মৰমকণ-২০২৫ | চৰাইদেউ সমন্বয় বিহুদল | Moromkon-2025 | Charaideo Bihu-2025 | New Bihu song-2025
HTML-код
- Опубликовано: 10 фев 2025
- গুণাধৰ পাটৰ (ভাই দাৰ) পবিত্ৰ স্মৃতিত
জিতুমণি বড়াৰ পৰিচালনাৰে চৰাইদেউ সমন্বয় বিহুদলৰ
মৰমকণ-২০২৫
প্ৰযোজনা-জিতুমণি বড়া,সীমান্ত চাংমাই, সঞ্জয় মহন, প্ৰাচুৰ্য্য বৰগোহাঁই।
কণ্ঠশিল্পী- বলীন শইকীয়া, শংকৰ বড়া,সম্প্ৰীতি ঘৰফলীয়া, মেঘনা বৰুৱা ৷
কথা/সুৰ- প্ৰদীপ বৰুৱা ফুকন, ভুবন গগৈ, পুলিন মহন, জিতুমণি বড়া, বলীন শইকীয়া ৷
বাদ্যযন্ত্ৰী- ভদ্ৰকান্ত দাস, দ্বীপ,ধীৰাজ, বিমান, যদুমণি, জিতুমণি, বলীন, পৰাণ,পলাশ ৷
বানীবন্ধন/শব্দ সংমিশ্ৰণ- ৰাজোত্তম বড়া (ষ্টুডিঅ আৰ কে ডিজিটেল, বালিঘাট)
ভিদিঅ' সম্পাদনা- বিতুপন বৰগোহাঁই
দৃশ্য গ্ৰহণ- তিলক ৰঞ্জন
বিশেষ কৃতজ্ঞতা-
ৰূপম বৰুৱা, দেবজিত বৰুৱা, মৃদুল গগৈ, বিশ্বজিত চাংমাই, তপন তাঁতী, যুগল মহন, পাৰ্থপ্ৰতিম চমুৱা, ভাৰ্গৱ বৰুৱা, মনজিত গগৈ, পংকজ শইকীয়া, সুমন টিপমীয়া, জুৰি হাজৰিকা,প্ৰিয়ংকা বৰগোহাঁই,প্ৰাৰ্থনা দত্ত, প্ৰাচিকা গগৈ, বিজুমণি কোৱঁৰ, ৰাহুলৰঞ্জন গগৈ, অভিজিত মৰম বৰুৱা লগতে চৰাইদেউ সমন্বয় বিহুদলৰ সমূহ বিহুৱা-বিহুৱতী আৰু শুভাকাংক্ষী ৷
#Moromkon_2025
#Moromkon_bihu_Song
#Charaideo_Bihu_Song_2025
#new_assamese_bihu_song
#Maramkan
#Assamese_bihu_song
#bihu
খুব সুন্দৰ কন্ঠ আৰু গীত,,,, সকলো লৈকে আন্তৰিক অভিনন্দন।
Mojja 👍
Aati hundar hoise.
hundor hundor
Moja lagisa moram kon badya khini bhal lagil
Bhal lagil 😊
Sankar daa main....❤
Bhal lagise dei bht
Bohut vl lagil
Bohut dhunia hoise ❤❤
❤❤❤❤❤❤❤❤❤❤❤ moja a
Eaa moja ❤
Bohut dhunia xoise❤️🔥🔥
Mon vori gol ....❤❤. ..
Val lagil gantu huni❤❤❤❤❤
বহুত ভাল লাগিল💗
Moja hoi sa
Aijoi bihu bihu lgi ee gl ❤❤
মজ্জা দেই.... একদম জুই
Dhuniya❤
Jui jui🔥🔥🔥🔥
নিভাজ অসমৰ নিভাজ গান ❤❤ ।। বহুত ধুনীয়া ৰাতিপুৱাই মনটো ভাল লাগি গল ❤❤
Aiijoiiii moromkon ooo🎉❤🔥
ভাল লগা মানুহে ভাল লগা বিহু বোৰ গালে শুনি থাকিলে পূহ মাহটো বহাগ যেন লাগে ❣️😍
সুন্দৰ হৈছে। শংকৰে ধুনীয়া গাইছে। সকলোৱেই ভাল গাইছে।❤❤
Dhunia🎉🎉🎉❤❤
Dhunia 🎉
Dhuniya bihu bihu lagi goise ❤❤❤❤❤❤❤
Juie Juie🔥🔥🔥🔥
বৰ সুন্দৰ দেই,বলিন দা,,,,,দেখি পাই বহুত ভাল লাগিল,,,,দলৰ প্ৰতি জনলৈকে অন্তৰৰ পৰা শুভ কামনা জনালোঁ,,আৰু যেন সুন্দৰ গীত শুনিবলৈ পাও,,,,,,best of luck,,,,,💯 ♥️♥️♥️
Moja👌👌🥰
ধুনীয়া ❤ আৰু আগবাঢ়ি যোৱা আশীৰ্বাদ থাকিল
Val lagile xuni jui 💥❤
অতি সুন্দৰ❤
সম্প্ৰীতি বৰধুনীয়া গাইছা ....শংকৰ বলিনদা 🙏🙏❤❤
অতি সুন্দৰ হৈছে। আগুৱাই যাওক।
Bohut bohut val lagise❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
বহুত বহুত ধন্যবাদ বিতুপন দা আমাৰ 'মৰমকণ 'eman ধুনীয়া কৈ ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে ❤
Moja bihu bihu
Moojja ❤❤❤
বহুত বহুত সুন্দৰ
❤😍🔥🔥
ৰাতি পোৱা সময়ত বিহু গান শুনিবলৈ পালে মনতো বহুত ভাল লাগে।।।।❤❤
গানটো শুনি বহুত ভাল লাগিল ২ বাৰ শুনিলো,,,,
পাৰিলে মাঘ বিহু আগত আৰু কেইটামান বিহু গান লৈ আহিব।।।
আমি বিহু বলিয়া অসম বাসীক ইমান সুন্দৰ এটা বিহু নাম উপহাৰ দিয়াৰ কাৰণে মৰমকণৰ পৰিয়াললৈ অশেষ ধন্যবাদ জনাইছোঁ।
মৰমকণ❤
Mur priyo bihu namfaki ❤❤❤❤❤
Dhuniya hoise.
মৰমকন ধুনীয়া হৈছে 🎉
Mojaaa
গীতটিত বিহুৰ অনন্য সোৱাদ পালোঁ ❤ মৰমকন আৰু জনপ্ৰিয় হওঁক
মৰমকণ জুই 🔥🔥🔥 ।।
Moromkon bah bor dhuniya
❤❤❤❤❤❤❤❤মজা গুলি বুলিহে কলো আও 🥳🥳 বিহু বুলি কলে উমহ 🎉🎉🎉🎉🎉🎉বহুত ধুনীয়া ।। লগতে সকলোকে অভিনন্দন 🙏🏻
সুন্দৰ গীত, সুন্দৰ কন্ঠ, চৰাইদেউ বিহু দলৰ প্ৰতিজন সদস্যলৈ শুভকামনা লগতে অনুপম আৰু বিতোপন ককাইদেউ লৈ ধন্যবাদ জনালো।
আগন্তুক নতুন বছৰৰ শুভেচ্ছা জনালোঁ 🎉🎉🎉🎉❤
Hundor hoise
Moja bolin vindew
Moja ❤
ধন্যবাদ জনাইছোঁ সকলোকে ইমান সুন্দৰ গান এটা উপহাৰ দিয়াৰ বাবে, নৱ বৰ্ষৰ শুভেচ্ছা জনালোঁ
বহুত ভাল লাগিল ৷৷
পুৰণা বিহুৰ দৰে লাগিল ৷৷
Kokaideu❤❤
Mojja 🎉❤
Moja hoise jitu da
বৰ সুন্দৰ লাগিল ৷
Bihu Geet tu bhal lagil huni ❤❤❤❤
Sundor
Moja❤💥
বলীন da aruh শংকৰ da r কণ্ঠত মোৰ এটি প্ৰিয় গান 😍❤️
❤❤❤oti hundor
Mjaaa mjaaa❤
Sankar da jui🔥🔥🔥🔥
বহুত বহুত ভাল লাগিছে ❤
O morimkon ak Sundar bihu
Val lagil🎉
মজা হৈছে।
Aai pitai k nissoi kom moromkon ❤️
Hundor
Moromkon ❤
মজা মজা❤❤❤❤
অতি সুন্দৰ ককাই সকল,,❤,
L❤ve frm Tinsukia// kakopathar,Dirak gate
❤bhal lga gntu....❤
Dhunia hoise ❤
ধুনীয়া মৰমৰকন
Bohut val lagil
Sankar daa🔥👍
বঢ়িয়া হৈছে
Bhut val lagele❤❤
সুন্দৰ শংকৰ,
East to West our Charaideo Samandnoi husori all so best in the Assam❤❤❤❤
আজৈ বিহু বিহু লাগি যায় ।❤❤
এইকেইদিন কিন্তু সঁচাকে,,,, কিবা মনটো ভাল লাগি গৈছে ❤ নতুন গান এটাৰ সোৱাদ প্ৰতিদিনে পুৱাই পুৱাই ল'ব পৰা গৈছে । তাকো চাহৰ লগত😁 ❤🌼
🙏🙏🙏🙏🙏
@অনুপমবিতোপন 🌼❤️
Jeheer🔥💯
Hundor,, পেঁপা ভাল বজাইছে যদু ভাই❤❤
❤❤❤❤❤❤❤❤❤❤❤
❤ সুন্দৰ
ধেমাজিৰ পৰা বহুত বহুত মৰম যাচিলো ।।
গানতো শুনি বিহু বিহু লাগি গ'ল ,
নকছাৰি পৰা মৰম থাকিল♥️🤍
Jitu dai bor dise😅 dhunia hoise hokolule huvesha jonalu🎉❤
আজৈ মৰম কন❤😊
Shankar da ❤