Assam Congress News: কংগ্ৰেছত যোগদানৰ সম্ভাৱনা বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ

Поделиться
HTML-код
  • Опубликовано: 13 окт 2024
  • বিজেপি ত্যাগ কৰিব অশোক শৰ্মাই! কংগ্ৰেছত যোগদানৰ সম্ভাৱনা বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীৰ। আজিয়েই বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা অশোক শৰ্মাৰ। ইতিমধ্যে বিজেপি দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে অশোক শৰ্মাই।
    #assam #livenews #nd24assamese #nd24news #nd24live #assamesenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 RUclips channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Комментарии • 46

  • @bibekbhatta254
    @bibekbhatta254 2 месяца назад +21

    মই এজন বিজেপি দলৰ সমৰ্থক হিচাবে এটা কথা অনুভৱ কৰো যে অশোক শৰ্মা ডাঙৰীয়াই সথিক সিদ্ধান্ত লৈছে।

    • @harakantadeka7715
      @harakantadeka7715 2 месяца назад +1

      তেখেতক,টিকত,দিবয়,লাগিব,কাৰণ,নিজে,গঢ়া,দল,এৰিব,নলবাৰীত,কঙৰেছৰ,টিকটত,100%,আৰু,জিকিবয়

  • @kishoridas6447
    @kishoridas6447 2 месяца назад +8

    BJPত অশোক শৰ্মাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কংগ্ৰেছৰ পৰা বাগৰি অহা কিছুমান অস্থায়ী অবদান শূণ্য মানুহৰ বাবে BJP দল এৰাটো বৰ দুৰ্ভাগ্যজনক।

  • @AdvAltafhussain
    @AdvAltafhussain 2 месяца назад +11

    Good

  • @pratapkalita8894
    @pratapkalita8894 2 месяца назад +5

    অশোক শৰ্মা, আপুনি ভুল কৰিলে। এই ডিঙি ফুলাই কথা কোৱা মন্ত্ৰীকেইটাই বি জে পি দলটো খাই পেলাব। লুটি পুটি খাই দলটো শেষ কৰি আকৌ বেলেগ দললৈ যাব। আপোনাৰ সিদ্ধান্ত ভুল হ'ল নেকি? আপুনি কোৱা শত্ৰুজনক ইচ্ছা কৰিলে বশ কৰিব পাৰিলেহেতেন।

  • @gunjalkalita7187
    @gunjalkalita7187 2 месяца назад +10

    Good decision ❤

  • @gsbharalibharali7531
    @gsbharalibharali7531 2 месяца назад +10

    Good news

  • @SFFactsShort
    @SFFactsShort 2 месяца назад +7

    Good Decision ❤❤

  • @hemantamahanta8384
    @hemantamahanta8384 2 месяца назад +2

    কংগ্ৰেছত গৈ আলাউদ্দিনৰ চাকিতো পাব যেন লাগিছে

  • @BUDHU-27
    @BUDHU-27 2 месяца назад +4

    Welcome to Congress ❤

  • @mrinmoykalita3811
    @mrinmoykalita3811 2 месяца назад +1

    এয়া সঠিক সিদ্ধান্ত।।

  • @binodnoi513
    @binodnoi513 2 месяца назад +1

    Good

  • @WoonMilon
    @WoonMilon 2 месяца назад

    Nice disicion

  • @AnarulIslam-i9w
    @AnarulIslam-i9w 2 месяца назад

    good

  • @dikhumahanta7369
    @dikhumahanta7369 2 месяца назад +3

    অশোক শৰ্মা কংগ্ৰেছ দললৈ গলে চৰকাৰ গঠন কৰিব পাৰিব বুলি ভাবিছে নেকি? বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেখেতৰ সতীৰ্থ সকল বিজেপি দললৈ অহাৰ আগতে অশোক শৰ্মা নলবাৰী সমষ্টিৰ পৰা কিমান বাৰ জয়ী হৈছিল? কিমান বাৰ তেখেতৰ নিচিনা মানুহে অসমত চৰকাৰ গঠন কৰিছিল? এনেকুৱা অপদাৰ্থ দলৰ পৰা ওলাই গলে বহুত ভাল কথা।

  • @bijoydeka9134
    @bijoydeka9134 2 месяца назад +1

    Val manuh . Jikile val hobo. Dok jiye nahok.bjp congress buli kotha nai

  • @bijoydeka9134
    @bijoydeka9134 2 месяца назад

    Good decision

  • @DhananjoyKalita-g6c
    @DhananjoyKalita-g6c 2 месяца назад

    পদ লিপ্সাই মুৰত ধৰিছে বেচেৰাৰ , কিন্তু সন্দেহ আছে আশা পুৰনত ।

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 2 месяца назад +1

    Sidhartho Bhattacharjya ku congress loi anok Ashok sarmai

  • @trideepdas7299
    @trideepdas7299 2 месяца назад +3

    2026 t congres sarkar hobo bjp byy ar

  • @Sarmarajib-priyanka
    @Sarmarajib-priyanka 2 месяца назад

    Frustrated ASHOK.......এই বুঢ়া কালত হৰিনাম লʼ আৰু কিমান লুটʼ?এই আদৰ্শ আছিল ইয়াৰ!চাল্লা খকুৱা

    • @mrinmoykalita3811
      @mrinmoykalita3811 2 месяца назад +1

      জুবিন দাই কোৱা গাধটোৰ লোভ নাই নেকি 😂😂😂😂

  • @pranabgogoi6283
    @pranabgogoi6283 2 месяца назад +2

    Bhal bhal , apuni cong. Ot ticket pabo.

  • @sweetchildhood3479
    @sweetchildhood3479 2 месяца назад +1

    Ai apadartha to kowa babay bar Val hol . E ke kam koreba daykha hoisay.

  • @sashibhatta5198
    @sashibhatta5198 2 месяца назад

    আজিৰ তাৰিখত যিসকলে কংগ্ৰেছ দলত যোগদান কৰাৰ স্থিতিত অটল হৈ আছে, তেওঁলোকৰ অভিপ্ৰায় কেৱল যিকোনো প্ৰকাৰে জনপ্ৰতিনিধি হোৱাহে ৷ সেইটো আশা মনত পুহি নাৰাখিলে নিশ্চয় যিটো দলত থাকি অৱহেলিত হৈছে অথবা নিজৰ মনত তেনে এটা অনুভৱ হৈছে সেই দলৰ পৰা অব্যাহতি লৈ কিছুদিনৰ বাবে ৰাজনীতিৰ পথাৰখনৰ পৰা দূৰত থকাৰহে চিন্তা কৰিলেহেঁতেন ৷ অশোক শৰ্মা তেনে এজন ব্যক্তি নহয় বুলি মোৰ এটা দৃঢ় ধাৰণা আছে ৷ কংগ্ৰেছী সকলে বিজেপি দলটো দুৰ্বল কৰাৰ মানসেৰে সুবিধা পাই জোৰকৈ নিজৰ ফালে লৈ যোৱাত সফল হলেহে তেওঁ তৰ্কিব নোৱাৰাকৈয়ে 'কংগ্ৰেছী' হৈ পৰিব পাৰে ৷

  • @girinbora7820
    @girinbora7820 2 месяца назад +2

    কি ভাল গুণৰ কাৰণে কংগ্ৰেছ দলত যোগদান কৰিব পাৰে বাৰু আচলতে এই সকল গোষ্ঠীৰ দেশ প্ৰেম নাই নিজৰ স্বাৰ্থত ৰাজনীতি কৰি আমাক ঠগী আছে নীলাজ লোক অশোক শৰ্মা কংগ্ৰেছ এটা দেশ ড্ৰূহি দল হয় তাৰ পিছতো কিয় এই দলত যোগ দিব গৈছে আপোনাক চিনি পোৱা গৈছে।

    • @BUDHU-27
      @BUDHU-27 2 месяца назад

      Bjp go back 😂😂😂

    • @STechnicalBlogs
      @STechnicalBlogs 2 месяца назад

      দেশদ্ৰোহী বানান এইটো হয় মহাশয় ৷

  • @gautambaruah9882
    @gautambaruah9882 2 месяца назад

    Apuni atiya no that dolot asil ter sampuna bipori t following Cong. Apuni tat tiki thakibo paribone....Me apuner all swaruptu atiya hae ulise...

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 2 месяца назад

    Ashok sarma mohudoy loi uhbaan korishu
    Romen deka Ex MP, kamakhya prashad tassa MP, Rameswar teli Ex MP ,Rajen gohain ex minister adik congress loi loi ahok

  • @jupango460
    @jupango460 2 месяца назад

    😂🤣🤣🤣

  • @nirmalsartschool6295
    @nirmalsartschool6295 2 месяца назад

    😂😂

  • @mukutnath1419
    @mukutnath1419 2 месяца назад +2

    Mr Sarmah, you are so weak.

  • @SanjaySarma-yf1yc
    @SanjaySarma-yf1yc 2 месяца назад

    কংগ্ৰেছে মহন ভোগ বনাই ৰেদি কৰি ৰাখিছে শৰ্মা ডাঙৰিয়াৰ বাবে

  • @anupkrdas6798
    @anupkrdas6798 2 месяца назад

    তাৰমানে এখেতেও বাংলাদেশী গেদা মীঞাৰ সহোদৰ ভাই । এখেতে যিমানেই দল সলনি নকৰক কিয় তেও কেতিয়াও জয়ৰ মুখ নেদেখে ।

    • @BUDHU-27
      @BUDHU-27 2 месяца назад

      Bjp go back 😂😂😂

    • @bikashdeka60
      @bikashdeka60 2 месяца назад

      Bjp go back

    • @anupkrdas6798
      @anupkrdas6798 2 месяца назад

      এখেতে ভালকৈ জানে বোধয় 2026 ৰ নিৰ্বাচনত BJP ৰ পৰা টিকত নেপায় ।

  • @Anilbora-d8e
    @Anilbora-d8e 2 месяца назад +1

    Eiakudal nofolai juaival😅😅😅

  • @ratansarma
    @ratansarma 2 месяца назад

    মুৰ্খামীৰ বাদে একো নহয়

  • @lokheswarronghang607
    @lokheswarronghang607 2 месяца назад +1

    Bjp bhal Kam Kora pasotu dolot hontusto nohoi,Mane nijor swartho bahire eku nohoi, deblovement kamot raj niti hobo lage.kam koribo nuwara congres logot thaki ki koribo

  • @nilimsovangoswami2812
    @nilimsovangoswami2812 2 месяца назад

    Jaldi jaldi bidhayak tiyag korok...... Alagotial manuhe dal ara bhal..