Adin bisa hbo mane ki ?? Tar je bapekok mari pelale hi2 2ur kunu bisar nkorile ?? Jot neki nam, aru phun number diya past2 kunu action nhol kiyo ?????? I think it is the asterting of bjp ending oky ???
ভিক্টৰ ছাৰ আপোনাৰ ঠাইত আন কোনোবা হোৱা হলে আত্মহত্যা কৰিবলৈ চেষ্টা কৰিলে হয় বা ভয় খাই এই বিষয়ৰ পৰা আঁতৰি আহিলে হয় কিন্তু আপোনৰ সাহস দেখি আমিও বহুত অনুপ্ৰাণিত হৈছো.... সত্য সদাই জয় বুলি কৈ না গতিকে আপোনাৰ এদিন জয় হব তেতিয়া গোতেই অসমবাসি আপোনাক চেলুত জনাব... আল্লাহ/ভগৱান সত্যত চলা জনৰ লগত সদাই থাকে আপোনাৰ লগত ও আছে... হইটো আল্লাহ/ ভগৱান বিচাৰ অলপ দেৰিকৈ হয়...Alllah/vogoban ke darbar mey der hai lekin aandher nehi.... We always stand you sir ✊
Nijor deuta aneke hotya kori pelai thoi gole kunu lora swali a hoyjo nokore ... Sir jonor dukh moi onubhob koribo parisu ...napai dei aneke koribo bor dukh lge 😭... Apunar maa deuta aru apunak salute 🙏 🙏
May you long live nd Almighty God is always stand with u. Never be emotional instead it, just do good deed for making a fruitful nd effective Assam nd we r always with u in the journey of truthful nd vigourable society
এজন প্রকৃত যোদ্ধা হিচাপে আগবাঢ়ি যাওঁক ছাৰ 🙏🙏
জাৰ কোনো নাই তাৰ কাৰণে ভগৱান আছে 🙏🙏🙏
ধৈৰ্য ধৰক,স্হিৰ হওক
Rith
ভগৱান নাই।ভগৱান একেবাৰে নাই,যিয়ে ভগৱান ৰচনা কৰিলে সেইজন মূৰ্খ হয়।যিয়ে ভগৱান ক প্ৰচাৰ কৰে সেইজন দুষ্ট ব্যক্তি হয় আৰু যিজনে ভগৱানক পূজা কৰে,সেইজন ডকাইত অৰ্থাৎ burber হয়~EV ramaswamy periyar।
@@bahujanboldojarki9590 murkh tur dore murkho bektik ki hobo nije gm pabi
@@dhunudhunu5307 তুমি যাক আৰাধ্য বুলি দিনে ৰাতিয়ে পূজা কৰে,ভাবি চাওক সেইজনক দেখা তো বহুত দূৰৰ কথা, বিশ্বৰ বিভিন্ন দেশত নামটোৱেই নুশুনা মানুহ আছে😁😁😁😁
হেজাৰ বছৰ আয়ুস হওঁক আপোনাৰ ❤️❤️
সত্য সদাই জয়।
দুখ লাগিল। ভগবান সহায় হওঁক
তুমি নাকান্দিবা বেতা ।।ভগৱানে এদিন সত্য বিচাৰ কৰিব।।মোৰ চিনাকী নহয় যদিও মই এগৰাকী মাতৃ।।মই কাৰোবাৰ সন্তানে চকুলো টুকিলে বৰ অন্তৰত দুখ পাও।।😭😭😭
"" হে প্ৰভু ঈশ্বৰ সকলো তোমাৰে মায়া 🙏🙏🙏
Adin bisa hbo mane ki ?? Tar je bapekok mari pelale hi2 2ur kunu bisar nkorile ?? Jot neki nam, aru phun number diya past2 kunu action nhol kiyo ?????? I think it is the asterting of bjp ending oky ???
অ, বেটা এই বোৰ কব নাপাই সাহসী লৰা হয় কিয় ভাগি পৰিছা আমাৰ অসমত ভাল কামৰ কথা কলে জেলত ভৰাই থয় আমি বিটিচৰ তলত আছো দৰে লাগে |.মা লগত থাকিবা তুমি |
ভাইটি ভগৱান আছে নহয় তোমাক সহায় কবিব ! God bless you .
ভগৱান সহায় হওক। কেৱল ভাগৰি নপৰিব। বহুত দুখ লাগিল কথাবোৰ শুনি।
সত্যৰ সদায় জয়। চিন্তা নকৰিবা হাত দুখন আছে যেতিয়া কাম কৰি যোৱা ।
দাদা সংগামী সকলহে সমাজত মৰাৰ পাছতো জিয়াই থাকিব আপোনি ।চৰকাৰ হিলাই দিলেই।
আপুনাক নিশ্চয় চৰকাৰে কিবা ভয় খুৱাইছে .তুমি ভয় নাখাবা ভগবান সহাই আছে.
আপোনাৰ এই যাত্ৰাত আপুনি সফল নহবও পাৰে । হয়তো মানুহৰ বাবে লাগি লাগি আপোনৰ মৃত্যু পৰ্যন্ত হব পাৰে । কিন্তু সেই তেজৰ চেকুৰা ১ জনৰ গাত হলেও থাকি যাব ভিক্টৰ দা । "মই ভাগৰা নাই "। জয় আই অসম ।।।।
Thik koise . May God bless him.
মানুহ নাথাকিলেও ভগৱান সদায় আছে আপোনাৰ লগত,,দুখ নকৰিব বুজিব সত্যৰ সদায় জয়🙏😥
ভগৱানৰ ওপৰত বিশ্বাস ৰাখক 🙏
তেওঁক বিপদলৈ থেলি দিয়াতু উচিত হোৱা নাই ।
কান্দি কান্দি ৰণ জয় কৰিব নোৱাৰি । বতাহ যি ফালে বয় সেই ফালেই তুমি বৈ যোৱা । নিজৰ লক্ষ্য মাত্ৰ স্থিৰ কৰি ৰাখা । চাবাচোন জয় অনিবাৰ্য ।
নেদেখা জন আছে আৰু সত্য লগত থাকিলে ভয় খাবলে একো নাই, শুদ্ধ আৰু সত্য ৰাস্তাৰে আগুৱা সাহস লগত ৰাখা...!!👍
সচা মানুহৰ ভাত কোনোৱেও মাৰিব নোৱাৰে। সত্যৰ এদিন হ'লেও জয় হ'ব ই । মাত্ৰ ভগৱানৰ ওচৰত একান্ত বিশ্বাস ৰাখা । ভগৱানে ব্যভিচাৰীক কেতিয়াও ক্ষমা নকৰে । ধৈৰ্য - সাহস - আৰু মনোবল নেহেৰুৱাবা ।
দাদা আপোনি ভালে থাকক , আপোনাক বহুত ভাল পাওঁ আৰু মোৰ দৰেই বহু জনতাই আপোনাক বহুত ভাল পাই ,ভগৱান ওচৰত সেৱা জনাইছো , ৰঙিয়াৰ পৰাই মৰম জনালো ,
Victor Sir আপুনি মনত শক্তি ৰাখক চব ঠিক হৈ যাব। ওপৰত ভগবান আছে। সি চব চাই আছে।
তুমি চিন্তা নকৰিবা কৃতকাৰ্য হবা। জীয়াই থাকিব।
আপুনাক চৰকাৰে ভয় খূৱালে কিন্তু চিন্তা নকৰিব সত পথৰ সদায় জয় দাদা
সাহসী হওক, বাস্তৱ বৰ নিষ্ঠুৰ ,সত্য প্ৰতিষ্ঠা হ'বলৈ দেৰি লাগিব কিন্তু জয় হ'ব।
সচাকৈয়ে বৰ অন্যায় যেন লাগিছে ।বিশ্বাস এতিয়া যেন মৰীচিকা ।বিচাৰ এদিন নিচয় ভালেই হব।
আপোনাৰ লগত ভগৱান আছে দাদা 🙏
আনক সাহস দিয়া মানুহজনে আজি ভাগৰি পৰিলে কেনেকুৱা হব।
God bless you.
ভগৱানে আপোনাক সহায় কৰিব।
বহুত কান্দিলো , ভাস্কৰ ৰ কথাবোৰ শুনি ,তুমি হতাশ নহবা ,ঈশ্বৰ আছে সৎ পথত থকাজনক তেখেতে সহায় কৰিবই , চৰকাৰে নিজৰ কাম আৰু তুমি নিজৰ কাম কৰি যোৱা চাবা তোমাৰেই জয় হব !
এশ শত্ৰু যাৰ ভগৱান সহায় তাৰ ।
Apunar comment mn soi gol same mur ake
উদ্দেশ্য সঠিক আৰু সৎ হলে জয় হবই। কেৱল ধৈৰ্য্য ধৰিব লাগিব ভাই। jeet aapka hi hoga
ছাৰ আপুনি মহান আপুনি অনুগ্ৰহ নেকান্দিব 🙏আপোনাক ভগৱানে সহায় কৰিব
দুঃখ পালোঁ চাই।
মংগল হওক আপোনাৰ 🙏
অন্তৰ চুই গৈছে ভিডিঅ 'টো চাই ।
Sinta nokoriba Sorkar palti marile BJP Bohut Neta Jelot jabo hitu finel
আপুনি এনেকে দুৰ্বল হলে নহব.....নৱপ্ৰজন্মৰ পথ প্ৰৱৰ্তক আপুনি....চাৰ.....সাহসেৰে আগুৱাই যাওক আপুনি.....অসমৰ নৱপ্ৰজন্ম আছে আপোনাৰ লগত....
আমি আছো sir . চিন্তাৰ কৰিব নালাগে। আমি সদায় আপোনাৰ লগত আছো. আপুনি আমাৰ কাৰণে কষ্ট হোৱাৰ বাবে অশেষ ধন্যৱাদ..
সত্য সদাই জয়
চিন্তা নকৰিব ভিক্টৰ চাৰ আপোনাৰ লগত আমি আছোঁ।
বহুত দূখ লাগিছে, ভগৱানে সহায় কৰিব ।
Dada ৰাজনীতি ত গুচি যোৱা ।।।। এজন প্ৰকৃত সমাজ সেৱক হোৱা।। ভিক্টৰ দা❤️। বেয়া লাগিছে।।বহুত। আপোনাৰ বহুত তেলেন্ত আছে।।
ৰাজনীতিত গলেই যে প্ৰকৃত মানুহ হ'ব সেইটো শুদ্ধ কথা নহয়। সমাজত থাকি ও আদৰ্শ ব্যক্তি হিচাপে পৰিচিত হ'ব পাৰে। ৰাজনীতি গৈ সকলোৰে চকুত বেয়া হোৱাৰ কোনো কাৰণ এ নাই। বিশেষকৈ বিজেপি দলত সোমাই ৰাজনীতি কৰাত কৈ নাখাই ঘৰত শুই থকাই শ্ৰেয়।🙏🏻
ছাৰ বহুত ভাল মানুহ আপুনি আৰু ভাল মানুহক ভগবানে ছাৱ
সাহসী যোদ্ধাই কান্দিব নাপায়। তোমাৰ পাপাই ভাল কাম কৰি গ'ল। তুমিও জয়ী হ'লা। ভগৱান আৰু আমাৰ সকলোৰে আশীৰ্বাদ আছে।মা আৰু তুমি সুখেৰে থাকা।
Dada love you... We are always with you ❤️❤️❤️
মানহ সদায় মানুহ হিচাপে জীয়াই থাকিব পাৰিলে এক মূহুৰ্তৰ বাবেই যথেষ্ট। মানুহৰ মাজত থকা জন অতি সাহসেৰে -সাৱধানে ,ধৈৰ্য্য সহকাৰে আত্মপ্ৰকাশ প্ৰকাশ কৰাটো মই ভাবো এই মূর্তত সমীচীন হব। ক্ষমতাৰ অপব্যৱহাৰ চিৰস্থায়ী নহয়। লাজ ঢকাৰ বাবে সচকমে বোকাৰ মাজত কিবা যেন হেৰাই ,তাকেই যেন বিচাৰি থকাৰ দৰে অনুভৱ হৈছে। জ্ঞানীৰ ধৈৰ্য্ই শক্তি ক সমল কৰি জীয়াই থকাই সময়ৰ আহ্বান, শ্রেয় হৱ। দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ।
ভিক্টৰ ছাৰ আপোনাৰ ঠাইত আন কোনোবা হোৱা হলে আত্মহত্যা কৰিবলৈ চেষ্টা কৰিলে হয় বা ভয় খাই এই বিষয়ৰ পৰা আঁতৰি আহিলে হয় কিন্তু আপোনৰ সাহস দেখি আমিও বহুত অনুপ্ৰাণিত হৈছো.... সত্য সদাই জয় বুলি কৈ না গতিকে আপোনাৰ এদিন জয় হব তেতিয়া গোতেই অসমবাসি আপোনাক চেলুত জনাব... আল্লাহ/ভগৱান সত্যত চলা জনৰ লগত সদাই থাকে আপোনাৰ লগত ও আছে... হইটো আল্লাহ/ ভগৱান বিচাৰ অলপ দেৰিকৈ হয়...Alllah/vogoban ke darbar mey der hai lekin aandher nehi.... We always stand you sir ✊
Nijor deuta aneke hotya kori pelai thoi gole kunu lora swali a hoyjo nokore ... Sir jonor dukh moi onubhob koribo parisu ...napai dei aneke koribo bor dukh lge 😭... Apunar maa deuta aru apunak salute 🙏 🙏
There is someone who is watching from the up ...So we are human beings ...we should not forget the universal truth 🙏
সকলো অসমবাসী ৰাইজে এই ব্যক্তি জনৰ ভি ডি অটো চাই নিশ্বয় বুজিব পাৰি যে তেওঁ সত্যকথা কবলৈ গৈ জীৱনৰ ভৰষা নাইকিয়া হৈছে ।এইটো আবেগিক বুলিয়ে নধৰিব।
Time changes, situation changes. Keep going, May God guide you and enlighten your life
অসমৰ 80℅ ৰাইজ আপোনাৰ লগত আছে।
May god help you sir. Don't cry we are also with you.
Dada apuni dukh nkoribo apuni jikily ...apunar hoxa kotha bur val sintar asil
..apuni hokolur baby apuni mat marily okly ...dhynobad dada🙏
Sir bahut baya laagishe aaponaloi. Sir aapuni strong hoak. God aase nhoi
ছাৰক! ভাবুকি দিছে নেকি,যদি কৈ দিয়া জীৱন শেষ।aami asu sir lgt
দাস দাঙৰীয়া জীৱনত এটা কথা সকলোৱে জানে সত্যৰ সদায় জয়।আপোনাৰ লগত আজি যি হৈছে, কালি সেই শিক্ষীত অজ্ঞানীৰ লগত একেই অৱস্থা হব।
আমি জানো আপুনি ভাল । সকলোৰে ভালৰ বাবে কৈছিল । আপুনি দুখ নকৰিব । সাহসী হব লাগিব ।
আমি আছো আপোনাৰ লগত সত্য সদায় জয়
May you long live nd Almighty God is always stand with u. Never be emotional instead it, just do good deed for making a fruitful nd effective Assam nd we r always with u in the journey of truthful nd vigourable society
Dukh nokoribo,you are a real Hero 🙏🙏 God bless you always
কথাখিনি শুনি কান্দি পেলালো।
ভাগি নপৰিব দাদা আমি আছোঁ নহয় সদায়। ভগৱানে কুশলে ৰাখক 🙏
Apuni g krse vl km krse apunak bhut bhut salute...
Vitri vtori aiblk slai ase eht ktyau sansudhn nhbo ...
🥺❤️Victor Da tumi nai vagora, tumi strong thaka hodai, tumi mon2 durbol korile borma keneke hoijjo koribo , vogoban ase hodai stay strong,
বহুত দুখ লাগিল নাকান্দিবা শতাশ নহৱ ছাৰ হঁত পথত থাকিলে বহুত কষ্ট হয়
Victor Daa apuni aguwai jaok
Love you sir🙏🙏🙏
এইখন যুদ্ধত জয় হ'ব আপুনি...সকলো আছোঁ আমি মোৰ লগতো বহুত অন্যই হ'ল মই তথাপি হাৰি যোৱা নাই ..নিজকে strong কৰা
May GOD BLESS YOU BROTHER!
আপুনি মানসিকভাৱে ভাগি পৰিছে । বহুত বেছি ভাগি পৰিছে । আত্মনিয়ন্ত্ৰন কৰক । আৱেগক প্ৰভাৱিত হ্'বলৈ দিলে আমাৰ আদৰ্শ হৈ ৰোৱাটো দূৰৰ কথা, মা জনীৰ হাঁহিৰ কাৰণ হৈ নৰৱগৈ ।
Bohut dukh lagise dada😥😥. Dada adin apuni jikiboi ❤️❤️
হেজাৰ বছৰ আয়ুস হক আপোনাৰ❤
Victor তুমি এজন ভাল মানুহ৷ ভগৱানে আপোনাক সহায় কৰিব
Sir, we are praying always for you though could not do any help. So be courageous till last.
I like your positive attitude and I love you and I am happy that I see a man who actually love people.....
মানুহজনক বৰবাদ কৰি দিলে ৰে। মানসিক ভাৱে মানুহজন ভাঙি গল। এতিয়াও যদি কোনোবাই কয় Victor das publicity ৰ কাৰণে ইমান কৰিছে তেওঁক 🙏
Good people face lots of pain ❤️
হিমন্তু থকা লৈকে এনেকুৱা হাজাৰ জনৰ হব
ভিক্টৰ দা❤️
Sorry to hear that.. Don't worry we all stand by you...Hang in there🙏😥
God bless you 🙏🙏🙏
সত্য সদায় জয়
দুখ নকৰিবা সাহসী যোদ্ধা তুমি
dukh plu sai bohut 😢😢
Have patience Victor da..... God is always with you.
Don't Worry Victor da. God bless you. Go ahead.
Apunar logot ami hokolu asu, sinta nokorib . Kiyoki we love you so much sir , May God bless you . ❤️❤️❤️❤️❤️
Sir r lgt ami xdai Asu ND sir amar krna ha Stand loisl ...We always love you sir Victor sir always OP❤️🔥❤️🔥❤️🔥❤️🔥❤️🔥
আপুনি কিয় দুখ কৰিছে ছাৰ ভগৱান আছে। বহুত দুখত আচলত আপোনাৰ চকুলো নিগৰিছে বুজি পাইছোঁ ছাৰ। একো সাহস নেহেৰুৱাব এদিন সকলো ভাল হ'ব আৰু বুজি উঠিব।
ভিক্ট'ৰ ডাদা আপোনি ভাল মানুহ 🙏 ৰাইজে জানে কাৰ ভূল গতিকে আপুনি ভাগৰি নপৰে জেন👍💪💪💪💪💪💪💪💪💪💪💪💪💪 বীৰসিংহ জয় আই অসম গোলাঘাট
We are always with you ✊ never cry
ভাজপা চৰকাৰে ভষ্টাচাৰ মুক্ত ভাৰত লগতে ভষ্টাচাৰ মুক্ত অসমৰ হকে কাম কৰি আছে, এয়া 100% সত্য // কিন্তু এচাম লোকে আজিও ঘোষ নামৰ টকাৰ লোভ এৰিব পৰা নাই//
We are with you 💓
ভগৱানে দোষীক কেতিয়াও নেৰে। আপুনি ছাত্ৰৰ হকে কাম কৰিছে, আপোনাৰ অৱদান সদায় অনবদ্য হৈ ৰব।
বুকু ডাঠ কৰা ভিক্টৰ। ভগৱানক বিশ্বাস ৰাখা।
আপুনি নাকান্দিব আমি সকলোৱে আপোনাৰ লগত আছো।
তার দেউতা ক মরা জনে এয়ার লগত জরিত থকা জেন লাগিছে।
Long live Victor sir......
Truth always overcomes.
Who made u suffer One day they have to suffer more than that.
Lord is with u. May God bless u sir.
Love you sir 😍😍😍 Ami asu apunar lgt..Hodai asu
বেয়া লাগিছে আপোনাৰ কথাবোৰ শুনি
দুখ নকৰিব আপুনি
আপুনি আৰু আগুৱাই যাওক ভাল কাম কৰক
Daada you r a great man.the final victory will come t u very soon daada.you r really victor.allah will help u..
Kiman heraise kiman paise okol Victor Das e he gom pai. Hats off you Victor. Apunar joi hobo.
We need justice for LMC result. Salute victor sir🙏😍😍
My bro 🙏🙏🙏 God bless you 🙏🙏🙏