পকা ঘৰৰ দৰ্জাত লগালে দা!😱গ্ৰীলত বাঁহ🤔 চিলিংত বনালে বাকচ😱Mini Home Tour আচৰিত কোনে বনালে,ক'ত চাওঁক🧐
HTML-код
- Опубликовано: 4 окт 2024
- 📳My Instagram link👇 / jayshree_bhuyan
✂️InstavCraft link👇
/ craftshrees
📳Facebook id👇
Jayshree bhuyan
..আমাৰ ঘৰৰ সাধাৰণ কিছুমান বস্তু। যিবোৰ অলাগতীয়াল -অপ্ৰয়োজনীয় বস্তুৰে বনোৱা তেনেই সাধাৰণ। ভিডিঅ আকাৰে Part-1, part-2/ 3 /4/5 আৰু part-6 হিচাপে আপোনালোকলৈ আগবঢ়ালোঁ। মৰম দিব🙏
আৰু এনেধৰণৰ unique বস্তু চাই যদি ভাল পাই পুনৰ লৈ আহিম আন কিছুমান বস্তুৰ ভিডিঅ।
গতিকে 🌼 আগলৈও এনেকৈ জানিবলৈ, শিকিবলৈ যদি আগ্ৰহী আশা কৰো Shree's World ৰ লগত জড়িত হৈ থাকিব।।
〽️চেনেলটো subscraibe কৰিব লগতে কাষতে থকা bailicon টো প্ৰেছ কৰিবলৈ নাপাহৰিব।।🙏
🏠কেঁচা মাটিৰ সুগন্ধ বিয়পা আমাৰ ঘৰখন-
• Home tour Assam ll বাঁ...
🎪My mini room tour-
• ভঙা ঘৰৰ mini Room tour...
✓
আমাৰ ঘৰৰ নতুন শৈলীৰে বনোৱা বস্তুবোৰ part video:
⏸️DIY Part-1 • DIY Part-1/মোবাইল ষ্টে...
⏸️DIY Part-2 • DIY Part-2//কাঠৰ বিউতি...
⏸️DIY Part-3 • DIY Part-3/ ভঙা চকীৰে ...
⏸️DIY Part- 4 • Part-4 //চুইচ লগোৱা মা...
⏸️DIY Part-5 • Part-5//📚DIY Book Stan...
✓
My New DIY:
🎀 • DIY~~Zero Cost😱Handmad...
🔰 • ভঙা ঘৰৰ mini Room tour...
🔰 • DIY stone decoration l...
🔰 • Home tour Assam ll বাঁ...
🔰 • DIY Shivling🧿নাৰিকলৰ ক...
✓
#homedecor #assam #handmade #assamese #বাঁহৰ#বস্তু#বাঁহ #অসম#art #অসমীয়া #বাঁহৰ #grill ##diy #assam #dailyvlog #light #making #hobby #reuse #bamboo #bamboohouse #bambooshoot #assambambo #vlog #youtube #creative #creator
#Shree'sWorld #shree #facts #like #challenge #biswanathchariali #BNC #handmade #india #diy
#wastematerialcraft #unique #homemade #viral
#assamese #viral #minivlog #wastematerialcraft
এইফালেও চাব এপাক. . .☺️
📍 কেঁচা গোৱৰ-মাটিৰ Home tour 👇
ruclips.net/video/rFjaBb6C2BM/видео.html
🌷 কেঁচা মাটিৰ মিনি ৰুম tour 👇
ruclips.net/video/8zSRfBjmfzo/видео.htmlfeature=shared
📍DU হোষ্টেল Room tour 👇
ruclips.net/video/Ct30rywAgMY/видео.html
Awesome 👍👍 mur ata bonabo lagisil celling
Ki কম কবলে একো ভাষা নাই। কাৰণ যিবোৰ বস্তু আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে ।হেই বস্তু বোৰে j eman এটা সুন্দৰ কাম লগতে আমাৰ নৱ প্ৰজন্মই এইবোৰ পতি এটা ভাল উপায় পাব বুলি আশা কৰিলো।❤❤❤
অশেষ ধন্যবাদ। 🌻
ফল চিলিংত কৈ বেছি ধুনীয়া লাগিছে ।
আগোৱাই যোৱা যি জনে আদ্যয় টো লগাই ছিল তেওঁৰ লৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
বহুত সুন্দৰ আৰু সুকীয়া, খুব মৰম লগা এখন ঘৰ লগতে আপোনাৰ সমীহ ভৰা কথাবোৰে video টো আৰু সুন্দৰ কৰি তুলিছে।
উফ, ইমান ধুনীয়া.. মানিব লাগিব। চিলিংখন যে ভাষা নাই। ধৈর্য্য,চিন্তা শলাগ লবলগীয়া।❤
আন্তৰিক ধন্যবাদ❤️
বৰ ভাল আৰু ধুনীয়া লাগিছে
বহুতো সুন্দৰ নিদৰ্শন আৰু তুমি বহুত মৰম লগা ছোৱালী 💯
Amazing bahut val lagil share kari disu👌👌👌
অত্যন্ত সুখী ইমান এটা সম্ভাৱনীয়তা থকা কৰ্ম । ব্যৱসায়িক দিশৰ প্ৰচুৰ সম্ভাৱনা আছে।ধন্যবাদ
আন্তৰিক ধন্যবাদ।
বাপ্ৰে,,,,, আচৰিত দেই । কি সুন্দৰ ।
অশেষ ধন্যবাদ।
সঁচাকৈ বহুত বেছি ভাল লাগিছে বা।
ধন্যবাদ দেই।
বহু কষ্টৰে বনোৱা অসমৰ খিলঞ্জীয়া অসমীয়াৰ বাঁহৰ ব্যৱহাৰ পুনৰ দেখা পাই ভাল লাগিল। কষ্টৰ ৰ্সাথক হওক ।
এনেকুৱা মন্তব্য বোৰে বোৰ উৎসাহ দিয়ে।
অশেষ ধন্যবাদ।
Bahute hundor hoise vall lagil❤
বৰ সুন্দৰ লাগিছে ।
ভাল লাগিল ভিডিও টি।
ধন্যবাদ
Eman dhuniya lagise, ❤xoru lorasuwali ulomi dibo sabodhan 😅
Val lagil bohut video tu sai..
ধুনীয়া লাগিল , প্ৰত্যকটো বস্তু ।।
ধন্যবাদ দেই
বৰ ভাল লাগিল দেই। ইমান সুন্দৰ কাম ।চিন্তাৰ সমল দেখি আচৰিত হলো। আগুৱাই যোৱা । তোমাক ধন্যবাদ নতুনত্ব দেখুৱাৰ বাবে। চাৰিআলিৰ কত ঘৰ তোমাৰ ❤
আন্তৰিক ধন্যবাদ ❤️
বিশ্বনাথ ঘাটত।
বহুত ধুনীয়া ❤️❤️
Amar gaon t ase ajon enkua bnaise tar nijor ghrtu. Bohut dhunia lage . Abar ahi video ata bonai diba. Moran panitula borbil gaon. Briten dihingia
কিমান যে কষ্ট হৈছে ।।।।কোনে বনাইছে ইমান ধুনীয়া। মোকো লাগিছিল তেনে মানুহ।
কষ্ট বোৰ সকলোৱে অনুভৱ কৰিব নোৱাৰে! অশেষ ধন্যবাদ।
Hator kaam hator kamei, ketiao artifical bostue fer maribo nuare. Bonua mnuhjonok pranam je teor idea bur korpa ahe, aru emn accurate measure 🫡🫡
Khali daa khn olp sabdhan ke rakhibo, mnuhe gom napale olp voi ase jihetu apuni dhar ase buli koise
Antorik Dhnyobad.
Daa khn r bikhye kua frst comment A2. Pise Bor Jomaise 😆
অদ্ভূত,,,, বহুত ধুনীয়া হৈছে
আন্তৰিক ধন্যবাদ
Ceiling khon eman dhuniya lagise ...🥰 Jodi bonai dibole diya hoi paribo ne jonabo sun please...
Dhnyobad 🌻
Asolote ghrr krne he bnai byobxayik vabe nbonai.
ভাল লাগিল ধন্যবাদ।
ধুনীয়া হৈছে
1st time saisu apunr vid.....
Hsa k mzahh lgil....❤
Dhnyobad 🌻
বহুত সুন্দৰ চিন্তাৰে সজা বস্তকেইপদ সঁচাই ভাল লাগিল দেই।❤️❤️
আন্তৰিক ধন্যবাদ ।
Val lagile mojja
ধুনীয়া লাগিছে বাইদেউ 😊❤
অশেষ ধন্যবাদ
আপ্লুত।। অপেক্ষা থাকিব বাঁহৰে বনোৱা গাড়ী খনলৈ।।
থাৰ এখন বনোৱা কথা আছিল।
Ceilings khon bor vall lagise dei.. 👍
আপোনাক বহুত ভাল লাগে ❤
Fall Silinge Patta napai Moja hoise
সুন্দৰ হৈছে
বঢ়িয়া লাগিছে
ঘৰ খন দেখি ভাল লাগিল
চিলিং খন ভাল লাগিছে দে বা ।
ভাল লগিছে ঘোৰ টো
Wow! বৰ ধুনীয়া হৈছে ❤ বাঁহৰ গ্ৰিল ❤ভাল লাগিল ❤
অশেষ ধন্যবাদ।
বৰ ভাল লাগিল।।
ধুনীয়া লাগিছে ❤
Video to sai val lagile. Moiu gharat lagabo lagibo .
Mojja.. vl lgil..
Mojjjaa
Wow siling2 bhut dhunia lgise baa😊
Chiling khon kintu mojja lagise
Antorik Dhnyobad
Val lagie apunar video Sai.
Dekhat bhal hoise kintu safa kora tu he main. 1ta ceilling 2din lagibo mokora jal safa koribole.
2din t nhoboi 🙄 Apuniu ahib safa krat xohai kori dibohi.
Sai bohut val lagil
বৰ সুন্দৰ হৈছে দেই জয়া🌻🌿
বহুত মৰম ৰূপ❤️🌻
কথাখিনি ইমান ধুনীয়া❤
আন্তৰিক ধন্যবাদ🌻
Very good... exactly like iron
খুব ধুনীয়া! ❤️🌻
অশেষ ধন্যবাদ 🌻
Tamam ghune khai . Moi colour kori disilu . 2 bosor bhale thake pisot ghun poke dhore .
Nai , Poka Bah rowodt xukuai nolole tne hoi .
ভাষাহীন!! Ultimate 🔥🔥🔥🔥🔥🔥
অশেষ ধন্যবাদ।
হয় ভাল লাগিল বাঁহৰে সজোৱা বস্তু বোৰ চাই।
মোৰো মন যায় ।
ধন্যবাদ।
Bohut dhunia lgise
বহুত বেছি ধুনীয়া লাগিছে ❤❤
অশেষ ধন্যবাদ🌻
খুব সুন্দৰ লাগিল
অশেষ ধন্যবাদ ।
Dhuniya lagise dei.
Val lagil moiyu bonabobsenta korim greel tuk bonabor babe
সুন্দৰ ,
আমাৰ ঘৰটো যদি কৰিবলৈ পোৱা হ'লে ,❤❤❤
সুন্দৰ
Bht Val lagile dei, super
Thank you
Khubei hundor 😍 save kori rakhisu, moiu nissoy korim adin
Okhex Dhnyobad 🌻
Nice & innotive one👍
Very nice video sharing 🎉🎉
Siling tu vall lagise
Kiman khoroj hll
Siling khon dhuniya hoise. Gril khon r lasting kom hobo. Maximum 5 years. Aru safety nai
Video Tut nuxunile sage!! "Kam solibor babei bonua hyse"
Wow.. khub dhunia dei❤
Okhex Dhnyobad ❤️
Bhal lagil bhonti
Val lagil dei
Hundor
বহুত ধুনীয়া
Dhuniya lagise bahir grill khn ,
Dhnyobad
Aji prothom bar tumar video salu. khub apluto holu ghorkhon dekhi.. enekua gothonmulok video bilak bonai jaba. Huvisha thakil
Utxah burr babe Antorik Dhnyobad. 🌻
বৰ সুন্দৰ বা 😊❤
Nice video bhal lagil
Bohut dhuniya lagise
ধুনীয়া লাগিছে
Dhuniya lagise 🙏🙏
Aponar mat tu heeee kiba lohar greelt koi Val lagile ....mithaaa bhut
bor dhunia❤
khub sundor Dedi
সুন্দৰ 👌👌
ধন্যবাদ।
Very nice work proud of it ... Make more video on these ..
Thank you so much
Bhut dhuniya lagil hoklubur. Aji first video salu
Antorik Dhnyobad
Bahut dhuniya 👌👌
Hii dii I'm also from biswanath chariali...and I love your vdo , keep going may God bless you
Oti dhuniya laghise.
বহুত ভাল
ভাল লাগিল
মানিছোঁ দে এইবোৰ মোৰ মগজুয়ে ঢুকিয়ে নাপায়। লোহাৰ গ্ৰীল বনাও মানুহে মিস্ত্ৰী বুলি কয় কিন্তু মই আচৰিত বাঁহৰৰ গ্ৰীল হয়। চিলিং খন বহুত ভাল লগিছে।❤
আন্তৰিক ধন্যবাদ দেই।
সাংঘাতিক প্ৰতিভা আছে কিন্তু... ,,খুব সুন্দৰ হৈছে... ❤
অশেষ ধন্যবাদ।
Mojaa❤❤
Bht dhuniya vonti ❤❤❤❤
Oti hundar😍