এই ঘটনাটো মোৰ লগতো ঘটি গৈছে সেই কাৰণে মই বিশ্বাস কৰিছো‌ । ভগবানক এটাই কৈ যে ছোৱালী জনীক ভালে ৰাসক 🙏🙏🙏

  • @adityadutta4153
    @adityadutta4153 Год назад +101

    পঢ়িলে comments টো শেষলৈ পঢ়িব আধা পঢ়ি reply যাতে নিদিয়ে কোনো।
    প্ৰথম কথা তাইৰ এইকেইদিন শ্ৰীকৃষ্ণৰ নৃত্য বহুদিন ধৰি শিকি আছে বাবে সেই বিষটো অথাৎ শ্ৰীকৃষ্ণৰ ওপৰত তাই সোমাই পৰিছে বাবে এনে হৈছে। ইয়াত কোনো ভগৱান শ্ৰীকৃষ্ণ লম্ভা নাই।
    Physiology problem.. হয় এনে। সেই জুবিন হোৱা ল'ৰাটো মনত পেলাক জুবিনৰ ওপৰত ইমানেই প্ৰেম আৰু ভক্তি জাগি উঠিছিল সি নিজেই জুবিনৰ দৰে হ'বলৈ চেষ্টা কৰিল আৰু হ'ল। ঠিক একেই কথা। ওকতাইৰ মমাইকে কোৱা কথাষাৰ উত্তৰ দিওঁ মই। বৈজ্ঞানিক যুগত ভগৱান নাই যদি মানুহে কিয় মানে পূজা অৰ্চনা কৰে বুলি কৈছে ন।
    ভগৱান মানে হৈছে এটি পবিত্ৰ নাম তেওঁ কোন আমি দেখা নাই আজি লৈকে কিন্তু বিশ্বাস কৰি তেওঁক পবিত্ৰ বুলি ভাবি সকলোতকৈ উচচ ভাবি ভক্তি কৰো আমাৰ মন পবিত্ৰ হয়, অহংকাৰী ভাবধাৰা দূৰ হয়, কোনো কৰ্ম কৰিবলৈ মনত শক্তি পাওঁ, সান্তনা পাওঁ। আৰু সেই ভগৱান শ্ৰীকৃষ্ণ হব পাৰে আল্লা হব পাৰে, পিতৃ-মাতৃ হব পাৰে, শিক্ষা গুৰু হব পাৰে।
    এইখিনিতে আৰু এটা কথা কও।
    আমি কৃষ্ণ আৰু ৰামক ভক্তি কৰো কিন্তু শ্ৰীলংকাত অসুৰ ৰাৱণক ভক্তি কৰে। সিহঁতে অসুৰক কৰে অধপতনলে যোৱা নাইটো। কাৰণ সিহঁতেও মনত পবিত্ৰ ভাৱ ধাৰা লৈ এ তেওঁক ভক্তি কৰে।
    ভগৱানৰ against ত কোৱা দৰে হ'ল গতিকে মই নাস্তিক নহয় কিন্তু😊
    মই ভক্তি কৰো আৰু সেইবাবেহে।
    আৰু জীৱিত ভগৱানক যদি ভক্তি কৰিব আপুনি বিচাৰে আছে নিজৰ পিতৃ-মাতৃক কৰক।
    কৃষ্ণ🙏

  • @Juundas-t7d
    @Juundas-t7d Год назад +1

    🙏🙏🙏🙏krishan xokoloke xukhi kri rakhiba..... ❤❤❤

  • @mahikantadas1733
    @mahikantadas1733 Год назад +4

    ভক্তি মাৰ্গৰ বিষয়ে জ্ঞান নথকা সকলে যি মন্তব্য কৰি আছে তাৰ ফল ভোগ কৰিব এদিন অচিৰেই । যি জনে ইশ্বৰ বিশ্বাস কৰে তেৰা সৱলৈ অনুৰোধ ",..... পাপীৰ কথাত নিদিবা কান " বুলি গুৰু জনাই কীৰ্তনত লিখি গৈছে । হে কৃষ্ণ হে কৃষ্ণ হে কষ্ণ সকলোকে কৃপা কৰক । -- মহী কান্ত দাস । উ: মৰল গাওঁ । বিশ্বনাথ চাৰিআলি ।

  • @minudas7981
    @minudas7981 Год назад

    হৰি ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম গোৱিন্দ গোৱিন্দ ৰাম

  • @bijubharali8484
    @bijubharali8484 Год назад +16

    মানুহৰ ছাঁ আমিও গচকি নাযাও। কিন্তু আমাৰ গাত ভগৱান এনেকৈ লম্ভা নাই।জীৱ মাত্ৰেই সকলোৰে গাত ভগৱান থাকে। ভগৱান বিশ্বাস নকৰা মানুহ কোনো নাই।

  • @Akangkhya4.2
    @Akangkhya4.2 Год назад +1

    মোৰ আইতাক ৩৬ বছৰ আগতে গংগা দেবীয়ে গ্ৰহণ কৰিছিল ,৭ দিন পাছত মৃত শৰীৰটো ৰাইজক দেখাই পাছত তেওঁৰ আয়ুশ/ জীৱন দান কৰিছে , এতিয়াও গংগা মা গাত ঠিটি লৈ আছে।
    এই বালিকা গৰাকীৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব মোৰ বিশ্বাস।
    নাৰায়ণ থাকিবৈ তেওঁৰ শৰীৰত❤❤

  • @pompideka9998
    @pompideka9998 Год назад +3

    Jai shri Krishna ❤🌼🙏 om Bakhudebii nomoh 🙏❤🌼 ., hey Bakhudeb pita vonti jonik khuncale aaruigo kori Diok., vonti joni akou agor xualijni hoi tare prathona krilu 🙏🙏🙏 / video cii ktabur khuni vl lagil -Papu Da and Puja Ba❤👌❤👌❤ Love from Morigaown ❤💖🌼

  • @kalyanaollvides7207
    @kalyanaollvides7207 Год назад

    😌💗 jai shre krishna 💝💗

  • @deepjyotihandique9915
    @deepjyotihandique9915 Год назад +9

    ছোৱালী জনীক ডা: দেখাওক । পাছত ও নহলে য়াৰ effet থাকি যাব। মানসিক চাপত পৰিলে এনেকুৱা হয়।

    • @rimjimranganoi222
      @rimjimranganoi222 Год назад

      Amar maar gatu horu Aai lombisil maak jur kori doctor usrt loi goisilu doctor usrt loi goi maar besi a hoisil kotha kobo nwara hoisil vgbanor akhirbadt Puja parthona kora past pora vl hol moi bishak koru aibur Karn moi nije dekhisu

    • @sanjaykoushik9839
      @sanjaykoushik9839 Год назад

      Nonsense

    • @rimjimranganoi222
      @rimjimranganoi222 Год назад

      @@sanjaykoushik9839 any apuni kak kole

  • @rishidas9431
    @rishidas9431 Год назад

    Krishno vogoban din dokha beya soli asa mur soku Mali saba ru krishno krishno 🥺🙏🙏🙏❤️ video ta hauwa jonisu🙏

  • @meghaleedas
    @meghaleedas Год назад +32

    অন্তৰৰ পৰা প্ৰণাম জনাইছোঁ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @DhritiMadahi
    @DhritiMadahi Год назад

    Krishno krishno krishno ❤❤❤suwajonik vl kori diya

  • @dipanjalideka6940
    @dipanjalideka6940 Год назад +7

    Love from morigaon ❤❤ pabu da aru Puja baale bhut bhut morm ❤

  • @DipenSonowal-nl5mr
    @DipenSonowal-nl5mr Год назад +1

    He bhogowan mur akhabhur puran kora🙏🙏😥

  • @lakhimaideurilakhimaideuri1096
    @lakhimaideurilakhimaideuri1096 Год назад +6

    কৃষ্ণ লোৱালীজনী আগৰ জন্মত কিবা সেই কাৰণে ভগৱানে দেখা দিছে ।হে কৃষ্ণ আমি সচা কৃষ্ণ বুলি ভাবিছো আৰু যাব নোৱাৰিলেও সেৱা কৰিছো সে ভগৱান আমাকো আশীৰ্বাদ কৰা যেন ভালে থাকো তাৰে প্ৰাথনা কৰিলো ।

  • @assamr6576
    @assamr6576 Год назад +1

    কৃষ্ণ প্রভূ 🙏🙏 ঘৰখন কোশলে ৰাখিবা 🙏🙏

  • @janmonimalakar3909
    @janmonimalakar3909 Год назад +6

    কৃষ্ণ কৃষ্ণ দূৰৰ পৰাই সেৱা জনালোঁ 🙏🥺❤

  • @mihiramsaikia8049
    @mihiramsaikia8049 Год назад +2

    অন্তৰৰ পৰা প্রনাম জনাইছো কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @funusenapoti9220
    @funusenapoti9220 Год назад +9

    🙏🙏🙏 প্ৰভু ভগৱন্তই সকলোকে সু-মতি দিয়ক।

  • @mancibarman7582
    @mancibarman7582 Год назад

    Krishno Krishno Kroshno ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @purnimathengal5672
    @purnimathengal5672 Год назад +62

    মোৰো বিশ্বাস হোৱা নাছিল, তথাপিও তাইৰ হাঁহি, নৃত্য সকলোবোৰ চকুত ভাঁহি আছিল। আশীৰ্বাদ কৰিব প্ৰভু🙏🏼। কৃষ্ণ❤।

  • @Tridisha_senapoti
    @Tridisha_senapoti Год назад +1

    Krishna provu..🙏❤🙏

  • @junumech7558
    @junumech7558 Год назад +3

    কৃষ্ণ কৃষ্ণ আই চৰণ ভক্তি ভৰা‌ সেৱা নিবেদিলে প্ৰাভু ঈশ্বৰ কৃষ্ণ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ

  • @sunitadoley6455
    @sunitadoley6455 Год назад

    Krishna ...Amr Ghorr hokoluke vhle kuhole rakibo... Aru Hokoluke ❤

  • @bigdaddy2873
    @bigdaddy2873 Год назад +5

    প্ৰণাম জনাইছোঁ সুদ্ধ অন্তৰে শক্তি দিয়ক প্ৰভু।

  • @manashjyotigogoi3506
    @manashjyotigogoi3506 Год назад

    Hai pravu mur manuh jnk husaitho ru dirghayu kri rakhib.krisno pravu.

  • @jimiborah1171
    @jimiborah1171 Год назад +332

    vogowanok bohut bissakh koru jodiu 1st bissakh kribole tan paisilu ru bohut dinoloi thkibo buli kuat.kin2 ei video2 sai gar num hiyori gol.🙏🙏krishna kishna.

    • @abhijit7219
      @abhijit7219 Год назад +5

      Kirsna🙏🙏🙏

    • @Barsha._55
      @Barsha._55 Год назад +7

      Manuhr comments bur dekhi moiu vabislu suwali joni r kiba bemar hoise kintu etia gom palu krishna 😔🙏 khoma koriba provu

    • @purabichetia4900
      @purabichetia4900 Год назад +3

      ​@@Barsha._55❤o❤😊

    • @Barsha._55
      @Barsha._55 Год назад

      @@purabichetia4900 ☺️❤️

    • @AsthaBoruah-drawing
      @AsthaBoruah-drawing Год назад

      youtube.com/@SumiBoruah-us8tf?si=Uf08istLmJpp6nEH

  • @pinkineog6684
    @pinkineog6684 Год назад

    Tumi jen hokolure val kori thoi jua provu 🙏🙏🙏

  • @dipsikhadas262
    @dipsikhadas262 Год назад +8

    কৃষ্ণ ভগৱান আপুনি ও ভালেই থাকক আৰু আমাৰ সকলোকে ভালেই ৰাখক 🙏

  • @MrDebDas
    @MrDebDas Год назад +1

    Krishna 🙏 provu

  • @Nirmali__das_
    @Nirmali__das_ Год назад +16

    Jay shree krishna 🙏💟

  • @Mamonibaruah-n7o
    @Mamonibaruah-n7o Год назад

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম দুৰৰ পৰাই মোৰ সেৱা ভাগি জনাছো

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 Год назад +7

    হে কৃষ্ণ প্ৰভু মোৰ দুখ বোৰ কাঢ়ি নিয়ক 🙏🙏🙏

  • @DeepSarania-s1u
    @DeepSarania-s1u Год назад

    Ontoror pora pronam jonaisu krisna krisna i love you my krisna❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @sumborah8951
    @sumborah8951 Год назад +6

    সেই প্ৰভু মনৰ আশা পূৰণ কৰি দিবা 🙏🏻❤️❤️

  • @RitaGush
    @RitaGush Год назад

    Jay sri krishna jay sri krishna jay sri krishna om nama baghbote bashu debaio nama

  • @stayalive1240
    @stayalive1240 Год назад +34

    ইশ্বৰ নথকা হ'লে আমি আজি এইখন পৃথিৱীত নাথাকোৱেই। ইশ্বৰৰ ওপৰত অগাধ বিশ্বাস আছে

  • @Rimpicha
    @Rimpicha Год назад

    Krishna pravu..❤muk raksha kriba

  • @anupomabharali6928
    @anupomabharali6928 Год назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ সকলোকে মঙ্গল কৰক

  • @JunBasumatary-se1oz
    @JunBasumatary-se1oz Год назад +1

    যয় শুী কৃষ্ণ আপোনাৰ লীলা অপৰামপাৰ‌ আপোনাৰ মহিমা কোনেও ধৰিব নোৱাৰে জয় শুী কৃষ্ণ আপোনাক কোটি কোটি সেৱা কৰিলো 🌺🌺🌺🌺🌺👏👏👏👏👏

  • @jitenboruah5979
    @jitenboruah5979 Год назад +18

    কৃষ্ণ প্ৰভূ মোৰ ঘৰ খন সুখৰ হবলৈ আশীবাদ কৰক আৰু লৰা দুটাক চৰকাৰী সংস্থাপন পাবলৈ আশীবাদ কৰক 🙏🙏🙏

  • @NakulGogoi-nd3zq
    @NakulGogoi-nd3zq Год назад

    হে প্ৰভু আপোনাৰ শ্ৰী চৰনত শৰণ লৈছো কৃষ্ণ কৃষ্ণ কৃষ্ণ ?

  • @gourigogoi7hc
    @gourigogoi7hc Год назад +3

    Krishna Krishna hokolue jen mongal kore prabhu🙏😊

  • @rupahidaimary9909
    @rupahidaimary9909 Год назад

    He Krishna bhogoban akhirbad koriba amr family hokolu ke ❤ agor pra a bohut bisakh koru atiaw koru

  • @pallabiGogoi-v4k
    @pallabiGogoi-v4k Год назад

    Bhogobank bohut bishak koru monor kamona purno kore jen.Krishna

  • @ruprekhachangmai6378
    @ruprekhachangmai6378 Год назад +7

    Radhe radhe 🥺❤️ Jai shree Krishna ❤❤

  • @rupalighurachowa
    @rupalighurachowa Год назад +35

    হে পভু হিন্দই গহণ কৰিছোঁ পভু তুমি ঘৰৰ সকলোকে আখিবাদ কৰা

    • @JyotismanHazarika-
      @JyotismanHazarika- Год назад +4

      Eman moja kae likhisae 🤣🤣

    • @khati_gyan
      @khati_gyan Год назад

      বানান বোৰ শুদ্ধ কৰা😂

  • @popigogoigogoi2164
    @popigogoigogoi2164 Год назад +8

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু akhibad কৰিবা 🙏🙏🙏

  • @RanjuRajbongshi-p8q
    @RanjuRajbongshi-p8q Год назад

    হে কৃষ্ণ প্ৰভু আমাৰ দুখ বোৰ কাঢ়ি নিয়া

  • @deeppritamkashyap1706
    @deeppritamkashyap1706 Год назад +14

    গীতায়ে কৈয়ে বিশ্বাসেই মিলয় হৰি..... ❤🙏

    • @surjitkamaldas5599
      @surjitkamaldas5599 Год назад

      Biswaxe miloyo hori
      mohapurux xonkardev gurujonar likhoni bapjona....
      Moi jiman dur gom paisu.....

  • @pallabiGogoi-v4k
    @pallabiGogoi-v4k Год назад

    Krishna pravu hokoluke kripa koribo.

  • @hiru968
    @hiru968 Год назад +5

    কৃষ্ণ কৃষ্ণ প্ৰভু সবাৰো মঙ্গল কৰক🙏🙏

  • @NabanitaThakuria-g9v
    @NabanitaThakuria-g9v Год назад

    Krishna Krishna apuni jate ghoror logote hokoluke vale rakhe provu 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @dheerajsfunnyvidio7424
    @dheerajsfunnyvidio7424 Год назад +9

    কৃষ্ণ প্ৰভু ঘৰৰ সকলোকে কুশলে ৰাখা।।🙏🙏🙏

  • @lutuphukan9506
    @lutuphukan9506 Год назад

    Om shree krishna nom 🙏🙏🙏

  • @gautamgrider8295
    @gautamgrider8295 Год назад +42

    কৃষ্ণ কৃষ্ণ🙏❤️❤️ সকলো দুখ দূৰ হয় যেন আশীৰ্বাদ কৰিবা।। ❤️❤️❤️

  • @Bikash-ds1br
    @Bikash-ds1br Год назад +1

    Krishna 🙏 Krishna 🙏

  • @creationr.sarmah3078
    @creationr.sarmah3078 Год назад +4

    Moy bhagwan k bht bisakh karu.bhagwan nathakile ami aji nathakilu haten jiay.same ghatona mor lgt haisil ajir pora pray 11-12 bosor man agote, 7 din asil mor sarirot ,saye karone bisakh karu.jai Sri Krishna 🙏🙏🙏.janeke Tao dekha dise taneke Tao taor sthanot jabo,sinta karibo loga naye.tao janeke bisare taneke niom niti khini manilay habo..🙏🙏🙏

  • @Dorsita655
    @Dorsita655 Год назад

    Hodai vhogobanok bisakh koribo lage vhogobank bisakh korile bhogoban nisoy amar lgt ase ❤❤🙏🙏🙏🙏

  • @minaramsaikia3737
    @minaramsaikia3737 Год назад +26

    কৃষ্ণ কৃষ্ণ 🙏🙏 ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰো

  • @bipulchutia332
    @bipulchutia332 Год назад

    Bhogoban bohut bishakh koru krisno

  • @pranatiboruah2149
    @pranatiboruah2149 Год назад +3

    Jai Shree Krishna 🌹🌹🙏🙏🌹🌹

  • @MintuSaikia-hv4ls
    @MintuSaikia-hv4ls Год назад

    Krishna kripa koriba probhu 🙏🙏🙏

  • @KankanaSaikia-om7xw
    @KankanaSaikia-om7xw Год назад +9

    কৃষ্ণ প্ৰভু সকলোৰে মংগল কৰিবা ,,, কিবা ভূল কৰিছো যদি ক্ষমা কৰিবা ।🙏

  • @mamonidutta8398
    @mamonidutta8398 Год назад

    Video tu chai mon tu purna hoi gol. SRI KRISHNA rupot nochar loilah vongima hosakoiye apurba hundar lagise. Joi Sri Krishna 🙏🙏🙏

  • @plabitaboruah9078
    @plabitaboruah9078 Год назад +8

    কৃষ্ণ কৃষ্ণ ❤

  • @kaustavff9496
    @kaustavff9496 Год назад +2

    ফটোৱামীৰো এটা সীমা থকা উচিত এইবোৰ চব অভিনয় ছোৱালী জনীৰ, লগতে ঘৰৰ মানুহবোৰৰ

  • @dulumonisaikia1226
    @dulumonisaikia1226 Год назад +3

    কোন পাগলে কয় ভগৱান নাই বুলি ভগৱান নাই জদি পৃথীবিত মানুহ কি দৰে জিয়া থাকিব ।

  • @minatimech4993
    @minatimech4993 Год назад

    কৃষ্ণ কৃষ্ণ সেৱা ধৰিলো দাস বোলি কৃপা কৰিব কৃষ্ণ

  • @dhanmoninath3332
    @dhanmoninath3332 Год назад +3

    ঔঁম বাসুদেৱাই নঃমঃ সচাই ভগৱানক দেখা যেন লাগিছে,🙏🙏 তোমাৰ কাৰণেই আমিয়ো দেখাৰ শুভাগ্য হল 🙏🙏🙏🙏কলি যুগত যে তোমাক দেখা পাইছো আৰু কি লাগে আমাৰ মনুয্যক🙏🙏প্ৰভূ দয়া কৰা🙏🙏🙏🙏🙏(চেহেৰাই সলনি হৈছে গৈছে )

  • @mayuridutta6162
    @mayuridutta6162 Год назад

    🙏🙏🙏🙏 krishna pravu❤❤❤❤

  • @porishmitadas688
    @porishmitadas688 Год назад +8

    কৃষ্ণ 🙏♥️

  • @nishu6215
    @nishu6215 Год назад

    কৃষ্ণ প্রভো দয়া কৰিবা আমাক শতকোতি প্রনাম তোমাক

  • @karobikalita5591
    @karobikalita5591 Год назад +7

    Jai shree Krishna 🙏