| XOINYAXINI | ABAHAN THEATRE | PRASTUTI PORASOR |
HTML-код
- Опубликовано: 4 окт 2024
- Drama: Xoinyaxini
Theatre: Abahan Theatre (2018-19)
Director: Abhijit Bhattacharya
Starring: Prastuti Porasor
Prayashi Porasor
Jaffy Bakshi
Bipul Bora
Rituraj Mahanta
#prastutiporasor #prastuti #zubeengarg #theatre #mobiletheatre #assamese #assam #prayashiporashor #prostutiporasor
সঁচা অসমীয়া অভিনেত্ৰী😍😍
যিয়ে আজিলৈ বেয়া লগা
অভিনয় কৰি পোৱা নাই
My fvrt
অভিজিৎ ভটাচাৰ্যৰ নাট আৰু তাত প্ৰস্তূতি বাৰ অভিনয়!সচাঁকৈয়ে খুব সুন্দৰ সংমিশ্ৰন।বা তুমি মোৰ প্ৰিয় অভিনেত্ৰী😘😘😘😘তোমাৰ সংলাপবোৰে অন্তৰত জোৱাৰ তুলি দিয়ে।
❤🎉❤
Eman dhuniya hoise koboloi vakha nai xosake ......🥰🥰🥰🥰🥰🥰🥰👍👍👍👍
ভ্ৰাম্যমাণ জগতৰ এগৰাকী দুৰ্দ্দান্ত অভিনেত্রী আপুনি.আপুনি আৰু আগুৱাই যাওক তাকে কামনা কৰিলোঁ...
আপোনাৰ পৰা নাট্যপ্ৰেমী ৰাইজে আৰু বহু পাবলগীয়া আছে..abhinetri aru Samragri natok khn mor life t chrastya natok
হয়টো আপোনাক ধন্যবাদ দিবলৈ মোৰ অচৰত একো নাই তথাপিও কৈছোঁ বহু নাটক চালো হেমন্ত দত্ত পাপ ৰ পৰা আদি কৰি চম্পক শৰ্মাৰ বাজী তপন দাসৰ পৰা আৰম্ভ হৈ মৃদূল চুতীয়া মৃদূল ভূঞা , নাটক বহু চালো বহু দাইলক দেখিলোঁ হাহি কান্দোন দুখ সুখ কিন্তু আপোনাৰ দৰে অকলে নাটক লৈ যোৱা প্ৰথম পাইছিলো ।। বহুদূৰলৈ আগুৱাই যোৱা বাইদেউ
যি সকলে কমেন্ট চাই কমেন্ট কৰি যায় লাইক কৰিব
Q
👍👍👌👌👌nijar lagat kahinito mila kahi ni ❤hole anuvab kenekuwa hob kandi dilu
O9 loop 0o0pœ0 oo p PPO o lord Polo oi Polo oi Polo pp loopo ki pool ki o Polo pp pool o Oop Polo p PPO oo 0 po PPO0 po po PPOp po9 poœ po po pool PLO Polo oo o a opportunities9 oo position o Polo pl possible opportunities po possible opportunities pool Oop Oki o9 ao Oop po po po po PLO p possible o0pp pp po œoooo a polo pp oopœo po p0o Oop lord loop œ a p possible PPO look Polo po po poo loop œo 0o po po po loop op 0 œoo po po po po po o9
Polls llpp0llllllllllllllll
Hosa koi
Apunar acting no 1 prostuti baa,,,,,apunar logot proyakhi baa o acing Val lage mur......
প্ৰস্তুতিৰ ইমান দুদাৰ্ন্ত অভিনয় |বাৰে বাৰে অভিভূত হওঁ প্ৰতিখন নাটক চাই…হাজাৰ চালাম
Dhonyobad bohut....
অন্তৰ ছুই গল,,,নিজেই কৰবাত হেৰাই যোৱাৰ দৰে লাগিল।,,,বহুত ভাল লাগিল
Rely
সচাঁই হৃদয় চুই গ'ল প্ৰস্তুতিবাৰ অভিনয় চাই। সংলাপ বোৰে কপাঁই তুলিলে মনটো। কৰবাত যেন মোৰ নিজৰ জীৱনৰ লগত সংযোগ দেখা পালো কাহিনী টোৰ মাজত। দুচকু সেমেকি গ'ল। সুন্দৰ উপস্থাপন। 👌👌👍👍
❤
বহুত বহুত ধন্যবাদ প্ৰস্তুতি বা,,,ইমান এখন ধুনীয়া অভিনয় উপহাৰ দিলা,,,,চাই মন সঁচাই ভৰি ৰল,,,,
কান্দি কান্দি চালো।নাটক ,অভিনয় ,সংগীত ,মিউজিক,মঞ্চ সজ্জা অতি সুন্দৰ।
No more 2nd persons as prastuti
নাটক খন চাই বহুত কান্দিলো । বৰ ভাল ৰাগিল ।
নাটক খন চাই বহুত কান্দিলো । বৰ ভাল ৰাগিল ।
খুব সুন্দৰ লাগিল নাটক খন চাই।
বা আপোনাৰ অভিনয় সঁচাকৈয়ে খুব সুন্দৰ।
কেতিয়াবা লগ পাম বা
Hosakoi gaa num heyori utha ....eya j hosa kahene.. Eman hundorkoi uposthapon korise .....Superb.
সুন্দৰ নাটক ।
এবাৰ প্ৰস্তুতি বাৰ লগত একেলগে মঞ্চত অভিনয় কৰিবলৈ খুবেই আগ্ৰহ আছে ।
Eman hundor koi uposthapon korisre ..bahut Val lagise
prastut bar sang lapel mor hridaya sui gaise
তোমাক বৰ ভাল পাও বা । এবাৰ লগ পোৱাৰ বহুত বহুত আশা আছে।
Only one of the favourite actress ❤❤
উফ্ কি যে অপূৰ্ব!অতি মনোৰম৷ দূৰ্দান্ত অভিনয়৷
নাটক খনলৈ মোৰ অভিনন্দন । বহুত ভাল লাগিছে। মোৰ জীৱনৰ লগত মিলিছে।
বা বহুত val লাগিছে. যুগ যুগ জীয়াই থাকক❤️👌👌👌👌❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️😁
সচাকৈয়ে এখন সুন্দৰ নাটক । আশা কৰোঁ নাটক খনৰ হৃদয়স্পৰ্শী কাহিনীয়ে আজিৰ বস্তুকেন্দ্ৰীক সমাজখনক কিঞ্চিৎ পৰিমাণে হলেও স্পৰ্শ কৰিব । নাট্যকাৰ অভিনেতা অভিনেত্ৰীৰ লগতে সংলগ্ন সকলোলৈকে অশেষ ধন্যবাদ জনালোঁ ।
বহুত ধন্যবাদ প্ৰস্তুতি বা , আপুনি সচাকৈ ব্যতিক্ৰমী অভিনেতা । নাটক খন উপভোগ কৰি আপ্লুত হলো ।
ইমান সুন্দৰ আপোনাৰ অভিনয় সংলাপ হৃদয় মন জুৰ পৰি যায় ।
ধন্যবাদ বা আপোনাৰ অভিনয চায ভাল লাগিল
সচাই বহুত দুখ লাগিল বা আপোনাৰ অভিনয চায। সচাই নৰীৰ জীবন বহুত দুখ লগা ।
Thanks avijit da.prastuti...abahan Theatre all family
খুৱ ভাল লাগিল। অতি সুন্দৰ।বহুদিনৰ মূৰত খুৱ সুন্দৰ নাটক এখন উপভোগ কৰিলোঁ।
সবাংগ সুন্দৰ হৈছে। বলিষ্ঠ অভিনয় প্ৰতিজন অভিনেতা অভিনেত্ৰীৰ।অনাগত দিনত আপোনালোকৰ এই জয়ী যাত্ৰা সুদূৰ পসাৰিত হওঁক তাকে ভগৱানৰ প্ৰাৰ্থনা কৰিছো ।
bht kndilo bht dhunya lgl deii..prastuti ba my fvrt actress...bor xundor kahini bastob ghotna.protjni swli ankua hua usit
সুন্দৰ বা,,এইবাৰ সম্ৰাগী নাটক খন আপলোড দিব বুলি আশা ৰাখিলোঁ,,,আৰু আগুৱাই যাওঁক,সুন্দৰ অভিনয়
ইমান ধুনীয়া জীপাল কাহিনী থকা নাটক চাবলৈ পাই ভাল লাগিল ।
Ptastuti baa osm👍🏻👍🏻👌👌😘😘🥰🥰😍😍
প্ৰস্তুতি বা আপোনাৰ প্ৰতিতো শব্দই যেন সমাজখনক কিবা এটা জ্ঞান দি যায় । জীৱনৰ সমস্ত হেৰুৱায় পেলোৱাৰ পিছতো আপোনাৰ সংলাপ শুনি অভাৱ নামৰ শব্দটো যেন ক্ষন্তেক সময়ৰ বাবে হ'লেও পাহৰি যাও 😭 Life should not be lived life should be celebrate এই বাক্যটোৰ সাৰ্থকতা আপোনাৰ পৰা বেছি ভালকৈ লাভ কৰিছো । আপুনি মহান প্ৰস্তুতি বা আপুনি মহান 🙏🙏
Ai natok xone amr khomaj xont bhut xundor probab pelaise buli kob pri.xub xundor hyse..bhut ktha xikat xhai krise ....Allah bless you
Pothom baraor babe theatre sai cmn korisu.....kiman j val lagil sai....wah....bujab nuaru
এইখন নাটক তsound টো ভাল লাগিছে। এখন সুন্দৰ নাটক।
বহুত বহুত ভালহৈছে বা
kthare bujabo nuwarake bht bht val lagil..njeu nari hosakoi narir jibonr ktha purush hokole ajiu nbjle..aikeidn prostuti bar naat keikhn cai cai okl kandisuhe..
Eman mojja lagil sai. Tumak bohut val paw ba. Aguwayai juwa ba.
এটাই কথা কম, শুভকামনা সদায় আছে আগবাঢ়ি যাওক🙏😘
Dhuniya lagise natok khn sai ..
উঃ কি কম ভাষা নাই.. অন্য এখন পৃথিৱীলৈ যোৱা যেন লাগিল
Bohut bohut bohut dhuniya natok
Bohut dhuniya natok👌👌❤❤❤❤❤❤
My Best actors❤ prastuti porasor ❤ Love from Gauripur (Dhubri)❤
বহত ভাল লাগিল সুন্দৰ নাটক
Bohut vl lagil kandi golu ge sai
Bahut bahuuuuuuut dhuniya baaaaa
বহুত ভাল লাগিল ।টকাৰে সকলো কিনিব নোৱাৰি ।সঁচাই দুখীয়া ঘৰত মৰম আৰু শ্ৰদ্ধা বহুত ।বহুত ভাল লাগে ।অলপ কান্দিলো বা।
PaponBihuRecording
কবলৈ ভাষা নাই ,সচাকৈ অন্তৰ ছুই গ'ল ,prostuti বাইদেউ আপোনাক কি বুলি ধৈণ্যবাদ দিম.... আপোনাৰ নাটকখনী আমাৰ সমাজৰ বাবে শিক্ষা দি যোৱা নাটক , আৰু আগ বাঢ়ি যোৱা prostuti বাইদেউ....।
Thanks baa bhut Val lagil sai natokhun....
So sweet and love you baa....
মোৰ জীৱনৰ এগৰাকী প্ৰিয় নাৰী হৈছে আপুনি ❤❤❤
Lovely ba eman val lagil apunar ovinoi kandi golu
Tnq so much prastuti ba😘
Prastati bah ..bht dunia lagise natok khnn.....
*Prastuti Baar acting xodai best* 💓
Hoi xsa ekdom.... sui gol natok khne 😊
@@himadrikalita7050 ummm 😊
Bahut bahut dhanyobad eman 1khan dhuniya natok amak upahar diya babe........god bless u baa and all acotor and actress
কিযে অভিনৱ অভিনয় সুষ্ঠ দুৰ্দান্ত প্ৰকাশ ভংগী প্ৰস্তুতি পৰাশৰ ৰ। সুন্দৰ অভিনয় শৈলী ¸ কন্ঠ।খূব ভাল লাগিল। চাবৰ বাবে সুবিধাকণ কৰি দিয়াৰ কাৰণে।ধন্যবাদ।
Bohut bohut val lage prostuti ba tumak ,,,
বহুত বহুত ভাল লাগিল বা
ৰাতিপুৱাতো এখন সুন্দৰ নাটকেৰে আৰম্ভ হল আজি মোৰ।।
moro
টকা পইচায়ে যে সকলো সুখ পাব নোৱাৰি তাকে এই নাটক খনৰ জৰিয়তে বুজি পোৱা যায়৷
Hosa baa r acting bht vl❤❤
Bhtu bhtu vl lgila sai.. bhtu dhuk lgila...
Bohut xundor bohut vl lagil Sai posturi baa tumi great tumr potitu xobdot bohut kothai xikai dia moi enekoi a thakibo bisariu
বহুত বহুত ভাল লাগিল চাই বাইদেউ
Best theatre ever,,,,,,,, ending is awesome,,,,,,, specially the bangali song,,,, ufff HEART touching 💚
Pp
অসমৰ বাহিৰত থকাৰ বাবে ৫ বছৰমান ধৰি এখনো নাটক চাই পোৱা নাই সেয়ে আপোনালৈ অলেখ ধন্যবাদ
প্ৰথম আপোনাৰ থিয়েটাৰ চালো অন্তৰ চুই গল। চকুৰ পনীৰে দুগাল তিতি গল গমেই নাপালো।ইমান সুন্দৰ অভিনয় 👍👍 বুজাব নোৱাৰি।
Bhut Bhut vl lagil...
Ba khosai 2maj bhut vl lage.
Bht dhunia lgise ba Ru bki burar babe wait krilo
Baa apunar acting bohut val lagay mur
Hosakoi bohut val lagil sai,,👌👌👌
সচাকৈ প্ৰস্তুতি বাৰ অভিনয় অতুলনীয়।।
Bhute dhunia lagil ba khosai mur sakur pani ulai gol
Bohut Val logise sai ba
ভ্ৰাম্যমাণ চিৰজীপাল হৈ থাকক। প্ৰস্তুতি বা সদায়ে প্রিয়।
Bht dhuniya abhinoy prastuti baa
4 year pist akw abr salo....❤❤ai natak khnr pratito charitroi khub bhal lga..aponar avinoi 🙏🙏🙏
প্রস্তুতি বা তোমাক স্বাগতম । খুৱ ধুনীয়া খুৱ ধুনীয়া
বহু বহু ধন্যবাদ বা #অনুগ্ৰহ কৰি বা মকৰাজাল নাটক খন দিবা
Bohut val lagil ba.hidroy sui gol
Maja - abr saisu kintu kintu aru sabar mon jai asil - but pai galu 😘😘😘😘😘☺☺😚😙
সচাই বঢ়িয়া একটিঙ প্ৰস্তুতি বা
Bohut besi hundor ❤
কবলৈ ভাষা নাই, বহুতো নজনা কথা শিকিলোঁ। সুখ দুখীয়া ঘৰটো পোৱা জাই
নাটকখন চাই সচাঁকৈয়ে আপ্লুত হলো।।।
এনে এখন নাটক চাব পাই নিজকে ধন্য হৈছো।।
বহুতো কথা শিকিব পাৰিলো।। ভাল লাগিল বহুতো।।
Eman dhuniya acting jiyai thakibo dia gaan Tu hosai hundar moi theatre bohut val pau ai khon je moi aribo nuaru protekhon natok val pau moi sua ke sai thaku
Baa oo tumar bolisyho ovinoi tumar xokolu mur khub val lage xrure porai..vogobane tumar Mongol korok..
Emanei dhuniya lage j prostuti ba aponar potitu ovinoy .protitu sanglapei ontar sui jai.
বা তোমাক লগ পোৱাৰ বহুত আশা আছে ,তোমাৰ অভিনয় চাই বহুত দুখ লাগে ।।।
মন টুক কিতিয়াবা তোমাৰ ভিডিও চাই এ শান্তি দিওঁ
মিছ উ বা 🙏🙏🙏💞💞💞
Bht vl lgil sai ...moi bht vl palu ...imn hundr ke krise❤️
Bhut vl lagil bhut njona ktha hikilu..🥰🥰🥰🥰🥰
Mza 🙏🙏
Superb drama...plz Baa next upload Samryaggi & Hanto histo dusto suwali
bhut vl kahini baa...dhunia lagise...
Bht xundor natok, bht xundor kontho, bht xundor music. Hokolu khiniA bht val lagil
বা আজিলৈকে আপোনার তিনী খন নাটক চালো। তিনি খন নাটক চাই মই কান্দ্বি গলো 😰😰😰😰। আপোনালৈ অশেষ ধন্যবাদ জনাইছো বা।।🙏🙏🙏🙏
Thank you so much prastuti baa.
Apunar ovinoy bor priyo lgte apuniu priyo...bohubar natok kaikhn salu bht vl lge...ata onurudh 2019/20 borxor natok kaikhn dibo buli axare bat sam prastuti baa...love u
Khub xundor..dukh lgi gol😢😢
Aji women's day dina.. Ane aakhon natok sabo pai nijoke Hovaigyo buli bhabisu.. Thank you ba .. Apunar acting Atulaniyo