সাংবাদিক এঞ্জেলা চাংমাই ' ৰাভা দিৱসৰ ওপৰত যি ভাষণ দিলে শুনি আপোনাৰো গাত লাগিব পাৰে শুনি লওক এবাৰ !

Поделиться
HTML-код
  • Опубликовано: 23 июн 2024
  • সাংবাদিক এঞ্জেলা চাংমাই ' ৰাভা দিৱসৰ ওপৰত যি ভাষণ দিলে শুনি আপোনাৰো গাত লাগিব পাৰে শুনি লওক এবাৰ !
    আধ্যাত্মিকতাৰ পৰা কলাগুৰু লৈকে বিশ্লেষণ ॥ সাংবাদিক এঞ্জেলা চাংমাই ॥ দুলীয়াজান অগ্ৰণী সাংস্কৃতিক মঞ্চৰ উদ্যোগত কলাগুৰু বিষ্ণু ৰাভা‌ দিৱস ।।দুলীয়াজান ক্লাৱ প্ৰেক্ষাগৃহ ॥ ধন্যবাদ 🙏🙏
  • РазвлеченияРазвлечения

Комментарии • 203

  • @HopunorKareng-ih3ln
    @HopunorKareng-ih3ln Месяц назад +64

    এনেকুৱা বক্তব্য ঘণ্টা জুৰি শুনি থাকিলেও আমনি নালাগে, ভাল লাগিল বাইদেউ🙏

  • @sabitribhattacharya130
    @sabitribhattacharya130 Месяц назад +11

    আপোনাৰ ভাষণ শুনি থাকিলেও আমনি নালাগে। বৰ সুন্দৰ কণ্ঠ আৰু স্পষ্ট উচ্চাৰণ, ধন্যবাদ, এনে এটা সুন্দৰ ভাষণ শুনিবলে পোৱাৰ বাবে

  • @nirojdeori7130
    @nirojdeori7130 Месяц назад +18

    আপুনি মহান। এনেকুৱা ভাষন আজিয়েই প্ৰথম শুনিছোঁ। 🙏

  • @bobitaborah1356
    @bobitaborah1356 12 дней назад +6

    এনেকুৱা সাৰুৱা বক্তৃতা শুনিবলৈ পালে অলপো আমনি নলগাকৈ শুনি থাকিব মন যায় ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Месяц назад +32

    অসমৰ এগৰাকী অতি প্ৰতিভাসম্পন্ন, স্পষ্টবাদী, সাহসী আৰু অধ্যয়নপুষ্ট এগৰাকী যুৱ সাংবাদিক। তেওঁৰ কথনশৈলীয়েও আমাক যথেষ্ঠ আকৃষ্ট কৰে। ভ্গ্নীস্বৰূপ এঞ্জেলাৰ শব্দৰ খেলা কৰি ভাল পোৱা আমাৰ প্ৰিয় সাঙবাদিক। তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো। তেওঁ সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকক। ধন্যবাদ।❤❤❤

  • @chandrabasumatary3648
    @chandrabasumatary3648 24 дня назад +8

    বহুত সুন্দৰ
    বাৰে শুনি থাকোঁ মই
    এন্জেলা চাংমাইলৈ নমস্কাৰ।।

  • @dhireswarkalita2977
    @dhireswarkalita2977 10 дней назад +6

    সুন্দৰ বক্তৃতা শুনি ভাল লাগিল

  • @tibrapratimdas
    @tibrapratimdas 9 дней назад +5

    আমি এনেকুৱা ধৰণৰ অনুষ্ঠান , কাৰ্যক্ৰম চাবলৈ শুনিবলৈকে ৰিচাৰ্জ কৰোঁ। আপোনাক ধন্যবাদ ❤

  • @ArunKumar-kl2jw
    @ArunKumar-kl2jw 26 дней назад +10

    স্পষ্ট, শুনি বঢ়িয়া লাগিল। সকলোৱেই যদি এনেকুৱা হ'লহেঁতেন।

  • @PabitraPabitra-vi7rx
    @PabitraPabitra-vi7rx 2 дня назад

    বহুত ধুনীয়া শুনি হেপাহে নপলাই

  • @bhadrakantadas6101
    @bhadrakantadas6101 11 дней назад +3

    সচাকৈ ভাষনেই আপোনাৰ পৰিচয়।। ধন্যবাদ বাইদেউ।

  • @jeenalekharubora1190
    @jeenalekharubora1190 10 дней назад +3

    খুব সুন্দৰ ভাষণ শুনিব পাই ভাল লাগিল

  • @NivaSaikia-wv4oj
    @NivaSaikia-wv4oj Месяц назад +8

    ইমান সুন্দৰ আৰু স্পষ্টকৈ কথা খিনি কৈছে সঁচাই বৰ ভাল লাগিল বাইদেউ। ৰাভা দেৱৰ বিশাল ব্যক্তিত্বৰ বিষয়েও চমু আভাস পালো ভাল লাগিল। আৰু আগুৱাই যাওঁক তাৰ শুভকামণাৰে❤

  • @britishch9880
    @britishch9880 Месяц назад +6

    বহুত ভাল লাগিছে l শুনি থাকিব মন গৈছে

  • @pachaniaxom1155
    @pachaniaxom1155 21 день назад +3

    সচাকৈ সুন্দৰ আৰু হৃদয় পৰশা অভিভাষণ।মহাপ্ৰভূ জগন্নাথৰ কৃপা লাভ হওঁক।

  • @user-gu5po1hl7g
    @user-gu5po1hl7g 4 часа назад

    Emane val lagise kathabor, xuni bole mon goi thake

  • @papukalita1164
    @papukalita1164 Месяц назад +5

    বহুত ভাল লাগিল আপোনাৰ এনে বক্তব্য শুনি আমনি নলগা 🙏

  • @JunmoniDoley-h4q
    @JunmoniDoley-h4q 5 дней назад

    Thanks Anjela baideo bohut val lagil❤❤❤

  • @swabinachutia1475
    @swabinachutia1475 11 дней назад +2

    বহুত বহুত ভাল লাগিল। পৰৱৰ্তী সময়ত আৰু শুনিবলৈ পাম বুলি আশাৰে ৰলো ❤❤

  • @nirmalidas6347
    @nirmalidas6347 9 дней назад +2

    লগতে স্পষ্ট উচ্চাৰণ খুব ভাল লাগিল শুনি

  • @nabadas2528
    @nabadas2528 Месяц назад +5

    অপূৰ্ব বক্তব্য, ভাল লাগিল

  • @PadmapeguPegu
    @PadmapeguPegu 11 дней назад +2

    হৃদয় চুই গল madam God bless 🙏you😮

  • @jayadass2681
    @jayadass2681 9 дней назад +2

    খুব ভাল লাগিল।

  • @user-be8uu4wn7o
    @user-be8uu4wn7o 22 дня назад +2

    সুন্দৰ বাইদেউ আপোনাৰ ভাঙনে হিয়াখন ছুই যায়।

  • @gouravburagohain597
    @gouravburagohain597 17 дней назад +7

    বিষ্ণু ৰাভাৰ ওপৰত ইমান সুন্দৰ ভাষন আগবঢ়ালে নহয় শুনি বিৰাত সুন্দৰ লাগিল ৷

  • @user-ie1vm1yu4w
    @user-ie1vm1yu4w 5 дней назад

    Bohut val lagil tumar kotha bur xuni

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Месяц назад +2

    অতি সুন্দৰ আৰু বাস্তৱ সম্মত ভাষন। তেওঁৰ ভাষণত গভীৰ অধ্যয়নৰ উমান পোৱা যায়। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো ❤❤❤

  • @amulyasarma4057
    @amulyasarma4057 8 дней назад

    Thanks Anjela. God bless you

  • @bahagi.changmaichangmai7371
    @bahagi.changmaichangmai7371 Месяц назад +7

    সুন্দৰ বক্তৃতা

  • @priyamanirajkhowa6773
    @priyamanirajkhowa6773 28 дней назад +3

    আন্তৰিক অভিনন্দন থাকিল

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1u 10 дней назад +1

    অসমৰ এগৰাকী অতি প্ৰতিভা থকা স্পষ্টবাদী সাহসী যুৱ সাংবাদিক।সচাঁই এনেকুৱা কথা শুনি থাকিলেও আমনি নালাগে।

  • @nirmalidas6347
    @nirmalidas6347 9 дней назад +1

    সুন্দৰ উপস্থাপন

  • @JayantaChangmai-bs3py
    @JayantaChangmai-bs3py 19 дней назад +3

    সুন্দৰ বক্তব্য প্ৰকাশ কৰিছা ভনী,আমাৰ বংশৰ নাম উজ্বলাইছা

    • @d.mazumdar.5371
      @d.mazumdar.5371 11 дней назад

      কোন বাৰু , বক্তা গৰাকী ..?

  • @sunilborah8325
    @sunilborah8325 Месяц назад +3

    ভাল লাগিল ধন্যবাদ এনে এবিধ ভাযন আমাৰ সমাজত প্ৰয়োজন আছে আমি পশ্চিম কাৰ্বি আংলং পৰা কৈছো আমাৰ অন্তৰ। ধন্যবাদ থাকিল

  • @BhairabTaid-nn4ik
    @BhairabTaid-nn4ik 8 дней назад

    সুন্দৰ

  • @Kiran-si2bf
    @Kiran-si2bf Месяц назад +2

    আপোনাৰ কথা বোৰ শুনি বৰ ভাল লাগে ,আপোনাৰ ভৱিষ্যত উজ্বল কামনা কৰিলোঁ,

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn 16 дней назад

    ইমান সুন্দৰ মন পৰষা ভাষণ শুনিলে শুনি থাকিবৰ মন যায় ৷ বহুত উচ্চ শিক্ষাৰে একোখন চাৰ্টিফিকেটৰ গৰাকী কোনোবা হব পাৰে কিন্তু দৈনন্দিন ব্যৱহাৰিক আধ্যাত্মিক জ্ঞানেৰে সমাজ সজাব নোৱাৰে ৷

  • @snehadeka4402
    @snehadeka4402 12 дней назад +3

    আপোনাৰ কথা বোৰ সঁচাকৈ বহুত ভাল লাগিল বাইদেউ। হৃদয় চুই গৈছে ।

  • @rajibyein6833
    @rajibyein6833 8 дней назад

    আপুনি মহান ,

  • @rajibboruah4016
    @rajibboruah4016 28 дней назад +1

    সুন্দৰ ব্যাখ্যা কথাবোৰ সঁচা।

  • @AmarNath-wd9rm
    @AmarNath-wd9rm 7 дней назад

    আপোনাৰ ভাষণ শুনি খূব ভাল লাগিল ।

  • @1234lakhya
    @1234lakhya 26 дней назад +1

    বহুত সূন্দৰ হৈছে

  • @raninath4698
    @raninath4698 5 дней назад

    মোৰ সন্দেহ হৈছে,এই ছোৱালী জনী আমাৰ অসমৰে নে?মুখত আখৈ ফুটাদি ফুটিছে উচ্চমানৰ অসমীয়া ভাষা,শংকৰ -মাধৱৰ ঘোষা আৰু বিষ্ণু ৰাভাৰ জীৱন শৈলী। অভিনন্দন জনালো। আগুৱাই যোৱা।

  • @DipamoniGogoi_0_1
    @DipamoniGogoi_0_1 Месяц назад +2

    সুন্দৰ আগুৱাই যোবা ❤❤

  • @hewaligohaindekabaruah3709
    @hewaligohaindekabaruah3709 Месяц назад +1

    বৰ সুন্দৰ কথা আৰু ভাষণ, শুনি ভাল লাগিল

  • @phunudihingia8158
    @phunudihingia8158 Месяц назад +1

    ভাললাগিল ,আগলৈ আৰুআশা কৰিছোঁ।

  • @anitarajbongshi9260
    @anitarajbongshi9260 Месяц назад +2

    ভাল লাগিল বাইদেউ 🙏💓👍

  • @mridulkumarrabha892
    @mridulkumarrabha892 Месяц назад +3

    সুন্দৰ ভাষণ

  • @pabandas5362
    @pabandas5362 9 дней назад +1

    Anekwa vakhon ketiyaw huna nasilu
    vakhn buli kole hosai amonidayok jen lagisil kintu aji moi nirob hoi huniyei thkilu anekwa lagil jen ketiyaw hekh nohowk ❤

  • @RubiSaikia-dh2mn
    @RubiSaikia-dh2mn 7 дней назад

    Bohut val lage apunar kotha bilak huni vogobane apunak kukhole rakhok

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Месяц назад +1

    এও এগৰাকী সু আবৃত্তি কাৰ। তেওঁৰ কবিতা আবৃত্তি শুনিলে শুনি থাকিবলৈ মন যায়।

  • @MousomMousom-w1x
    @MousomMousom-w1x 14 дней назад

    🎉🎉🎉❤❤❤thanku ba apunar kotha huni bohut val lagil

  • @DipakGogoi-uz2ir
    @DipakGogoi-uz2ir Месяц назад +2

    সুন্দৰ ভাষন।

  • @satyakalita1490
    @satyakalita1490 17 дней назад

    সুন্দৰ বিশ্লেষণ , কবিতা আবৃত্তি সুন্দৰ ❤

  • @hiranlahkar1534
    @hiranlahkar1534 20 дней назад

    ইমান সুন্দৰ বক্তব্য ডাঙি ধৰিছে।সঁচাকৈ শলাগ লবলগীয়া

  • @nibeditatammuliborah6615
    @nibeditatammuliborah6615 Месяц назад +2

    ইমান সুন্দৰ, ইমান সাৱলীল, ইমান উদাত্ত ! বিষয়বস্তুৰ ইমান সুন্দৰ ব্যাখ্যা ! এঞ্জেলা চাংমাইক ধন্যবাদ জনাইছোঁ । ভগৱন্তই কৃপা কৰক । কৃষ্ণ ।

  • @arunkardong9834
    @arunkardong9834 20 дней назад

    খুন্দৰ কথা কৈছে ❤❤👌👌👍👍

  • @Axom1030
    @Axom1030 27 дней назад +2

    Excellent 👌

  • @debenhandique9958
    @debenhandique9958 17 дней назад

    কৃষ্ণ কৃষ্ণ ধন্যবাদ থাকিল।

  • @jatinlikchon1007
    @jatinlikchon1007 17 дней назад

    ভগৱান তোমাৰ লগত থাকক

  • @KhanindraTalukdar-zk5ps
    @KhanindraTalukdar-zk5ps Месяц назад +2

    সুন্দৰ ভাষন

  • @prabadhchandraroy7926
    @prabadhchandraroy7926 9 дней назад

    Bhanti tomar bhasan suni khub bhal lagil

  • @user-rr5lp6jt4o
    @user-rr5lp6jt4o 23 дня назад

    অতি সুন্দৰ বক্তব্য ভাল লাগিল

  • @user-ye3qb6qx4y
    @user-ye3qb6qx4y Месяц назад +1

    Baideu bor val kotha koise mor hoite apunar kothabor ekmot. Amar osarot potibeki bur eanekuwa. (Kolita manuh bur) amak ahum buli khub hahe. Jat -patok loi. Hangha manuharu , onahangha manuh hakaluwe ahum, mising, musalman, koibattra buli ninda kore. Dhoni,-dukiya adi..... 😭baideu apunak dhoiniyobad🙏🕉 apunak❤ mongal korak👌🙏🙏🙏

  • @juridas3519
    @juridas3519 8 дней назад

    xundor vaxon bohut val lagil

  • @dilipsaikia2179
    @dilipsaikia2179 8 дней назад

    এঞ্জেলাক অভিনন্দন জনালো

  • @rumiphukon2951
    @rumiphukon2951 Месяц назад +1

    Thank you soo very much ,,hunile huni thkibr mn ,imn practical ktha. 🙏🙏🙏🙏🙏

  • @durgawatibhattacharjee2351
    @durgawatibhattacharjee2351 Месяц назад +1

    Nice....you are so great .thanks so much.....maya.

  • @user-op2or6dp8q
    @user-op2or6dp8q 10 дней назад

    ভাল লাগিল ভন্তি

  • @NripenBorah-pk3wq
    @NripenBorah-pk3wq Месяц назад +1

    Sundar kotha bor val lagil

  • @rajeshdewri3555
    @rajeshdewri3555 9 дней назад

    Hundor baideo

  • @ashwinipegu4510
    @ashwinipegu4510 6 дней назад

    Very good specs hope your future

  • @user-mp3rp3lq3y
    @user-mp3rp3lq3y 10 дней назад

    Good adviced

  • @gahinswargiary802
    @gahinswargiary802 28 дней назад +1

    Very nice God bless you

  • @d.mazumdar.5371
    @d.mazumdar.5371 11 дней назад

    ভাল লাগিল অ....
    মজা লাগিল ...
    কথা বোৰ ...
    নামতো হে নাজানিলো , কত বা ঘৰ , কি বা কৰে ....
    একেবাৰে আমনি নালাগিল
    মজা মজা ....

  • @cgohain7304
    @cgohain7304 9 дней назад

    সকলো সত্য 👈

  • @jyotiborah8014
    @jyotiborah8014 12 дней назад

    আপোনাৰ ভাষন শুনি আপ্লুত হলো

  • @ranudevimorang9103
    @ranudevimorang9103 Месяц назад

    বহুত বহুত ভাল লাগিল ৷

  • @rameshchandradas1759
    @rameshchandradas1759 16 дней назад

    অতি সুমধুৰ অৰ্থপূৰ্ণ ভাষন

  • @bhanutalukdar1310
    @bhanutalukdar1310 9 дней назад

    Bahut val lagil ba,xunileo amoni nalage

  • @BirendranathMoran-m1e
    @BirendranathMoran-m1e 22 дня назад

    এঞ্জেলা, ভগবানে যদি কৃপাময় নামেৰে কৃপা কৰে, দয়াময় নামেৰে দয়া কৰে তেনেহ'লে নিৰ্দিষ্ট স্থানত নিৰ্দিষ্ট অনুস্থানত নিশ্চয় তোমাক এদিন লগ পাম। তেতিয়া তোমাৰ সু-স্পষ্ট শব্দৰ ভাষণ শুনিম। মোৰ হৃদয়ৰ মাজত তোমাৰ মৌ বৰষা ভাষণবোৰ খুউব ভালকৈ একোণত সোমোৱাই ৰাখিম। শ্ৰদ্ধাৰ বাস্তু মেদামে তোমালৈ পঠিওৱা উপহাৰটো চালো। তুমি তেওঁৰ উপহাৰটো পোৱাৰ লগে লগে তোমাৰ আনন্দৰ চকুলো মই খুউব সুক্ষ্ম দৃষ্টিৰে তোমাৰ হৃদয়ত দেখা পালো আৰু চকুলোৰ বোৱতি নদীত হেপাহেৰে দেহ তিয়াই গা ধুলো। মোৰ দৃঢ় বিশ্বাস তোমাৰ চকুলোৰ বোৱতি নৈ খনি গোটেই অসমৰ সচেতন ব্যক্তিৰ হৃদয়ে হৃদয়ে ববলৈ ধৰিলে আৰু এইবোৰেইটো তোমাৰ ভৱিষ্যতৰ মঙ্গলৰ আশীৰ্বাদ। ৰাইজৰ লগতে মোৰো আশীৰ্বাদ তোমালৈ এঞ্জেলা।

  • @user-xs9rp9zi3h
    @user-xs9rp9zi3h Месяц назад

    আগবাঢ়ি যোৱা ।

  • @sorupaidas7114
    @sorupaidas7114 27 дней назад +1

    🙏 সুন্দৰ নিদৰ্শন শুনি শান্তি পালোঁ। আশীৰ্বাদ কৰিছো ভগৱানে আপোনাক ভগৱানে আগবাঢ়ি দিয়েক তাৰে প্ৰাৰ্থনা ভগৱানৰ শ্ৰী চৰণত ❤❤🎉💯🌞দৰে উঠক। ধন্যবাদ

  • @GitashreeSonowal-mr5ui
    @GitashreeSonowal-mr5ui 23 дня назад

    বহুত ভাল লাগিছে

  • @nirmalrabha7316
    @nirmalrabha7316 Месяц назад

    Very valueable speech. Thank you to Changmai.

  • @dibyaofficial21
    @dibyaofficial21 Месяц назад

    বহুত ভাল লাগিল শুনি❤❤

  • @HariharKalita-ek6bz
    @HariharKalita-ek6bz 11 дней назад

    Sundar ,akhan xeujiya dhanani pathar

  • @jogeshdas4409
    @jogeshdas4409 13 дней назад

    Bhal lugishe baidau apunar kothaboor

  • @mathuradeka8199
    @mathuradeka8199 Месяц назад +1

    Really,You are great.

  • @HappyHandbag-qn7qj
    @HappyHandbag-qn7qj 12 дней назад

    Aapuni hsa smart

  • @chankiburagohain1289
    @chankiburagohain1289 12 дней назад

    Bohut vall lagesa kotha bur huni

  • @bhadrakantadas6101
    @bhadrakantadas6101 11 дней назад

    Sundar bhakhan. Dhanyavaad. Baideu.

  • @nirmalidas9961
    @nirmalidas9961 Месяц назад +2

    Outstanding u r great sis

  • @dharanikalita1941
    @dharanikalita1941 Месяц назад

    God bless you,Angela Sangmai

  • @pranitatalukdar304
    @pranitatalukdar304 Месяц назад

    Mojjaa and very nice.You are great.God bless you.

  • @JogeshChRabha-ry5er
    @JogeshChRabha-ry5er Месяц назад

    মন চুইগ'ল,,

  • @binodbaishya7261
    @binodbaishya7261 11 дней назад

    I appreciate ur spreading of knowledge 🙏🙏🙏🙏

  • @xyzeditor_69
    @xyzeditor_69 3 дня назад

    Good

  • @amrltdtta660
    @amrltdtta660 Месяц назад +1

    Outstanding..... unique....😊

  • @rumiphukon2951
    @rumiphukon2951 Месяц назад

    Imn sposta ,iman habalil bhakhn ,,khub bhal lgil