বিশ্বজিৎ গগৈৰ নেগেৰা বাদন // BISWAJIT GOGOI //PITY BORA // PRANJAL DAS// DIHANAAM // NAGARA BADON

Поделиться
HTML-код
  • Опубликовано: 20 янв 2025

Комментарии • 1,3 тыс.

  • @parthaprotimgogoi15
    @parthaprotimgogoi15 3 года назад +69

    বহুত নেগেৰা বজালু, বহুত নেগেৰা বজোৱা দেখিবলো । কিন্তু আপোনাৰ নিচিনা আজিলৈকে দেখা পোৱা নাই। ভগৱানে কৃপা কৰক । অবশেষত কবলৈ লৈছো কৃষ্ণ 🙏🏻

  • @spk5536
    @spk5536 3 года назад +15

    কি বাঁহীৰ সুৰ কি নাগাৰা বজাইছে অ এনে লাগিছে যেন চাইয়ে থাকিম সুন্দৰ সুন্দৰ ❤❤❤❤❤❤❤

  • @pranabjyotigogoi5497
    @pranabjyotigogoi5497 3 года назад +10

    শিল্পীজনৰ প্ৰতিভাক মানিছো দেই। ইমান সুন্দৰ বজাইছে।

  • @bijoykumarmusical
    @bijoykumarmusical 3 года назад +16

    বিশ্ব দাৰ হাতৰ কি ৰগৰ কবলৈ ভাষা নাই ॥ 🙏🙏🙏🙏🙏

  • @gurukulamlikes6564
    @gurukulamlikes6564 4 года назад +7

    বহুত ভাল লাগিল নাম সাৰ শুনি very nice voice God bless you . অনুপম দা ,বিতুপন দা বহুত বহুত ধন্যবাদ জনালোঁ এই videoটো আমি অধমলৈ আগবঢ়োৱাৰ কাৰণে Thank you very much all group

  • @noyanmonisaikia8685
    @noyanmonisaikia8685 5 лет назад +13

    সুন্দৰ পৰিবেশন ❤ সুন্দৰ কন্ঠ❤ নেগেৰা মেইন😍😍💓

  • @anuragnath4642
    @anuragnath4642 3 года назад +7

    বহুত ভাল মজা হৈচে😘👍👍🙏

  • @durlovesaikiachannel3286
    @durlovesaikiachannel3286 3 года назад +16

    সচাকৈ,, ভাবিব,নোৱাৰা,, নেগেৰা ৰগৰ,, এনেকুৱা প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আমাক এখন মন্সৰ দৰকাৰ,,লগতে তেখেতৰ লগতে সকলো লৈকে,, দীঘলীয়া আয়ুৰ কামনা কৰিলোঁ।। কৃষ্ণ 🙏🙏 বৈষ্ণৱ সৱ কৃষ্ণ

  • @jadumonidas8357
    @jadumonidas8357 3 года назад +6

    ধুনীয়া হৈছে নেগেৰা বাদন আৰু গোটেই নাম শাৰেই ভাল হৈছে 👍

  • @ৰংমনচাংমাই
    @ৰংমনচাংমাই 3 года назад +9

    অতি সুন্দৰ। বুজাই কব নোৱাৰা এটা সুখ পালো। ভগৱানে কৃপা কৰক। 🙏🙏🙏🙏🙏

  • @diputjalkataki573
    @diputjalkataki573 3 года назад +8

    নেগেৰাৰ মাতে অসম পোৰা ৰজনজনাই দিছে বহুত ভাল বজাইছে দাদাই।

  • @জুবিনদাৰপ্ৰেমিক

    কি সুন্দৰ বজাইছে।wonderfull

  • @parthabora7594
    @parthabora7594 5 лет назад +22

    নেগেৰাই জুই লগাই দিছে .......বিশেষকৈ ৰগৰটো যে গুলি... 🤗❤

  • @bisheswarborah5639
    @bisheswarborah5639 4 года назад +7

    One of the best... Negera badon.. Thanks so much Biswajit Gogoi.. Really best perfomance..

  • @nayanmonidutta9768
    @nayanmonidutta9768 5 лет назад +30

    অতি সুূন্দৰ \ নেগেৰা, বাঁহী ,নাম সকলোৱে মিলি সুন্দৰ পৰিবেশৰ সৃষ্টি কৰিলে \ সুমধুৰ বাঁহীৰ মাত ,সুন্দৰ ৰগৰেৰে নেগেৰা বাদন সঁচাকৈ অপূৰ্ব. ....

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад +1

      ধন্যবাদ ধন্যবাদ ধন্যবাদ

    • @jugaldeka.3848
      @jugaldeka.3848 5 лет назад

      বাইদেউ নমস্কাৰ। আপোনাৰ নম্বৰ টো দিব নেকি? নেলী আমচৈ নাম পাৰ্টী। ফেচবুকত দিব।

    • @nayanmonidutta9768
      @nayanmonidutta9768 5 лет назад

      @@jugaldeka.3848 নমস্কাৰ, নম্বৰটো কিয় লাগে বাৰু? এনেদৰে অপেনলি দিবলৈ অসুবিধা ...

    • @jugaldeka.3848
      @jugaldeka.3848 5 лет назад

      @@nayanmonidutta9768 যদি আপোনাৰ নম্বৰটো দিবলৈ অসুবিধা হৈছে। তেনেহলে দিব নালাগে বাৰু। কিন্তু মই বেলেগৰ দৰে দালাল নহয় ন বাইদেউ।

    • @nayanmonidutta9768
      @nayanmonidutta9768 5 лет назад

      @@jugaldeka.3848 তুমি ভুল নুবুজিবা | মই ইয়াত নম্বৰ দিলে তোমাৰ বাহিৰেও সকলোৱেই পাব, নহয় জানো | তোমাকতো মই দালাল বুলি কোৱা নাই...

  • @singleboy4546
    @singleboy4546 3 года назад +2

    ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাই ভাল লাগিছে আৰু ভিডিঅ'আপলোড কৰিব

  • @nilakhisonowal5032
    @nilakhisonowal5032 4 года назад +3

    Bohut dhuniya ...hunile huni thakib mon jai krishna 🙏🙏🙏💕💕💕

  • @rumabordoloi2713
    @rumabordoloi2713 5 лет назад +3

    Bohut hundor apunaku agrohi jen dekha pai bhal lagil

  • @Dreamlife-assam
    @Dreamlife-assam 5 лет назад +7

    কৃষ্ণ...বান্ধব কৃষ্ণ।
    থৰ লাগি চাই আছো। অতি সুন্দৰ

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад +1

      🙏🙏🙏🙏🙏 ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @amritmon7885
    @amritmon7885 5 лет назад +3

    Mojhaaa..khosa bohut val lagile apurboh....

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @sikhatalukdar8735
    @sikhatalukdar8735 4 года назад +3

    বাহ !বাহ ! বাহ ! কি সুন্দৰ | তুলনাবিহীন | চালে চাই থাকিবৰ মন যায় | ধন্য ধন্য তুমি অসমী আই .....

  • @dhontiraidehengiraidehengi5844
    @dhontiraidehengiraidehengi5844 5 лет назад +2

    Bohut huwad lagil kintu ..hidoi sui goise .bhut bhut Val lagile👏👏👏👌👌👌👌

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 5 лет назад +4

    অতি সুন্দৰ বিশ্ব দা ।। তেওঁৰ বাদন শৈলী অতিকৈ মনোমোহা ।।শিৱসাগৰৰ বাবে গৌৰৱ আমাৰ বিশ্ব দা ।। লগতে বিতোপন দা আপোনালৈ বহুত ধন্যবাদ জনালোঁ এনেকৈ পৰিৱেশন কৰোয়াত সুবিধা কৰোৱাৰ বাবে।।

  • @piyanwow447
    @piyanwow447 11 месяцев назад +2

    প্ৰভুসকল কৃষ্ণ, নমস্কাৰ জনালো। অভূতপূর্ব,অতি সুন্দৰ।

  • @nipongogoi3009
    @nipongogoi3009 5 лет назад +3

    Bishaw da logot tingkhang or Vawnat Bahi bojai silo ....Aji pregame tu sai bohut val lagil...many many Thanks

  • @royalfflegend4363
    @royalfflegend4363 5 лет назад +2

    মই বহুতবাৰ চালোঁ ভিডিঅ টো, সচাকৈ সুবেই ধুনীয়া লাগিছে৷৷

  • @AmarBarman
    @AmarBarman 5 лет назад +14

    অসমৰ কলা সচাই মনমোহা এই কলা আপুৰুগিয়া হৈ ৰওঁক বহু যুগ যুগ লৈ

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @mamoniboruahchutia5012
    @mamoniboruahchutia5012 5 лет назад +11

    মই ও এজন নেগেৰা বাদক , কিন্তু আপোনাক লাগি মই সামান্য ধুলি কনা,ভাল লাগিল

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @pranjalkalita6268
    @pranjalkalita6268 5 лет назад +83

    এনেকুৱা নাগাৰা বাদন জীৱনত দেখা নাই ...... বাহঃ বাহঃ.... কি বজাই হে.... চাই এ থাকিম যেন.. চাই এ থাকিম যেন.. যিমানেই নাচাও কিয় হেঁপাহ এ নপলাই .... ধন্য তুমি অসমী আই এইসকল অতি পাৰ্গত শিল্পীক পাই....আৰু এটা কথা কৈ নগলে আধৰুৱা হব.... এই মৰম লগা প্ৰীতি দা তো যে বৰ খুহুতীয়া দেই......

  • @tanmoitagarchetia9326
    @tanmoitagarchetia9326 5 лет назад +4

    সঁচাই অতি সুন্দৰ বজাইছে,, তেওঁক সেৱা জনাইছো ।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @unitedfc8150
    @unitedfc8150 3 года назад +4

    জয় ৰাম, কৃষ্ণ ৰাম, ভগৱানে আশিৱাদ ,কৰক,

  • @niranjandas8195
    @niranjandas8195 3 года назад +1

    Dhuniya hoise, Val lagil, moja bojaise de,

  • @pratapsarmah2324
    @pratapsarmah2324 4 года назад +5

    বিশ্বজিৎ গগৈ আপোনাৰ অনাগত দিন বিলাক সুন্দৰ ‌হওক, প্ৰতাপ শম্মা,

  • @pankajborah6829
    @pankajborah6829 5 лет назад +2

    Wow ki xundor bah bhut dhunia lgil xokoluke dhoinyobad

  • @rajibborah8375
    @rajibborah8375 5 лет назад +3

    অতি সুন্দৰ নেগেৰা বাদন,,,জীৱনত প্রথম দেখিলো এনে নেগেৰা বাদন,,,বাঁহী,গীত সুব ধুনিয়া হৈচে |

  • @nikhilkrmohan4277
    @nikhilkrmohan4277 5 лет назад +2

    Oti hundar Val lagil. Aru..Biswajit dar. Nagera badon. Video. Bonabosun. Moi bohut Val paw Nagera .bojabo. hikisu. Krishna 🙏🙏🙏

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @DhritimanZoomer
    @DhritimanZoomer 5 лет назад +3

    আজি প্ৰথম দেখিলো..... এনেকুৱা নাগাৰা নাম...... বহুত ভাল লাগিল।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @rashmiphukon5552
    @rashmiphukon5552 4 года назад +2

    হৃদয় চুই গ'ল ।কৃষ্ণ 🙏🙏🙏

  • @borahlalit9320
    @borahlalit9320 5 лет назад +4

    কাইদৌ 🙏🙏🙏 জনাইছোঁ আপোনাক । আপোনাৰ নেগেৰা বজোৱা ভাল লাগিল । আপোনাৰ দিৰ্ঘায়ু কামনা কৰিলোঁ 🙏🙏🙏

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @ipg9121
    @ipg9121 4 года назад +2

    Big salute...nagara paribekhan kora jonoloi logote bahi bojuwa jonoloi🙏

  • @rajibkonwarrajibkonwar5108
    @rajibkonwarrajibkonwar5108 2 года назад +4

    বাঁহী মাত, নেগেৰা লগতে সংগী সকলো লৈ অশেষ ধন্যবাদ, কৃষ্ণ কৃষ্ণ ,,

  • @dibyajyotideka3041
    @dibyajyotideka3041 3 года назад +1

    Best ever...Biswa and Hemanta Gogoi ❤️❤️❤️

  • @gayatreedeka9427
    @gayatreedeka9427 5 лет назад +8

    আজি মোৰ মনটো সচাকৈয়ে ভাল লাগিল। কিয়নো এনেকুৱা এটা সুন্দৰ অনুষ্ঠান চাব পোৱা বাবে।সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলো।

  • @bishnugogoi1597
    @bishnugogoi1597 5 лет назад +2

    Negera bojaixe kin2😍😍..1st dekhixu aji❤️❤️❤️

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @RanjeetChangkakoti
    @RanjeetChangkakoti 3 года назад +3

    ভাল লাগিল ❤️👍🙏

  • @subhangogoi5283
    @subhangogoi5283 5 лет назад +2

    Krishna.. Biswajit Dev. Apunar bhobishyot jibonr Protitu khyon aru adhoik agbarhi jaboloi Bhogobane humoti diyk tar kamona korilu.. Dhoinyabad thakil bahu bahu !!!!

  • @debajitneog9926
    @debajitneog9926 4 года назад +3

    বিশ্ব দাৰ নেগেৰা বাদন চাই শিহৰিত হৈ পৰিলো। আকৌ এবাৰ প্ৰীতি দা আৰু বিশ্ব দাৰ এটা যুগলবন্দী চাব পাম বুলি আশা কৰিলো লগতে আপোনালৈ ও কৃতজ্ঞতা জ্ঞাপন কৰিলো। বিশ্ব দা আপোনাৰ big fan হৈ পৰিলো আজিৰ পৰা।

  • @voiceofpranabmedhipathk
    @voiceofpranabmedhipathk 5 лет назад +1

    সচাই বৰ ধুনীয়া বজাইছে,,,, মজা মজা মজা

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @bipulkumardas9275
    @bipulkumardas9275 5 лет назад +3

    সুন্দৰ বাদন । আচল শিল্পীসকল আমাৰ গাৱতেই লুকাই আছে ।

  • @siddharthboruah9040
    @siddharthboruah9040 4 года назад +1

    Wahhh bor dhuniya bojaise negera jur... Awesome👏👍

  • @jituburagohai7535
    @jituburagohai7535 5 лет назад +10

    Wonderfull performance and best contribution to build assamese rich culture to accived highest peak at international level. Keep it up

  • @papuchetia4751
    @papuchetia4751 5 лет назад +2

    বিশ্বদা,পিটিদা আপোনালোকক অনুপম-বিতুপন চেনেলৰ যোগেদি চোৱাৰ সৌভাগ্য ঘটিল,আপোনালোকৰ সকলোৰে মংগল কামনা কৰিছো,মনুজদাকো মংগল কামনা কৰিছো

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @travelingblogsandcultural996
    @travelingblogsandcultural996 5 лет назад +4

    বাহ! অপূৰ্ব । নেগেৰাৰ জাৰন দেখিয়ে বুজিছো , খাতি গাওঁলীয়া ডেকা ।।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад +2

      হয় হয়..ৰাম জাৰণ.....ধন্যবাদ

    • @bishwajitgogoimusical442
      @bishwajitgogoimusical442 5 лет назад +2

      Thnqu dada

    • @travelingblogsandcultural996
      @travelingblogsandcultural996 5 лет назад +1

      @@bishwajitgogoimusical442ভাদ মাহ, আমাৰ এতিয়া চিজন আৰু ন বিতুপনদা আৰু বিশ্বদা ।। গাওঁৰ পৰিবেশ গাওঁলীয়া ডেকাইহে বুজিব ।। দুয়োজন আগুৱাই যাওক ।

  • @labagoswami1539
    @labagoswami1539 5 лет назад +1

    ধুনীয়া লাগিছে দাদা ।ধুনীয়া বজাইছে

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @madhujyaburagohain1308
    @madhujyaburagohain1308 5 лет назад +3

    Ultimate biswa daa...bohut besi vaal laagil...

  • @rubisaikia2842
    @rubisaikia2842 4 года назад +2

    বাহ।কি।সুনদৰ।হৰি।বোল।অসমীয়াৰ।গৌৰৱ।সকলোকে।ধনৈবাদ।হৰি।বোল।

  • @sumotigogoi243
    @sumotigogoi243 5 лет назад +4

    বিশ্ব, তোমালৈ সদায়ে আশীৰ্বাদ অাছে, থাকিবও।

  • @rupamdeka9495
    @rupamdeka9495 4 года назад +1

    Outstanding Bitupan da mon sui gol

  • @p.gvlogscharaideo9332
    @p.gvlogscharaideo9332 5 лет назад +3

    Faaali disaaa nageraa 😍😍😍

  • @sangramborah6872
    @sangramborah6872 3 года назад +2

    Ki kom dada aru vaxa nai prokax krib.. bht xondar hoice ❤️❤️

  • @jibonneog8475
    @jibonneog8475 5 лет назад +6

    অসমৰ বিহু আৰু লোকবাদ্যৰ শিল্পী সকলৰ প্ৰতিভাক এনেদৰে চিনাকি কৰি দিয়াৰ বাবে, আপোনালোকক ধন্যবাদ জনাইছো

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @parashsaikia7882
    @parashsaikia7882 5 лет назад +1

    বৰ ধুনীয়া হৈছে👍👌।

  • @bikisaikia8351
    @bikisaikia8351 5 лет назад +15

    ধন্যবাদ দাদা ইমান ধুনীয়া হৰিনাম এটা উপহাৰ দিয়া বাবে । ইমান ভালকৈ নেগেৰা বজোৱা মই কেতিয়াও দেখা নাই ।মোৰ বিৰাত ভাল লাগিছে । তেওঁক লৈ আৰু দুই এটা মান দিব ভিডিঅ' আৰু আপলোড দিব মই অনুৰোধ কৰিলোঁ

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ 🙏🙏🙏🙏🙏

  • @dr.binodgogoi3642
    @dr.binodgogoi3642 5 лет назад +1

    বৰ ভাল লাগিল ৷ সুন্দৰ !

  • @bituponbora7658
    @bituponbora7658 5 лет назад +27

    অসমৰ বিহু আৰু লোকবাদ্য ৰ শিল্পীসকলক এনেদৰে আগুৱাই নিয়াৰ বাবে ধন্যবাদ আপোনালৈ ।।। সুন্দৰ নেগেৰা বাদন।।।

  • @nituldutta4905
    @nituldutta4905 5 лет назад +1

    Bahut dhuniya lagil ...anupom da ...Bahut bahut dhanybad

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @sumangaldutta9637
    @sumangaldutta9637 4 года назад +5

    এ মজা

  • @bitupanphukon6329
    @bitupanphukon6329 5 лет назад +1

    Bahut....................mojja da

  • @rahulgogoi7272
    @rahulgogoi7272 5 лет назад +4

    Ratipuaii.....kiba antorkhn haat pori gol.....wahhh biswa kokai....apuni hosaiii oprotidondii...amar gaurab ohonkar @biswajit gogoi da....piti daiu bhttt hundor gaisee.....enekoie jen axomiya hongskriti protijon axomiyar hire hire biyopi thakok....biswa da, piti da,bitupan da apunaluk eaar dhojabahok❤

  • @nitulassam5123
    @nitulassam5123 4 года назад +1

    ইমান ধুনীয়াকৈ নেগেৰা বজাইছে ,, এটা লাইক দিয়া সকলোকে কৈছোঁ ৷ এটা লাইক দিয়া ৷

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @swagotsyamolbora869
    @swagotsyamolbora869 5 лет назад +3

    Biswa daa.... Jharise deii eisat... Piti daa u jui 🔥

  • @aadhyaatmiktatva
    @aadhyaatmiktatva 5 лет назад +1

    বহুত সূন্দৰ লাগিল ।

  • @nituofficial5483
    @nituofficial5483 3 года назад +3

    Love from gohpur ♥️

  • @emamulhussain7909
    @emamulhussain7909 5 лет назад +3

    Wahhhhhh....... Super.... Awesome. ..... fantastic. .....
    Mozzzzzza lgil ❤❤❤❤ Xilpi xokol kin2 awesome

  • @BhabaBihuDAS
    @BhabaBihuDAS 5 лет назад +4

    Guli pura ...🔥🔥🔥 Logai dse pura

  • @pranjalbora8855
    @pranjalbora8855 4 года назад +1

    ধুনীয়া হৈছে , আগুৱাই যাওক আপুনি

  • @pronabjyotiduarah2601
    @pronabjyotiduarah2601 5 лет назад +41

    বিতোপন দা আপোনাৰ চেনেল টো অসমৰ প্ৰতিভাৱানলোকৰ ইণ্টাৰভিউ বোৰ চাই বহুত ভাল লাগিছে ...সঁচাকৈ অসমৰ প্ৰতিভাৱান লোকৰ প্ৰতিভাৰ অভাৱ নাই ....আৰু নতুন নতুন ভিদেও চাবলৈ পাম বুলি আশা কৰিছোঁ...
    .

  • @dimpalsaikia8229
    @dimpalsaikia8229 5 лет назад +1

    বহুত ধুনীয়া বজাইছে ককাইদেউ

  • @chandrakantachetia6408
    @chandrakantachetia6408 5 лет назад +1

    বহুত বহুত ভাল লাগিল

  • @বিশ্বজিৎগগৈ
    @বিশ্বজিৎগগৈ 5 лет назад +5

    ৰাতিপুৱাই মনটো ভাল লাগি গল ,,ধন্যবাদ

  • @simantaentertainment6702
    @simantaentertainment6702 5 лет назад +1

    Moja dei.... Bohut val lagilll

  • @ajitneog686
    @ajitneog686 5 лет назад +3

    সচা কৈ সুন্দৰ হৈচে পৰিবেসন

  • @bitupongogoiyoutuberworld8888
    @bitupongogoiyoutuberworld8888 Год назад +1

    হৰি হৰি । মই অবাক হলো আও

  • @sumitranjan1250
    @sumitranjan1250 5 лет назад +6

    Mozza... Reality show t jabo lage

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @rohitborah5889
    @rohitborah5889 5 лет назад +2

    জুই জুই

  • @জয়ন্তনাথ
    @জয়ন্তনাথ 5 лет назад +7

    নাম গাওঁতা জনক প্ৰনাম তেওঁ একেলগে দুয়োটা কাম অহ মাই দগছ্ বিচুৰ্তি মই, সকলোলৈকে বহু বহু মৰম ও শ্ৰদ্ধা জনালোঁ। অসমীয়া সকল কোনো দিশৰ পৰাই কম নহয় দেই

  • @biplabborgohain6542
    @biplabborgohain6542 4 года назад +1

    অতি সুন্দৰ বহুত বহুত ভাল লাগিল ।

  • @dibyajyotisaikia
    @dibyajyotisaikia 5 лет назад +5

    Outstanding perdormance..
    Biswajit Pity duyujanei, mind blowing

  • @nitucreation3387
    @nitucreation3387 4 года назад +1

    Bhut dhuniya lgise negera badon ❣️

  • @DhritiRajMohan
    @DhritiRajMohan 5 лет назад +3

    Videotuye ratipwa2 khub hundor kori tulile aji💕

  • @bhubanborah4233
    @bhubanborah4233 4 года назад +1

    Moja bojaise.. Thank you bitupan da Anupam da..

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @sumangaldutta9637
    @sumangaldutta9637 4 года назад +3

    বহুত ধনীয়া

  • @ultapultajd4343
    @ultapultajd4343 2 года назад +1

    Biswjit da negera bojaise mane ru jui🔥🔥🔥🔥

  • @juribaruah221
    @juribaruah221 4 года назад +5

    Wonderful performance .Krishna 🙏🙏🙏

  • @debajitgogoi8157
    @debajitgogoi8157 5 лет назад +3

    Xundor ..Rati pua sai mn2 Vl lagil

  • @kumudkakati1284
    @kumudkakati1284 5 лет назад +3

    সুন্দৰ

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @bipulborah9233
    @bipulborah9233 2 года назад

    কৃষ্ণ কৃষ্ণ, মজা ঈশ্বৰে মঙ্গল কৰক।

  • @binodrabha1143
    @binodrabha1143 3 года назад +3

    শুনি থাকিলে শুনি থাকিব মন যায় ।

  • @taunardon5236
    @taunardon5236 3 года назад +1

    সুন্দৰ লাগিল দেই

  • @pranjaldas716
    @pranjaldas716 5 лет назад +3

    Bhal lagil dai bitupon......and bohut bohut dhoinbad tumak...aikhin hujug dia krne..tumar chanel ot.....dhoinobad..🙏🏻