Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ৰজা যেতিয়া বেপাৰী হয়, তেতিয়া দেশ ৰসাতলে যায়
Acddmacamilamokkumonttimokkumontihemanyttubisrmamaodkkomokkumokkumonttiehmanttubisrnamaojjjuccu 5:52
অসম দুখীয়া কৰিলে, নিজে ধনী হৈ গল,
একমত💯☝️👍✊
Right 👍
Jj
নিজৰ স্বাৰ্থ সিদ্ধি হৈছেগতিকে এতিয়া ৰাইজ মৰি থাকক 🥲
ঋণ লোৱাত বাধা প্ৰদান কৰি প্ৰতিবাদ কৰিব লাগিব অসমৰ জনসাধৰণে । নহ'লে অতি সোনকালে শ্ৰীলংকাৰ দৰে হব আজিয়ে কৈ থলো ৰাইজ । সজাগ হ'বৰ হল ।
👌👌👌👌👌👌👌👌👌👌👌
কোনো ৰাজ্যতে এনেকুৱা অৱস্থা হোৱা নাই।
এই খন চৰকাৰে ধংস কৰিলে অসম খন
@@dipagogoi2172 right
Nohoy bjp sorkar good government aru vote diyok.....????
অসমৰ ৰাইজে ভাবক কেনে মানোহক ৰজা পাতিচে
আঁচনিবোৰ যদি বন্ধ নকৰে তেনে হ'লে অসমখন দুই নম্বৰ শ্ৰীলংকা হ'ব ১০০/ সঁচা
scheme bur bndho kri dibo lge
Tomi mor mote goro tomi nije assam kon nije boji napay tomak Kim gorohe kom
Eibur kotha তল পেলাবলৈ এইকেইদিনটেই কিবা এটা ডাঙৰ ঘটনা ঘটিব
Right...
হিন্দু-মুছলমানৰ কাজিয়া, মিঞা, উজনি-নামনি, আহোম, কোঁচ, ইত্যাদি !!!!
শেষ কৰিলে আৰু অসমখনক 😮😮😮😮😮😮
সকলো আঁচনি বন্ধ কৰিব লাগে বিশেষকৈই অৰুণদয়ো
Ki hol dukhuya manuhe pai assebondho kio ho lagetumar lage naki
নিজে ধনী হ'ল । ৰাজ্যখন দূখিয়া টৰিলে
100th Right
মামা নিজে কোটি পতি হল কিন্তু অসম জহনামে গ'ল
Koti pati nohoi arab arab poti
Aachoni somuh bondho koribo lage
আঁচনি সমূহ উপযুক্ত আৰু যোগ্য বেনিফিচাৰীক দিব লাগে।লগতে সকলো আঁচনি প্ৰয়োজনীয় নহয়। কিছুমান আঁচনি বন্ধ কৰি দিব লাগে।
100/sent true
অসমৰ মানুহ বোৰ সঁচা বাতৰি বোৰ চাব নে ? নেচাই, মামা এ আঁচনি announce কৰা news টো হে ৰখি থাকে।
অন্ধভক্ত।
আবেগিক ভাবে লোৱা সিদ্ধান্ত সমূহে ভাল ফল দিব নোৱাৰে।
অহংকাৰী হলে এনে হৱই।
ভাবিছিলো চাকৰিৰ কাৰণে চেষ্টা কৰিম , কিন্তু চৰকাৰে যি হাৰত ৰিন লৈ আছে অলপ চিন্তাত পৰিব লগা কথা হ'ল।😂😂
চাকৰি লবলৈ ঔকাদ নথকাবোৰে এনেও আল বাল বাহানা বনাই চৰকাৰক গালি দি থাকিব।
সকলো চৰকাৰী বিদ্যালয়ৰ একাউণ্টৰ পৰা টকাবোৰ সূত সহ ওভতাই নিছে হিমন্ত চৰকাৰে।
@@jeetsmart25 হয়। পিছে, প্ৰশ্ন হয়, এই ওভোটাই নিয়া টকাবোৰ ক'ত খৰচ কৰিব ????????
আপোনাক সকলোবোৰ বিধায়কে আৰু দৰমহা বড়াই লওক তেতিয়াই ধাৰ কমিব ৷
একো নাই অসম দুখীয়া হলেও হওক নিজেতো ধনী হল ।আচনীবোৰ বন্ধ কৰি নিদিয়ে কিয় ?
ঋণৰ টকা উৎপাদনত নিয়োগ কৰিলেহে পৰিশোধ কৰিব পাৰি। দান দিলে সংকট হবই।
মই আগতেই বহু বাৰ কৈছো যে বিনামূলীয়া আচনিয়ে দেশৰ আৰ্থিক অৱস্থা বেয়া কৰিব।ই কেতিয়াও দেশৰ উন্নয়ন হ'ব নোৱাৰে।মানুহ অকামিলা হৈছে।কাম নকৰে।
Tohotor fayda
ৰাইজ বেছি লুভিয়া হলে এনেকুৱা হবই। এওঁ ভালদৰে জনা
শিক্ষা আৰু স্বাস্থ্য চিকিৎসা বিনামূলীয়া কৰি বাকী বিনামূলীয়া বা আঁচনী সমুহ বন্ধ কৰক।
এই ঋণ পৰিশোধ কৰিব লাগিব কংগ্ৰেছ দলে। সাজু হৈ থাকে যেন ❤
যিমানেই দেউলীয়া নহওঁক কিয়_ মামাই কিন্ত নাও ডুবিলেও টিঙৰ পৰা নেনামে৷মুঠৰ ওপৰত নিজৰ সম্পতি গোটাই গলেই হল😅
কংগ্ৰেছ অসমৰ শক্তিশালী বিৰোধী দল, কিন্তু আপোনালোকে বিধানসভাত কিয় বিষয়টো উত্থাপন নকৰে। বাহিৰত চালে বেৰে কোবাই ফুৰে যে .....
Good News Sir
আঁচনি দি দি শ্ৰম কৰা মানুহে কাম কৰা বন্ধ কৰিছে।
Good
অসম চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ
No
বহুত ভাল কাম কৰিছে,, আমাৰ লগত এনেকুৱা এ হব লাগে
😂
অসম দুখীয়া হওঁক হাৰিয়ানা ত ৫০০/ টকাত চিলিন্দা ৰ দিবলৈ যোৱা কোন এইটো ঔ
এইজন অসমৰ পাগল কুকুৰটো
BJP,জিন্দাবাদ 😆😆😆
ভাল হৈছে আৰু হব লাগে
নিজৰ সার্থৰ বাবে সকলো ফ্ৰী কৰি থাকিলে হব ই
অতি জৰুৰী ভাবে অলাগতীয়াল আঁচনি বিলাক বন্ধ কৰক।
Good government
Dr himanta bishwa sarma এগৰাকী অসমৰ স্বনামধন্য প্ৰসিদ্ধ সম্ৰাট মুখ্য মন্ত্ৰী বুলি ভাবে নিজকে বহুত বেছি ভগৱান বুলি ভাবে যাৰ ফলত এয়াই নিজৰ কুঠাৰ নিজৰ ভৰিত মাৰি লৈছে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অমান্য কৰি নিজৰ ইচ্ছা মতে সিদ্ধান্ত লৈ যিকোনো আঁচনি কোনো ধৰণৰ যুক্তি যুক্ততা কাম কাজ সমূহ চলাইছিল এয়াই নেকি মানৱতাৰ পৰিচয় এগৰাকী দক্ষ নেতাৰ কৰ্ম কান্দ
100/ yes
কোনোবাই গম পাই নি ১০০০০ কেতিয়া সোমাব
বুলেট আৰু স্কুটি লাগিবই মামা
যি নহওক আমাক আচঁনি লাগিবই লাগিবই বাকী বাদ দিয়ক 😅😅
মামা জিন্দাবাদ।
BJP hatao desh bachao Modi hatao Bharat bachao
😮😮😮😮 jibon ses
Very good 👏👏👏👏
বাজক ডবা বাজক শংখ বাজক মৃদং খোল ; অসম আকৌ উন্নতি পথত "জয় আই অসম " .…...😢😢😢
@@puronpayeng7151 উন্নতিৰ পথত নহয় ঔ ""ৰসাতল পথতহে জয় আই অসম বোল""" হৈছেগৈ😎
Hai hai ki hobo amar
ৰাজ্যৰ টকাবোৰ ক'ত হেলাল? কোনে লুণ্ঠন কৰিলে ???? সম্পূর্ণ উত্তৰ আহিব ২০২৬ চনত !!!!!!!!
Very good...
Lurinjyoti gogoi zindabad
মামুণৰ হাতত ৰাজ্য গতাই দিয়া মজা টো অসমৰ মানুহে পাব লাগে । এই কাৰণে হোৰা হোৰে বস্তূৰ দাম বাঢ়ি আছে আৰু আমি দুখিয়া গৰিব মধ্য শ্ৰেণীক মাধমাৰ দিছে এইখন চৰকাৰে
অসমৰ ধক্ষ্য মন্ত্ৰী কেনেকৈ অধক্ষ্য মন্ত্ৰী হব পাৰে? নিজৰ পৰিয়াল ধনী হৈ গৈ থাকিব লাগে আৰু ৰাইজে দূখীয়া হৈ জীয়াই থাকিব লাগে! তেনেকোৱা হবলৈ গৈ আছে। আৰু BJPক ভোট দে ৰাইজ...😅😅😅
Jmanorajrcarnemedikelokddinamoliyacrkarosculclejdinamoliyacciharonadarucihlacptidaedeoajiabjrparlaponarlacptibaedeocutcolmijliyaaruaddukkocelecarimanoataecnmokkumondtiaknknhunicribnalaceaponiatrhuc 6:03
Moja... Khel jomibo
Ai br ma asoni deuta asoni diok mama
যি কি নহওঁক আমি হিন্দু মুছলমান কৰি এইটোৱে মেইন।
এইবোৰ লুকুৱাবলৈ হিন্দু মুছলমান মাজত বিতৰ্কিত মন্তব্য কৰি থাকে এইজনে ২০২৬ যাতে ৰাইজক বুৰ্বক হৈ নিথাকে নিজে ধনী হৈয় গল ৰাইজৰ ওপৰত মাধমাৰ বস্তূৰ দাম কিমান বাঢ়িল। চাৰিওফালে Tex দিব লাগে ৰাইজে
100 right
বাহিৰত চুৰীয়াৰ ফেৰ ঘৰত ঢকুৱাৰ বেৰ😅😅😅
Nawburileyou e tingorpora naname
Bohut val
Assam will see this day , we knew beforehand.
State anti drug prohibition council paise diba para nai
আৰু অলপ আঁচনি খোলক। বৰ দক্ষ দেখোন
All assam people demand to Regine cm himanta b s for financial crises😮
আকৌ এবাৰ .....চৰকাৰ ।
একো নহয় দে ,আৰু ধাৰ লব দিয়ক ।অসমক বিক্ৰী কৰিলে হল ।
Hemant protect Kori bo la
Aru vot de
❤❤❤100
Hindu Muslim karise je pap lagise
খৰছ অত তত চিটিকি পৰিছে নেকি
Aru ki ki baki ase besi dile hol
অসম খন ডুবাই হে এৰিব __________
উচৰে পাজৰে থকা চাৰিআলি, তিনিআলিৰ, পাচলি, অলিয়ে গলীয়ে পুলিচে আৰু গুণদা নিয়োগ কৰাকৈ ৰাইজৰ পকেটৰ পৰা ধন ডকাইতি কৰাকৈ ৰাজ্যৰ ৰজকুষ টনকিয়াল কৰিব লাগে, তথাপি আমাক বিজেপি চৰকাৰ লাগে, মামক লাগে
Vote kinbar sarkar
😢😢😢
আমি দুখিয়া দৰিদ্ৰ জনসাধাৰণ ৰাইজে আঁচনিও নাপালোঁ নিগমে মৰিলো মৰিম।।
BJP k Vote Dia Mojja Dese Himantai RAIJok😂😂 Mitha Telor Price 140 pora 180 kori dese Direct 😂
Bijipidnnobadcintuhemantubisramamodabad 6:03
Mama will finish
হিমন্তই অসম খন বৰবাদ কৰিলে ।
ভক্ত গনে বা কি কয়
@@pranjalsarmah2429 ভক্তগণৰ চকু কণা --এইবিলাক মনি নেপায় তেমলাকে😎
বিনামূলীয়া আচনি লগতে শিতাধীকাৰিক টকা বিলায় ভিক্ষাৰী কৰিছে অসম
Bjp zindabad cm sir ❤
ভাল হৈছে। ভোটৰ কাৰণে আঁচনিৰ উপৰত আঁচনিৰ সৃষ্টি কৰাৰ ফল।
ধাৰ হ'লেও আমাৰ মায়া চৰকাৰ
ঋণ লব পৰা টো এটা ক্ৰেডিট ।
হিমন্তই অসমক শেষ কৰি দিলে
Bor bad kore dily assam
Aru pare jodi keikhon man asoni khulok
তথাপিও শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী অসমৰ ।
Ajnnijednihuyamokkumontieyarconucamnae 6:03
পাগলৰ পলাপ নবকিবি।সময় মতে সকলো পাই আছেকত বৃত্তি য় সঙৃত হৈছে ভুপেন আ লি বুজাই দিয়ক ছোন।
😢
জহৰাই খাই পেলালে অসমখন। অসমৰ industry একোৱেই নাই
Asoni aru free reason bondo hobo lage
ৰজা যেতিয়া বেপাৰী হয়, তেতিয়া দেশ ৰসাতলে যায়
Acddmacamilamokkumonttimokkumontihemanyttubisrmamaodkkomokkumokkumonttiehmanttubisrnamaojjjuccu 5:52
অসম দুখীয়া কৰিলে, নিজে ধনী হৈ গল,
একমত💯☝️👍✊
Right 👍
Jj
নিজৰ স্বাৰ্থ সিদ্ধি হৈছে
গতিকে এতিয়া ৰাইজ মৰি থাকক 🥲
ঋণ লোৱাত বাধা প্ৰদান কৰি প্ৰতিবাদ কৰিব লাগিব অসমৰ জনসাধৰণে । নহ'লে অতি সোনকালে শ্ৰীলংকাৰ দৰে হব আজিয়ে কৈ থলো ৰাইজ । সজাগ হ'বৰ হল ।
👌👌👌👌👌👌👌👌👌👌👌
কোনো ৰাজ্যতে এনেকুৱা অৱস্থা হোৱা নাই।
এই খন চৰকাৰে ধংস কৰিলে অসম খন
@@dipagogoi2172 right
Nohoy bjp sorkar good government aru vote diyok.....????
অসমৰ ৰাইজে ভাবক কেনে মানোহক ৰজা পাতিচে
আঁচনিবোৰ যদি বন্ধ নকৰে তেনে হ'লে অসমখন দুই নম্বৰ শ্ৰীলংকা হ'ব ১০০/ সঁচা
scheme bur bndho kri dibo lge
Tomi mor mote goro tomi nije assam kon nije boji napay tomak Kim gorohe kom
Eibur kotha তল পেলাবলৈ এইকেইদিনটেই কিবা এটা ডাঙৰ ঘটনা ঘটিব
Right...
হিন্দু-মুছলমানৰ কাজিয়া, মিঞা, উজনি-নামনি, আহোম, কোঁচ, ইত্যাদি !!!!
শেষ কৰিলে আৰু অসমখনক 😮😮😮😮😮😮
সকলো আঁচনি বন্ধ কৰিব লাগে বিশেষকৈই অৰুণদয়ো
Ki hol dukhuya manuhe pai asse
bondho kio ho lage
tumar lage naki
নিজে ধনী হ'ল । ৰাজ্যখন দূখিয়া টৰিলে
100th Right
মামা নিজে কোটি পতি হল কিন্তু অসম জহনামে গ'ল
Koti pati nohoi arab arab poti
Aachoni somuh bondho koribo lage
আঁচনি সমূহ উপযুক্ত আৰু যোগ্য বেনিফিচাৰীক দিব লাগে।লগতে সকলো আঁচনি প্ৰয়োজনীয় নহয়। কিছুমান আঁচনি বন্ধ কৰি দিব লাগে।
100/sent true
অসমৰ মানুহ বোৰ সঁচা বাতৰি বোৰ চাব নে ? নেচাই, মামা এ আঁচনি announce কৰা news টো হে ৰখি থাকে।
অন্ধভক্ত।
আবেগিক ভাবে লোৱা সিদ্ধান্ত সমূহে ভাল ফল দিব নোৱাৰে।
অহংকাৰী হলে এনে হৱই।
ভাবিছিলো চাকৰিৰ কাৰণে চেষ্টা কৰিম , কিন্তু চৰকাৰে যি হাৰত ৰিন লৈ আছে অলপ চিন্তাত পৰিব লগা কথা হ'ল।😂😂
চাকৰি লবলৈ ঔকাদ নথকাবোৰে এনেও আল বাল বাহানা বনাই চৰকাৰক গালি দি থাকিব।
সকলো চৰকাৰী বিদ্যালয়ৰ একাউণ্টৰ পৰা টকাবোৰ সূত সহ ওভতাই নিছে হিমন্ত চৰকাৰে।
@@jeetsmart25 হয়। পিছে, প্ৰশ্ন হয়, এই ওভোটাই নিয়া টকাবোৰ ক'ত খৰচ কৰিব ????????
আপোনাক সকলোবোৰ বিধায়কে আৰু দৰমহা বড়াই লওক তেতিয়াই ধাৰ কমিব ৷
একো নাই অসম দুখীয়া হলেও হওক নিজেতো ধনী হল ।আচনীবোৰ বন্ধ কৰি নিদিয়ে কিয় ?
ঋণৰ টকা উৎপাদনত নিয়োগ কৰিলেহে পৰিশোধ কৰিব পাৰি। দান দিলে সংকট হবই।
মই আগতেই বহু বাৰ কৈছো যে বিনামূলীয়া আচনিয়ে দেশৰ আৰ্থিক অৱস্থা বেয়া কৰিব।ই কেতিয়াও দেশৰ উন্নয়ন হ'ব নোৱাৰে।মানুহ অকামিলা হৈছে।কাম নকৰে।
Tohotor fayda
ৰাইজ বেছি লুভিয়া হলে এনেকুৱা হবই। এওঁ ভালদৰে জনা
শিক্ষা আৰু স্বাস্থ্য চিকিৎসা বিনামূলীয়া কৰি বাকী বিনামূলীয়া বা আঁচনী সমুহ বন্ধ কৰক।
এই ঋণ পৰিশোধ কৰিব লাগিব কংগ্ৰেছ দলে। সাজু হৈ থাকে যেন ❤
যিমানেই দেউলীয়া নহওঁক কিয়_ মামাই কিন্ত নাও ডুবিলেও টিঙৰ পৰা নেনামে৷
মুঠৰ ওপৰত নিজৰ সম্পতি গোটাই গলেই হল😅
কংগ্ৰেছ অসমৰ শক্তিশালী বিৰোধী দল, কিন্তু আপোনালোকে বিধানসভাত কিয় বিষয়টো উত্থাপন নকৰে। বাহিৰত চালে বেৰে কোবাই ফুৰে যে .....
Good News Sir
আঁচনি দি দি শ্ৰম কৰা মানুহে কাম কৰা বন্ধ কৰিছে।
Good
অসম চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ
No
বহুত ভাল কাম কৰিছে,, আমাৰ লগত এনেকুৱা এ হব লাগে
😂
অসম দুখীয়া হওঁক হাৰিয়ানা ত ৫০০/ টকাত চিলিন্দা ৰ দিবলৈ যোৱা কোন এইটো ঔ
এইজন অসমৰ পাগল কুকুৰটো
BJP,জিন্দাবাদ 😆😆😆
ভাল হৈছে আৰু হব লাগে
নিজৰ সার্থৰ বাবে সকলো ফ্ৰী কৰি থাকিলে হব ই
অতি জৰুৰী ভাবে অলাগতীয়াল আঁচনি বিলাক বন্ধ কৰক।
Good government
Dr himanta bishwa sarma এগৰাকী অসমৰ স্বনামধন্য প্ৰসিদ্ধ সম্ৰাট মুখ্য মন্ত্ৰী বুলি ভাবে নিজকে বহুত বেছি ভগৱান বুলি ভাবে যাৰ ফলত এয়াই নিজৰ কুঠাৰ নিজৰ ভৰিত মাৰি লৈছে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অমান্য কৰি নিজৰ ইচ্ছা মতে সিদ্ধান্ত লৈ যিকোনো আঁচনি কোনো ধৰণৰ যুক্তি যুক্ততা কাম কাজ সমূহ চলাইছিল এয়াই নেকি মানৱতাৰ পৰিচয় এগৰাকী দক্ষ নেতাৰ কৰ্ম কান্দ
100/ yes
কোনোবাই গম পাই নি ১০০০০ কেতিয়া সোমাব
বুলেট আৰু স্কুটি লাগিবই মামা
যি নহওক আমাক আচঁনি লাগিবই লাগিবই বাকী বাদ দিয়ক 😅😅
মামা জিন্দাবাদ।
BJP hatao desh bachao Modi hatao Bharat bachao
😮😮😮😮 jibon ses
Very good 👏👏👏👏
বাজক ডবা বাজক শংখ বাজক মৃদং খোল ; অসম আকৌ উন্নতি পথত "জয় আই অসম " .…...😢😢😢
@@puronpayeng7151 উন্নতিৰ পথত নহয় ঔ ""ৰসাতল পথতহে জয় আই অসম বোল""" হৈছেগৈ😎
Hai hai ki hobo amar
ৰাজ্যৰ টকাবোৰ ক'ত হেলাল? কোনে লুণ্ঠন কৰিলে ???? সম্পূর্ণ উত্তৰ আহিব ২০২৬ চনত !!!!!!!!
Very good...
Lurinjyoti gogoi zindabad
মামুণৰ হাতত ৰাজ্য গতাই দিয়া মজা টো অসমৰ মানুহে পাব লাগে । এই কাৰণে হোৰা হোৰে বস্তূৰ দাম বাঢ়ি আছে আৰু আমি দুখিয়া গৰিব মধ্য শ্ৰেণীক মাধমাৰ দিছে এইখন চৰকাৰে
অসমৰ ধক্ষ্য মন্ত্ৰী কেনেকৈ অধক্ষ্য মন্ত্ৰী হব পাৰে? নিজৰ পৰিয়াল ধনী হৈ গৈ থাকিব লাগে আৰু ৰাইজে দূখীয়া হৈ জীয়াই থাকিব লাগে! তেনেকোৱা হবলৈ গৈ আছে। আৰু BJPক ভোট দে ৰাইজ...😅😅😅
Jmanorajrcarnemedikelokddinamoliyacrkarosculclejdinamoliyacciharonadarucihlacptidaedeoajiabjrparlaponarlacptibaedeocutcolmijliyaaruaddukkocelecarimanoataecnmokkumondtiaknknhunicribnalaceaponiatrhuc 6:03
Moja... Khel jomibo
Ai br ma asoni deuta asoni diok mama
যি কি নহওঁক আমি হিন্দু মুছলমান কৰি এইটোৱে মেইন।
এইবোৰ লুকুৱাবলৈ হিন্দু মুছলমান মাজত বিতৰ্কিত মন্তব্য কৰি থাকে এইজনে
২০২৬ যাতে ৰাইজক বুৰ্বক হৈ নিথাকে নিজে ধনী হৈয় গল ৰাইজৰ ওপৰত মাধমাৰ বস্তূৰ দাম কিমান বাঢ়িল। চাৰিওফালে Tex দিব লাগে ৰাইজে
100 right
বাহিৰত চুৰীয়াৰ ফেৰ ঘৰত ঢকুৱাৰ বেৰ😅😅😅
Nawburileyou e tingorpora naname
Bohut val
Assam will see this day , we knew beforehand.
State anti drug prohibition council paise diba para nai
আৰু অলপ আঁচনি খোলক। বৰ দক্ষ দেখোন
All assam people demand to Regine cm himanta b s for financial crises😮
আকৌ এবাৰ .....চৰকাৰ ।
একো নহয় দে ,আৰু ধাৰ লব দিয়ক ।অসমক বিক্ৰী কৰিলে হল ।
Hemant protect Kori bo la
Aru vot de
❤❤❤100
Hindu Muslim karise je pap lagise
খৰছ অত তত চিটিকি পৰিছে নেকি
Aru ki ki baki ase besi dile hol
অসম খন ডুবাই হে এৰিব __________
উচৰে পাজৰে থকা চাৰিআলি, তিনিআলিৰ, পাচলি, অলিয়ে গলীয়ে পুলিচে আৰু গুণদা নিয়োগ কৰাকৈ ৰাইজৰ পকেটৰ পৰা ধন ডকাইতি কৰাকৈ ৰাজ্যৰ ৰজকুষ টনকিয়াল কৰিব লাগে, তথাপি আমাক বিজেপি চৰকাৰ লাগে, মামক লাগে
Vote kinbar sarkar
😢😢😢
আমি দুখিয়া দৰিদ্ৰ জনসাধাৰণ ৰাইজে আঁচনিও নাপালোঁ নিগমে মৰিলো মৰিম।।
BJP k Vote Dia Mojja Dese Himantai RAIJok😂😂 Mitha Telor Price 140 pora 180 kori dese Direct 😂
Bijipidnnobadcintuhemantubisramamodabad 6:03
Mama will finish
হিমন্তই অসম খন বৰবাদ কৰিলে ।
ভক্ত গনে বা কি কয়
@@pranjalsarmah2429 ভক্তগণৰ চকু কণা --এইবিলাক মনি নেপায় তেমলাকে😎
বিনামূলীয়া আচনি লগতে শিতাধীকাৰিক টকা বিলায় ভিক্ষাৰী কৰিছে অসম
Bjp zindabad cm sir ❤
ভাল হৈছে। ভোটৰ কাৰণে আঁচনিৰ উপৰত আঁচনিৰ সৃষ্টি কৰাৰ ফল।
ধাৰ হ'লেও আমাৰ মায়া চৰকাৰ
ঋণ লব পৰা টো এটা ক্ৰেডিট ।
হিমন্তই অসমক শেষ কৰি দিলে
Bor bad kore dily assam
Aru pare jodi keikhon man asoni khulok
তথাপিও শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী অসমৰ ।
Ajnnijednihuyamokkumontieyarconucamnae 6:03
পাগলৰ পলাপ নবকিবি।সময় মতে সকলো পাই আছে
কত বৃত্তি য় সঙৃত হৈছে ভুপেন আ লি বুজাই দিয়ক ছোন।