🔴 কলা শাখাৰ প্ৰথম স্থানত বাইহাটাৰ ৰামানুজন একাডেমীৰ ছাত্ৰী সাধনা দেৱী। সাধনাৰ মনৰ কথা
HTML-код
- Опубликовано: 9 фев 2025
- 🔴 কলা শাখাৰ প্ৰথম স্থানত বাইহাটাৰ ৰামানুজন একাডেমীৰ ছাত্ৰী সাধনা দেৱী। প্ৰথম তিনিটা স্থানত থাকিব বুলি সম্পূৰ্ণ আত্মবিশ্বাসী সাধনাৰ মনৰ কথা #LIVE
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
ভন্টি তুমি ধৃতিৰাজৰ কথোপকথন খিনি চাবা শিকিবলৈ বহুত আছে
🤗
Ahankari suali..Dhritiraj r kotha hunile huni thakibo mon jai .aijoni ahankarir eko future nai ..eyai ses...ahankaryei patanr mul...
Yes
😄😄😄😄
Ye mojja
High level of self-confidence and courageous. Best wishes for her 💙
ভাল result কৰিছা ভণ্টী তাৰ বাবে অভিনন্দন...... কিন্তু গায়িকা হোৱাৰ সপোন নেদেখিবা ৰাইজে গান শুনা বাদ দিব plz plz🙏
🤣🤣🤣
🤪🤪🤪🤪🤪
😂😂😂
😆
@@pranamideka5836 😂
শুভেচ্ছা জনালো কিন্ত্ত অংহকাৰ বেছি ফুটি উঠিছে। ইংৰাজী বেছি ব্যবহাৰ হৈছে। প্ৰশাসনিক বিষয়া হৈ দুৰ্নীতি নকৰিলে সমাজৰ ভাল কিন্ত্ত স্বাৰ্থপৰ হৈ কাম কৰিলে সমাজৰ বাবে ক্ষতিকাৰক।
Very good thank you
All the best moina.....গানটো ভেৱেৰা ছাগলীৰ মাত নিচিনা হৈছে
Haha
😄😄😄😄😄😄😄
@@simantakumardas6359 😁
@@renukasvlog5421 😁
Xosake 😄 🤣
সকলোৰে কথা কোৱাৰ এটা ধৰণ থাকে। তাই চাগৈ তেনেকৈয়ে কথা কয়। তাইৰ এই সফলতাৰ আঁৰত থকা কষ্টবোৰ কোনেও না ক'ব নোৱাৰে।
Advice tuu bht besi k dsa e maai...tmi xikibo etiao bht baaki...eneke advice dsa Jen world record he korisa....
She is confident but lack of simplicity and innocence. Other than that she is a brilliant student. Best wishes to her
Results val hwa keitak congratulations....but....sir..........eai khinir majote jdi ........tv t eaibilak dekhuwqr uporio. ...... results beya hwa keitar proti olp motivation type program dekhabo nowari neki baru....
Val keitak aru val ke ..fam di .....beya kotha nhy ..val kotha I appreciate......
But ...eman ke ......fam dekhi jetiya ....beya hwa keitar parents a dekhe....tetiya hihotor parents khini a tu beya hwa students khinik a aru beya ke kbo........
Mur mnr kotha 1tay .....beya hwa khinir babeo jdi ...apunaloke kunuba motivational speech s olp telecast kore........1% holeo kunubar parents a buji pabo je........xokolo manuh eke nhy .........eneke dekhi dekhi a bhut students a bohut vul dicition loi diye........
Baki
Mur falor pora
Val hwa khinir babe congratulations ...........
No hate for angoo just olp mn mor nijr opinion disu
Thike koisa
Yes, you are right👍
@@learnwithme913 ,🙌✨najanu aru kune ki vabe...but.......sokur agot vul hoi thoka dekhile mat tu diboi lagibo noh😄❤️🙌✨
@@Cricketlover-ge1zq thanks miss✨🙌
You are right.👍
তেওঁ বৰ সুন্দৰকৈ ,স্পষ্টকৈ, অতি গভীৰতাৰে কোৱা কথাখিনিৰ জড়িয়তে গম পাইছোঁ তেওঁ প্ৰতিশ্ৰুতিসম্পন্ন এগৰাকী সম্ভাৱনাময় যুৱতী। তেওঁলৈ অভিনন্দন জনালোঁ।
Gaan Tu Xuni Sage Zubeen Da Behus Hoi Jabo😁
Eman Dhuniya Gaaise👍
Thike koisa pai 🤭🤭
@@seninakhaba1849 😂
সচাকৈ অদ্ভুদ ,ভয়ংকৰ, তাইৰ আৰু ধৃতিৰাজ প্ৰাৰ্থক্য ওলাবলে কলে সি দেখুন ধৃতিৰাজ ভিইতিক একে সুৰে মেডিকেল পোৱাব ।
Tai xosakoi bhoionkar 🤣
Good job aru bohut val lagil anekuwa monovab dekhi 🙏🙏
কিতাপৰ জ্ঞান খিনি বহুত আছে মৰমৰ বা জনীৰ কিন্তু নৈতিকতা জ্ঞান খিনি হে ন'হল.....😌😌
Suwali joni bahut smart👍 kotha bur huni a gom pua jai val lagil congratulations🎉❤❤❤ aguwai juwa amiu akhabadi 💞💞💞
বহুত স্মাৰ্ট ছোৱালী।কথাতেই গম পোৱা যায়।আন্তৰিক অভিনন্দন জনালোঁ।
Hoi janu ??
Ahonkari suali
Over smart 😴
@@pompigogoi2634 hoi janu gogoi
@@bijoyhandique1035 lbl besi dise tai
Smartness hokolu nohoi kintu ohong kara hokolu smartness nostho koridibo be careful
অভিনন্দন জনালোঁ। কিন্তু তোমাৰ কথা আৰু গান শুনি সন্তুস্তি একেবাৰে নালাগিল। খুব অহংকাৰত কোৱা আৰু গোৱা যেন লাগিল। জানিবা অহংকাৰেই পতনৰ মূল। সদায় সজ, নম্ৰ হৈ কথা কলেহে মানুহৰ ব্যক্তিত্ব প্ৰকাশ পায় । তুমি কিন্তু ভাল ৰাজনীতিবিদ হবা ভৱিষ্যতে।
Result vl korisa gaurabr kotha kintu aitu attitude thakile banpanit vahi jaba . aru Gan nagaba please
অলপ বেছি হৈ নেকি?চেৰি গোসাই একা!
😁😁😁😁
কিয় যে চালোঁ video টো,গান কিয়া নো গাব দিয়া হা বাপাহাৰে,বাপ বাপ মৰবো ও মানুহ ,সেটো নু গান হলনা।আৰু এই দ্ৰোণাচাৰ্য টো চালা মই তাই বোলে বেছিকৈ লেখি থৈ আহিব বুলি চিন্তা হৈছিল বোলে। মাথা বেয়া হব হা।।
😆😆😆🤣
তুমি পাৰিবা আইজনী, আগবাঢ়ি যোৱা ।
Eman horute eman ohongkari
Valkoi kotha kole aru vall lagil hoi kintu level ase kothat. ,,, congratulations
xsa kotha dey..
বাইহাটা চাৰিআলি Rocks ❤ অভিনন্দন জনালে তোমাক❤
✌️✌️Bohut strong suwali tumi.aru aguwai juwa
তোমাৰ উজ্বল ভৱিষ্যতৰ কাৰণে কামনা কৰিলোঁ 🥰🥰🥰
কথাবোৰ অলপ লাহে লাহে কবা 🙏🙏
উচ্চতৰ মাধ্যমিক ত ৫ টা স্থানেৰে আকৌ নাম উজলিল বজালী ৰ #শিক্ষানগৰী
She is very positive...
নলবাৰী জিলাৰ গৌৰৱ তুমি। তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।
She carries the true Virtues of Civil servent . Advance congratulations to UPSC Journey
আন্তৰিক প্ৰিতি ভৰা শুভকামনা পঠিয়ালো কিন্তু কথাবোৰ অকনমান লাহি সুৰত কলে বেছি ভাল লাগিল হয় জীৱনৰ গতিপথ সলনি হয় বহুত ভাল ৰিজাল্ট কৰা ল'ৰা ছোৱালীৰ নামে নোহোৱা হয় গৈ পিছত দম্ভালি মাৰি কোৱাৰ দৰে লাগিল কথা বোৰ
Ekdom right
Over smart dekhoa suali result bhal hoise thik kotha asalote bohut pohri result bhal kora suali...kothate gom pi
Political science 🔥
Congratulations সাধনা তোমাৰ এই একাগ্ৰতাৰ বাবে। but পঢ়াত চোকা হ'লে কি দাল হ' ব। অহংকাৰে মূৰতো ভৰ্তি হৈ আছে। আৰু গানৰ যি লহৰ, বাপৰে। সাধনা ভবিষ্যতে তুমি গান নাগাবা দেই নহলে গান শুনাতোবাদ দিব মানুহে। 😅😅
It seems interview nohoi Ramanujan academy promotion hoi 🤣
বৰ ধুনীয়া কথা কৈছে,,, স্বাগতম জনাইছো তোমাৰ উজ্বল জীৱন কামনা কৰিলো।
Okk didi. ...at first you need to gain knowledge about how to be down to earth 🙂
সাধনা দেৱীৰ লগতে শিক্ষানুষ্ঠান তথা শিক্ষক সকললৈ মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ 🙏💝💝🙏
Bc, ,
We don't consider ramanujan results.
science and Art's student kibosto.....yat a gom pai....
You are so intelligent girl❤️sadhana
Dhriti raje kintu level nafale a akou tamamm level ,,,
Iman Xundor kotha khini tumar... congratulations 🎉
You are brave girl...
সুন্দৰ ❤️ বহুত সুন্দৰ
Full mature
Full confidence
Suwali
বহুত বহুত আশীৰ্বাদ দিছোঁ তোমাক তুমি আৰু আগবাঢ়ি যোৱা
Our college 💐💕
পাকঘৰত সোমাই বান্দৰে কাহি বাতি পেলোৱা নিচিনা লাগিছে গানটো।
Whatever people say, don't care my dear sister you deserve the part of your dream
, নিউজ লাইভ ..
অসমত যিসকল ছাত্ৰ ছাত্ৰী য়ে নীত (MBBS)আৰু জে. ই (BTach),,, ৰ দৰে ডাঙৰ এণ্ট্ৰেন্স পৰীক্ষাত চিত পাবলৈ সক্ষম হৈছে তেওঁ লোকৰ নিউজ কিয় নেদেখা ,,, সেই দুটা exam ৰ তুলনাত টো এইটো একো নহয়।,,,
,,,,,, সিহঁতে ও টো ইয়াত কৈ বেছি কষ্ট কৰে,,,,,,
গান ফালি দিছা 😍😍😍😍like this 🙏
Class 12 পৰীক্ষাত ২০২১/২২ অৱতীৰ্ণ হোৱা ছাত্র-ছাত্রী সকলক অভিনন্দন জ্ঞাপন কৰিলো | লগতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সকলো ছাত্র-ছাত্রীক উজ্বল ভবিষ্যত কামনা কৰা লগতে যি সকল সুখ্যাতিৰে উত্তীৰ্ণ হব নোৱাৰিলে বা ভবামতে ফলাফল নাপালে তেওঁলোকক পুনৰ অধ্যয়নত অব্যাহত ৰাখিবলৈ অনুৰোধ জনালো ধন্যবাদ
And moi apuni imn bur. Likhi kosto korar bbe thanks koisu😂❤
Congratulations 🎉
ভন্টি বহুত ভাল লাগিল তোমাৰ ৰিজালটো শুনি । কিন্তু তুমি গান নাগাবা please, গান শুনা বাদ দিব মানুহে।
ছাগলি ছোৱালি জনি নেকি বহুত viral হৈছে
Thank you for your all family.
Thank you for your all teacher s.
কণ্ডৱাঈছা ভণ্টী আগবাঢ়া
ই''মা'''নধুনিয়া গাইচা
Good bless you ba
সুন্দৰ
Political science mor fvt subject
অভিনন্দন সাধনা😊
Vl lgise tumar ktha bur God bless you 🙏🥰
এনেকে গালে কমিটিয়ে চুইচাইড কৰি দিব ঔ মা....বাকী অভিনন্দন
Congratulations sis.. And singing tu oo bohut bhal lagil..
😂🤣🤣🤣
এই জনীৰ আৰু নিউজ নবনাবা,,বছৰি প্ৰায় শত লৰা ছোৱালীৰ ৰিজাল্ট ভালেই হয় ,,,নতুন কথা নহয়
arts stream t he krisa top, science or commerce lole korobat pori thkibo lagil heten🤣
Congatulations .....💞
Can't compare with dhritiraj bastab kalita
.
.
Yes true 👍
Bohut bohutt congratulations vonti tumaloi...khalee...ohonkar nkoribaa ketiau ...sob hekh hoi jabo...Baki tumr upcoming future bare good wishes thakil ..All the best
Love her confidence ❤️
Congratulations ba... Love from Ramanujan academy.... 💐💐💐💐
bohut level di kotha koise🤣..adin nissoy tololoi namibo
Thick koisa
Aitu sure...ahankarei patanar mul...
Tumr kotha tu dekhun hossa hoi gol bro🤣
Very talented
ভেৰা ছাগলীৰ নিছিনা গাইছে
সাধনাৰ সাধনাক প্ৰণাম জনাইছোঁ 💞💕💞💕
congratulations ❤️
Dislike bottom kot ase nu
কথা বোৰ তেওঁৰ সুন্দৰ
Bogut bhal lagil,guru sokolok pranam
Congratulation💐💐💐
Congratulations to dadhana
Smart girl ❤
gan ati ngwa plz ranu mondal 👍
Bohut bohut congrestlutions sister kintu olp besike koi ase kotatu 🥺
God bless you🙏
Congratulations ba
ভন্টি ধিতিৰাজ ৰ কথা বাৰ্তা খিনি অলপ চাবা | যিহেতু তুমি TV চাই বেয়া পোৱা ।। Mobile তে চাবা দেই .
Tumi amar collage r nam ujjal krisa baa..Thank you baa...
নম্বৰ বঢ়াই দিলে শিক্ষকে 🤣🤣🤣
Very smart . Thank you.
Nice ❤️🔥
অভিনন্দন বা..... তুমি আমাৰ কলেজৰ নাম উজ্জ্বল কৰিছা 💞🎉🎉
Ki hoi sa bakhan xhuni hahoni
Iman hundor kontho singer hob pariba
আমি গৌৰৱান্বিত, আগুৱাই যোৱা মাতু
Dhunia vonti tmi aru aguai juwa .... Tmr gan gabo hole huror knowledge hobo lage ..... ....
Congratulations 👍🤗
Kune ki koi najanu Mur kin2 jat k val nalage ko ajone .....I don care..
ৰাম ৰাম 🙏
Best wishes to you .
Smart girl . Congratulations