বিহু হুচৰি 2020 || Bihu 2020 || Zubeen Garg New Husori Song
HTML-код
- Опубликовано: 19 мар 2019
- #bihu2020
___
The contents used in this video are all from different sources. We edit them just for entertaintment and we have no intention to break any youtube copy right policy. If you have any issues then feel free to share with us.
Please like and subscribe this chennal.
contect us through our facebook page
at / notunsristi Развлечения
"" sabolil mormo sahitya sango ,,prem sapunor akhim akhakhot,, sarthok kolpo ,,trpto bishyo,,badono komol ujjal dipto ""👍👍👍👍💐💐💐💐
সুন্দৰ গীত ,,,,😘😘💐💐💐💐
Dhonyobad thakil.
💐💐💐💐💐
joi Zubeen Da🤗Joi ai axom✊✊✊
.
Aji দিনত কোনোবাই khuni আছে যদি like কৰা.
শুনি আছো
আজিকালি গায়কৰ কণ্ঠত এইবোৰ গীত শুনিবলৈ পাবলৈ ভাগ্য লাগিব l জুবিন গাৰ্গেই বিহু গানক এটা নতুন মাত্ৰা দিলে l
অসমীয়া সংস্কৃতি ধৰি ৰখা মানুহজন হল জুবিন দা।লাভ ইউ জুবিন দা ❤️❤️❤️
এইকেইদিন অহা সকলোৱে এটা টিপ চহি মাৰি যাব।👍👍👍
আৰু বহাগ বিহুৰ ৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Kt Shi marba lagei
বিহু বুলিলে এনেকুৱা গীত নুশুনিলে বিহু অহা যেনেই নালাগে
সেয়েহে হেনু কোনো মহৎ লোকে কৈছিল, "OLD IS GOLD" বুলি।
আজি গৰু বিহু জুবিন দাৰ এই বিহু গান বাৰে বাৰে শুনি আছু.....জুবিন দা ৰঙালী বিহুৰ শুভকামোনা যাছিলো আপোনাক
এনেকুৱা গীতবোৰে অসমীয়া জাতিটোৰ আবেগঅনুভূতিবোৰ জীয়াই ৰাখিব .সকলোলৈ বিহূৰ ঋয
*One of the best Zubeen...❤️* *2021চনত কোনে কোনে শুনিছা like এটা কৰা* .. *জুবিন দা তোমাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ* । *তোমাৰ বিহু গান নুশুনিলে যেন বিহু এই গাত নালাগে* ।
My best song
Video টো share কৰা plz ruclips.net/video/5mO4YGGuIik/видео.html
বহাগ বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ সকলো ৰাইজলৈ বুলি...
❤ ❤ যি সকলে শুনি আছে এটা এটা লাইক দিবা 💞💞
দুখৰ মাজতো সকলোলৈ চেনেহৰ ৰঙালীবিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ৷
He,pi
Video টো share কৰা plz ruclips.net/video/5mO4YGGuIik/видео.html
সচাকৈয়ে হিয়ামন জুৰ পেলোৱা হুচৰি৷জুবিন তুমি সচাকৈয়ে অনন্যা৷
কি কম আৰু......great zubeen da😍😍😍😍
আজি কোনে কোনে শুনিছা ...লাইক এতা দি যাবা ...
Moi jisu
@@jisudasmoi856 jaan
আজি গৰু বিহুৰ দিনা এই গীততো শুনি বৰ ভাল লাগিল
জুবিন গাৰ্গ নামেই যথেষ্ট
2022 বৰ্ষৰ বহাগীৰ এই সন্ধীয়া এই গীত শুনিছো Dj ত.....বৰ শুৱনি লাগিছে.....সকলোলৈ বিহুৰ শুভকামনা দিলো 😘😍😍😍😍
Wah! Zubeen da r aiboor gaan hunile mon pran zurai jai. Zubeen da long life
সচাই কিযে দিন আছিল সেই দিনবিলাক কিমান যে মধুৰ গীত জয় জুবিনদা জয় আই অসম
😀
So sweet song
এইয়াই জুবীন দা যত থাকে ফালি দিয়ে ।।।। জুবীন দা ভগবান ।। 💘💘💘
Thike koisa
Yes Bhai ...জুবিন দা ভগবান
জয় জুবিন দা ।,জয় আই অসম
বৰ ভাল পাওঁ এই বিহু গীতটি ।
Jay Z u been Da
এনেকুৱা বিহু শুনিলে হিয়া মন শাত পৰি যায় ... অনাগত দিনবোৰত যাতে আমাৰ জুবিন দাই আমাক ন ন বিহু গীত উফহাৰ দিয়ে তাৰেই কামনাৰে ।। 👌👌👌👌👌👌👌👌
Eman dhuniya gan
এইবোৰ বিহু গানে আমাৰ অসমীয়া সংস্কৃতি জীয়াই ৰাখিছে❤️❤️😘😍
Ok
আহ্,,,,,,,কিমান j val Lage,, Zubeen da Love you
মোৰ প্ৰিয় হুচৰি❤
আপোনাৰ কণ্ঠ , আপোনাৰ সৃষ্টি সদায় পৃথক ।।বহুত বেছি ভাল পাওঁ আপোনাক ।।বহুত সাধাৰণ ভাবে জীয়াই থকা মামূহজনাক ।।কোনোবাই কিবা বেয়াকৈ কলে আমাৰ হৃদয়ত লাগে।। লাভ u দাদা💖💖💖✊✊✊
Happy bihu to all ,advance, 2024❤
Apunak u happy bihu
❤❤❤❤❤❤❤😊😊@@sumangamarzofindia756
ৰঙালী সূৰুযে ভুমুকি মাৰিলে,
প্ৰকৃতি শুৱনি হল
মৰমজান গাভৰু হল
এইবোৰ বিহু শুনিলে মনটো বহুত ভাল লাগি যায় 👌👌👌👌👌👌👌💘💘💘💘💘💘
Best super hit song juben da thanks
জুবিন দা আপুনি আমাৰ সকলোৰে হিয়াৰ আমঠু 😊😊 আপুনি সদায় আমাৰ মাজত থাকিব।।
সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাঁপন কৰিলো।
জুবিন গাৰ্গ তুমি অনন্য।
Pranjit Nath Lolari kakar kotha manat pare Sachake
Atiya he bihu..
Korunar xonharor majote Happy rangali bihu axom baxi raij. 🙋🙋🙋❤❤❤❤❤💙💙💙💙💙💚💚💚💚💛💛
এইবোৰ বিহু শুনিহে ভাল লাগে 😍 আজিকালিৰ বিহুত অকল অশ্লিল শব্দহে পোৱা যায় 😡
Dhonyabad thakil. Thik kotha koisa dei.
Hi
সত্য কথা
Monor kotha kola o..... Eibur bihu hunile Mon bor Val lage
বহুত ধুনীয়া গীত ❤️❣️
Nice song zubeen daa. Though I can't understand all the words but I really like ur song. N Happy magh bihu to u n to all assamies people. Jai Ai Assam...
ভাল লগা গান বোৰ
World or vitorot val loga manuh jon hoise zubeen da
মোৰ মৰমৰ অসমবাসী ৰাইজলৈ বিহুৰ আন্তৰিক অভিনন্দন জনালো
মোৰ মৰমৰ অসমবাসী ৰাইজলৈ বহাগ বিহুৰ আন্তৰিক অভিনন্দন জনালো 🥰
Bihu mane Zubin daa❤️❤️
Vry nyc
ভাল লাগিছে আৰু বিহুবিহু লাগিছে
সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো । ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ , তাৰেই আন্তৰিক কামনাৰে...
Zubeen Mane bihu bihu manei zubeen 😘😘
অতি সুন্দৰ জুবিন দা
জুবিন দা ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️🥰🥰🥰😘😘😘😘😘😘😘😘
Happy rongali bihu
Assam ❤❤❤ bihu manei amar khakaluwei maramar zubeen garg kakai. ❤❤❤ . Anebur bihu xuriya gaanbur xuni thakile xuni thakibo mon jaai. Love ❤you zubeen da. Jai zubeen da.
ধুনীয়া বিহু গান জুবিন দা
Moja
সছাই জুবিন দাৰ গানবুৰ সুনিলে সুনি থাকিবৰে মন যায়
বহুত ভাল হৈছে,, 💘💘💘❤....
বিহু মানেই জুবিন দাৰ গান😍
ইমান ভাল লাগিল শুনি ❤️❤️
My favourite song happy Rangoli bihu
Bihu bihu lagisy gat oooo happy rongali bihu miss you My lovely Assam Nd My lovely family members
😢😢😢😢miss karu hai dinbur
সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছো
Rongali 2024 bihur bht bht xubessa thakil❤❤❤
A moja
দিছলাইক মৰা কেইটা কোন অ,,,বিহু কি বুজি নাপাৱ চাগে ন
Himadri Dowarah সেইকেইটা অসমক ভালনোপোৱা চকুচৰহা মানুহ ৷ থাকক দিয়ক হিংসা কৰি৷ বোলো আনলৈ বুলি হূল পুতি নিযে মৰে ফুটি৷
Dipuk saikia Saikia I don’t think you should say such things. There are many Mia Muslins who have become Assamese . They are proud to be Assamese.. I have Assamese Muslims who are Assamese true and true. Don’t make it a religious issue , please.
Love you
Manuh rupi janowar xeikeita
Bor khundor geet👍👍
Anaku bihu khosa bihu khodai amar karone jeai thakok my faburit zubeen da
My Favorite song❤❤
Love this husori song...
Love you Zubeen Da 😘😘😘
জুবিন দাদা ❣️❣️🙏
Zubeen da's Beautiful song...praay 15 basar aagor gaan ! kintu new song buli dile je ?
❤❤ jiman durot kamot thakileo bohag bihut a gharot jau bihu nasi boloe
Happy bihu
Jubeen da salute apunak .ki most gan apuni gai.manishu apunak.
বহু ভাল লাগিল
২০২৪ চনৰ আজি ১৩ এপ্ৰিল গৰু বিহুৰ দিনা শুনা কেইজনমানে লাইক এটা দিব।।❤❤
ইমান ভাল লগা হুছৰী
thanks
It's that interesting Assamese husori song...
মনোমুগ্ধকৰ আৰু অপূর্ব পৰিবেশন
Lovely, what melody 👍👍👍💐💐
Moja Lagese song tu
Ufff ki xundor.........
AKHOM khon bosabor babe aame hokolore Bihu botorot u log dwan maniboi lagibo jay aai Akhom
Love this song
ধন্যবাদ
Jan olive🌹🌹🌹⚡⚡⚡
Good
Aji din to ai song to hunese jodi like ata kori jua❤
Mojja...dada zubib
Zubeen mama r shokolu git Val Laga
অতি সুন্দৰ গীত💞💞👌
Tammm lagise zubin da
Remember ing my childhood days,,,superb
Nice very meaningful 👌👌
Love u Zubeen da
Moza song👌👌👌👌
guli songs bro
Thanks bro
Love❤ you Gubeen dada
Aibor bihu hunile mon2 husai val lage bhut......amoni nelage
Old is gold ❤
Zubin da love u
Love u zubin da.
Happy rangali bihu
Very nice 👍