পত্নীয়ে লাভ কৰিলে আৰক্ষীত চাকৰি, উৎফুল্লিত স্বামীয়ে ক'লে: এই সফলতাৰ বাবে বহুত কষ্ট আৰু ত্যাগ কৰিছোঁ
HTML-код
- Опубликовано: 9 фев 2025
- পত্নীয়ে লাভ কৰিলে অসম আৰক্ষীত চাকৰি, উৎফুল্লিত স্বামীয়ে ক'লে: মোৰ পত্নীৰ এই সফলতাৰ বাবে মই বহুত কষ্ট আৰু ত্যাগ কৰিছোঁ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
জিৱন যুদ্ধত সাহস হৈ থিয় দিছে তেওঁৰ স্বামী। দুয়ো জনলৈ বহুত বহুত শুভেচ্ছা 💐❣️
জীৱন সংগীৰ সম্পূৰ্ণ সহায় পালে যিকোনো প্ৰকাৰে সফলতা লাভ কৰিব পাৰি -এনে এক উদাহৰণ
Sakori pai pisot jate tai change nohoy.. 😊
@@anuppradhan2070 Right
তাই সলনি হৈ নগলে হল
কি আনন্দ তেখেতৰ ❤️দেখি বহুত ভাল লাগিল । সকলোৰে ভাল হওক , তাৰেই কামনা ।
স্বামী হ'লে এনেকুৱা হোৱাৰ প্ৰয়োজন, শুভেচ্ছা থাকিল💐💐💐💐
ভাল লাগে এনেকুৱা কষ্ট দেখিলে চাকৰি পাই এতিয়া যাতে মানুহজনক পাহৰি নাযায়
ভন্টী, তেওঁৰ মৰ্য্যদা সদায় ৰাখিবা । ভিৰৰ মাজত নেহেৰাই,আন দহজনৰ মাজত তেওঁক গৌৰৱৰে চিনাকি কৰি দিবা । তেওঁ তোমাক এটা জীৱন দিছে,এটা হেঁপাহ তোমাৰদ্বাৰা পূৰণ কৰিছে । সুখী হোৱা তোমালোক দুয়ো ।
Right
তেওঁলোকৰ সুখকণ মইও যেন অনুভৱ কৰিছো দেখি ৷ সুখী হৈ থাকা তোমালোক আজীৱন
অভিনন্দন জনালো বা তোমাক 😍 জীৱনসংগী এনেকুৱা হব লাগে ❤
সঁচাকৈয়ে অন্তৰ চুই যোৱা মুহূৰ্ত । স্বামীৰ এই কষ্টৰ ফল মিঠা হল। প্ৰতিটো ক্ষণত এনে এগৰাকী জীৱন সংগীৰ খুবেই প্ৰয়োজন। দুয়োজনৰেই সকলো আশা সপোন পূৰণ হওঁক। তাৰেই কামনা কৰিছোঁ আৰু বহুত বহুত শুভেচ্ছা যাছিলোঁ।
তেওঁ নিজৰ পত্নীক লৈ বহুত বেছি সুখী।হাঁহিটোত স্পষ্টভাবে ফুটি উঠিছে।😍😍🙏
খুবেই ভাল লাগিল মৰমৰ বাবাটো আৰু বোৱাৰী ,,ইমান কষ্ট কৰি চাকৰি এটা পোৱা বাবে ।।চাকৰি এটা পোৱাৰ পাছত কেতিয়াও পাহৰি নাযাবা দেই বোৱাৰী তোমাৰ স্বামী আৰু শহুৰ দেউতাৰে ভাত ৰান্ধি,, আন আন কামবোৰ সহায় কৰা।।কুশলে থাকা চাকৰি জীৱন আৰম্ভ কৰি সুচাৰুকৈ চলায় নিব পাৰিবা ,,তাৰেই কামনা কৰিলোঁ।।👌👌
কষ্টৰ ফল সদাই মিঠা❤
এয়াহে প্ৰেমৰ প্ৰকৃত সংজ্ঞা ।
ল'ৰা জনে বৰ উৎসাহেৰে কথাখিনি কৈছে । ভণ্টিজনীয়ে তাৰ এই মৰম আৰু ত্যাগৰ মূল্য সদায় ৰাখে যেন ।
তেওঁলোক দুয়োৰে আনন্দ দেখি ভাল লাগিল ❤️ সকলোৰে এনে দিন আহক ।
Congrats 👏🎉
Behind a successful woman there is always a man..happy for them.. Congratulations
Right
Video টোৱে অন্তৰ চুই গ'ল। বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল দুয়োলৈকে ❤️
তেওঁ স্বামী হিচাপে বহুত সুখী হৈছে আগতে বহুত কষ্টত দিন পাৰ কৰিছিল
সুৱকামনা জনালো 👍
Aitu manuh jonok sini Pau...eklgt a prhslu .... Bohut bhal lgil
Hoi neki😀
আপোনালোকৰ আনন্দ দেখি ময়ো সুখ অনুভৱ কৰিছো ,দুয়ো দুয়োৰে প্ৰতি থকা মৰম, সন্মান মই সন্মান জনাইছো
সিহঁতক দেখি মইও বহুত আনন্দিত হৈছোঁ। এনে লাগিছে মইও এনেকুৱা এজনী বিচাৰিব লাগিব।
এনেকুৱা লৰা হে ছোৱালীৰ কপালত থাকিব লাগে এনেকুৱা মৰমিয়াল মানুহ কমই আছে এনেকৈ চিৰ জীৱন হাঁহি থকা 🙏🏼😘
Lifet aji loike apunak first time great manu hisape dekha paisu congratulation ❤️❤️❤️............
ইয়াতে ভাত বনাই দিয়াৰ কাৰণে লৰাটোক মাইকী বুলি কোনোবাই কব বিচাৰে নেকি?????
তাৰ মুণ্ডা চিঙি দিম ।এইটোকে সহযোগ আৰু সমৰ্থন বুলি কয়।
Nkou
🤣
স্বামীৰ আনন্দ দেখি বহুত ভাল লগিছে। সচাই প্ৰশংসনীয় তেওঁ।
Atiya tumio tmr education pura kra. You have power. You can do it. Wish u get a bright future.
Proud of you mridula & Pranab da ...amar gaor gourab🤗💐💐💐
Mutkoi 1year senior hoi baa joni, congratulations mridula baa...
প্ৰতি জন লোকৰ ক্ষেত্ৰত হাজাৰ জনে support নকৰিলেও এজনে ভালকৈ কৰিলে যথেষ্ট 🙏😊❤️ আপোনালোকৰ এই সুখ দেখি সঁচাকৈ ভাল লাগিল ।
সুখী পৰিয়াল। এনে স্ৱামী পোৱাটো ভাগ্যৰ কথা। সদায় সুখী কৰি থাকিবা।
এনেকুৱা স্বামী পোৱাটো ভাগ্যৰ লাগিব ❤️🥺 সঁচাকৈ মন চুই গল চাই
ইয়াত আকৌ জলি মৰা কিছুমান ওলাব৷ বহুত শুভেছা থাকিল
তোমালোকৰ মৰম বোৰ সদায় এনেকৈ থাকক❤️❤️❤️
এই মৰম যেন দুয়োজনৰ মাজত সদায় দেখো তাৰে কামনা কৰো । ভগৱান নকৰক ছোৱালী জনীৰ মন নবদলক
Right
Tumar kotha xuni bohut bhal lagil congratulations
বহুত ভাল লাগে এনেকৈ থাকিলে হিজনে সিজনক সহায় কৰা দেখিলে জীৱনত বহুত সুখী হ'ব পাৰি আমিও তেনেকৈয়ে থাকো বহুত সুখী।
বৰ ভাল লাগিল। দুয়োজনলৈ আন্তৰিক শুভেচ্ছা থাকিল। সদায় এনেকৈ মিলিজুলি থাকিবা ।
বহুত বেছি শুভেচ্ছা জনালোঁ আপোনালোকক ❤️
ল'ৰাতোৰ katha khini val lagise huni 😍😍😍
সংসাৰ এনেকোৱাই হব লাগে ।পিছলৈও এনেকোৱই থাকা ।
বহুত বহুত ভাল লাগিল, স্বামীৰ ত্যাগে পত্নীক আগবঢ়াই লৈ গৈছে। এয়া সমগ্ৰ অসমৰ কাৰণে আদৰ্শ হৈ ৰব।
Bohut val lagil video tu Sai jowa Kali o saisu Facebook aji you tube ot..bohut dur aguyai jowa dada aru bou take kamona koru God bless you...❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Baideo ..dadak j sakori pai pahori nejai tare kamona korilu..apunak manuh bonaise nije e-rikswa solai..
He is so proud of her .... God bless you both 😍❤️
তোমালোকলৈ শুভেচ্ছা থাকিল ৷ যুগ্মজীৱনৰ সংসাৰ সুখৰ হওক ৷
Hosakoi manuh jon besi hukhi hoise taitkoi hei2ei aatitkoi bhal lagil.. aaguwai jua bhanti.
Bhut val lgil huni...ji kunu kamot hofol hboloi hole ghrr mnuhr helpkhini bhut proijun...congratulations...❤️
100%right
Happy to see u both... Keep this rhythm always.. But dear be cautious tooo....Job of Police is not an easy task..
Congratulation .....bohut val lagise hosakoi anekuwa husband puwatu bhaigar kotha khali moi pohaisu buli besikoi koise neki 4 bosoror agorkhini kune pohaisile
Love you both😘.. perfect example of a true partner!
Kothat husband jonu ejon hudokhyo sakoriyal ba sarkari sakori deserve kore jen feel hoise mur ❤️
Waaaw, ajir jugot dekha napau aji paisu bhal lagil 🤍 happy thaka duita hodai
Pranab khbr to pai khub val lagile
Congratulations to both of you.Sooo supportive husband!!!God bless both of you!!!
Tumi mohan dost,I proud of you
সুখ সুখ সুখী হৈছো আছোঁ আমি আহা আমিও আছোঁ অসম আৰক্ষীত সফলতা অৰ্জন কৰা।
খুব ভাল লাগিল,, প্ৰতি খোজোঁতে আগলৈও এনেদৰেই দুয়ো দুয়োৰে চাপৰ্ট চিষ্টেম হৈ চলি থাকিবা
Emn val ejon jibon xongi pua dangor kotha, bor xundor hahi teu bohut val monor lora, aru val houk duijon xukhot thaka🙏
Anuka jibon songi atiya o jiyai ase❤️❤️❤️❤️
Pranab and Mridula bahut thanks
C M sir ku bahut thanks.
He is a truly gentle man......protec goraki chuali e jodi teur nisina ejon jibon khangi pai tetia hole teulukor nisina aru lucky kunu nhobo
Manuh jnk dekhi bhut val lagil
Bht val lagise aponar kothakhini
Jibon sanggi anekoi hbo lage... Bhut val lagise
Congrats♥️Lot's of love ♥️
Dada atai anurudh je next 26000 post or cutoff list 2 bar koribole batori dibo. Karon atiya bht khini lorai pai gol aru ear majote bht lora humai thkibo next AD exm ot aru jodi 2 bar list mare tatiya aru manuhe sakori pabo. Plzzz🙏🙏🙏
Katiya dibo ADR Result ☺
ঘৈণীয়েকজনী বড়ো হয়,,, Wow Congratulations ☺️
Bohut bhal lagil tumalukok🙏❤️🙏
It’s call true love❤️ ..
Best wishes both of you.
Mon Tu khula lora tur kotha bilak best jory
Salute brother 🙌
Congratulations 👏🎉,
But sakori pai past aaru swamik pahori najabo kheye mur anurudh 🙏🙏🙏🙏🙏
It's good to see that people are getting jobs without any bribe, so expecting a good nation and a corruption free nation. Jai I Axom.
বন্ধু তোমাৰ সুখ চাই ভাল লাগিছে।
congratulations mridula basumatary......
Salute bro
Eai News tu Bhal lagise❤️
Abhinandan jonalu duiuke...xodai xukhi hua🥰🙏
Tekhete antoror r pora koise kathakhini...khubei xukhi...bhal lageil..
Congratulations 👏
Teur hukh aru furti kon dekhi comment ata nidi nuarilu.. apuna apuni muru mukhot ata furtyr haahi aahi goise teuk dekhi. Patnir hofolotat kimaan Hukhi teu😊 hodai hukhere thakok jen. Ai swamir haat ketiyau kunu poristhititei ari nidiba. Moiu sesta kori asu mur poriyaaltuk Hukhi koriboloi. Adin hofol hole mur maa deuta ru mur swamiu anedorei saage hukhot aatmohara hoi uthibo. Anekua ajon swaami pua amar dore suali bur bohut hukhi buli Moi vabibo parisu. Vogobaane hokolure mongol korok
Bohut vl lagil
He is more happy and proud 😁
Borhiya ......jibawnt bohu dur aguai jabo paribo.... God bless u
Vaiti Tumi 🔥🔥🔥
Bahut kst krila he karne pala kst phl khdai mitha tumalukle Mur falr pra arshi bad thakil.🙏🏻🙏🏻
Himonto sir great . Karon dukhiyar sokulu musibo porajonehe hukor hahi maribo pari.
জীৱনত এনেকুৱা জীৱন সংগী থাকিলে আৰু কি লাগে
অভিনন্দন সুখী হোৱা তোমালোক
Suwali jonik koisu...pahori najabi tak anekuwa jibon khongi hajar jnr vitrt ajon he puwa jai
Xodai val howk telok r❤️
Congratulations 👏
Bohut vl lagile ktha khini huni.
Bohut Vaal lagile ❤️
ভাল লাগিল ☺️☺️☺️
Just wow.....bht vl lgil
Moza bahut val lagil..duyuke xuvesha janalu
বৰ ভাল লাগিল দেই 🙏🙏🙏।
hosakoi montu val lagi gol sai. hodai hukhi hoi thakok.
Mojja itni khusi😂🤩🤩
ভাল লাগিল দেখি।