বিহুৰ উৎপত্তি | History of Bihu | শুনি জানক আৰু জনাওক | Dr. Anil Saikia
HTML-код
- Опубликовано: 12 апр 2019
- History of Bihu | শুনি জানক আৰু জনাওক | Dr. Anil Saikia
History of Bihu , its an important video . If you are an assamese then it is a must watch video. how bihu came to our life ,how king enjoyed bihu and much more thing explained by
Dr. Anil Saikia Sir
Ex-Principal of Moran College,
Bor Bihuwa, Padmashree pratima boruah pandey Awardee etc.
#history #bihu #assamese #assam
instagram- / bhaskaryoutube
Donate-
1) Patreon- / purbanchal
2) UPI- vazkardutta@okaxis
আশা কৰিছোঁ আপুনি এই ভিডিতো নিশ্চয় উপভোগ কৰিলে।যদি ভাল লাগিল তেন্তে বন্ধু বৰ্গৰ লগত Share কৰক,আৰু কিবা থাকিলে comment ত কওক আৰু যদি এই চেনেল ত যদি নতুন হয় তেন্তে subscribe কৰিব নাপাহৰিব।
Business Mail - jantraassam@gmail.com
Join Our Facebook Group - / purbanchalvideo
Become Member-
/ @purbanchalassam
তলত উল্লেখ কৰা লিংক বোৰ ক্লিক কৰি বস্তু কিনি মোক সহাৰ্য কৰিব পাৰিব।
Best Products -
Cheap Lapel mic - amzn.to/2gwDPjl
Best lapel Mic I use - amzn.to/2OkIR6a
Vlogging Mic(DSLR/Mobile) -amzn.to/2OqbRJS
Superb mic for - amzn.to/2ewGOHV
Budget DSLR for channel -amzn.to/2CdoWPi
Best DSLR -amzn.to/2eBokK9
Best Vlog camera - amzn.to/2Cf4ddN
Budget vlogging camera - amzn.to/2ewKKsh
Best Action Camera -amzn.to/2eU4CWG
Action Camera with stabilisation - amzn.to/2eTXJVj
Budget Action Camera with stabilisation-amzn.to/2vY0dId
GorillaPod for mobile -amzn.to/2gvO4Vd
Gorilla pod(DSLR- heavy)- amzn.to/2Om0K4L
GorillaPod for DSLR - amzn.to/2ewU8vL
Budget tripod -amzn.to/2eBh8gY
Video Stabilisation:
using mobile(Gimbal)- amzn.to/2vEmGOW
Using DSLR GIMBAL -amzn.to/2eH5sWr
Two mic through one -
amzn.to/2xQl962
Equipment I use :
1.Nikon D5600 DSLR & Lens are 50mm f1.8 or 18-55 kit lens
2. Benro Tripod
3. lenovo K8 Note and Redmi 3s prime
4. 1500w CFL
5. Phantom 4 drone
6.DJI spark Drone
7. Boya ShotGun mic
Edited with SONY VEGAS PRO 13
এজন অসমীয়া মুছলমান হিচাপে বিহুক লৈ বহুত গৌৰৱ কৰো। অনাগত দিনবোৰ ৰঙালীৰ দৰেই ৰঙীন হৈ পৰক সকলোৰে জীৱন, শান্তি সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া হৈ থাকক তাৰে কামনাৰে সকলোলৈ বিহুৰ ওলগ জনালো। ধন্যবাদ
কি কম ভাষা নাই।
সুন্দৰ ভাস্কৰ দা ....
Kune kune dadak Val puwa like kora.👇👇👇👇👇👇
ধন্যবাদ ভাস্কৰ দা । বিশেষকৈ আপোনাৰ ইতিহাস সম্পৰ্কীয় video বোৰৰ বাবে অশেষ ধন্যবাদ ।
বিহুৰ ইতিহাস সম্পৰ্কে কিছু নজনা নুশুনা কথা জানিব পাৰিলোঁ বিশেষকৈ আজিৰ এই বিহুৰ দিনটোত। খুবেই ভাল লাগিল কথাবোৰ তেখেতৰ মুখেৰে শুনি। তেখেতলৈ অশেষ ধন্যবাদ জনালোঁ আৰু আপোনালোক দুয়োজনৰ লগতে সমুহ অসমীয়া ৰাইজলে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ!
কি কম ভাষা হেৰাই গল । ভাস্কৰ দা ড৹ অনিল শইকীয়া ছাৰৰ লগত বিহুৰ ইতিহাস,ক্ৰমবিকাশ তথা বিহুৰ ভৱিষ্যতৰ সম্পৰ্কে আৰু ভিডিঅ বনাবচোন ।
আপুনি ড৹ অনিল শইকীয়া ছাৰৰ দৰে অসমৰ গণ্য-মান্য ব্যক্তিৰ লগত কথোপকথনৰ শিতান এটা আগবঢ়াবচোন ।
শেষত ৰঙালীৰ ওলগ যাচিলোঁ । ছাৰৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।
বিহুৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰিলোঁ।ভাস্কৰ দা আপোনাক বহুত বহুত ধন্যবাদ লগতে বিহুৰ শুভেচ্ছা জনালোঁ।
এনেধৰণৰ কথাই আমাক আমাৰ ইতিহাস জনাত সহায় কৰিলে৷ধন্যবাদ ভাস্কৰ দা বিহুৰ কথা চাৰৰ পৰা জনাৰ বাবে৷
বহুত বহুত ভাল লাগিল,, অসমীয়া হিচাপে মই গৌৰৱ কৰোঁ,, আমাৰ সংস্কৃতি আমি জীয়াই ৰাখিম,, অসম অসমীয়াৰ কৰি ৰাখিম,, খিলঞ্জীয়া অসমীয়া জিন্দাবাদ,,
আমাক এনেধৰণৰ সংস্কৃতিৰ ভিডিও লাগে আৰু বহুতো।
ধন্যবাদ।
Truly this video is a treasure for the Bihu Culture and its development...thanks to Dr. Anil Saikia Sir ...Thanks Bhaskar Da
ভাস্কৰ দা৷ আপোনালৈ বহু ধন্যবাদ, এই মূল্যবান তথ্যখিনি ধৰি ৰখাৰ বাবে৷ স্বদ্ধাৰ শইকীয়া ছাৰৰ দীৰ্ঘায়ু কামনা কৰিলো৷
Best of the Best Video. বহুত ভাল লাগিল চাই । দীঘল আছিল বাবে প্ৰথমে চোৱা নাছিলো, কিন্তু play কৰা পাচত কাটিব পৰা নাছিলোঁ । বহুত নজনা কথা শিকিব পাৰিলোঁ চাৰৰ পৰা আপোনাৰ যোগেদি, ধন্যবাদ । লগতে আপোনালোক আৰু আপোনাৰ পৰিয়ালৰ সকলোকে বিহুৰ ওলগ যাচিলোঁ !
ভাল লাগিল ভাস্কৰ দা,,,
বিহুৰ শুভেচ্ছা যাচিলো আপোনালৈ,,,
আৰু আজি এইক্ষণত অনিল শইকিয়া ছাৰৰ সৈতে হোৱা সাক্ষ্যৎকাৰ শুনি বহুত ভাল লাগিল,,,
ভূষণ দা য়ে যেনেকৈ অভিনেতা ,অভিনেত্ৰীবোৰৰ সাক্ষ্যৎকাৰ লয় ঠিক তেনেকৈ আপুনিও যদি অনিল শইকীয়া ছাৰৰ দৰে আন আন ব্যক্তিবোৰ সাহিত্য সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলৰ সাক্ষাৎকাৰ পৰা বহুত উপকৃত হ'ব,,।
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ. নিশ্চয়। মোৰ উদ্দেশ্য সেইটোৱেই । information ☺️ | thanks for the suggestions
আপুনি নহয় তুমি বুলি ক'ব,,,
মই আপোনাৰ জুনিয়ৰ,,,মই আপোনাৰ বহুত পুৰণি subscriber ,,কিন্তু কথা হে পতা নাই,,,ফেচবুকত friend request দি থৈছো,,,কথা পাতিম,
বহুত ভাল লাগিল, শইকীয়া ছাৰ আমাৰ সকলোৰে বাবে এজন নমস্য ব্যক্তি....আৰু ভিডিঅ' টো ছবিৰ মান দণ্ড বহুত ভাল হৈছে ভাস্কৰ দা
Kokaidew Borhia...
Bihur Hubhaishya Jasilu❤🤗
আকৌ আমি আৰম্ভণিৰ পৰাই বা উৎপত্তিৰ পৰাই যি যি প্ৰকাৰৰ বিহু আছিল সেই সকলোবোৰ পুনৰজীৱিত কৰিব লাগিব,,, ৰাতি বিহু আকৌ আৰম্ভ কৰিম।।
Mojjjaa bhaskor da
ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালো তোমালৈ।
বহুত ভাল লাগিল দেই ৷বিহুৰ বিষয়ে বহুত নজনা কথা জানিলোঁ ৷
Tq bhaskar da emn important ktha jnoar babe...
Mojaa , বিহুৰ শুভেচ্ছা থাকিল ভাস্কৰ দা।♥️♥️♥️♥️🎉🎉👍👍👌💐
বহুত বহুত ভাল লাগিল video টো। তোমাৰ পৰা আৰু এনে ধৰণৰ ব্যতিক্ৰমী video ৰ আশা ৰাখিছো
বহুত ভাল লাগিল. আপোনাৰ ভিডিও চাই |
মজাহ দাদা ।।বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।।।
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
Nojona kotha bohut gom palu..nijor kristi sanskritir kotha xomuhr uport enedore maje maje video bonai thkibo. Apunaloi oxesh dhanyabad thkil video tur babe😊
বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ
Mojjja lagil kintu
Bohut Gyan palu .
Thank you dada .
Aru anekua informative videos dile vl Pam.
সঁচাই বহুত ভাল লাগিল৷
বিহুৰ বিষয়ে জানি ভাল লাগিল ...বহুত ধন্যবাদ দুয়োজনলৈ...😍😍
Thanks dai bihur kisuman nojona kotha jonuar babe.
বহুত বহুত ধন্যবাদ জনালোঁ।ইমান মূল্যবান কথাবোৰ জানিবলৈ পায়।
ধন্যবাদ ভাস্কৰ .... ভৱিষ্যতলৈও এনেকুৱা আমাৰ সংস্কৃতিমূলক তথ্য আশা কৰিলো লগতে আপোনাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো
Vl lgil bihur history gm pai...this is d best video for new generation👌
bohut bhal lagil
Anil saikia sir k bohut bohut dhanyabaad Bhaskar da hosai bhal lagil bihur hubhessha thakil
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
Bohut val lagil, Anil Saikia sir r protitu lecture huniye val lage....
Happy Rongali bihu Bhaskar da val lgel video to sai
সঁচাকৈয়ে অতুলনীয়। ধন্যবাদ আপোনাক।
Bohut vl lagil bhaskar da
apunar hokolu bur vdo saw moi eitu vdo ataikoi val lgil best vdo eitu apuni atialoik uplode krar vitort
Bhaskar da...apnr jimn khni vdo ase..gteikhnir vtrt ei vdo2e hxai atia loi k mr val lga vdo ataitkoi...sirr ktha br hxai huni val lgl kba eta...mon sui gol
Mojja video...
খুবেই ভাল লাগিল দেই দাদা
Bhaskar daa e aji eitu bhal bihuwan dise amak..... Thank you bro
Multitellented..Dr.Anil Saikia
উপযোগী তথ্য,ভাল লাগিল।
মাননীয় মহোদয় আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন জনাইছো ।
Xundor prosesta..dda. Bow vle ase ne..bow aru apuni mili ata video bnabo buli apexya thakil.
Bihur kotha jani bohut val lagil bhaskorda
কথাখিনি শুনি খুৱ ভাল লাগিল | ৱহু নজনা কথা জানি অতি আনন্দিত হ´লো |
Xosai bor val lagil.. ei video tu Axomiya hisape sabologiya
Thanks for such a wonderful information...
MOZA LAGIL SAI DADA........................
দাদা ভাল লাগিছে,,,,কথা খিনি যে আমাৰ মাজত ব্যক্ত কৰিবলৈ যত্ন কৰিছা,,,এনেকুৱা বহুত নজনা কথা জানিবলৈ পাই সুখী হলো,,,
bohut bobut vl lagil bohut vl lagil dada
বহুত ভাল লাগিল ভাস্কৰ দা।।
Bhaskar daa..bohut val lagil video2 sai...agoloi u anekua video d jabo buli akha rakhilu...aru nojona kotha hikai jabo buli akha rakhilu...ru rongali bihur hiya vora ulog jonalu....❤❤
ধন্যবাদ for this.... Very informative!
#bhaskar bohut vl lgil bhaskar da...apunar pora hokolu youtuber e hikibo lge...aru enekua dhunia video dibole sesta kribo lge..jate ami nijoke sinibo janibo paru aru belegoku kobo paru amar jatitur kotha
আজিৰ দিনৰ বাবে সুন্দৰ উপষ্ঠাপন ৰ video এটা আগবঢালে ভাস্কৰ দা... আজিৰ দিনত হয়তো বহুত কম মানুহ ওলাব বিহুৰ উৎপত্তি বিষয়ে জনাটো...ৰঙালী বিহুৰ লগতে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
Buhut nojona kotha hikobo palu..dhoinobad dr anil saikia sir aru bhaskar da..
Bohut val lagil huni...bhaskar da apunar video bur r hoklutkoi eai2 video besi val hoise
Thank-you
Bohut val kotha janisu
bihu bihaye aji bahut katha janib parilu Bhaskar da....thank you so much
tq bihu etihakh bikhye jnua babe. bhaskar Da
So pleased to listen about such valuable informations
Bhal lagil dada
Bhut vl lagil bhut nojona Kotha hikilu n janilu...
সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো । ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ , তাৰেই আন্তৰিক কামনাৰে...
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
বহুতেই ভাল লাগিল আমাৰ বিহুটিৰ ইতিহাসৰ বিষয়ে জানি 🙏 .
Thanks Bhaskar da....aji bohut njona ktha hikilu
Just awesome..Iman khini knowledge dia karone bohut dhanyobad Bhaskar Da..Eibr bihut kiba eta valke janibo parilu
Eibur karan t e eitu channel mur prio RUclips r.... Bahut janib parisu dhonyobad
Vl lagile, bohutu njna ktha janilu
বহুত ভাল লাগিল কথাবোৰ জানিব পাৰি
অতি সুন্দৰ,বহু কথা শিকিলো
Khosa koisu bht vl lagile . Bht khini nojona kotha bujibo parilu aji
Mojja
Bht nojona ktha jnibo parilu bht bht dhonyobad enekua video ata amk ajir din2t upohar diyar babe
অনিল ছাৰ, ভাস্কৰ আৰু অসমৰ ৰাইজলৈ বাপুটি সাহোন বিহুটি শুভেচ্ছা জনালোঁ ৷
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
Moja video dai # ভাস্কৰ দা
Moza lagil vdo2 sai bohut janibo parilu vdo2 sai..
সুন্দৰ ভাস্কৰ দা। বিহুৰ উলগ জনালো।
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
সচাকৈ বহুত বহুত নজনা কথা শিকিবলৈ পালোঁ ধন্যবাদ দাদা
Wow great video
vl lgil bhaskor da
Bihur bikhoy janiboloi pai bor val lagil ...Dada dhoinyabad....👌
অতি সুন্দৰ।ককাইদেও
খুউৱ সুন্দৰ হৈছে, ভাল লাগিল চাই।। আগলৈও এনেধৰণৰ informative ভিডিও বোৰ পাই থকাৰ আশা কৰিলোঁ।। লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।।
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
Mojja...
Happy rangali bihu dada...
fast comment 💓💓💓👈
Moja lagil dutta sir
Mojja video..bro...happy bihu...to both sir and bhaskar
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
Val Lagil
So nice vaskar daa
mojaaaa
ভাল লাগিল দাদা।
Bihu porampora Nojona kotha ajee gam palu Thanx Dr saikia sir N Bhaskor dada