|| National School Of Drama , New Delhi presents কণটিলৌ VS Alexa ||

Поделиться
HTML-код
  • Опубликовано: 6 фев 2025
  • #nsd #newdelhi #actors
    ৰাষ্ট্রীয় নাট্য বিদ্যালয় , নতুন দিল্লী ৰ অধীনত মঞ্চস্থ হোৱা নাট কণটিলৌ VS alexa ।
    নুমলীগড় ৰ ৰাংচালী ক্লাব ৰ সহযোগত NSD ৰ পৰা ১৮ ডিচেম্বৰ ২০২২ বৰ্ষৰ পৰা ১৭ জানুৱাৰী ২০২৩ বৰ্ষলৈ এই ৩০ দিনীয়া নাট কৰ্মশালা আয়োজন কৰা হয়। ১৮/০১/২০২৩ ত নাটখন মঞ্চস্থ কৰা হৈছিল। সেইদিনাৰ বিশেষ অতিথি আছিল --
    শ্ৰীযুত প্ৰাঞ্জল শইকীয়া।
    শ্ৰীযুতা পূৰ্ণিমা পাঠক শইকীয়া।
    ◆◆◆
    নাটখনৰ পৰিচালনা :- শ্ৰীযুত জ্যোতিনাৰায়ন নাথ।
    সামগ্ৰিক পৰিচালনা :- শ্ৰীযুত মিণ্টু চাহ, শ্ৰীযুত সোনমণি শৰ্মা।

Комментарии • 4