Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Bhut val koi khikaisa dada
ধন্যবাদ
Bohut dhunia lagise moio aaponar video Sai Sai Dhol bojowa hiki asu
ধন্যবাদ, শিকি থাকক।
বৰ সুন্দৰ হৈছে এনে সুন্দৰ ভিদি উ আগলৈ পাম বুলি আশা কৰিলো৷
বৰদেউতা লগতে জাতনাম কেইটামানো দিবচোন।❤
নিশ্চয় দিম 🥰
Sapor 2 screen t likhi dbosn
Aromvoni seo dibo sun 🙏❤️
ঢোলবাদনৰ নে বিহুৰ?
বিহুৰ
Bordeota vall lagil apunak🙏
ছাৰ, অনুগ্ৰহ কৰি দিঘিৰঘিৰা কেনেকৈ বজায় ভিডিঅ'এটা দিবচোন।
Sir please please 🥺 khitaku khitaku .. seu to val ke khikai dibo please ❤️ sir
Vedic fast forward Sabo loga hoi
Sir muru dhul bojaboloi kikibo bohut mon jay
Sir apunar ghar dergaot nky
Golaghat town t
@@TeamLohorGolaghat offline ke dhul xikai ne
অলৱ সহজ চেও নহয় চাপৰ বা চাপ শিকাই দিয়ক
Sir,,,,, sapor bilak likhi dibosun ,,,, nohole monot rakhibole problem hoise.... Thank you sir.
আচলতে সময় নোহোৱাতহে লিখি দিয়া নাই, আগলৈ চেষ্টা কৰিম বাৰু
ৰি প্লাক খিত ঘেন দাও বোলটো দিব
এনেধৰণৰ বোল সমুহ ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিম 🙏🏻
Mon jai xikib sir
কাহি"ঘূৰোৱা আৰু ৰোৱা"তোলা"চাপৰ মাৰক চোন।
😊বজাম বাৰু লাহে লাহে
নমস্কাৰ শইকীয়া দেৱ। আপোনাৰ ঢোলবাদন সম্পৰ্কীয় ভি,ডি.অ চাই বৰ ভাল লাগে। আশাকৰোঁ নৱ-প্ৰজন্ম ই ঘৰতে সুন্দৰ কৈ বিনামূলীয়াকৈ শিকাৰ সুযোগ লাভ কৰিছে। আপোনালৈ মোৰ এটি অনুৰোধ, যদি পাৰে ঢোলৰ বোল সমূহ ইউটিউৱৰ description ত লিপিবদ্ধ কৰক। ই অতি আদৰণীয় পদক্ষেপ হ'ব বুলি মোৰ ধাৰণা। বিহুৰ আন্তৰিক শুভেচ্ছা ৰে। সেৱা ৰে....
বহুমূলীয়া মন্তব্যৰে আমাক অনুপ্ৰাণিত কৰাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনাইছো 🙏🏻 আপোনাৰ ঘৰ ক'ত বাৰু জনাবচোন।
ঢোলৰ চেও বা চাপৰ সমুহ প্ৰথমৰ পৰা দিয়ক অনুৰোধ কৰিলোঁ আৰু আপোনাৰ ফুন নম্বৰ তো দিয়ক
হয় কথাটো আমিও ভাবিছো, ঢোলৰ সবিশেষ পাঠ্যক্ৰম আকাৰে জনাবলৈ চেষ্টা কৰিম 🙏🏻 পৰামৰ্শৰ বাবে ধন্যবাদ জনাইছো।
Bhut val koi khikaisa dada
ধন্যবাদ
Bohut dhunia lagise moio aaponar video Sai Sai Dhol bojowa hiki asu
ধন্যবাদ, শিকি থাকক।
বৰ সুন্দৰ হৈছে এনে সুন্দৰ ভিদি উ আগলৈ পাম বুলি আশা কৰিলো৷
বৰদেউতা লগতে জাতনাম কেইটামানো দিবচোন।❤
নিশ্চয় দিম 🥰
নিশ্চয় দিম 🥰
Sapor 2 screen t likhi dbosn
Aromvoni seo dibo sun 🙏❤️
ঢোলবাদনৰ নে বিহুৰ?
বিহুৰ
Bordeota vall lagil apunak🙏
ছাৰ, অনুগ্ৰহ কৰি দিঘিৰঘিৰা কেনেকৈ বজায় ভিডিঅ'এটা দিবচোন।
Sir please please 🥺 khitaku khitaku .. seu to val ke khikai dibo please ❤️ sir
Vedic fast forward Sabo loga hoi
Sir muru dhul bojaboloi kikibo bohut mon jay
Sir apunar ghar dergaot nky
Golaghat town t
@@TeamLohorGolaghat offline ke dhul xikai ne
অলৱ সহজ চেও নহয় চাপৰ বা চাপ শিকাই দিয়ক
Sir,,,,, sapor bilak likhi dibosun ,,,, nohole monot rakhibole problem hoise....
Thank you sir.