গাঁৱৰ ডেকা-২০২০ হুঁচৰি // PANKAJ BORA MUSICAL // KISHALAY// MOHAN // GAONOR DEKA // BIHU // HUSORI

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024
  • SINGER=Pankaj Bora/Pity Borah/ Gautam Saikia / Bornil Sarma.
    LYRICS/TTUNE =Sunit Gogoi
    MUSIC=Pankaj Bora
    DHOL= Pankaj Bora, Lachit Baruah, Dharmendra Hazarika.
    TAL,PEPA,GAGANA,DHUTONG=Pity Borah
    CHORUS= Manash Boro, Jiku Zubin, Dipjyoti Nath
    FLUTE-Kailash Rabha
    MELODY-Bhadrakanta Das
    Recorded by Ripunjoy Sarma
    Mixed & Mastered by Jintu Bordoloi.
    MEDIA PARTNER- #AnupomBitupon (RUclips channel)
    Video Director - Santumoni Sarma
    Camera- Uttam Kalita
    *ing - Deepjyoti Keot, Amitabh Rajkhuwa, Momi Sarma, Deben Bora, Pankaj Bora
    Video Editor - Rituraj Dutta
    Makeup - Puja Dutta.
    Copyright Reserved by the producer
    ( অন্য 'RUclips channel' বা 'Facebook Page' ত এই Video তো Upload নকৰিবলৈ অনুৰোধ কৰিলো । নহ'লে Copy Right আইনৰ অধীনত আমি ব্যৱস্থা লবলৈ বাধ্য হম)

Комментарии • 3 тыс.

  • @kanchankishorchetia8868
    @kanchankishorchetia8868 4 года назад +13

    আজি গোটেই দিনটো ৰৈ আছো... কেতিয়া শুনিবলৈ পাম বুলি....একদম বিহু বিহু লাগি গৈছে 😍😍❤️

  • @sanjibhandique6021
    @sanjibhandique6021 3 года назад +23

    খুব সুন্দৰ উপস্থাপনশৈলী,,নানাচি নোৱাৰি এনেকুৱা খাতি বিহুগীতত।

  • @pranabjyotideka6913
    @pranabjyotideka6913 2 года назад +12

    মন চুই গ'ল.. খুবেই সুন্দৰ.. আগলৈও যেন অসমীয়া বিহুটিৰ ভঁৰাল এইদৰে চহকী কৰে.... 🙏🙏

  • @mridusmitadeka4516
    @mridusmitadeka4516 4 года назад +30

    জাতিৰ সংকটৰ সময়ত এনেকুৱা এটি বিহু গীত উপহাৰ দিয়াৰ বাবে পংকজ বৰালৈ বহুতো ধন্যবাদ জনালোঁ।মনটো ভৰি পৰিল।😊😊😊😊😊

  • @user-ow4vf2hl6t
    @user-ow4vf2hl6t 4 года назад +34

    The real Assamese Bihu.. ultimate.. awesome voice♥️♥️ one assamese from Singapore

  • @dhurbapatra3072
    @dhurbapatra3072 4 года назад +78

    এতিয়ালৈ কমেও 30 বাৰ মান চালো.... তথাপিও আমনি নালাগে.......ইমান সুন্দৰ হুঁচৰি আজিৰ যোগত খুব কমেই দেখা যায় 😍😍😍😍😍...........

  • @abinashhandique6745
    @abinashhandique6745 4 года назад +75

    বৰ ভাল লাগিল ❤️👌 অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰো এনেধৰণৰ মূল্যবান সম্পদৰ গৰাকী আমি 😊 জয় আই অসম ✊

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +4

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

    • @SD.vlogs.
      @SD.vlogs. Год назад

      মৰম দিব লাগে ❤️❤️❤️❤️❤️

  • @sarangajitborah2074
    @sarangajitborah2074 4 года назад +33

    বহুত সুন্দৰ পৰিকল্পনাৰে তৈয়াৰ কৰা হৈছে vdoটো.. সম্পূৰ্ণ অসমীয়া হুচৰি যোৱাৰ হুবহু ভাবে দেখোৱা হৈছে.. জাতিৰ সংকটৰ সময়ত এনেবোৰ vdo বহু প্ৰয়োজনীয়

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @akashnibirmusical1748
    @akashnibirmusical1748 4 года назад +1

    পংকজ দা সচাকৈ বহুত ভাল হৈছে কবলৈ ভাষা নাই মন চুই গল

  • @himantakr4756
    @himantakr4756 4 года назад +71

    এনেকুৱা বিহুগীত, হুঁচৰি যে অসমীয়া বিহু সংস্কৃতি ক আগুৱাই নিব। লগতে বৰ্তমান উঠি অহা নৱ প্ৰজন্মক পুৰণি বিহুৰ মাদকতা দিব আৰু প্ৰেৰণা দিব।। ধন্যবাদ পংকজদা ❤️অনুপম দা❤️

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +2

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @bastobbora2814
    @bastobbora2814 4 года назад +5

    A mojjah.. uncommon bihu..dhol mojjah bojaise

  • @Surajsutia
    @Surajsutia 4 года назад +28

    বাহ ইমান ধুনীয়া লাগিছে ,,,,আনন্দতে চকু সেমেকি উঠিছে অ ,,,,,,
    ভয়ে লগা হৈছে আমাৰ বিহু পাছলৈ বা কি হয়😭😭😭😭

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +1

      ধন্যবাদ ধন্যবাদ।। বিহু আমি জীয়াই ৰাখিব লাগিব ।

    • @gautomborgohain5927
      @gautomborgohain5927 3 года назад +1

      সছায় আজিকালি চোতালত এনে বিহু নেদেখা হলো, আমি যি আগতে গোৱা। আজিকালি বিহুৱা বোৰ পইচা ধানদা হল। আৰু দেখিবলৈ নাপাও।

  • @hirenphukanhirenphukan5600
    @hirenphukanhirenphukan5600 4 года назад +41

    খুৱ ভাল লাগিছে। মোৰ মনে বিচৰা বিহু বিচাৰি পাইছোঁ‌। যিবোৰ বৰ্তমান সময়ত পোৱা নাযায়। এনেকুৱা বিহু হুচৰি পালে মন পগলা হৈ যায়।

  • @techlearner2746
    @techlearner2746 4 года назад +14

    Ki nu kom ru eman dhunia Assam r bihur nisina akuai nai❤️❤️❤️❤️❤️❤️❤️❤️❤️ Joi ai axom

  • @satyendradas4740
    @satyendradas4740 4 года назад +15

    বৰ্তমান সময়ত দুৰ্লভ এনেকুৱা গীত আৰু বিহু নৃত্য ।।।আগৰ বিহুৰ দৰে লাগিছে এই গেটটোত প্ৰকৃত বিহুৰ মাদকতা আছে ভাল লাগিল ।।।ভৱিষ্যতেও যেন উপহাৰ দি যাব তাৰ আশা থাকিল।।।

  • @balijanbahbarikakodonga566
    @balijanbahbarikakodonga566 4 года назад +8

    Ati sundar axomi culture . We should be save it in future . Joi aai axom💝

  • @gayatrigogoi7809
    @gayatrigogoi7809 4 года назад +78

    সঁচাকৈয়ে মন চুই গ'ল। হুচৰি নচা ছোৱালী যে নানাচি নোৱাৰিলো থাকিব 💃💃

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +2

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

    • @pallabi2082
      @pallabi2082 3 года назад

      Moiu nasu Bihu group ot 🥰 Tumi kihot nasa koba nki 😊😊

    • @SD.vlogs.
      @SD.vlogs. 3 года назад

      ❤️

    • @lborah8762
      @lborah8762 3 года назад

      Op

  • @tankachetry4546
    @tankachetry4546 3 года назад +4

    সঁচাকৈ মন চুইযোৱা বিহু। ভাল লাগিল, আমাৰ গৌৰৱ, আমিয়েই।জীয়াই ৰাখিব লাগিব।

  • @iloveindia1948
    @iloveindia1948 4 года назад +33

    অতি সুন্দৰ হৈছে ককাইদেউ । এনে এটি video দিয়া বাবে আপোনা-সহ সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালো। ২০২০ বৰ্ষৰ বাবে ই এটা ভাল গান , সকলোৱেই আদৰি ল'ব,,,

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +2

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @shantanubaruah1710
    @shantanubaruah1710 4 года назад +32

    মই তিনিচুকীয়া পৰাই হুঁচৰি দলটিক অজস্ৰ সেৱা জনাইছো 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
    খুবেই সুন্দৰ হৈছে।এইয়া অসমীয়া প্ৰকৃত বিহু, এইয়া অসমীয়া জাতিৰ গৌৰৱ,এই বাপুতি সাহোন বিহুৰ ঢোল,তাল,পেঁপা গগনাৰ মাতত প্ৰতিজন অসমীয়াৰ তেজৰ কণিকা নাচি উঠে।
    আৰু আনলাইক,ডিচলাইক কৰা কেইটাক ভলুকা বাঁহে এচাপৰ বাই দিব লাগে।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +1

      ধন্যবাদ । ইমান ধুনীয়া মতামতৰ বাবে

    • @SD.vlogs.
      @SD.vlogs. Год назад +1

      মৰম দিব লাগে ❤️❤️❤️❤️❤️

  • @madhusudankalita7853
    @madhusudankalita7853 4 года назад +5

    সঁচাকৈ কি সুন্দৰ বিহু, শুনিলেই শুনি থাকিবলৈ মন যায়। পংকজ ছাৰলৈ অশেষ ধন্যবাদ তথা শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।

  • @satyajitgogoi654
    @satyajitgogoi654 3 года назад +51

    মন প্ৰান চুই গ'ল।।।। সচাঁই গৌৰৱ কৰো আমাৰ বিহুক লৈ ❤❤❤🙏🙏🙏🙏

  • @kankanboruah9528
    @kankanboruah9528 3 года назад +40

    বহুত সুন্দৰ হৈছে হু‍ঁচৰি । এনে কোৱা ঢোলৰ চাপৰ শুনিলে বহুত আনন্দ অনুভৱ কৰো ।

  • @nipendowari2499
    @nipendowari2499 3 года назад +14

    বহুত -বহুত সুন্দৰ বিহুনাম। শুনি ভাল লাগিল এইবোৰ হে বিহুনাম। মন প্ৰাণ চুই গ'ল অ'!

    • @SD.vlogs.
      @SD.vlogs. 3 года назад

      ❤️

    • @SD.vlogs.
      @SD.vlogs. Год назад

      মৰম দিব লাগে ❤️❤️❤️❤️❤️

  • @sontidas5343
    @sontidas5343 4 года назад +4

    bhut dhunia hose .dhul to bojaise deiii kinto ato sapor maiu adin bojaisilu anekuwa nuwarilu sar apuni bht dhunia krise happy new year

  • @kaushtovmonisaikia9053
    @kaushtovmonisaikia9053 4 года назад +73

    অতি সুন্দৰ প্ৰদৰ্শন ,প্ৰশংসাৰ যোগ্য❤️🙏

  • @chandanbori3696
    @chandanbori3696 4 года назад +4

    ভাল লাগিল৷ পংকজ বৰাৰ বিহু, শান্তুমনি দাৰ নৃত্য কৰিগ্ৰাফ, উত্তমৰ কেমেৰাই মনোগ্ৰাহী কৰি তুলিছে৷ এইবাৰ বিহুত এইটো গান বেছি বাজিব৷

  • @niharikasaikia414
    @niharikasaikia414 4 года назад +21

    Our pride❣️❣️❣️bhttt besi val lagil

  • @user-og4ms4lk8q
    @user-og4ms4lk8q 4 года назад +15

    বহুত বহুত ভাল লাগিল! এপাক যেন নাচোঁ যেনেই লাগিছে..... পংকজ বৰা চাৰলৈ বহুত বহুত ধন্যবাদ থাকিল// ব্যতিক্ৰমী উপহাৰ দিয়া বাবে 🤗😍😍

  • @dhrubajyotishortsaxom
    @dhrubajyotishortsaxom 4 года назад +2

    ইমান এটা ধুনীয়া বিহু অসম বাসিক উপহাৰ দিয়াৰ কাৰণে ধন্যবাদ পংকজ দা।

  • @minakhisaikia5224
    @minakhisaikia5224 3 года назад +3

    Bihu dekhi jabole mon goise mur nasibole ..dhuniya bihu .

  • @mukulsaikiaproductionoffic825
    @mukulsaikiaproductionoffic825 4 года назад +7

    ভাল হৈছে আৰু লাগে এনেকুৱা বিহু

  • @niturajgogoi2628
    @niturajgogoi2628 2 года назад +8

    আমাৰ সৰুপথাৰৰ মানুহৰ গান, তাতেই আকৌ বিহু বেয়া হব নে আৰু
    সৰুপথাৰ জিন্দাবাদ........❣️❣️

  • @bikrambhuyan4153
    @bikrambhuyan4153 4 года назад +16

    বহুত ধুনীয়া লাগিল #ধৈন্যবাদ আৰু লগতে সকলোকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো ।😍😍😘😘💖💖💖💖💖

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +3

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @hirakjyotideka1418
    @hirakjyotideka1418 4 года назад +8

    সুন্দৰ প্ৰদৰ্শন। কিবা এটি নতুনত্বৰ সন্ধান পোৱা যেন লাগিল। ধন্যবাদ সকলোলৈকে ইমান এটি সুন্দৰ বিহুৰ বাবে।

  • @mondeepchetia808
    @mondeepchetia808 4 года назад +8

    lirics and all the script that composed is very awesome....

  • @user-hm9pm7um3p
    @user-hm9pm7um3p 4 года назад +53

    অতি সুন্দৰ ❤️ অসম থাকিলে বিহু থাকিব, জয় আই অসম 🙏

  • @sanskriticmanchaassam3368
    @sanskriticmanchaassam3368 4 года назад +149

    খুব সুন্দৰ হৈছে । এপাক মাৰিবলৈ মন গৈছে অ😊 সকলোটিলৈকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।

  • @jayantaphukan7003
    @jayantaphukan7003 4 года назад +1

    Gaonwar deka 2020. Huchari very nice one. Congratulations to Pankaj Bora.

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @rahullama4274
    @rahullama4274 4 года назад +37

    Bihuti amar senehor ❤️
    Bihuti amar adoror ❤️
    Mozaahh hoisee deii😍
    CAA ami namanu ktiyau
    Joi Aai Axom ❤️❤️

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +1

      জয় আই অসম ।।।

    • @abdulkaim1139
      @abdulkaim1139 4 года назад +2

      @@অনুপমবিতোপন বহুত ভাল লাগিল

    • @sunnylahon5556
      @sunnylahon5556 4 года назад

      Right bro

    • @suarsuar747
      @suarsuar747 4 года назад

      বোপাইটো, আৱেগতে যিহকে মনলে আহে, তাকে বলকি নাথাকিবি বুজিলি। 😠
      আবেগ ত্যাগ কৰ প্ৰথমতে।
      তাৰ পিছত CAA ৰ পৰা অসমত কি কি লাভ হ'ব, তাৰ বিষয়ে কিতাপ, বাতৰি কাকতত পঢ়।
      আৱেগে সকলো ধংস কৰি পেলাব।

  • @dhirajkalita2099
    @dhirajkalita2099 4 года назад +6

    ইমান বাৰেই চাইছো মানে তথাপিও মন নভৰে❤️❤️
    সুন্দৰ হুঁচৰিৰ লগতে নাম..❤️❤️
    প্ৰত্যেক বিহুতেই যদি এইধৰনে বিহু হুঁচৰি আহিলে হয়..❤️❤️

  • @minakshigohain119
    @minakshigohain119 4 года назад +1

    ধুনীয়া হৈছে ।দুখ লাগে আমাৰ ভাষা সংস্কৃতি আজি শংকিত

  • @bjdassam2823
    @bjdassam2823 4 года назад +73

    ইমান ধুনীয়া লাগিল👌
    চকু থৰ হৈ গ'ল 👏

  • @ramenlamuofficial2323
    @ramenlamuofficial2323 4 года назад +22

    কি বাৰু comment মাৰিম,👍👍👍👍👌👌👌👌👌👌👌
    কবলৈ ভাষা নাই।।।

  • @ruralblog
    @ruralblog 4 года назад +4

    হুচৰিটো শুনি যথেষ্ট ভাল পালো ।বিহুৰ সময়ত এওলোকৰ নিচিনা অনুস্থানে সকলোৰে মন মুগ্ধ কৰিব ।

  • @ankurnath9566
    @ankurnath9566 4 года назад +70

    এটা সুন্দৰ বিহু সুৰিয়া হুচৰি নাচো নাচো লাগি গছৈ অতি সুন্দৰ হৈছে দাদা

  • @kongkonpayeng2814
    @kongkonpayeng2814 4 года назад +28

    ২০১৯ৰ সৰ্ব শ্ৰেষ্ঠ হুঁচৰি গীত , বহুত ধুনীয়া লাগিলে শুনি , এয়া অসমীয়াৰ বাবে এটা ভাল উপহাৰ

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

    • @kongkonpayeng2814
      @kongkonpayeng2814 4 года назад +2

      @@অনুপমবিতোপন আপুণআলৈও ধন্যবাদ থাকিল দাদা ইমান সুন্দৰ গীতটি আপুনি release দিয়াৰ বাবে

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад

      🙏🙏🙏🙏🙏

  • @mrinmoyrva5210
    @mrinmoyrva5210 4 года назад +2

    Natural Bihu mja lagise....anekuwa hbo lage bihu bor

  • @rupsreessimplelife3630
    @rupsreessimplelife3630 2 года назад +14

    অসমীয়ৰ প্ৰাণ চেনেহৰ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ❤🙏

  • @babugohain8240
    @babugohain8240 4 года назад +5

    মজা পংকজ চাৰ বহুত ভাল লাগিল। আনাগত দিনবোৰ ত আপুনি আৰু এনেকুৱা সুন্দৰ গীত আমাক উপহাৰ হিচাপে দি যাব বুলি আখা কৰিলোঁ।

  • @siddharthaboruah5317
    @siddharthaboruah5317 4 года назад +2

    Moja bihu... Noubo Bor duniya

  • @anonymousnerdguy
    @anonymousnerdguy 3 года назад +51

    প্ৰকৃত বিহুৰ সোৱাদ দিয়াৰ বাবে অন্তৰৰ পৰা ধন্যবাদ। সচাই চকু দুটা সেমেকি উঠিল।। আজিকালি বিহুৰ বিকৃত ৰূপ লোৱাৰ সময়ত আপোনালোকৰ এই প্ৰচেষ্টাত আদৰণি জনাইছোঁ । আমি আমাৰ ভৱিষ্যত প্ৰজন্মক অসমীয়াৰ বিহুৰ কথা বুজাবলৈ আপোনালোকৰ এই প্ৰচেষ্টাই বহু সহায় কৰিব । আশা কৰোঁ এনেবোৰ পুৰণি প্ৰকৃত বিহু আপোনালোকে যাতে অনাগত দিনতো আগবঢ়াই আৰু আমাৰ এই বৃহৎ অসমীয়া সংস্কৃতি ৰক্ষা কৰাত সহায় কৰে যেন । আমি আমাৰ বিহুক জীয়াই ৰাখিব লাগিব। শেষত পুনৰ বাৰ ধন্যবাদ জনালো ।

    • @nxtgaming5812
      @nxtgaming5812 2 года назад

      Dhulor sapor kintu marise dei I love it

    • @SD.vlogs.
      @SD.vlogs. Год назад

      মৰম দিব লাগে ❤️❤️❤️❤️❤️

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад +1

      गण मन अधिनायक असे पाहुणे आले की ती म्हणजे काय असतं ते या या काळात आपल्या देशात अजूनही ती म्हणजे गंगापूर रोड अकोला अमरावती येथील अनेक नवीन वर्षाच्या हार्दिक अभिनंदन आणि ते म्हणजे गंगापूर फाट्याच्या आहे की नाही ते दहा तास अभ्यास आणि संशोधन केले जाते ते पाच वर्षांच्या इतिहासात

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад +1

      Frm the Eve Srikrishna the world of character edge to the mtm to see you say you sir in Thailand Saturday and Sunday is intended to the mtm in Eve Srikrishna Rakh and I am in Thailand a beautiful 😍🤩😍😍 don't have to wait for your

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад +1

      गण गण मन अधिनायक असे पाहुणे आले की ते या तीन दिवस तरी ते पाच वर्षांच्या आत आला आहे असे पाहुणे आले आहे असे पाहुणे आले की नाही आणि ते ही अशी मागणीही करण्यात आला असून या दोन गोष्टीचा आनंद होतो ते ही या काळात त्यांनी आपल्या समाधीवर शिवाजी आणि आपल्या बॅगमध्ये आहे असे मत व्यक्त केली आहे असे पाहुणे आले आहे की ते ही अशी जगावेगळी नरन आहेत आणि आपल्या पदाचा राजीनामा द्यावा अशी मागणीही त्यांनी

  • @manashhazarika6710
    @manashhazarika6710 4 года назад +15

    2020 best video Beautiful. 👍👍👍👍👍👍

  • @nikhamoninath6582
    @nikhamoninath6582 4 года назад +2

    Hosakoi bht vl lagile nasu nasu lagi gol..Ooo..👌👌👌👌

  • @babitadas2224
    @babitadas2224 4 года назад +6

    বহুত ভাল লাগিল চাই..

  • @pankajgogoi9233
    @pankajgogoi9233 4 года назад +13

    বিহু বিহু লাগি গল😍😍😍😍😍

  • @sagarikapatar1165
    @sagarikapatar1165 3 года назад +1

    Bht hundor..mohan k imn cute lgise

  • @ronibhaai2486
    @ronibhaai2486 11 месяцев назад +7

    যিমান কষ্ট কৰিলেওঁ এবাৰ শুনিলেই মন টো ৰসক পসক কৰি যায় 😊🥰😘

  • @monivlogs4716
    @monivlogs4716 4 года назад +353

    বৰ্তমান সময়ত ব্যতিক্ৰম বিহু গীত উপহাৰ দিয়াৰ বাবে পংকজ দাৰ লগতে তেওঁৰ বিহু নৃত্য দলটোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আশাকৰোঁ অসমৰ ৰাইজে গীতটো আদিৰ ল'ব ধন্যবাদ।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +10

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +9

      ধন্যবাদ ধন্যবাদ

    • @monivlogs4716
      @monivlogs4716 4 года назад +4

      @@অনুপমবিতোপন আপোনালৈয়ো ধন্যবাদ থাকিল।

    • @shadowart2495
      @shadowart2495 4 года назад +1

      Xosai bhut dinor murot xunilu anekua ata bihu git❤

    • @mridulaboruah7164
      @mridulaboruah7164 4 года назад +1

      Bhut val lagil hosai

  • @a2fact861
    @a2fact861 2 года назад +8

    শব্দৰ অভাৱ কিদৰে আপোনালোকক ধন্যবাদ জনাও গীতটোৰ লগত জড়িত সকলো কলা-কুশলীকে। ইমান এটি সুৰিয়া বিহু গীত উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ।

  • @abinashhazarika2793
    @abinashhazarika2793 3 года назад +22

    কৰ্মসূত্ৰে বাহিৰত থাকো যদিও এই বিহুটিয়ে মনতো গাঁৱলৈ উৰুৱাই লৈ যায়❤️

    • @SD.vlogs.
      @SD.vlogs. 3 года назад

      ❤️

    • @SD.vlogs.
      @SD.vlogs. Год назад

      Koru sun

    • @SD.vlogs.
      @SD.vlogs. Год назад

      @@jadavtheuniverse6788 😘😘😘😘😘😘😘😘

    • @SD.vlogs.
      @SD.vlogs. Год назад

      @@jadavtheuniverse6788 mor tat notification a oha nasil gom powa nasilu sorry

    • @SD.vlogs.
      @SD.vlogs. Год назад

      @@jadavtheuniverse6788 hoi nki

  • @nilakshigogoi2501
    @nilakshigogoi2501 4 года назад +5

    সুন্দৰ হৈছে। এনেধৰণৰ বিহুবোৰ শুনি থাকিবৰ মন যায়। 🌹☺

  • @bhaskarbaruah1990
    @bhaskarbaruah1990 4 года назад +2

    সুন্দৰ হৈছে পংকজ দা। এনেকুৱা বিহু আৰু লাগে

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ। চেষ্টা কৰিম

  • @nabanitabora1069
    @nabanitabora1069 4 года назад +6

    Husori tu xuni bohut bohut bohut bhal lagisa 😊😇😍😘🙏🙏🙏🌾🌿

  • @rajuraidogia1303
    @rajuraidogia1303 4 года назад +10

    আগৰলৈ আৰু পোৱাৰ আশাৰে......ভাল লাগিল

  • @nabajyoti8858
    @nabajyoti8858 4 года назад +4

    আমাৰ মৰমৰ বিহু বুলিলে পাগল। ধন্যবাদ অনুপম দা আপলোদ দিয়া বাবে যাৰ বাবে আমি চাবলৈ পাইছো

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @ankurajborah12
    @ankurajborah12 4 года назад +6

    ইমান সুন্দৰ উপস্থাপন সচাই বৰ ধুনিয়া লাগিল এইবোৰ হে আছল বিহু

  • @goutamborah2634
    @goutamborah2634 4 года назад +20

    এটি সুন্দৰ গান শুনিবলৈ পালোঁ বহুত দিনৰ মুৰত বহুত সচাকৈ ভাল গানটো কাৰণে এটা like কৰিব

  • @darkff1178
    @darkff1178 2 года назад +2

    Moja 🔥🔥🔥🔥❤️ ........bihu 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

  • @kumarlakhya8781
    @kumarlakhya8781 4 года назад +13

    সঁচাই বহুত দিনৰ পিছত এনেকুৱা বিহু এজাক, এনে গীতৰ সুন্দৰ পৰিবেশন উপভোগ কৰিলোঁ। ধৈন্যবাদ।

  • @sphukan4234
    @sphukan4234 4 года назад +4

    Dhul r sapor kinto manibo lagibo👌👌👌👌. Dhunia husori👍👍👍👍👍.

  • @hemantasaikia7592
    @hemantasaikia7592 4 года назад +3

    এনেকুৱা সুন্দৰ সুন্দৰ গীত মাত বোৰে ই অসমীয়াৰ জাতীয় সাংস্ক্ তীৰ ভৰালৰ ধন। "কোনো পধেই যেন হেৰাই নাজাই"

  • @ramgogoi2366
    @ramgogoi2366 Год назад +3

    অনুপম বিতোপন চেনলৰ পৰিয়ালৰ লগতে সমূহ অসমবাসীলৈ বিহুৰ বহুত বহুত আন্তৰিক শুভকামনা জনালো❤কৰ্মসূত্রে ঘৰৰ পৰা আঁতৰত আছো যদিও বৰ্তমান এই বিহু চায়েই বিহুৰ যি মাদকতা অনুভৱ কৰিছো। লগতে শিল্পী সকলৈলো বহুত শুভকামনা আৰু অশেষ ধন্যবাদ🙏

  • @jyotimoy3188
    @jyotimoy3188 4 года назад +4

    Hundor Hoisa Bi2pan daa

  • @lankeswarrajbongshi6796
    @lankeswarrajbongshi6796 4 года назад +12

    সমূহ অসম বাশিলৈ মই জম্মু কাশ্মীৰৰ পৰাই বহাগ বিহুৰ আগতীয়া শুভেচ্ছা জাচিলো। বহুত বছৰৰ মূৰত আমাৰ অসমীয়া জাতিৰ / কেঁচা মাটিৰ সুগন্ধ পালো। বহুত ধুনীয়া। কবলৈ মনত ভাষা নাই । ককাইদেউ, এনেকুৱা বিহু যাতে প্ৰতি বছৰে বনাই, আশা থাকিল । ভৱিষ্যত অত যেতিয়া বিহু শুনিবলৈ মন যায়, তেতিয়া প্ৰথমতে এনেকুৱা বিহু সদায় জীয়াই থাকিব।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +2

      ধন্যবাদ ধন্যবাদ। । বিহু আমি জীয়াই ৰাখিব লাগিব। ।

    • @nituldutta4905
      @nituldutta4905 2 года назад

      @@অনুপমবিতোপন hundoi

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      ণল আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ ঘৰুৱা ক্ৰিকেটত তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      ণৎ আৰু দদঙদ এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য লণলঙৃ আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      @@nituldutta4905 ণল আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ উৰঙল এই নথিৰ লক্ষ্য আৰু ইয়াৰ পাছত তেওঁ এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই তছৈঈদ হৈছিল দমন কৰিবলৈ উপায় আছে আহোম ৰজা ৰঙৰ এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস

  • @rajbongshi9843
    @rajbongshi9843 Год назад +10

    শ্ৰদ্ধাৰ মঘাই ওজা , সোমনাথ ওজা, ৰঞ্জিত গগৈ এতিয়া পংকজ বৰা আৰু লাচিত বৰুৱা

  • @sunitaranidas642
    @sunitaranidas642 4 года назад +8

    Bahut bahut like kora Val lagil video

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @n_ggmer4544
    @n_ggmer4544 4 года назад +1

    একদম সৰু কাললৈ মনত পৰি গ'ল গাৱৰ খুৰাহঁতে বিহুত চোতালত মৰা বিহুলৈ

  • @bitupanborah5976
    @bitupanborah5976 4 года назад +4

    Bhal lagil ooo

  • @priyankahazarika8967
    @priyankahazarika8967 4 года назад +22

    Bor Dhuniya lagil Sai😍

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @onlyforyou878
    @onlyforyou878 4 года назад +1

    Ekdm ga xiori uthi goise...💝💝💝
    Bohag bihu puahie nisina lagise

  • @priyankatalukdar6742
    @priyankatalukdar6742 4 года назад +4

    সচাকৈ হুচৰি গীতটি বৰ ভাল লাগিছে। বৰ্তমান এই হুচৰি গীত নোহোৱাই হৈছে বিশেষকৈ আমাৰ নামনি অসমৰ ফালে নাই বুলিবই পাৰি। বহুত দিনৰ মূৰত এটি হুচৰি গীত শুনিবলৈ পাই বৰ ভাল লাগিছে।

  • @ditimonigogoi8228
    @ditimonigogoi8228 4 года назад +4

    Hundorrrr

  • @assamesecinemalover5100
    @assamesecinemalover5100 4 года назад +1

    Box office Hit.....
    Pura fali asai.....ai too গানে....🤗🤗

  • @officialdaisyburagohain
    @officialdaisyburagohain 4 года назад +6

    ঐ দেৱজিত মজা।।। 💖💖💖💖💖💖💖

  • @realsonger5991
    @realsonger5991 4 года назад +5

    এটা খাটি বিহুৰ পিয়াহত থকা মোৰ দৰে অসমীয়াৰ কাৰণে এই বিহুটো অমৃতৰ দৰে হৈছে। বহুত ধন্যবাদ থাকিল

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад

      ধন্যবাদজনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @jadavsonowal5823
    @jadavsonowal5823 4 года назад +1

    Hosa ke bohut vl lagil....bihu naam keikhare mon sui goixe......

  • @ankuraj2732
    @ankuraj2732 4 года назад +2

    সুন্দৰ হৈছে। এইয়াহে অসমীয়া প্রকৃত গান।

  • @uttammozumder5475
    @uttammozumder5475 4 года назад +4

    অতি সুন্দৰ,গা উঠাই দিছে দেই।
    দলটিৰ সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছো।

  • @Sin2appu
    @Sin2appu 4 года назад +1

    বহুত বহুত বহুত ধন্যবাদ আটাইলৈ । আমাক আৰু উপহাৰ দিয়ক এনে বিহু ।
    বহুদিন পাছত ওপজা মাটিৰ পৰশ বিচাৰি পাইছো ।

  • @bidyut4813
    @bidyut4813 3 года назад +64

    পহিলা বহাগৰ দিনা কোনে কোনে শুনিছে

  • @user-mi3un9ee4o
    @user-mi3un9ee4o 4 года назад +4

    Val lagil dei

  • @user-pn4ci8zu5u
    @user-pn4ci8zu5u 4 года назад +1

    Hundor arombhoni dhulor sapor dhunia lgsa

  • @kankandas1908
    @kankandas1908 4 года назад +7

    নাচিব মন গৈছে মোৰ ও,,,,💞💞💞

  • @pranjitporakhmusical1400
    @pranjitporakhmusical1400 4 года назад +13

    প্ৰথমে ধন্যবাদ জনাইছোঁ পংকজ বৰাদেৱক এটি নিভাঁজ বিহু হুঁচৰি উপহাৰ দিয়া বাবে । আজি কালি সকলোৱে বিহু সুৰীয়া গীত হে কৰে । কেতিয়াবা এনে লাগে সময়ৰ বুকুত যেন আমাৰ মাজৰ পৰা হেৰাব হে ধৰিছে । আপোনাৰ পৰা আৰু আশা কৰিলো এনে ধৰনৰ হুঁচৰি । চাই ভালপোৱা সকলে লাইক এটা দি যাব ।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +1

      বিহু আমি জীয়াই ৰাখিব লাগিব ।।।
      মন্তব্য বাবে ধন্যবাদ।।

    • @pranjitporakhmusical1400
      @pranjitporakhmusical1400 4 года назад

      নাৰাখিলে আমি অস্তিত্ত্বহীন

  • @villagerockofficial9320
    @villagerockofficial9320 4 года назад +2

    Ma kosom mjjjaa lgil huni..ankua gaan huni he bhal lge

  • @ishitawrolds2237
    @ishitawrolds2237 4 года назад +4

    Bhut dhuniya hoisa

  • @skcreation321
    @skcreation321 3 года назад +6

    অন্তৰ চুই গল । বহুত ভাল লাগিল অসমীয়া ৰ বাবে বিহু মেইন 😍😍

  • @pabitrabora484
    @pabitrabora484 4 года назад +1

    অতি সুন্দৰ ,,,হুঁচৰি ,,বিহু,,,নাছো নাচো লগা,,পংকজ দা ৰ কণ্ঠ,,সুন্দৰ,,,ধুতং তো কোনে বজাইছে ইমান মজ্জা লাগিল

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ । পিটি ককাইদেউয়ে বজাইছে

  • @pankajgogoi7136
    @pankajgogoi7136 2 года назад +11

    বিহু অসমীয়া ৰ প্ৰাণ❣️❣️💞💞