দেউতাৰ কষ্ট দেখি বহুত কষ্ট পাওঁ,১০০ টকাৰ কাৰণে তবলা বজাইছিলো Mira Borthakur interview

Поделиться
HTML-код
  • Опубликовано: 26 сен 2024
  • ✅ Guest _Mira Borthakur (politician)
    ✅Instagram -shemim-siddikii
    Facebook -Shemim Ahmed siddiki
    Twitter - Shemim Ahmed Siddiki
    @ShemimSiddiki
    ✅any business enquiry -
    shemim.ahmed2@gmail.com

Комментарии • 439

  • @RanuDevi-z4u
    @RanuDevi-z4u Год назад +26

    মীৰা বাইদেউক মই অন্তৰৰ পৰা সঁচাকৈ বহুত ভাল পাওঁ । God bless you

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx Год назад +10

    দুয়োজনী বাইদেউলৈ ধন্যবাদ থাকিল। বহুত ভাল লাগিল।

  • @minotichetia9972
    @minotichetia9972 Год назад +8

    ইমান সাহসী আৰু স্পষ্টবা দী মীৰা বাইদেউ ❤❤ বহুত ভাল পাওঁ আপোনাক। সদায় এইদৰে আগবাঢ়ি যাওঁক। ভাল লাগিল সাক্ষাৎ কাৰ টি।

  • @dilipchandradas2292
    @dilipchandradas2292 11 месяцев назад +12

    মীৰা বৰঠাকুৰ বাইদেউৰ কথাবোৰ শুনি খুবেই ভাল লাগিল। তেখেতৰ দৰে আদৰ্শবাদী আৰু সাহসী নাৰী আমাৰ অসমীয়া সমাজত বিশেষকৈ এতিয়াৰ সময়ত অতিশয় প্ৰয়োজন। ইমান ধুনীয়াকৈ সমাজৰ সকলো দিশ সামৰি কথাবোৰ কৈছে তাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। ঈশ্বৰে তেওঁৰ মঙ্গল কৰক।

  • @bhabaniborah2779
    @bhabaniborah2779 Год назад +12

    বহুত ভাল লাগিল চাই । বৰঠাকুৰ বাইদেউক স্পষ্ট বাদীতাই বহুত আকৃষ্ট কৰে ।

  • @manashibayan4037
    @manashibayan4037 Год назад +7

    মীৰা বৰঠাকুৰ এগৰাকী স্পষ্টবাদী সৎসাহসী মহিলা বুলি ধাৰণা আছিল ..আজি নিশ্চিত হ'লো..😊আনক উপকৃত অনুপ্ৰাণিত কৰিব পৰা সাক্ষাৎকাৰটো বৰ ভাল লাগিল..দুয়োগৰাকীলৈ ধন্যবাদ ..

  • @soonmoni6746
    @soonmoni6746 Год назад +10

    তেওঁ কথা বিলাক বহুত সুন্দৰ লাগিলে শুনি ❤❤❤,god bless you

  • @devdas8542
    @devdas8542 Год назад +13

    ভাল লাগিল সঁচাকৈ.... এই interview টো চাই অকণ মান হলেও কিবা শিকিব পাৰিব... seriously ।।। মীৰা বা সঁচাকৈ এজনী স্পষ্ট ভাব ধাৰাৰ নাৰী ❤❤

  • @manalishabaruah4240
    @manalishabaruah4240 Год назад +11

    মীৰা,মই মনালিছা বা,আমি একেলগে চকলাঘাট হাইস্কুললৈ গৈছিলো। তুমি আৰু আগুৱাই যোৱা।

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 Год назад +24

    আজিৰ আলোচনাটো শুনি বহুত বহুত ভাল লাগিল, আপোনাৰ সফল জীৱনৰ কামনা কৰিলোঁ। ঈশ্বৰ সহায় হ‌ওক।
    ধন্যবাদ চেমিম 🌹🌹

    • @shemimahmedssiddiki9003
      @shemimahmedssiddiki9003  Год назад +1

      Thank you so much

    • @lolitchbora4813
      @lolitchbora4813 Год назад +2

      কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে সহজ সৰলকৈ,খুব ধুনীয়াকৈ কথা খিনি কৈছে। তেখেতৰ উজ্জল-ভবিষ্যত কামনা কৰিছো।

    • @lakhipriyakonwer161
      @lakhipriyakonwer161 Год назад +1

      ভাল লাগিল❤

    • @jinaborgohain1909
      @jinaborgohain1909 Год назад +1

      মহিলা কংগ্ৰেছ নেত্রী মীৰা বৰঠাকুৰ বাইদেউৰ স্পষ্টবাদী কথা - বতৰা বোৰ শুনি বৰ ভাল লাগে । দুয়োৰে উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলোঁ 🙏🙏

  • @mukulburagohain7982
    @mukulburagohain7982 Год назад +10

    খুব সুন্দৰকৈ আপোনাৰ অনুভৱ প্ৰকাশ কৰিলে ভাল লাগিল।আপুনি খুলাখুলিকৈ সঠিক ৰূপত কথাবোৰ প্ৰকাশ কৰে।কেৱল পাৰ্টিৰ স্বাৰ্থত নকয়।গতিকে মই আপোনাৰ show বোৰ চাও।
    আপুনি যি পাৰ্টিত থাকিলেও ৰাজ্য ও জাতিটোৰ স্বাৰ্থত মাত মাতি যাব।

  • @sarmilaekka1181
    @sarmilaekka1181 Год назад +6

    খুব সুন্দৰ ।ভাল লাগিল ।মাননীয় মীৰা বাইদেউৰ সুস্বাস্থ্যও দীৰ্ঘায়ু কামনা কৰিলোঁ ।

  • @monudekari2919
    @monudekari2919 Год назад +5

    মীৰা ঠাকুৰ মহোদয়াৰ ব্যক্তিত্ব আৰু নৈতিক দৰ্শনৰ বিষয়ে জানি আপ্লুত হ’লো ৷ মনৰ ভিতৰৰ সীমা সৌন্দৰ্যবোধৰ অধিকাৰী মীৰা ঠাকুৰ মহোদয়াৰ ৰাজনৈতিক জীৱনৰ উত্তৰোতৱতৰ কামনা কৰিলোঁ ৷ লগতে আপোনাৰ বহুমূলীয়া সাক্ষাৎকাৰৰ বাবেও জনালোঁ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা ৷ আগলৈও এনে অনুষ্ঠান পোৱাৰ আশা থাকিল ৷৷

  • @dilpsaikia1857
    @dilpsaikia1857 Год назад +12

    আমি গোলাঘাট আঠখেলীয়া নামঘৰৰ ওচৰৰ পৰাই মীৰা বাইদেউ গৰাকীৰ আন্তৰিক অভিনন্দন জ্ঞাপন জনাইছো লগতে মৰম স্নেহ থাকিল। মই য়ো এজন কংগ্ৰেছ দলৰ সদস্য হিচাপে মীৰা বাইদেউ গৰাকীৰ কথা বলাক বৰ ভাল পাওঁ ধন্যবাদ।

  • @mamonibora2837
    @mamonibora2837 Год назад +5

    বাইদেউ আপোনাৰ কথা খিনি বহুত ভাল লাগিল । আমাৰ সাহসৰ প্ৰেৰণা । এটা আপুনি মোৰ মনৰ কথা কলে এই বাৰ গুৱাহাটীৰ লোকসভাৰ সমষ্টিৰ প্ৰাৰ্থী হোৱা কথা জানিবলৈ পায় । মনে মনে ভাবি আছিলো এইবাৰ যদি মীৰা বাইদেউৱে প্ৰাৰ্থীত্ব আগবঢ়াই ভাল লাগিব । এইয়া আপুনি মোৰ মনৰ কথা কলে বহুত ধন্যবাদ । বাকী ভাল লাগিল অনুষ্ঠানটি চাই ।

  • @ds-tx2yh
    @ds-tx2yh Год назад +5

    Salute to Mira Barthakur, Thanks to Shemim Akhtar ,. This type of interview is very much necessary for the society .

  • @barnalidutta8210
    @barnalidutta8210 Год назад +5

    ধৈৰ্য সহকাৰে চালো, ইমান এটা ধুনীয়া অনুষ্ঠান আগবঢ়োৱা দুয়ো গৰাকী মহিলাকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @pompiburagohain2396
    @pompiburagohain2396 Год назад +10

    বহুত ভাল লাগিল ❤❤

  • @monalisasarma1804
    @monalisasarma1804 Год назад +6

    ❤️❤️❤️🙏🏻🇮🇳🌹 very good, true and Strong talking about Her answer 😊👌👍🏻👍🏻👍🏻

  • @HemchandraSonowal-jr6yc
    @HemchandraSonowal-jr6yc Год назад +4

    বহু ত‌ বহুত ভাল কথা কৈছে মেম আৰু চেমিম ।। বেছি ভাল লাগে অসমীয়া সাজ পোচাক পিন্ধি ‌থকাৰ‌ বাবে চেমিম ।

  • @MerajulIslam-offical
    @MerajulIslam-offical Год назад +4

    আজি আলোচনা কৰা কথা খিনি খুনি বহুত ভাল লাগিছে,❤

  • @monjulasharma9870
    @monjulasharma9870 Год назад +4

    মীৰা বৰঠাকুৰ বাইদেউৰ interview. টো বৰ ভাল লাগিল। এনে উচ্চ চিন্তা ৰ মানুহৰ বহুত প্ৰয়োজন আমাৰ সমাজৰ বাবে। বৰঠাকুৰ বাইদেউ লৈ প্ৰণাম জনালোঁ।

  • @leenagoswami1281
    @leenagoswami1281 Год назад +6

    বাইদেউ আপোনাৰ কথা খিনি শুনি ভাল লাগিল ।👌

  • @girijasonowal5212
    @girijasonowal5212 Год назад +16

    সাক্ষ্যৎকাৰটো চাই বহুত ভাল লাগিল, মীৰা বৰঠাকুৰ এগৰাকী স্পষ্টবাদী মহিলা।

  • @atowarrahman7019
    @atowarrahman7019 Год назад +3

    মীৰা বৰঠাকুৰ বাইদেউৰ সাক্ষাতকাৰটো চাই বহুত বহুত ভাল লাগিল লগতে অতি খোলা-খুলি ভাৱে তেখেতে যিখিনি মনৰ কথা প্ৰকাশ কৰিলে, তাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @masiabegum5999
    @masiabegum5999 Год назад +10

    মীৰা বাইদেউ বৰ অস্পষ্টবাদী নাৰী ।তেখেতৰ কথাবিলাক মই বৰ ভাল পাও।

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Год назад +19

    মই বাইদেউৰ কথাবোৰ শুনি খুব ভাল পাওঁ। পিছলৈ যদি ৰাজনৈতিক জীৱনত ভালদৰে প্ৰতিষ্ঠা লাভ কৰে সদায় সৎ, সাহসী হৈ থাকে যেন।ইমান বাগ্মীতা থকা মানুহ বৰ কম।সদনত বলিষ্ঠ কণ্ঠৰ প্ৰয়োজন।

  • @jayantakonwar3263
    @jayantakonwar3263 6 месяцев назад +2

    ধন্যবাদ,আপোনাৰ কথাৰ পৰা আনে শিকিব লগা আছে ।

  • @ashiklaskar5596
    @ashiklaskar5596 Год назад +23

    মিরা বড়ঠাকুর একজন ভালো মনের মানুষ ধন্যবাদ আপনাকে

  • @diptimedhi9376
    @diptimedhi9376 11 месяцев назад +2

    মীৰা বাইদেউৰ সাক্ষাৎকাৰটোৰ জৰিয়তে তেওঁৰ বিষয়ে কিছু জানিব পাৰিলোঁ। বৰ ভাল লাগিল।

  • @jibonregon2349
    @jibonregon2349 Год назад +3

    মীৰা বাইদেঊৰ কথাবোৰ শুনি বৰ ভাল লাগিল।ৰাইজৰবাবে সেৱা আগবঢ়াবলে ঈশ্চৰে বাইদেউক কুশলে ৰাখক।

  • @runusarmah4050
    @runusarmah4050 Год назад +2

    খুব ভাল লাগিল দেই...চেমিম...তোমাৰ পাত্ৰ নিৰ্বাচন খুব সুন্দৰ ....অগুৱাই যোৱা...শুভেচ্ছা থাকিল..

  • @mamoniduara5717
    @mamoniduara5717 Год назад +4

    Bohut bhal lagil... Enekuwa manuh amak lage...

  • @sinumoniborah2729
    @sinumoniborah2729 Год назад +4

    বহুত ভাল লাগিল বাইদেউ ।

  • @DIGAMBARMEDHI
    @DIGAMBARMEDHI Год назад +2

    খুবেই ভাল লাগিল- আপোনাৰ বিষয়ে বহুতো অজানা কথা জানিলো আৰু কিছু শিকাৰ প্ৰেৰণা দিলে।

  • @rashnahazarika4602
    @rashnahazarika4602 Год назад +2

    বহুত বহুত ভাল লাগিল , অনুষ্ঠানটি চাই ।

  • @RubulAli-qo9dr
    @RubulAli-qo9dr Год назад +20

    Ajir interview tu Sai khosai a bhut vall lagil....❤️

  • @JintuKumarKalita-lo4ig
    @JintuKumarKalita-lo4ig Год назад +4

    Mira Barthakur is a straight forward lady.

  • @debasishbora588
    @debasishbora588 Год назад +3

    মাননীয়া মীৰা বাইডেঊ আপোনাৰ কথা বোৰ মোৰ বৰ ভাল লাগে আপুনি আমাক সদায় সাহস দিছে ধন্যবাদ ভগৱানে আপোনাক ভালে ৰাখক সমাজৰ বাবে মাত মাতিবলৈ শক্তি দিয়ক❤

  • @sarajudevi1616
    @sarajudevi1616 Год назад +3

    বহুত সুন্দৰ সুন্দৰ কথা কৈছে।চেলুট আপোনাক।, 👍

  • @ruprekhasaikia791
    @ruprekhasaikia791 Год назад +5

    বাইদেউৰ কথা বিলাক বহুত ধুনিয়া

  • @AnowaraBegum-r4c
    @AnowaraBegum-r4c Год назад +1

    Bohut 2 dhanybad apunar spostikoron bohut bhal

  • @mainiburagohain8275
    @mainiburagohain8275 Год назад +6

    মীৰা বাক ভাল পাওঁ।কোনো পাটি বুলি নহয়।❤❤❤❤❤❤❤

  • @moiaxomiyasuwalilalitarubi1100
    @moiaxomiyasuwalilalitarubi1100 Год назад +1

    Interview Tu xosake bohut vl lagil... Katha bur akdom direct ke koi.. Moi agote Mira baideu k bohut attitude thoka jen lagisil. Kintu tekhete ji khini pura sposto kei koi. Duyu joniloi morom jasilu dei❤❤❤❤❤

  • @niralakalita5163
    @niralakalita5163 6 месяцев назад +2

    মীৰা বা আপোনাক বুহুত ভাল পাও❤❤❤

  • @creativesoulP
    @creativesoulP Год назад +2

    Meera baideo k bohut sroddha koru , kothakhini bohut dorkari

  • @konikabasumatary3229
    @konikabasumatary3229 Год назад +1

    Baydew bohut right kotha koyse bohut val lagil

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Год назад +1

    Xundor lagise Baidaw r interview 2. Always be positive and happiness. Go ahead way to your journey. God bless you and your happy family.

  • @DharjyaChoudhury-sz8bq
    @DharjyaChoudhury-sz8bq Год назад +1

    Mira Barkhakur baidewr logot huwa khakhet karti sai khub bhal palu...Dhanyabaad

  • @bilasreebasumatari3401
    @bilasreebasumatari3401 4 месяца назад

    To tell u the truth , u r one of the finest , committed, strong n active gentle lady l ever show . God bless u always . Whishing u successful political carrier.

  • @sawpnabordoloi6616
    @sawpnabordoloi6616 4 месяца назад +1

    Apuna kotha bur hosakoi duniya monr kotha bur koise❤❤❤❤❤❤

  • @bontiborah7476
    @bontiborah7476 Год назад +6

    স্পষ্ট বাদী নাৰী মোৰ সদায় প্ৰিয়।বাইদেউ কথাবিলাক শুনি আমনি নালাগে।❤🙏

  • @pranjughandique4417
    @pranjughandique4417 Год назад +2

    মীৰা বৰঠাকুৰ বাইদেউক বহুত ভাল লাগে তেখেতৰ সৎসাহক আৰু স্পষ্টবাদী কথা আপোচবিহীন মন্তব্য ৰ বাবে । ৰাজনৈতিক সামাজিক মাধ্যমত কাম কৰা সকলো নেতা নেত্রী যদি তেখেতৰ দৰে হলহেঁতেন সমাজখন বহু নিকা অপৰাধ মুক্ত হলহেঁতেন । আশা আৰু কামনা কৰো বৰঠাকুৰ বাইদেউ সদায় এনেদৰেই থাকক

  • @nirupamapathak1782
    @nirupamapathak1782 Год назад +2

    আপোনাৰ কথাবোৰ শুনি বহুত বেছি ভাল লাগিল,

  • @prasantagoswami1477
    @prasantagoswami1477 Год назад +4

    গুনৰ তুলনা নাই। শুনি থাকিলে শুনি থাকিবৰ মন যায়।

  • @pragyankuamrsarma2918
    @pragyankuamrsarma2918 Год назад +2

    বাইদেউৰ কথা খিনি শুনি বৰ ভাল লাগিল।

  • @DMJGAMERS1234
    @DMJGAMERS1234 Год назад +2

    বহুত ভাল লাগিল কথাবোৰ

  • @rahimakhatunkhatun7325
    @rahimakhatunkhatun7325 Год назад +5

    বহুত ভাল পাও মানীয় মীৰা বৰ ঠাকুৰক।তেখেত এগৰাকী সফল আৰু সাহসী নাৰী।তেখেতৰ ভবিষ্যত উজ্বল কামনা কৰিলো।❤🙏

  • @manjuboro8175
    @manjuboro8175 Год назад +9

    She is a true woman

  • @joyapegu5343
    @joyapegu5343 Год назад +1

    Bohut bohut val lagil baidew kothabur huni .❤

  • @lakugoswami3799
    @lakugoswami3799 Год назад +3

    মীৰা বাইদেউ মোৰ খুবেই ভাল লগা মহিলা। ভাল লাগিল ।

  • @inakisaikia3720
    @inakisaikia3720 Год назад +3

    Sosa,Mira baidew kotha bur bht dhunia ka koi. Kotha burt Logic asa.vhal laga huni. Tnks ma'am.

  • @Danirojasfc6
    @Danirojasfc6 Год назад +4

    Absolutely right man 👨 👏

  • @binagohain9329
    @binagohain9329 Год назад +2

    Baideo k selut jonalu vl lagise tekhetor kotha bilak huni vl paw

  • @naniborah2089
    @naniborah2089 4 месяца назад

    বৰ সুন্দৰ কথাবোৰ শুনি ভাল লাগিল। 🙏🙏

  • @sisuramborah4753
    @sisuramborah4753 Год назад

    বাইদেও আজি আলোচনা ৰ পৰা আপোনাৰ জীৱনৰ লগতে সমাজৰ বহু কথা শুনিবলৈ পাই বহু উপকৃত হলো । আমাৰ মহিলা সকলৰ উপৰিও পৰিয়ালবৰ্গৰ দ্বায়িত্বৰ বিষয়ে যি বক্তব্য আগবঢ়ালে তাৰ বাবে বহুত বহুত ধন্য বাদ ।

  • @minudey7657
    @minudey7657 Год назад +6

    মীৰা বাইদেউক আমি মিটিংত লগ পাইছিলো তেওঁ এগৰাকী বহুত ভাল মহিলা

  • @diparanidoley6610
    @diparanidoley6610 Год назад +1

    Bohut bhal lagil

  • @eyaheyaahmedvines5132
    @eyaheyaahmedvines5132 4 месяца назад

    I like Mira borthaku because she is positive mind person and talk to speech More mydear.thank you.

  • @manujgogoi8568
    @manujgogoi8568 Год назад +2

    বহুত ভাল কথা ক'লে...

  • @niradadas3379
    @niradadas3379 Год назад +2

    Thank you ,baidew aaponar sakalubilk kathai muk akrista karisa .

  • @mayurideka133
    @mayurideka133 3 месяца назад

    বাইদেউ আপোনাৰ কথাখিনি বহত ভাল লাগিল। যেনেদৰে আপুনি বেয়া দিনতো দল বাদ দিয়া নাছিল ঠিক তেনেদৰে মোৰ মানুহজনে এই পূথিৱী এৰি যোৱালৈ এই দলতে থাকিল। সঁচা ই মই আপোনাক সন্মান জনাই জনা চো

  • @vic49759
    @vic49759 Год назад +4

    বাইদেউ নমস্কাৰ। 🙏

  • @bhabanirajkhowa545
    @bhabanirajkhowa545 Год назад +1

    বহুত ভাল লাগিল আপোনাৰ কথাখিনি শুনি।

  • @LakhiSaikia-v2c
    @LakhiSaikia-v2c 10 месяцев назад

    স্পষ্টবাদী কণ্ঠ মীৰা বাইদেউ বহুত ভাল লাগিল।

  • @dipikahandique843
    @dipikahandique843 6 месяцев назад

    মীৰা বৰঠাকুৰ বাইদেউৰ কথাবিলাক বৰ ভাল লাগে । বহু কথা শিকিব পাৰি।এগৰাকী সাহসী মহিলা 💞💞💞🙏🙏🙏

  • @anjubezbaruah9999
    @anjubezbaruah9999 Год назад

    মীৰা ,বহুত ভাল লাগিল ।তোমাৰ স্পষ্টবাদিতা ।আমাৰ অঞ্চলটোৰ বিষয়ে বিষদ বিবৰণ কেতিয়াবা কবাচোন ।তোমাক লৈ সকলোৱে বহুত গৌৰৱ কৰে । আৰু আগুৱাই যোৱা ।

  • @liladharbora576
    @liladharbora576 4 месяца назад

    Ati hundor hoisa interview to bhut kotha hikib parilu positive interview

  • @aburagohain09
    @aburagohain09 5 месяцев назад

    Mira Borthakur is a strong & Positive lady! I wish her success!

  • @kiransaikia6211
    @kiransaikia6211 Год назад +1

    সুন্দৰ কথা কৈছে বাইদেউ।

  • @golenurhoque8038
    @golenurhoque8038 4 месяца назад

    মীৰা বাৰ কথা বোৰ বহুতো ভাল লাগে কৰণ বাইডেই খোলা মনৰ।

  • @mrchafikvlogs7356
    @mrchafikvlogs7356 Год назад

    বাইদেউ আপোনাক বহুুত ভাল লাগে

  • @mohanbania3227
    @mohanbania3227 Год назад +3

    Salute to respected Mira borthakur🙏🙏🙏

  • @dipanjali7210
    @dipanjali7210 Год назад +8

    বিধবা জনীৰো বিয়া হোৱাৰ অধিকাৰ আছে বিয়া হোৱাৰ। কাৰন যেতিয়া কোনোবা পুৰুষ জনৰ পত্নী বেমাৰী বা মৃত্যু হয় তেতিয়া পুৰুষ জনক সকলোৱে কয় বিয়া পাতি দিব লাগে। তেনেদৰে পত্নী জনীৰো যদি পতিজন বেমাৰী বা মৃত্যু হয় বিয়া হোৱাৰ অধিকাৰ পাব লাগে। বহুতে কয় মানুহ জনীৰ লৰা ছোৱালী আছে গিৰিয়েকজন ঢুকাই গলে বিয়া হব ইচ্ছা থাকিলেও বিয়া হব নোৱাৰে আৰু হব খুজিলেও সমাজৰ পৰা বহুত বদনাম কৰে। কিন্তু পুৰুষ জনক নকৰে। এই বৈষম্য টো সমাজৰ পৰা দুৰ হব লাগে। কাৰন পুৰুষ হোক মহিলা হওক যৌৱনৰ চাহিদা সকলোৰে সমান সেইটোহে বুজাৰ দৰকাৰ

    • @pranitaroybhuyan6186
      @pranitaroybhuyan6186 Год назад

      বিয়া হ'ব লাগে কিন্তু সন্তানৰ আলাই আঠানি হ'ব নালাগে। পত্নীৰ বেলেগৰ সন্তানক আপোন কৰি ল'ব পৰা পুৰুষ পোৱা কঠিন।

  • @mukiburrahman9051
    @mukiburrahman9051 Год назад +1

    Mira Baideu..... wishing u a bright future.....🙏🙏🙏

  • @moonmiahmed8115
    @moonmiahmed8115 Год назад

    মই আপোনাক সুউব ভাল পাও বাইদেউ ৷আপোনাৰ যোগাত্মক মুলক কথাবোৰ শুনি বৰ ভাল লাগে ৷

  • @rambalram2610
    @rambalram2610 Год назад +6

    Mira Borthakur Baideu articulates very well... She is very pragmatic. I watched most her interviews. My only request to her is she should sharpen these qualities of her further. Let her become more good at this and let her think even bigger. Not just confine her thinking in Assam or in regional issues. Think National, Think Global. I am 100% sure one day she would become MLA, MP or Minister. In Today's time people of her calibre are not many in Assam. But there are lots of story tellers..😀😀😀

  • @minahazarika3820
    @minahazarika3820 4 месяца назад

    মীৰা বাইদেউ ইমানেই সুন্দৰভাৱে কথা বিলাক কয় যে ,শুনি থাকিবৰ মন ।সচাকৈয়ে নাৰী সকলৰ সাহসৰ প্ৰতিক
    ধন্যবাদ। দীৰ্ঘায়ু হওঁক। 🙏

  • @dipabhuyan3684
    @dipabhuyan3684 Год назад +1

    বৰ সুন্দৰ কথা কলে বহুত ভাল লাগিলে

  • @renubegum3639
    @renubegum3639 Год назад +2

    Baa aponar kothabor xuni bohut val lage aru apuni khub spostobadi

  • @kakumonisaikia9943
    @kakumonisaikia9943 Год назад

    বাইদেউৰ কথাখিনি বৰ ভাল লাগিল

  • @iviborah3882
    @iviborah3882 3 месяца назад

    Salute to respected Mira Borthakur 🙏🏻🙏🏻🙏🏻

  • @ebiboruah2019
    @ebiboruah2019 Год назад +1

    ভাল লাগিল আপোনাৰ কথাখিনি , স্পষ্ট ।

  • @IMRANALI-nd7ff
    @IMRANALI-nd7ff Год назад +1

    ..superb interview, baideo. I am really proud of you being your neighbour. Rregards, Imran from Delhi.

  • @kalpana8185
    @kalpana8185 Год назад

    Baideou apunar interview tu sai bur positve lagil.thank you.

  • @dipalidutta8240
    @dipalidutta8240 Год назад +4

    Borhiya , bhal lagil

  • @sumibarman3943
    @sumibarman3943 Год назад +2

    Xsake shemim baa ajir video2 sai bhut besi val lagil..😊❤

  • @sawpnabordoloi6616
    @sawpnabordoloi6616 4 месяца назад +1

    Bhut bhal kotha kole baideu

  • @dhonikaborah3497
    @dhonikaborah3497 4 месяца назад

    Mira baidew kothabur xuni khub val lage...khub dhuniyea koi kothabur koi

  • @rinimathakur1643
    @rinimathakur1643 Год назад +1

    সুন্দৰ অনুষ্ঠানটি চাই বৰ ভাল লাগিল।