কীৰ্ত্তন পাঠৰ পৰম্পৰাগত সুৰ শিকোঁ আহক। কীৰ্ত্তন পাঠ। পাঠ-১

Поделиться
HTML-код
  • Опубликовано: 19 окт 2024
  • কীৰ্ত্তন পাঠৰ পৰম্পৰাগত সুৰ শিকোঁ আহক। কীৰ্ত্তন পাঠ। পাঠ-১
    নমস্কাৰ, জয় জয়তে সকলোলৈকে পবিত্ৰ ভাদ মাহৰ সেৱা নিবেদিছো। শংকৰ মাধৱ গুৰু দুজনা বৈকুণ্ঠগামী হোৱা এই পবিত্ৰ ভাদ মাহতে অসমৰ সত্ৰ নামঘৰ আৰু প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে গুৰু দুজনৰ অৱদান কীৰ্ত্তন, ঘোষা, ভাগবত আদিৰ ব্যাপক চৰ্চা কৰা হয় । এইসমূহ পুথি পাঠ কৰোতে ইয়াৰ কিছুমান পৰম্পৰাগত সুৰত পাঠ কৰা হয়। সেই সুৰ সমূহ নৱপ্ৰজনমৰ মাজত শুদ্ধ ৰূপত প্ৰচাৰ কৰাৰ উদ্দেশ্যে এই ভিডিঅ' প্ৰস্তুত কৰা হৈছে যাতে অদূৰ ভৱিষ্যতলৈও এই সুৰ সমূহ সংৰক্ষিত হৈ থাকে। ধন্যবাদ।

Комментарии • 569

  • @TeamLohorGolaghat
    @TeamLohorGolaghat  Год назад +86

    সকলোৰে চৰণত আমাৰ সেৱা নিৱেদিলো। আমাৰ ভিডিঅ 'সমূহ চাই গঠনমূলক দিহা পৰামৰ্শৰে উৎসাহিত কৰাৰ বাবে সকলোৰে ওচৰত আমি কৃতজ্ঞ। কীৰ্ত্তনৰ শ্লোক ভাগি আমি নিতান্তই সংস্কৃতত উচ্চাৰণ কৰিব লাগে, সেইকথা আমাৰ অবিদিত নহয় । কিন্তু আমি পৰম্পৰাগত পাঠৰ ওপৰত গুৰুত্ব দিয়া বাবে পূৰ্বজ সকলক অনুসৰণ কৰি ইয়াৰ উচ্চাৰণ মাতৃভাষাত কৰা হ'ল। আপোনাসৱৰ ওচৰত ইয়াৰ মাৰ্জনা বিচাৰিছোঁ। পৰৱৰ্তী ভিডিঅ' সমূহত এই ভুলৰ পুনৰাবৃত্তি নহ'বৰ বাবে আমি দায়বদ্ধ।

  • @KarabiHazarika-l6b
    @KarabiHazarika-l6b 7 дней назад +1

    Oti hundor krishno krishnk bap🙏

  • @jajneswarborgohain7694
    @jajneswarborgohain7694 Год назад +3

    কৃষ্ণ প্ৰভু বাপজনলৈ সেৱাহে জনালোঁ৷সুন্দৰ কন্ঠ তেখেতৰ৷

  • @hemantabharti9184
    @hemantabharti9184 Месяц назад +1

    কৃষ্ণ।

  • @ronujbhuyan5217
    @ronujbhuyan5217 Год назад +12

    সকলো শুনিলো শিকিলো দুটা কথা আপোনাৰ পৰা ভাল লাগিল। এটা কাম নকৰিব ব ৱ দুটা বেলেগকৈ উচ্চাৰণ কৰিব।

    • @BhubonChDas
      @BhubonChDas 4 месяца назад

      🙏🙏🙏Krishna Krishna Krishna

  • @bkgogoi8636
    @bkgogoi8636 Год назад +3

    আপোনা লোক ঈশ্বৰ তুল্য ভগৱানে দয়া কৰক কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @swabanbaruah8144
    @swabanbaruah8144 Месяц назад +1

    Krishna Krishna

  • @jatindas5035
    @jatindas5035 Год назад +7

    আপোনাৰ উপদেশ বৰ মনোগ্ৰাহী হৈছে। কৃষ্ণ।

  • @satyenborgohain5683
    @satyenborgohain5683 Год назад +6

    কৃষ্ণ কৃষ্ণ ! প্ৰণাম জনালোঁ ।

  • @assam9674
    @assam9674 Год назад +4

    মোৰ দেউতা ৰ সুৰ লগত মিলিছে । বহুত ভাল লাগিছে শুনি।। পুৰণা সুৰ

  • @tarungohain2643
    @tarungohain2643 7 дней назад

    ৰাম কৃষ্ণ কৃষ্ণ বাপ শতকোতি নমস্কাৰ। আগলৈ আশা কৰিলোঁ।

  • @jadumonideka1786
    @jadumonideka1786 Год назад +9

    আপোনাৰ সীমিত অভিজ্ঞতা তথা অধ্যয়নৰ পৰা যি দৰে নৱপ্ৰজন্ম শিকাব যত্ন কৰিছে বা প্ৰচেষ্টা এটা হাতত লৈছে এইটো সঁচাকৈ য়ে সুন্দৰ পদক্ষেপ। কিন্তু তাৰ আগতে আপুনিও অভিজ্ঞতাপুষ্ট জেষ্ঠ্য সকলৰ পৰা কিছু শিকাৰ প্ৰয়োজন আছে বুলি ভাবিছো । আপোনাৰ কথাত এনে লাগিল যেন আপুনি য়ে সকলোৰে উৰ্ধত। আমাৰ নামনি অসমৰ ফালে কিন্তু কিছু পৃথক। শুনিবলৈ য়ো ভাল লাগে। কথা হল কাৰোবাৰ মাত ডাঙৰ, কাৰোবাৰ সৰু। কাৰোবাৰ সুৰ অলপ ভাল আৰু কাৰোবাৰ অলপ বেয়া। উদ্দেশ্য কিন্তু এটায়ে । ঈশ্বৰ ভক্তি, কৃষ্ণ ভক্তি। কথাখিনি কোৱাৰ বাবে ভুল নধৰিব। মাৰ্জনা কৰিব। শ্ৰীকৃষ্ণাই নমো নমঃ।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Год назад

      আপোনাৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ। আপুনি ঠিকেই কৈছে ভক্তিয়েই মূল। আমি আপোনাৰ দৰে অভিজ্ঞতাপুষ্ট জেষ্ঠ্যসকলৰ পৰা কিছু শিকিবলগীয়া আছে।

  • @sakuntaladevi2075
    @sakuntaladevi2075 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ওহৰই ও ৰাম

  • @yahooij962
    @yahooij962 24 дня назад

    বৰ শুৱলা কণ্ঠস্বৰ, শুনি ভাল লাগিল l 🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏

  • @barnaligogoi8166
    @barnaligogoi8166 9 месяцев назад +1

    Krisha Ram Ram Jai guru Sankar🙏🙏

  • @nabinburagohain5005
    @nabinburagohain5005 Год назад +1

    👏 Shree Krishnaya namaha. Krishna. Bap .

  • @kanaksaikia7067
    @kanaksaikia7067 Год назад +10

    কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ 🙏🙏🙏 কলিয়াবৰ

  • @nizoraborah2237
    @nizoraborah2237 Год назад +20

    কৃষ্ণ । বাপজনালৈ অশেষ ধন্যবাদ ও সেৱা নিবেদি লো । সম্পূৰ্ন কীৰ্তন টি শুনাই গ'লে কৃতাৰ্থ হম ।কৃষ্ণ।

  • @ArunkrGogoi-gh4xz
    @ArunkrGogoi-gh4xz Год назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ।🙏🙏🙏

  • @mridusmitasaikia7123
    @mridusmitasaikia7123 Год назад +14

    হে কৃষ্ণ হে বাসুদেৱ 🙏🕉️🙏 ।
    কৃষ্ণ কৃষ্ণ বাপ 🙏।
    শ্লোক ভাগত দৈৱকী নহয় দেৱকী বুলি উচ্চাৰণ হয় । যিহেতু শ্লোক ভাগ দেৱ ভাষা সংস্কৃত হয় । অনুগ্ৰহ কৰি সংস্কৃত পণ্ডিতসকলৰ পৰাৰ জানি লব মোৰ ভুল হলে ক্ষমা কৰিব 🙏।
    আমি এনেকৈ আপোনাৰ পৰাৰ শিকিব পাৰি কৃতাৰ্থ হৈছোঁ । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Год назад

      আপোনাৰ মন্তব্য আৰু উপদেশৰ বাবে ধন্যবাদ।

    • @priyakshiborah5527
      @priyakshiborah5527 Год назад

      Hoi provu,

  • @rinachutia3723
    @rinachutia3723 Год назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা জনাইছো প্ৰভু, কৃষ্ণ ।

  • @bikramhd369
    @bikramhd369 9 месяцев назад +1

    🙏🙏 Krishna Ram Krishna Ram Krishna Ram Krishna 🙏🙏

  • @jintuborah3292
    @jintuborah3292 Год назад +3

    কৃষ্ণ,,,,,, সুন্দৰ নিদৰ্শন। ( নাৰায়ণপুৰ)

  • @lilaramdas9065
    @lilaramdas9065 Год назад +4

    Shri krishaye bashudebaye nomu

  • @Kimtaehyungbiased
    @Kimtaehyungbiased Год назад +7

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @jayaborah2926
    @jayaborah2926 Год назад

    হে প্ৰভু তযো পদে পখিলো শৰণ । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🪔🙏

  • @RumiBasumatary-y8x
    @RumiBasumatary-y8x Месяц назад +1

    কৃষ্ণ কৃষ্ণ 🙏 বহুত উপকৃত হলো

  • @jagatsaikia7451
    @jagatsaikia7451 Год назад +1

    ঠিকেই কৈছে বাপ । কৃষ্ণ ।

  • @PronobGogoi-e5c
    @PronobGogoi-e5c Год назад +1

    Krishna.krishna krishna

  • @shyammahanta7317
    @shyammahanta7317 Год назад +7

    আপোনাৰ সুৰ সুন্দৰ হৈছে| কিন্তু শ্লোকৰ উচ্চাৰণ শুদ্ধ হোৱা নাই | সংস্কৃতত স ৰ উচ্চাৰণ চ হয়| বেয়া নাপাব | বাকী প্রচেষ্টা আৰু উদেশ্য সলাগ লৈছো|🙏🙏👍👍

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Год назад

      মন্তব্য আৰু পৰামৰ্শৰ বাবে ধন্যবাদ

  • @bipulhatiboruah7482
    @bipulhatiboruah7482 Год назад +1

    Best hundor lagise bapjan

  • @dodorock7481
    @dodorock7481 2 месяца назад +1

    Bhal Lagil

  • @hemogohain5329
    @hemogohain5329 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ বহোত সুন্দৰ।

  • @manuranjanchetia6867
    @manuranjanchetia6867 Год назад +16

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @krishnakakaty2624
    @krishnakakaty2624 Год назад +1

    Krishna. Krishna. Provu. Xewahe. Jonaisu. Aahor. Puroni. Niti. Niyom. Mote. Ago. Bahise. Xundor. Lagise. Krishna.

  • @DimbeswarGogoi-i3l
    @DimbeswarGogoi-i3l Месяц назад +2

    কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ

  • @probinbo9316
    @probinbo9316 Год назад +2

    কৃষ্ণ বাপ, অতি সুন্দৰ হৈছে।

  • @debojyotihazarika81
    @debojyotihazarika81 Год назад +2

    কৃষ্ণ কৃষ্ণ বাপজন বৰ পালো। আগলৈ শুনিবলৈ পালে ভাল লাগিব। কৃষ্ণ কৃষ্ণ।

  • @jadavgogoi4008
    @jadavgogoi4008 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @jagatnamrup3941
    @jagatnamrup3941 Год назад +3

    কৃষ্ণ🙏🙏🙏🙏🙏

  • @liligogoi9816
    @liligogoi9816 Год назад +4

    কৃষ্ণ কৃষ্ণ
    ভাল লাগিল

  • @bogadhargogoi720
    @bogadhargogoi720 Месяц назад

    কৃষ্ণ কৃষ্ণ🙏🙏 বাপজনাৰ সুন্দৰ কণ্ঠৰ পাঠ শুনি খুবেই আপ্লুত হলো কৃষ্ণ কৃষ্ণ🙏🙏

  • @rubiborah3436
    @rubiborah3436 Год назад +7

    অ হৰি অ ৰাম, জয় শ্ৰী কৃষ্ণ।❤️🙏🙏🙏❤️

  • @BhupenBora-o1t
    @BhupenBora-o1t Месяц назад

    সুন্দৰ ভাল লাগিল।

  • @tagarisaikia471
    @tagarisaikia471 Месяц назад

    আপোনি গোৱা শুৰতো বহুতো ভাল লাগিল কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @missanjelika365
    @missanjelika365 Год назад +3

    কৃষ্ণ কৃষ্ণ
    কৃষ্ণ
    🙏🙏🙏🙏🙏🙏

  • @BharatSaikia-r1r
    @BharatSaikia-r1r Год назад +3

    ধন্যবাদ ।আপোনাৰ কণ্ঠ আৰু সুৰ অতি সুন্দৰ ।শুনি থাকিবৰ মণ ।সকলো কথাত আমি একমত।পিছে সংস্কৃতত স আখৰৰ উচ্চাৰণ চ হয় ।বাকীবোৰ ঠিকেই আছে ।কৃষ্ণ কৃষ্ণ ।🎉😮

  • @prafullagogoi931
    @prafullagogoi931 3 месяца назад

    কৃষ্ণ প্ৰভূ অতি উত্তম ! পুৰণি লহৰ ৷ আপোনাৰ পৰা আৰু আশা কৰালো ৷

  • @satyajyotichetiakonwar7253
    @satyajyotichetiakonwar7253 Месяц назад

    সেৱা জনাইছোঁ ।
    অশেষ ধন্যবাদ

  • @utpalbora1676
    @utpalbora1676 Год назад +1

    কৃষ্ণ

  • @rupjyotimahanta3650
    @rupjyotimahanta3650 5 месяцев назад

    সুন্দৰ হৈছে.... বাপ, কৃষ্ণ 🙏

  • @dhrubadeka52
    @dhrubadeka52 2 месяца назад +3

    ভাল লাগিল বাপ বাপ আমি অৰ্থ ইমান নাজানো শব্দ দিশন্দিত হলে বহুত দুখ লাগে । আপোনাৰো শব্দৰ দি শন্দিত হৈছে কৃষ্ণ ।

  • @jayantidevi1164
    @jayantidevi1164 Год назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভু ৷

  • @BaikunthaChetia-ub8wp
    @BaikunthaChetia-ub8wp Месяц назад +1

    Krishna 🙏

  • @ankitbordoloi9041
    @ankitbordoloi9041 Год назад +2

    Krishna krishna krishna

  • @Sevengamingaxom02
    @Sevengamingaxom02 Год назад +1

    Hey guru dev ......apuni eman mohan bhabe path koribo hekaise tar babe moi apunar usort hodai kitogyo...mur ata prosno asil muk ajon guru deva koi sil gamusa khn henu tulokhi mala he bhag janu bhorit loi....moi oigyania tar uttor bisarelu....

  • @priyankaDas-su6bf
    @priyankaDas-su6bf 4 месяца назад

    অ হৰি অ ৰাম কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼🙏🏼

  • @jintudutta278
    @jintudutta278 Год назад +1

    Krishna Krishna bapjana

  • @pranjoldutta7038
    @pranjoldutta7038 Год назад +4

    ধন্যবাদ 🥰 জয় গুৰু শঙ্কৰ 🙏🏿 কৃষ্ণ 🙏🏿🙏🏿

  • @hemakonwar7459
    @hemakonwar7459 Год назад +3

    আগলৈ আগবাঢ়ি গৈ থাকক, ঈশ্বৰ সহায় হওক

  • @risheswardas7284
    @risheswardas7284 8 месяцев назад

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ🙏🙏

  • @anjalidutta3807
    @anjalidutta3807 Год назад

    কৃষ্ণ বাপ 🙏🙏🙏সেৱা আগবঢ়ায় ছো,

  • @jitenkakoty6885
    @jitenkakoty6885 2 месяца назад

    কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম !

  • @pankajphukan6468
    @pankajphukan6468 Год назад

    বৰ সুন্দৰ হৈছে।ভাল লাগিল

  • @babysaikiababysaikia4911
    @babysaikiababysaikia4911 Год назад +4

    সুন্দৰ পদক্ষেপ 🙏🙏🙏

  • @robinmohan9667
    @robinmohan9667 16 дней назад

    কৃষ্ণ কৃষ্ণ। বৰ ভাল লাগিলে।শিকিব পৰাকৈ সমল যোগোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @boluramtamuly5093
    @boluramtamuly5093 Год назад +2

    ভাল। ভাল বহু তে ভাগবতর সুর দি কীৰ্তন কৰিলে বেয়া শুনি।

  • @RubulGogoi-yv7gl
    @RubulGogoi-yv7gl 6 месяцев назад

    🕉💙🙏🏻 Krishno Ram Narayon

  • @bhupenhazarika5077
    @bhupenhazarika5077 Год назад

    কৃষ্ণ বাপজন। সুন্দৰ পৰিবেশন। দুই এটা কথা উনুকিয়াই দিছোঁ, আশাঁকৰো সমালোচনাত্মক দৃষ্টিভঙ্গীৰে গ্ৰহণ কৰিব। কীৰ্ত্তনৰ প্ৰথম শ্লোকভাগ সংস্কৃত ভাষাৰ। সংস্কৃত ভাষাত অসমীয়া স, শ, ষ উচ্চাৰণ নাই। সি 'ছ'-ৰ দৰেহে হয়। ঠিক একেদৰে অন্তস্থ য উচ্চাৰণ য় - ৰ দৰে হয়। সেয়ে শ্লোকভাগ মাতোতে সেইদৰে উচ্চাৰণ কৰাতোহে যুক্তিসংগত। যেনে বাসুদেৱায় টো ঠিক বাছুদেৱায়ৰ দৰে উচ্চাৰিত হ'ব, বা যৎ কৃপা নকৈ য়ৎ কৃপা কোৱাহে সমীচিন হ'ব। আৰু এটা ভুল উচ্চাৰণ শুনা পালোঁ। পঙ্কজংঘ্ৰায়ে নহয়, পঙ্কজাংঘ্ৰয়ে হে। গুৰুজনাৰ সৃষ্টিৰাজি প্ৰচাৰ সম্পুৰ্ণ শুদ্ধ হোৱা ভাল বুলি ভাবি উনুকিয়াই দিলোঁ। আপোনালৈ সেৱা জনালোঁ। কৃষ্ণ।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Год назад

      আপোনাৰ মন্তব্য আৰু পৰামৰ্শৰ বাবে ধন্যবাদ

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 4 месяца назад

    KRISHNA ! KRISHNA ! Pranam Prabhu !

  • @nripenburagohain
    @nripenburagohain Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো

  • @LalitBorah-z9t
    @LalitBorah-z9t Год назад +1

    কৃষ্ণ,নবীন শিকাৰুৰ বাবে উত্তম প্ৰচেষ্টা।

  • @joydeepbormon3887
    @joydeepbormon3887 Месяц назад

    Lord. Krisna Thanks

  • @rimadekagogoi9000
    @rimadekagogoi9000 Год назад

    Krisna bap jona oti hundor hur

  • @rinabharali454
    @rinabharali454 Год назад +1

    Krishna. Bohut val lagile

  • @SHazarika-j9l
    @SHazarika-j9l Месяц назад

    অতি সুন্দৰ।

  • @kushalchetia2670
    @kushalchetia2670 Год назад +2

    সন্দৰ সুন্দৰ

  • @jitenkakoty6885
    @jitenkakoty6885 2 месяца назад

    জয় শ্ৰীকৃষ্ণ !

  • @gobinsharma7346
    @gobinsharma7346 Месяц назад

    অতি উত্তম ব্যবস্থা. ধন্যবাদ. (শুধৰণি )

  • @miramazumder9815
    @miramazumder9815 Год назад +1

    সুন্দৰ হৈছে ।আমাৰ গাঁৱত ও‌ এনেকৈয়ে গায়। 🙏🙏🙏

  • @swarnapachani4653
    @swarnapachani4653 Месяц назад

    Krishna Krishna.

  • @brajakumarsaikia5255
    @brajakumarsaikia5255 Год назад

    প্রণাম কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।।।।।।।

  • @phukan123
    @phukan123 Год назад +9

    প্ৰণাম প্ৰভু জনা , আপ্লুত হলো ❤❤ সম্পূৰ্ণ কীৰ্তন ভাগ পাঠ কৰি ব্যাখ্যা কৰিলে কৃতাৰ্থ সম।

  • @JaniGogoi-h9w
    @JaniGogoi-h9w 4 месяца назад

    শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @mukutborah4081
    @mukutborah4081 Год назад +1

    কৃঞ, ভাল লাগিল।

  • @birajbaruah7681
    @birajbaruah7681 Год назад +1

    শ্লোক ভাগ যিহেতু সংস্কৃতত গোৱা হৈছে উচ্চাৰণ সু ঠাইত চু হব নেকি বাৰু ? কীৰ্তনৰ পাঠ ৰ পৰম্পৰাগত সুৰ ঠাই ভেদে বেলেগ হোৱা দেখা যায় l বাকী আপোনাৰ কণ্ঠ খুব সুন্দৰ। কৃষ্ণ।

  • @dipanjalibailung9347
    @dipanjalibailung9347 Год назад +4

    কৃষ্ণ কৃষ্ণ

  • @rampachani4885
    @rampachani4885 Месяц назад

    ৰাম কৃষ্ণ

  • @BijukantaHazarika
    @BijukantaHazarika 2 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @sanjitpachani9704
    @sanjitpachani9704 3 месяца назад

    সুন্দৰ হৈছে !! 🙏🙏

  • @ranachamuahvlog5926
    @ranachamuahvlog5926 5 месяцев назад

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏
    সুন্দৰ ভাল লাগিল ।

  • @SurabalaBaruah
    @SurabalaBaruah Месяц назад

    কৃষ্ণ কৃষ্ণ বাপ কিতনৰ সুৰ জানিব পাৰি কৃতাৰ্থ হৈছো সেৱা হে

  • @GirindranathChoudhury
    @GirindranathChoudhury 4 месяца назад

    Krishna Krishna Hari ram 🙏❤️

  • @sukhalataphukan5996
    @sukhalataphukan5996 Год назад +1

    কৃষ্ণ কৃষ্ণ সুন্দৰ।

  • @mridupabansarmah6020
    @mridupabansarmah6020 Год назад +2

    কৃষ্ণ বাপ সুন্দৰ কন্ঠ আপোনাৰ।

  • @DigantaBaruah-x7t
    @DigantaBaruah-x7t Год назад

    Krishno krishno bapjona probhu pora nojona kotha bohut hikibo palu

  • @mamonidas1659
    @mamonidas1659 Год назад +19

    Krishna probhu 🙏🙏🙏🙏

  • @insane5581
    @insane5581 6 месяцев назад

    কৃষ্ণ,ভাল লাগিল। সেৱা নিবেদিলো।

  • @NilotpalmotoHuzuri
    @NilotpalmotoHuzuri Месяц назад

    Bohut vaal laagile ❤ krishna krishna

  • @SmritiRekhaDas-ll7wc
    @SmritiRekhaDas-ll7wc Месяц назад

    কৃষ্ণ 🙏🙏