||দুখীয়া বুলি হাঁহি থৈ গ'ল 😂||।আমাৰ ঘৰত ভূত ওলাই।।

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • #assamese
    #vlogs
    #jimpi
    #দুখীয়া
    thank you ❤️

Комментарии • 728

  • @jimpiboravlogs
    @jimpiboravlogs  Год назад +126

    সকলোৱে comments বোৰ পঢ়ি আছোঁ 🥺। Reply সকলোকে কৰিব পৰা নাই। বেয়া নাপাব।

  • @r.r.rabbani5901
    @r.r.rabbani5901 Год назад +8

    জীমপী, তোমাৰ মনতো বহুত ভাল,তোমাৰ মনতো ভাল কাৰণে তোমালোকৰ ঘৰখনো ধুনীয়া,ঘৰৰ পৰিৱেশ ও ধুনীয়া........সদায় হাহিফুৰ্টী কৰি থাকিবা জীৱনত বহুত আগবাঢ়িবা তুমি 👍

  • @rashmimoran5771
    @rashmimoran5771 Год назад +8

    যিসকল লোকৰ হাত-ভৰি নাই তেওঁলোকহে প্ৰকৃত দুখীয়া,,, তেওঁলোকে যিমান দূখ কষ্ট সহিব পাৰে,, আমি সেয়া কেতিয়াও অনুভৱ কৰিব নোৱাৰা,,,সেয়ে যি পাইছো তাতে আমি সুখী হব লাগে

  • @hazarikaajay
    @hazarikaajay Год назад +24

    হিয়া উজাৰি আশীৰ্বাদ কৰিছো ঔ আইজনী💐

  • @RashmiKonwar
    @RashmiKonwar Год назад +5

    তোমাৰ ভিডিঅ আজি প্ৰথম চালোঁ । ইডিটিং ইমানেই ধুনীয়া হৈছে যে অলপো আমনি নালাগিল ।ইমান ধুনীয়াকৈ সজাই ৰাখিছা ঘৰটো । অতি চাফা ।বহুত মৰম দিলোঁ । সুখী হোৱা ভালে থাকা ♥️♥️♥️।।।কথাবোৰ খুব মৰম লগা

  • @trishnabaruah2538
    @trishnabaruah2538 Год назад +27

    সাধাৰণ জীৱন সুন্দৰ জীৱন ...🤗🥰💗

  • @Munu-y3m
    @Munu-y3m Год назад +9

    লোক ৰ কথাত মন নিদিবা মানুহ সদায় মন চাফা হ'ব লাগে 👍

  • @nikumoni6113
    @nikumoni6113 Год назад +8

    দুখীয়া মানুহবোৰ ধনৰ দুখীয়া হলেও মনৰ দুখীয়া কেতিয়াও নহয়। নতুন বান্ধৱী হলো আশা কৰিলোঁ মোৰ বান্ধৱী হবা বুলি

  • @basantadas9127
    @basantadas9127 Год назад +32

    দূখীয়া মানুহৰ বোৰ‌ সদাই‌ সুখত‌ থাকে

  • @snehakhanikor3593
    @snehakhanikor3593 Год назад +12

    মনৰ সুখ আচল "সুখ"। নিজেই থিক থাকিলে, ধন নিজে আহিব।👍👍

  • @pubalibora2927
    @pubalibora2927 Год назад +4

    যান্ত্ৰীকতাৰ পৰা আঁতৰি এখন ধুনীয়া পৰিবেশৰ ঘৰ।।ইয়াত কে সুখ আৰু কতো পোৱা নাযায়।সুখী হৈ থকা ইয়াত কে সুখ আৰু কতো নাই।।এনেকুৱা পৰিবেশ এতাত থাকিব বহুত মন যায় ।সদায় একেলগে থাকিবা বহুত ভাল লাগে।।।আগুৱাই যোৱা।।দুখীয়া নহয় তুমি মই ভাবো তুমি বহুত ধনী। ইমান মৰম ভাল পোৱা থকা ঘৰ খনক কেতিয়াও দুখীয়া নকবা।

  • @chayanikadhunu9522
    @chayanikadhunu9522 Год назад +5

    আগবাঢ়ি যোৱা জিম্পী বা।💗♥️
    ভাল লাগিল।💗❤️
    মনটো পবিত্ৰ কৰি ৰাখিব লাগে সদায়।🤞♥️

  • @ligangtaye3382
    @ligangtaye3382 Год назад +17

    আমি সকলো অসমীয়া মানুহ হয় ✌️ ধনত দুখীয়া হ'লেও মনত দুখীয়া নহও ✌️👍।

  • @nargishlife
    @nargishlife Год назад +93

    আমিও দুখীয়া দুখীয়াৰ মাুুহৰ ধন নাথাকিলেও মন ডাঙৰ হয় 🥰

    • @palkyhazarika7172
      @palkyhazarika7172 Год назад

      Hoisa Kota koisaa tomeee

    • @suvashisborah5883
      @suvashisborah5883 Год назад

      আমিও দুখীয়া দুখীয়াৰ মানুহৰ ধন নাথাকিলেও মন ডাঙৰ হয়

  • @sangitasaikia6785
    @sangitasaikia6785 Год назад +48

    Dhon thakiu kisumanor monor xukh nai.. .. monor xukh 2 he asol xukh.❤️❤️

  • @nitushreegogoi7419
    @nitushreegogoi7419 Год назад +4

    খুব ধুনীয়া ঘৰ, চাফ - চিকুণ, চিজিল। শান্ত পৰিৱেশ ভাল লাগিল জিম্পী 💖🍃

  • @minudutta3992
    @minudutta3992 Год назад +9

    সকলোৱে মিলিজুলি থাকিলে সুখ অনুভৱ হয় ৷ সুন্দৰ ৷

  • @gunajitbarman4598
    @gunajitbarman4598 Год назад +5

    এনেকুৱা ঘৰ পৰিবেশ বহুত ভাল লাগে😘

  • @shibaru8880
    @shibaru8880 Год назад +3

    সঁচাকৈ ইমান সুন্দৰকৈ আপুনি কথা বোৰ কলে বহুত ভাল লাগিল ভিডিঅটো চাই 🥰🥰🥰

  • @tiputriraj9238
    @tiputriraj9238 Год назад +2

    সুন্দৰ ভন্তী , একো নাই । আগবাঢ়ি যোৱা ? ধনী দুখীয়া একো কথা নাই , ধন্যবাদ ।

  • @Miss_pranali_hazorika
    @Miss_pranali_hazorika Год назад +6

    লোকৰ কথা বাদ দিয়া 😏এখন কাণে হুনি আনখনে উলিয়াই দিয়া 🥳🥳 কাৰণ সিহঁতে খুওৱা নাই পিন্ধোৱা নাই ✊দাৰেক কথা 🥰তুমি নিজে ভাল হৈ আগবাঢ়ি যোৱা ভগৱান আছে তোমাৰ লগত ❤️❤️ পইচা আজি আছে কালি নাই মনৰ সুখ নহলে সচাকৈ সুখী হব নোৱাৰি 🥰 পইচা মানোহক প্ৰয়োজন হয় আজি যোগত পইচা নহলে নহয় বাৰু কিন্তু আমাৰ নিচিনা দুখিয়া মানুহে এনেকৈ থাকিব লাগিব ও মনত যিমানেই দুখ থাকিলেও মুখৰ পৰা হাঁহি তো হেৰাই যাব নিদিবা 😂😂😂

  • @mosaddiquehkibria3473
    @mosaddiquehkibria3473 Год назад +1

    তোমালোকৰ সেইখন কেৱল এখন ঘৰ নহয় , বৰং সপোন সৃষ্টি হোৱা এখন স্বৰ্গ য'ত তিনিটা পৰিয়ালে আনন্দৰে জীৱন কটায় । আপ্লুত হৈছো । সদায় এই খন ঘৰ সুখৰ উৎস হৈ থাকক । মোৰ আন্তৰিক শুভকামনা ।

  • @pranjaldas4271
    @pranjaldas4271 Год назад +4

    তোমাৰ ঘৰ আৰু ঘৰৰ পৰিবেশ বহুত ধুনিয়া,love from tezpur.

  • @minotichetia9972
    @minotichetia9972 Год назад +1

    তোমাৰ ভিডিঅ'বোৰ কেইদিনমানৰ পৰা চাইছো । বহুত ভাল লাগিছে। ময়ো সাধাৰণ ঘৰৰে আৰু এনেকোৱা ঘৰত থাকি বহুত ভাল পাওঁ।ধনী দুখীয়া বুলি নহয় আচলতে মনৰ সুখ হ'ব লাগে। সদায় সুখী হোৱা আইজনী।❤️

  • @prasantapriyanujvlogs7191
    @prasantapriyanujvlogs7191 Год назад +2

    এনেদৰে সকলো একেলগে থাকিলে বহুত ভাল লাগে। আগলৈও একেলগে থাকিবা বুলি আশা কৰিছোঁ ,,,,, বহুত ভাল লাগিল ভিদেও টো

  • @allinonemix-g2l
    @allinonemix-g2l Год назад +3

    অন্তৰৰ পৰা কৈছোঁ বহুত বহুত বেছি ভাল লাগিল 🥰❤️,Keep..it..up..👍❤️God..bless...you..🤗❤️

  • @tarulatadas4171
    @tarulatadas4171 Год назад +1

    জীমপী মন ধুনীয়া হ'লে সকলো বস্তুৱেই ধুনীয়া হয় তোমাৰ লগতে ঘৰখনো বৰ ধুনীয়া

  • @BinoyIRBora
    @BinoyIRBora Год назад +2

    বা তুমি ঘৰতো ইমান ধুনীয়া কৈ সজাই থৈছা। ভাল লাগিল চাই🥰।
    *********তুমি আৰু আগুৱাই যোৱা।

  • @user-ob9zj8tw7l
    @user-ob9zj8tw7l Год назад +1

    dhonere kune oh hukhi hbo nuware monor hukh nohole bhut val lagil baa apunar ghor khon jimpi baa apuni hodai aguyai jowa tare kamona koro apunar video hodai saw moi bhut vl lage

  • @sumpigogoi5890
    @sumpigogoi5890 Год назад

    Hsake bht vaal lgil video tuu..♥️♥️

  • @jonakiboro
    @jonakiboro Год назад +4

    তোমাৰ video বোৰ ছাই ভাল লাগে ভন্টি 🥺 সছাই আমাৰো একেই গতি অ🥺✨🤗🙌🙌

  • @shivanisadhanidar7890
    @shivanisadhanidar7890 7 месяцев назад

    বিল্ডিংটো সেইটো সুখ নাই যিটো তোমাৰ ঘৰত আছে জিম্পী❣️❣️

  • @popirva5054
    @popirva5054 Год назад +1

    Jimpi kothabur emn dhuniyake bujai kbo jna..love from goalpara ❤️❤️❤️😘😘😘

  • @anuradhapeguchoudhury
    @anuradhapeguchoudhury Год назад +1

    Jimpi vonti tumak eman ভাল লগে। 🥰

  • @rimjimdas8333
    @rimjimdas8333 Год назад

    Khub xundor ..Val lagil anekua ghor e vl oo hokolu melijule asa ..Nejor ghor khon vonga holau thaki xukh pua jy nejor besona khon e sobotkoi bast

  • @nitulsaikia747
    @nitulsaikia747 Год назад +2

    বহুত বহুত ভাল লাগিল,এনেকুৱা পৰিবেশ ভাল লাগে,তোমাৰ video মই সদাই চাও বহুত ভাল লাগে

  • @jumpimalakar9720
    @jumpimalakar9720 Год назад +6

    সাধাৰণ জীৱন সুন্দৰ জীৱন ❤️🥺

  • @lwmsardaimary5483
    @lwmsardaimary5483 Год назад

    Tmalukor video say bohut basi vl lage ..bhogobanor akhirbadod tumaluke Jan khoday bhale kukhole agbarhi juwa Taray akha thakil 🙏🙏🙏🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰

  • @pranitasaikia5164
    @pranitasaikia5164 Год назад +1

    তোমাক লগ পাই বহুত বেছি ভাল লাগিল ❤️🌹🤩🥰✌️❤️💕 Jimpi baa ❤️💖💞🥀🌹👍✌️👍👌

  • @paplidas5402
    @paplidas5402 Год назад

    Bhut vl lagil mur video Tu sai.... Kisuman manuhe nijr ghrkhn dekhble laj kore.... Tumi j tnkua nhy so vl lgil tumi ru agbahi jua vnty.... 👍👍👍👍

  • @RashmiKonwar
    @RashmiKonwar Год назад +19

    আজিৰ দিনটো তিনিটা পৰিয়াল একেলগে থকাটো অতি গৌৰৱৰ কথা

  • @Durgashriborah9
    @Durgashriborah9 Год назад +3

    So beautiful environment.. Full of Greenery and lovely place. ❤️

  • @anuradhaboro8040
    @anuradhaboro8040 Год назад +1

    Moi apunalokor video xdai saw ba adinu miss nkru bhut vl lge sai ba aru jate agoloi anekua vl vl video bonai jua ghrkhn sai bhut vl lgil Mr aji

  • @monjilgogoi3803
    @monjilgogoi3803 Год назад +3

    বহুত বহুত ধুনীয়া লাগিছে দেই 😊👌🏡

  • @rulebegum2092
    @rulebegum2092 Год назад +1

    Manuhor poisa dorkar ni monor ha kodha amiu dukhiyai hoi mon khula hola aku nalaga dhon gor bari apunaluk dujoni eiman vl 💕💕💕i miss you

  • @binuddowarahboga6235
    @binuddowarahboga6235 Год назад +1

    ধনী দুখীয়া একো কথা নাই মানুহৰ আচল মনটো হে বা ।

  • @tarunmoran7625
    @tarunmoran7625 Год назад +1

    দুখীয়া হলেও মন বোৰ সদায় ধুনীয়া ❤😢

  • @atozknowledgeassamese
    @atozknowledgeassamese Год назад

    সুখী হ’ব পৰাটোৱেই আচল কথা ৷ কেবল টকা-পইচাই সুখ দিব নোৱাৰে ৷ RUclips টো ভালদৰে চলাই যোৱা ৷ এদিন টকা-পইচা আহিবই ৷

  • @kalpanadas6006
    @kalpanadas6006 Год назад +1

    বহুত ধুনীয়া বা❤️
    তোমাৰ এই কথাবিলাকে বহুত সাহস দিয়ে🥰😍

  • @pankajhazarika7937
    @pankajhazarika7937 Год назад

    Tumi bhut lucky hoy....tumaluk sb akelge thaka babe...tumar vl houk...aagbarhi juwa..

  • @MadhurjyaNeog33
    @MadhurjyaNeog33 6 месяцев назад

    বৰদেতা বৰ্মা সকলোয়ে একেলগে থাকা নে ! সুন্দৰ পৰিয়াল

  • @dimbeswardas5661
    @dimbeswardas5661 Год назад +3

    বহু ভাল লাগিল মোৰো প্ৰিয় এনে পৰিবেশত থকা মানুহবোৰ মই বহুত ভাল পাওঁ..! 😍😱

  • @hiyashreeborahhiyashreebor7529

    তোমালোকৰ চাৰিওফালৰ পৰিবেশ টো বহুত ভাল লাগিল।। শান্তিৰ পৰিবেশ ভাল লাগে।। এনেকৈয়ে আগ বাঢ়ি যোৱা।। আমি লগত আছোঁ সদায়।। love from Nagaon ❤️❤️

  • @babuejangpovlogs
    @babuejangpovlogs Год назад +2

    WOW so nice 👌 Vlogging Never keep it up ❤️ I'm full support 🤝 from Umrongso Assam

  • @Dhirajk436
    @Dhirajk436 Год назад +4

    Anka ghrt thoka hukh tua blg 💞 vl lgil video tu sai baa 🥰💞

  • @p.gvlogscharaideo9332
    @p.gvlogscharaideo9332 Год назад +3

    আগুৱাই যোৱা শুভেচ্ছা জনালোঁ।

  • @dhunmaina7377
    @dhunmaina7377 Год назад +1

    Hompurno salu
    Bohut val lagil
    Aguai jua

  • @kakalidevi4906
    @kakalidevi4906 Год назад +1

    আগুৱাই যোৱা। বহুত শুভকামনা থাকিল তোমালৈ।

  • @prabinsaikia6826
    @prabinsaikia6826 Год назад

    Dukhiyar ghorto kesa hbo pare kintu mntu dukhiya nhoi dukhiyar bohut hukh kunu kotha nai Tumi aguwai jua

  • @trishasunu783
    @trishasunu783 Год назад

    Woww dhuniya ghor khon aru tatkou dhuniya tmr Mon jimpi 😘🥰

  • @alpagogoi4951
    @alpagogoi4951 Год назад +8

    বা তোমাৰ ঘৰলৈ যাম নে 😀ইমান ধুনীয়া পৰিৱেশ আমাৰ দৰে

  • @dipanitagogoihazarikadailyvolg

    khub sundor vl lagil rumour khub dhuniya koi rakhisa

  • @bornaliborgohain4313
    @bornaliborgohain4313 Год назад

    Bhut besi vl lagil ...iman dhuniakoi tmi koisa ro dekhuaisa hosakoi vl lagil...moi aji first saisu tmr video vl lagil...agbahe jua tmi

  • @suicidegamerjbx
    @suicidegamerjbx Год назад +1

    Switch board ..... Ketek ketek 🥰
    Khati axomiya.... Love from Charaideo Sonari

  • @bastabsaikia3788
    @bastabsaikia3788 Год назад +1

    Lots of love from Dibrugarh..... Val lgil 2mr video sai

  • @reshmisarkar1350
    @reshmisarkar1350 Год назад

    Bohut val lagil..tamalokor ghoror xonmukhor poribekh tu bohut dhuniya mane tumalokor gaw khone bohut besi dhuniya..alohi gole tumalokor ghorot jate thakibo nuware xeikarone vut (nigoni) ani thoisa no😂😂.

  • @parakhmonibaruah6819
    @parakhmonibaruah6819 Год назад

    Tomar কথাবোৰ ভাল লাগিল দেই সুন্দৰ

  • @RupaliRBvlogs-nw7uv
    @RupaliRBvlogs-nw7uv Год назад

    🙏🙏 bohut val lagise apunar ghore khon aru very nic comments 👍👍❤️❤️

  • @mainagogoi3393
    @mainagogoi3393 Год назад

    তোমালোকৰ পৰিৱেশটো বৰ ধুনিয়া সান্ত ভাল লাগিল

  • @lachitpatra4194
    @lachitpatra4194 Год назад +2

    Truth is God. God bless you🙏

  • @parthapratimnathpriyogit3527
    @parthapratimnathpriyogit3527 Год назад

    Tumar ghororor pribeh bhal lalil.bihehkoi ajir dinot Jain poribar Kom dekha jai🎉😊

  • @JanakiRoy-dc7up
    @JanakiRoy-dc7up 6 месяцев назад +1

    Moja lagloe..❤❤😃😃😅

  • @gopuboro7989
    @gopuboro7989 Год назад

    Full support mor pora👍🏻aneke agua jai thaka😊

  • @prakashdas5386
    @prakashdas5386 Год назад

    ভাল লাগিল ভিডিঅটো চাই তুমি সুন্দৰ মনৰ ছোৱালী , সদায় সুখী হোৱা মনৰ জোখাৰে ভগবানে সহায় কৰিব তোমাক কামনা কৰিলো

  • @sayamonigogoi2312
    @sayamonigogoi2312 Год назад +1

    Val lagil 😀 l love you jimpi ba

  • @dipenchutia
    @dipenchutia Год назад

    ভাল লাগিল তোমাৰ সজা কথা কোৱাৰ বাবে ধন্যবাদ।

  • @pritiSS138
    @pritiSS138 Год назад +1

    Dhuniya lgise baaa... love you ❤️❤️❤️

  • @pujarabharabha2674
    @pujarabharabha2674 Год назад

    Bohut vall laga ba tuma lokor video bur sai

  • @nitumonipathak1739
    @nitumonipathak1739 Год назад +3

    ভাল লাগিল তোমাৰ ঘৰখন।

  • @PunamChutia-il1kq
    @PunamChutia-il1kq Год назад

    Nijoke dukhia nokoba ami hodai asu tmr lgt video di thka ag bahi goi thaka❤️

  • @gitarthabora2852
    @gitarthabora2852 Год назад +2

    👏👏for Jimpi Bora

  • @pahivolgs3969
    @pahivolgs3969 Год назад +1

    Video tu Sai bhut Val lagil deii .. muru ma r grr eyatkoi baya .. aslta grr gra hoi .. nijorr grt jimankhini hukh paba Ann kotu nupuwa 😇😇

  • @parakhmonibaruah6819
    @parakhmonibaruah6819 Год назад +1

    Mojaaa

  • @akashiGonga5408
    @akashiGonga5408 Год назад +1

    Tumak ru junmonik kiba nijor ghrr mnuh jen lge 😚❤️
    morom pothalu😚from sarupathar🌻

  • @user-pampi
    @user-pampi Год назад

    Dukhiya jibon jiyai vl lge,dukhiyar atmo sonman ase,,,

  • @rinkumonisonowal6381
    @rinkumonisonowal6381 Год назад

    Hodai anekoi hukhi hoi thaka ge takei loi hukhi hbo lage ei ktha tmi u koisa ., Manuhe ki koise hahise heibr ktha ketiya u bhabi dukh kri mn nkriba.. vl lagil tumr video sai aji 1st saisu tumr video.. Aguyai juwa 🥰😊😊

  • @bipulsaikia9023
    @bipulsaikia9023 Год назад

    Videotu sai bhut val palu

  • @duwarahkashmiri3231
    @duwarahkashmiri3231 Год назад +3

    বহুত ভাল লাগিল বা🦋❤️ ভালে থাকা ❤️

  • @seemachoudhury3069
    @seemachoudhury3069 Год назад +1

    Val lagely ba video2

  • @juliedutta6819
    @juliedutta6819 Год назад +8

    Bohut dhunia House sisu 😍❤️🥰

  • @monikarajkhowa8876
    @monikarajkhowa8876 Год назад

    Val lgl vdeo 2 tmr kotha khnii😘😘😘amiu dukhiyaa kin2 mn2 dhoniii ji ase tak loi a hukhii

  • @brindabangogoiofficial
    @brindabangogoiofficial Год назад +6

    সুন্দৰ উপস্থাপন

  • @purnimadutta539
    @purnimadutta539 Год назад

    Hosakoi bohut val lagil vidoe to

  • @imranhaque1472
    @imranhaque1472 Год назад

    Dukhiya nohoi baa bohut dhuniya ghor khon

  • @songitachutia6835
    @songitachutia6835 Год назад

    Bohut val lagil video tu sai❣️vale thaka hodai baa🦋🌼

  • @priyachutiayoutube7231
    @priyachutiayoutube7231 Год назад

    Tumr video sai bohut vl lage.... Akha korilu ketiyaba log pm buli

  • @BiplabDas-is9cw
    @BiplabDas-is9cw Год назад

    তুমি ইমান ধুনীয়া তুমাৰ ভিডিও বোৰ চাই বহুত ভাল লাগে।

  • @TheThe-yg7ms
    @TheThe-yg7ms Год назад +1

    Bht val lgil Baa tumr kotha j mak koi a thku moi sob vedio saw olp agt schlr pra paisu he atiya phn 2 loi tumr home tour 2 a saisu❤❤

  • @iamdevil252
    @iamdevil252 Год назад +3

    You are really a very good person by hearts Love u baa ❤

  • @rekhabora7141
    @rekhabora7141 Год назад

    Jimpi ba dhonere hobol nholeu manuhor mon2 a mein so mur tumak bohut val lage aru tumar video sai aru besi val lage tumi so cute baa love you