ডাঙৰ খবৰ।মহিলাগৰাকী সাহস আছে ।বিজেপী মুখপাত্ৰক বৰ বেয়াকৈ জাৰণ।মোডী আৰু মামাকো দিলে/virel news

Поделиться
HTML-код
  • Опубликовано: 15 май 2024

Комментарии • 231

  • @dharmeswarsarmah6298
    @dharmeswarsarmah6298 20 дней назад +38

    কমল‌মেধী‌ আৰু আমাৰ গাঁৱৰ প্ৰতি‌ ঘৰ মানুহৰ চুৱা‌ পাতনীত‌ চুৱা‌ খায় ফুৰা‌ কুকুৰটোৰ মাজত পাৰ্থক্য একো নাই। এইবাৰ বিজেপিৰ। চুৱাপাতনিত।অহা কালিলৈ কাৰ‌‌ চুৱা পাতনীৰ‌ আলহি‌ হয় তেও নিজেই নাজানে। গতিকে এই জনৰ কথাক অসমৰ সাধাৰণ ৰাইজটো বাদেই‌পথত ঘুৰি ফুৰা কুকুৰ কেইটাইও‌ গুৰুত্ব নিদিয়ে

    • @user-vu7wb7eh7s
      @user-vu7wb7eh7s 13 дней назад

      Kamal Kumar Medhi namar manuhjan anekua badali jabo parey bhabibo nawari.Ajikali teuwor bhakhan khuni bhal nelagey

  • @abdulhekim5770
    @abdulhekim5770 21 день назад +17

    কমল মেধি, evm ঠিকে থাকিলে অসমত BJP য়ে ৫-৭ খন তকৈ বেছি আখন নাপাব।

  • @subhashsut2215
    @subhashsut2215 22 дня назад +39

    কমল মেধি ইয়াৰ পাছত কোন দলত যাব ।

  • @harekrishnabora6743
    @harekrishnabora6743 22 дня назад +64

    কমল মেধিৰ কথা শুনিবৰ ইচ্ছা অসমবাসীৰ নাই। তেওদেখোন আজি এটা দলত কালি এটা দলত। ভবিষ্যতে কোন দললৈ যাব তেও?

    • @mintukrbrmn.95
      @mintukrbrmn.95 22 дня назад +1

      AIUDf

    • @binapanitalukdarbinapanita2559
      @binapanitalukdarbinapanita2559 22 дня назад +2

      কমল মেধি তোমাৰ চকু কান নাক মুখ নাই নে কি তুমি দেখো আজি এটা দল কালি এটা দলত জোগ দান কৰে।চোৱালেটিয়া টোৱে দেখো তোমাতকৈ কমকৈ বাগৰে ।নমস্কাৰ কমল মেধি।

    • @binapanitalukdarbinapanita2559
      @binapanitalukdarbinapanita2559 22 дня назад +2

      কমল মেধি তুমি ১০ বছ বিজেপিত আছিলা নে।পেত বেলেগত পুহিলা আৰু মুখ খন বেলেগত লগালা নহয় জানো।

    • @pradiphandique9005
      @pradiphandique9005 10 дней назад

      Kamal medhik ki karonot talk show bilakot mate buji napao. Teo manuh hoi ne

  • @khagenkakati6380
    @khagenkakati6380 21 день назад +14

    হিমন্ত দাদা গিৰি আৰ পুলিচ নিজৰ পকেটত ৷যিয়ে বিপক্ষে কৰিব জেলত সোমোৱাব তাৰ ভয়ত case দিয়া নাই৷চুৰৰ দল Bjp

  • @bichitrakhargharia4150
    @bichitrakhargharia4150 22 дня назад +29

    এই কমল কুমাৰ নামৰ মানুহ জন ডলাৰ বগৰী নহয় জানো এওঁ কথা শুনিব লৈ মন‌ নাই।

    • @hbk..6107
      @hbk..6107 22 дня назад +1

      ডলাৰ বগৰী ইয়াকে কয😂😂😂

    • @HajratAli-rm8pv
      @HajratAli-rm8pv 21 день назад

      Kamal, Kumar Medhiagn,laz,nothokamanu

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc 22 дня назад +23

    কমল মেধিৰ বেলেঞ্চ অসমৰ ৰাইজে জানে ?

  • @eldrinkoch3656
    @eldrinkoch3656 22 дня назад +38

    এইটো কমল নহয় নে এইটো দেখুন আৰু একোপ চ'ৰা ...১৪ খনেই BJPয়ে পাব...এইটোৰ লাজ লাগিছে নে নাই ...ছিঃ

  • @beautykonwar427
    @beautykonwar427 21 день назад +9

    অৰ্থ নাই কিয়া মেধি হোৱাটো হে সকলোয়ে চকু দিলে, এনেকুৱা ফালটো নেতাকে কথা ক'বলৈ দিয়েগৈ। আমি ইহঁতৰ কথা নুশুনু

  • @ranjitduttaey3967
    @ranjitduttaey3967 22 дня назад +24

    নেওগ বাইদেউ আপুনি একেবাৰে শুদ্ধ কথা কৈছে এই সকলে মাত্ৰ বিৰুদ্ধীৰ ভয়ত আবুল টাবুল বকিছে আৰু এই বিজেপিৰ মিছলীয়া প্ৰতিশ্ৰুতিৰ টেঙা আম বেছিব নোৱাৰে জয় আই অসম

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc 22 дня назад +13

    মানুহে বিজেপি দলক ভাল ধৰনে বুজিলে ,২৬ লৈ অপেক্ষা কৰক ?

    • @boonsaikia8526
      @boonsaikia8526 21 день назад +1

      26 ot himonto Tezpur mantel hospitalot

  • @dwijenkhanikar7582
    @dwijenkhanikar7582 21 день назад +6

    কমল মেধি ডাঙৰীয়াক প্ৰথমবাৰ ৰাইজৰ দলৰ পৰা বহিষ্কাৰ হ'ল, দ্বিতীয়বাৰ আপ আদমী পৰা বহিষ্কাৰ হ'ল। এইবাৰ বিজেপিত, বাঃ মেধি ডাঙৰীয়া বাঃ ।

  • @lulalu6707
    @lulalu6707 21 день назад +6

    জেনে গুৱাহাটীৰ বেলেট বাকছ শিৱসাগৰ পালেগৈ কেনেকৈ বিজেপি

  • @user-ql5mk4qb2x
    @user-ql5mk4qb2x 22 дня назад +6

    Bjpবেপাৰীবোৰে চোৰত ধৰা নপৰিব লৈহে হাই উৰুলী কৰি পলায়

  • @nitudeka-ks1sc
    @nitudeka-ks1sc 22 дня назад +15

    তহঁত যহৰা বিলাকে ৪০০ পাম পাম বুলি চিঞৰি আছ । বিৰোধী পক্ষই কোৱা নাই নহই ।

  • @nripenborgohain201
    @nripenborgohain201 21 день назад +5

    কমল মেধি বগৰা মানুহ উন্নতি একো হোৱা নাঈ - মিছাকথা উন্নতি হৈআছে

  • @satyenborgohain5683
    @satyenborgohain5683 21 день назад +6

    প্ৰতিটো দলৰে নিজা নিজা কিছুমান বৈশিষ্ট্য থাকে । যিবিলাক বৈশিষ্ট্য আন দলৰ লগত নিমিলে । তেনেস্থলত মেধি বোলাজনে কেনেকৈ এইদৰে বিপৰীত আদৰ্শৰ দলত যোগদান কৰি নিজকে অন্ততঃ কথা ক'বৰ কাৰণে প্ৰস্তুত কৰিছে , তাকহে বুজি পোৱা নাই ।

    • @Himangshu11
      @Himangshu11 10 дней назад

      যিমানেই বকি নেথাকক কিয় কেন্দ্ৰত বিজেপি চৰকাৰ হবই।

  • @monuwarabegam5708
    @monuwarabegam5708 22 дня назад +13

    কমল মেধি দলাৰ বগৰি তেখেতৰ কথা ৰাইজে গুৰুতই নিদিয়ে 😅😅😅😅

  • @PareshRegon-ns2vl
    @PareshRegon-ns2vl 22 дня назад +16

    Rahul Gandhi jindabat gourav gogai jindabat

  • @khalilurrahman847
    @khalilurrahman847 22 дня назад +13

    এই কমল কুমাৰ জনক কিয় মাতে আপোনালোকে । এই জনৰ দৰে দলাৰ বগৰীক মাতিলে Talk show টো চাই ভাল নালাগে। এওঁলোকে কথা কব জানো বুলি ভাবি বলকি থাকে। স্থিতি নোহোৱা বোৰ

  • @arunrabha271
    @arunrabha271 22 дня назад +14

    কমলে অলপ বেছিকৈ চেলেকিবলৈ পালে নেকি ঐ?

  • @bipulborah1718
    @bipulborah1718 22 дня назад +42

    এই মেধি বোলা জন এইবাৰ বিজেপি হ'ল নেকি ? কিমান দিনলৈ ডেপুটেশ্চনত গৈছে, সেই টোও জনাবচোন দেই দাঙৰীয়া 😢😢😢😢😢😢😢

  • @hndekari8011
    @hndekari8011 22 дня назад +5

    মিছলীয়া বিজেপি, মিছলীয়া প্ৰধানমন্ত্ৰী। মিছলীয়া এওঁলোকৰ নেতা-পালিনেতাও । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাজানে নে মুছলমান এক ধৰ্ম নাইবা জনগোষ্ঠী? ইছলাম বুলি শব্দ এটা আছে তাক পাহৰিলে নহ'ব দেই।।

  • @ranjangogoi6918
    @ranjangogoi6918 22 дня назад +6

    কিছু মান ৰাজনৈতিক নেতায়ে নিজৰ জীৱন বচাবলৈ বেলেগ দললৈ গুচি গৈছে, মাননীয় কমল কু মেধি ডাঙৰীয়াই ,কি বচাবলৈ সঘনাই দ'ল বন্ধু সংগঠন এৰি এলাগী হৈ পলাই বাই বাই তা তা কৰে। সাঁথৰ।

  • @ManoranjanBrahma-og7qk
    @ManoranjanBrahma-og7qk 21 день назад +4

    দল বাগৰা কমল মেধি, লাজ কাণ নোহোৱা মানুহ জনৰ কথা শুনিব নে অসম বাসীয়ে ???

  • @ArunHazarika-xi9ep
    @ArunHazarika-xi9ep 22 дня назад +8

    ৰাইজ মনে মনে থকা মানে কি বুজি পোৱা নাই হবলা

  • @lutforrahman7801
    @lutforrahman7801 22 дня назад +4

    এই কমল কুমাৰ মেধীয়ে কিমান দল সলালে তেও ভাগৰি পৰা নাইনে?৷

  • @sayakborbora9332
    @sayakborbora9332 13 дней назад +1

    ৰাম মন্দিৰ নিৰ্মাণ supreme court ৰ ৰায়।এই কথাতো এজন মুখ্যমন্ত্ৰীয়ে জনাতো উচিত,নাজানিলে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ -ছাত্ৰীক শুধি লব লাগে।

  • @user-if3td6io4h
    @user-if3td6io4h 21 день назад +4

    মাননীয় শৰ্মা মহোদয় জেলত যাবলৈ সাজু হৈ থকা টোয়ে ভাল হ'ব যেন অনুভৱ হয়

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 22 дня назад +16

    মুখত এটা কামত বেলেগ এটা,,,,চাৰৰ এইটোৱেই মূল কথা। কমল যত হাৰন টত

  • @pompipatgiri
    @pompipatgiri 22 дня назад +5

    এওঁ।লোকে।মোদী।।হিমু ৰ।।বাহিৰে।ভাৰতক। স্বাধীনতা।কোনে।কৰিছিল।। নিজৰ। নিজৰ। ককাকৰ।পৰা।জানিব।লাগিব

  • @user-gh9yz7qm8o
    @user-gh9yz7qm8o 22 дня назад +14

    এজনৰ মুখ চাবৰ মন নাই দিয়ক। অলপ শুনিয়ে আতৰিলোঁ।

  • @RehanAhmed-re9lo
    @RehanAhmed-re9lo 17 дней назад +2

    Congress jindabad Congress ji ki boy❤❤❤❤

  • @pradipborah526
    @pradipborah526 22 дня назад +3

    Good speaking INDIA allience for the nation and country

  • @AssameseVoicestory-im5ym
    @AssameseVoicestory-im5ym 21 день назад +2

    কমলক হেনো এই বাৰ মূখ্য মন্ত্ৰী পাতিব।

  • @nitudeka-ks1sc
    @nitudeka-ks1sc 22 дня назад +4

    BpF ৰ সমৰ্থক কিয় পুলিচে এৰেষ্ট কৰিলে ।

  • @Jkonwa
    @Jkonwa 21 день назад +2

    Bidisa ba Very good speech 🇮🇳 🇮🇳 🇮🇳 👌 👌👌

  • @birengogoi9889
    @birengogoi9889 21 день назад +2

    ইয়াৰ পিছত মেধি কলৈ যাব।

  • @BalaramBasumatary-yr5jp
    @BalaramBasumatary-yr5jp 22 дня назад +5

    Jonmoni Rabha kio niyai nafale C M and party leaders?

  • @mahendragogoi4601
    @mahendragogoi4601 21 день назад +2

    কমল মেধি ডলাৰ বগৰী- তেওঁৰ কথাৰ কি মূল্য আছে ?

  • @boruahhoren4850
    @boruahhoren4850 21 день назад +2

    মিছা কথা মেধি য়ে কৈ লাভ নাই।জনতাই সকলো জানে

  • @tamannamuskan3552
    @tamannamuskan3552 21 день назад +6

    কমল মেধি এটা ফতূবা ।সুবিধা বাদী।দলাৰ বগৰি । তলেদি কংগ্ৰেছৰ বন্ধু এজনৰ লগত কথা পাতি থৈছে । বি জে পি চৰকাৰৰ ভিতৰত সোমাই কথা বোৰ জানি থৈছে । তেতিয়াই ৰাজনীতি কৰিব পাৰিব ।

  • @user-kj9cb8zz5q
    @user-kj9cb8zz5q 22 дня назад +3

    Kamal Medhi eta dolar bogori.

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 22 дня назад +2

    কমল মেধিক কিয় মাতিলে।ইয়াৰ যাবলৈ আৰু কোনো দল নাই।

  • @AshubodhKalita
    @AshubodhKalita 21 день назад +1

    ডলাৰ বগৰীৰ আছে কিবা কাম , সুবিধা হতকিমান দিনখাবি এনেকৈ?

  • @harennath6375
    @harennath6375 13 дней назад

    কমল মেধীৰদৰে ব্যক্তিক আমন্ত্ৰণ কৰি , মুখাসলাই দিয়া ভাষণ শুনিবলগা হোৱাটো দুৰ্ভাগ্যজনক !

  • @atimaramorpitrimatriguru8543
    @atimaramorpitrimatriguru8543 22 дня назад +1

    ধেৎ
    ৪০০ পাৰ কোনে আৰম্ভ কৰিছে ?
    INDI এলায়েঞ্চ ?
    ND এলায়েন্স।

  • @user-tu2do7it2s
    @user-tu2do7it2s 10 дней назад

    মেধি তুমি নিজকে কিমান জনপ্ৰিয় বুলি ভবা।দল বাগৰাৰ পৰাই জনি থ।

  • @SunitBorah-tx4mk
    @SunitBorah-tx4mk 22 дня назад +3

    Kamol medhi aponi misa matise . Dibrugart e.v.mr bikhanggoti hoisil.

  • @user-hc8fj7gp1h
    @user-hc8fj7gp1h 8 дней назад

    কমল মেধী বাপু আৰু কিবা দল আছে নে বিছাৰি থাক ।
    আপোনাক নো কনে ভোট দিব ।
    আপোনাক ভৱানীপুৰ সমস্তি বাসিয়ে কিমান ভোট দিচিল লিচখন ভালকে চাইলোৱা ।আপোনাক দালাল বুলি ভৱানীপুৰ বাসী ভালদৰে জানে ।

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n 13 дней назад

    বাৰদললৈ জাপ মৰা জনক যে বিতৰ্কত ভাগ লবলৈ মাতিছে বিজেপি ৰ আন মানুহ নাই নেকি অতি কষ্ট কৰা বিজেপিৰ তৃণমূল কৰ্মী সকল কলৈ গ'ল

  • @prabinkumardad536
    @prabinkumardad536 22 дня назад +2

    4 Jun r pisot Ed CBI aahi pokor maribo

  • @darpansenapoti3892
    @darpansenapoti3892 21 день назад

    হিমন্ত ৰাজনীতি জগতৰ অসমৰ ভোটাতৰা মনত ৰাখিব ।ভাৰতে তেওক আকোঁৱালি লৈছে ।তেও বহুত জনা মানুহ।মোদী পিছত তেও বহু দুৰত নহয় ।এইবোৰ অলাগতিয়াল কথা পাতিছে ।অদকাৰী

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n 13 дней назад

    এতিয়া ছছিয়েল মেডিয়াৰ যুগ
    অন্ধ হৈ থকাৰ যুগ নহয় মানুহে ভাল ক ভাল বেয়াক বুলি কবলৈ সাহস পাইছে

  • @user-gi3go6qq7m
    @user-gi3go6qq7m 22 дня назад +2

    Congress will form govt. Wait four june

  • @KIRANSAIKI
    @KIRANSAIKI 22 дня назад +2

    Kamal madhi aibar BJP hariba tumi kot jaba!

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s 22 дня назад +3

    মেধি বোলাজন BJP পালেগৈনেকি?

    • @jugeswarphukan9726
      @jugeswarphukan9726 22 дня назад

      Bjp.mnuhbur.anekuai.asal.bjpase.janu.sab.doinambar.bjp.ehate.bjp.harile.akukundalatjaba.

  • @binoychutia1292
    @binoychutia1292 21 день назад +1

    কমল মেধি, বি জে পি ত কিমান দিনলৈ।

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf 21 день назад +1

    ঔ মেধি ওলাই দলাই বগৰী

  • @lnbora7529
    @lnbora7529 22 дня назад +3

    Lajloga naine medhi

  • @diptabarman2507
    @diptabarman2507 22 дня назад +1

    পাছত চাম। টোপনি ধৰিছে। Thank you

  • @user-gi3go6qq7m
    @user-gi3go6qq7m 22 дня назад +1

    Negog baidew thanks to you for correct anser

  • @puspadhardowarah1932
    @puspadhardowarah1932 22 дня назад +1

    I could not help praising hearing the speeches of congress spokesman.I am unwilling to hear the speech of Kamal Medhi.

  • @eyakubali336
    @eyakubali336 22 дня назад +1

    কমল এই জন ডলাৰ বগৰী ,,😂 কিয় মাতিব লাগে অন্তত পালি নেতা এজনক মাতি আনি লে ❤❤ভাল আছিল। । ❤

  • @MoktarHussain-re3pl
    @MoktarHussain-re3pl 21 день назад +1

    Medhi k minister lage

  • @abdulbariquesheikh215
    @abdulbariquesheikh215 13 дней назад

    এইজন কমল কুমাৰ মেধি ,nilaj মানুহ কিমান দল বদল কৰিবা, আজি বোলে কংগ্ৰেছ বেয়া ,কালি আছিল বিজেপি বেয়া ,আগত আছিল ৰাইজৰ দল বেয়া ,চি চি ধিক্কাৰ কমল মেধিক,টকা লভি লাজ নোহোৱা । তুমি ৰাজনীতি বাদ দিয়া কৰবাত চা দোকান খুলি বহি থাকা

  • @anowarulislam8286
    @anowarulislam8286 12 дней назад +1

    4 th may madhir evmr tacnic olai poribo bjpr aitoi vorosha, karon teoloke jane amar ec kiba nohoy kiba koriboi chintar karon nai heye teoloke koy 4 th may result sabo.

  • @arupdas8897
    @arupdas8897 22 дня назад +1

    Jharkhandat Hindu Muslim politics assamat Hindu Muslim bhaai Bhai Muslim vote nalage buli koi pisat bharit paribalagiya hol kene dharane rajneeti public agat kari bahut educated aru matured hol missa katha basi din nasale

  • @mnfilmproductionassamese6105
    @mnfilmproductionassamese6105 21 день назад +1

    ডলাৰ বগৰীৰ কথাৰ কি অৰ্থ আছে।

  • @anilmedhi2494
    @anilmedhi2494 14 дней назад

    কমল মেধি আছলতে এটা সুবিধাবাদি।

  • @pratimagogoi7148
    @pratimagogoi7148 22 дня назад +1

    কমল মেধি দল বাগৰা কথা কোনে শুনি ব ।

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 22 дня назад +1

    Principle nathoka Dolar Bogori Neta Kamal Kumar Medhik Talk Showt Sthan nidiyai val.

  • @riyanproduction8219
    @riyanproduction8219 22 дня назад +1

    Bjp এইবাৰ বেয়াকৈ মৰিল

  • @Priyanshu_MCPE
    @Priyanshu_MCPE 21 день назад +1

    Kamal medhi kotha kunubai biswas koribo janu

  • @bishnuraisarma-ip2je
    @bishnuraisarma-ip2je 12 дней назад

    কমল মেধিৰ কথাৰ কোনো মূল্য নাই। ই দল বাগৰালোক।

  • @akashdowari3479
    @akashdowari3479 22 дня назад +1

    এই মেধি বোলাটো ৰ লাজ লগা নাই নে

  • @NibaranDutta-gm6pn
    @NibaranDutta-gm6pn 12 дней назад

    এইজন কমল মেধি নে ডলাৰ bagari?ই আৰু কিমান ৰ পদ লেহণ কৰিব।satukAr karabar

  • @Rishiyt1234
    @Rishiyt1234 20 дней назад

    মেধি এজন 2নম্বৰীও নহয় হি এজন 4 নম্বৰী মালহে ।

  • @user-by8ou7lc8b
    @user-by8ou7lc8b 22 дня назад

    Mohila
    Jone
    Khub
    Sundor
    Katha
    Koise

  • @user-tg4ue6eh1d
    @user-tg4ue6eh1d 20 дней назад

    ❤❤ Welcome Congress 🙏🙏

  • @user-tu2do7it2s
    @user-tu2do7it2s 10 дней назад

    একে বাৰে মিছা কথা কথা কৈছে ।কোনো o B C s c St সংৰক্ষণ কোনো ব্যবস্থা নললে

  • @KhalilurRahman-dd6oc
    @KhalilurRahman-dd6oc 21 день назад

    আজি হিমন্ত বিশ্বয়ে ধৰ্মৰ বিৰুদ্ধে বক্তৃতা দিয়ে। কিন্তু মুচলমানে যদি এটা মিলাপ্ৰিতী কথা কয় তেতিয়া ধৰ্ম দ্ৰোহী দেশ দ্ৰোহী বুলি চেনেল বোৰে প্ৰচাৰ কৰে আৰু দেশ বিৰোধী বুলি প্ৰচাৰ কৰে। তেনেহলে হিমন্তৰ বিশেষ কি কয়

  • @hiranyanathbora269
    @hiranyanathbora269 20 дней назад +1

    Medhi dangoria b.j.p r. Pasat kuntudol

  • @mrs.mamtazbegum1470
    @mrs.mamtazbegum1470 21 день назад +1

    Selute he congressi sherni ❤😊

  • @user-tn3yu4ue2g
    @user-tn3yu4ue2g 17 дней назад

    কমল মেধিৰ কথা কাৰ দলৰ কথা কব বুলি শুনিবলৈ ৰৈ থাকিম|

  • @user-tg4ue6eh1d
    @user-tg4ue6eh1d 20 дней назад

    Aibar nijor ghorote Ram mandir Bonai Lobo Sr .

  • @Barpeta-js7jb
    @Barpeta-js7jb 21 день назад +1

    Evm ঠিক থাকিব লাগিব

  • @ghanaborah
    @ghanaborah 22 дня назад +1

    Supthakak Madhi

  • @shriatiramrabha9388
    @shriatiramrabha9388 20 дней назад

    শিয়ালৰ জাকজাক সিংহৰ এটাই হঙক।

  • @jitubarman6162
    @jitubarman6162 20 дней назад

    ই কমলে ২৬ চনলৈ বিজেপি দলত থাকিব পাৰিবনে ৷

  • @Barpeta-js7jb
    @Barpeta-js7jb 21 день назад

    ধৰ্মনিৰপেক্ষ হব লাগে ৷ধৰ্মক ৰাজনীতিত আনিব লাগে

  • @sibanathburagohain7573
    @sibanathburagohain7573 22 дня назад

    ওহ ওহ ওহ

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k 22 дня назад +2

    Valvdila bidew

  • @deepborah4211
    @deepborah4211 9 дней назад

    ৰং সলোৱাত ঠিক আছে।

  • @rokibulhussain7286
    @rokibulhussain7286 22 дня назад +1

    Next PM Rahul Gandhi

  • @minahazarika7578
    @minahazarika7578 21 день назад +1

    কমল নে ছমল টেতুৰ লৈকে ধন পালে

  • @ghanaborah
    @ghanaborah 22 дня назад +1

    Kamal Madhi Gadaar Aasamiak Thagise

  • @mukutborah4081
    @mukutborah4081 21 день назад

    আমিও ভাৰত সংবাদ ছাই আছো, ১৭০ খন আসন বিজেপি পাবলে টান আছে।

  • @budheswarnath6516
    @budheswarnath6516 21 день назад

    অ' সন্মানীয় কমল কুমাৰ মেধি এইবাৰ বিজেপি ৰ মূখপাত্র হল গৈ নেকি? নাহ ৱাহ 😂😂

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1r 19 дней назад

    কমল মেধি বোলা জনৰ স্থিতি নাই তেওঁ কথা বিলাক ৰ মূল্য কোনে দি ব