LIVE | Jharkhand CM Hemant Soren | Tea Tribes| অসমৰ চাহ জনগোষ্ঠীলৈ দৰদ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ N18L

Поделиться
HTML-код
  • Опубликовано: 29 сен 2024
  • LIVE | Jharkhand CM Hemant Soren | Tea Tribes| অসমৰ চাহ জনগোষ্ঠীলৈ দৰদ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ N18L
    #news18assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #jharkhandcmhemantsoren #jharkhnandcm #teatribes #assamteatribes
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 278

  • @j.kassam4508
    @j.kassam4508 3 дня назад +60

    হেমনত চৰেনে চাহ জনগোষ্ঠী বুলি কোৱা নাই। ইটো আদিবাসী বুলি কৈছে। আপুনি কিয় চাহ জনগোষ্ঠী বনাইছে আমাক।

    • @Jbaske67
      @Jbaske67 3 дня назад +2

      Axomot sah jonogusti buli koi ba koi adivasi buli kbo nuware

    • @Alone-cx1yz
      @Alone-cx1yz 2 дня назад

      ATTSA dalali netaburok ko.

    • @andreshh7373
      @andreshh7373 2 дня назад

      Actually right ❤❤

    • @kandeswergowala5205
      @kandeswergowala5205 2 дня назад +3

      ​@@Jbaske67আপুনি ধান খেতি কৰে যদি আপোনাৰ নাম কি ধান খেতি হব৷

    • @BenudharBorah-ie2dn
      @BenudharBorah-ie2dn 2 дня назад

      ​@@kandeswergowala5205 assamor itihas bhal dore suwa, sunuwal, komar, Kumar, tanti aadi bur britti ba occupation porahe nam bur jonmmo hoisil, gotike Sai sitihe kotha kobo.

  • @j.kassam4508
    @j.kassam4508 3 дня назад +48

    চাৰ আমাক চাহ জনগোষ্ঠী নবাব। আমি আদিবাসী হয় আৰু আদিবাসী থাকিম। অনুগ্ৰহ কৰি আদিবাসী কব।

    • @Talashforofficial
      @Talashforofficial 3 дня назад +2

      Yes

    • @Alone-cx1yz
      @Alone-cx1yz 2 дня назад

      O bupai apuni axomor adibakhi ketiya pora hol😂

    • @Talashforofficial
      @Talashforofficial 2 дня назад

      @@Alone-cx1yz history pohe loba

    • @Alone-cx1yz
      @Alone-cx1yz 2 дня назад

      @@Talashforofficial ki history pohrim

    • @Tutaktutak6415
      @Tutaktutak6415 2 дня назад

      ​@@Talashforofficial Tohoti অসমৰ ST কেতিয়াৰ পৰা হলী ttohotk ব্ৰিটিছ এ লৈ আহিছিল কাম কৰিবলৈ, আৰু তহততৰ পৰাই বাকি কিতাই নাইপুৱা ৫ তাই, তহটি ঝাৰখণ্ডৰ, ছত্তীছগঢ়ৰ ST গম পাইছ

  • @SatyendraMurmu-tb5bj
    @SatyendraMurmu-tb5bj 3 дня назад +35

    আমালোকে চাহ শ্ৰমিক নহয় । আদিবাসী হয়।

  • @Rupankarofficial2022
    @Rupankarofficial2022 3 дня назад +25

    আদিবাসী জনগোষ্ঠীৰ মৰ্যদা প্ৰদান কৰক, আদিবাসী জনগোষ্ঠীৰ সকলো বৈশিষ্ট আছে।

  • @SRVLOGS296
    @SRVLOGS296 3 дня назад +53

    প্ৰথমে মই News18 Assam ৰ বাতৰি কওঁতা anchor ক গৰিহণা তথা ধিক্কাৰ জনাইছোঁ। News ত আপুনি উত্থাপন কৰা কথা সকলো অল্পতথ্য মূলক কথা। আদিবাসী সকলৰ বাবে যেতিয়াও আপুনি নিউজ বনাব তাৰ আগত আদিবাসী মূলত জাতি/জনগোষ্ঠীৰ বৈশিষ্ট, অস্তিত্ব, সংস্কৃতি, জীৱন শৈলী, খাদ্য প্ৰণালী, ভাষা সাহিত্য, ভাৱ দৰ্শণ, নীতি আদৰ্শ, কলা কৃষ্টি, আৰু origin ৰ তথ্য সংগ্ৰহ কৰি লব।
    ইতিহাস, কাহানী, বুৰঞ্জী, নজনা কৈ collected reportor মতে জধে মধে কৈ নিদিব।
    এতিয়া আহো আপোনালৈ আপুনি চাহ জনগোষ্ঠী বুলি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰক সম্বোধন কৰিছে এইটো তথ্য আপুনি কত পালে ?
    ১) অসমত বসবাস কৰা চাহ শ্ৰমিক সকল চাহৰ গোষ্ঠী কেনেকৈ হল ? তথ্য সহকাৰে উত্তৰ দিব।
    ২) ভাৰতৰ সংবিধান একেখন যত আদিবাসী মূলত জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ, কোন অনুছেদত উল্লেখ কৰা আছে, এই কথা আপুনি কিয় উত্থাপন নকৰিলে ?
    ৩) চাহ জনগোষ্ঠীৰ বৈশিষ্ট, ভাষা, বাদ্য- যন্ত্ৰ, কলা কৃষ্টি, সাজ পোচাক, ৰ তথ্য দিয়ক।
    ৪) আপুনি origin ৰ কথা কৈছে, ২০০ বছৰীয়া ইতিহাসৰ কথা কৈছে আদিবাসী জনগোষ্ঠীৰ origin চাওক ৫০,০০০ পুৰণি পাব।
    ৫) আপুনি জাতি এটাক পৰিবৰ্তন কৰিব বিচাৰিছে। ভাৰতৰ উৰিষ্যা, তেলঙ্গানা, ঝাৰখণ্ড, ছত্তীছগঢ়, অন্দ্ৰপ্ৰদেশ আদি ৰাজ্যত আদিবাসী হওঁ। তেন্তে সেই আদিবাসী সকল অসমত অহাৰ লগে লগে চাহ জনগোষ্ঠীলৈ কেনেকৈ ৰূপান্তৰিত হৈছে ?
    ৬) যদি ২০০ বছৰীয়া ইতিহাসৰ ফলতেই অসমৰ আদিবাসী সকলক ST দিয়াৰ কথা হব। তেন্তে ভাৰত বৰ্ষৰ ১৯৪৭ চনত হোৱা স্বাধীনতাক আপুনি অপমান কৰিছে।
    ৭) অসমৰ অসমীয়া কোন সকল বা কাক কোৱা হয় ? তথ্য সহকাৰে উত্তৰ লাগিব।
    ৮) আপুনি ৬টা জনগোষ্ঠীৰ কথা কৈছে কাৰ origin কৰ হয় ? তথ্য সহকাৰে উত্তৰ দিয়ক।
    এতিয়া আপুনি জনা দৰকাৰ জাতি এটা কেতিয়াও পৰিবৰ্তন নহয়। আপোনাৰ সংবাদ বা সাংবাদিক সকলক ভাৰতৰ চতুৰ্থ স্তম্ভ বুলি পৰিগণিত কৰা হয় বা সংবিধানে আপোনাক এই অধিকাৰৰ অধিকাৰী বনাইছে।
    সেই মতে আপুনিও জাতিটোক অপমান কৰাৰ ভুল কৰিছে। এয়া এটা অপৰাধ।
    যদি আপোনাক আদিবাসী মূলত জনগোষ্ঠীৰ তথ্য লাগে তেন্তে ভাল এজন জনা শুনা যিয়ে আদিবাসী জনগোষ্ঠীৰ বিষয়ে কব পাৰিব তথ্য, বিশ্লেষণ, বিস্তৃত ভাৱে দিব পাৰে তাক সাক্ষাৎকাৰ কৰক।
    চাহ জনগোষ্ঠী কবলৈ এৰক। আদিবাসী কবলৈ শিকক।
    # চাহ জনগোষ্ঠী অৰ্থ
    a) চাহ মানে এবিধ গছ,এক প্ৰজাতিৰ গছ।
    b) জন মানে মানুহ এবিধ প্ৰাণী
    c) গোষ্ঠী মানে কুল, বংশ, জাতি, প্ৰজাতি।
    গতিকে চাহ জনগোষ্ঠী এটা অৰ্থহীন শব্দ।
    আদিবাসী সকল ভাৰতৰ মূল নিৱাসী, ST ৰ অধিকাৰী।

  • @LackyMurmu09
    @LackyMurmu09 3 дня назад +38

    আদিবাসী বা সানতাল কেতিয়াও চাহ জনগোষ্ঠী নহয়। ভাৰতৰ আদিবাসী ST বা trival হয়।

    • @Alone-cx1yz
      @Alone-cx1yz 2 дня назад

      Axomor main adibakhi hokol hoise-bodo tribe luk

    • @bijoymura9796
      @bijoymura9796 2 дня назад

      @@Alone-cx1yz 🤣🤣🤣🤣🤣🤣 chainiss mal

    • @Alone-cx1yz
      @Alone-cx1yz 2 дня назад

      @@bijoymura9796 spelling vhal ke likhibo jona nai kola kukur thu 😪

    • @HappyAlpineVillage-xf6gq
      @HappyAlpineVillage-xf6gq 9 часов назад

      Bodo bilak Chinese hoi kintu Assam ot Bodo bilak he agote ahise aru ihote St hoigol

    • @Alone-cx1yz
      @Alone-cx1yz 9 часов назад

      @@HappyAlpineVillage-xf6gq Chinese nokoi bhai Mongolian hoi.

  • @BaburamMunda-b1k
    @BaburamMunda-b1k 3 дня назад +16

    আমি চা জন জাতি নহয়, আমি adivasi হয়. কোনো গছৰ সংগমত মানৱৰ জন্ম নহয়...!

  • @Prithiraj328
    @Prithiraj328 3 дня назад +18

    We are Indian
    Not Chinese
    আপুনি কি কব খুজিছে?

    • @Prithiraj328
      @Prithiraj328 3 дня назад +2

      We want justice
      No ST
      No rest🏹

    • @Prithiraj328
      @Prithiraj328 3 дня назад +1

      বিধান সভা নিৰ্বাচনৰ আগে যদি অসম ৰ আদিবাসী সকলক জনজাতি ৰ মৰ্যদা প্ৰদান নকৰে বিজেপি চৰকাৰে তেন্তে অসমত বাস‌ কৰা 70 লাখ আদিবাসীৰ ভোট বিজেপি নাপাই আৰু...
      জয় আদিবাসী 🏹

    • @BijoyUrangekka
      @BijoyUrangekka 2 дня назад

      We want ST

  • @bardansilashemrom551
    @bardansilashemrom551 3 дня назад +31

    আমি চাহ জনগোষ্ঠী নহয়। আমি আদিবাসী হয়।

  • @MarianusKhase
    @MarianusKhase 2 дня назад +6

    অসমৰ আদিবাসী সকলক Jharkhand ৰ Soren sir লৈ জহাৰ

  • @piusbhengra379
    @piusbhengra379 3 дня назад +7

    মুণ্ডা, চাওঁতাল, ওৰাং, খাৰিয়া, হো ভূমিজ,লহৰা, চাওৰা, ইত্যাদি ইত্যাদি প্ৰায় 36 সম্প্ৰদায়ে এছিয় অষ্ট্ৰিক আৰু দ্ৰাবিড়ীয় মূলৰ সকলে অসমৰ অতি প্ৰাচীন জনগোষ্ঠী,,, তেওঁলোকে চাহ বাগিচাত কৰ্ম কৰিছে কিন্তু ব্ৰিটিছ প্ৰবজন কৰি অনা নাই,,,,

  • @hchik-boraik6693
    @hchik-boraik6693 3 дня назад +8

    আদিবাসী ✊✊✊

  • @SahilMunda-po2xq
    @SahilMunda-po2xq 2 дня назад +5

    আপুনি চাহ জনগোষ্ঠীৰ কব নোৱাৰে।আমি আদিবাসী হয়

  • @daudbarikbarik4496
    @daudbarikbarik4496 3 дня назад +10

    Adivasi 🏹 zindabad 💪💪🏹🏹

  • @dewanimurmu822
    @dewanimurmu822 3 дня назад +10

    ST dibo lage Assam govt

  • @J.mardi2537
    @J.mardi2537 3 дня назад +11

    I am Adivashi.not tea tribes not tea tribes

  • @chandanpurty9927
    @chandanpurty9927 2 дня назад +4

    Ami Adivasi hoi Aru Adivasi hisabe ST lage ,,

  • @AjitBhengra-z5d
    @AjitBhengra-z5d 2 дня назад +4

    চাহ জনগোষ্ঠীৰ নহয়। আমি আদিবাসী হয়

  • @NirmolRay1996
    @NirmolRay1996 2 дня назад +4

    অসমত চাহ জনগোষ্ঠী আৰু আদিবাসী কোনখিনি হয়।।।আদিবাসী বহু আগৰ হয় কিন্ত চাহ জনগোষ্ঠীৰ বৈশিষ্ট্য কি,কেতিয়া কৰ পৰা আহিছিল???

    • @Alone-cx1yz
      @Alone-cx1yz День назад

      @@NirmolRay1996 tumi Bangladeshi 😂

  • @bijoymura9796
    @bijoymura9796 3 дня назад +9

    অলপ পঢ়া শুনা কৰিব আপুনি,,,, চাহ জনগোষ্ঠী আছে নেকি,,,, আমি chainar পৰা অহা নাই,,, ভাৰতৰ মানুহ ভাৰততে আছোঁ,,,, অসম খন ভাৰতৰে এটা অংশ হয়,,,,,adivasi not maigeretion,,,we are Indian

    • @Dstdoley
      @Dstdoley 2 дня назад

      Jharkhandar পৰা আহিছ jharkhandat যাগৈ

    • @bijoymura9796
      @bijoymura9796 2 дня назад

      আৰু তুমি কৰ পৰা আহিছা

    • @bijoymura9796
      @bijoymura9796 2 дня назад

      Dstdoly,,, তোমালোকৰ হিষ্ট্ৰি,,,A to Z লৈকে আছে মোৰ,,, ওচৰত। Facebook ত,,,আহিবা লাগে যদি,,,, অসমত তোমালোকৰ যিমান অধিকাৰ আছে,, আমাৰো হিমানে অধিকাৰ আছে,,,, আমি ভাৰতৰ মানুহ,,,, ভাৰতৰ বাহিৰৰ নহয়,,,, অলপ অধ্যন কৰিবা

    • @aniom67897
      @aniom67897 День назад

      ​@@bijoymura9796jharkhand t goi st luwa. Ami thakute tumalokok aru st? Impossible 😂 ahom, moran, koch, mottucks xokole pauk st. But tea workers bure nohoi. Kunu ba jegat kam koribo gole aru st pai ne🥴

    • @bijoymura9796
      @bijoymura9796 День назад

      @@aniom67897 chainisss mal 🤣🤣🤣🤣

  • @malinmurmu6958
    @malinmurmu6958 3 дня назад +6

    আপুনি পগালা কুকুৰে কামূৰিছি নেকি?সাঁওতাল সকলোক চাহ জনগোষ্ঠী নামেৰে নামাকৰণ নকৰিব,সাঁওতাল জনগোষ্ঠীৰ বিষয়ে আপোনাৰ knowledge নায় । ড০হিমনতো বিশ্বসৰমা ভুলকৈ প্ৰতিবেদন খন পঠাই কেনদৰো চৰকাৰক সেই কাৰণে আজিলৈকে অসমমৰ আদিবাসী সকলে S T পোৱা নায়।

  • @surajithajong528
    @surajithajong528 2 дня назад +2

    Tea Tribe , Coffe Tribe, Rice Tribe, Vegetable Tribe enukuwa namakoron koriba nalage.. Aru prithibit kuto enekuwa Name diya dekha puwa nai

    • @rajibbro9297
      @rajibbro9297 2 дня назад

      Assam or tribal Manu hengkha kore ,heitor karone amak abol tabol name dibo bisare

  • @JitlalMardi-oz5ji
    @JitlalMardi-oz5ji 3 дня назад +5

    Assam to India pora Baherot nay.. Tenehole Sombidhanik Odhikar to ase..

  • @JinaUrang-ru8yy
    @JinaUrang-ru8yy 3 дня назад +3

    অসম চৰকাৰৰ এই বিলাক ৰাজনীতি নছলিব, কিবাকিবি কৈ আমাৰ আদিবাসী সকলক ST প্ৰদান কৰা নাই ,
    আমি আদিবাসী হয় ।
    আমাক S T নকৰাত আমি বৰ দুখ পাইচো।
    আপুনি অসমৰ আদিবাসী সকলক st পোৱাটো বিচাৰে নে ?

  • @Austricmunda
    @Austricmunda 2 дня назад +3

    হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা আপুনিয়ে ক'লে দেখোন। আপুনি কিমান আদিবাসী বিৰোধী সেইটো এই প্ৰতিবেদনত স্পষ্ট হৈছে। বড়োসকলে যে অসমীয়া পৰিচয় দিব নোখোজে এইবোৰ কাৰনতে।

  • @ASSAM_DISCOM_KORA
    @ASSAM_DISCOM_KORA 4 часа назад +1

    Sir আমি চাহ জনগোষ্ঠীৰ নহয়। আপুনি অনুগ্ৰহ কৰি আমাক আদিবাসী জনগোষ্ঠীৰ বুলি জনাওক। 👍

  • @Kelary-qj7zy
    @Kelary-qj7zy 3 дня назад +5

    Hemant soren dhonyobad jonabo lage

  • @WilsonTopno-fk3xm
    @WilsonTopno-fk3xm 2 дня назад +2

    Chah jonogosti nohoi sir. Hemant Soren Jharkhand cm koi se Adivasi apuni koi se Chah jonogosti.chah jonogosti jatiye nai pritivit.olop apuni khekok.you are a educated person.educated people are speaking like that than what will happen to uneducated people.how will you teach to uneducated people.

  • @RajkumarMurah
    @RajkumarMurah 4 часа назад +1

    কি মানে,,,,? চাহ সম্প্ৰদায় বুলি কৈ আছে যে? চাহ জনগোষ্ঠী কৈ আছে যে? আমি আদিবাসী হয়। আৰু আমাক জোৰ জবৰজস্তি চাহ জনগোষ্ঠী নবনাব। হৈ আমাৰ অসমত প্ৰায় ভাগ আদিবাসী সকলে চাহ বগানত কাম কৰে । সেই বুলি চাহ জনগোষ্ঠী হ'ব নেকি? ঠিক আছে যি বোৰ আদিবাসী সকলে চাহ বাগানত কৰে তেওঁ সকলে বাৰু চাহ জনগোষ্ঠী কিন্তু যি সকল আদিবাসীয়ে চাহ বাগানত কাম নকৰে তেওঁ লোকক কি কব আপুনি। আৰু আদিবাসী সকলে চাহ বাগানত কাম কৰি নিজৰ জীৱিকা পালন কৰে, চাহ বাগানত শ্ৰমিক কৰে সেই বুলি কি আদিবাসী সকলে চাহ জনগোষ্ঠী হ'ব নেকি। আপুনি এজন সাংবাদিক, আৰু আপুনি সাংবাদি কৰি চলি আছে বা জীৱিকা কৰি আছে। সেই বুলি আপুনি সাংবাদিক জনগোষ্ঠী হ'ব নেকি? আমাৰ অসমৰ যিমান সাংবাদিক আছে সকলোৱে সাংবাদিক জনগোষ্ঠী হ'ব নেকি? আপুনি পঢ়া লিখা মানুহ হয়। এইবোৰ কথা অলপ জানিব লাগে। আৰু এইটো সাধাৰণ কথা হয়। কাকো তেওঁৰ কৰ্মক লয় জাতি সজাব নোৱাৰে।
    আমি আদিবাসী হয়। ভাৰতৰ আদিম প্ৰৱাসী,‌ আদিম বাসিন্দা, অনাদি কালৰ পৰা আমি এই ভাৰতত বাস কৰি আছো। আৰু আমাক কাৰো অধিকাৰ নাই যিতি নাম দিবলে। We are real owner of india. আমি আদিবাসী। কোনো চাহ জনগোষ্ঠী নহয়।
    প্ৰণিপাত🙏
    জহাৰ
    আমাক আদিবাসী হিচাপে জনজাতি কৰণ কৰিব লাগে।
    আমি অসমীয়া হয়। আমাৰ জাতি আদিবাসী হয়।
    জয় আই অসম ✊

  • @b.lakraentertainment4575
    @b.lakraentertainment4575 3 дня назад +3

    Adivasi hoise gutei bharotor Tribal, indiar first tribal adivasii

  • @RameshwarSoren-gw6pu
    @RameshwarSoren-gw6pu 2 дня назад +3

    Ami adivasi

  • @PronuelSanga-dd9bc
    @PronuelSanga-dd9bc 3 дня назад +6

    We are not ST not OBC ..!.we are first world of the weman bing.of Adivasie .our world.we are first of borns .in this earth. In world

  • @kandeswergowala5205
    @kandeswergowala5205 2 дня назад +1

    আদিবাসী কাউন্সিল অসম চৰকাৰ/ভাৰত চৰকাৰে পৰিচয় দিয়াৰ পিছতো আপুনি কিহৰ চাহজনগোষ্ঠী বুলি বাতৰি প্ৰচাৰ কৰি আছে৷ আপুনি আদিবাসীৰ ইতিহাস নাজানে নেকি৷
    ঝাৰখাণ্ডৰ পৰা অহা লেটাৰ খন আপুনি ৰাজহুৱা কৰক চোন কত চাহজনগোষ্ঠী লিখা আছে৷
    আপুনি যে বাতৰি পঢ়ি আছে আপোনাক যদি আমি বাতৰি পঢ়া নাম দিউ তেতিয়া আপুনি মানি লৱ নে৷

  • @weekend3022
    @weekend3022 2 дня назад +2

    Agar asam mein aadivasi ko St nahin milega nahin to hathiyar uthana ke liye jahar

  • @trollface7998
    @trollface7998 3 дня назад +9

    Amaar ST buru Jharkhand ot ST pabo Lage tene hole 💯

    • @FIREGAMING_444-ON
      @FIREGAMING_444-ON 3 дня назад +1

      Apunaluk Jharkhand ot mati kini jonokhoykha dekhai lobo pare no problem

    • @FIREGAMING_444-ON
      @FIREGAMING_444-ON 3 дня назад

      Apunaluk or ji bur sanskriti sinaki dibo tar pisot olp dhorna dibo lagibo aur st hoi jabo

    • @trollface7998
      @trollface7998 3 дня назад

      @@FIREGAMING_444-ON himan tu sobote hoi 💯 aru pare except the autonomous region... What's your point??

    • @FIREGAMING_444-ON
      @FIREGAMING_444-ON 3 дня назад

      @@trollface7998 our rights lagibo eitu eribo nuwaru

  • @lakhibarohi7263
    @lakhibarohi7263 3 дня назад +3

    আপোনি এবাৰ অসম বুৰঞ্জী আৰু ভাৰত বুৰঞ্জীৰ গুৰুত্বপূৰ্ণ ভাবে পঢ়িব লাগিব বুলি ভাবো(নিউজ কবৰ বাবে কিতাপ পঢ়াৰ বেছি দৰকাৰী,,
    ধন্যবাদ)

  • @Nisant291
    @Nisant291 3 дня назад +2

    Ham log adivashi hai ham lakko adivashi bolke bulana samja
    Ham log bharat ka hai ham all redi st hai ham logon ko s T dena hoga
    Tum goss khaya hai keya
    Hoshir rahana adivashi sat gadar mat karna

  • @PobitraMura-m9t
    @PobitraMura-m9t 2 дня назад +2

    আদিবাসী হয়

  • @Omakhoro
    @Omakhoro 3 дня назад +7

    Axomor Aadivashi bhumiputra tribal manhur bahire kunu hobo nuare Tea tribe ba sah jonogosti Jharkhand, Odisha adit aadivashi hobo pare axomot nohoi

    • @PrakashHoro-j6w
      @PrakashHoro-j6w 3 дня назад +2

      Axom khon INDIA,t nai neki Tripura,West bengal, Chattisgarh,adit hobo pare Axom,t kiyo nuware

    • @Omakhoro
      @Omakhoro 3 дня назад +2

      @@PrakashHoro-j6w Axom after independent Indiar bhithorot ahise tar agot princely state asil mane beleg country asil

    • @bijoymura9796
      @bijoymura9796 3 дня назад

      ​@@Omakhoro, আছিলে এতিয়া নাই,,, আপুনি নেজানে নেকি 😂😂

    • @Danger-ze5bw
      @Danger-ze5bw 3 дня назад

      ​@@Omakhoroprincely state Mane blg country aji he gom palu😂😂😂

    • @Omakhoro
      @Omakhoro 3 дня назад

      Moi karu logot debate koribo oha nai moi jiman kini buji pao axom Bharat r ango nasil independent pisot he koru koru dekh mili he etiyar Bharat ba india khon hoise

  • @uttamtirki5868
    @uttamtirki5868 3 дня назад +2

    Adivasi Ko tea tribe bolna band karo

  • @Shortcreat222
    @Shortcreat222 2 дня назад +2

    We aren't tea tribe. Call us adivasi

  • @GhonshayamKormokar
    @GhonshayamKormokar 38 минут назад

    খুব ভাল কৰিছে হিমন্ত শৰ্মাক ঝাড়খণ্ড পৰা খেদিব হে লাগে আদিবাসী বিলাকে ভোট দি মুখ্য মন্ত্ৰী বনাই ছে গৈ

  • @LankeshRavan-pl2mt
    @LankeshRavan-pl2mt 4 часа назад

    Ami aadivasi hoi anugorho kori aadivasi kobo kio sah জনগোষ্ঠী বুলি কব আপোনি জানে নেকি আমাক ami adivasi hoi aru aadivasi বুলি kobo

  • @rabilalmurmu6203
    @rabilalmurmu6203 8 часов назад

    জয় জোহাৰ আদিবাসী আমি আদিবাসী জনগোষ্ঠী হয়। চাহ জনগোষ্ঠীৰ নহয় ৰে মূখ্

  • @ChendraTudu
    @ChendraTudu 3 дня назад +3

    We are adivasi not tea trive.jhakhand cm jindabad.

  • @IndeswarPanika
    @IndeswarPanika 17 часов назад

    প্ৰথম কথা আমি আদিবাসী হয় চাহ জনগোষ্ঠী নহয় আৰু চাহ গছে মানুহক জন্ম দিব নোৱাৰে আৰু এটা কথা ডাঙৰীয়া চাহ বাগিচাত অন্য জাতি জনগোষ্ঠী লোক আছে সিহঁতক কিয় নকয় চাহ জনগোষ্ঠী বুলি? আৰু এটা কথা অসমত ২০০বছৰ হৈছে চাহ খেতি কৰা তাৰ আগতে আমাৰ পৰিচয় নাছিল নেকি?মহাশয়। আমি ভাৰতবৰ্ষৰ মুল নিৰবাসী হয় । আদিবাসী

  • @Monuranjanjunashofficial
    @Monuranjanjunashofficial День назад

    আমাৰ সকলো বৈশিষ্ট আছে , মৌলিক অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত

  • @mandalhasda6341
    @mandalhasda6341 3 дня назад +3

    Ami adivasi,

  • @Akash-wf9zt
    @Akash-wf9zt 2 дня назад

    2026 ৰ আগতে আমাক st নিদিলে অসম জলি যাব তাৰ দায়িত্ব হব himanto bisho sarmah 😌😌😌

  • @SahilMunda-po2xq
    @SahilMunda-po2xq 2 дня назад +4

    দাদা আপোনি গছৰ পৰা জন্ম হোৱা কাকো চাইছা নেকি

  • @majhisoren535
    @majhisoren535 2 дня назад

    অতি সোনকালে অসমৰ Santal লোক সকলে ST ৰ মান্মৰ্যদা প্ৰদান কৰক, অসমত বিজেপি কমেও ৫০/৬০ বছৰ চৰকাৰ হৈ থাকিব এইটো স্পষ্ট কথা।
    কাৰণ বহুতো দিনৰ পৰা ST দিম বা পাব বুলি আশা দি আহিছে।

  • @JoharAssam-j8m
    @JoharAssam-j8m День назад

    Superb excellent reply dye se Jharkhandor cm Jai johar Jai Aadivasi Jai birsa Munda

  • @horeshpegu
    @horeshpegu 5 часов назад

    Britishe Ana bonua bilak jodi axomr tribel hoi ki hobo axom khan ahomor mati bilak di Diba....😂😂😂😂

  • @binuoraon2623
    @binuoraon2623 3 дня назад +3

    Media Chanel r mistakes hoise... Cha jonogusthi nai kuwa.. Adivasi he koisile..

    • @rajibbro9297
      @rajibbro9297 2 дня назад

      Third class news channel or third anchor kla😂

  • @dr.lakshmikalita8857
    @dr.lakshmikalita8857 2 дня назад

    মানুহে সদায় উচ্চ স্তৰলৈ যায়। এছ টি হ'লে যে কিবা বিশেষ চৰকাৰী সুবিধা পাব, ও বি চি বা উচ্চ পৰ্যায়ৰ সাধাৰণ শ্ৰেণীৰ হ'লে যে কিবা অসুবিধা পাব, চৰকাৰী সুবিধা নাপাব তেনে কোনো কথা নাই।

  • @SosikantaGour
    @SosikantaGour 2 дня назад

    আমি আদিবাসী হওঁ /চাহ জনগোষ্ঠী নহূও

  • @papuvlogs1199
    @papuvlogs1199 7 часов назад

    Moi gaon ot thaku Moi Kene ka tea tarife hobo parim Moi Tamul kheti koru Aru Assam Aji Kar karone val Hoi Se Ek Matro Adivasi Karone Kam sobe kore Hai Buli Ami Mane Tea tarip hoi jam Ne Ki Moi Kuruk Ghoror lora Assam Amar Hoi Jai Adivasi 💪🏼💪🏼💪🏼

  • @binuoraon2623
    @binuoraon2623 3 дня назад +3

    98% Misa dialog de aase...

  • @phanidharbhumij5346
    @phanidharbhumij5346 7 часов назад

    Jharghond Cm Good Assam adivasi ST Dibolage

  • @ALMoviesOfficial-oe4cf
    @ALMoviesOfficial-oe4cf 3 дня назад +2

    Cha jonogosti cha jonogosti kori amak rajniti hoi ase AMI ADIVASI OXOMOT AMAR Burunjir jona osith OXOMOR Mokhyomontri sire amar oxomor pora cm sire adibasi st list recommend kori center loi nopotiyai okol rajniti kori thake KURUKH BA OROAN manu kityao cha jonogosti hobo nuware amar identity Oraon people

  • @Mimbrangboro4589
    @Mimbrangboro4589 6 часов назад

    Asomor hajar hajar lora suwali Asomor bahirot joog joog dhory factory boorot kaam kori aase, khihontok khei State boorot ST morjoda dibo neki ?

  • @anandbhengra7002
    @anandbhengra7002 2 дня назад +2

    Adivasi

  • @amiyaminj4862
    @amiyaminj4862 2 часа назад

    Ami sah jongusti nohoi
    Ami Adivasi hoi

  • @prasenjitdaimari6683
    @prasenjitdaimari6683 22 часа назад

    Tea Tribe tu st pabo odikar nai. Assam 1947 nor agot India nasil. British bilak hei tea tribe anise. Assam or origin nohoi eilok. They are not adibhasi of Assam, they are just tea tribe.

  • @ChandraiHembrom-td3po
    @ChandraiHembrom-td3po 2 дня назад

    Ami adivasi santals Amare purbo purukhor Jimi Ashe Ami soromik noyoe.

  • @soren5698
    @soren5698 3 дня назад +2

    Ammi santal adibasi assamot santal colony ase kokrajharot ammi santal adibasi

  • @JoharAssam-j8m
    @JoharAssam-j8m День назад

    Hosa khota hoi karon Aami Aadivasi kiman demand kori ase kintu sorkakare nuhune kyo Aru jodi Hemanta Biswas Sharma hosa ke Aadivasio hepl kori bo khuji se tenta st dyok vl education system best hospitality dyo tea workers kitak 400 daily wages dyok ane faltu jot tot koi phuri le no hobo karne Aaji boro kitak kiman district de ase day by day kintu Amak Etya luke st dya nai aami kunu belek territory khuja nai boro kitar nesina

  • @prasanttirkey9790
    @prasanttirkey9790 2 дня назад

    Hemanta Bishwa Sharma adivasi belakok ST deyar babe Central govt ok recommendation send kora nai.
    Aur judi Hemanta Bishwa Sharma govt ST debo icha thakile ST delak hoi.
    Adivasi belakor Schedule Tribe status to parliament ot rokhai ase. Judi parliament ot Hemanta sorkar pass korai deye tetya he President a signature kari ST declared koribo. Amak Schedule Tribe or namot sob a rajniti kore ase.

  • @detchagwraswargiary3622
    @detchagwraswargiary3622 2 дня назад

    Imn morom aache jodi jharkhandot settle kori diyok sithi pothowar ki dorkar toro vote bangk strong hobo

  • @PODMABAWRI
    @PODMABAWRI 2 дня назад

    Amar jaati 2 loy kiman rajnitik koribo hemonto Gopinath bordoloi Jaane Ke Sajna Goshti namkaran Kori le tene ke Hemant ki Bata Kodi toy jambuli bhabhi se

  • @rupsinghgorh355
    @rupsinghgorh355 2 дня назад

    Adivasi kobo lu laj lage sage ey karne tea tribes boli kui take....ami adivasi hoi

  • @buhotkibakibi6429
    @buhotkibakibi6429 2 дня назад

    adivasi kowar karone ki poisha dibolageneki.ami chajonogusty nokobo ami bharotor /assamor nagorik hoi eyat kobo loga eko nai.

  • @CartoongameTV-i3k
    @CartoongameTV-i3k 3 дня назад

    ihote amak sa jonogusti koi koi
    Sa jonogusti bony aribo

  • @davidtirkey4811
    @davidtirkey4811 2 дня назад

    We are ST all over India and why we are deprived from ST status only in Assam!! "खोज लो नही मिलता है तो नोच लो " जय आदिवासी "

  • @binaysoren4837
    @binaysoren4837 3 дня назад

    Hemont Soren a kowa kotha, gotei bilak Tuli nodhorile kio ?

  • @TUDUzVLOGs
    @TUDUzVLOGs 2 дня назад

    Kila ame tea tribe nohoi amak assmot st deboporanai Aru Jharkhandnot goi dom dikhai ase

  • @manojtudu7786
    @manojtudu7786 3 дня назад +3

    Tea tribe kuwa Nahi adivasi koise😅😅😅😅😅

  • @eljushdhanwarofficial8207
    @eljushdhanwarofficial8207 2 дня назад

    Sah janagosti buli koise neki haa borbok ...

  • @CartoongameTV-i3k
    @CartoongameTV-i3k 3 дня назад

    Oh tene hole amar ma deutay chainese logot Kam kori asil

  • @PutulNag-f8g
    @PutulNag-f8g 5 часов назад

    Adivasi hoi sahjongusti nhoi

  • @sanjaykujur9946
    @sanjaykujur9946 2 дня назад

    Oi sudur bhai toi Tamul Jonogosthi hoi. 👊

  • @Silbeustappna
    @Silbeustappna День назад

    🙏🏹🏹🏹 Johar aadivasi asam ka aadivasi ka janjati Karan Sarkar Dena chahie BJP Sarkar dega dega bolkar Aaj Tak nahin diya aadivasi aadivasi ka speaker nahin diya Mehandi pata mitti ka nahin diya BJP Sarkar aadivasi ko har time jhutha bolata hai hay election panchayat election commission BJP vote power Lage aadivasi mor dabi janjati Karan st orm imandari aadivasi aadivasi jivan daliya se RUclips pura Kori bolegi vah BJP Sarkar ne Holi Panchayat election vote Nidhi BJP aadivasi jivan Mul Allahabad Jay aadivasi Jay

  • @binuoraon2623
    @binuoraon2623 3 дня назад +1

    Jharkhand CM Hemont Suren... Cha jonogusti nai kuwa.. Aapuni misa koise... 😅😅😅

  • @raphaelekka7864
    @raphaelekka7864 22 минуты назад

    How can u say we are tea tribe,do you know our history? If u don't know our history then don't say tea tribe. We are adivasi, you can say Adivasi not tea tribe

  • @rengamardi1095
    @rengamardi1095 3 дня назад +1

    আপোনাৰ মতে হিমণ চৰেন নে আইন খন নাজানে ।

  • @SantoshToppo-j2s
    @SantoshToppo-j2s 2 дня назад

    Mor ata abu Assam mot mori gol aru aponi ki kotha koi ase

  • @NokulMajhi-b7h
    @NokulMajhi-b7h 2 дня назад

    Thik ase amak jarkhondon jaga diyok

  • @moneswarmurmu4552
    @moneswarmurmu4552 2 дня назад

    we are adibasi not cha jono gosti

  • @user-ct9fl8ob6z
    @user-ct9fl8ob6z 10 часов назад

    Adivasi ko st Dena hoga

  • @suphalghatowal3921
    @suphalghatowal3921 2 дня назад

    Apunar kathat moi ekmot.

  • @Shortcreat222
    @Shortcreat222 2 дня назад

    Kar ki khyomota ase ami janu kokai

  • @manaminjminj
    @manaminjminj 2 дня назад +1

    Adivasi ❤❤❤

  • @BojelHasda
    @BojelHasda 2 дня назад

    Ami sa jonojati kobo nalage adivasi he apuni ki jana

  • @NarayanHasda-j3q
    @NarayanHasda-j3q 3 дня назад

    R.. G.. I.. a diya pasot kiyo diya huwa nai kiyo...

  • @georgesoreng458
    @georgesoreng458 3 дня назад +1

    Don't call us sa jonojati the CM of jharkhand also never mentioned sa jonojati and where you got the right to call us sa jonojati stop calling us sa jonojati..........

  • @gobindabenia6928
    @gobindabenia6928 2 дня назад

    Aponi bornji poda usit

  • @Monuranjanjunashofficial
    @Monuranjanjunashofficial День назад

    The government of Assam should give basic rights to the tribals

  • @niloymajhiniloymajhi3103
    @niloymajhiniloymajhi3103 2 дня назад

    Amak adibasi kobo

  • @babalugorhjikaram2601
    @babalugorhjikaram2601 2 дня назад

    Oi dada bise jana dakhaisa na

  • @paulsoren-z7d
    @paulsoren-z7d 2 дня назад

    Hemanta should sent recommendations to central government. So fur he didn't speak about adivasi development in any houses. Instead of that he used divide and rule policy