O dhanshiri noi. ( অ' ধনশিৰি নৈ )
HTML-код
- Опубликовано: 21 дек 2024
- O dhanshiri noi.
অ' ধনশিৰি নৈ ।
An Assamese modern song by Dilip Das. This is collected from AIR Dibrugarh broadcasting.
কণ্ঠশিল্পী - দিলীপ দাস ।
গীতিকাৰ - নগেন বৰা ।
{ Note - The image of the person , seen in this video, is of the singer, Dilip Das.}
অনাতাঁৰ ত শুনা বৰ সুন্দৰ গীত, দিলীপ দাৰ সকলো গীতেই মোৰ প্ৰিয়।👍👍👍🥰
Eman hundor gan bhudinor past hunibo pai hukhi❤❤❤.probina ba tumak bahut dhonyabad.radiot bahut hunilu agot.ba tumar ghor kot janabasun.
মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ নাহৰকটিয়া অঞ্চলৰ চাচনী মৌজাত । অশেষ ধন্যবাদ থাকিল ।
অতি আপুৰুগীয়া গীত। বহুদিন বিচৰাৰ পাছত গীত টি পালো। গীতিকাৰ প্ৰয়াত সাহিত্যিক নগেন বৰা। আপোনাক অশেষ ধন্যবাদ
গীতিকাৰৰ নামটো জনোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
দিলীপ দাসৰ কণ্ঠ মানিব লাগিব। পুৰণি দিনবোৰলৈ মনত পৰিল
আপোনাৰ অভিমতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
মোৰ অন্যতম প্ৰিয় এই গান টি পূৰ্বতে ডিব্ৰুগড় অনাতাঁৰত সঘনাই বাজিছিল৷ বিছাৰি আছিলোঁ গানটি৷ আপোনাক ধন্যবাদ জনাইছোঁ৷
হয়, আপুনি ঠিকেই কৈছে । অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
খুব ভাল লাগিল
Bor xundar gabhir kontho
Nice 🎵
Moja dilip da🥰❤️👌🏻
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Nice Song
Thank you so much.
Dhonshiri. No. Geet to. Xunar. Bihuwan. Bihuwan diniya. Hepah. Puron. Korar babe geet upload. Kora. Mohan British gorakiloi. Aantorik. Abhinondon
Nice song