মই এইবাৰ Bsc Last sem mur mejor chemistry মই বহু কষ্ট কৰি নিজে income কৰি পঢ়া শুনা কৰিছোঁ। কেতিয়াবা আনৰ ঘৰত হাজিৰা আন কেতিয়াবা হোটেলত কাম কৰিছোঁ । But বহুতে insal কৰে but মই 😭😭😭
Mur baba job kore dada doctor... Kintu moi bussines koru logote 10 jon honsthapon pauk. Aru nije poka misti koru aru hotelot kam krislu.. aaru atiya boylaar fram start korisu... Axomiya jaati khesera jaati....
"Jin- jan-jo" dinotei jintue randhi khuaisil. Very good person. Koboloi vaxa nai. Kamok Sanman dibo jona aru manuhoke valpua manuhjonei hl JINTU. God bless u JINTU.
অসমীয়া জাতিটো এনেকুৱা জাতি যিয়ে খোব ইতিকিং কৰে these lines are ❤️❤️
@@kalyankonch625 Thank you
100%.
Correct 100%
100% correct
Kebol etiking korai nohoi logote hinkhau kore
অসমীয়া এনে এটা জাতি যিয়ে আনক ইতিকিং কৰে আৰু কাম কৰিবলৈ অনুপ্ৰেৰণা নিদিয়ে.. Right saying 💯
❤️🙏💯
We feel proud as an Assamese.
Well done
মই নিজেই অসমীয়া, কিন্তু এটা কথা কবলৈ মই কুণ্ঠাবোধ নকৰোঁ।
সেইটো হল "আমাৰ অসমীয়া জাতিটো বৰ লেতেৰা জাতি। নিজেও উন্নতি কৰিব নিবিচাৰে, লোকক উন্নতি কৰা দেখিলেও ঠেঙত ধৰি চোচুৰাই তললৈ আনে"
Great.
ভাল লাগিলে
Apunar pratitu tupal.amar babe diamond.live long.god be with you.
ভাল লাগিল। এই ভীম ভিটাৰ কথা প্ৰথম বিস্ময়ৰ পাতত পঢ়িছিলো স্কূলীয়া দিনতেই।
Good
Apunio mor jiwanar ajon patha pradarsak. Bahut prerana paison.Dhanyabad.
♥️👍
ইটিকিং এটা বহুত ভাল তাৰ কাৰনে কোনো চিন্তা কৰাৰ কাৰণ নাই ৷ ইটিকিঙে মানুহক কাম কৰাৰ মনোবল বঢ়াই ৷
❤😢❤😢
একদম সচা কথা আমাৰ কাষৰ মানুহবোৰে ও কেবল ঠাট্টা কাম নাই সেইবোৰৰ
Axomiya jatir kotha thik kothay koise ..... 🙏🏿🙏🏿🙏🏿👍
আমাৰ ঁদেউতাৰ উপৰিও আমিও Bhim vita ব্যৱহাৰ কৰি আহিছো…
বহুত সহায়ক হয়…ধন্যবাদ আপোনালৈ 💚
@Sanjib@21 🤭🤭🤭🤭
Professor ৰ লৰা প্ৰফেছৰ হব নোৱাৰে আৰু principal ৰ লৰা principal হব নোৱাৰে দেউতাৰ লেবেল ত থকাৰ বাবে ভি কাৰিত প্ৰমচন হয়। কিন্তু ভাগ্যৰ বলত জীৱনৰ চকী বদলি হৈ গল tk
ধন্যবাদ আপোনাক ডাঙৰীয়া। অতি সুন্দৰ পদক্ষেপ। (এই অহংকাৰী মনোভাৱৰ কাৰণে অসম ৰসাতলে গৈছে। অনা-অসমীয়া বোৰ অসমতে ধনী হৈছে। অসমীয়া বোৰ......?)
Agbahi jua
আপুনি নেকান্দিৱ ভগৱানে আপোনাক আৰু সহায় কৰিৱ
God bless you
মই এইবাৰ Bsc Last sem mur mejor chemistry মই বহু কষ্ট কৰি নিজে income কৰি পঢ়া শুনা কৰিছোঁ। কেতিয়াবা আনৰ ঘৰত হাজিৰা আন কেতিয়াবা হোটেলত কাম কৰিছোঁ । But বহুতে insal কৰে but মই 😭😭😭
Moi chem. Olp tan pau...but phy. re b.sc krilu..bortoman sagoli puhi asu lgte interview krne phi asu
Thike ase god bless you
Thnk u
Unnati hob,
Assam t 95% manuh tenekuwai ase....
Mur baba job kore dada doctor... Kintu moi bussines koru logote 10 jon honsthapon pauk. Aru nije poka misti koru aru hotelot kam krislu.. aaru atiya boylaar fram start korisu... Axomiya jaati khesera jaati....
Salute 👍👍👍👍
Well done.... you are an inspiration for the Assamese youth
Great 👍👍👍👍
অসমত দুটাই উপকাৰী ইউটিউব চেনেল সেই দুটা হৈছে উপাৰ্জন আৰু দেৱোত্তম অসম ।
Bohut valkam karesa God Halp You
অসমীয়া মানুহে ভাল কাম কৰা মানুহক সচাকৈয়ে ইতিকিং কৰে অনুপ্রেৰনা নোযোগায়. আমাৰ ক্ষেত্ৰত হৈ আছে.
এটা ইটিকিঙে আপোনাৰ বাবে আশীৰ্বাদ হল। আপোনাৰ ব্যৱসায় আৰু আগবাঢ়ি যাওক।
এনে ধৰনৰ অসমীয়া উদ্যোগীলৈ প্ৰনিপাত জনালো ।অসমীয়া যুৱক যুৱতীয়ে তেখেতক অনুকৰন কৰিব লাগে।
💯% right said sir 🙏🙏
বহুত ভাল লাগিল👍👍👍👍
আমাৰ জাতিটোৱে আনক ঠাট্টা, উপহাস কৰাত ওস্তাদ। যেনেকৈ কাবাদী খেলত পিচফালৰ পৰা টানি ৰাখিব খোজে, ঠিক তেনেকৈ কোনোবাই আগুৱাই গলে টানি পিছুৱাই ৰাখিব খোজে।
hsakoi bhut dukhor kahini ,,tothapiu apuni karu kotha nhuni aguwai juwa2 ha asol kotha ,,salute dada apunak
Thank you sir..
Vhl km krise dada ami agbhi jbo prim
Good news happy I'm
Bohut Bohut asirbad Thakil...Aguai Jok.
সচাঁ কথা কৈছে । আমি অসমীয়াই অসমীয়াক যিকোনো ক্ষেত্ৰতে উথান হব দিব নিবিচাৰো ।
মই আপুনালে চাৰিবছৰ আগত ফোন কৰিছিলো।কিন্তু এখেতৰ ব্যৱহাৰ অতি বেয়া।এই চকুপানী অভীনয়ৰহে।প্ৰেৰণা যোগোৱাৰ কথা অনৰ্থক এটা শব্দ কলে। কবলৈ ইচ্ছা প্ৰকাশ নকৰে।
Uparjan channel to loi dhanyabad janalo.
দাদা ভীমবিতাত কি কি মিহলাই এটা অনলাইন পশিক্ষন দিব নেকি
God bless you.
You are great. Do not listen to others who speaks bad. I am also like you
বৰ ভিল চিনতা
Salute you Mr Indukalpa Bhorali....you are an inspiration to all 🙏🙏
Dada apni aru aguwai Jabo... God bless you
Apriyo hatyatu hol teur background val.
বহুত ভাল লাগিল।আগবাঢ়ি যাওঁক।পিছে ইতিকিং কৰা সকলে ছাগৈ এতিয়া ভাবিছে
আপোনী মহান্ ।
Aponalokr jriyte plz
Dada jis par jog hosa he wohi itihas Rosa he
আপোনালোকে বহুত ভাল কাম কৰি আছে । কিন্তু video presentation আৰু editing বহুত ভাল কৰিব লগা আছে।
বৰ ভাল কাম কৰিছে আপুনি সকলোকে সহায় কৰিব
এই Brand য়ে পৃথিবীৰ পৰিধি পাৰ কৰিব .I From CRPF
Ki kom moi ar bahut val lagil sai
ভাল লাগিল। অসমীয়াই ঘৰুৱাভাৱে উৎপাদন কৰা বস্তু বিবহাৰ কৰক
dada apunar food factoriloi.bhimkol supply koribo parim nai jonabo
Aapuni aru aguwai jaok..God bless you...
Proud of majuli...dada...agbahi jauk....bohut val lage ...👌
,বহুত ভাল | আমি শিশুক খুৱাইছো|
🙏🙏🙏
Axomiya deka lora bur ulfaloi nogoi ei manuhjonok folow korok. Sabo edin axomiya jati bohut aguwai jabo.!
God bless you 🙏🙏🙏👍👍👍
Bohut bohut thanks.seneltu aguai jauk.
You are our inspiration
খুবেই ভাল লাগিল চাই , আগুৱাই যাওঁক ❤️
Bahut val lagil video tu dada
Good bls you
A good inspiration video
We r motivated ur video
Great man in assam
Thank you sir
proud of you
Good job sir
Mok ajn bebkhaiyir lgt sinaki kri diyak plz Moro mn jai aneke akhan bebkhai lgt jrit hb
Very good product god bless you
oxomiya nohoi manuh jatiye okhobvyo, ovodro, soitan jati hoi.
সঁচা অৰ্থত আপুনি অসমৰ এজন সুসন্তান । ঈশ্বৰে আপোনাৰ মঙ্গল কৰক ।অসমৰ আকাশৰ উজ্জ্বল নক্ষত্ৰ ।
আপুনি ধন্যবাদৰ পাত্ৰ দাদা..
God bls u
Right100%
Right brother. God bless you.
"Jin- jan-jo" dinotei jintue randhi khuaisil. Very good person. Koboloi vaxa nai. Kamok Sanman dibo jona aru manuhoke valpua manuhjonei hl JINTU. God bless u JINTU.
Salute....
Sir , sinta nokorebo. Manuhe apunak hahi leu apuni tu business icon hoi gol no.Apunar bohut unnoti houk. 🙏
তেৰাই আপোনাক আৰু আগবঢ়াই নিয়ক🙏
Aguai jauk
সঁচাকৈ তেওঁ আমাৰ বাবে প্ৰেৰণা ৰ উৎস
Ru axomiya mnhu ai a xovab ..kintu j hoise vlr krne... apuni ru aguai jabo ...❤️
আজি অসমিয়া,জাতি বুলি কবলৈ বেয়া লাগে নিজে যি সকলে একুনকৰে।লুকে কৰিলে হাহে
apunar korm xosakoi xolgibo logiya...unnatiyar pathat aru aguai jawak....... May God bless u.
Amar bhut bya lagisa kintu apur kotha xuni bhut vl lagil
আপোনি অসমীয়া জাতীৰ প্ৰতি প্ৰেৰণাৰ ব্যক্তি। Vidio টি সম্পুর্ন চাই ভাল লাগিল। আশাকৰো আৰু আগুৱাই যাওক ।
God bless you sir
Great Inspiration ❤️
Very good kokai deo homoy pale adin jaam aapunar usrt🙏🙏🙏
Right
Aguwai jauk god bless you
জিনতু, ভগৱানে তোমাক সহায় কৰি থাকিব, তুমি যুৱ প্রজন্মৰ বাবে অনুপ্রেৰণা দায়ক আমাৰ আশীর্বাদ সদায় আছে , তোমাৰ তালৈ মই আকৌ যাম দেই ।
👍
সচাকথা,কৌচে,অসমীয়া,মানুহে,,,,,,,,
❤️❤️
Moja de dada..