নয়ন নীলিমে বিয়া পাতিলে নে?| Nayan Nilim Full Interview 2022
HTML-код
- Опубликовано: 23 сен 2022
- আমি অসমীয়া হৈ কিয় নোৱাৰিম?: Nayan Nilim | Full Interview
#jssunscripted #nayannilim #assameseinterview
Nayan Nilim is an Assamese actor. He acted in several Assamese movies namely Junbai, kuwor puror kuwor, bondhu and many more. His one of dialogue damfull is very famous.
Created by: Mustaq Ahmed
( mustaq_h_ahmedd...)
Anchor: Himashree Saikia
( himashree_m_sai...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
Connect with us on Social media.
FB:
profile.php?...
INSTA:
jumpingspiderst... - Развлечения
জুনে জুনে নয়ন নীলিম দাক ভাল পূৱা এটা এটা লাইক 👍👍 কৰি দিয়া (🥰দেমফুল 🥰)
Sala demful....
@@dipangkardas8041 🥰🥰🥰🥰🥰✨✨✨🥰✨
ruclips.net/video/30JYK16rAGY/видео.html
@@dipangkardas8041 qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
সৰুৰ পৰা যেতিয়া পৰা অসমীয়া চিনেমা জগত খন দেখিছোঁ তেতিয়াৰ পৰাই আতাইতক প্ৰিয় মানুহ জন ❤️ " এই দেম্ফুল "।❤️# Nayan nilim dada 💚
এজন সহজ সৰল অভিনেতা 💗💖
সদায় প্রিয় দেমফূল কাই 😍✨💖
আগৰ কথা বোৰ পাহৰি আগুৱাই যাওঁক আপোনাৰ লগত অসম বাসী আছোঁ ❤️আপোনাক দুৰ্বল হোৱা যেন লাগিছে দাৰি খিনি কাতি আগৰ দৰে হব সুন
শৈশৱৰ অন্য এক স্মৃতি " জোন বাই"...
Namskar sir
এই লোকজনৰ অন্তৰখন বহুত খোলা । কোমল অন্তৰৰ মানুহ । নহলে কোনোবাই জানো নিজৰ HSLC ৰ percentage r katha koi ! Really straight forward person he is, no doubt ! Keep going bro'.
বৰ সহজ সৰল অভিনেতা৷বহুত দিনৰ মুৰত দেখিলো প্ৰিয় অভিনেতা জনক৷
Nice dada
প্রিয় অভিনেতা জন ❤️ ডেমফুল 🔥😍
বহু বছৰৰ পিছত ভাল লগা মানুহজনক দেখিলোঁ, সেই মাৰ্বল গুটি খেলোৱা বয়সত যাক নেকি দডেমফুল বুলি জানিছিলোঁ,,,, সেই প্ৰিয় মানুহজনক আজি বহু বছৰৰ অন্তত দেখি কিবা এটা ভাল লাগি গল,,, নয়ন দাক অকণমান দূৰ্বল হোৱা যেন লাগিছে, ভগৱানক এটাই কামনা এই মানুহজনক যাতে কুশলে ৰাখে,❣️কোঁৱৰ পুৰৰ কোঁৱৰ❣️ ছবি খনত যেনেকুৱা figger দেখিছিলো সেইটো figger আৰু হোৱাটো আৰু বিচাৰোঁ 🙏🙏🙏Love you নয়ন Da,gd bless you 💕🙏
সদায় বিতৰ্কৰ পৰা আঁতৰত থকা Demful da❤️❤️💌
নয়ন দা মোৰ প্ৰিয় , আৰু নয়ন দা যি কথা কয় অন্তৰ ৰ পৰা কথা কয় যেন মোৰ অনুভৱ হয় সেইবাবেই মোৰ অতিকে প্ৰিয়❤️❤️
I always love you Nayan da ❤️ God bless you Dada, নাজানো দাদাক দেখি কিয় চকুপানী ৰখাব পৰা নাই😭😭😭
Kio nu😖
Same
কি লাভ কানদি
আন্তৰিক শুভকামনা যাচিলো ডেমফুললৈ 👍 আগন্তোক দিন বোৰ উজ্জ্বলি উঠক , ভবিষ্যতটো অতিকে অৰ্থবহ হওক , গুনমুগ্ধই যাতে সঘনে সাক্ষাতকাৰ দেখিবলৈ পায় 👍💪
ষ্য
নয়ন নীলিম তুমি কিয় সাধাৰন বুলি কোৱা তো ভূল তুমি এজন খুব ভাল ডাঙৰ অভিনয় আগ শাৰি
প্ৰিয় অভিনেতা জন❤ দাদাৰ প্ৰতি খন চিনেমাই সৰু কালৰ পৰাই প্ৰিয়।❤
His honesty is reflecting through his answer on percentages in HS & HSLC... HONEST MAN 🙏
সঁচাকৈ বহুত ভাল লাগিল নয়ন দাক দেখি🧡🧡 সুব সহজ সৰল এজন অভিনেতা😍😍
নয়ন নিলিম দা আপোনাক বহু দিনৰ পৰাই চাৱ মন আছিল আজি দেখা পালো বহুত ভাল লাগিল দাদা আৰু দাদাৰ হাহিঁটো বহুত ভাল লাগে ❤❤❤❤❤❤❤❤❤❤❤
দেম্ফুল da all time favourite 🙏❤️👍💥😘
প্ৰিয় অভিনেতা❤️
প্ৰিয় অভিনেতা ❤❤❤❤
ruclips.net/video/30JYK16rAGY/видео.html
nayan dak bohut dinr murt dekhi montu bohut val lagi gol
Nayan da breakup pasot change hoi gol..shyamontika boht beya krle.. full strong and mature hoi gol atia
2mi asa nhoi 😲🤘🏻🤘
বন্ধু মানে পৱিত্ৰ। গতিকে বন্ধুৰ প্ৰেম সদাই অতীনদীয়
Physical love is meaningless but Divine love is ever green remaining from life to live with long ago.
Nayan Dr ktha khini vl lagile
Uff kotha bur xuni thakibo mon jai Nayan da r.. Eman xohoj xorol manuh teu ❤️❤️ vale thakok xodai dada.. Bondhu sam ❤️❤️❤️ love fm Nagaon ❤️
Tomr Instagram or nam tu ki o
প্ৰিয় মানুহজন❤
আজি পুনৰ মোৰ প্ৰশ্নটো সুধিলে।ভাল লাগিল।
Fantastic ...Nayan Nilim is my favourite actor🧡💛💙💚
বহুত Motivate হ'লো দাদা। Thank you
অন্তৰৰ আৰু মূখৰ কথা কিছু পাৰ্থক্য আছে । অন্ৰৰত যি অনুভূতি প্ৰকাশ কোনেও নকৰে । মই কিন্ত মন আশা বুজি পাওঁ ।আমি কিন্ত আশা নকৰো । কথাটো হল আমি সকলোৱে একে লগে ডাঙৰ সৰু একে লগে হাঁহি ধেমালি কৰিছিলো । সেই দিন ঘূৰি নাহে । ধনয়বা ভিডিঅটো দেখূৱাৰ বাবে । লাইক কৰিছো ।
Moi bht vl paw tmr avinoi...emn xaral manat lora
One of my fvrt actor in Assamese film industry ❤️ .....love from NAGAON❤️
কথাৰ মাজত কোৱা সেইগতিকে শব্দটোৱে সঁচাকৈ সুখ দিলে।অন্ততঃ So শব্দটো অসমীয়া কথাবতৰাৰ মাজত বৰ অশোভনীয় হয়।
প্ৰিয় অভিনেতা ❤️
Dadar abhinoy val lage. Val kam kori thoise tekhete. Dada apunar monot dukh ase bohut..apuni kheitu lukuai rakhibo pora nai..pls take care of yourself..love for you.
প্ৰিয় অভিনেতা
বহুত ভাল লাগিল
প্ৰিয় অভিনেতাজন।বহুত ভাল পাওঁ আপোনাক আৰু আপোনাৰ ব্যক্তিত্বক। সুখী হৈ থাকক।
Interview Tu hosae buhut fruitful hoice and very satisfying. Nayan nilim dai jiwonor kotha koi ase actually. Val lagil. I can relate him. Thanks Nayan Nilim da
সদাই ভাবি থাকো, social mediaত দেখা পোৱা নাই,কি কাৰণত, আজি দেখা পায় বহুত বহুত ভাল লাগিছে ও, মই আপোনাক বহুত ভাল পাওঁ, আজি দেখা পায় বহুত সুখী, আগলৈকে উজ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ happy journey
My favorite actor ❤
বিতৰ্কৰ পৰা আঁতৰি থকা অভিনেতা জন।🔥♥️♥️😔
Nayan Nilim is the best evergreen Hero of Assamese Film industry.... Very kind person....
l always lovu nayan damn❤❤❤god bless you dada,নাজানো দেখি কিয় চকুপাণী ৰখাব পৰা নাই😭😭😭😭😭😭😭
দাদা আপোনাক দেখি আজি বহুত দুখত থকা যেন লাগে আপোনি আগৰ দৰে থাক আমাৰ সকলো ভাল লাগিব আৰু আপোনি আগৰ দৰে হাহি থাক
Love ♥️ you Nayan Nilim dada . All the best for the movie. Your dedication to Assamese film is impressive,👏👏👏👏👏👏👏
নয়ন দা❤️ মোৰ প্ৰিয় অভিনেতা 🤗❤️.......
তেখেতৰ আহিব লগা চিনেমা (বন্ধু) চুপাৰ হিট হ'ব💖💖
Always with you Nayan Nilim Daa. Love you❤❤
Bhut vall lagil.. Nayan da hodai priyo.....! Lv from lakhimpur
মোৰ এজন প্ৰিয় অভিনেতা আৰু শিল্পী ❤️❤️❤️
Bal
@@digantadas8639 কণী2
ধুনীয়া . . . ভাল লাগিল nayan da আপুনি সদায় প্ৰিয় !!!❤️❤️❤️❤️
Nayan nilim da mur favourite hoi.. Lorali dinot damful sai dangor hua.. Apunar acting sai bht bht bht val lgisil. Apunak hodai aitu rupote hodai sabo bisaru.. Apunak hodai cinema hallote sabo khuju serial ba youtubeor videot sabo nibisaru.. Apuni amar bbe megastar, superstar aru Godfather.. love u so much 😘😘😘😘❤️❤️❤️❤️❤️
একেবাৰে সহজ-সৰল মানুহ।মোৰ প্ৰিয় অভিনেতা নয়ন নীলিম।
মোৰ প্ৰিয় কণ্ঠশিল্পী এক্টৰ🔥🔥💙♥️💪 💪💪
Xosa mr Noyon dak bhut val lage mor favourite actor ❤️❤️❤️
Nayan Nilim da.. bhut motivate manuh hoi .. Nayan da ... Love you 💝🤝😍
Mojjja lagise de
নয়ন দা বহুত change হল love you নয়ন da বহুত miss কৰি আছিলো 🙏🙏🙏নয়ন da film আগতে বহুত চাইছিলো এতিয়া নাই কি হল
এজন সুন্দৰ অভিনেতাৰ কথাখিনিক সন্মান জনালো। ধন্যবাদ নয়ন দা।
Thanks for this vedio
1of my favourite assamese actor all time 💗💗💗
I love him.... I like him..... Lots of love❤❤
He seems to be unhappy within... I hope to see him happy, always! ❤
Shyamontika hobo paare reason
এটা কথাই কম..... সলনি বহুত হ'লা! বিতৰ্ক পৰা আঁতৰত থকা এজন অভিনেতা! তোমাৰ প্ৰতিভা বহুত পৃথক৷ মই বুজো ৷৷
Moja Lagise Nayan Daa... Love from Sivasagar.
Nyan daak buhu dinr murot dekhilu Val lagil interview tu❣️
নয়নদা বেক মেইল কৰিছে নেকি?
Nyan you are don't worry God will help you
Aa
নয়ণ দাদা কাক বিয়া পাতিব
Nice song
Nayan da youtube chanel ata khuliba... Apunar Daily vlog sabo bisaru..
Val motivation palu dei... Nayan da love you n ba apunako buhut val lage 😍😍
Bohut Val lagil nayan daak akou enedore dekhi...bohut childhood memory ase Demful character r logot
Fvrt actor of Assamese 💌❣️
My Favorite Nayan Da❤🔥😘
Nayan da mur all time fvrt Assamese actor. Abeli gantu huni bohut val lagil💖
Kotha bur xuni bhut bhut vl lgiae
God bless you 😍😍😍😍
Favorite actor #Nayan_Da 👍
ভাল ভাবি কথাখিনি কব মন গৈচে সীয়ামন্তিকা বাৰ লগত বিয়আ হব বুলি ভাবি আছিলোঁ কিন্তু কি হৈ গল। কিন্তু দাদাই ইমান সনমানেৰে বাৰ কথা কৈছএ ভাল লাগিছে।
দাদাই অলপ হতাশ হৈছে, দেখিলে গম পোৱা যায়,
নয়ণ নীলিমৰ বহু নজনা কথা জানিব পাৰিলোঁ। সাক্ষাৎকাৰটো সুন্দৰ হৈছে। সাক্ষাৎকাৰটো পৰা নয়ণ নীলিমৰ চিন্তা-ধাৰাৰ বহু গভীৰতা অনুমান হ'ল । তেওঁৰ উত্তৰোত্তৰ উজ্জ্বল ভৱিষ্যত্ কামনা কৰিছোঁ।
অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী শ্যামণন্তিকা শৰ্মাৰ এটি সাক্ষাৎকাৰ চাবলৈও ইচ্ছা আছে। চোৱাৰ সুযোগ দিব নিশ্চয়।
Kuwor puror kuwor bahut dhuniya lagise sai
নয়ন নীলিম মানেই জনপ্ৰিয়তা।ডেমফুল,,আমাৰো সকলোৰে মৰমৰ হয় নয়ন নীলিম দাদা❤️বহুত দুখত কষ্ট আছে আপুনি নয়ন দাদা,প্ৰেমেই যে ইয়াৰ কাৰণ,😥ভালকে বুজিলোঁ,আপুনি আমাৰ উজনিৰ গৌৰৱ ভালে থাকক দাদা,😥🙏
বহুত শুভেচ্ছা জনালো আগন্তোক দিনবোৰত সুস্হ হৈ মনে বিচৰা ধৰণে কাম কৰি আগবাঢি় যাওঁক
বহুত ভাল লাগিল ভিডিওটি চায়।
One of my favourite best Actor.... Dempul da
বহুত বহুত ধন্যবাদ...ডেমফুলক দেখাৰ বাবে..
Bhal lagil 💞
My favourite actor ❤️❤️❤️
Grt answer lykor nhoi serial apunar babe...drkar o nai ai fatua serial bprot Kam korar...apunak fil vcdt bhut besi vl lgisil ba atiao lge tatei thkok..thnk u
MY favorite Actor Nayan Nilim ❣️❣️ love you Nayan daa
Great work ❤
নয়ন দা তোমাৰ অভিনয় সৰুৰেপৰাই চাই আহিছো ভিচিডি বোৰত 😍খুব সুন্দৰ অভিনয় কৰে আপুনি দাদা ❤
Aww
@@ankurmondal223 ki khbr 2mr Bhaiti☺
@@manalishadas2421 sini pla mne😅😅🙏🏻
@@ankurmondal223 kiyo npam baru 2mk😊 2mi he baa jnik pahori gola moi 2mk ni pahora☺
@@manalishadas2421 ny ny ..
Text msg 1ta kriba sn de
Khub bhal lagil nayan daa k dekha pai🥰🥰🥰🥰🥰
Really show tu sai val lagil....olpu skip nokorake salu
Such a good personality 💟
Protitu ktha mnt rakibologiya kotha dei nayan da r Love you
Bhut dhuniya kotha koise noyan dai. Hsi apuni ji bur jimn kheni vabe koi realy. 🙏🏻🙏🏻🙏🏻🙏🏻 Bhut bhut dangr kotha aru dhuniya kotha kole 🙏🏻🙏🏻🙏🏻🙏🏻
Bhut dinr murt dadak dekha palu ,,,mur bhut piryo dada jon ,,khub val lage ovinoi sai,
Nayar dar film sai moi bohut vall pao ajio moi nayan dar film sai prai a thaku love you❤❤ nayan da from bongaigaon
Mojja lagil ba
Very honest and simple 👍 fav. actor ♥️
Bahut val lagilee..Nayan daa bahut val actor ....
অসমৰ চলমান খান ❤️
It's really
nice speech from nayanda 👏
Nayan Da r kotha khini huni bht val lagil. Khula monor manuh. Mur priyo actor.
Bohut bhal kotha koise...bht bhal lage agore pora... Super hit houk "বন্ধু"
Nayan nilim ❤️😍😍
My favourite noyon daa❤️
Dada Heart ♥ teaching kotha koi se apuni, apunk hotokuti prnam🙏🙏🙏💕💕
NAYAN NILIM DA R INTERView SAE BHAL LAGIL . BA
THAnks