Dear sir we are going to say something you as a request please attention kindly.আমাৰ ৰাজহ চক্ৰ গহপুৰত মানে উওৰাধিকাৰী নাম জাৰি হে কৰে। কিন্তু সলনি সূত্ৰে দান সূত্ৰে অঙশীদাৰ সূত্ৰে দলিল সূত্ৰে দখল সূত্ৰে নাম জাৰি কথা শুধাত ইয়াত অহা নাই বাsystemsটো পিছত আহিব পাৰে বুলি কৈছে। কিন্তু social media বা ম'বাইল ত সম্পূৰ্ণ দিছে। মণ্ডলৰ পুৰণি system টো নেৰিলে নহ'ব নহয়। chief minister ৰে কয় যিভাগে মণ্ডলে কয় বেলেগ ভাগে। নহ'ব নহয় এনে কৈ।
আমাৰ ঘৰৰ মাটি খিনি ককাৰ নাম আৰু ডাঙৰ সন্তান টোৰ নামত মানে মোৰ বৰদেউতাৰ নামত আছে মোৰ দেউতা ও ককাৰে সন্তান আছিল। ইটা দেউতাৰ নামত মাটি খিনি কৰিব হলে কি কৰিব লাগিব
Dada amar matir namjari koribo lage kintu ata prablam hoi ase mati jar pora lua hoisile tat dolilot 3 jonor nam ase 2 jon husband wife aru ajon beleg manu khei beleg manu jonor nam dolilot ase kintu joma bondit nai gotike nam jari koribo parim ne nai rply plzz
Dada..amr Mati khni mur kaka nmt ase bt kaka dhukal deutau dhukl atya deuta nmt anib prim ne ni dirct ma namoloi anib lgb...pls rply..bt jomabondit kakar nam he ase father nm ni...kiba prblm hb nk pls jonabo
Dada amar matikhini bordeutar namot ase atiya bordeutau nai deutau nai gatike mor namot anibold ki karibo lagibo kobosun karon bordeutaru kunu nai plz jonabo?
Amaar deuta dhukale,amaar dada hote deutaar matikhinit nijor namjari korai lole ,sari bosor maan agote,kintu aami suali keijonir nam bhorua nohol,etia ami amaar nam bhoraboloi ki koribo lagibo ,uttoridhikari xutre pamne ki systomot pau details kobonki eta vdo diyoksn,amaar problem hoise
RTPS ত গৈ উত্তৰাধিকাৰী সূত্ৰে নামজাৰী ত আপোনাৰ দেউতাৰ নাম select কৰি আপোনালোকৰ ৪ জন ভাই ককাইৰ নাম ভৰাই দিলেই হল। Apply টো কৰাৰ বাবদ আপোনাৰ ১০ টকা এটা যাব চৰকাৰী tax হিচাপে।।
ও আজিহে জনিলো কিছুমান লোকে ভাবি থাকে আমাৰ মাটি আছে।কিন্তু সেই মাটিৰ কাগজ পত্ৰবোৰ যিকোনো প্ৰকাৰে ধমকি ধুমকা দি হলেও সংগ্ৰহ কৰি জনজালৰ সৃষ্টি কৰা কিছুপৰিমানে জ্ঞাত ।এই বোৰ বেমেজালি সৃষ্টি কৰি সাধাৰণ জনতাক টকাৰ প্ৰলোভান দি হাৰা শাস্তি প্ৰদান কৰা অতিকৈ গঢ়িত কাম। ভাই ভাতৃৰ মাজত মিলা প্ৰীতি বিঘ্নিত কৰিব নালাগে।পৰিয়াল পৰিজনৰ মঙ্গল সমিল মিলেৰে মাটি সম্পতি ভাগ বতৰা কৰা দৰকাৰ।তেতিয়া সকলো শান্তিৰ বাতাবৰণ ৰচনা হব।ধন্যবাদ।
Video tu Sai aru honi val lagise vai👌👌👍👍🙏🙏
বহুত বহুত ভাল লাগিল আপোনাক
অশেষ ধন্যবাদ।এনেকুৱা মন্তব্য ই মোক বহুত উৎসাহিত কৰে।এনেকুৱা ধৰণৰ video চায় থাকিবলৈ মোৰ এই চেনেল টো subscribe কৰি দিব নাপাহৰিব।।।
বহুত ভাল লাগিল ধন্যবাদ
অশেষ ধন্যবাদ।এনেকুৱা ধৰণৰ video চায় থাকিবলৈ এই চেনেল টো subscribe কৰি দিব নাপাহৰিব
Dada amr mathikhini kokr namot ase atiya mr deuta namot krile ki kribo lgibo jnabo sun
Dear sir we are going to say something you as a request please attention kindly.আমাৰ ৰাজহ চক্ৰ গহপুৰত মানে উওৰাধিকাৰী নাম জাৰি হে কৰে। কিন্তু সলনি সূত্ৰে দান সূত্ৰে অঙশীদাৰ সূত্ৰে দলিল সূত্ৰে দখল সূত্ৰে নাম জাৰি কথা শুধাত ইয়াত অহা নাই বাsystemsটো পিছত আহিব পাৰে বুলি কৈছে। কিন্তু social media বা ম'বাইল ত সম্পূৰ্ণ দিছে। মণ্ডলৰ পুৰণি system টো নেৰিলে নহ'ব নহয়। chief minister ৰে কয় যিভাগে মণ্ডলে কয় বেলেগ ভাগে। নহ'ব নহয় এনে কৈ।
Part 2 lage...After receiving receipt ki koribo lagibo
Dada..Kagoj khon mandal k dilei hol teu Kam tu kori dibo..
আমাৰ ঘৰৰ মাটি খিনি ককাৰ নাম আৰু ডাঙৰ সন্তান টোৰ নামত মানে মোৰ বৰদেউতাৰ নামত আছে মোৰ দেউতা ও ককাৰে সন্তান আছিল। ইটা দেউতাৰ নামত মাটি খিনি কৰিব হলে কি কৰিব লাগিব
Very very nice video
অশেষ ধন্যবাদ।এনেকুৱা ধৰণৰ video চায় থাকিবলৈ এই চেনেল টো subscribe কৰি দিব নাপাহৰিব।।।
Dada aponi je koise mondolor usorot jaboloi ? Anekuwa name jari korile toka poisa kiman lagibo pare kobo please.
মণ্ডলৰ সৈতে কথা পাতিব দাদা।।
Namjari kora pist receipt ata dea saitu harai gole aku ulabo pari ne please jonabo
Oo PARIBO..
SEWASETU T GOI MY TRANSECTION T CLICK KORI ACKNOWLEDGEMENT RECEIPT TU ULIAI LOBO PARIBO..
Father atiyau ase dujon son r logot keneke Nam jari koribo pari please jonabo
Dada amar matir namjari koribo lage kintu ata prablam hoi ase mati jar pora lua hoisile tat dolilot 3 jonor nam ase 2 jon husband wife aru ajon beleg manu khei beleg manu jonor nam dolilot ase kintu joma bondit nai gotike nam jari koribo parim ne nai rply plzz
দাদা এনেকুৱা কেছ বোৰ নিজে চালেহে কব পৰা যায় যে কি প্ৰব্লেম হৈ আছে।উপায় এটাই যে মণ্ডল ক লগ ধৰক।।।
Very very good information broo
অশেষ ধন্যবাদ।।এনেকুৱা ধৰণৰ video চায় থাকিবলৈ এই চেনেল টো subscribe কৰি দিব নাপাহৰিব।।।
Dag number 4 ta knuka boram tat jonabasun
আপুনি দাদা দাগ দাগে দেউতাৰ নাম select কৰি আপোনালোকৰ নাম বোৰ ভৰাই যাওঁক।বেছি টান নহয়।
কৰি যাওক।
কিবা অসুবিধা পালে মোক insta বা fb ত msg দিব।মই যিমান খিনি পাৰোঁ help কৰিম।।
Thanks ❤️
Fb t aponar nam tu ki janu asil beya nple kobo kribo ne
একে দাগৰ মাটিখিনি ককাই-ভাইৰ মাজত সমানে ভাগ কৰিবলৈ কেনেদৰে সম্পাদন কৰিব জনালে সুখী হম ।
কোনো লোকৰ দেউতাকে যদি জীয়াই থাকোতেই মাটি খিনি নিজৰ লগতে অন্য পৰিয়ালৰ সদস্যৰ নাম সোমাব বিচাৰে, তেন্তে সেইটো কেনেদৰে হ'ব
Amar deutar namot mati khini ata r pora loi ahibo lge. Kin2 ata r death certificate nai, gaon bura likha hole hbo ne?
Dada..amr Mati khni mur kaka nmt ase bt kaka dhukal deutau dhukl atya deuta nmt anib prim ne ni dirct ma namoloi anib lgb...pls rply..bt jomabondit kakar nam he ase father nm ni...kiba prblm hb nk pls jonabo
বাইদেউ প্ৰথমে মাটিখিনি আপোনাৰ দেউতাৰ নামত আনি লব লাগিব,তাৰ পিছত আপোনাৰ বা আপোনাৰ মাৰ নামত আনিব পাৰিব।।
Thank u so much dada....emn dhunia k bujai dya babe
Welcome বাইদেউ।এনেকুৱা ধৰণৰ video চায় থাকিবলৈ এই চেনেল টো subscribe কৰি দিব নাপাহৰিব।।
Biya huwar pasot o suwali kaijonir name uthibo nki...
Uthibo
ৰাজমালি মাটিৰ partition কৰিবলৈ কি কৰিব লাগিব।
এই ধৰণৰ মাটিৰ পত্তাৰ ঢেৰ ভেজাল থাকে, নুচোৱালৈ কব নোৱাৰি।।
NOC টো কৰপৰা download কৰিম...ক'ত পোৱা যাব...??
NOC খন তেতিয়াহে লাগিব যদি কাৰোবাক মাটি নালাগে তেতিয়া হাতেৰে লিখি আপলোড দি দিলেই হল।।
Dada amar matikhini bordeutar namot ase atiya bordeutau nai deutau nai gatike mor namot anibold ki karibo lagibo kobosun karon bordeutaru kunu nai plz jonabo?
দাদা এনেকুৱা কেছ ৰ বাবে ওৱাৰিছ সূত্ৰে নামজাৰী আছে,কিন্তু বৰ্তমানে এই নামজাৰী সাধাৰণতে নকৰে।আপুনি এবাৰ মণ্ডল ক লগ কৰি লব।
দাদা, উত্তৰাধিকাৰী সূত্ৰে মাটিৰ নামজাৰী কৰিবলৈ কি কি নথি-পত্ৰ লাগে reply দিবচোন।
Thank you.... Bhaijan
Welcome.. যদি আপুনি চেনেল টো লৈ নতুন কৈ আহিছে তেন্তে অনুগ্ৰহ কৰি subscribe কৰি দিয়ে যেন।।।
আপোনাৰ বহুমূলীয়া সময় উলিয়াই video টো চোৱাৰ বাবে অশেষ ধন্যবাদ।।।।
দাদা 20 বছৰ আগতে মাটি কিনা নিজৰ নামলৈ আনিব পৰা হব নেকি। জনাব চুন।
দলিল আছে নে নাই?
Dada mur deuta jinda ase date satifiket nai atiya mur babe beleg kiba hubidha ase naki kobo plz
মাটি কিনিব লাগিব দেউতাৰ পৰা,মণ্ডল ৰ সৈতে কথা পাতক যদি চিঠা নামজাৰী কৰে তেনেকয়ে কৰি লওক।।
thank you so much
Welcome 🤗
Online apply korar kiman din pasot kam tu hoi..
নিয়ম মতে গাওঁৰ কামৰ বাবে ১৫ দিন আৰু চহৰৰ কামৰ বাবে ৬০ দিনৰ ভিতৰত মণ্ডলে কামটো কৰি দিব লাগে।
আপুনি এনেকুৱা ধৰণৰ video চায় থাকিবলৈ এই চেনেল টো subscribe কৰি দিব নাপাহৰিব।।।।
আপোনাৰ বহুমূলীয়া সময় উলিয়াই video টো চোৱাৰ বাবে অশেষ ধন্যবাদ।।।
Kina mati naamjari koribo loi self declaration form lage .aponar logot ase neki.
Self declaration form খন আপলোড নকৰি আপুনি দলিল কেইখনো আপলোড কৰি দিব পাৰে।।একো প্ৰব্লেম নহয়
@@gyaanjogot.8452 self declaration khon dibo lagibo star mark dia ase
@@gyaanjogot.8452 thank you for your valuable Msg
SELF DECLARATION খনৰ জেগাত দলিল কেইখন আপলোড দি দিয়ক।।
Ai2 xomvob nki..?
Amaar deuta dhukale,amaar dada hote deutaar matikhinit nijor namjari korai lole ,sari bosor maan agote,kintu aami suali keijonir nam bhorua nohol,etia ami amaar nam bhoraboloi ki koribo lagibo ,uttoridhikari xutre pamne ki systomot pau details kobonki eta vdo diyoksn,amaar problem hoise
Paribo
Dada mur namat touji mati ase mai kenekoi sabo parim online
দাদা আপুনি নিজে জানিলেহে চাব পাৰিব।কিন্ত ইয়াৰ বাবে আপুনি মণ্ডলক লগ ধৰিব পাৰে ।।।।।
Last
?
মোৰ আইতাৰ নাম ত আছে দেউতা ধুকালে দেউতা নাই,, মাৰ নামত মাটি নামজাৰি কৰিবলে কি কৰিব লাগে
প্ৰথমতে আপুনি মাটি খিনি আপোনাৰ দেউতাৰ নামত আনিব লাগিব,তাৰ পিছত হে আপোনাৰ নামলৈ আহিব।।
Thank you dada
Welcome..এনেকুৱা ধৰণৰ video চায় থাকিবলৈ চেনেলটো subscribe কৰি দিব নাপাহৰিব।।।
Mur kakar namot asil matikhini..mur deuta dhukal alop din agot..etia mur namot keneke anim kokar namor pora matikhini??????
Same problem ki koribo lgibo baru
Online fess kiman dibo lagibo
আপুনি নিজেই কৰিলে ১০ টকা।।
দলিল সূত্ৰে namjari হয় নেকি? দেউতাই মাটি কিনিছিল দলিল কৰি কিন্তু দেউতাৰ নামৰ মাটি বেচোতাৰ লৰাৰ নামত কৰি দিলে মানে namjari হৈ গল । এতিয়া কি অনলি দলিল সূত্ৰে মোৰ দেউতাই কিনি থকা দলিল সূত্ৰে দেউতাৰ নামত namjari হবনে?
দলিল আছে যদি দলিল খন মণ্ডল ৰ ওচৰত লৈ যাওক,আৰু নামজাৰি কৰাই লওক।।
@@gyaanjogot.8452লৈ গৈছিলো কেৰানিয়ে ৫০০০০হাজাৰ টকা লাগিব বুলি কলে।। আমি গৰিব মানুহ কৰপৰা অনিম ইমান টকা
মাটিৰ নক্সা বা মেপ কেনেকৈ উলিয়াব পাৰিম
মণ্ডল ক লগ ধৰিব লাগিব ইয়াৰ বাবে।।
দাদা দেউতা জীয়াই আছে তেতিয়া কি দিব নাগিব?
চাওঁক দেউতা যদি জীয়াই আছে,তেন্তে আপুনি দেউতাৰ পৰা মাটিখিনি কিনা দেখুৱাব লাগিব,অৰ্থাৎ permission কৰিব লাগিব।আগতে এনেকুৱা ধৰণৰ কেছ ৰ বাবে অংশ দশল সূত্ৰে নামজাৰী বা চহী নামজাৰী আছিল যদিও বৰ্তমানে বন্ধ হৈ আছে,তথাপিও আপোনাৰ মাটি যদি গাওঁত হৈ তেনেতে মণ্ডল ক লগ ধৰিব পাৰে এইটো বিষয়ক লৈ ।
Pdf 2 mb saij kene koi bonam dada
APUNI GOOGLE T GOI PDF COMPRESSOR BULI SEARCH KORILEI HOL,TAT DHER WEBSITE PAI JABO TAT GOI FILE TUR SIZE KHORU KORI LOBO PARIB..
Deuta jiai thakote xalani nahay ne ki?
নহব।। আপুনি দেউতাৰ পৰা মাটিখিনি কিনা বেচা কৰা দেখুৱাব লাগিব। কিন্তু গাওঁৰ মাটি হয় যদি, মণ্ডল ৰ সৈতে কথা পাতক।
Dada sucessful to kokar namot hobo na Dautar namot
দেউতাৰ নামত আহিব দাদা
@@gyaanjogot.8452 kokar namot ahiasa ja kiba problem hobo neki
চাওঁক মাটি খিনি যাৰ নামত আছে তেওঁৰ পুতেক জীয়েকৰ নাম ভৰাই দিলেই হল।যদি ককাৰ নামত মাটি আছিল তেন্তে আপোনাৰ দেউতাৰ নাম ভৰাব লাগিব,যদি আপোনাৰ দেউতাৰ নামত মাটি আছিল তেন্তে আপোনাৰ দাদা বাইদেউ আৰু আপোনাৰ নাম ভৰাব লাগিব। আৰু আপুনি যাৰ নাম ভৰাব তেওঁৰ নামতেই মাটি খিনি হৈ যাব।
@@gyaanjogot.8452 .
Baa ba bhanti e deutar mati pab ne
তেওঁলোকে যদি বিচাৰে,নিশ্চয় পাব
@@gyaanjogot.8452 Bea hua jodi
Deutar namot keibigha ase kenekoi sam
ইয়াৰ বাবে মণ্ডল ক লগ ধৰিব পাৰে বা চিথা বহী চালে ইয়াৰ উত্তৰ পাই যাব।
Batwara karile Mondlr sain lagi b neki junabu
নালাগে,যদি মাটিত একো বিবাদ নাই,আপুনি যদি মাটিৰ পৰিমাণ জানে তেন্তে আপুনি নিজেই আৰামত বাটোৱাৰা কৰিব পাৰিব।
দেউতাক জীয়াই থাকিলে সন্তানৰ নাম উঠাব পাৰি নে ?
তেতিয়া আপুনি মাটি খিনি দেউতাৰ পৰা কিনা দেখুৱাব লাগিব।।।
Eitu reply hothik nohoi
@@jrsassam APUNAR MOTE KUNTU RPLY HOTHIK HOBO BARU????
@@gyaanjogot.8452 ei khetrat gift deed/will NOC dibo pare, bhul tathya kenekoi dibo?
@@jrsassam দান সূত্ৰে ও নামজাৰী কৰিব পাৰে,অংশ দখল কৰিব পাৰে কিন্তু এইবোৰ কৰোঁতে মাটি কিনা বেচা কৰাই দেখুৱাব লগা হয়।।।।
Makr namt mati ase .jikhini mor husbndk vag dise...atya xikhini kankki husbndr namt koribo prim..
উত্তৰাধিকাৰী সূত্ৰে নামজাৰী কৰি দিলেই হৈ যাব।
@@gyaanjogot.8452 poisa kimn khsr pore dada.
Kiman din time lage
মণ্ডলে বিচাৰিলে একেদিনাই কৰিব পাৰে,বা ৩ মাহৰ ভিতৰত কৰি দিব লাগিব।।
2ta dag number akeloge keneke vram
এটা এটা কৰি কৰিব লাগিব দাদা।।।একেলগে কৰিব নোৱাৰিব
Father thoka soteo lorar nam koribo parine
ইয়াৰ বাবে আপুনি মাটি খিনি কিনা বেছা কৰা দেখুৱাব লাগিব।।
@@gyaanjogot.8452 Ki vacovona,Ane krile sb putek mati napab dekhon,mne mne konoba putek kini resistation krib
নোৱাৰে,কিনা বেচা কৰিলে বেছা জনৰ সন্মতি লাগে,ঢেৰ কাগজ পাতি লাগে।গতিকে মনে মনে কৰিব নোৱাৰে।।
Apuni dia option tu pua nai... Ki koribo lagibo...
Mutation by inheritance বুলি থাকিব।।।
দেউতাকৰ নাম ভূল থাকিলে মৃত্যু হোৱাত হৱনে এনেকৈ কৰিলে
নিজৰ সুবিধাৰ বাবে প্ৰথমে নামটো শুদ্ধ কৰি লওক,নহলে নামজাৰি পিছতো দেউতাৰ নাম টো ভুল হৈয়ে থাকিব।।
Dada deutar name to bhol hoise bnabo parim ne
পাৰাত পাৰিব,কিন্তু মোৰ মতে প্ৰথমতে দেউতাৰ নাম টো প্ৰথমে শুদ্ধ কৰি লওক
Dada mur deuta dinda ase mora nai atiya moi date satifiket kor pora anim ? Atiya mur kiba beleg hubida ase naki kobo plz
Keidin lge namjari haute
Namjari korisu but nam ata bad porise
দাদা ইয়াৰ বাবে আপুনি মণ্ডল ক লগ ধৰিবই লাগিব,আপোনাৰ এই কামটো ধৰিত্ৰীত কৰিব লাগিব।।
Miadi mati malik mrityu hol mur namot kenekoi anibo parim
Noc certificate upload koribo lagey ni
যদি কাৰোবাক মাটি নালাগে তেতিয়া তেওঁ লিখি দিব লাগিব যে মোক মাটি নালাগে বুলি,হে খন NOC ত আপলোড দি দিলেই হল
NOK certificate লাগিব নেকি?
এইখন নিদি গাওঁ বুঢ়া এই লিখি দিলেও হব।।
কিনা মাতি কেনেকৈ নাম উঠাব পাৰি
বাইদেউ হেতু এটা বেলেগ system ত হয়।mutation by deed বুলি search কৰিলে পাই যাব ARTPS ত
মোর পিতা জিয়াই আসে তার মাটি মোর নমঃ করিবো কি দকমিন লাগিব জনালে ভাল আসিল
Aponi skip kori vedio banai kiyo...???
Mane??
দাদা, ককাৰ নামত থকা মাটি দেউতাৰ মৃত্যু হলে নাতি বিলাকৰ নামত আবেদন কৰিব পাৰি নে ?
নোৱাৰি দাদা।প্ৰথমে আপুনি মাটি খিনি দেউতাৰ নামত আনি লব লাগিব,তাৰ পিছত আপোনালোকৰ নামত আহিব।।
Deuta morila but 1st deauta namot anibo parim na tar pisot mur namot anim atia ko ka namot asa
Plzz reply dibo xun dada 🙏🙏🙏
1ST DEUTAR NAMOT ANIBO LGBO..TAR PISOT HE APUNAR NAMOT AHBO..
@@gyaanjogot.8452 deuta moril problem hbo nii
ৰ্গাৰ্জেন নেকি
মানে,ভাল কওক চুন
Ami kokai bhai 4 jon knuka nam boram
RTPS ত গৈ উত্তৰাধিকাৰী সূত্ৰে নামজাৰী ত আপোনাৰ দেউতাৰ নাম select কৰি আপোনালোকৰ ৪ জন ভাই ককাইৰ নাম ভৰাই দিলেই হল।
Apply টো কৰাৰ বাবদ আপোনাৰ ১০ টকা এটা যাব চৰকাৰী tax হিচাপে।।
Affidavit document koriboi lagiboi ni...
গাওঁবুঢ়া প্ৰমাণ পত্ৰ,আৰু ডেথ চাৰ্টিফিকেট থাকিলে নালাগে।
@@gyaanjogot.8452 swali nathikle noc nidileu hbo ne?
Mur deuta 1984 dhukale..nijor namat atia namjari kribo parim ne
হয় নিশ্চয় পাৰিব।।
Dada aapunar number tu dibo neki
আপুনি মোক Instagram বা facebook ত msg এটা দি দিব
Atiya online koribo parim ni jonabo data
হয় পাৰিব দাদা
Muk jonai diok
Aha nai sun
আহিব দাদা,প্ৰথমে মণ্ডলে পাছ কৰিব, তাৰ পিছত চক্ৰ বিষয়াই পাছ কৰাৰ পিছত হে কাগজে পত্ৰই আপুনি ভৰোৱা নামবোৰ দেখা পাব ।।।।
Land partisan nkarile utaradhikari namjari kriba nuwari nki
তৌজি মাটিৰ দাগ নন্বৰ কেনেকৈ পাম ?
ইয়াৰ বাবে দাদা মণ্ডল ক লগ ধৰিব লাগিব।।
Appunar phone number tu diba neki
আপুনি মোক Instagram বা ফেচবুক ত msg এটা দি দিব।।