Aji pora dubosor man agot olop xikai di sil vayti ajon ne,,,vado mahor nam guwa logote negera xiki silu Bor mon ase xikibo apunar video bur sai xikim buli vabisu xohoje buji puya ke video bur pam buli Axa korilu 🙏vl lagil video tu,,,,,
মই দক্ষিণ কামৰূপীয়া নাগাৰা বজাও। দক্ষিণ কামৰূপৰ নাগাৰাৰ বজোৱাৰ শৈলী সম্পূৰ্ণ পৃথক। আমাৰ এইফালে নাগাৰা বজোৱাৰ 14 খন বাজানা বা বোল আছে বাবে আমাৰ নামক চৈতেলী নাম বোলাহয়। চৈতেলী নাম উত্তৰ কামৰূপৰ ঘোষা নামতকৈ পৃথক।
Moi negera jur ana 3 ,4 boror holhi. Keiba gorakiku tamul pan aru arihona dilu alop din hikai ari dile . Kinto moi ajiu hikibo pora nai . Apunar pori hikibo bisarisu . Moi negera jur bojabo janile namgharot ajur negera dim bulihu aag bohai thoisu . Ki korubaru porai nai bojabo . Aapunar porai hiking buli bhabilu . 🙏🙏🙏
বহুত বহুত ধন্যবাদ মই শিকিবলৈ চেষ্টাকৰিছো
বহুত ভাল পাইচু প্ৰথম পয্যায় শিকনি পাই🙏
ধন্যবাদ🙏🙏
বৰা ডাঙৰীয়া লৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপুনি বৰ সুন্দৰ কৈ নেগেৰা বজাবলৈ শিক্ষা প্ৰদান কৰিছে।সোণকালে শিক্ষাৰ্থীয়ে আয়ত্ত ক ৰিব পাৰিব। ধন্যবাদ।
Dhonyabad 🙏🙏
Thank you
Nagara bojabola bisora hokolor beba Important video . Tnq. Apunar video sai sai moi mur lorak heki asu.
Dhonyabad
Best teaching quality...ধন্যবাদ ছাৰ🙏
Dhuniya lagise dada moi bohutor video sailu kintu Karu video buji nepalu apunar video tu moi valkoi buji paisu❤
Aji pora dubosor man agot olop xikai di sil vayti ajon ne,,,vado mahor nam guwa logote negera xiki silu Bor mon ase xikibo apunar video bur sai xikim buli vabisu xohoje buji puya ke video bur pam buli Axa korilu 🙏vl lagil video tu,,,,,
বহুত ভাল লাগিল ভাইটি ,,মোৰ শিকিবলৈ বৰ ইচ্ছা আছে ,চেষ্টা কৰিম তোমাৰ videor পৰা।
প্ৰথম চালো ।বহুত ভাল লাগিল
Djonyabad🙏🙏
বৰ সুন্দৰকৈ শিকাইছে | মই শিকিবলৈ যত্ন কৰিছো...
🙏🙏
Oti hundor vabe bujai dise apuni 🙏
আপোনাৰ ভিদিঅ পৰা মই শিকিবলৈ আৰম্ভ কৰিছো, বহুত উপকৃত হৈছো,অশেষ ধন্যবাদ 🙏
🙏🙏
শিকিবলৈ ভাল লাগে
Moi prothom hikibaloi aarambha karisuhe kripaa kariba
উপকৃত হ'লো
ধন্যবাদ🙏🙏
মই নতুনকৈ শিকিছো । ৰগৰ দিব পৰা হোৱা নাই । শিকিছোহে মাত্ৰ । এচাপৰিটো ভাল দৰে এবাৰ দেখুৱাব লৈ অনুৰোধ কৰিছো । শিকিবলৈ পাই ধন্যবাদ ।
আপোনাৰ এই বোৰ ভিডিওৰ পৰা ময়ো নেগেৰা বজাবলৈ শিকিলো
সুন্দৰ 👌👌
very nice p,,dada,moiu tray kori asu
Val lagise lorak xikam dei
উপকৃত হলোঁ
Dhonyabad ❤️❤️❤️
মইও একেবাৰে নতুন আপোনাৰ পৰা শিকিম।বহুত উপকৃত হব পাৰিম বুলি আশা কৰিছো।
Dhonyabad. Nissoy mur falor pora jiman paru hohai korim
মই শিকিবলৈ আৰম্ভ কৰিছো কিন্তু ধৰিব নোৱাৰো অলপ লাহে লাহে বজাই দিলে ভাল হব |
😊
😊😊
সুন্দৰ
Moi akebare notun hoi apuner vedio tu sai val lagise🙏
ধন্যবাদ🙏🙏
ভাল লাগিছে ছাৰ
Dhonyabad
🙏🙏🙏
আপোনাৰ প্ৰয়াসৰ পৰা উপকৃত হৈছোঁ বুলি ভাবিছোঁ , এনেদৰেই সকলো বুজি পোৱাকৈ , পৰবৰ্তী খণ্ড পাম বুলি আশা কৰিলোঁ ।
Nissoy. Dhonyabad 🙏
🎉❤❤❤
সুন্দৰ দাদা
Dhonyabad ❤️❤️
Akebare new bojabo bohut mon
Nissoy, bojai jaouksun. Sestar oxadhya eku nai 👍
অশেষ ধন্যবাদ ছাৰ
🙏🙏
মইয়ো শিকিবলৈ যত্ন কৰি আছোঁ৷ আপোনাৰ ভিদিঅ সমূহে বহুত উপকৃত কৰিছে৷আপোনালৈ বহুত বহুত ধন্যবাদ৷
🙏🙏
@@PankajBora.Officialbann😮
Very very thanks
Thank you❤️❤️
মই দক্ষিণ কামৰূপীয়া নাগাৰা বজাও। দক্ষিণ কামৰূপৰ নাগাৰাৰ বজোৱাৰ শৈলী সম্পূৰ্ণ পৃথক। আমাৰ এইফালে নাগাৰা বজোৱাৰ 14 খন বাজানা বা বোল আছে বাবে আমাৰ নামক চৈতেলী নাম বোলাহয়। চৈতেলী নাম উত্তৰ কামৰূপৰ ঘোষা নামতকৈ পৃথক।
ধন্যবাদ 🙏। জানিব পাৰি ভাল লাগিল , মোৰও শিকাৰ ইচ্ছা আছে । সময় সুবিধা মিলাব লাগিব ।
@@PankajBora.Official ধন্যবাদ। মই দুটামান ভিডিও আপলোড কৰিছিলো।চৈতেলি নাম বুলি। আপুনি চালে আভাষ পাব। Watsup number দিলে দক্ষিণ কামৰূপীয়া চৈতেলী নামৰ ভিডিঅ'পঠাব পাৰিম।
Bhal lagil
Dhonyabad ❤️
মজা
Dhonyabad 🙏🙏
val lagil sir
Dhonyabad
Nice 🥰🥰
সুন্দৰ মই শিকিবলৈ ইচ্ছা কৰিছ
নমস্কাৰ দাদা, মোৰো শিকিবলৈ বহুত ইচ্ছা আছে। আপোনাৰ পৰা চাই চাই এচাপৰিটো পাৰিছো। বাকীবোৰ শিকিব পাৰিম বুলি ভাবিছো।আমি শিকিবলৈ সুবিধা হৈৱাকৈ ভিদিঅ বোৰ দিব বুলি আশা ৰাখিলোঁ । আপোনাৰ প্ৰেৰণা পাই আৰু শিকিবলৈ আগ্ৰহ কৰিছোঁ।
05
Val lagela
🙏🙏
Pankaj daa plz dhulor kochari seu tu tutorial dibo
আপোনাকে গুৰু মানি আপোনাৰ ভিডিও চাই শিকিব লৈছো আশীৰ্বাদ কৰিব
🙏🙏🙏
nice sri
Thank you
Dada diha namor khar sapori negera badon tu dekhabo sun
Nissoy
ময়ো আপোনাৰ তাত চাই শিকি আছো ৷
নমস্কাৰ দাদা , আপোনাৰ পৰা চাই চাই নেগেৰা শিকি আছো।দাদা দিহা নামৰ সহজ বুলনি আৰু ভাঙনি কিছু লিখি দিব বুলি আশা কৰিলো। আপোনাৰ প্ৰেৰণা পাই শিকিবলৈ আগ্ৰহ কৰিছোঁ।
Nissoy, Dhonyabad.
❤️🔥❤️
শিকিবলৈ খুব ইচ্ছা আছে। নাগেৰা এযোৰ কিমান দাম হ'ব আৰু কেনেকুৱা ধৰনৰ কিনিব লাগিব জনালে উপকৃত হম।
মাটিৰ লব। ৬০০ ৰ পৰা ৮০০ ৰ ভিতৰত হব।
Nice
Bhut dinor past negera video pai hukhi hlu sir
ছাৰ ভাঙণিটো অলপ আকৌ বুজাই দিয়কছোন
ভাঙনিৰ স্পেচিয়েল ভিডিঅ’ এটা দিছো। চাওকচোন
মই ও নতুন কৈ শিকিছো তাল বোৰ দিব পৰা হোৱা নাই এক চাপৰি টো ৰোগৰ বোৰ লিখি ল'ব পৰাকৈ দিব ছোনছাৰ
নিশ্চয় 🙏🙏
Namaskar dada
Namaskar..
❤️🙏🙏❤️
👍👍
Mai sikibo bisari kintu nage sesta Kari asu
Borhiya, sesta kori thakok.
Moi bura haisu kintu শিকিব বহুত মন সহায় কৰিব pls,lara sowaliko shikan mon asil bahut
Nissoy, jiman paru korim. Hikibor karone boyokhor kunu kotha nai dada, montuhe main
Moy police ror Manu hoi
👍👍❤️
দাদা আপুনি শিকাবলৈ আহে নেকি
ঘৰলৈ নাযাওঁ ।
মই নাগাৰা বজাব বিছাৰিছো
তাখি ধিনা তাখি ধিনা ধেই বজাই দিয়ক চোন অলপ মইও পাৰু
বঢিয়া । ভিডিঅ’ দিয়া আছে চাওকচোন🙏
❤❤❤❤❤🎉🎉🎉🎉🎉🎉❤❤❤❤🎉🎉🎉🎉❤
❤️❤️❤️
Hi❤
পহ
😲
👌👌
ধন্যবাদ
Moiu hikisu natun
Notun styles bul dib sun
ইমাম চেষ্টা কৰো নোৱাৰোঁ দেখুন। লিখনি খিনি এখন কাগজ লিখি দিবচোন।
Mahita Kitap khon loi lobo
Dhanyavaad
Dada mahita kitap khon kot pay jonab son barpeta road r fale pamne nejanu
মোৰ নেগেৰা আছে বজাব নাজানো। আপোনাৰ ফোন নম্বৰ দিব কথা পাতি লম এজন গুৰু লাগে.
9854057631
pongkaj dada apuni aro new grugat vedeo dib soon
Moio notun osrt kono nai xikai dib bhut mn asil nagara bojab
Nissoy.9854067631 contact koribosun
Moi bojabo pora nai
Paribo. Sesta neribosun 🙏🙏
Moi negera jur ana 3 ,4 boror holhi. Keiba gorakiku tamul pan aru arihona dilu alop din hikai ari dile . Kinto moi ajiu hikibo pora nai . Apunar pori hikibo bisarisu . Moi negera jur bojabo janile namgharot ajur negera dim bulihu aag bohai thoisu . Ki korubaru porai nai bojabo . Aapunar porai hiking buli bhabilu . 🙏🙏🙏
Apunar phone number to pale hukhi hom
Muru hikibo mon ase Val koi porai nai
❤️❤️
tinisapri bsja su
😂 মোৰ কোনো লগ নাই শিকাৰ
ভালকৈ বুজি পোৱা নাই
Headphone use kori saoksun. Room r vitorot babe sound tu olop problem hoise baru !
Nice
Thanks