Bhagwat Path || Riju Pathak || Video-55 (চতুৰ্থ স্কন্ধ)

Поделиться
HTML-код
  • Опубликовано: 18 янв 2025

Комментарии • 284

  • @padmeswarsaikia9385
    @padmeswarsaikia9385 3 года назад +5

    হৰি চৰণ চিন্তিও চিত্ত হৃদয়ে সৰ্বথা,
    মুখে বোলা ৰাম কৰ্ণে শুনা কৃষ্ণ কথা।
    প্ৰণাম বাপ। আশীৰ্বাদ কৰিব সকলো সময়তে ভগৱানক স্মৰণ কৰি থাকিব পাৰো।আপোনালোকৰ দৰে সন্ত মন্ত সকলৰ শ্ৰীমুখে কৃষ্ণ কথা অহৰ্নিষে শুনি থাকিবলৈ পাও।আপোনাৰ তথা পৰিয়ালটোৰ কুশল কামনা কৰিলো। কৃষ্ণ কৃষ্ণ ৰাম ৰাম।

  • @probhawati8478
    @probhawati8478 3 года назад +5

    কৃষ্ণ বাপ ভক্তি ভৰা সেৱা নিবেদিলো ।গ্ৰহণ কৰিব।আপোনাৰ শ্ৰীমুখে বেকত হুৱা নাৰায়ণ বানীয়ে সঁচাকৈ আমাৰ চিত্ত কয়া শুদ্ধ কৰিছে প্ৰভূ।আপোনাৰ জন্মৰ সাৰ্থক।আমিয়ো যেন জনম জনম আপোনাৰ দাসীহৈ থাকিব পাওঁ।আপুনি চীৰঞ্জিবী হওক ।সপৰীয়াল কুশলে মঙ্গলে সৰ্বদা সুখীহৈ থাকক।এয়েআমাৰ শুভ কামণা কৃষ্ণ।

  • @monikahazarika6506
    @monikahazarika6506 3 года назад +4

    Krishna ,bap iswar saront pronipat jonalu. Krishna. ............

  • @bontiborah5014
    @bontiborah5014 3 года назад +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ,পুৱাৰ ভক্তি পূৰ্ণ সেৱা আপোনাৰ চৰণত আগবঢ়ালো । সেৱা গ্ৰহণ কৰিব প্ৰভু ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @junumech653
    @junumech653 3 года назад +15

    কৃষ্ণ প্ৰভূ ঈশ্বৰ কৃপালু গুৰুজনাৰ অধমৰ সেৱা গ্ৰহণ কৰিব প্ৰভূ কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ অতি সুন্দৰ ভাগবত পাঠ ভাল লাগিছে প্ৰভূ কৃষ্ণ কৃষ্ণ ৰাম হৰি কৃষ্ণ

    • @jurumatalukdar5338
      @jurumatalukdar5338 3 года назад

      কৃষ্ণ প্ৰভু সেৱা জনালো ।গ্ৰহণ কৰিব।

    • @rajdeep3368
      @rajdeep3368 3 года назад +1

      In

  • @krishnatamang7248
    @krishnatamang7248 3 года назад +1

    কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ গ্ৰহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা, শ্ৰৱণ কৰিব পাই আনন্দিত হলোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক।
    কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰ 🙏

  • @ranjanarabha6619
    @ranjanarabha6619 3 года назад +1

    কৃষ্ণ কৃষ্ণ দেউতা ঈশ্বৰ আপোনাৰ দীৰ্ঘায়ু জীৱন হওঁক,ভবিষ্যত প্ৰজন্মৰ উন্নতৰ ও জ্ঞানী হওঁক এয়ে আমি অধমৰ পৰমাত্মাৰ ওচৰত সেৱা ও প্ৰাৰ্থনা ।কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @rajenchetia869
    @rajenchetia869 3 года назад +3

    কৃষ্ণ কৃষ্ণ প্রভুজনা প্রণাম নিবেদিলো কৃষ্ণ কৃষ্ণ

  • @jintidas6948
    @jintidas6948 3 года назад +1

    কৃষ্ণ কৃষ্ণ। বাপ।পুৱা সকলোৰে মঙ্গলৰ কাৰণে সেৱাহে জনালো কৃষ্ণ।

  • @basundharikakati2310
    @basundharikakati2310 3 года назад +7

    কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা গ্ৰহণ কৰিব ।পুৱাভাগতে আপোনাৰ শ্ৰীমূখে কৃষ্ণকথা শুনিবলৈ পাই ভাল লাগিল । জয় গুৰু শঙ্কৰ ।

  • @lombitmoran4759
    @lombitmoran4759 3 года назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ শ্ৰদ্ধাৰ বাপ জনালৈ এই অভাজনে সেৱা জনালোঁ 🙏🙏🙏🙏

  • @sanjeebkonwar853
    @sanjeebkonwar853 3 года назад +6

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ লগতে সকলোকে ভগৱানে ভালে ৰাখক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো কৃষ্ণ!

  • @nabajyotidas6117
    @nabajyotidas6117 2 года назад +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏❤️🙏

  • @prafullabora5386
    @prafullabora5386 3 года назад +3

    হে প্রভু জন, শ্রৱণ কৰি পৰম আনন্দিত হলো।। কৃষ্ণ কৃষ্ণ । জয় গুৰু শঙ্কৰ

  • @jadavdas-gv8mx
    @jadavdas-gv8mx 8 месяцев назад

    কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ মুখে কৃষ্ণ কথা শুনি বৰ আনন্দিত
    হৈছোঁ,অভাজনকো, আশীৰ্বাদ,কৰক, কৃষ্ণ নাম সদায় মুখত, থাকে

  • @dipikagogoi2840
    @dipikagogoi2840 3 года назад +1

    কৃষ্ণ কৃষ্ণ হে প্ৰভু আপোনাৰ চৰনত সেৱা জনালো

  • @mnath7444
    @mnath7444 3 года назад +5

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ , ভক্তি ভৰা সেবা জনালোঁ , 🙏🙏🙏

  • @dipalidas8073
    @dipalidas8073 3 года назад +5

    কৃষ্ণ ৰাম হৰি ৰাম সেৱা জনালো কৃষ্ণ

    • @kusumkalita828
      @kusumkalita828 3 года назад

      Provu Amrit pun korisu xeyhe krisna;; madhobo

  • @binandadas9675
    @binandadas9675 3 года назад +4

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি ৰাম প্ৰভু মাধৱ কৌটি কৌটি প্ৰনাম জনালে ।🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼আপোনাৰ মঙ্গল কামনাৰে ঈশ্বৰৰ ওচৰত সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি প্ৰভু ।🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃঃঃ।

  • @iboro2628
    @iboro2628 3 года назад +2

    Krishna Krishna raam raam apunak provu e kripa korok Krishna 🙏🙏🙏

  • @sinakiakash1754
    @sinakiakash1754 3 года назад +1

    এই কলিযুগত মানৱ জাতিৰ অন্তৰত পৰম সুখ দিয়াৰ যি প্ৰচেষ্টা কৰিছে আপুনি ই সদায় অব্যাহত থাকক । ঔম বিষ্ণু

  • @mriduldehingia6544
    @mriduldehingia6544 3 года назад +2

    Krishna prabhu, puai puai hewa nibedisu, Ram krishna

  • @nareswarbarman6763
    @nareswarbarman6763 3 года назад +4

    Good morning........xeuwa jonalo bap........

  • @prasantakumarnath9469
    @prasantakumarnath9469 3 года назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ ইমান মধু ব্যাখ্যা লগতে এটি সুন্দৰ উপদেশ দিলে🙏🙏🙏

  • @rupasaikia7513
    @rupasaikia7513 3 года назад +1

    কৃষ্ণ প্ৰভু,আজি সজল পুৱাতো আপোনাৰ শ্ৰীমুখে ব্যক্ত হোৱা ভক্তি ৰসমুক্ত ভাগৱত পাঠেৰে আৰম্ভ কৰি নিজকে ধন্য মানিছো।ঈশ্চৰ পুৰুষে আপোনাক অবিৰাম কৃষ্ণ কথা কবলৈ শক্তি দি কুশলে ৰাখক।🙏🙏🙏🙏

  • @rimaborah6457
    @rimaborah6457 3 года назад +5

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ পুৱাই অমৃত পান কৰালে আপোনাক শতকৌটি প্ৰনাম জনালো৷

    • @purnabora8200
      @purnabora8200 3 года назад +1

      কৃষ্ণ কৃষ্ণ ৰাম

  • @reetabordoloi5258
    @reetabordoloi5258 3 года назад +9

    কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ,আপোনাৰ চৰণত আন্তৰিক সেৱা ধৰিছো | প্রভু ভগৱন্তই আপোনাক আৰু আপোনাৰ পৰিয়াল কুশলে ৰাখক |🙏🙏🙏🙏

  • @hemantidas9051
    @hemantidas9051 3 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি ৰাম নমস্কাৰ গ্ৰহণ কৰিব প্ৰভূ ।

  • @sabitrimedhi6564
    @sabitrimedhi6564 3 года назад

    কৃষ্ণ কৃষ্ণ শ্ৰীশঙ্কৰ-মাধৱদেৱ গুৰুদুজনাৰ পদপঙ্কজ শীৰত লৈ মহাভাগৱতৰ অমূল্য ৰত্ন শ্ৰুতিপ্ৰসাদেৰে আমিসৱৰে কল্যানাৰ্থে আশীৰ্বাদেৰে কৃপাকৰা প্ৰভূ ' শ্ৰীআচাৰ্যদেৱৰ শ্ৰীচৰণত সুহৃদ সেৱা নিৱেদিছোঁ লগতে আমিসৱৰে সুমতি কামনাৰে ঈশ্বৰ'ৰ চৰণত সেৱা ধৰিছো । কৃষ্ণ হৰি ৰাম

  • @amritsonowal7882
    @amritsonowal7882 3 года назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @joyadevi2447
    @joyadevi2447 3 года назад

    কৃষ্ণ কৃষ্ণ স্ববন কৰিলো লগতে শতকোটি পনিপাত নিবদন কৰিলো ।ৰাম কৃষ্ণ হৰি ।

  • @jonalirajbongshi3725
    @jonalirajbongshi3725 3 года назад +8

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ।
    কৃপা কৰিব 🙏

  • @susahantaarts6455
    @susahantaarts6455 3 года назад +3

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ আপোনাক প্ৰণাম 🙏🙏🙏🙏

  • @tulikabarua2838
    @tulikabarua2838 3 года назад +1

    প্ৰভু ..ইমান মধুৰ কথা.. শুনি অতি সন্তোষ পালো। সেৱা গ্ৰহণ কৰিব।

  • @banamalimedhi5097
    @banamalimedhi5097 3 года назад +1

    কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ সেৱা গ্রহণ কৰিব কৃষ্ণ 🙏🙏🙏

  • @sachindrakalita2940
    @sachindrakalita2940 3 года назад +4

    কৃষ্ণ কৃষ্ণ। বাপ সেৱা গ্ৰহণ কৰিব! সুপ্ৰভাত।

  • @pankajbora1978
    @pankajbora1978 3 года назад

    Krishna pravu ponipat jonalu apunar path bekhyar majere kuwa kahini vage amar mon sporso kori goise bor val lagil apunar enedhoronor bekhyai noboprojonmok notun disor sondhan dibo pravu Vagawantoi kripa korok .... krishna

  • @songitasonowalborgohain6989
    @songitasonowalborgohain6989 3 года назад +4

    কৃষ্ণ কৃষ্ণ প্ৰভু ভক্তি ভৰা সেৱা জনালো ৷

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 года назад +3

    কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ পুৱাৰ ভক্তি ভৰা সেৱা ভাগ নিবেদিলো আপোনাৰ শ্রী চৰণত কৃপা কৰিব। অমৃতময় কৃষ্ণৰ কথা শ্রৱন কৰিবলৈ পায় পৰম সন্তোষ পালো। আপোনী ধন্য প্রভু কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @বিতোপনগগৈ-ঢ৯ম
    @বিতোপনগগৈ-ঢ৯ম 3 года назад +1

    কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ ।।।

  • @bijusaikiasaikia8387
    @bijusaikiasaikia8387 3 года назад +3

    কৃষ্ণ প্ৰভু সেৱা জনাইছো।অতি আনন্দিত হৈছো।

  • @angshumalaborgohain3717
    @angshumalaborgohain3717 3 года назад

    সেৱা জনাইছো 🙏পাঠ আৰু বাখ্য়া ভাল লাগিল ৰাম কৃষ্ণ

  • @bharatideka971
    @bharatideka971 2 года назад

    Krishna prabhu Apunaloi Pranam Jonalo 🙏🙏🙏🙏🙏🙏🙏🙏🙏 .....

  • @prayashiartandcraft978
    @prayashiartandcraft978 3 года назад +3

    কৃষ্ণ কৃষ্ণ ।বৰ ভাল লাগিল প্ৰভু। আপোনাৰ লগতে আপোনাৰ পৰিয়ালো কুশলে থাকক, এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো।

  • @namitapatar2478
    @namitapatar2478 3 года назад +5

    কৃষ্ণ , বাপ ভক্তি ভৰা সেৱা নিবেদিলো ।

  • @jayasaharia5055
    @jayasaharia5055 3 года назад

    কৃষ্ণ কৃষ্ণ ।সেবা ভাগি নিবেদিলো । আপোনাৰ শ্ৰী মুখে প্ৰচাৰিত ভাগৱত পাঠৰ ৰস অমৃত আমি পান কৰি আছোঁ প্ৰভু ।

  • @lukudas1209
    @lukudas1209 3 года назад +3

    ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম

    • @probhawati8478
      @probhawati8478 3 года назад +2

      কৃষ্ণ বাপ ভক্তি ভৰা সেয়া নিবেদন কৰিলো গ্ৰহণ কৰিব।হৃদয় জোৰ পৰা ভাগৱত কথাই বহুত বহুত সুখী প্ৰভূ।জনম জনম যেন আপোনাসৱৰ দৰেমহা বৈষ্ণৱৰ দাসীহৈ থাকিব পাওঁ প্ৰভূৰ চৰণত প্ৰৰ্থনা জনালো।আপুনি চীৰঞ্জীৱি হওক কুশলে থাকক পৰিয়ালসহ কৃষ্ণ।

  • @daisyrabha2343
    @daisyrabha2343 3 года назад

    Krishna Krishna prabhu bhakti bhara sewa janaisu Krishna 🙏🙏🙏🙏

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 3 года назад

    Pranam Baap Ishwar 🙏xachakoie ai Adhyai ti ati xunder, huni imman bhal lagil,huni huni xandhiyati xunderkoi par korilo.Krishna Baap Ishwar pinor xeware,Krishna 🙏🙏🙏

  • @manashidevi6721
    @manashidevi6721 3 года назад

    Kishno kishno joi guru sankar 🙏🙏🙏🙏

  • @harudragneel7357
    @harudragneel7357 3 года назад

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালো ।

  • @jadabborah1447
    @jadabborah1447 3 года назад +2

    কৃষ্ণ প্ৰভু , সেৱা নিবেদিলোঁ ।

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 3 года назад +4

    ক়্ষ্ণ ক়্ষ্ণ প্ৰণাম জনালোঁ প্ৰভু....🙏🙏

    • @nilimadas1784
      @nilimadas1784 3 года назад

      Krishna Krishna bahut bhal lagil Bap Krishna Krishna bhagabat path huniboloi kripa kariba Krishna Krishna🙏

  • @sarbanandasingh269
    @sarbanandasingh269 3 года назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @AtulBorahOfficial
    @AtulBorahOfficial 3 года назад +10

    কৃষ্ণ প্ৰভু অধমৰ সেৱা গ্ৰহণ কৰিব 🙏 🙏🙏🙏🙏 শুভ ৰাত্ৰি

  • @renukakalita2459
    @renukakalita2459 3 года назад +1

    কৃষ্ণপ্ৰভূঈশ্বৰঅতিসুন্দৰভাগৱত
    পাঠবৰভাললাগিল।

  • @priyadoleypegu597
    @priyadoleypegu597 3 года назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @mallikaacharjya6281
    @mallikaacharjya6281 3 года назад +6

    প্ৰনাম প্ৰভূ 🙏🙏🙏

  • @rajivkachari9342
    @rajivkachari9342 3 года назад

    প্ৰণাম জনালোঁ প্ৰভু কৃষ্ণ।কৃষি কাৰ্য্যত লগা হৈছে ,কৃপাকৰিৱ কৃষ্ণ

  • @chinugogoi8928
    @chinugogoi8928 3 года назад +1

    Krishna bap pranam🙏🙏🙏🙏🙏

  • @দিগন্তবৰদলৈ
    @দিগন্তবৰদলৈ 3 года назад +5

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম ।

  • @pranjitsaikia5229
    @pranjitsaikia5229 3 года назад +7

    কৃষ্ণ কৃষ্ণ বাপ কুশলে থাকক শুভৰাত্ৰি🙏

  • @padminikonwar34
    @padminikonwar34 3 года назад

    Krishna baapjona shaxrodha pranam..mongole rakhok dirghaiu korok bhagwantoi apunak.xuva rattri

  • @kabitadas61
    @kabitadas61 3 года назад

    কৃষ্ণ প্ৰভূ কোটি কোটি প্ৰণাম জনালো ।

  • @sarajonisardar429
    @sarajonisardar429 3 года назад +1

    Krishna 🙏 Krishna 🙏 Krishna 🙏

  • @basisthabaishya7731
    @basisthabaishya7731 3 года назад +6

    Bap Krishna aponar mukhar amrit bani hunimon pran pula kita hol Krishna Krishna

  • @anuraggogoi4455
    @anuraggogoi4455 3 года назад

    কৃষ্ণ !
    সেৱা নিবেদিলোঁ প্ৰভুজনা !

  • @shyamaborah4819
    @shyamaborah4819 3 года назад

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু জনা সেৱা হে।

  • @pradipkalita916
    @pradipkalita916 2 года назад

    প্ৰভু সেৱা নিবেদিলো । সদাই যেন ঈশ্বৰৰ গুণ গান শুনি থাকিব পাৰোঁ ।

  • @ranjumoniborah6449
    @ranjumoniborah6449 3 года назад +1

    🙏কৃষ্ণ কৃষ্ণ , প্ৰণাম প্ৰভু🙏

  • @bastabjyotibhuyan1132
    @bastabjyotibhuyan1132 3 года назад

    Krishna Krishna Krishna Krishna Bap

  • @ramcharandeka9143
    @ramcharandeka9143 3 года назад

    Ram Ram Krishna Ram Ram Krishna.

  • @parasmanidas0791
    @parasmanidas0791 2 года назад

    কৃষ্ণ ৰাম গোপাল গোবিন্দ মাধৱ ৰাম ❤️

  • @jinukakati1589
    @jinukakati1589 3 года назад +1

    Bap krishan pranam vokati vara xewa janoiso

  • @dambarusingh6973
    @dambarusingh6973 3 года назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু

  • @sattriyadarpan7020
    @sattriyadarpan7020 3 года назад

    প্ৰনাম বাপ , ৰাতিপুৱা আপোনাৰ অমৃত শ্ৰৱনেৰে দিনতো আৰম্ভ কৰো ৷ আপোনাক ধন্যবাদ

  • @sarumaibora6873
    @sarumaibora6873 3 года назад

    কৃষ্ণ
    প্ৰণাম প্ৰভূ প্ৰণাম বাৰম্বাৰ প্ৰণাম আপোনাৰ তযু চৰণত। প্ৰভূ দয়া কৰি কৃপা কৰিব। 🙏🙏🙏

  • @pareshmedhi213
    @pareshmedhi213 3 года назад +1

    কৃষ্ণ বাপ,🙏🛐, আপোনাক শতকৌতি প্ৰনাম।

  • @deepanajlidas4523
    @deepanajlidas4523 3 года назад +4

    Xeuwa jonalo Bap 🙏🙏🙏

  • @akakhsobarman5460
    @akakhsobarman5460 3 года назад

    Krishna krishna bap eswar 🙏🙏🙏👏👌🏽👌🏽👌🏽👌🏽

  • @ranudas4561
    @ranudas4561 3 года назад

    কৃষ্ণ কৃষ্ণ প্ৰভু🙏🙏🙏

  • @junadutta8438
    @junadutta8438 3 года назад +1

    🙏নমস্কাৰ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏

  • @gobindakhakhlari5227
    @gobindakhakhlari5227 3 года назад

    Ram Krishna sewa jonalu🙏

  • @sabitriboruah4411
    @sabitriboruah4411 3 года назад +7

    কৃষ্ণ ।

  • @elimonidas3557
    @elimonidas3557 2 года назад

    Krishna Krishna Bap 🙏 🙏 Pranam

  • @khargeswarkalita3502
    @khargeswarkalita3502 3 года назад

    কৃষ্ণ। প্ৰণাম গুৰু দেৱ ভক্তিভৰা সেৱা ভাগ গ্ৰহণ কৰিব। কৃষ্ণ।

  • @LakhimiGohain
    @LakhimiGohain 4 месяца назад

    Krishna probhu Krishna Ram ❤❤❤❤

  • @bibhamedhi6490
    @bibhamedhi6490 3 года назад

    কৃষ্ণ বাপ🙏, ৰাতি পুৱা আপোনাৰ ভাগৱত শ্ৰুতিৰে দিনতো আৰম্ভ কৰোঁ,মনতো বৰ ভাল লাগে। যোৱা কালী চতুৰ্থ স্কন্ধৰ ৫৫ভিডিঅতো বিচাৰি আছিলোঁ,আজি শুনিব পায় বৰ ভাল লাগিল 🙏 কৃষ্ণ, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো,।

  • @tulumonihazarika4090
    @tulumonihazarika4090 3 года назад

    Kirshna 🙏provu .

  • @gunamaidevi4570
    @gunamaidevi4570 2 года назад

    Krishna Krishna 🙏🏿 prabhu

  • @pranatisaikia2424
    @pranatisaikia2424 3 года назад

    Pranati saikia Prabhu Essar apunar bhagawatar kotha huni bar ananda paesu,. apuner saranat koti koti parthana jonjesu?

  • @DipKumer-ld5sx
    @DipKumer-ld5sx 4 месяца назад

    প্রণাম প্ৰভূ সেয়া গ্রহণ কৰিব কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @pujakalita8491
    @pujakalita8491 3 года назад +2

    🙏 OM Krishna provu aponak ami sewa 🙏 Nice 🙏

  • @innaya212
    @innaya212 3 года назад +1

    Pranam Prabhu 🙏🙏🙏

  • @champawatidekadeka336
    @champawatidekadeka336 3 года назад

    প্ৰনাম প্ৰভূ কৃষ্ণ

  • @rajibdas2961
    @rajibdas2961 3 года назад +5

    কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিৱ

  • @ratnarayray5094
    @ratnarayray5094 3 года назад

    🙏 , krishna bap bohut val lagil

  • @bharatibaruah4882
    @bharatibaruah4882 3 года назад

    Uttambyakhya.pranam janalu,Krishna

  • @munmigogoi2377
    @munmigogoi2377 3 года назад +3

    কৃষ্ণ

  • @pankajboruah3673
    @pankajboruah3673 3 года назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏