Rakibul Hussain | '২৬ ৰ আগতে গাদী যাব মুখ্যমন্ত্ৰীৰ’‘ মন্তব্য নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুচেইনৰ N18V

Поделиться
HTML-код
  • Опубликовано: 1 окт 2024
  • Rakibul Hussain | '২৬ ৰ আগতে গাদী যাব মুখ্যমন্ত্ৰীৰ’‘ মন্তব্য নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুচেইনৰ N18V
    #news18assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #rakibulhussain #himantabiswasarma #congress #Rajivbhawan #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 609

  • @gopalbiswas1990
    @gopalbiswas1990 3 месяца назад +192

    প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল দুয়োজন মুখ্য মন্ত্ৰীকে কন্দুৱাইছে ভাৰত বৰ্ষৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই অনুসৰি হিমন্তই এদিন হলেও কান্দিব লাগিব।

    • @AbudulaAli
      @AbudulaAli 3 месяца назад +11

      গোপাল বিশ্বাস সচা কথাবোৰ ইমান চিধাই কব লাগেনে ?

    • @manojdeka5200
      @manojdeka5200 3 месяца назад +2

      😂😂😂😂

    • @sabetrigamang5975
      @sabetrigamang5975 3 месяца назад +7

      আনক দুখ দিলে নিজেও পোৱা যায়।।।। সেইটো একেবাৰে সঁচা কথা।।।

    • @Shidhu4605
      @Shidhu4605 3 месяца назад

      Raino

    • @kalpana8855
      @kalpana8855 3 месяца назад +7

      পিয়াজে গৌৰৱ চাৰৰ ভয়ত টুপাই বুৰ মাৰিছে। ৰকিবুল চাৰ আপোনালৈ ধন্যবাদ জনাইছো।🎉🎉 বেকা মুৱা বিলাকে এতিয়া উত্তৰ দিয়ক।

  • @dilipkalita310
    @dilipkalita310 3 месяца назад +23

    ধুবুৰীত বাবেহে জিকিলি, বেলেগত হ'লে ২৬ত ভোত খেলিব নোৱাৰাকৈ হাৰিলিহেতেন। কংগ্ৰেছত থাকোঁতে তহতে কি কৰিছিলি অসমৰ ৰাইজে জানে, ৬০ বছৰে একো এডাল নকৰিলি। এতিয়া তহতৰ বাবে নিবনুৱা সমস্যা, মূল্য বিদ্ধি বানপানীৰ লগতে অসমৰ আটাইবোৰ সমস্যা গছত লগা ফলৰ দৰে হৈ পৰিছে। চিগি আনিবি আৰু ৰাইজক বিলাই দি সমস্যা বোৰ দূৰ কৰিবি, তহতৰ কাৰণে আজি অসমীয়াৰ এই অৱস্থা। আৰু তহতৰ দৰে মানুহবোৰ থাকিলে গৌৰৱ গগৈৰ দৰে ভাল মানুহেও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। তহতৰ আগতে কৰা ভূলৰ বাবে আজি অসমীয়া জাতিটো লজ্জিত লাঞ্চিত আৰু নিথৰুৱা হ'ব লগা হৈছে।

    • @MrinalkantiMalakar-q9k
      @MrinalkantiMalakar-q9k 3 месяца назад

      Une jokon conggars a chilan. Tokon ..chakri holo 5lak 10lak ..ar ...goreb manus ar chakri holo na...ar akon gora gora Chakri...

    • @protimadutta2890
      @protimadutta2890 3 месяца назад +3

      হিমন্তই কংগ্ৰেছত থাকোতে কি কৰিছিল ????

    • @Pilistine
      @Pilistine 3 месяца назад

      Xosa kotha koisa dipika

    • @anantakalita6996
      @anantakalita6996 3 месяца назад

      Right

  • @BasuPegu-gf4yp
    @BasuPegu-gf4yp 3 месяца назад +164

    আপুনি ভাল কথা কৈছে
    , তাৰ চেহেৰা বহুত বেয়া হল আগতকৈ

    • @DibyaNath-nn1xt
      @DibyaNath-nn1xt 3 месяца назад +9

      তোৰ মুখখন চা কেলা আইনাত চুটমাৰণী কেলা ফাপৰে ধৰিলে কেলা জহৰা।

    • @VolaNath-jb6ys
      @VolaNath-jb6ys 3 месяца назад

      E koka deuta nati aru hati cenema koribo ,!!!

    • @laksheswarpathak5497
      @laksheswarpathak5497 3 месяца назад

      Yes brother puthi mase Pani powa jen hol ihotor

    • @gayatriborgohain239
      @gayatriborgohain239 3 месяца назад

      ​@@DibyaNath-nn1xttur nu Jolon kihor

    • @ankurok1969
      @ankurok1969 3 месяца назад

      Tuk kela eta sorot tur mukh bhangi dim sutmarni toi kela tur dom ase jodi address dibi sau tur kela kiman dom ase​@@DibyaNath-nn1xt

  • @monishadasorgen9233
    @monishadasorgen9233 3 месяца назад +16

    Cm 2026 st jindabad BJP

  • @jayantabora3728
    @jayantabora3728 3 месяца назад +14

    প্ৰশ্ন : অসমৰ মুখ্যমন্ত্ৰী কোন ?
    ‌‌উত্তৰ : অসমৰ মুখ্যমন্ত্ৰী "ৰকিবুল হুছেইন "
    ৰাইজ কেনেকুৱা লাগিব বাৰু শুনি ভাৱকছোন এবাৰ ভালকৈ 🤔😂
    সোনালী অসমখন যাৰ তাৰ ওচৰত গতাই নিদিব,‌ ১৫ বছৰ ৰাজত্ব কালৰ যদি সেই ভয়ানক পৰিস্থিতি হব নালাগে। আজিৰ অসমীয়াই অসম‌ নিচিনিলে অসম‌ ৰসাতলে যাব, অসমত আকৌ‌ সেই ১৫ বছৰৰ দৰে হিংসা, হত্যা, দুৰ্নীতি ,‌মৰাক‌ মাৰি‌ মাৰি খোৱা দৰে‌ নহ‌ওঁক।‌🙏

  • @KrishnaSarmah-ey5je
    @KrishnaSarmah-ey5je 3 месяца назад +4

    কিমান পালে তিনি খন পালে বেছি পালে কি কৰিলে হয় মানে

  • @bakulboruah2026
    @bakulboruah2026 3 месяца назад +4

    Gaurav Gogoi will be the CM of Assam in 2026

  • @RAHULRoy-ue2jd
    @RAHULRoy-ue2jd 3 месяца назад +29

    কথা ক'বলৈ আহিছে ঘোচ নেদিলে বাল এডালো নলৰিছিলে এগ্ৰিকেলচাৰ, পুলিচ, শিক্ষকৰ চাকৰিৰ দাম ৫ লাখ টকা আছিলে ৫ লাখ দিয়ক আৰু নিযুক্তি পত্ৰ লৈ যাওক ইমান সোনকালে পাহৰিলে নেকি আপোনালোকৰ ভ্ৰষ্টাচাৰ দূৰ্নীতি লুন্থনীৰ কাহিনী বাদ দিয়ক হে বাদ দিয়ক হে জনসাধাৰণে টো আমাকেই ভোট দিব লাগিব অসমৰ জনসাধাৰণটো পাগল বুলি ভাবিছিলি নে লাজ নোহোৱাৰ জাত

    • @gobindabarman8374
      @gobindabarman8374 2 месяца назад

      🎉 এতিয়া ঘোচ নিদিয়াকৈ কাম হয় নেকি?

    • @RAHULRoy-ue2jd
      @RAHULRoy-ue2jd 2 месяца назад

      @@gobindabarman8374 এখন তামোলৰো খৰচ নোহোৱাকৈ কেৱল মাত্ৰ নিজৰ মেধাৰ বলত Adre ত মই নিজে চাকৰি এটা পালোঁ সেয়েহে কংগ্ৰেছক ভোট দিয়া বিলাকক কওঁ যে এবাৰ হ'লেও কংগ্ৰেছৰ সেই কলা অধ্যায়লৈ মনত কৰক যেতিয়া ঘোচ নিদিলে অসমত নোম এডালো লৰচৰ নহৈছিল নিজৰ ল'ৰা ছোৱালীৰ ভবিষ্যতলৈ চিন্তা কৰক কাৰণ কংগ্ৰেছক ভোট দিয়া আৰু নিজেই মানসেনাক অসমলৈ নিমন্ত্ৰণ কৰি অনা একেই কথা কিবাকৈ আহিলে লুটিপুটি গোটেই অসমখনকে ঠিয়ৈ ঠিয়ৈ গিলিব

  • @Real12976
    @Real12976 3 месяца назад +10

    Fota lecture 😂😂😂😂😂
    🦏 Akha kori lav nai🙏

  • @sahadevnarzary448
    @sahadevnarzary448 3 месяца назад +16

    মিছা কথা নাজাই হিন্তবিশ্ব গাদি ৰাইজ।

  • @partharoy5158
    @partharoy5158 3 месяца назад +6

    Apuni koisil lurin jikibo kintu lurin harise😂

  • @lakshyajyotikeot3953
    @lakshyajyotikeot3953 3 месяца назад +14

    চামগুৰিত একো কাম কৰা নাই বাবে তেওঁৰ সমষ্টিতেই বিজেপি য়ে লীড ললে -- হেৰৌ , এটা ইলেকচন জিকিয়েই নিজকে আমেৰিকাৰ ৰাষ্টপতি বুলিয়েই ভাবি ল"লি নেকি ? গড মাৰি মাৰি খাস্তাং কৰাজন নহয় জানো ??

    • @himanjyotibora7320
      @himanjyotibora7320 3 месяца назад

      Kune gadho ye koise... 56-Samaguri LAC t Congress almost 86,500 vote r lead t ase ....

  • @RajibChangmai-je9yq
    @RajibChangmai-je9yq 3 месяца назад +89

    26 t Gogoi cm.

    • @rinkushivam8759
      @rinkushivam8759 3 месяца назад +3

      বিজেপি জিন্দাবাদ

  • @bipulkalita6608
    @bipulkalita6608 3 месяца назад +14

    এই জনক ২৬চত বিদাই দিব লাগে।

  • @bikashdeka2359
    @bikashdeka2359 3 месяца назад +22

    কাজিৰঙাৰ জীৱ কেইটালৈয়ে বেয়া লাগিছে 😢

  • @PradipSonowal-tk2rr
    @PradipSonowal-tk2rr 3 месяца назад +36

    আপুনি বনমন্ত্ৰী হৈ থাকোঁতে কাজিৰঙাত সদায়ে গড়হত্যা হৈছিল, সেই কথাটো অসমৰ কোনে নেজানে? ধোৱা তুলসী নহয় আপুনিও। ধুবুৰীৰ দৰিদ্ৰ মিঞা সকলৰ কিমান উন্নতি সাধন কৰে সেইটো সময়ত দেখা পোৱা যাব। অসমৰ চৈধ্যটা লোকসভা সমষ্টিৰ তিনিটাত বিজয়ী হৈ কংগ্ৰেছৰ জয় হোৱা বুলি নেভাবিব।

    • @rameshpayang7871
      @rameshpayang7871 3 месяца назад

      Hosa kotha

    • @rafikulali7825
      @rafikulali7825 3 месяца назад +5

      Sai thak o babu BJP bidai lobo hol

    • @mohidulislam8148
      @mohidulislam8148 3 месяца назад

      😂

    • @bikikumar8698
      @bikikumar8698 3 месяца назад

      Oi dhua kosarir jaat Sai thak BJP eibar bidai lobo. Eikhon BJP government holeu temporary nohoi bujiso ne dhus kosarir jaat sala.

    • @protimadutta2890
      @protimadutta2890 3 месяца назад +2

      তথাপিও হিমুৰ মুখত চূণ খানিলে ।

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn 3 месяца назад +8

    সপোন দেখা ভাল “ কংগ্ৰেছ আহিলে খিলঞ্জীয়া শব্দই নাথাকিব যেন লাগে ৷

  • @Karunakantaraykantaray-wl6bn
    @Karunakantaraykantaray-wl6bn 3 месяца назад +11

    Kaziranga ses kori desa

  • @SukraDharkakati
    @SukraDharkakati 3 месяца назад +27

    কংগ্ৰেছ আহিলে এনে কথা সুনি থাকিব পাব ৰাইজ।

    • @pankajjyotidas5576
      @pankajjyotidas5576 3 месяца назад +1

      Xonileo xonim kin2 mamak aro cm sabr man nai

    • @korobidas5121
      @korobidas5121 3 месяца назад +1

      পাকিস্তান ৰ সন্ত্ৰাসবাদী আনি সোমোৱাই লবহি !

    • @SabetriGamang
      @SabetriGamang 3 месяца назад

      Jen kukur ten Tangun...Apunar bebohare Apunar porisoy.
      ..

  • @DhantiHazarika-f6i
    @DhantiHazarika-f6i 3 месяца назад +6

    তই চিএম হবি অসমৰ। মাইকী মটা মাছ কিহব। ২৬ত নিলাজ অমেৰুদণ্ডী শিয়াল কংগ্রেচ মুদ্রা বাদ।

  • @ZarnaranidDas
    @ZarnaranidDas 3 месяца назад +8

    Rokibul jikise asomor durniti Gundaraj dangabaj arombo hobo

  • @nanghunpha
    @nanghunpha 3 месяца назад +13

    ৰাজনীতি হলেও সত্য সদায় জয় হবই ।

  • @krishnakamalneog927
    @krishnakamalneog927 3 месяца назад +5

    অসমত কংগ্ৰেছৰ অস্তিত্বই নাথাকিব ২৬লৈ

  • @UddipanGuitars
    @UddipanGuitars 3 месяца назад +9

    Apuni besi lecture nidibp

  • @jint465
    @jint465 3 месяца назад +17

    😂😂😂😂😂😂😂😂কাজিৰঙাত গড় মাৰিলি এতিয়া Dhubri বা কি মাৰে

  • @AbhishekSaikia-qf5ue
    @AbhishekSaikia-qf5ue 3 месяца назад +7

    বিজেপিয়ে যিমানখিনি ল'ৰা-ছোৱালীক সুবিধা দিছে কংগ্ৰেছৰ দিনত কি দিছিলে একোয়েই নিদিলে সেইটোৰ কাৰণে বিজেপি জিন্দাবাদ

    • @thedevogramstory7483
      @thedevogramstory7483 3 месяца назад

      Ki xubidha disa... Vai... BJP price bohaisa, toll tex logaisa caa anisa tar past apuni BJP support korisa hska apuni mohan... Apuni aji buji napaba apunr next generation kandiba apunlukr ai bhul krna...

    • @AbudulaAli
      @AbudulaAli 3 месяца назад

      ​@@thedevogramstory7483কংগ্ৰেছ এ যিবোৰ কৰিছিল আমি bjp এ বেচিম

  • @R.R.G-w8c
    @R.R.G-w8c 3 месяца назад +11

    আমাৰ সিন্ধু ধৰ্মৰ ৰক্ষা সিন্ধুই নকৰে, আপোনালোকে মন কৰিছে নে ৰকিবুল হোছেইন নিচিনা মানুহ কংগ্ৰেছত থকাৰ কাৰণে এটাও বেয়া কমেন্ট মোছলীম সকলে দিয়া নাই তেওঁ লোকে জানে যে কংগ্ৰেছে ই আমক সকলো ফালৰ পৰাই ৰক্ষা, power দিব। বিজেপিৰ লগত যোগ দিয়াৰ কাৰণে সিহঁতৰ নিজৰ পাৰ্টীকে সৰোৱাই দিলে, কিন্তু আজমলে যদি আজি নিৰ্দলীয় বা কংগ্ৰেছৰ হৈ থকা হ'লে কেতিয়াও নাহাৰে । কিন্তু খাৰ খোৱা অসমীয়াই এই বিলাক বুজি পাবৰ সময় হৈ গ'ল । জাগিব হৈ গ'ল নহ'লে এদিন মিয়াই অসমৰ পৰা অসমীয়াক খেদাব।

    • @korobidas5121
      @korobidas5121 3 месяца назад +1

      Right 👍

    • @snehashabnam4545
      @snehashabnam4545 3 месяца назад

      যুগ যুগ ধৰি মুছলমানে আপোনালোকক খেদিব কেতিয়াবা দেখিছে নেকি তেনে পদক্ষেপ হাতত লোৱা, তেওলোক কষ্ট কৰি খোৱা মানুহ, বি জে পি ৰ সামপ্রদায়িকতা ৰ বিৰুদ্ধে তেওলোকে ভোট দিছে, বিশ্বাস ঘাটকতাৰ বিৰুদ্ধে

  • @digantaboro476
    @digantaboro476 3 месяца назад +28

    হুছেন মহাশয় অসমত মাত্ৰ তিনিজনহে জিকিছে গতিকে অসমৰ জনতা কাৰ পক্ষত আছে

  • @R.R.G-w8c
    @R.R.G-w8c 3 месяца назад +8

    বাদ দিয়া হে কংগ্ৰেছী কেইটাৰ কাৰণে ৰকিবুল হোছেইন ও ভাল । কাজিৰঙা শেষ কৰিছিল সেই কথা পাহৰি গ'লে নহ'ব অসমৰ ৰাইজ।

    • @MITalukdar
      @MITalukdar 3 месяца назад +1

      Kazirangat atiau xomane Gor hotya hoi, kintu media ai coverage nokore, karon BJP

    • @R.R.G-w8c
      @R.R.G-w8c 3 месяца назад +3

      Dhruv subscriber ...... বিজেপিয়ে সকলো নিউজ চেনেল কিনা হেঁতেন সিমন্তই কি কি বিক্ৰী কৰিলে সেইবিষয়ে ও নোলালে হেঁতেন । সত্য লুকাই নাথাকে অসমৰ ৰাইজ বুধু নহয় ।

    • @snehashabnam4545
      @snehashabnam4545 3 месяца назад

      Kajiranga ses houte himanta bapere kot asil, andha bhakta

  • @pankajbora7263
    @pankajbora7263 3 месяца назад +11

    আমাৰ একো আশা নাই...মাত্ৰ কাজিৰঙা গড় কেইটা সুৰক্ষিত হৈ থাকিলেই হয়...

  • @sivakonch2767
    @sivakonch2767 3 месяца назад +4

    এইজনৰ দিনতে কাজিৰঙাৰ গড় কেইটাই কান্ধিছিল।

  • @manujdutta3243
    @manujdutta3243 3 месяца назад +23

    কংগ্ৰেছ কাৰ্য্যালয়ৰ বাহিৰত এই ভাষণ দিয়ক।২৬ ত আকৌ বিজেপিৰ চৰকাৰ হব।কাৰণ এতিয়াও ৯৩ তা সমষ্টিত বিজেপি জিকী আছে ।

    • @mukulbaruah1833
      @mukulbaruah1833 3 месяца назад

      Manuj Dutta toi ata monubadi,brahmonbadi, jatibadi jehadi kol tol t joga kul naikia jahora puali.

    • @rupamanineog2874
      @rupamanineog2874 3 месяца назад +3

      Right

  • @gafurali8916
    @gafurali8916 3 месяца назад +4

    পাচঁ (৫) বছৰৰ পিছে পিছে চৰকাৰ সলনি হোৱাটো প্ৰয়োজন।

  • @MinuBharali-x4e
    @MinuBharali-x4e 3 месяца назад +29

    Mur atai onurudh rokibul hosain siroloi Congress or pora ulai jua burok jaate ako haboti loi doltuk dhonkho nokoribo

  • @dipankardutta6882
    @dipankardutta6882 3 месяца назад +3

    আপুনি আগতে অসমৰ খাজিৰনা গৰ কেতা গুলি মাৰক আৰু অসমৰ কি কৰীৱ

    • @taj8724
      @taj8724 3 месяца назад

      Kiba proof ase nki ?

  • @SanjaySarma-yf1yc
    @SanjaySarma-yf1yc 3 месяца назад +13

    ৰাজনীতিত স্থায়ি কনো নহয়।উদাহৰন শআজমল

  • @gpprinter4372
    @gpprinter4372 3 месяца назад +4

    ৰাজনীতিত আহিলে চব একে হৈ যায় এইবাৰ কংগ্ৰেছ চৰকাৰ অহা হলে একে হল হয় বিজিপিয়ে কিছুমান সমষ্টিত সাৰিলে কিন্তু অহা দিনবোৰত বিজেপিয়ে ভাল কাম কৰিব কোনো জাতি ধৰ্ম প্ৰচাৰৰ নকৰি নিৰ্বাচন খেলি

  • @MahadevKarmakar-yg8cl
    @MahadevKarmakar-yg8cl 3 месяца назад +3

    Sim saror logot na lagibo 11 ta site paise rokibul or dam ase

  • @JahangirAlam-hd1lp
    @JahangirAlam-hd1lp 3 месяца назад +62

    Right kotha

  • @NandeswarDas-mm9go
    @NandeswarDas-mm9go 3 месяца назад +13

    Joi Jonmoni Rabha joi

  • @mrarunboruah782
    @mrarunboruah782 3 месяца назад +3

    বৰ্তমানলৈকে হিমন্তবিশ্ব শৰ্মাৰ সকলো কাম কাজ মই ব্যক্তিগত ভাবে ভালেই দেখি আছো ৷ মই বিজেপিতে ভোট দিম ৷ গৌৰৱ গগৈক দিম বুলি ভাবিছিলো নিদিলো ৷ কংগ্ৰেছ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ বুলি বেচিকৈ চিঞৰা কাৰনে নিদিলো ৷ কংগ্ৰেছৰ ভেৰনীয়া দালাল কেইটাৰ উৎপাত পাহৰা নাই নহয়

    • @snehashabnam4545
      @snehashabnam4545 3 месяца назад

      সেই দালাল কেইটা বৰ্তমান বি জে পি ত, আপুনি সেই দালাল কেইটা কে দিলে

  • @rrhino9337
    @rrhino9337 3 месяца назад +3

    Our Gourav gogoi upcoming CM Assam 2026❤❤
    Dolar bogorik aku bogorai nani bo plzzzz🙏🙏🙏🙏🙏🙏

  • @lakhikurmi3144
    @lakhikurmi3144 3 месяца назад +6

    নিজে Congress যে জিতা নাই, AJP + অখিল গগৈৰ বাবে হে, ৫০০০০ +৫০০০০+ CPIM ৪০০০০=১৪০০০০ ভোট হলে , কি হব...Mr Hussain Sir, Rhino বোৰে ভয় হৈছে চাগে....., বাকী বোৰ কি হব,

  • @jyotish5022
    @jyotish5022 3 месяца назад +4

    Bhostachari jail ot goi oo lass nai dangor dangor kotha Assamese jatir kotha aapuni kobo nalage

  • @SurenBoro-mv7tq
    @SurenBoro-mv7tq 3 месяца назад +6

    Kaziranga gorh bur xabodhan Rakibul Husain ahi ase. Tinita seet paye eman ahonkar 11 pale dekhon dinotei gorh ( Rhino) maribo.

    • @HussainAli-rh6pb
      @HussainAli-rh6pb 3 месяца назад +1

      Tention nolobo
      Ahise ahise homonto akise
      Akakhor botora loi....

  • @makhanborah7726
    @makhanborah7726 3 месяца назад +16

    হেইট ৰকিবুল তোমাৰ নিজৰ সমষ্টিৰ টোৱেই ৰাষ্টা নাই তুমি আকৌ MP হৈ কি উন্নয় কৰিবা । কথা কেইটা হলে জয় জয় মই মই

    • @ppp7979
      @ppp7979 3 месяца назад

      Atao unnoti nai rokibulor.poth beya dolong nai

  • @KrishnaDas-mc1lq
    @KrishnaDas-mc1lq 3 месяца назад +2

    Nagaon scnchowa krishna sir mai aasu

  • @niranjanborah6285
    @niranjanborah6285 3 месяца назад +15

    Dhuburit jiki tel bahil nki... Dom ase Jodi Himanta r against t kheli jik tar pst ktha kobi

    • @user-yf9ey7dc5e
      @user-yf9ey7dc5e 3 месяца назад

      Rajnitit aku e oxombhob nohoi hitler u harisil himanta nu ki bostu 😂

  • @noransonwal1200
    @noransonwal1200 3 месяца назад +17

    অসমৰ ৰাইজে এইবিলাক মানুহৰ কথাত ভূল জাব নালাগে এই বিলাক মানুহ একো বিশ্বাহ নায়

  • @Marigaonerpola
    @Marigaonerpola 3 месяца назад +8

    মানুহক ১০০০ এক হেজাৰ কৈ টকা দি পাছ কৰিছ

  • @pinudeka6165
    @pinudeka6165 3 месяца назад +4

    অসমত তোমালোকৰ কাম নাই, কেইখন আখনত জিকিলেনো ইমান দপদপাই আছে,

  • @miduldutta8798
    @miduldutta8798 3 месяца назад +10

    ধৰ্ম জ্ঞান আৰু মানৱতা জ্ঞানৰ বাবে যি কৰিছে D.HBS sir ৰে সেইটো কোনো অপৰাধৰ কাম নহয় ,
    বিজেপি জিন্দাবাদ ❤❤❤❤❤
    জয় শ্ৰী ৰামমমমমমমমমমমমমমমম 🙏🙏🙏

  • @hemenbaishya8850
    @hemenbaishya8850 3 месяца назад +3

    Ebar hindu elekat dangariya election kheli dekhuwak.

  • @IsfaqueMahen
    @IsfaqueMahen 3 месяца назад +5

    হিমন্ত বিশ্ব শৰ্মা এতিয়া বৈজ্ঞানিক হৈ গৈছে।

  • @anjumabegum-mm6zt
    @anjumabegum-mm6zt 3 месяца назад +3

    উহ:
    কমচে কম কাজিৰঙাৰ গড়কেইটা ৰক্ষা পৰিব দে

  • @debangaborah3344
    @debangaborah3344 3 месяца назад +5

    Dhubri t jiki emn dangor dangor kotha koi lav ni....asomr manuhe atya manuh sini pai kak voot dibo lage

    • @taj8724
      @taj8724 3 месяца назад

      Axomr manhui Sini pai karone tu jorhat ot Gaurav Gogoi zikil

    • @coconutcrab8959
      @coconutcrab8959 3 месяца назад

      ​@@taj8724 jorhat r manuh kita ke xikkhito de, baki khini r poha xuna nai karone bjp k vote dile 😂

  • @Sivasagar04
    @Sivasagar04 3 месяца назад +2

    আপোনালোকে স্হিতি সলনি নকৰিব ৰাইজে সহায় কৰিব আৰু ৰাইজৰ আসুবিধাবোৰ পূৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখক🙏🏻

  • @BituponBorah-mo7jg
    @BituponBorah-mo7jg 3 месяца назад +3

    Mama zindabad 2024 long life bjp zindabad

  • @balendra265
    @balendra265 3 месяца назад +14

    আপুনি এইবাৰ বাচি গ'ল, সংখ্যা লঘু সকলে এইবাৰ ভাবিলে এইবাৰ কংগ্ৰেছক ভোট নিদিলে তেওঁলোক জিকিব নোৱাৰিব। সেয়ে আপুনি ভাগ্যবাণী।

  • @ajoybasumatary6463
    @ajoybasumatary6463 3 месяца назад +3

    Mama Assamot buhut Lachit borfukhon olai ahise dekun?Loan loy Assamkon nosolabi sir, Noyarile sarender diyok? Assam basi - Long live

  • @pappudas7385
    @pappudas7385 3 месяца назад +10

    Apuni Duburi juar karone valei holl Kaziranga r Rhinos keita basi thakibo

  • @AbdulHasimLaskar-r4n
    @AbdulHasimLaskar-r4n 3 месяца назад +1

    Rokibul hussain zindabaad assam pradesh congress zindabaad

  • @rinkushivam8759
    @rinkushivam8759 3 месяца назад +3

    বিজেপি জিন্দাবাদ
    Congress য়ে আমাৰ জীৱন খাইছে
    টকা লৈ লৈ congress য়ে চাকৰি দিছে
    আমি টকা দিৱ নোৱাৰাৰ বাবে চাকৰি
    নাপালো --পঢ়া শুনাত ভাল হৈয়ো চাকৰি নাপালো
    চিল্লাই চিল্লাই লাভ নাই ডাঙৰীয়া
    সপোন দেখি থাকক
    চিল্লাই চিল্লাই থাকক

    • @snehashabnam4545
      @snehashabnam4545 3 месяца назад

      কংগ্রেছত চাকৰি নিদিয়া বাপেৰে কেইটা এতিয়া বি জে পি ত, তেতিয়া ও হিমন্ত ই চৰকাৰ চলাইছিল।

  • @bichitranarayanborah5170
    @bichitranarayanborah5170 3 месяца назад +32

    আপোনাৰ দিনত কাজিৰঙা ই কান্দিছিল ।আপোনাক অভিনন্দন জনাই কৈছো পৃথিৱীত কোনোৱেই অজৰ অমৰ হৈ অহা নাই

    • @dulubora8313
      @dulubora8313 3 месяца назад +3

      atiyau kande...aagor dinot ulai porisil atiya mediya hakalu mamar mote uthe bohe😂😂😂

    • @pankajboro1197
      @pankajboro1197 3 месяца назад

      Right 👍

    • @jumankumarsarmah5131
      @jumankumarsarmah5131 3 месяца назад

      এতিয়া মনে মনে কান্দি আছে ,আপুনি শুনা নাই😂😂

    • @DibyaNath-nn1xt
      @DibyaNath-nn1xt 3 месяца назад

      ​@@dulubora8313তালাঙী চোৰ কেলা চুটমাৰণী।

    • @DibyaNath-nn1xt
      @DibyaNath-nn1xt 3 месяца назад +1

      ৰকিবুল শিয়াল সন্দেহ জনক মিয়াৰ ভোটট চোৰৰ নিচিনাকৈ তপকিছে। ইয়াক মাৰি পেলাব লাগে কেলা।

  • @LakheswarSLD
    @LakheswarSLD 3 месяца назад +3

    তিনি টা সমষ্টিত জিকি বৰ ফিতাহী মাৰি একো লাভ নাই,অসমত কংগ্ৰেছৰ চৰকাৰ আৰু কেতিয়াও উভতি নাহে।

  • @dipakhasam3402
    @dipakhasam3402 3 месяца назад +4

    3 khan tei eman jodi 11 khan hoi ki hobo

  • @nirmaliadhikary8131
    @nirmaliadhikary8131 3 месяца назад +2

    Ai jatil rajnitit r sandhikhanat ajan sudakha rajnitigaa Heteshwar Saikia sir r atikoi prayojan asil sokolke akebare setol kari dele heten

  • @ashokdey1100
    @ashokdey1100 3 месяца назад +5

    Kajiragar gar hatyakari

  • @SavagemodeON973
    @SavagemodeON973 3 месяца назад +15

    মেদিয়া পালটি মাৰিব লৈছে । গম পাইছে হিমন্তৰ এইবাৰ গাদী সিলিব পাৰে ।২০২৬ ত হিমন্তই আজমলৰ নামো লব নোৱাৰিব 😂😂😂 কি যে দিন আহিলে মামাৰ ।

  • @dinusarkar5462
    @dinusarkar5462 3 месяца назад +14

    আপোনাৰ কাম নাই হেমন্ত ছৰৰ লগত।

  • @PurnakantaRajbonshi
    @PurnakantaRajbonshi 3 месяца назад +2

    😂😂😂😂😂😂😊😊😊😊😊😮😮😮😮😮bhaduri hol sensuri mari

  • @arotidas6640
    @arotidas6640 3 месяца назад +2

    Himanta Sarma always best🥰🥰🥰🥰 abhi jo gaon ke ghar pakka hua hai ya rashta ka halat pehele se bohut behtar ho gaye hai...pehele kitni be rozgaar hua karta tha Assam me..ghush na do to naukri tak nahi milte the..abhi Himanta Bishwa Sarma ane ke baad sab badal gaye hai...Pure Assam pehele se koi guna unnati ke rashte pe jaa raha hai...hatts of uuu Himanta Sarma ji...u r always best CM🥰🥰👍👍👍

  • @dulengogoi3309
    @dulengogoi3309 3 месяца назад +3

    ৰকিবুল ডাঙৰীয়া বৰ ভাল লগা কথা কয় অলপ মৰমত কব অনুৰোধ থাকিল

  • @pradipkumarroy8239
    @pradipkumarroy8239 Месяц назад +1

    Apuni jodi Iman Jonopriyo Neta ,next time Upper Assam t Nirbachan kheli jiti dekhuwaok...
    ...Nagaon,, Dhubri dist baad di Khelok Aru jiki dekhuwaok..

  • @pankaj48283
    @pankaj48283 3 месяца назад +2

    apuni dhuborir bahire beleg seat jiki dekhaok son

  • @knowledgeinformation3681
    @knowledgeinformation3681 3 месяца назад +2

    Aku ahil kaziranga gar mariba ahil

  • @SANATANI_AXOM
    @SANATANI_AXOM 3 месяца назад +5

    3 khon MP seat pai 2026 t Congress Govt. form korar swopon dekhise 😂😂😂 2026 t BJP ye ahibo 🚩🚩🚩

    • @bkavinash8999
      @bkavinash8999 3 месяца назад

      Hindu population ni Assamt Dhubri populations 16 lakh Muslim aru 1lakh Hindu. Fact sowa Hindu population bariwa

    • @SANATANI_AXOM
      @SANATANI_AXOM 3 месяца назад

      Out of 14, BJP ene 11tat pale nki common sense nai nki.... aru population r kotha koi aso roh UCC bhalke lagu hoi jabo eibar... 2tar besi hole dikdar

    • @rupamanineog2874
      @rupamanineog2874 3 месяца назад

      BJP jindabad

  • @bapandeka
    @bapandeka 3 месяца назад +2

    Apuni. C. M. Sir Rak. Ako. Kariba. Noara

  • @nripenborgohain201
    @nripenborgohain201 3 месяца назад +1

    ধন্যবাদ বতৰৰ খবৰ - বানপানী অসমত এফালে মুখ্যমন্ত্ৰীৰ আঁচনি প্ৰকোপত উশাহনিশাহৰ ঘেৰঘেৰণি

  • @AjitAli-td1bb
    @AjitAli-td1bb 3 месяца назад +2

    Good sir

  • @Bibeksahu667
    @Bibeksahu667 3 месяца назад +7

    Im proud to himanta biswas sarma good c.m🙏

  • @coconutcrab8959
    @coconutcrab8959 3 месяца назад +2

    তই নিজৰ দিনত কিমান মিঞাক চাকৰিত সোমোৱালি, যিকেইটাই নিজৰ নামটোকে লিখিব নাযানে, চৱ জানা আছে । ধুবুৰী ৰ বাহিৰে বেলেগ জেগাৰ পৰা খেলা হʼলে গৰু হাৰন দিলি হয় ।

    • @snehashabnam4545
      @snehashabnam4545 3 месяца назад

      বেলেগ ত হিন্দু মুছলিম সামপ্রদায়িক তা সকলোতে কৰে

  • @barashadevi4382
    @barashadevi4382 3 месяца назад +3

    ইমান অহংকাৰ , কিয় ইমান টেটু ফালিছে নৰ্ম ভদ্ৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা অলপ শিকি লব

    • @protimadutta2890
      @protimadutta2890 3 месяца назад

      হিমন্ত নম্ৰ ভদ্ৰ হাহি উঠা কথা ।

    • @barashadevi4382
      @barashadevi4382 3 месяца назад

      @@protimadutta2890 ৰকিবুল কেনেকুৱা মেকুৰি

  • @karlouskarlous-p1b
    @karlouskarlous-p1b 3 месяца назад +2

    Sir I like your speech each and everyone in my life forever you may God bless you with ur politics life and ur family life and lastly with ur politics life party for ur side

  • @AjijrRahman
    @AjijrRahman 3 месяца назад +1

    হয় হয় সছা কৈছে 😅

  • @NipenHazarika-ny1hr
    @NipenHazarika-ny1hr 2 месяца назад +1

    সুন্দৰ কথা কৈছে আৰু আগবাহি জাৱক বুলি আশা ৰাখিলোঁ ধন্যবাদ ডাঙৰিয়া।

  • @safiqulali2188
    @safiqulali2188 3 месяца назад +1

    keyitak minister bonai sao

  • @tamzidhussain3103
    @tamzidhussain3103 3 месяца назад +1

    Hindu Muslim kori thakok bjp a amak unnoti lagy development lagy xanti lagy bass sob jati logot mila peti lagy🙏

  • @dkvlogs0145
    @dkvlogs0145 3 месяца назад +1

    ২০২৬ চনত হিমন্ত বিশ্ব শৰ্মাৰ বাবে জেল যোৱাটো খাটাং।

  • @karlouskarlous-p1b
    @karlouskarlous-p1b 3 месяца назад +2

    God bless you with ur speech may God bless you with ur politics life and ur family life ok Bhara BHAI Sir

  • @assamesetranslator-op8hs
    @assamesetranslator-op8hs 3 месяца назад +1

    ৰাজনীতিৰত বহুত কিবাকিবি চ’লে ৷ সেইবুলি এনেকৈ নোহোৱা কথা ক’ব নালাগে ৷ ৰাইজেও ৰাজনীতি জানে ৷ অসম আমাৰ দেশ আমাৰ ৷ ভোট পাৰ হ’ল অশান্তি জ্বলাব নালাগে ৷ নিজকে ৰাইজৰ আগত মুৰ্খ দেখুৱাব নালাগে ৷ অসম শান্তি হওঁক ৷

  • @DibesharBora
    @DibesharBora 2 месяца назад +1

    প্ৰতি টো পৰিয়ালে এওঁৰ দিনত কান্দিছে এসাজ ভাত খোৱাৰ পিছত আৰু এসাজৰ কাৰণে চিন্তাৰ কাৰণ হৈ পৰিছে বিজেপিৰ ভুট ভাঙিছে A,P,D,,C,L,লে বিলত ইমান অত্যাচাৰ কৰিছে তেতিয়াই ৰজাইজে তেও লোকক কৈ দিয়ে বিজেপিক আৰু ভুট নিদিও বুলি বিদ্যুতৰ কমৰত লোক সকলক এবাৰ সুধক ধন্যবাদ

  • @DibesharBora
    @DibesharBora 2 месяца назад +1

    ধন্যবাদ আপোনাৰ মতামতত ধন্যবাদ জ্ঞাপন কৰিছো কৰাক কৰিলে পাপ নহয়

  • @Highlightsmusic123
    @Highlightsmusic123 3 месяца назад +3

    Genda😂😂

  • @ushadas1841
    @ushadas1841 3 месяца назад +1

    আপোনালক হিমন্ত বিশ্বৰ দৰে অহংকাৰী নহব নহলে একে অৱস্থা হব

  • @sarmanirmal
    @sarmanirmal 3 месяца назад +4

    তই গাদী খাবি নেকি ? মূখত অলপ পানী আহিছে । মনে মনে শূণ্য হব বুলি ভাবি আছিলি ॥

  • @nayankumarpawe2671
    @nayankumarpawe2671 3 месяца назад +2

    ২০২৬ত গৌৰৱ গগৈ ৱেব চলিব।

  • @indianjamesbond0076
    @indianjamesbond0076 3 месяца назад +1

    সঁচা কথা। সাৰদা আৰু লুইচ বাৰ্গাৰ কাণ্ডৰ বাবে জেলত থোৱা উত্তম।

  • @DibesharBora
    @DibesharBora 2 месяца назад +1

    এতিয়া নিমাত হৈ বহি থাকিলে আপোনালোকক জনতাই বেয়া পাব ৰাইজে ৰজা পাতে ৰজা হৈ ৰাইজক পাহৰি যোৱা সকল ৰাইজৰ মাজলৈ যাব নোৱাৰে ধন্যবাদ

  • @daithunswargiary3334
    @daithunswargiary3334 3 месяца назад +2

    Regional party will play kingmaker role in upcoming MLA election 👍