এজন বিধায়কৰ দৰমহা কিমান?

Поделиться
HTML-код
  • Опубликовано: 7 окт 2024
  • এজন বিধায়কৰ দৰমহা কিমান?মন্ত্ৰী-বিধায়কৰ দৰমহা ৫০% বৃদ্ধি কৰাৰ সিদ্ধান্ত চৰকাৰৰ।পে' শ্লিপ লৈ হিমন্ত চৰকাৰে মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা অখিল গগৈৰ

Комментарии • 152

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 2 месяца назад +27

    অখিল গগৈয়ে এই বৰ্ধিত দৰমহাৰ যি প্ৰতিবাদ কৰিছে সেয়া নিশ্চিত ভাৱে যুক্তিসংগত। আমি সুদীৰ্ঘ কাল চাকৰি কৰি পেঞ্চন নাপালোঁ এইবোৰে মাত্ৰ আঢ়ৈ বছৰ(সংশোধিত) বিধায়ক হৈ থাকিলেই ইমান বৃহৎ অংকৰ পেঞ্চন পোৱাৰ যোগ্য হৈ যায়। নিজৰ সুবিধাবোৰ সম্পূৰ্ণকৈ লৈ ৰাজনীতি কৰা মানুহবোৰে দুখীয়া জনসাধাৰণৰ মূৰৰ ওপৰত মাধমাৰ শুধাইছে।

  • @gopalchetri4866
    @gopalchetri4866 2 месяца назад +30

    অসমত অখিল গগৈ ডাঙৰীয়াৰ দৰে বিধায়ক হ'লে অসম উন্নতি পথত আগুৱাই যাব তাক নুই কৰিব নোৱাৰি,,, ধন্যবাদ গগৈ ডাঙৰীয়া।।

  • @mnfilmproductionassamese6105
    @mnfilmproductionassamese6105 2 месяца назад +19

    ৰান্ধনী, অঙ্গ বাড়ি , আশা কমী' সকলৰ দৰমহা বঢ়াই দিয়ক তাৰপাছত ৰজা মহাৰজা সকলে চিন্তা কৰা উচিত হ'ব।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 2 месяца назад +5

    অখিল গগৈৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়িছে সেই কাৰণেই যে তেওঁ সদায় ৰাইজৰ লগতে থাকে । ৰাইজৰ দুখ দুৰ্দশাৰ কথা হৃদয়ৰ পৰা অনুভৱ কৰে। আমি তেওঁক মহামানৱ বুলি কব খোজা নাই, কিন্তু তেওঁ প্ৰকৃত অৰ্থত ৰাইজৰ নেতা । বিধায়কৰ দৰমহাৰ টকা ৰাইজৰ টকা। ধাৰত পোত গৈ থকা চৰকাৰৰ এইবোৰ কি সিদ্ধান্ত? অঙ্গনবাদি কৰ্মীক সাধাৰণ বানচ কিছু বঢ়াই দিলেও কব লগা নাছিল।

  • @bkp9774
    @bkp9774 2 месяца назад +11

    ইহঁতে কেনেকৈ পেঞ্চন পায়, অতি কৈ শোষণ কৰি আছে ৰাইজক ।

  • @muninborah6784
    @muninborah6784 2 месяца назад +13

    ইমান টকা বিধায়কে লাভ কৰে;; ৰাইজৰ তেজ আৰু কিমান খাৱ;? প্ৰতিটো বিভাগৰ পৰা কমিচন আছেই; মন্ত্ৰী বিধায়কে পেঞ্চন কিয় ল'বলাগে?

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 2 месяца назад +5

    Akhil da ,you are great dada 👍👍👍👍👍👍

  • @AbdulHakim-ov4mo
    @AbdulHakim-ov4mo 2 месяца назад +4

    Thank you Akhil Gogoi MLA

  • @dharmendrakaman1859
    @dharmendrakaman1859 2 месяца назад +8

    সচাকৈ অখিল ডাঙৰীয়া ৰাইজৰ নেতা। আজিলৈকে কোনো বিধায়কে এই কথা প্ৰকাশ কৰা নাছিল। এম এল এ মন্ত্ৰীৰ দৰমহা কথা আজি জ্ঞাত হ'ল অসমৰ ৰাইজে।ৰাম ৰাম হৰি হৰি কি যে হ'ব।আপোনাৰ যুক্তি যুক্ততা 100%right🙏👍👍👍

  • @BiswajitNeog-f6x
    @BiswajitNeog-f6x 2 месяца назад +14

    সেই কৰণে এৰে গেৰে সকলোৱা এম এল এ,মন্ত্ৰী হবলেৈ বিচাৰে।৫ বছৰ চাকৰি কৰি বহু হেজাৰ পেঞ্ছন পায় অথচ ৩০ বছৰ ঘেৰামী কৰিও পেঞ্ছন নেপায় । ই কি কথা ? নুন্যতম এম এল এ হবলৈও এটা ইন্টাৰভিও পাতক।তেতিয়াহে নিব্বাৰ্চন খেলিব পাৰিব।

  • @dipakkachari7744
    @dipakkachari7744 2 месяца назад +8

    কিন্তু চৰকাৰে অঙ্গনৱাদী সকলক দিবলৈ অসুবিধা পায় !!!!!!! ২৬ আহি আছে।

  • @khagenborgohain5600
    @khagenborgohain5600 2 месяца назад +5

    এক কোটিতকৈ বেছি দৰমহা হলেহে ভাল হব নেকি ? ? অখিল গগৈ দেৱলৈ ধন্যবাদ থাকিল । ।

  • @kishoridas6447
    @kishoridas6447 2 месяца назад +5

    এই বিষয়ে ভূপেন বৰা দেৱে কি ক'ব আমি অপেক্ষা কৰি আছো।এই বানপানীৰ সময়ত দৰ্মহা বঢ়োৱাৰ কথা কেনেকৈ মনত পৰিল চিন্তা কৰিবলগীয়া।

  • @inglishvlogs1015
    @inglishvlogs1015 2 месяца назад +4

    অখিল গগৈ আপোনাৰ প্ৰতিবাদ যুক্তি সংগত, বানত ককবকাই মানুহ মৰাৰ সময়ত ইহতে নিজৰ সুখ, আৰাম কৰাৰ কথা ভাবিছে, বহুত লজ্জাজনক

  • @shantimonigogoi5626
    @shantimonigogoi5626 2 месяца назад +2

    ছাৰ আপোনাক অশেষ ধন্যবাদ 🙏আপোনাৰ মতামতক ওলগ জনাইছো

  • @porimolmedimedi5640
    @porimolmedimedi5640 2 месяца назад +1

    অখিল গগৈয়ে যি কথা উল্লেখ কৰিছে বহুত ভাল কথা। যদি মন্ত্ৰী বিদায়কৰ দৰমহা বিদ্ধ কৰিব পাৰে যদি আদাৰন চৰকাৰী চাকৰিৰ পেঞ্চন কিয় দিব নোৱাৰে।লাজ নাই
    অখিল গগৈয়ে ঠিকেই কলে।

  • @KORUNBASUMATARY
    @KORUNBASUMATARY 2 месяца назад +4

    যি সকলে এই চৰকাৰক ভোট দিছিল , তেওঁ লোকে লাজ পাব লাগে । দিনটো জুইৰ ওচৰত কষ্ট কৰি মাহেকত পাই ১০০০ টকা , আশকৰ্মী tutor শিক্ষক আদি বহুত উদাহৰণ আছে যিসকলে নায্য দৰমহা পোৱা নাই । আৰু bjp বিধায়ক সকলক লাগে লাখ লাখ টকাৰ দৰমহা । FB

  • @7gc970
    @7gc970 2 месяца назад +5

    সুবিধাৰ পাউতে হেমন্ত বিশ্ব শৰ্মাৰে গছকী গছকী দৰমহাৰ বঢ়াই লৈ সা সম্পত্তিৰ বঢ়াই নিজে কোটিৰ পতি হব লাগে । ৰাইজৰ কথা ভাবিব নেলাগে ।অখিল গগৈৰ দৰে অন্য সকলে নেভাবে । অসমৰ ৰাইজৰ কথা চৰকাৰে চিন্তাৰ নকৰে নিজৰ পেটৰ কথা চিন্তাৰ কৰে কোটিৰ পতি হৈ থাকিব বিছাৰে ।

  • @hiralalsingha1177
    @hiralalsingha1177 2 месяца назад +3

    Right Akhil Gogoi dangaria

  • @kalpanadeka6201
    @kalpanadeka6201 2 месяца назад +4

    বিধায়ক, মন্ত্ৰী হিচাপে ৰাইজে পঠোৱা মানুহবিলাক লুভীয়া যাতে নহয় লক্ষ্য কৰা ভাল। মূল্য বৃদ্ধি হ্ৰাস কৰিব পাৰিছে নে নিবনুৱা সমস্যা সমাধান কৰিব পাৰিছে। শিক্ষিত , জ্ঞানী ব্যক্তিয়ে চাকৰি ৰ পৰা বঞ্চিত।

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp 2 месяца назад +3

    বাকী বিধায়ক মন্ত্ৰী ও অধ্যক্ষ সকলে বা কি মত প্ৰকাশ কৰে আপুনি , সত্য টোৱেই কৈছে।ভাল পাইছো।

    • @kalpanadeka6201
      @kalpanadeka6201 2 месяца назад

      বাকী বিলাকে ‌৬ জনে বিচাৰিব,৪ জনে নিবিচাৰে। অখিল গগৈ ডাঙৰীয়া লুভীয়া নহয় যিহেতু লগত১০ জনৰ ভিতৰত ৪ জন ওলাব।

  • @tulshigogoi7019
    @tulshigogoi7019 2 месяца назад +1

    ধন্যবাদ জ্ঞাপন কৰিলোঁ সুন্দৰ কথা ক'লে মাননীয় বিধায়ক মহোদয়ে।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 2 месяца назад +4

    মুঠতে 2026 ত শাসকীয় দলটোৱে নিজৰ বিপদ মাতি আনিছে ।

  • @tulshigogoi7019
    @tulshigogoi7019 2 месяца назад +2

    লোভীয়া বামুণ অসমৰ ৰজা হ'ল। তাৰ নিজৰে ধৰ্ম পথটি ভষ্মিভূত হৈ গৈছে। কাৰণ চৰকাৰী কৰ্মচাৰী পেনসনৰ সুযোগ সুবিধা নাইকীয়া কৰি নিজে কেনেকৈ পেনসন ল'ব, ই মূৰখ নেকি?

  • @utpalgoswami1990
    @utpalgoswami1990 2 месяца назад +8

    আমাৰ পৰা দৰমহা লোৱা ৫ বছৰীয়া ঠিকাদাৰ সকলে পেঞ্চন লয়, ৩০/৩৫ বছৰে খাতি পেঞ্চন লাভ নকৰে, তাকো এতিয়া বহাব বিছাৰে ? কি নিলাজ গনতন্তব্যস্থল? এই বোৰ মানুহক ------+

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 2 месяца назад +3

    Akhil gogoi zin👍

  • @pronablahon6722
    @pronablahon6722 2 месяца назад +1

    সেইবাবেই অখিল গগৈ ১২৬ জন বিধায়কতকৈ পৃথক ,বেলেগ আৰু অনন্য।।

  • @mahendradas1610
    @mahendradas1610 2 месяца назад +2

    মুখ্য মন্ত্ৰীয়ে টোঘলকী শাসন চলাবলৈ গৈ আছে । এতিয়াও এজন কৰ্মচাৰীয়ে মাহে আঠৰ পৰা দহ হাজাৰ টকা দৰমহাৰে ঘৰ চলাব লগীয়া হৈছে । হায় দুৰ্ভাগ্য ।

  • @tarungogoi3008
    @tarungogoi3008 2 месяца назад

    সন্মানীয় মুখ্য মন্ত্ৰী মহোদয় প্ৰাথমিক শিক্ষক সকলকো দৰমহা বৃদ্ধি কৰিব বুলি আশা কৰিলো ।🙏🙏কৃষ্ণ ।

  • @AnubhabBorah-x6p
    @AnubhabBorah-x6p 2 месяца назад +1

    জননেতা আৰু ৰাজনৈতিক নেতাৰ মাজত আদৰ্শগত পাৰ্থক্য আছে।

  • @umeshkardong6116
    @umeshkardong6116 2 месяца назад +1

    অসমত কেৱল মন্ত্ৰী বিধায়ক সকল সৰহ সৰহ দৰমহা লৈ জীয়াই থাকক ।জনসাধাৰণ লঘোনে মৰক ।আপত্তি নাই।

  • @RamendraNathDutta-p9e
    @RamendraNathDutta-p9e 2 месяца назад +5

    চাবাচ গগৈ ডাঙৰীয়া ।

  • @HimangshuKalita-ok8xf
    @HimangshuKalita-ok8xf 2 месяца назад +1

    যিমান ইচ্ছা সিমান বঢ়াই লোৱা দৰমহা। সকলো সুবিধা লৈ লোৱা কিমান ল'ব..লৈ থাকক।আনৰ কথা নাভাবিব। আয়ুসটোতো বঢ়াব নোৱাৰে। ভুল আমাৰ।সেয়ে ভোট দানৰ পৰা নিলগত মই।কেৱল ভোটদান এটা অধিকাৰ বুলি মই নাভাবো।

  • @thaneswarbrahma1966
    @thaneswarbrahma1966 2 месяца назад +1

    Mr Akhil Gogoi, may God bless you and I pray to God you might have encouragement to do good for the people.

  • @nakulkalita8777
    @nakulkalita8777 2 месяца назад +1

    সঁচা কথা কৈছে আপুনি। ধন্যবাদ।

  • @jayadass2681
    @jayadass2681 2 месяца назад +2

    তেওঁ লোকে পাঁচ বছৰ দেশৰ নেতা হৈ মূটা দৰমহা লয় আৰু এজন চৰকাৰী কৰ্মচাৰী ৰ সিমীত দৰমহা দি কৰ্মচাৰীৰ বদনাম কৰি থাকে।২০০৫ চনৰ পিছত তেওঁ লোকে দেশৰ প্ৰতিনিধিত্ব কৰি অ পি এচ তপেঞ্চন লয় চৰকাৰী চাকৰি য়ালক এন পি এচত পেঞ্চন দিয়ে ই অসমত কি নীতি হে ৰাইজ বিচাৰ কৰি চাওক চওন?

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 2 месяца назад +4

    এই টকাৰ টোপোলাটোৰ কাৰণে ইলেকচনৰ সময়ত মৰা মৰি কৰি হ'লেও বেটা হতে মন্ত্ৰী,MLA হব বিচাৰি থাকে।EVM tempering কৰাৰ ব্যৱস্থা কৰিছে । এই বোৰ দৰমহা নহয় , ৰাইজৰ তেজ ,😂😂😂😂😂😂😂

  • @mahimaranjan3420
    @mahimaranjan3420 2 месяца назад +2

    জনপ্ৰতিনিধিৰ জনসেৱা এতিয়া সেৱা নহয় লোভনীয় Job লৈ পৰিনত কৰাটো সচাকৈয়ে অনুচিত হ'ব ! কাৰণ মানুহে অন্য চাকৰি বাদ দি মন্ত্ৰী এমেলে হোৱাৰ দৌৰত দৌৰিব !

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 месяца назад +1

    দৰমহা সৰ্ব ভাৰতীয় ও সঙবিধানৰ নিয়ম অনুসাৰে হয়। ইয়াত কাৰো নিজা মতে নহয়।ভোটা ভোটৰ ওপৰত বিতৰ্কৰ অন্তত
    সিদ্ধান্তৰ ওপৰত বহুমতৰ জয় হয়। দেখা যক এখেতৰ কিমান শক্তি আছে। অৱশ্যে বৰ্তমান সময়ত এই কাম কোনেও কৰিব নাযায়।

  • @tulshigogoi7019
    @tulshigogoi7019 2 месяца назад +1

    তাৰ জাননতাবোধ নাই নেকি যে সকলো চৰকাৰে চৰকাৰী চাকৰিয়াল সকলক পেনসন দিয়া পৃষ্ঠাটো চৰকাৰী আইনগতভাবে গৃহীত সিদ্ধান্ত।

  • @mrinalbaruah9474
    @mrinalbaruah9474 2 месяца назад +8

    সাধাৰণ জনগণ মূল্য বৃদ্ধিৰ বাবে ককবকাই আছে আৰু আমাৰ চৰকাৰখনে নিজৰ বাবে দৰমহা বৃদ্ধিৰ কুচ-কাৱাজ চলাই আছে। এনে কাৰ্য গৰিহণাৰ যোগ্য।

  • @nipendranarayanmedhi876
    @nipendranarayanmedhi876 2 месяца назад +1

    এইটো হল এটা দেশৰ আতাইতকৈ অতি লাভজনক বেৱসায় ।

  • @DulalDutta-qz7ig
    @DulalDutta-qz7ig 2 месяца назад

    ধন্যবাদ গগৈদাঙৰিয়া এনে ধৰণৰ কথাত মাতমতাৰ কাৰণে।

  • @RobingogoiRobingogoi-k4h
    @RobingogoiRobingogoi-k4h 2 месяца назад +1

    Very good akhil da apuni anekoia himantar cuwa selekar durniti katha bilak udongai diak

  • @muazimahmed3537
    @muazimahmed3537 2 месяца назад +1

    মূৰ্খৰ‌ সৱ ৰগত বহি‌সিহতেই খাই থাকক ৰাইজক শোষণ কৰি দৈতৈৰ কাণ্ডৰ কথা কিয় আমাৰ প্ৰয়োজনতক।

  • @Happychenal12345
    @Happychenal12345 2 месяца назад +1

    Akhil gogoi asomer ezan bhal bidheyek.

  • @tulshigogoi7019
    @tulshigogoi7019 2 месяца назад

    Really really good telling MLA Akhil Gogoi.

  • @sivanathbhuyan-go9zq
    @sivanathbhuyan-go9zq 2 месяца назад +2

    OPSদিব নৱাৰে

  • @ponjilaiboro4187
    @ponjilaiboro4187 2 месяца назад +1

    Very good gogoi sir,

  • @dharanipam2854
    @dharanipam2854 2 месяца назад

    সাংসদ, বিধায়ক সকলৰ পেঞ্চন অতি শীঘ্ৰে বন্ধ কৰিব লাগে।

  • @samsunnehar960
    @samsunnehar960 2 месяца назад +1

    Gogoi sir Thanks please tall c m , Angowadi workar &helperor Dormoha boraboli diok

  • @faijuddinahmed373
    @faijuddinahmed373 2 месяца назад

    আপোনাৰ কথাখিনি যুক্তিসংগত,অসম চৰকাৰে আমাক ২০ৰ পৰা ২৫বছৰ ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰাৰ পিছত শিক্ষক হিচাপে নিযুক্তি দিয়াৰ পৰিবৰ্তে Tutor সজাই ১০ৰ পৰা ১২ হাজাৰ টকা মজুৰি
    দি আমি তথা আমাৰ পৰিয়ালকক বিপদত পেলাই থৈছে । আমাৰ দৰমহা বৃদ্ধিৰ বাবে ইমান প্ৰতিবাদ আন্দোলন কৰাৰ পিছতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব
    নেদি আমাক তিল তিল কৰি মাৰি আছে। বৰ্তমান সময়ত জনতাৰ অসুবিধাৰ কথা বাদ দি মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰাত লাগি গৈছে।

  • @arjjanali5748
    @arjjanali5748 2 месяца назад

    Akhil gogoi,s speech is 100% right.

  • @saratmedhi3923
    @saratmedhi3923 2 месяца назад

    ধন্যবাদ অখিল ।

  • @SamirprabhaGogoi
    @SamirprabhaGogoi 2 месяца назад

    ধন্যবাদ গগৈ ডাঙৰীয়া।

  • @MojahidulIslam-ok7rr
    @MojahidulIslam-ok7rr 2 месяца назад +1

    Akhilgogoi good

  • @tulshigogoi7019
    @tulshigogoi7019 2 месяца назад +1

    হেমন্তক কিয় লাগে পেনসনৰ টকা?

  • @DebanandaGogoi-ze8ze
    @DebanandaGogoi-ze8ze 2 месяца назад

    ৰাইজৰ পৰা গোপনিয়তা নৰখা মহান মানব

  • @RajibdoleyRajibdoley
    @RajibdoleyRajibdoley 2 месяца назад +1

    অসমত কিছুমান শিক্ষকে বহু বছৰ ৪০ ,৪৫ বছৰ ধৰি বেঞ্চাৰ স্কুলত কাতি কাতি ২,৩,৪ বছৰ চৰকাৰী চাকৰি কৰিলে তাৰ পিছত অসৰ চৰকাৰে n p s পদ্ধতিৰে বৃদ্ধ কালত অন্যায় বাবে আন্ধাকাৰত ঠেলি দিলে এতিয়াৰ বৰ্তমান অসমৰ চৰকাৰে দূৰ্বগীয়া শিক্ষকক কবৰ লবলৈ সাহক নাই নিজৰ নাতি পুতি কাৰণে‌,,,,,,,,,,

  • @jitukonwar9149
    @jitukonwar9149 2 месяца назад +1

    Good

  • @tulshigogoi7019
    @tulshigogoi7019 2 месяца назад +1

    অসম চৰকাৰত কিয় ঠিকা ভিত্তিত চাকৰিয়াল সকলক লগাই আছে চৰকাৰে? আৰু তেওঁলোকৰ চাকৰিৰ দৰমহা ৮/৯/১৫/১৬ হাজাৰ দৰমহাৰ লগতে সম্পূর্ণভাবে দিন যোৰা কাযার্লয়ৰ সময় খাটিব লগীয়া হয়। ই কি চৰকাৰৰ সত্য বিচাৰ নেকি ক'বচোন?

  • @RobingogoiRobingogoi-k4h
    @RobingogoiRobingogoi-k4h 2 месяца назад +1

    Akhil dai ati sundar katha koise tekhatar paisar karane luv thaka hole hangbat mel pati axamar raijak nakale hetan

  • @ajitkurmi3794
    @ajitkurmi3794 2 месяца назад +2

    Very good sir

  • @hasimali9023
    @hasimali9023 2 месяца назад +1

    Mlà montri penson bondh korib lage

  • @budhaphulkonwar3326
    @budhaphulkonwar3326 2 месяца назад +1

    We are with you D M.

  • @tulshigogoi7019
    @tulshigogoi7019 2 месяца назад +1

    ইমান টকা হেমন্তক কিয় লাগে সেই লুভীয়াটোক?

  • @dipalisonowal8842
    @dipalisonowal8842 2 месяца назад +1

    Hosa kotha good B J P Nijor Sinta

  • @RinaGohain-en1pc
    @RinaGohain-en1pc 2 месяца назад +1

    Amar akhil manob hompod

  • @test-ix9im
    @test-ix9im 2 месяца назад +2

    Ehotok vote di raija bht bhal kam korisa...unnoti hbo axom r..

  • @punyeswar
    @punyeswar 2 месяца назад

    You are suitable person for assam.

  • @ranjanrabha9548
    @ranjanrabha9548 2 месяца назад +1

    MLA's works is social sevice not sevice.

  • @NurulA-rs2dl
    @NurulA-rs2dl 2 месяца назад +1

    Very good.Sir,

  • @katandifoe3759
    @katandifoe3759 2 месяца назад

    Bhal kotha kuise sir dhanyabat

  • @SayedaliSarkar
    @SayedaliSarkar 2 месяца назад

    Thank Gogai sir

  • @DipamoniDas-f3u
    @DipamoniDas-f3u 2 месяца назад +1

    Anganwadi hokolok 10,000 u dibo nuare kintu sarkare bohabo pare aiaie amar sarkar

  • @DhananjayNath-pg4sn
    @DhananjayNath-pg4sn 2 месяца назад

    Very good sir.
    Good step.
    Keep it up

  • @MamuBora-wn5wf
    @MamuBora-wn5wf 2 месяца назад

    Akhil gogoi zindabad

  • @BijayBorah-bm5dn
    @BijayBorah-bm5dn 2 месяца назад +3

    Jiman bidhayak ,mantri ase soboke army join koriboloi kouk jodi dom ase. Kihor babe dormoha borhabo lage bidhayak monrir ?
    Baki bilake kam nokorakoi ase nki

  • @SaratiPraja
    @SaratiPraja 2 месяца назад

    Akhil sir zindabad

  • @tulshigogoi7019
    @tulshigogoi7019 2 месяца назад

    সেই টোক উলিয়াই দে অসম চৰকাৰৰ পৰা। ই অসমৰ তেজপিয়া দৰে এটা বস্তু হয়।

  • @tulshigogoi7019
    @tulshigogoi7019 2 месяца назад

    Akhil Gogoi is correct✅.

  • @prasantarabha877
    @prasantarabha877 2 месяца назад

    Right point

  • @tulshigogoi7019
    @tulshigogoi7019 2 месяца назад

    ৮ হাজাৰ টকাৰ পৰা ১৬ হাজাৰ টকাৰ মাহিলী বেতন ভাতা গ্রহণ কৰা সকলক কাযার্লয়ৰ সময় আধা দিন হে হ'ব লাগে। কাৰণ তেওঁলোকৰ পেনসন ও অন্যান্য ভাতা প্রদান কৰা দেখা নাজায়।

  • @loveyourj2.0
    @loveyourj2.0 2 месяца назад

    Good akhil sir

  • @ajitphukan7345
    @ajitphukan7345 2 месяца назад +1

    Good Sir

  • @mayanarah228
    @mayanarah228 2 месяца назад

    No votership No Democracy. If the representatives and government employees do not work withoout money then why the voters vote without votership. If the MP and MLA get lifelong pension then why not the voters.

  • @sanatankalita4049
    @sanatankalita4049 2 месяца назад

    Right

  • @AbdulHakim-ov4mo
    @AbdulHakim-ov4mo 2 месяца назад +1

    Minister MLA All NPS Korok

  • @puronpayeng7151
    @puronpayeng7151 2 месяца назад

    বানপানী allowances বুলি কিবা এটা দিলে ভাল হয় 😢😢😢 😂😂😂

  • @assameesevlogs7838
    @assameesevlogs7838 2 месяца назад

    মুখ্য মন্ত্ৰীৰ পেট ভৰা নাই নেকি?যি সময়ত কোনোবাই দুটকা বৃদ্ধিৰ বাবে আন্দোলন কৰিবলৈ ৰাজপথত ওলাই আহিছে আৰু কোনোবাই মুখৰ কথাত বড়াই লৈছে ।কিয় আপোনালোকৰ জ্ঞান হীননে?

  • @pabitrapegu2
    @pabitrapegu2 2 месяца назад

    Tutor সকলৰ কথা কিয় চিন্তা নকৰে চৰকাৰে

  • @tanmoyjyotisaikia4188
    @tanmoyjyotisaikia4188 2 месяца назад

    Very good steps.

  • @ajoypegu4749
    @ajoypegu4749 2 месяца назад +1

    Nice

  • @Gitali__vlogs
    @Gitali__vlogs 2 месяца назад

    Verygood

  • @manojkrdas6236
    @manojkrdas6236 2 месяца назад

    আমি 30বছৰ চৰকাৰৰ সেৱা কৰি পেন্সন পোৱা নাই।

  • @MahammadAli-u9m
    @MahammadAli-u9m 2 месяца назад

    Great

  • @hiraboruah3208
    @hiraboruah3208 2 месяца назад +1

    Good.

  • @TahirKhadem
    @TahirKhadem 2 месяца назад

    Phe( jjm ) 1 staf he is gating only 6500 pet month but her duty 24 hrs

  • @joshnaray3117
    @joshnaray3117 2 месяца назад

    পাকিস্তান বৰ্ডাৰত থাকি বে লাডাখত চাকৰি কৰা হলে গম পালিহৈ ৫ বছৰতে ৰজা হব খুজা বান্দৰ সকল

  • @dulbormanta4407
    @dulbormanta4407 2 месяца назад +1

    ৰাইজৰ দলৰ বিধায়ক কিমান আছে ?