Xoroto Kalor Ratri | Rash Song - ৰাসৰ গীত | Rinku Raag / Tamanna | Official song | New 2024

Поделиться
HTML-код
  • Опубликовано: 21 янв 2025

Комментарии • 55

  • @gayaprasadsarmah4740
    @gayaprasadsarmah4740 Месяц назад

    তামন্না আদি শিল্পী সকল, আপোনালোক সকলোকে অভিনন্দন জনাইছো। আপোনালোক উঠিঅহা গায়ক গায়িকা সকলৰ শুৱলা কন্ঠৰ সুৰীয়া গীতটি শুনি আনন্দিত হলো। Rash song শীৰ্ষক গীতভাগী প্ৰচাৰ কৰা হৈছে। আগতে ৰাসৰ গীত বুলিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান অৱদান, বৰ্তমান ধ্ৰুপদী সংগীতৰ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা সত্ৰীয়া সংগীতৰ অন্তৰ্গত ৰাসক্ৰীয়া নাটভাগীৰ গীতহে বুলিহে বুজোৱা হৈছিল। আজিকালি অৱশ্যে মহাপুৰুষ জনাৰ সৃষ্টিভাগীত নিত্য নতুন গীত অন্তৰ্ভুক্ত কৰি চৰ্চা পৰিবেশন হ'বলৈ ধৰিছে। এনেবিলাক নৱ নৱ গীতকে নতুন প্ৰজন্মক শিকোৱা হৈছে আৰু শিকিছেও। বৰ্তমানৰ গীতটি "Rash song" শীৰ্ষক অনুষ্ঠানৰ গীত বোলা হৈছে যদিও এই গীতটি মহাপুৰুষ জনাৰ বিৰচিত হয় নে নহয় সুধী সকলে কব। তেৰাৰ মহান সৃষ্টিৰাজীকে আটোলটোলকৈ ৰাখি উপস্থাপন কৰিব পাৰিলে ভাল লাগিল হেঁতেন- ডা.গয়া প্ৰসাদ শৰ্মা, গৌৰীসাগৰ।

    • @rinkuraagofficial8218
      @rinkuraagofficial8218  Месяц назад

      ধন্যবাদ ছাৰ 🙏
      আমি গীত টি গাবলৈ চেষ্টা হে কৰিছোঁ। তাত অনেক খিনি ভুল থাকি যাব পাৰে। আপোনাসৱে দেখুৱাই দিয়া বাবে ভাল লাগিল🙏🙏🙏

  • @malabikahazarika4774
    @malabikahazarika4774 Год назад +5

    আপোনালোকৰ গীত টো শুনি সচাঁকৈয়ে নাচিব মন গৈছে 🥰ইমান সুন্দৰ কন্ঠ🙏আপোনালোকৰ দীর্ঘায়ু আৰু সুস্বাস্থ্যৰ কামনাৰে ভালে থাকক🙏

    • @rinkuraagofficial8218
      @rinkuraagofficial8218  Год назад

      বহুত বহুত ধন্যবাদ🙏😊🥰

    • @rinkuraagofficial8218
      @rinkuraagofficial8218  Год назад

      ভাল লাগিলে বন্ধু সকলৰ মাজত share কৰি দিব

  • @nabindutta4546
    @nabindutta4546 Год назад +4

    Bohut val lagil nice voice 🤗🤗❤🙏🙏

  • @JonaliHazarika-i7g
    @JonaliHazarika-i7g Месяц назад

    অতি সুন্দৰ

  • @gajenbauri943
    @gajenbauri943 Месяц назад +1

    Good beautiful song kisno kisno

  • @Bijoymech-md1gb
    @Bijoymech-md1gb 2 месяца назад

    বহুতেই ধুনীয়া ৰাস গীত, গীত টোয়ে দে হত শিহৰন তুলাই দিয়ে, এইগীত টোয়ে মোক মোৰ প্ৰিয় বন্ধু লৈ বৰ কৈ মনত পেলাই দিয়ে 😢❤❤❤

    • @rinkuraagofficial8218
      @rinkuraagofficial8218  2 месяца назад

      আপোনাক অশেষ ধন্যবাদ জনালোঁ ❤🥰🙏

  • @AnandaBoruah-o4y
    @AnandaBoruah-o4y 10 месяцев назад +2

    Dhuniya❤❤

  • @swapnachoudhury2172
    @swapnachoudhury2172 Год назад +1

    বৰ সুন্দৰ

  • @sive276
    @sive276 Год назад +1

    Mesmerizing ❤❤❤

  • @TinkuDas-r2t
    @TinkuDas-r2t 2 месяца назад +1

    ❤❤❤❤❤

  • @hemantatalukdar7296
    @hemantatalukdar7296 3 месяца назад

    সুন্দৰ হৈছে

  • @SatyajitBiswas-d8q
    @SatyajitBiswas-d8q 2 месяца назад

    Good songs apunar gaan tu suni bohut val lagil dada. .......

    • @rinkuraagofficial8218
      @rinkuraagofficial8218  2 месяца назад

      অশেষ ধন্যবাদ জনালোঁ 🙏🙏❤ 🥰 গীত টোক ইমান মৰম দিছে

  • @prashantadutta569
    @prashantadutta569 2 месяца назад +1

    Very good song

  • @ajayboruah256
    @ajayboruah256 2 месяца назад

    Nice song

  • @harsita123
    @harsita123 Год назад +7

    Hundor voice huni val lagil

    • @rinkuraagofficial8218
      @rinkuraagofficial8218  Год назад

      অশেষ ধন্যবাদ😊🥰

    • @BidyutDeka-wh6gp
      @BidyutDeka-wh6gp Год назад

      ​@@rinkuraagofficial8218😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

  • @jibonbora9817
    @jibonbora9817 2 месяца назад +1

    🙏🙏🙏💙❤️❤️🙏💙❤️

  • @As01af0935
    @As01af0935 5 месяцев назад +1

    ❤❤❤❤❤

  • @brushupyourliterature1
    @brushupyourliterature1 Год назад +1

    Nice❤

  • @KarunjyotiSaikia
    @KarunjyotiSaikia Месяц назад

    মোৰ প্ৰিয় গীত হয় !

  • @tankeswarhandique5861
    @tankeswarhandique5861 Год назад +1

    apunak noi amar namgh❤orat vauna patele matebo lagobo . Moi Bangalor asu atia

    • @rinkuraagofficial8218
      @rinkuraagofficial8218  Год назад

      অশেষ ধন্যবাদ😊🥰🙏 মাতিব নিশ্চয় যাম।

  • @jagatmedhi206
    @jagatmedhi206 Год назад

    ❤❤❤❤

  • @ankurmansaikia7565
    @ankurmansaikia7565 Год назад +2

    Nice

  • @AsaUpn-dx9wf
    @AsaUpn-dx9wf 2 месяца назад

    Jay shree Krishna 🪷🌹🪷🙏🙏🙏🙏🙏♥️♥️♥️♥️♥️

  • @tankeswarhandique5861
    @tankeswarhandique5861 Год назад +3

    apuni gan gale moi pagal hoi jou

    • @rinkuraagofficial8218
      @rinkuraagofficial8218  Год назад

      মই সংগীত বহুত ভাল পাওঁ। মই গাবলৈ চেষ্টা হে কৰিছোঁ🙏

  • @PulakDas-b5f
    @PulakDas-b5f Месяц назад

    ❤❤❤❤❤❤

  • @ajitdutta2654
    @ajitdutta2654 8 месяцев назад +1

    ❤❤❤