Wow vl lgila sai tumi j njor gr2 dakhbola lag kora ni Janka nholau moi anka bohut manuh paisu ji a njor ghor ba tar papa ki kora kobola lg kora but tumi kora so vl lgila anka video Boni thakiba👍👍👍👍
Very nice. This video reminds me my summer vacation at my grand parent”s house. Whole one month of summer holidays in school time, we used to spend at grand parent’s house. Beautiful feeling and endless enjoyments with the nature. Home is always sweet. Home Sweet Home. 👌👌
Good Bandita proud of you bhogoban ae jatey tumak aru tumar poriyal tuk hukherey rakhok aru jatey tumi jibon ot hofhol hua hey kamona korisu kosto kori thakiba aru amak hodai eney dorey video upload kori amar mon tu bhal logai thakiba. 🥰🥰
পোন প্ৰথমে আপোনালকক বহুত বহুত ধন্যবাদ জনাইছোঁ, মোক ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে। আশাকৰো আপোনালকে যেন এনেকে মৰম দি মোক আগলৈ লৈ যায় । ভিডিঅ'বোৰ চাৱ 🥰😍😘 lv u all
Wow vl lgila sai tumi j njor gr2 dakhbola lag kora ni Janka nholau moi anka bohut manuh paisu ji a njor ghor ba tar papa ki kora kobola lg kora but tumi kora so vl lgila anka video Boni thakiba👍👍👍👍
ok👍....mur vdo buru sbo .sprt krbo muku
Mur channel to video like kariba please
Yes
Yes
ঘৰত ছোৱালী মানুহ থাকিলে ঘৰ টো ধুনীয়া হৈ থাকে ।
Um hoi da
💯💯💯
Right ❤️
You are right
O suali home ot tkakila safa hoy thaka .
নিজৰ ঘৰখন যেনেকুৱা নহয় কিয়। নিজৰ বাবে বহুত আপোন। ভাল লাগিল 😍
Thank you
১০০% ৰাইত👍👌
ruclips.net/video/1s5Nndff16o/видео.html এবাৰ চাবচোন সকলোৱে🙏
Mur senel tu sabo
মানুহৰ ভদ্ৰ ব্যৱহাৰেই মানুহৰ প্ৰকৃত ঘৰ।
Mur senel tu sabo
Great... A girl with simplicity and extreme courage to show the real self... God bless you
ইমান ধুনীয়া ঘৰ আৰু ইমান ধুনীয়া পৰিবেশ 😍 সঁচাকৈয়ে দেখি বৰ ভাল লাগিছে, বেলেগ এটা শান্তি পোৱা যায় এনেকুৱা পৰিবেশ চালে ❤️
ধন্যবাদ 🥰 আগলৈও ভিডিঅ'বোৰ চাৱ
প্ৰথম বাৰ দেখিলোঁ আপোনাৰ প্ৰগ্ৰাম...
নিজৰ ঘৰখন অতি সুন্দৰ কৈ দেখুওৱা বাবে বহুত ভাল্ লাগিল .. ঘৰটো বাঁহৰ হওঁক বা পকীৰ হওঁক মানুহ বোৰ ভাল্ হলে... তাতো সুখী হব পাৰি...
ভবিষ্যত আগুৱাই যোৱা ভগৱান ওচৰত প্ৰাৰ্থনা কৰিলো ❣️❣️🙏🙏🙏
নিজৰ ঘৰখন যেনেকোৱাই নহওঁক লাগে সুন্দৰ অাৰু পৰিপাতি কৈ নাৰাখিলে অট্টালিকা ও নৰক হৈ পৰে। বাইদেউ আপুনি আপোনাৰ ঘৰখন খুব সুন্দৰ কৈ ৰাখিছে 👍
Muk subscribe koriba dei 🙏
নিজৰ ঘৰ টু যেনেকুৱাই হওক লাগে ।। সদায় আপোন ইমান পৰিপাতি কৈ ৰাখিছাঁ বহুত ভাল লাগিছে😍
Khasa bahut dhuniya ke khajai rakhisa.......
তোমাৰ মনটো বহুত সুন্দৰ। মনৰ জোখাৰে সুখী
হোৱা মাজনী।
সঁচাকৈ তোমাৰ ঘৰতো বহুত ধুনীয়া মাজনী তোমালৈ বহুত মৰম ও আশীর্বাদ থাকিল।
ধন্যবাদ 🥰 আগলৈও ভিডিঅ'বোৰ চাৱ
Hosakoi .
Borma apuni Mur video sab dey kene py jonab .iman dhuniya comments dise dekhi vall lagil gl apunar nisina agraki subscribe pale muru bohut vll lagib .
Bohut dhuniya lagil video tu sai... 😍😍
নিজৰ ঘৰ খন জেনেকুৱা হলেও খুবেই প্ৰিয় আৰু শান্তি পূৰ্ণ । ভাল লাগিল video টো চাই 👍
Baa tumi xosai bohut dhunia... Vloger..... ❤
ঈশ্বৰে তোমাক আৰু ঘৰৰ সকলোকে আশীৰ্বাদ কৰক। তোমাৰ ভবিষ্যত উজ্জ্বল হ'ক।
ধন্যবাদ 🥰 আগলৈও ভিডিঅ'বোৰ চাৱ
চাম কিবা এটা ভাল লাগিলে তোমাক।
ঘৰখন দুখীয়া হলেও একো কথা নাই, আমাৰো একেই পৰিস্থিতি,,,
হলেও ঘৰখনত ছোৱালী এজনী থাকিলে যেনে ধৰণৰ সুৱণি সেয়া সকলোতকৈ অতুলনীয়, যিটো আমাৰ ঘৰত নাই বৰ অভাৱ অনুভৱ কৰো ভন্তি এজনীৰ,,,,, সকলো থাকিও যেন আজি একো নাই।
শুভকামনা জনাইছোঁ আপোনাৰ পৰিয়ালটোলৈ।
Waw nice home.... যদি মনবোৰ ধুনীয়া হয়... ঘৰখন এনেই ধুনীয়া হয় তাতে তুমিও ধুনীয়া 😌😌😌
Bahut dhuniya lagise tumar ghortu❤️❤️❤️
Dhuniya😍❤️bohut vl lagile sai😍❤️
প্ৰথম কথাটোৱে হল তোমাৰ মনটো বৰ ধুনীয়া, সেয়েহে তোমাৰ সকলো বস্তুয়েই আপোন। ✋
এটা সুন্দৰ মন থাকিলে, এনেকুৱা এটা সুন্দৰ programme হয় ।
নিজৰ ঘৰখনৰ সমান সুখী ঠাই ক'তো নাই 👌👌
Subscribe korilu,bohut vhal lagil. Vhal content video bonai juwa and akha kori aru aguwai juwa buli.
সময়ৰ সোঁতত সুখীৰো দুখী হয়, দুখীৰো সুখী হয়।
হয়তো হ'ব পাৰে মোৰ ঘৰ খন ভগা পজা
তথাপিও এয়াই মোৰ সবাতোকৈ মৰমৰ ঘৰ।
🌹🌹🌹🌹🌹🌹
Muk subscribe koriba dei 🙏
Dhuniya video Ba. Aji a salu 1st time aponar video bohut bohut val lagil. Mojja.
Thanks
সঁচা কথা । বহুত ধুনীয়া সজাই চা ঘৰ খন ভাল লাগিল video চাই
Thank you
Wow ধুনীয়া ❤️❤️ সুন্দৰ ভাল লাগিল
সছাকৈ তোমাৰ কথাখিনি বহুত ভাল লাগিল, আগুৱাই যোৱা ভগৱানে নিশ্বয় তোমাক সহায় কৰিব ।
Thanks
প্ৰথমে কওঁ তোমাৰ সৰলতা মৰমলগা কথাবোৰে মোৰ ভাল লাগিল।ঘৰখন কেচা হলেও পৰিপাটিকৈ ৰাখিছা।যি আছে তাক লুকধাক নকৰাকৈ দেখুৱাইছা তাতেই তোমাৰ পৰিচয় পাই গলো। সঁচাকৈ তোমাৰ মনত কৃত্ৰিমতা নাই।বুজি পালো ঘৰখনত কিমান মৰম চেনেহৰ বান্ধোন আছে পৰিয়ালটি মাজত। শুভেছা জনালোঁ । --ইতি -তোমাৰ দাদা -জমীন দাস( তিনিচুকীয়া, ধলা)
কেঁচা ঘৰৰ যিটো আমে জ ।। একো ঘৰত দিব নোৱাৰে❤️ গাঁৱলীয়া পৰিৱেশ অৰ মৰম লগা কেঁচা ঘৰ টি এঘৰ মানুহৰ বাবে কিমান আপোন বুজাবলৈ শব্দ কমি যাই কবলৈ 😇 Love from dergaon town
ধন্যবাদ 🥰 আগলৈও ভিডিঅ'বোৰ চাৱ
Ghor jenekuai nohowk,manuhor montu he main...Kotha botora-aasar bibyohar...Ghor khon dekhi vl lagil dei...Bondhu holu ajir pora🙏❤️🙏
আজি তোমাৰ ভিডিও চালু বহুত ভাল লাগিছে । চোৱালি থাকিলে ঘৰ খন বহুত ধুনীয়া হৈ থাকে।।
Thanks
বা আপুনাৰ কথা শুনি বহুত ভাল লাগিল নিজৰ ঘৰ জেনেকোৱাই নহক কিয় নিজৰ ঘৰ সদাই নিজৰ বাবে আপোন । 💕 love from sivasagar 💕.
নিজৰ ঘৰ যেনেকোৱাই নহৱক ,সকলোৰে বাবে মৰমৰ ❤️ ভাল লাগিল চাই,
ধন্যবাদ 🥰 আগলৈও ভিডিঅ'বোৰ চাৱ
Dhunia 👌👌👌
ঘৰ তু আচল কথা নহয় , মানোহৰ মন বোৰ হে আচল কথা ।
👍তোমাৰ RUclips channel থকা বুলি আজিহে গম পালো, ভাল লাগিল আৰু অশেষ শুভেচ্ছা থাকিল তোমালৈ বহু আগুৱাই যোৱা তুমি 💐💐💐
Thanks
@@banditabaishya স্বাগতম 💐
1st time tuma video saisu dhuniya lagise diya 👌👌👌👌
আশা কৰোঁ তুমি যেন সদায় যোৱা তাৰে কামনা কৰিলোঁ ❤️
Val lagil ..aguwaui juwa. ......vonti...
লখিমপুৰৰ পৰা তোমালৈ মৰম যাচিলোঁ💗
সুন্দৰ কৈ ঘৰখন সজাই ৰাখিছা🥰🤗
Thanks
@@banditabaishya most wlcm ✨🤝
Bhal lagil tumar kuwa kothakhar ....apuni bisora bostutu nupuwa kin2 moi bisora bostutu pau nijor ghrkhon hoxai bohut priyo❤️❤️❤️❤️❤️❤️❤️❤️❤️
আগুৱাই যোৱা, আশীৰ্বাদ থাকিল
ধন্যবাদ
বহুত ভাল লাগিল ভিডিঅটো চাই।
নিজৰ আপোন ঘৰ খন যেনেকুৱাই নহওক কিয়,, ভাষাৰে বুজাব নোৱাৰি।
আন্তৰিকতাহে মূল বিষয়বস্তু👍
4m DIBRUGARH.
Very nice. This video reminds me my summer vacation at my grand parent”s house. Whole one month of summer holidays in school time, we used to spend at grand parent’s house. Beautiful feeling and endless enjoyments with the nature. Home is always sweet. Home Sweet Home. 👌👌
Mur senel tu sabo
এই পুৰণি ঘৰ বোৰ এটা সময়ত নোহোৱা হৈ যাব ।। ভাবিলে বেয়া লাগে বহুত।।এই ঘৰ বোৰে গাঁৱলীয়া পৰিবেশ সুন্দৰ কৰাই।।।বহুত ধুনীয়া ঘৰ✨✨❤️
বাহৰ হলেও ধুনীয়া দা 👌যাম এদিন ঘৰ চাবলৈ 👈
Thanks ...ahiba
@@banditabaishya মই কোন চিনি পাইছেনে বাৰু?
Bht dhunia lgise apunalokor ghrkhon.♥️.bht dhunia koi sojoa ase...asolote ghr Khan kenejua xetu dangor kotha nhi..manuhor mntu dangor hbo lge😄😄
নিজৰ ঘৰখন যেনেকুৱাই নহওক সকলোৰে মৰমৰ
Bohut dhuniya ghor... eman bhalke xojai porai rakhisa bhal lagise
যিটো ঘৰত ছোৱালী আছে সেই ঘৰৰ পৰিৱেশ বহুত দুনিয়া থাকে।keep up . Nice vlogs video
Thanks
Akha koru mur vdo sbo hkuye🙏
Val lalig saiii
নিজৰ ঘৰখন সদায় সুন্দৰ❤️তুমি ইমান ধুনীয়াকৈ দেখুৱালা ভাল লাগিল।ভালে থাকা
bohut dhunia lagise simple jodiu😍😱❤️❤️❤️
Thanks
Tumar video tu hompurno salu...aru bohut val lagil...1ta khukhor ghor..val lagil...
ঘৰ কেচা হওক পকা আপোন ঘৰখন সদায় মৰমৰ
সচাঁকে
Good Bandita proud of you bhogoban ae jatey tumak aru tumar poriyal tuk hukherey rakhok aru jatey tumi jibon ot hofhol hua hey kamona korisu kosto kori thakiba aru amak hodai eney dorey video upload kori amar mon tu bhal logai thakiba. 🥰🥰
আপুনি বহোত ধুনীয়াকে কয়❤️❤️❤️🙏
ধুনীয়া ধুনীয়া, মন টো সুন্দৰ হব লাগে, যিটো তোমাৰ .....
Very beautiful your house 😍😍😍
Tumi aguwai juwa. Asolote mnbur xukhi hole xokolute xukhi hbo pari.
A home is a Temple. This is a dream house of the owners
Nice
Bohut bohut val lagil ❤️❤️❤️❤️
Beautiful House 😍🥰
Video to sai bohut val lagile aru agoloi akha thakil tomar notun video sabor babe.
সচাকৈয়ে নিজৰ ঘৰ নিচিনা শান্তি ক'তো নাই ।নতুনকৈ বান্ধৱী হ'লো আৰু মোৰ চেনেলটো লৈ স্বাগতম জনাইছো আশা কৰো সহাঁৰি দিবা।
Vl lgl....akha kru mr vdo buru sai jba...lgte frnd hba bli
বাকি যিয়েই নহক তুমাৰ কথাবোৰ আৰু তুমাকেই ভাল লাগিছে 💞
Such a beautiful house ❤️
বহুত ভাল লাগিল Video ছাই Nice video supar 👌
আগুৱাই যোৱা শুভেচ্ছা থাকিল মোৰ পৰা
ধন্যবাদ
Baa tomr ghor khon bohot dhoniya ❤️ Tomi ako lagg nokora kei he ai video to disha tar karone Thank you so much 😊
Beautiful house ❤️
Hi u from
Beautiful house
Tumar video aji prothom salu. Sai val lagil. Sbcrb kri dilu Chanel tu.
Nicely you have presented the tour,
Be Happy Always
Best Wishes from Goalpara ❤️👍👌
Bahut Val lagil maina, tomar video tu Sai bahut Val lagil. Xaisabar katha manat pari gal. Nijar Ghar Khan jimanel lokar manat dekhibaloi beya nahauk kiyo nijar babe saday priyo. Aguwai joa tumi
Beautiful house sister God Bless you
আজি প্ৰথমবাৰৰ বাবে তোমাৰ ভিডিঅ চালোঁ" সঁচাই বৰ ভাল লাগিল,,, 😍😍
Keep up you're work
Your intro convinced me to subscribe and to see the whole video keep ur good work up
Much love from golaght ❤
Thanks
Tumi bor morom loga deii 🥰 bikhekh k tumar daat khni bhut besi dhuniya 🥰 tumalukor ghrr tu u bhut poripati 🥰
Lovely house 🤗😁❤️
Ghor tu bohut bhal lagise iman aholbohol 😘🤗🤗🤗😊
বহুত ধুনীয়া পৰিবেশ ভাল লাগিল চাই তোমাৰ ঘৰখন ❤️❤️❤️ আজিৰ পৰা মইও নতুন বন্ধু হলো মোৰ ৰামধেনু চেনেলটো মৰমৰ দিবা বা❤️❤️❤️
Thanks
Bhut bhal lagile video tu saii bai ❤ agoloi bhal bhal video bonaii jai thakok 👍
Beautiful 😍
Thanks
Bohut bohut dhuniya lagise tumar video tu sai hosake nijor ghor khon bohut apun ♥️♥️😘😘
বৰ ভাল লাগিল চাই 🥰🥰নিজৰ ঘৰ খনৰ প্ৰতি আপোনাৰ মৰম ভালপোৱা বৰ সুন্দৰকৈ প্ৰকাশ পাইছে 💕💕আমাৰ channel টো এবাৰ চাব দেই আৰু ভাল লাগিলে বন্ধু হ'ব 🥰🥰
Thanks
Val lgl sai....mur vdo sabo dei hkluye🙏
ruclips.net/video/1s5Nndff16o/видео.html
Khub hundor..ghor hodai ghorei tat poka -kesa nai..nijor ghor hodai hundor...val hoise vonti
Suwali thakile sob thik hoi thake 😘 amr ba agate thako te dhunia safa hoi asil ghar khan .atiya latera e hoi thake jiman safa korilo😂
Val lagil sai ..sosake dhuniya Apunar ghror khon baa 💕
Beautiful house🏠
Thanks
ঘৰ কেনেকুৱা সেইটো ডাঙৰ কথা নহয়।মানুহখিনিৰ মন কেনেকুৱা ব্যৱহাৰ কেনেকুৱা সেইটোহে আচল কথা।
সুন্দৰ ঘৰ
Beautiful 👌❤️
Thanks
শিৱসাগৰৰ পৰা বহুত মৰম তোমালৈ ভনী। ভাল হওঁক দিনবোৰ,আজি প্ৰথমবাৰ চাইছো তোমাৰ ভিডি'অ ইমান সুন্দৰকৈ প্ৰকাশ কৰিছা কথাবোৰ,আৰু বেছি ভাল লাগিল নিজৰ ঘৰটোক লৈ গৌৰৱ কৰা বাবে। শিৱসাগৰ আহিলে জনাবা দেই
Beautiful sister ❣️ lots of love from Moran, Dibrugarh
Thanks
Bohut dhunia tumar ghar tu... video tu bohut val lagile..
👌💕
Bohut val lagil video 2 sai...aru 2miu bohut dhuniya.....
যিয়েই নহওঁক নিজৰ ঘৰ খন সদায় আপোন আৰু ধুনীয়া, আগুৱাই যোৱা ভন্টি🤟👍
Bahut dhunia lagil dei.Bhalke rakhisa bastubur. Home sweet home.
Hundor hundor tumalukor ghor khon aikhon ghorot g hukh onuvob hoi vakhare bujhabo nwari ...
Bhut dhunia...jimn ji nahauk nijor ghr xodai bohut Aapun 👌👍
লাজ নকৰিবা ,,আগলৈ আগুৱাই যাবা বুলি কামনা কৰিলোঁ 👍👍👍👍❤️❤️❤️❤️
Val lagise Baidu aponak ba dhuniya lagise khoday happy thakok 🤗🤗