ঘৰত এইকেইটা সামগ্ৰী থাকিলে ঘূৰাই দিয়ক ৰেচন কাৰ্ড।

Поделиться
HTML-код
  • Опубликовано: 30 окт 2024

Комментарии • 320

  • @girinbora7820
    @girinbora7820 2 месяца назад +44

    একো লাভ নাই গাৰি মটৰ cycle fridges সব থাকা মানুহে ও ৰেচন কাৰ্ড লৈ আছে। আমি চকুৰ আগতে দেখি আছো।

  • @basantaborgohain5372
    @basantaborgohain5372 2 месяца назад +20

    যা টা বাতৰি দি আজি ১০ দিনৰ আগত স্মাৰ্ট মিটাৰ/ সম্পত্তি সেই বাতৰি বিলাক কত সোমালগৈ।

  • @ajoysuklabaidya1648
    @ajoysuklabaidya1648 2 месяца назад +60

    এই কথা বলি লাভ নাই আমার কাছড় ত যার গাড়ী বাড়ি মাটি চাকরী আছে তেও লোকে হে পায় রেশন কাড অরোণদয় PMAY

  • @TaniyaM-gq5jd
    @TaniyaM-gq5jd 2 месяца назад +51

    এই নিউজ অৰ পৰা এক প্ৰকাৰ খাটাং হৈ গৈল, 2026 চনত BJP বিদায় , মানুহক এইবোৰ কামত ব্যস্ত ৰাকি দেশ লোতিপুটি খাইছে BJP a

    • @ramdhenus.t.g.s.h.g.9086
      @ramdhenus.t.g.s.h.g.9086 2 месяца назад

      BJP k bidai dibo lagibo.. nohole ami pagol hoi rashtat bikha khuji thakim..

    • @ramdhenus.t.g.s.h.g.9086
      @ramdhenus.t.g.s.h.g.9086 2 месяца назад +2

      6 mahor agot pariyalor income 3.5clakh koi asile etiya 2 lakh koi ase..

    • @HG-tn7de
      @HG-tn7de 2 месяца назад +2

      Facebook RUclips t dibo paribo . Reality t nohoi😂

    • @navasarma9857
      @navasarma9857 2 месяца назад +1

      আগতে ই,ভি,এম,ক বিদাই দিয়ক ।

    • @HP-uk7zz
      @HP-uk7zz Месяц назад

      ​@@navasarma9857😂 EVM k kio dukh diya he.....

  • @boruah8390
    @boruah8390 2 месяца назад +52

    তহতে নিদিলেও নাই। আমাক 26 ৰ পাছত কংগ্ৰেছ চৰকাৰে ৰেচন কাৰ্ড দিব।।

  • @SanjayBorahkumar
    @SanjayBorahkumar 2 месяца назад +9

    ভালদৰে তদন্ত কৰক সকলো গম পাব পঞ্চাইটত নেতা সকলৰ ঘৰত কি কি ৰাইজৰ বস্তু
    আত্মসাত কৰা হৈছে।

  • @chandanroy363
    @chandanroy363 2 месяца назад +15

    দুখীয়া চাৰিচকীয়া থকা মানুহে পায়

  • @navasarma9857
    @navasarma9857 2 месяца назад +3

    বৰ্তমান চেকেনহেন্দ টাটা নেন কাৰ ৩০ৰ পৰা ৫০ হাজাৰ টকাৰ ভিতৰত পায় । মোৰ বৰ্তমান মাহিলী ইনকাম ৭ হাজাৰ টকা । কিন্তু মইওঁ বহু কষ্টেৰে ৩৫ হাজাৰ টকা গোটাই চাৰিচকীয়া টাটা নেন কাৰ এখন লৈছো ।

  • @benipegu2302
    @benipegu2302 2 месяца назад +3

    মানুহ একেই হয় , নাথাকে।
    মানুহ বাঢ়ে ,ঘৰৰ বস্তু বাঢ়ে, তাত
    চৰকাৰে অনুসৰণ কৰি লাভ নাই।
    আৰু এটা কথা চৰকাৰে দিয়া চাউল
    কাৰো ঘৰৰ কাৰণে নুজুৰে।কি
    দুখীয়া কৃষকসকলৰ গৰম নহয় নেকি,কি ঠাণ্ডা পানী খোৱাৰ অধিকাৰ নাই। 😢😢😢

  • @dhanjitdas6299
    @dhanjitdas6299 Месяц назад +2

    বৰ্তমান চলি থকা সকলো ৰেচন কাৰ্ড বাতিল কৰি যোগ্য আৰু প্ৰকৃত দুখীয়া মানুহ সকলক বৰ্তমানতকৈ দুগুণ ৰেচন দিয়ক। কংগ্রেছৰ দিনত দিয়া ৰেচন কাৰ্ড একেবাৰে দুইনম্বৰী আছিল কাৰণ কংগ্রেছ দলটোৱেই দুইনম্বৰী আছিল এইটো কথা আমি কোৱা নাই ৰাজীব গান্ধীয়ে নিজে কৈছিল।

    • @BH19555
      @BH19555 Месяц назад

      NFS act was passed in 2012, it was implemented after 2014 with issue of new ration card under NFS act 2012.

  • @7gc970
    @7gc970 2 месяца назад +13

    বহুত বহুত ভাল পদক্ষেপ লৈছে অসম চৰকাৰে ভাল ধৰণে তদন্ত কৰিব লাগিব তদন্ত কৰিলে সকলো উলাই পৰিব ।

    • @paulkullu7165
      @paulkullu7165 2 месяца назад

      Sabo lagibo ki ki kore bo pare😅😅

    • @imranmehfuz4907
      @imranmehfuz4907 Месяц назад

      Todontor daitto tomak diley kenekua hobo ?

  • @dipakkalita7034
    @dipakkalita7034 Месяц назад +3

    ভাৰতীয় সকলো জনসাধাৰণক ৰেচন কাৰ্দ দিব লাগে । এই প্ৰস্তাৱ বিৰোধিয়ে লব লাগে ।

    • @HP-uk7zz
      @HP-uk7zz Месяц назад

      Tar pisot Bharat Venezuela, Argentina r nisina hobo

  • @JyotiBorah-t8r
    @JyotiBorah-t8r 2 месяца назад +14

    চাৰিচকীয়া গাড়ী আৰু চৰকাৰী চাকৰি কৰা সকলে ৰেচন কাড পাইছে।

    • @BranisMomin
      @BranisMomin Месяц назад

      😅😅😅😅😅😅

  • @tribenibarman4760
    @tribenibarman4760 2 месяца назад +3

    News anchor বিলাকে একেষাৰ কথাকে বাৰে বাৰে মূখ খন মেলি মেলি বক বক কৰাতো এটা মিনিয়া নেকি।।

  • @PrakashGhatowar
    @PrakashGhatowar 27 дней назад +1

    সম্পূৰ্ণ মিচা কথা। উল্লেখিত আটাই কিটা সম্পত্তি
    থকা পৰিয়ালেও পায় ৰেচন কাৰ্ড। স্থানীয় নেতাৰ লগত ভাল সম্পৰ্ক থাকিলেই হল। জয় আই অসম।

  • @andrewmochahari4663
    @andrewmochahari4663 2 месяца назад

    Valueless news

  • @diptigoswamimazumdar8019
    @diptigoswamimazumdar8019 2 месяца назад +4

    এই বাতৰিৰ কোনো কামত ,নাই, ভালকৈ তদন্ত কৰক, সৰহ সংখ্যক মানুহৰে আজিৰ দিনত আছেঁ উক্ত সামগ্ৰি সমূহ , তেনেহলে সিহঁতে কেনেকে পাই আছেঁ

  • @purnafreetime4756
    @purnafreetime4756 2 месяца назад

    Right

  • @debashishbhattacharjee4493
    @debashishbhattacharjee4493 Месяц назад

    We Love ❤ &Respect ...HIMANTA SIR

  • @HaidarAli-c5k
    @HaidarAli-c5k Месяц назад

    Yes

  • @Sontus-v2u
    @Sontus-v2u 2 месяца назад +7

    একো নথকাকৈয়ে আজিলৈকে ৰেচন কাৰ্ড পোৱা নাই

  • @amarchhetri7864
    @amarchhetri7864 2 месяца назад +9

    কী কয হে আজিকালিৰ যুগত ফৃজ আৰু টিভি কাৰ ধৰত নেথাকে😂

  • @Amrit_yt99
    @Amrit_yt99 2 месяца назад +1

    মজা... অসমত ৫০%ভুৱা ৰেচন কাড ওলাব, দাদালে ভৰি অসম খন।

  • @GANERAMPEGU
    @GANERAMPEGU 2 месяца назад +6

    টিউটৰ সকলে ৰেচনকাড পাবনে নাই ? কোনো কোনোৱে ৩০/৪০ হাজাৰ টকাত চাৰিচকীয়া বাহন চলাই আছে ৷ সেই সকলৰ কি হব ?

  • @bharatigoswami6798
    @bharatigoswami6798 Месяц назад

    Khub bhalo news batil kora darkar 70 percent bad poriibo

  • @ArobindaSaikia-zy2tx
    @ArobindaSaikia-zy2tx 2 месяца назад +2

    কেই দিন মানৰ আগত চাৰি চকিয়া বাহন থকা সকলক ৰেচন কাৰ্ড দি চাউল যোগান ধৰিছিলে হে আকৌ এইয়া কি হল

  • @dhrubajyotigayan4884
    @dhrubajyotigayan4884 2 месяца назад +1

    O Dada 1family jodi 3jon manuh ase... tar wife 3joni e kanekoi orunudoi asoni pai ase....xi2 kanekoi Parise dibo ..kin2 ration card 1khone hoi....aru gaon side member buror ghore ghore xokolu bur asoni kanoi xamori ase......kin2 ration card 1khone hoi...xi2 okol xihotor karone ne ki baru aibur asoni

  • @bhuyantechnical1354
    @bhuyantechnical1354 2 месяца назад

    Very good

  • @MayrukalaArtsDS
    @MayrukalaArtsDS Месяц назад

    General লাইফ ত যদি আমি কথোপকথন হলে একেটা বাক্য দুবাৰ ব্যৱহাৰ কৰাটো অশিক্ষিত মানুহৰ নিচিনা লাগে এইমখা ই 7 টো 8 টাইমছ repeat kore goru goru feel korai

  • @debojanipegu9040
    @debojanipegu9040 Месяц назад +1

    Fan thakileu reson card napabo buli kolehe besi bhal lagibo..

  • @porsubakti112
    @porsubakti112 2 месяца назад +2

    বেচি ৰেচন কাড বেচি আছে গাড়ি থকা চাকৰি থকা সকলৰ কি মানৰ বন্ধ কৰিব চব বিজেপি ৰে মানুহ

    • @HP-uk7zz
      @HP-uk7zz Месяц назад

      2016 r agot sakori puwatu congress r manuh nki 😂

  • @arabindabaro2350
    @arabindabaro2350 Месяц назад

    ঘৰত এজনৰ ভাগত আঠ বিঘা মাটি আছে, কিন্তু ৰেচন পায়।
    মাটি আছে আৰু পুতেকৰ চৰকাৰী চাকৰি আছে, তথাপি ৰেচন পায়। সেইবোৰ পৰিয়ালৰ লোকে ঘৰও পাইছে।
    একেটা পৰিয়ালত একেজন হিতাধিকাৰিৰ নামত তিনিবাৰ ঘৰ পাইছে আৰু চৰকাৰৰ কোনো আঁচনিৰ পৰা বাদ যোৱা নাই, ঘৰত চাকৰি কৰা পুতেকও আছে।
    এইবোৰ দুৰ্নীতিৰ শাৰীত নপৰে নেকি?
    তন্ন তন্নকৈ চেক কৰিলে কোটি কোটি মানুহৰ নাম বাদ যাব, যাবও লাগে।
    বহুতে আকৌ পইচাৰ বিনিময়ত দোকানতেই ৰেচন দি আহে।
    কিছুমানে আকৌ ৰেচনৰ চাউল সুলাই মদ আৰু মচলা বানোৱাত ব্যৱহাৰ কৰে।
    দুষ্টচক্ৰই আকৌ ভুৱা জব card বনাই লৈ চৰকাৰী আঁচনিৰ ধন আৰ্জি আছে।
    এইবোৰ দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে কেতিয়াবা জানো ব্যবস্থা লব?

  • @abouahmed166
    @abouahmed166 Месяц назад

    আপোনালোকে আপোনালোকৰ ৰাজনৈতিক লাভালাভ আদায় কৰিবলৈ গৈ সাধাৰণ জনতাক বিভ্ৰান্ত কৰিবলৈ এৰক। সাধাৰণ জনতাক মূৰ্খ বুলি ভাবি থাকিবলৈ এৰক। ৰেচন কাৰ্ড বিতৰণ কোনে কৰিছিল? সাধাৰণ জনতাই নিজে নে চৰকাৰে? এতিয়া যে সাৰ পাইছে ! ৰাইজৰ মতদান, ৰাইজৰ ধনেৰেই বলীয়ান হৈ যি মন যায় তাকে কৰি যাব পাৰিম বুলি ভাবিছে নেকি ? নে অসমৰ ৰাইজক মূৰ্খৰ পাল বুলি ভাবিছে....!

  • @mamitasaikia6194
    @mamitasaikia6194 Месяц назад

    সকলো মিছা। আমাৰ ওচৰতে গাড়ী আৰু চাকৰি থকা মানুহে ৰেচন কাড সুবিধা পায় আছে। নাৰায়ণপুৰ পানবাৰী মাজগাওত

  • @prince_babu_72
    @prince_babu_72 2 месяца назад

    Nice 👍

  • @protivabaruah1290
    @protivabaruah1290 2 месяца назад

    Khub bhal khobor

  • @BH19555
    @BH19555 Месяц назад

    ১০০ বৰ্গ মিটাৰ মানে ৭.৫ লেচা‌ মাটি। তেতিয়া হ'লে ভাৰতত ৮০ কোটি মানুহৰ নামত ৭.৫ লেচাও মাটি নাই নেকি। মন্দলৰ অফিচৰ পৰা ৭.৫ লেচাতকৈ কম মাটি থকা সকলৰ লিষ্টখন ল'লেয়ে হয় দেখোন।

  • @DipankarRoy-vq7tk
    @DipankarRoy-vq7tk 2 месяца назад

    Khabor to suni...Santi palo.......
    Vale lagil.......... super,👍

  • @anirbangogoi6073
    @anirbangogoi6073 2 месяца назад +1

    আমাৰ গাওঁত গাড়ী, ছৰকাৰী চাকৰি পেনছন পোৱা আৰু বহুত থকা লোকে পাই আছে ৰেছন কাড

  • @PrakashKutum-q9m
    @PrakashKutum-q9m 2 месяца назад

    good acsion

  • @prchangmai2850
    @prchangmai2850 2 месяца назад

    Good . Need ground verified by govt officer

  • @PihuBorsaikia-vv1ph
    @PihuBorsaikia-vv1ph 2 месяца назад +1

    Gari dukhon তিনিখন থকা মানুহে o পাই চাউল

  • @borborinamghartinialidolon6104
    @borborinamghartinialidolon6104 2 месяца назад +1

    Anganwadi worker 56yrs obibahita ration card pabo ne nai janabasun 5:16

  • @amarswapna1133
    @amarswapna1133 2 месяца назад +2

    চৰকাৰ পাগল হল সকলো ৰে ঘৰত আজি কালি ফ্ৰিজ চাৰি নালাগে ছয় আঠ বাৰ চকিয়া চাকৰি থকা সকলো কে দিছে কিন্তু সেই চামে সকলো পাই চেলেকিব পাৰে বিজেপিৰ নদাই ভদাই ক আমি নোৱাৰো সেই বাবেই নিদিয়ে

  • @DibyenduBaruah
    @DibyenduBaruah 2 месяца назад +1

    চাকৰি থকা ,চাৰিচকীয়া থকা স কলৰ ৰেচন কাৰড আছে

  • @jogeshdas4879
    @jogeshdas4879 Месяц назад

    এই কথা কৈ লাঊ নাই । গুৱাহাটীত যিমান ৰেচন কাৰ্ড থকা বৰৰ প্ৰতিগৰাকিৰ এইসমুহ বস্তু আছে

  • @SantiBaruah-yk8vi
    @SantiBaruah-yk8vi 2 месяца назад

    Very nice decision

  • @RanjitChirang
    @RanjitChirang 2 месяца назад

    Mojja

  • @dineshmoran1114
    @dineshmoran1114 Месяц назад

    মামাই জাতে জাত কৰি থাকিব

  • @nitindas3998
    @nitindas3998 2 месяца назад +1

    ভাল কথা সকলো আচনি বনধ করি দিক আরু সকলো বছটুৰ দাম কমাই দিলে হল 😅

  • @sualkuchimusical
    @sualkuchimusical Месяц назад +1

    হব মামা চাৰি চকীয়া গাড়ী থাকিলেও চৰকাৰী ঘৰ পাই

  • @rajukumardas251
    @rajukumardas251 2 месяца назад +2

    Sarkari chakuri na thakile ration card dibo lagiboi

  • @Apna-Raju-Official
    @Apna-Raju-Official 2 месяца назад +2

    Niyam aami bonam 2026 ot....😂😂😂😂😂😂😂😂😂😂😂

  • @prabitrabora6152
    @prabitrabora6152 Месяц назад

    চাৰি চকীয়া গাড়ী, ফ্ৰীজ বাদেই ৮/১০/১২/২৪ বিঘা মাটি থকা মানুহে চাৰিচকীয়া গাড়ী লৈ চাউল নিব আহে

  • @tarulatachakraborty7621
    @tarulatachakraborty7621 2 месяца назад

    Good decision ‼️

  • @imtiyazhussain3360
    @imtiyazhussain3360 2 месяца назад +1

    Bye bye bjp 2026

  • @MonikaGogoi-k7x
    @MonikaGogoi-k7x 2 месяца назад +4

    চিয়ৰি কী লাভ হাজাৰ হাজাৰ লোকৰ মাটিৰ ।গাড়ী চাকৰি থকা লোকে ৰেচন কাড‌ পায় আছে

  • @jitaborah6042
    @jitaborah6042 Месяц назад

    এইবোৰ চিঞৰি লাভ নাই। ভাল চাকৰি কৰা বোৰৰ হে ৰেচন কাৰ্ড আছে

  • @jitenmadahi7277
    @jitenmadahi7277 Месяц назад

    কবি থাকি লাভ নাই জদি চৰকাৰে চাৰ্ভে নকৰে পনচায়তো কাম শপি দি একো লাভ নাই টকা পালে চাকৰি য়ালোকো দিএ

  • @AnamikaBarman-cn9gi
    @AnamikaBarman-cn9gi 2 месяца назад

    আমাৰ ইয়াত বহুত বিঘা মাটি থকা মানুহে পাইছে ৰেচন কাৰ্ড। এই বিলাকৰ পৰা ৰেচন কাৰ্ড ‌সোনকালে আতৰাব লাগে।

  • @shijasmitachimpi-vc1yy
    @shijasmitachimpi-vc1yy 2 месяца назад

    চৰকাৰী চাকৰি থাকিলোঁ ৰেছন কাৰ্ডৰ পাই..

  • @kamaleswardeka7664
    @kamaleswardeka7664 2 месяца назад +1

    CM sir ata Mobile No Diba ami koi dim bahutar service asya car asya kinto minimum 90 Lac's Olaba sakalo Investigation karibaloi lagay 😂

  • @Sgohain15
    @Sgohain15 2 месяца назад

    Vl krse

  • @NitulSaikia-lu1zi
    @NitulSaikia-lu1zi Месяц назад +1

    অৰুনদযকোনেপাই

  • @SADAGARMILI
    @SADAGARMILI 2 месяца назад

    💯✔️

  • @DeepjyotiMazumar
    @DeepjyotiMazumar Месяц назад +1

    Aai bar khatang hoi gol 2026 bjp bidai go back bjp sarkar nalage aamak bjp sarkar or bostu

  • @rajubaishya3356
    @rajubaishya3356 2 месяца назад

    মন্ত্ৰী বিলাকৰ ইমাঞ্জে সম্পত্তি গৰি তুলিছে হেই বিলাগ হিচাব কটগল .........

  • @ratulbarman-i2u
    @ratulbarman-i2u 2 месяца назад

    চৰকাৰি চাকৰি পাই ৰেচন কাৰ্দ পাই আছে ।শুনিবলৈ হে ভাল নাপাই বুলি

  • @RekhaGurung-bk8ry
    @RekhaGurung-bk8ry Месяц назад

    Nrc or fingerprint Kati diyok mama plz

  • @bhagyashreeandkabyashree5977
    @bhagyashreeandkabyashree5977 2 месяца назад

    নিৰ্বাচন আহিলে সকলোৱেই পাৱ পাৰে। এইবোৰ ফকতীয়া বাতৰি।

  • @BhaskarKhaund-n7g
    @BhaskarKhaund-n7g Месяц назад

    Amak ai sorkar nalagae axom khon tu basilai atia manuhok ku basibo ,Aru basi din nai amak kabo tuhutor tu 2ta kidni asae 1ta sorkarok dibo lagibo noholae axom aribo lagibo....

  • @NarendraPdBarman
    @NarendraPdBarman Месяц назад

    গাড়ী বাড়ি থকা লোকে ঘৰ,ৰেচন কাৰ্ড, অৰুণোদয় আদি সকলো ভোগ কৰিয়েই আছে আৰু এইবোৰ আপুনি ম‌ই দিছো নেকি ?
    এতিয়া কথা হ'ল ৰেচন কাৰ্ড বাৰু ওভোটাই নিব কিন্তু ঘৰটো ওভোটাই নিবলৈ ব্যৱস্থা কি?

  • @rituponkonwar7730
    @rituponkonwar7730 2 месяца назад

    মামা সমপতি বহুত হল অসমৰ মন্তী হব নালাগে বুলি ভাবোঁ

  • @ratulgogoi9380
    @ratulgogoi9380 2 месяца назад

    Creta, Fortuner, 100 200 বিঘা বাগান খেতি মাটি থকা বোৰে পাব

  • @RaanusaikiaChetia-un4qu
    @RaanusaikiaChetia-un4qu 2 месяца назад

    এনেই বকি থাকিব নালাগে।গাঁৱত আহি চকু মেলি চাওক হি চব থকা বোৰেই পাই আছে।এইবোৰ বহুদিনৰ পৰা শুনি আছোঁ কিন্তু ফুটোকা ৰ ফেন

  • @ChandraDevi-iv3wh
    @ChandraDevi-iv3wh 2 месяца назад

    Natun ration card ktiya dibo?

  • @ApurbaBora-j5g
    @ApurbaBora-j5g 2 месяца назад +5

    Meya belakok deyak . Hehotor ghorot yebor nai

  • @ilasaikia7305
    @ilasaikia7305 2 месяца назад

    বৰ্ত্তমান চাৰিচকা,দুই চকা,মেটমৰা ভৰাল তাৰ ঘৰত ৰেচন কাৰ্ড দিয়ে আনৰ ঘৰত আশ্ৰয় লোৱা সকলে নাপায়।

  • @pratimaghosh2078
    @pratimaghosh2078 Месяц назад

    In cachar also people are having false ration card

  • @Ramboruslee.1234
    @Ramboruslee.1234 2 месяца назад +1

    Eman natak korebo nalage , reason card nidelai hol

  • @anirudhakalita4041
    @anirudhakalita4041 2 месяца назад

    ম ই নিজে জনাত গুৱাহাটীত তিনিচাৰিখনকৈ গাড়ী আছে তিনিমহলীয়া অট্টালিকা আছে তথাপিও ৰেচন কাৰ্ডৰ চাউল পায়। আমাৰ গাঁওৰ গৰীৱখিনিৰ লগত এয়া ভদ্দা মজাক নহয় যদি আৰু কি যি এতিয়াও কাৰ্ড এখন বনাবলৈ বিজেপিৰ পালিনেতাৰ ঘৰত এদিনত তিনিবাৰকৈ দৌৰিব লাগে ।পঞ্চায়ত সভানেত্ৰীৰ ঘৰটো আপুনি যাব ই নোৱাৰে । চোতালত গৈ থিয় হলে এজন এজনকৈ দুই তিনি জনে ওলাই আহি এনেকৈ চায় যায় যে কোনোবা বেলেগ গ্ৰহৰ প্ৰানী গৈছো।সোধ পোচ কৰা বেলেগ কথা, শেষত এজনে আহি কি যায় মা নাই । শেষত যেনিবা ৰেচন কাৰ্ডৰ দোকানী‌ জনৰ কৃপাত যোৱা মাহত মোৰ কাৰ্ডখন হল। তিনিজনৰ নাম দিছিলো পোৱালীটোৰ নহল ,অৱশেষত 10 kg চাউল পালো।

  • @ratanmech617
    @ratanmech617 2 месяца назад

    চেক কৰিব লাগে ঘৰে ঘৰে

  • @deepsarma071
    @deepsarma071 2 месяца назад

    Very very good decision

  • @jonakimusiccreationassames387
    @jonakimusiccreationassames387 Месяц назад

    NANO খন গাড়ীত পৰে নে

  • @sabitribarman7396
    @sabitribarman7396 2 месяца назад

    আমাৰ গাওঁত চাকৰিয়াল পৰিয়ালৰ ঘৰত আছে ৰেচন কাড।

  • @shaiburrahman5461
    @shaiburrahman5461 2 месяца назад

    All village are central level checking for ration Card

  • @chandanbora9040
    @chandanbora9040 2 месяца назад

    Aru Baki thakil TV.Bike,Electricity ect...etc

  • @debasishkar8715
    @debasishkar8715 2 месяца назад

    Ni chakori .

  • @AtowarRahman-y8n
    @AtowarRahman-y8n 2 месяца назад

    ঘরে ঘরে ভাল কৈ চেক করিব ভাবে সত মানুহ দিতধনত করিব লাগে

  • @nirolabaro5455
    @nirolabaro5455 Месяц назад

    Kaklabari Somobay Somiti Simla Bazarat buhut bhuwa rechon card ase sompadoke nijor somporkio sokolok gopone dise District :Baksa BTR, Assam

  • @SarimulIslam-es9dv
    @SarimulIslam-es9dv 2 месяца назад

    আমার নাই রাসন কার্ড 3বার aplay korsi Amar kucu nai

  • @बाबा-व4च
    @बाबा-व4च 2 месяца назад +7

    গাঁৱে গাঁৱে চৰকাৰী মানুহ পটাওক গোটেই গাওঁ বিলাক তদন্ত চলাওক

  • @Biswajeet-tsk
    @Biswajeet-tsk Месяц назад

    asol kotha tu hol, government aor hatot toka nai, achoni bilak di poisa nai government aor.

  • @nabajyotisaikia8117
    @nabajyotisaikia8117 2 месяца назад +1

    That means,Dukhiya dukhiya hoi thakibo.....dhoni dhoni hoi e thakibo..Let, mur reson card ase,moi ki hei buli freez ata nikinim neki....naiba mur ghor kokai ,bhai voni ht e sorkari sakori karone apply koribo nuwaribo neki.....naiba let, mur income 2lack r tol t....mur akhon sari sokiya gari ase...jar dara moi family solai asu......hei buli moi ki reson card napam neki

  • @JahangirHussain-o8i
    @JahangirHussain-o8i 2 месяца назад

    মোৰ লগত লিছ আছে গাড়ি ২০বিঘা ১০বি বাগান আছে ৰেচন কাড আছে

  • @mithunsen1907
    @mithunsen1907 2 месяца назад

    Smart meter, ketia bondho hobo

  • @polygoswami9554
    @polygoswami9554 2 месяца назад

    গাড়ী লৈহে চাউল নিবলৈ আহে । এইবোৰ একো কাম নাই

  • @SewaliDas-s6f
    @SewaliDas-s6f 2 месяца назад

    ভাড়াঘৰত থকা মানুহে পাব নে

  • @luhittalukdar7202
    @luhittalukdar7202 2 месяца назад

    এই বোৰ মিছা কথা।যাৰ আছে সিহঁতে হে পায়।

  • @jabinkhan4273
    @jabinkhan4273 Месяц назад

    Aneu aku hubidha pua nai ❤aru retion card u nalage. Akue...pua nai.