NKTVৰ অনুষ্ঠানৰ পিছতেই তৎপৰ যোগান মন্ত্ৰী
HTML-код
- Опубликовано: 5 фев 2025
- মৰিগাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়াল। দৰিদ্ৰ পৰিয়ালটোৰ নাই ৰেছন কাৰ্ড। ৰেছন কাৰ্ড নথকাৰ বাবেই পৰিয়ালটোৱে পোৱা নাই কোনো চৰকাৰী আঁচনিৰ সুবিধা। ভেকচিন দিবলৈ যোৱা স্বাস্থ্য কৰ্মীক ৰেছন কাৰ্ডৰ প্ৰসংগ উলিয়াই পৰিয়ালটোৰ মহিলাগৰাকীয়ে কৈছিল প্ৰথমে ৰেছন কাৰ্ড দিয়ক, তাৰ পিছত ভেকচিন ল’ম। ভিডিঅ’ হৈ পৰিছিল ভাইৰেল। NKTVত সম্প্ৰচাৰ হ’ল পৰিয়ালটোৰ বিশেষ সম্প্ৰচাৰ। তাৰ পিছতেই তৎপৰ হৈ পৰিলে মন্ত্ৰী ৰণজিৎ দাস।
প্ৰথমে মহিলা গৰাকীক ধন্যবাদ জনাইছোঁ । এনে মহিলা সমাজৰ বাবে আদৰ্শ । তেওঁ নিজৰ লগতে অঞ্চলটোৰ সমস্যাবোৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ বাবে ।আনহাতে যিবোৰ ৰাইজৰ প্ৰতিনিধি থাকে তেওঁ লোক সচাঁ অৰ্থত প্ৰতিনিধি হব লাগে । যিকোনো কাৰণতে যাতে ব্যক্তি সকল বঞ্চিত হব নালাগে । তেতিয়া হে চৰকাৰৰ আঁচনি বোৰ সফল ভাবে ৰূপায়ণ হব আৰু দেশৰ উন্নতি হব । লগতে চৰকাৰে প্ৰচাৰ কৰা পৰিৱৰ্তন শব্দটো প্ৰজ্যোয্য হব ।
Yes
এনেকুৱা বাতৰি প্ৰচাৰ কৰিলে সাধাৰণ জনতাৰ হিট হয় অতি সুন্দৰ ।
Right..ankuya sob jodi vabe la hoi 🙏
শুই উঠি এ এটা ভাল খবৰ পালোঁ। বহুত ভাল লাগিল News তো পাই। যিয়ে নহওঁক NK TV জিন্দাবাদ।
তিৰোতাজনীৰ মানসিকতাক ধন্যবাদ জনালো ৷
সঙগঠনে অসম ধঙখ কৰিলে এইবোৰ ঘৰিয়ালৰ চকু পানি
বাইদেউও আপোনাৰলৈ ধন্যবাদ ।অনুপম দা আপোনাৰলৈ অশেষ ধন্যবাদ ।
মানুহ গৰাকীক ধন্যবাদ জনালো ।তেখেতে নিজৰ লগত আনৰ কথাও চিন্তা কৰিছে ।
চকুপানীৰে ভৰি পৰিল অনুষ্ঠান টো চাই।বিষেশকৈ অনুপম দা ধন্যবাদ জনালো,তিৰোতাগৰাকী মনটো সহজ-সৰল!
মহিলা গৰাকীক অশেষ ধন্যবাদ জনালো। তেওঁৰ বাবেই সমগ্ৰ গাওখন উপকৃত হ'ল।লগতে অনুপম চক্ৰৱৰ্ত্তীকো ধন্যবাদ জনালো। কিছুমান বগলী আৰু স্বাৰ্থপৰ লোকৰ বাবে দেশত এনেকুৱা উদাহৰণ আৰু বহুত ওলাব।
NKTV thnku.. ৰাইজৰ সৈতে থাকক
Bohut bohut vl lagil eman kon hohai kori diya baby tq nktv
ভাল লাগিল চৰকাৰে দেখি পালে আৰু এটা অনুৰোধ কৰিছো সেই ঘৰখনলৈ যাতে চৰকাৰে ঘৰ আৰু কাৰেনটো সুবিধা কৰি দিয়ক
Karen di ghar khank bipodt he pelabo. Ji he bill ahe....
এনেকুৱা সমাজৰ দহজনৰ উপকাৰ হোৱা বাতৰিবোৰ কৰিলে ভাল লাগে।
চেলুট মহিলা গৰাকিলৈ বহুত সুন্দৰ কৈ দৃষ্টি গোচৰ কৰিলে চৰকাৰক তাতোকৈ ভাল লাগিল নিজৰ লগতে আন দহজনৰ তথা গাওখনৰ উন্নতি চিন্তা কৰিছে এনেকুৱা মানসিকতা নাৰী খুইবেই প্ৰয়োজন তেতিয়াহে এখন সভ্য সমাজ,মিলাপ্ৰীতি ,বিভিন্ন জনগোষ্টী জাতি জীয়াই থাকিব চিৰকাললৈ
Thank you Anupam sir lui, bohut val korisa
প্ৰথমে মই nk টিভি ক ধন্যবাদ জনাইছোঁ । এনেকুৱা অসমত বহুত আছে অনুগ্ৰহ কৰি এনেকুৱা ধৰণৰ আৰু কিছুমান nk টিভি ত প্ৰচাৰ কৰিলে আৰু অধিক সন্তোষ পাম । অসমৰ বিভিন্ন দল সংগঠনে এইবোৰ মহান কাম চকুৰে নেদেখে নেকি সাল্লা টকাৰ ধান্দাত দল বনাই তাৰ বাহিৰে একো নহয় ।
সংবাদ মাধ্যমৰলগতে বাইদেউৰ সাহসী কণ্ঠ ক ধন্যবাদ জনালো।
প্রথমে মই nk টিভি কম কতা সকলক ধন্যবাদ জনাইছো । বিশেষকৈ অনুপম দাদা জনসাধাৰণ অনুষ্ঠানটিয়ে ভাল অৰিহণা যোগাইছে। যেনেকৈ এই মহিলা গৰাকীৰ সাহকীকতাই কাৰণেই তেওঁৰ লগতে গাও খনৰ বহুত দুখীয়া মানুহৰ মুখৰ হাহি ঘূৰি আহিছে। মই nk টিভি জৰিয়তে আমাৰ নগাঁও জিলা কাক মাৰি গাও পঞ্চায়তৰ অন্তগত এনেকুৱা বহুত দুখীয়া মানুহ আছে। যা কোনো ধৰনৰ চৰকাৰী সাহায্য পোৱা পৰা বঞ্চিত হৈ আছে। গতিকে চৰকাৰক বিনম্র অনুৰোধ, এই দুখীয়া মানুহ সকলক সহায় কৰে যেন। ধন্যবাদ।।
অনুপ দা আপোনী এইঘৰ মানুহৰ বাবে এই সন্তান দুটি বাবে আপোনী ভগৱান। আপোনী খুব সুন্দৰ পদক্ষেপ ললে ।আজি মোৰ আনন্দতে চকুপানী ওলাই গল।।।
অনুপম দালৈ ধন্যবাদ।এনেকোৱা বাতৰিহে প্ৰচাৰ কৰিব লাগে।
অতি সুন্দৰ , সত্য সাহসী মহিলা ... নিজৰ পাবলগীয়া খিনি , প্ৰয়োজনীয় খিনি পাবলৈ সদায় সত্য পথেৰে এনেকৈ মাত মাতি যাব লাগে
অনুপম দাক বহুত বহুত ধন্যবাদ
মানুহ গৰাকী সচাঁকৈ বৰ সৰল মনৰ মানুহ । নিজৰ লগতে গাওঁখনৰো মানুহৰ ভাল হোৱাটো চিন্তা কৰিছে ।ধন্যবাদ NKTV ধন্যবাদ video টো ভাইৰেল কৰা ব্যক্তি গৰাকীক । বেচি ভাল লাগিল চৰকাৰৰ মানুহবোৰেও যে দেখিছে ।
জয়তু NKTV
জয় আই অসম
বহু ধুনীয়া লাগিছে আজি সবৰ পাই এই দুখিয়া মানুহসিনিৰ সুবিধা লাভ কৰি দিয়া বাবে
Nk টিভিক বহুত বহুত ধন্যবাদ জনালোঁ ।news সদায় সমাজৰ , ৰাইজ হৈ চলিব লাগে ।
Nk সংবাদ দাতা লৈ অশেষ ধন্যবাদ জনাইছো,কাৰণ তেওঁ লোকৰ পৰাই মহিলা গৰাকীয়ে এক সহানুভূতি লভাৱানক হৈছে ।
বাইদেউ. আপোনাৰ সাহসীকতাক চেলুট জনালো 🙏🙏🙏🙏🌺🌺🌺
অনুপম দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ।
Nk tv লৈ আন্তৰিক ধন্যবাদ থাকিল।এনেকৈ ভাল কাম কৰি যাওক।
সুন্দৰ , ধন্যবাদ বাইদেউ আপুনি বৰ ভাল কাম কৰিছে।
বিশেষ ভাৱে মই অনুপম দা, আৰু ভিডিও টো ভাইৰেল কৰা সৎ মনৰ মানুহ দুই ওকে আন্তৰিক ধন্যবাদ জনাইছোঁ।
ধন্যবাদ বাইদেউ আপুনি নিজৰ লগতে গোটেই গাঁৱখনৰ দৰিদ্ৰতাৰ কথা খিনি অৱগত কৰিলে
গামোচাখন আনি থৈছোঁ! আকৌ ক'ত লগ পায়,,,,,,❤️❤️❤️❤️
অনুপম দা ধন্যবাদ আপোনাক .. 🙏 হাজো ৰামদিয়ালৈ ও আহিলে এদিন বহুত ভাল পাম দাদা আমাৰ লগতে আৰু বহুকেইটা আমাৰ গাওঁৰ পৰিয়াল চৰকাৰী গৃহ বিভাগৰ পৰা বঞ্চিত, যত নেকি গাওঁ খনৰ ভিতৰত যিখিনি মানুহৰ একেবাৰে ঘৰত থাকিব উপায় নাইকিয়া... যদি আপোনি বিচাৰে আপোনাৰ এনেকুৱা সহায়ে হয়টো আমাৰ পৰিয়ালটোৰ লগতে বাকি পৰিয়াকেইটিকো সহায় কৰিব বুলি আশা কৰিলে .🙏..
Moi himonto sir k vote diye thakim anekoi jate manuhbork xhohai kori jai jen Assam or dhuxhiya aru dhukh bor xhekh hoi jen takei prathona koru🙏🙏🙏🙏
মই আগৰ ভিডিয়ত লিখিছিলো যে পণচা য়তত বহি আৰু সমবায়ত বহি থকা কণামচূৰি কেইটা ৰঙা পানি নহ'লে মূৰ নাথাকে বুলি কিন্তু এতিয়া ঘুৰি চাইচে ধন্যবাদ 👍👍👍👍
Nktv লৈ ধন্যবাদ জনাই আৰু আমাৰ নিচিনা দুখীয়া মানুহে যদি ৰেচন কাত নাপাই তেনেহলে বন্ধৰ কৰি দিব লাগে
এনেকুৱা বাতৰি বোৰ দিব লাগে তেতিয়াহে চৰকাৰৰ গা লৰিব, ধন্যবাদ অনুপম দাদা
বহুত ধন্যবাদ অনুপমলৈ।
News anekuai hbo lage..... Great news
এনে বোৰ খবৰ চাই মন টো সঁচা বহুত ভাল লাগে ,কিছুমান নিউজত যি বোৰ দেখা সঁচা বৰ খং উঠে
Thanks NK TV for helping This family
বহুত ভাল লাগিছে আপোনাৰ কথা। বাইদেউ 👍🏽
ভাল হৈছে,অন্য দহজনৰু হিত হয় যেন, মহিলাগৰাকীলৈ ধন্যবাদ....
অতি মহান কাম কৰিছে অনুপম চক্ৰৱতী আৰু এন কে টিভিয়ে।বৰ দুখ লাগে এনেকুৱা দৃশ্য দেখিলে।সকলো ওলাই আহিব লাগে এনেকুৱা দুখীয়া পৰিয়ালক সহায় কৰিবলে।।
ধন্যবাদ বাইদেউ ৷ সকলোৱে সৎসাহসী হব লাগে ৷ কিন্তু অনুপম তেনেকুৱা বহুত পৰিয়াল আছে কেইজনৰ ঘৰত গৈছিল ৷
Jabo nohoi lahalahay
@@bishnuswargiary4511 lahe lahe ha borhiya
বাইদেউ গৰাকী মহান আনৰ কথাও চিন্তা কৰিছে 😍🙏
অনুপম দালৈ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ থাকিল I এনেকুৱা ধৰণৰ আৰু বাতৰি পৰিবেশন কৰিব I বহুত ভাল লাগিল I
Bhal lagil nk tv dhannyabad
Bhut dhoinobad anupom da loi🙏🏼
বহুত ধন্যবাদ অনুপমলৈ আপোনী মহান
Hosai Anupom da bohut mohan ..Issore bhale rakhok 🙏🙏
NKTV and sri Anupam sir deserve thanks for highlighting the plight of the poor family and drawing the attention of the concerned supply department to meet the basic requirements of the deprived families of the area.
Baido apunak Dhanyabad jonaisu logote jubo porikhdr hokolu hadashyak Dhanyabad jonaisu... Isware kripa korok 🙏💝
আবেগিক হলো মানুহগৰাকীৰ কথাখিনি শুনি,, কেৱল নিজৰেই নহয় গাওঁখনৰ বাকীসকলৰ কথাও তেওঁ অৱগত কৰিছে ।এইখিনি তেওঁৰ নিস্বাৰ্থ মহানতা ।এফালে নিজৰ দৰিদ্ৰতাৰ লগত যুজিঁ ভাগৰিপৰাৰ চকুপানী আনফালে নিজৰ লগতে আনকো সাঙুৰি লব পৰা এখন বিশাল অন্তৰৰ মানুহ।কিন্তু এচাম চকুমুদা কুলিয়ে ইমান দিনে বঞ্চিত কৰি আহিলে।প্ৰচাৰ মাধ্যমৰ চকু নপৰা হলে আৰু কিমান দিন যে এনেকৈ কটাবলগীয়া হলহেতেন কব নোৱাৰি।
Deori sir a sage time puwa nay karubar gharot shakam aase sage porsat vagabo lagibo nahoy.shakam vagile aahibo sage.BULE AAO HORI AAO RAM😊😊😊
শুনি বহুত ভাল লাগি
Moi okole pale ki hobo baki jikhini a powa ny ihotoro power bebosta kori diyok🙏...Great thought🙏🙏🙏...
এনেধৰণৰ নিউজে ৰাইজৰ মাজত বিশ্বাস গঢ়ি তুলি সামাজিক স্থিতি সবল কৰি তোলে। চৰকাৰৰ চকু মুকলি হোৱাৰ বাবে ধন্যবাদ। তেওঁলোকৰ ওচৰ চুবুৰীয়া সকলো দুখীয়া ৰাইজৰ মাজত চৰকাৰী সুবিধা পাবলৈ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিবলৈ বিভাগৰ প্ৰতি অনুৰোধ জনালো।🙏🙏🙏।
ধন্যবাদ চাৰ ।আপোনাক ভগৱানে মঙ্গল কৰক।
সুন্দৰ........
Thanks 2..Anupaam daaaa 🙏🙏🙏
Salute NK tv
মহিলাগৰাকীক ধন্যবাদ।
বহুত ভাল লাগিল।
Thanks N. K tv
ধন্যৱাদ অনুপম দা
Nk tv very thank you 🥰, Mr d Raju vlogs majuli # from Hyderabad
তিৰোতা জনী ৰ মানসিকতা ক সেৱা জনাইছোঁ ।দল সংগঠন বোৰ ৰ এই বোৰ প্ৰাথমিক কাম বুলি মই ভাবো।পিছে কাম নাই
অনুপম দা আপোনাকো ধন্যবাদ দিব লাগিব
Etiya he bhut val lagil।🙏🙏🙏🙏🙏🙏🙏🙏
এনেকুৱা নিউজ বোৰ আহিলে ভাল লাগে
Tekhte nijor khta okl vba ni teor nisina dukhiya mnuhr khta o vbise ❣️❣️❣️
Nktv bhut bhut dhanobad.hodai raijor majot thakibo
Xundor..amr bhrt ankua dukhiya mnh ase jar axaj vlke khbole nai bt haikhol xovapoti bidhaiokr bikhye kole APus kore koba bya pbo kole kijani bya pbo bt atia xai xmoi nai xokolu udonai diar xmy hl..
বহু ত ভাল লাগিল ।। অনুপম দালৈ ধন্যবাদ ❤️❤️🙏
এইটো social media ৰ power 🔥🔥🔥। ❤️❤️❤️
বাতৰিবোৰ এনেকৈ প্ৰচাৰ কৰিলে মানুহৰ মগজু বোৰ যেন সুস্থ হৈ উঠিছে যেন পাইছোঁ। কিন্তু আমাৰ সংগথন বোৰ যেন আগৰ দৰে সুস্থ মনেৰে কামবোৰ কৰে যেন তাৰে কামনা কৰিলো
আজি অনুপম দাৰ জৰিয়তে ইমানলৈকে আগবাঢ়িবলৈ ধৰিছে,,,
অনুপম দা ধন্যবাদ...
Great NEWS
সুন্দৰ । আৰু আছে এনেকুৱা পৰিয়াল । সংবাদ মাধ্যমক অনুৰোধ কৰিছো যাতে আৰু এনেকুৱা পৰিয়াল সংবাদ মাধ্যম লৈ আনে ।
Nice process N k TV long life
বৰ ভাল লাগিল.... 😊
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে
Bohut bohut bhal lagil Anupom da🌷🌷🙏🙏
Thanks to NK tv ❤️❤️
আমি আজিলৈ পোৱা নাই।
অনুপম দাক ধন্যবাদ 🙏....লগতে সহায়ৰ হাত আগবঢ়োৱা সকলোলৈ
Thank you NKTV n mama...baki ki kom ru sthaniyo bidhayok sage kot lukau ki kom tare aakhora kori ase
Power of media.. Thank you NK Tv
Dhoinnobad Anupam Daaa apuni bht khini Help krile.
অনুষ্ঠানটো ভাল লাগিল
NK TV 🙏🙏🙏
Good job. ..bahut vl kotha koise
Thanks🙏🙏🙏
Thanks A Lot ANUPAM DA🙏
উচ্চ মানসিকতা।
Bhut mon tu Val lgise gd news tu pai tq nk tv love you all family
Nktv ধন্যবাদ
ৰেছন কাড নোপোৱা এনেকোৱা দুখীয়া মানুহ আৰু বহুত আছে গাঁৱত
ভাল লাগিল ❤❤👍👍
vl lgl sorkare hohai ag bohuwa babe🙏🙏
Baahhh 👍