টীয়কৰ দুই কন্যাই লাভ কৰিলে সফলতা

Поделиться
HTML-код
  • Опубликовано: 8 фев 2025
  • আজি ঘোষণা হোৱা অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত জিলিকিছে দৰিদ্ৰ পৰিয়ালৰ বহু যুৱক-যুৱতীয়ে ৷ টীয়কৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ পৰিশ্মিতা শইকীয়া আৰু ৰাজশ্ৰী বৰাই লাভ কৰিলে সফলতা ৷
    News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis.
    𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒
    𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    𝐊𝐨𝐨: www.kooapp.com...
    𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: t.me/ND24Updates

Комментарии • 46

  • @Miduldutta
    @Miduldutta 2 года назад +14

    এই অভিযোগ কৰা কথাটোক লৈ
    বহুত বেয়া শব্দৰে দুহাৰি থৈছোঁ অভিযোগ কৰা ভিক্টৰ দাসৰ নামৰ ৰাজনীতি কৰা মানুহ তুক আৰু আপৰ গু খোৱা নেটা বোৰক ,
    আমাৰ বিশ্বাস আছিল এই টো
    ইয়াত ৰাজনীতি কৰিছে ,
    আৰু ভাল মানুহে বেয়া কাম আমি জানো
    আজি ভিক্টৰ সাৰাম জাতা ক'ত ক'ত গ'ল ,
    ভাল লাগিছে বৰ্তমান লৈকে যি সকলে চাকৰি লাভ কৰিছে
    তেওঁৰ লোকৰ বাবে ধন্যবাদ জনালো,
    আমি নিজে একো কৰিব নোৱাৰিলো
    কিন্তু আন মানুহে যদি কষ্টৰ বিনিময়ত কিবা এটা পায় শান্তি লাভ কৰো ,
    ধুনীয়া বহুতো ধুনীয়া বিশ্বাস দিছে আমাৰ মূখ্যমন্ত্ৰী জনে,,
    জয় শ্ৰীৰামমমমমমমমমমমমমমমমমমমমমমম

  • @polkakati9020
    @polkakati9020 2 года назад +6

    এই সুযোগতে মাননীয় মুখ্যমন্ত্ৰী দেৱলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে আৰক্ষী সঞ্চালক প্ৰধান মহোদয়লৈও। ভাল কৰ্মৰ স্বীকৃতি সদায় প্ৰসংসিতই হয়। এনেবোৰ প্ৰংসাৰ কথা শুনিলে আপোনালোকৰ ওচৰত শিৰনত হৈ যায়। সদায়েই যেন এনে কামৰ মাজেৰে আশীৰ্বাদ তথা সুনাম অক্ষুন্ন ৰাখে যেন।

  • @abhijitgogoi16
    @abhijitgogoi16 2 года назад +5

    শুভেচ্ছা জনালো।ভাল লাগিছে মেধাৰ ভিত্তিত চাকৰি পাইছে, যেনেকৈ স্বচ্ছতাৰে চাকৰি পাইছে আগলৈও যাতে নিকা স্বচ্ছ তাৰে কাম কৰি যায় কামনা কৰিলো।

  • @kanakrabha3239
    @kanakrabha3239 2 года назад +7

    বহু দুখীয়া লৰা ছোৱালী চাকৰি পালে বহু ভাল লাগিছে আজি পৰীক্ষা নিকা হৈছে যেন পাওঁ

  • @bababorah9085
    @bababorah9085 2 года назад +10

    আখিল, কংগ্ৰেছ ,আপ, লুৰিণ , তৃণমূলৰ OTP ৰিপুণ বড়া আৰু বাওঁ তহঁতে চকুমেলি চা ॥ লগতে চেলেকা চেনেলৰ সাংঘাতিক কেইটা ॥ দুখীয়া মানুহে চাকৰি পাইছেনে ॥ অভিনন্দন ॥

  • @kirangogoi4748
    @kirangogoi4748 2 года назад

    সুন্দৰ, এটা সময় আছিল টকা নিদিয়াকৈ চাকৰিৰ কথা দুখীয়াই ভাবিব নোৱাৰিছিল । ধন্যবাদ অসম চৰকাৰ ।

  • @mrjobola2170
    @mrjobola2170 2 года назад +1

    একাংশ মেডিয়াৰ প্ৰচাৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশ্ন হয় যে দুখীয়া বুলি চাকৰি পাইছে নে আৰ্থিক ভাৱে দুৰ্ৱল ঘৰৰ লৰা-ছোৱালীয়ে নিজৰ যোগ্যতাৰ বলত চাকৰি পাইছে।
    যোগ্যজনক যোগ্যতাৰ হিচাপত সন্মান কৰক ইয়াত ধনী-দুখীয়া, ধৰ্ম-জাত-পাত, গাঁও-চহৰৰ কথা নাহে।

  • @dipupatangia9860
    @dipupatangia9860 2 года назад +1

    অতি সুন্দৰ।

  • @ajoyborah9072
    @ajoyborah9072 2 года назад +1

    অভিনন্দন জনালো দুয়োজনী ভাগিনলৈ।

  • @pushpadhardeka6071
    @pushpadhardeka6071 2 года назад +3

    Toomalokar safalatar babe aami bahut hukhi. Thank u bhanti.

  • @manabkonwar423
    @manabkonwar423 Год назад

    ধন্যবাদ

  • @pankajsaikia6076
    @pankajsaikia6076 2 года назад +1

    May God bless both of you🙏

  • @globalvillage6416
    @globalvillage6416 2 года назад +2

    Action speaks louder than words..... moi Qatar t chakori koru gotike moi political party t nai...... ami pora huna kori thoka homoyot AGP aru Congress r rulling t ketiyao dekha nai enekoi chakori howa..... moi nijei SI exam Congress r homoyot pass korisilo kintu durniti kori chakori list t annkunubar he naam homuwale ..... moi bipodot pori ann state loi ahibologa hol .... etia Qatar t asu

    • @karmayt6816
      @karmayt6816 2 года назад

      Nice bro Qatarot ki kora etia

  • @kalpanadas6707
    @kalpanadas6707 2 года назад +3

    Congratulations 🎉🎉🥳

  • @prabhatkumargogoi2717
    @prabhatkumargogoi2717 2 года назад +1

    ছোৱালী দুগৰাকীৰ নাম প্ৰকাশ কৰিবলৈ পাহৰিলে, নে কিবা বাধা আছে ?

  • @sankardas8373
    @sankardas8373 2 года назад +1

    মুল্য বৃব্ধী হৱ লাগে অসম চৰকাৰ.কাৰন চাকৰী বহুত দি আছে.

  • @Anuranan2025
    @Anuranan2025 2 года назад

    ছোৱালী দুগৰাকী ৰ নাম আৰু গাওঁ খনৰ নাম কোৱা হ'লে বেছি ভাল পালোহেতেন

  • @jyotismanhazarika3524
    @jyotismanhazarika3524 2 года назад +1

    congress baa

  • @rekhabora2772
    @rekhabora2772 2 года назад +1

    Mama jindabad b j p jindabad

  • @barasharajbangshi719
    @barasharajbangshi719 2 года назад +1

    শুভেচ্ছা জনালো ।

  • @mr.cyclerider162
    @mr.cyclerider162 2 года назад +2

    Congratulations 💐

  • @loboganju7531
    @loboganju7531 2 года назад +1

    Great

  • @goneshsaikia9725
    @goneshsaikia9725 2 года назад +2

    G hakale sakori paise teo lukar gharkhan dakhi hukhi hoisu..hai hakole puatu juktihanmot...aru jugya jan ..abhinandan ...

  • @sanjibgogoi2757
    @sanjibgogoi2757 2 года назад +5

    Val lagil kintu Alp dinor pisot i phone ata loi reals bonai cammmndo nohoba...👍

    • @ajitdas1862
      @ajitdas1862 2 года назад +1

      jar jitu gun kheia Jane n .. tmia sage tenekai nki

    • @sanjibgogoi2757
      @sanjibgogoi2757 2 года назад

      Moi cammmndo nohi nohi🙄

    • @ajitdas1862
      @ajitdas1862 2 года назад +1

      @@sanjibgogoi2757 tenehole cmmt u nokoribo tenekoi..jar reels dekhe tar reels tur cmmt section tu goi aidore koi ahilei hol

  • @subhadevrabha503
    @subhadevrabha503 2 года назад

    Good 👍👍👍👍

  • @stylewdwomenia2016
    @stylewdwomenia2016 2 года назад

    Congratulations

  • @jibontaye6714
    @jibontaye6714 2 года назад

    Very good

  • @prasantborah786
    @prasantborah786 2 года назад

    Etia victor , akhil aru congreess or spokesperson kot ase

  • @baloramdeka8021
    @baloramdeka8021 2 года назад

    Good jab

  • @sureshsonowal7764
    @sureshsonowal7764 2 года назад +1

    Moru vnga ghar ata ase

  • @tutumonibrahma9207
    @tutumonibrahma9207 2 года назад +1

    bjp sarkar jindabat aji dr. himanta bishwa saror karne assomkhn agotke bll hoiisee xo teoo hdaye dirgho jivi hok

  • @Justfeel7999
    @Justfeel7999 2 года назад

    bik gaya hai ye news
    agar itna hi garibo ko naukri mila hai to plss govt ko kahiye cuttoff dikhaye merit list v dikhaye

    • @Justfeel7999
      @Justfeel7999 2 года назад

      100 garib ka dikha k 500 seat bechne wali govt yahi karti hai aur media se karwati hai

    • @Justfeel7999
      @Justfeel7999 2 года назад

      90 seat the female k liye
      80 qualify the
      lekin aap ladko ka v dikhaiye

  • @shiblalsharma5547
    @shiblalsharma5547 2 года назад

    Birudhi bur

  • @barman4899
    @barman4899 2 года назад

    Congratulations🥳🎉👏

  • @pankajsaikia6076
    @pankajsaikia6076 2 года назад +1

    Congratulations🙏

  • @janborah3220
    @janborah3220 2 года назад

    Congratulations

  • @monjitboruah4813
    @monjitboruah4813 4 месяца назад

    Congratulations