Prostuti baar jiman theatre ase xokolu dialogue mur mukhosto ase xoru hb paru kintu tothapiu prostuti baar nisina a hb bisaru i love you baa 💗 Baak june june val pwa like kora 👇
Prashtuti ba xasakoi ati xunder aru durdanta abhinay.God bless you. Aponar abhinoye ajir xamajkhanak xudharab buli axasha thakil. Thanks and God bless you.
এনেকুৱা নাটকে আমাৰ অসমীয়া জাতিক অসমীয়া কৰি ৰাখিছে। বা আপোনাৰ অভিনয় চাবলৈ বহুত আশাৰে ৰৈ থাকো সদায় দি যাৱ এনেকুৱা ৰসাল কাহিনীৰ সুন্দৰ নাটকবোৰ। Prostuti bar hoi xkolua ata ata like kra...
Jogesh kashyap r act sai bahuuuut val lage ...its like Parag Sarma...Thnx Jogesh Da
Jogesh daa no 1 💜❤💙
Excellent Prastuti Ba..... Tmi avhinayar vagaban ...Great......
এক হৃদ়স্পৰ্শী কাহিনী । সচাকৈ আপোনাৰ অভিনয় বোৰ বহুত বেছি ভাল লাগে , যিকোনো চৰিত্ৰ আপুনি খুব সুন্দৰকৈ কৰে ।❤🥺
ও বা বুহুত বহুত ভাল লগিছে পৰিবা এৰিও ছাই আছো ধুনীয়া
Bahut bahut val lagil protijon manuhe eman dhuni korisa real sowa hole aro basi emotional hoi golu hoi tqq
অতি সুন্দৰ..তাতোকৈ বেছি ভাল লাগিছে "ৰাখে হৰি মাৰে কোনে" ধাৰাবাহিকৰ অভিনেতা অভিনেত্ৰী সকলক দেখা পাই👌👌👌
Emn xundor ovinoi khub vl lge Ba
বহু সুন্দৰ,,, বহুত বহুত বেছি ভাল লাগিল। গৰ্ব কৰোঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰক লৈ।
om sosakoi
পষ্টোতী পৰাশ আমাৰ অসম ৰ মূল্যবান সম্পাদ। বৰ ভাল লাগে ও আপোনাৰ অভিনয় ❤️❤️
কবলৈ ভাষা নাই কি সুন্দৰ প্ৰদৰ্শন
প্ৰথমৰ পৰা শেষলৈ কান্দিয়ে থাকিলো৷প্ৰস্তুতি বাৰ অভিনয় সদাই দুৰ্দান্ত আৰু তীব্ৰ ৷
প্ৰস্তুতি বাৰ অভিনয় একক আৰু অনন্য ❤ প্ৰস্তুতি বাক ভাল পোৱা সকলে লাইক এটা কৰি থৈ যাব
আপোনাৰ নাটক বহুত সৰুৰে পৰা চাইছোঁ এইখন বহুত ব্যতিক্ৰম নাটক বহুত ভাল হৈছে অভিনয় বা কি কম ভাষা নাই আপুনি যেন সদায় এনেকৈয়ে থাকে আপোনাৰ অভিনয় এনেকৈ দেখা পাওঁ চকুৰ পানী উলাই গৈছে
Ooo ba imn dhuniya lgse oo.. Dilog bur imn dhuniyakoi knkoi kb pra oo... Ata ata xobdoi hridoi sui jai..... Love u baa
কি লিখিম একোৱে ভাবি পোৱা নাই,,সঁচাকৈয়ে প্ৰস্তুতি বাৰ অভিনয় আৰু সংলাপ বোৰ ইমান ভাল লাগে যাক ভাষাৰে বুজাব নোৱাৰি👏👏👏
Bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut val lagale sad hoi bohut val. Thank you prostuti baa thank so much. I love you
🎉❤❤tilak
8:47 8:49 8:50 8:51
Jogesh daa r scene khini kaati kaati saaisu love you jogesh daa apunar dore kone o hobo nowaare you are great
অৱশেষত অপেক্ষাৰ অন্ত পৰিল। বহুত দিনৰ পৰা চাবলৈ ৰৈ আছিলো। সঁচাকৈয়ে বাকী কেইখন নাটকৰ দৰেই এইখনো বহুত ধুনীয়া লাগিছে। ❤❤❤💞💞💞💞💞💞💞
Prostuti ba apunar abhinoi cai bohut val lage aru dhuniya dhuniya natok upohar diyok tarei kamana thakil.
Mind blowing prosoti ba and jogesh da acting
Bor sabo mn asil ai natok khon...thanks for sharing..
কবলৈ ভাষা নাই সদায় আপোনালোকৰ অবিনয় চাই থকো কোনোদিন আমনি নালাগে বেয়া নালাগে। প্রতেকটো আপোনাৰ অভিনয় এটা শিক্ষা দি যায় অ। proshtuti বা। এই যে আমাৰ জামেকি বা তেখেতৰ অবিনয় অন্তৰত সুমায় যায়। সকোলোকে বহুত বেছি ভাল লাগিল। আৰু সদায় লাগিব। ❣️❤
যিমান থিয়েটাৰ চালেও বাৰ নিচিনা কোনেও অভিনয় কৰিব নোৱাৰে । যোনে - যোনে বাক মোৰ দৰেই ভাল পাই ইয়াত লাইক কৰিব 👇👇 আৰু বাক কিমান ভাল পাই comment কৰিব
Jogesh daa k kone o nowaare prastuti to baad e de
My fav🌹💓
@@KishorSarmah979 umm muru
Bujaboloi bhakha nai....bhut Val pao bak
@@SouravDas-xm1ln hosakoi
Prostuti baar jiman theatre ase xokolu dialogue mur mukhosto ase xoru hb paru kintu tothapiu prostuti baar nisina a hb bisaru i love you baa 💗
Baak june june val pwa like kora 👇
Jogesh daa r scene khini kaati kaati saaisu love you jogesh daa ❤💜💙👌apunar dore kono hobo nowaare jogesh daa
মইও তেওঁৰ অভিনয় খিনি হে কাটি কাটি চাই থাকোঁ ।
Prashtuti ba xasakoi ati xunder aru durdanta abhinay.God bless you. Aponar abhinoye ajir xamajkhanak xudharab buli axasha thakil. Thanks and God bless you.
Beautiful voice of Jogesh kashyap ...moi apunar babe drama khan saisu
মইও যোগেশ দাৰ অভিনয় কাৰণে নে নাটক খন চাইছোঁ , মই কেৱল তেওঁৰ অভিনয়বোৰ হে কাটি কাটি চাই থাকোঁ ।
Moi o jogesh daa r babe e naatok khon saaisu moi jogesh daar bahut daangor fan love you jogesh daa ❤💙💜
অপেক্ষাৰ আজি অন্ত পৰিল । চাই আছো বা দেউতাৰ লগত এগেলগেই । Love you Baa ♥️♥️♥️
Bht hundor abhinoi ba.... Tumi hosai onainya💞💞💞
বহু ধুনীয়া অভিনয় বা,,,,আৰু কবলৈ ভাষা নাই
সুন্দৰ বৰ্ণনা কৰিবলৈ ভাষা নাই।অনাগত দিনত আৰু সুন্দৰ নাটক সমূহ আকৌ এবাৰ সোঁৱাদ পাবলৈ সক্ষম হম।আপোনাৰ লগতে পৰিয়ালৰ সকলোৰে এই জয়ী যাত্ৰা সুদূৰ প্ৰসাৰীত হওঁক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো ।
Prostoti ba hosakoi tumar dore abhinoi an kondu korib nuare god bless you aru aguai jua🤙🤙🤙🤙🤙
I love you ba ..bhut sai val lagil bhu din sable mn kri asilu aji he salu...
অ বা আপোনাৰ অভিনয় চাই খুবেই ভাল লাগে অ বা,,,, love you ba❤❤
অদ্বিতীয় প্ৰস্তুতি পৰাশৰৰ অভিনয়,,এয়া কেবল প্ৰস্তুতি পৰাশৰৰ বাবে সম্ভব হৈ উঠিছে, best natok hoise,,,
বৰ দুখ লাগিল অ বা।😭😭😭
বৰ দুখ লাগিল।😭😭
বহুত কন্দিলো চাওঁতে।😭😭
আৰু ভাল ভাল নাটক সমূহ আমাক উপহাৰ দি যাব বুলি আশা ৰাখিলোঁ। 👍👍
Aponr acting bilk sai bhut vll lge baa love you baa😘😘😘😘😘😘
moja lagela prostuti ba apunar acting sai. 🤘🤘👍👍👍
Bhut Val lagil hsai....Prastiti bar avinoi Hundar...😘😘
তিনিবাৰ চালো। ইয়াত দুবাৰ। গণেশগুৰি পেণ্ডেলত এবাৰ।
সঁচাকৈ ভাল লাগে।
বা, পাৰে যদি মূলাগাভৰু খন দিবলৈ চেষ্টা কৰিব । সেইখনো এখন নিখুঁত নাটক আছিল। ইমান সুন্দৰ উপস্থাপন আছিল মনত পৰিলে এতিয়াও চাব মন যায়। ইয়াত দিলে আকৌ চোৱাৰ সৌভাগ্য হব
Jogesh kashyap daa no 1 ❤💜💙
Yes
Manuh khua bagh natok khonor pora teor fan moi ..♥️
Bohut dinor murot aji sabole Pam....bohut val lagise mon2..... waiting
Bahut dhuniya lagil Prastuti Baa❤️❤️❤️🙏🙏🙏
তোমাক বহুত ভাল পাওঁ,আৰু তোমাৰ অভিনয়,আগবাঢ়ি যোৱা বা ভগৱানে তোমাক সহায় কৰক...
Kune kune ay natok khanr aviny sai vl paise mok ata like d jwa
Dhuniya naatak ....val laagil bohut....
Khub hondor baa..love you ..sokulu boi gol apunar Acting salute
ৰিতুৰাজ দাদাৰ অভিনয় বহুত সুন্দৰ।। বাকী সকলোৰে অভিনয় বহুত ভাল।
কিমান বাৰ চালোঁ নাটক খন,ইমান ধুনীয়া অভিনয় সকলোৰে।
Bohut bohut dhynobd ba apunaar acting Sai Bohut val pao💕💕💕💕💕
বা সঁচাকৈ আপোনাৰ অভিনয় বহুত ভাল লাগে। বহুত সুন্দৰ নাটক সুন্দৰ উপস্থাপন বা। নাটক খনৰ প্ৰতিটো মুহূৰ্ত হৃদয় চুই যোৱা। Love You বা
Ki Hundor Ovenoi Mam Thankyou so much Thankyou ❤❤❤❤🎉🎉🎉🎉
Emn hundor ovenoi aapunia he koreb pare baidau sai bht vl lgil sai ❤❤
Khun dhuniya hoise ❤️
সচাকৈ আপোনাৰ নাটকবোৰ চাই বহুত ভাল লাগে
ভাল লাগিল ❤
Bohot dhuniya hoise drama khon baa.Apunar abhivoy xsai bht vll lge😘😘😘😘
Oi father ki line be dil kopaai dile jogesh daa i ❤❤❤🙏🙏🙏
Bhraammyomaan theatre r no 1 durdaanto abhineta jogesh daa love you jogesh daa
Ejon side t thoka actor aji lead actort teu
Punam bania ,from Mirza.....Thank you baa....natok khon sabo bohut mon asil...kintu exam asil karoney sabo napalu...aji sabo pai bohut happy... love you always...🥰🥰🥰
Bohut dhunia abhinay....sale soku rua...antor Sui jua...Tonnes of
❣️❣️❣️from my side
~Anish Kashyap
অ' বা..পঢ়িবলৈ এৰি, নাটক খন চাবলৈ ৰৈ আছো। তোমাক ভাল পাওঁ কাৰণে অ' বা,
Vl lagel bulu natk Khan si tq baa👌👍👍👍👍💖💞👤💖💖💖💗👏👏👏
আপোনাৰ শক্তিশালী অভিনয়বোৰ দেখিলে মনত বহুত সাহস পাও
কি সাৱলীল অভিনয়, প্ৰস্তুতি বা.... তুমি সঁচায়ে মহাৰাণী আৰু মেমচাহাব
Ba bohut val lagil saie tumi emn dhunia acting korisa
Prastuti ba r acting r khtha tu koboi nlge🌝 always fire💙
বহুত অপেক্ষাত 💕💕💕
thnq u so so mch ba... bohu dinor pora wait kri asilu...
Bohut Vall lagil sai oo xosaka
Jogesh kashyap 's acting is truly mindblowing.
Mojja lagise baa.... Aru pm buli akha thakil n 👍👍👍👍👍👍👍👍👍
Bhut bhut bhut dhunia lagil ba.
bohut vl lgil sai.moi u ejoni physicly handicp swli hoi.enekua kahinibur sale jibonot aguwai jabole olp hahokh pao o.ru prostuti ba bohut dhuniya ovinoy korise apuni..
তুমি যিয়েই নোহোৱা; যু্ঁজিবলৈ নাপাহৰিবা।
সকলো মানুহেই যুঁজি যুঁজিহে জীয়াই থাকে
সচাঁকৈ কাহিনী আৰু অভিনয় প্ৰশংসনীয়
Prostuti ba apunar natokor babe aibaru roi asilu khub dhunia lagil
Abahan Theatre Memsahab Very Very Good Natak Prostu Porakhar Thank You.
বহুত ভাল লাগিছে বাইদেউ। পাঠশালাত চাৰিবাৰ চাইছু। বাইদেউ মূলা গাভৰু নাটকখন কেতিয়া আহিব ..... মূলা গাভৰু নাটকখন আৰু বেছি ভাল লাগিছে....
Eikhon sabotke besi val Lagise
♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️
Koboloi vakha nyy ouuu baa 🤤😓💕💕💕💕🔥🔥🔥🔥🔥
Hosai bohut vl lagil sai
বহুত ভাল লাগিল দেই চাই 😍🥰
খুব সুন্দৰ নাটক।আজি চালো।যোৱা মাৰ্চ ২০২০ ত যোৰহাটৰ টিয়কতে চাৱ পাৰিলো হেতেন কিন্তু কৰোনাৰ কাৰণে থিয়েটাৰ বাতিল হল।চাবলৈ নাপালো।।সচাই এক হৃদয় স্পৰ্শী নাটক।
Bohutt bohut bohut valll lagill prastuti baa...aru mulagabhoru saboloi roi asu joldi uplode koribo....plzzzzzz
সচাই বহুত ভাল লাগিছে বা।
বাইদেউ আপোনাৰ সকলো নাটক এই ভাল লাগে।
Bhut bhut vl lagil
বহুত ভাল লাগিল চাই, তোমাৰ অভিনয় প্ৰশংসনীয় , বহুতো আশাৰে ৰৈ আছো বাকী কেইখনো চাবলৈ |
I love prasututy ba. Long live and present us good drama.
সঁচাকৈ এখন সুন্দৰ নাটক উপভোগ কৰিলো।
Imn dhuniya natok jibont 1st salu moi.. Xosake ba 2mr ovinoi bur bohut val lage bht dhuniya hoise aixn natok 👌👌
Thank you baya bhut dhuniya hoise natok Khan
বহুত ভাল লাগিলে 🥰🥰🥰🥰
Eagerly waiting for this drama
yes
এইখন নাটক মই বেলশৰ পূজাত চাইছিলো। বহুত ভাল লাগিছে।
Nice ba👌👌👌 and love you 😘😘😘
Xundar abhinay 🤗😍😍😍
Bohut bohut dhunia kahini acting dhunia thanks
East or west you are the best baa 😘😘😘😘😘
Bhut vl paw baa apunar thiyetar Sai ...ru di jawk ..roi asu moi 😌
Thank u uplod diyar babe saboloi bohut din bat sai asilu