I salute you bahanji. Ap lug Assam police mai ha kia. Reply me. So I am from Silchar bengali. But I am Indian Army lives in Assam Silchar joint in Jammu Kashmir. Duwa aur Ashirwad rakna meri liya allha hamri sobi desh rokshi ko Shurakshit rakna. Jay hind, jay bharat, Jay Ahom..
Thank you everyone...🙏🏼🙏🏼
Are you CRPF?
Mro vl hoise police interview... district vtrt 2nd mrk paisu... darrang district......
Crush😍
Mili baa
Kuhi ba hosai aapuni bohut mohan . Aagontok rongali bihu hubhesha jonalu .
Eman dhuniakoi gaise baaye
সুন্দৰ সুন্দৰ কুহি । তোমালোক সদায় এনেকৈ হাঁহি তামাচাৰ মাজত থাকা ।আৰু সদায় নিজৰ দায়িত্ব পালন কৰি যাবা । তোমালোক সদায় আগবাঢ়ি যোৱা কুহি ❤️❤️❤️❤️
ভাল লাগিল ভিডিঅ'টো চাই.. মোৰ ও ট্ৰেইনিং সময়লৈ মনত পৰি গ'ল। বিহু সময়ত অসমত নাথাকিলে বা বেলেগ অসুবিধাত চুটি নাপালে কেনেকুৱা লাগে ন।কি কম । মোৰও একে অবস্থা ।যি কি নহওঁক দেশৰ বাবে ওলাই আহিছো যেতিয়া অলপ কষ্ট সহ্য কৰিব লাগিবই। তোমাক লগতে তোমাৰ লগত থকা অসমৰ সকলো গাভৰুলৈ লগতে সকলো অসমবাসী ৰাইজলৈ
ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ।
Nice🙏👍
😍
নিজৰ ঘৰখন এৰি বহুত দূৰৈত তথাপিও তোমালোকে ইমান ধুনীয়াকৈ মিলি জুলি আছা মোৰ ফালৰ পৰা তোমালোক আটাইলৈকে শুভেচ্ছা থাকিল ।
আজিৰ ভিডিঅ'টো বেছি ভাল লাগিল ❤️❤️।ভাল লাগে আমাৰ অসমীয়া ভাষাটো যেতিয়া অন্য ভাষি লোকৰ মুখত ফুটি উঠে,তাতে আকৌ বিহু 🔥🔥। শিকোৱা বাইদেউ জনীলৈ 🙏🙏।
Khup bhal lagil....bihu tu kamor bastotar majote kora utsob.....thanks...and....thanks..
বহুত ভাল লাগিল , সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
Val lagil apunar tu vedio sai akha koru ketiyaba apunar logot log hom buli🙏🙏🙏🙏
বহুত ভাল লাগিল॥গান কেইটাও ধুনীয়া লাগিছে॥ভালকৈ থাকিবা॥॥
বাইদেউ বহুত ভাল লাগিল। ৰঙালী বিহু শুভেচ্ছা জনালোঁ।
আপোনালৈও আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো বা||
বাইদেউ আপোনালোকৰ vedioটো চাই কেনে বহুত ভাল লাগিছে অ" । এইটো A হয় Real injoy... Joy Hind❤❤❤
বাইদেউ আপোনালোকক আমাৰ ফালৰ পৰা আগন্তক ৰঙালি বিহুৰ বহুত বহুত শুভেচ্ছা জনালো
Mon tu val lgi gole video tu sai tumar monipur suwali joni dhunia koi gaise gaan tu
Proud of you sisters... Love and best wishes from Udalguri.
বহুত ভাল লাগিছে আপোনাৰ ভিডিঅ' চাই 👍👌
Juiii🔥🔥
সচাঁই বা বহুত ভাল লাগিছে ইমান কামৰ মাজটো তুমি ভিডিও বনাইছা সদায় সুখী হোৱা তুমি
মইয়ো তোমাৰ দৰে হবলৈ চেষ্টা কৰিম
হওক দিয়া।দুখ নকৰিবা।এয়াও জীবনৰ ৰং।তোমালোকে এনে ভাল কাম কৰি আছা।তোমলোক আটাইকিজনী ইমান ধুনীয়া আৰু হেল্দী।ভালে থাকা।
ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ তোমাৰ লগতে তোমালোকৰ সকলো সদস্যলৈ ৷
Rogali Bihu aagotiya koi khubhesa jonalu . Aacha se rehena TAGRA RAHO MADAM ❤❤
U are such a inspiring idol to the upcoming generation......stay blessed....n healthy
Xosakye aaponar videoti sai bohut val lagile aru aponalok xoklke bohag bihur agotiyakoi subhesa jonalu
Proud of you.. Jay hind... Lots of love from assam
Bohut bohut xundor lagil I love foji
বা আপোনালৈও ৰঙালী বিহুৰ আগতীয়া কৈ শুভেচ্ছা থাকিল ♥️
Bhal lagil
Aapunaloke alop khamoi
Uliyai video to dile
Thanks
আপোনালৈ ৰঙালী বিহুৰ আগতিয়াকৈ শুভেচ্ছা থাকিল বা❤️
Apolokok ham bohot bohot ba t k ba
Val lagil sai video 2 baideww. Nijor kamot agbahi jawok.agotiyakoi rongali bihu r huvesha jonaisu. Love u 2 baideww 😘
বা আপোনাৰ ভিডিও চাই বৰ ভাল লাগে আৰু আপোনাক মৰমৰ লাগে বা miss you baa
বহুত ভাল লাগিছে রঙালী বিহুৰ শুভেচ্ছা জনালো সকলোকে
I salute you bahanji. Ap lug Assam police mai ha kia. Reply me. So I am from Silchar bengali. But I am Indian Army lives in Assam Silchar joint in Jammu Kashmir. Duwa aur Ashirwad rakna meri liya allha hamri sobi desh rokshi ko Shurakshit rakna. Jay hind, jay bharat, Jay Ahom..
Sima aji tomak dekhi Val lagil veeranga suwali saboke mur falor pora bohut bohut morom jasilu
Aji prothom Saisu bohut bhal lagile dei ba
moiu aji prothom...
ভাল লাগিছে তোমাৰ লগৰ পৰিয়ালতো জত আছা ভাল দৰে থাকিবা ভগবানৰ উছৰত পাথনা কৰিচো
Emn kosto r majotu hdai tumr mukh t hahi tu dekha pau... Hodai anek hahi thakiba 🤗♥️😘
Bohut2 val lagil..an eta video loi apekhya korilu
Colourful Northeast... Beautiful languages...
Hi Kuhi. Mam tumor logrjni murlogr
Somoy besi napao Baideo jetiya mbil toh pao video bor sao love you Ba ❤❤❤ I really love force
Bhut val lagil akhirbad kribo jate moiyo defence ot jabo paru jay hind
Hokoluke vl lagise . Amar Missing Bai joniloi dhonybad thakil
Fouji life is the most heart work life and enjoying life ❤
Xosakoi ba bor val lagil vdeo tu Sai🌺🌺 apunak vogwane xodai enkoia xukhi rakhok tarei kamona korilu...❣️
আপোনাৰ লগত ডিউটি কৰা সপোনতো সপোন হৈয়ে ৰব যেন লাগিছে।।। 😥😥😥😥আপুনি বহুতৰ Inspiration 💓💓💓💓
Apunalukor grup to eiman mila pity sai j kiman vhal lagil.nijoke bujab nuwaru.hodai jate einekoi thake apunaluk.by.joi hin.❤❤❤👌👌👌👌👌👌
love you kuhi baaa বিহু লৈ মাথো মাজত কেইটামান দিন। ৰঙালী বিহু বহুত বহুত সুভেচা থাকিল।
Khub val lagile video tu sai.beltar sakoribur anekua ye.ami o bahut miss karu,bihu ahile
Bhal lagil video tu sai ba
সুন্দৰ হৈছে ,,,,, লগতে তোমাৰ সকলো বন্ধু বৰ্গৰ লৈ ৰঙালী বিহুৰ আন্তৰিক হুভেশ্য জ্ঞাপন কৰিছো ।
Garo baidojonir kotha hoise.bohu bhal lagise bhal joga kintu aji 6.7mah sutiye puwanai ghore dekhanay. So akebare sample 👍
বহুত ভাল লাগিল,সকলোৰে মন্তব্য শুনিলোঁ ভাল লাগিল।
Eishh🔥🔥❤️❤️❤️
Bohag Bihur huvessa thakil Tumi aru Tumar logoriya birangana borolay.....
Pushpanjali ba😍🔥🔥🔥💥
Superb commando👍👍👍👍👍....
Really vall lagil baidew
বহুত ভাল লাগিল ভিদিওটো চাই । তোমালোকে সকলোয়ে ভালে কুশলে থকা
আপোনালোক সকলোলৈ ও মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহু ৰ হিয়া ভৰা শুভেচ্ছা থাকিলে বা
Apunak bohut val paw kuhi baa..... 😘😘😘😘😘😘
তোমাৰ ভিডিঅ' চাই মোৰ ছোৱালীয়ে বৰ ভাল পাইছে দেই । আজিহে দেখিছো ভিডিঅ'টো ।
বহুত ভাল লাগিল আৰু আগন্তুক ৰঙালী বিহুৰ তোমালোক সকলোলৈকে হিয়াভৰা শুভেচ্ছা জনালোঁ
Mzzaaa papori baaa
আপোনালোক বীৰংগনালৈ পোন প্ৰথমে চেলোট দিচোঁ । ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা ওলগ জনালোঁ। আগন্তুক দিন বোৰ যেন আপোনালোকৰ ভালে কুশলে যায় । লগতে আপোনাৰ ভিডিও টি চাই ভাল লাগিল।
আপোনালক সকলোলৈকে আগতীয়াকৈ ৰঙালী বিহুৰ আান্তৰিক শুভেচ্ছা জনালো কুহিঁ বা ।।
ভাল লাগিল বাইদেউ, সঁচাকৈয়ে ভাল লাগিল
আগন্তক ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। গৌৰৱান্বিত আপোনালোকৰ বাবে আজি। মোৰ ভন্টীকো এদিন এনেকৈ চাব খুজো, তাই H.S পৰীক্ষা দি আজৰি হলেই মোৰ লগত দৌৰ মাৰিব লৈ যাম শাৰীৰিক ভাবে তাইক ইয়াৰ উপযুক্ত কৰিম। ভগৱানে আপোনালোকক কুশলে ৰাখক বা।
এইয়াই আমাৰ অসম বিভিন্ন জাতি জনগোষ্ঠীৰ সম্মিলিত অসম বুকু ফুলি উঠে যেতিয়া সকলো জাতি জনগোষ্ঠীক একেখন অসমী আইৰ বুকুৰ মাজত দেখো আশা কৰো আপোনি আগলৈয়ো আমাৰ অসমীয়া ভাষা কলা সংস্কৃতি ক সকলোৰে আগত বিস্তাৰিত কৰিব আৰু সকলো জনগোষ্ঠীৰ বাইদেউ সকলৰো ভাষা সংস্কৃতিক আগুৱাই আনিব কাৰণ আমি সকলোৱে প্ৰতিটো ইতোৱে সিটোৰ জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি ক সন্মান কৰিব লাগে তেতিয়াহে আমাৰ অসম খনি চিৰদিন ৰঙীন আৰু ধুনীয়া হৈ থাকিব। আপোনাৰ ভিডিও বিলাক বৰ ভাল লাগে চাই। শেষত আপোনালোক সকলোৰে সু স্বাস্থ্য আৰু দীৰ্ঘায়ো কামনা কৰিলো। সদাই কুশলে থাকক হাঁহি থাকক।
জয় আই অসম।। ❤❤❤
Joi Hind 🇮🇳 mur মৰমৰ বাইদেউ
Bohut bhal lagise koise kitu 6mah hole suti puana holeo bohut bhal Lage logor hokolor logot buli koise.God bless to all of you.
কুহি বা আপোনাৰ নিচিনা হ'ব বহুত বহুত বহুত মন যায় কিন্তু কি কৰিম hight সৰু আৰু Assam police এতিয়া লৈ ৩বাৰ কেনচেল হ'ল ।।
Kuhi baaa🥰 anekuwa videoo ru bonab sun bhut vll lagile
🙏🙏🙏
Kuhi Baideo video sai bhal lagil aru
anekuwa video aagoloi bonai jaok
Mojjja baaa
আজি ভিডিঅ'টো ছায় বহুত বহুত ধুনীয়া লাগিছে বা
বা আপুনাৰ ঘৰ লখিমপুৰত নেকি
Darrang or
@@swapnachamua2213 ou ou. Moi lakhimpur r buli bhabisilo
@@pranjalboruah1444 oo
wow bohut val lagesa ba sae... aimaru bohut mon aipunalukor dora hob
Share koribo parim ne
Bohut mojja aguai juwa my sister
Mur life partner hobaa ne. 🔥
তোমাৰ লগতে আৰু বাকী সকলৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ । Jai Hind ,jai juwan , jai aai axom .
Bohut vl lagil apunalukr usrt jabola ami parthona korisu
দেশ আৰু জাতিৰ স্বাৰ্থৰ সেৱাত ব্ৰতী সেনানীলৈ নমস্কাৰ জনাইছো ।
Birangona vaidu apunar video sai buhut buhut val lagil
Bhut vl lagil kuhi ba aponar video sai
Baidew bohut val lagil apunalokk dekhi
Val lagil tumar kotha huni.tumi hukhi huwa,huvessa thakil.next video saboli opekhyat Rolu.
Gaan Keita kintu mja gaise baideu jonie❤️🤟👌
তুমালোক আটাইলৈকে মোৰ ফালৰপৰা বহুত বহুত মৰম দিলো ভনিহত । Farom---নেপাল
Aji prothom saisu tumar video. Bohut besi bhal lagil. Aru agbarhi jua xubhesha thakil.
Bohut val lagil ba apunar video too
Bht vl lagil bidew.. Happy rongali
Video tu sai val ligc baido
Kuhi tumar video first time salu,,,khub a dhuniya ,,,u hv a big family ,,various types of peoples all together ,,,
Khub hundor.good job.ki kobi aru amar kopalt heibor nai aru sage.
Tumar vdo bur say bhut vl lage
সুন্দৰ আগবাঢ়ি যাওক
I love birangana god bless u I proud
Ur just awsome... Nice video
Nice ba vale thakok apunalok
Seema mis u. Vedo sai val lagil. Aguwai juwa