APSORA (MONSENG 25) | Simanta Shekhar | Nilakshi Neog | Lohit Rohit | New Bihu song 2025.
HTML-код
- Опубликовано: 16 янв 2025
- APSORA (MONSENG 25) | Simanta Shekhar | Nilakshi Neog | Lohit Rohit | New Bihu song 2025.
Audit Credits
Album - MONSENG-25
SONG - APSORA
SINGER - SIMANTA SHEKHAR/NILAKSHI NEOG
LYRICS/MUSIC -DR. LOHIT ROHIT
MIX & MASTER - JINTU BORDOLOI
CHORUS SINGER - SARATH NEEL, RAJIB SHANY
PALLAV BHARALI, PRONAMI SARMA AND TANUSHREE DEVI
MUSICIANS -
KAILASH RABHA, DEBESWAR SAIKIA, DIPKESH BORGOHAIN, LACHIT BARUAH AND PITI BORA
RECORDED AT DREAMS STUDIO BY RIPUNJAY SHARMA
CHOWRAK STUDIO BY BIKRAM CHOWRAK
ART WORK - HARISH RANJAN
VIDEO DESIGNED BY TILOK RANJAN
Tazashree Presents
ড° লোহিত ৰোহিতৰ - মনচেং ২০২৫ বিহুগীত
সীমান্ত শেখৰ আৰু নীলাক্ষি নেওগৰ কন্ঠত - অপ্সৰা
কথা/সুৰ/সংগীত - ড° লোহিত ৰোহিত
শব্দ সংমিশ্ৰণ - জিন্তু বৰদলৈ
সহ: শিল্পী - শৰৎ নীল, ৰাজীৱ চানী, পল্লৱ ভৰালী
প্ৰণামী শৰ্মা,তনুশ্ৰী দেৱী
বাদ্য শিল্পী -
কৈলাশ ৰাভা, দেৱেশ্বৰ শইকীয়া লাচিত, দ্বীপকেশ বৰগোহাঁই, লাচিত বৰুৱা আৰু পিতি বৰা ।
বাণীবদ্ধক -
ৰিপুঞ্জয় শৰ্মা (ড্ৰিমছ ষ্টুডিঅ')
বিক্ৰম চাউৰক
আৰ্টৱৰ্ক : - হৰিষ ৰঞ্জন
ভিডিঅ'ডিজাইন: - তিলক ৰঞ্জন
বিশেষ কৃতজ্ঞতা
অতুল গগৈ
পুণ্য গগৈ
তৰুণ গগৈ
ভাস্কৰজিত গগৈ
মণি বৰা
জুৰি বৰা
অবিনাশ বৰা
জ্যোতি ৰঞ্জন বৰুৱা
জোনটি ফুকন
ৰক্ত প্ৰতীম
Lyrics ✍️
যোজনা
মনচেং ঐ কেনে লাগিছিল জানা
তোমাক প্ৰথম দেখাৰে দিনা
সাইলাখ দেখা পালোঁ যেন অপ্সৰা
ল'ৰা -
ইমান ধুনীয়া
চালে চকু ৰোৱা ২
সোণ বৰণীয়া
তোমাৰ ৰূপ যৌৱন
কিযে বিতুপন
দেখি হয় মন চঞ্চল
মনচেং ঐ কেনে লাগিছিল জানা
তোমাক প্ৰথম দেখাৰে দিনা
সাইলাখ দেখা পালোঁ যেন অপ্সৰা
ছোৱালী -
ইমান মিঠা মিঠা
চলাহি তোমাৰ কথা ২
মন মোহনীয়া
তোমাৰ জীয়া যৌৱন
কিযে আৱেদন
দেখি হয় মন উচাতন
মনচেং ঐ কেনে লাগিছিল জানা
তোমাক প্ৰথম দেখাৰে দিনা
দেখা পালোঁ ৰাজকুমাৰ মনে বিচৰা
ৰাজকুমাৰ যেন মনে বিচৰা
অন্তৰা-
ল'ৰা -
ইমান মৰম লগা
হিয়া মন জুৰুৱা
মন উৰণীয়া
তোমাৰ এই আভৰণ
কিযে আলোড়ন
কেনেকৈ বাৰু লওঁ যতন
মনচেং ঐ কেনে লাগিছে জানা
তোমাৰ মৰম পাই এনুৱা
পৰজনমৰে যেন মৌবৰষা/পৰজনমৰে যেন লগৰীয়া
ছোৱালী -
কিমান গুণাগথাঁ
যেন জোনাকভৰা ২
সপোন সাতোৰঙীয়া
তোমাৰ এই আৱাহন
পলে প্ৰতিক্ষণ
সঁচা আৱেশৰ উদাহৰণ
মনচেং ঐ কেনে লাগিছে মোৰো জানা
তোমাক পোৱাৰে পৰা
তোমাৰ বাদে একোৱেই হ'ল ভাল নলগা
#new_bihu_song
#assamesemusic
#nilakshi_neog_bihu
#nilakshi_neog_new_song
#simantashekhar
#simantasekhar_new_song
#assamese_viral_video
#bihu_2025
#monseng
#latest_assamese_bihu_song
#bihu_song_new
#new_bihu_song
#assamese_song_new
#new_assamese_song_2025