গোলাঘাটৰ SP ৰাজেন সিঙক মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি, ৰাজেন সিঙৰ উদ্ধতালিত খৰ্গহস্ত মুখ্যমন্ত্ৰী

Поделиться
HTML-код
  • Опубликовано: 13 окт 2024
  • 📌ক্ষমতাৰ অপব্যৱহাৰ কৰা গোলাঘাটৰ SP ৰাজেন সিঙক মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি। কাজিৰঙা চাবলৈ পৰিয়ালক হাতী ছাফাৰী দিব নোৱাৰাত SP ৰাজেন সিঙে বন পালকক ওৰে নিশা নিৰ্যাতন চলাইছিল। SP ৰাজেন সিঙৰ এই উদ্ধতালিত খৰ্গহস্ত মুখ্যমন্ত্ৰী। জনসেৱাত নিয়োজিতসকলক কাম আৰু চিন্তাত বিনয়ী হ'বলৈ ক'লে মুখ্যমন্ত্ৰীয়ে।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Комментарии • 745

  • @dmanta5218
    @dmanta5218 9 месяцев назад +178

    ৰাজেন সিঙক চাকৰিৰ পৰা বৰস্ত কৰিব লাগে ।

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef 9 месяцев назад +190

    মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দায়িত্ব জ্ঞান অতি উত্তম। তেখেতৰ কৰ্মৰাজীয়ে জনতাক উচিত ন্যায় প্ৰদান কৰিবলৈ সক্ষম হৈছে ।👌👌👌🙏🙏🙏

    • @jayantadas3415
      @jayantadas3415 9 месяцев назад +3

      s p uporat case korak

    • @rajp1223
      @rajp1223 9 месяцев назад

      ​@@jayantadas3415p up km 7
      no poor

    • @bipulboro8126
      @bipulboro8126 9 месяцев назад +1

      ​and 😅

  • @cheniramrajkhowa8323
    @cheniramrajkhowa8323 9 месяцев назад +52

    গৰিহনাৰ যোগ্য এনে অসভ্য পুলিচ বিষয়া । অসম চৰকাৰে এনে বিষয়াৰ ওপৰত সোনকালে বৰ্খাস্ত কৰিব লাগে ।

  • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন

    ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয় আপুনি তৎকালীন ভাৱে এইটো বিচাৰ কৰা বাবে। এইসকলৰ দৰে আৰক্ষীৰ বাবেই ভাল সকলৰো আজিকালি বদনাম হৈছে। এতিয়া যি আৰক্ষী আমাৰ ৰক্ষক তেওঁলোক ভক্ষকৰ ৰূপ লৈছে। সেয়ে কবলৈ লৈছে এটা বাক্য -পুলিছ মানেই নীচ। এইসকলৰ ওপৰত উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰক্ষীৰ পবিত্ৰ সাজজোৰত দাগ লগাইছে। এনেকুৱা ও কিছু আৰক্ষী আছে যি শাক-পাচলি, মাছ-মাংস, ফল-মূল ইত্যাদি দোকানত বজাৰ কৰি টকা নিদিয়াকৈ গুছি আহে দম দি। এইবোৰ ও চকু দিব লাগে।

  • @amritsarmah6718
    @amritsarmah6718 9 месяцев назад +20

    খুব সুন্দৰ পদক্ষেপ গ্ৰহন কৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনালো ।

  • @ranjitbora734
    @ranjitbora734 9 месяцев назад +174

    সকিয়নি দি লাভ নাই। বৰ্খাস্ত কৰিলেহে সঠিক বিছাৰ হব।

    • @SAILENDRAPRASADGOSWAMI
      @SAILENDRAPRASADGOSWAMI 9 месяцев назад +4

      Tar laj loga nai Beta, S.P. sutaise

    • @NirmolRay1996
      @NirmolRay1996 9 месяцев назад +4

      তহতৰ নিচিনা কেইটামান মক্কেল বিৰোধীয়ে চৰকাৰে যিমান ভাল কাম কৰিলেও ভাল চকুৰে চাব নোৱাৰা।

    • @mandiraneog6890
      @mandiraneog6890 3 месяца назад

      L
      ​@@NirmolRay1996

  • @basantanath2647
    @basantanath2647 9 месяцев назад +30

    তাহানিৰ সেইযে কংগ্ৰেছৰ দিন বোৰ..... । এতিয়া আৰু সেই দিনবোৰ পাৰ হৈ গ'ল। এতিয়াহে দেশত ৰাইজৰ চৰকাৰ ৰাইজৰ মুখ্যমন্ত্ৰী জন আছে। মুখ্যমন্ত্ৰীৰ লগতে ডি জি পি গৰাকীলৈও ধন্যবাদ জনালোঁ। 🌷 🌷 ❤️ ❤️

  • @bhupendas3078
    @bhupendas3078 9 месяцев назад +60

    চৰকাৰৰ সুন্দৰ পদক্ষেপ, HONORABLE C M & DGP SIR GREAT.🙏🙏ধন্যবাদ ।

    • @jinaramdas3166
      @jinaramdas3166 9 месяцев назад +5

      অসমত এইখন চৰকাৰৰ দিনত আইন কানুন থকা যেন লাগিছে। তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী আৰু DGP, Assam মহোদয় ক অশেষ ধন্যবাদ।

    • @GaneshBora-ys7yp
      @GaneshBora-ys7yp 7 месяцев назад

      @@jinaramdas3166 .....

  • @RitopanRajbongshi4
    @RitopanRajbongshi4 9 месяцев назад +2

    সুন্দৰ। ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা Sir 🙏 আৰু জি,পি, সিং Sir 🙏

  • @Rajkumar-ie7sd
    @Rajkumar-ie7sd 9 месяцев назад +75

    এগ্লা sp মানুহ নহয় ।জনতাৰ হিতৰ বাবে বৰ্খস্থ কৰ্বা লাগে।😢😢😢😢😢

  • @knowledgepower991
    @knowledgepower991 9 месяцев назад +116

    সাধাৰণ মানুহ হোৱা হ'লে কঠোৰ শাস্তি হ'ল হয় কিন্তু ওপৰৰ মাল যে,
    Sorry কৈ ঠিক হৈ গ'ল।

    • @NirmolRay1996
      @NirmolRay1996 9 месяцев назад +3

      বিৰোধীৰ সদায় নেগেটিভ মাইণ্ড।

    • @a2ztechandfun241
      @a2ztechandfun241 9 месяцев назад +4

      ​@@NirmolRay1996একো বিৰোধী বুলি কথা নাই, ইয়াক ক্ষমতাৰ অপব্যৱহাৰ বুলি ক'য় ।

    • @nilishaika5262
      @nilishaika5262 9 месяцев назад

      Hoy. Hosa. Koise. Apuni. ​@@a2ztechandfun241

    • @nilishaika5262
      @nilishaika5262 9 месяцев назад

      ​@@NirmolRay1996 Apuni. He. Nigetive. Monor. Manuh

  • @শ্ৰীসঞ্জীৱ
    @শ্ৰীসঞ্জীৱ 9 месяцев назад +29

    চাকৰিৰ পৰা নিলম্বন কৰক এচ পি গৰাকীক ... নহলে কিন্তু মামা , এটা কথা মনত ৰাখিব । আমি বিজেপিৰ কৰ্ম কৰ্তা হয় ... সদায় বিজেপিৰ জয় জয় কাৰ কৰি থাকো । এই জয় জয়কাৰ যাতে কংগ্ৰেছৰ পক্ষত নাযায় যাতে 🙏

  • @BiruRabha-qj7pm
    @BiruRabha-qj7pm 9 месяцев назад +76

    সাধাৰণ মানুহৰ ভূল হলে এনেকৈ ক্ষমা কৰেনে

  • @maramigoswami4306
    @maramigoswami4306 9 месяцев назад +54

    তৰুণ গগৈ মানুহজন সৎ তেখেতৰ কথা যতৰাতে গম পাই

  • @jatindeka6784
    @jatindeka6784 9 месяцев назад +22

    প্ৰকৃততে এইয়াই অসম পুলিচৰ চৰিত্ৰ ।

  • @newcreation9562
    @newcreation9562 9 месяцев назад +84

    এনে মহামূৰ্খ এটাক sp হিচাপে পোৱাতো দেশৰ দুৰ্ভাগ্য।

  • @basisthaacharya6590
    @basisthaacharya6590 9 месяцев назад +22

    আৰক্ষীৰ ব্যৱহাৰ সদায় সহনশীল আৰু ভদ্ৰ হ'লে ৰাইজে সন্মান নিদিয়াকৈ নাথাকে।

  • @missmystical6605
    @missmystical6605 9 месяцев назад +20

    ক্ষমতাৰ অপব্যৱহাৰ কৰিব নাপায় । এতিয়া পিছে কেনে লাগিছে -ক্ষমা খুজি ।

  • @biswajitgogoi7747
    @biswajitgogoi7747 9 месяцев назад +5

    এনেকুৱা আৰক্ষী অধীক্ষকক নিলম্বন কৰিব লাগে। মূখ্যমন্ত্ৰী ডাঙৰীয়াৰ পদক্ষেপক আদৰণি জনাইছোঁ।🙏

  • @Travelwithjintu
    @Travelwithjintu 9 месяцев назад +4

    এনেকুৱা অপদাৰ্থ এজনক sp পদত দিয়াটো দুৰ্ভাগ্য জনক

  • @rajibsarmah2179
    @rajibsarmah2179 9 месяцев назад +12

    তলৰ বিষয়া- কৰ্মচাৰীক over duty কৰোৱা আৰু বিষয়া কৰ্মচাৰীৰ চুটি নাকচ কৰি শোষণ কৰাটো আজি কালি শীৰ্ষ বিষয়া সকলৰ এটা Passion. নিজকে ৰাইজৰ সেৱক সজাই লৈ অফিচ ত ৰাতি ৮/৯ টা বজালৈ থাকিব দিয়ে। যেন একে দিনাই সকলো কাম সম্পূৰ্ণ কৰি দিব। কিন্ত্ত তেওঁলোকক কোনে বুজাব যে কৰ্মচাৰীসকলক জিৰণি ও লাগে। জিৰণি নহলে তেওঁলোকৰ কৰ্ম দক্ষতা কমি যাব। তেওঁলোকৰ ও এটা পৰিয়াল আছে যাৰ প্ৰতি দায়বদ্ধতা আছে।

  • @MonujSarmah-tg3vz
    @MonujSarmah-tg3vz 9 месяцев назад

    ধন্যবাদ জনাইছো।

  • @jaychankarborolegalforum7822
    @jaychankarborolegalforum7822 9 месяцев назад +44

    I am so delighted with action of CM Sir and DGP Sir🙏

  • @commenti5459
    @commenti5459 9 месяцев назад +21

    হাতী এটা প্ৰতিপালন কৰিবলৈ দিব লাগে এছ পিক

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 9 месяцев назад +4

    সিং নে কি তাক বৰ্খাস্ত কৰক, মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 9 месяцев назад +7

    ক্ষমা খুজিছিল সকলো হৈ নাযায়। মুখ্যমন্ত্ৰী মহোদয়ে যথোচিত ব্যৱস্থা ল'ব বুলি আমি দৃঢ় বিশ্বাসী। জনতাই জানিব লাগিব মুখ্যমন্ত্ৰী মহোদয়ে কি ব্যৱস্থা লয়।

  • @manashprotimsaikia7106
    @manashprotimsaikia7106 9 месяцев назад +1

    Mananiya mukhya Montri Jindabad

  • @ujwal_._chelleng
    @ujwal_._chelleng 9 месяцев назад +54

    মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 🙏❤️

  • @anantamoranvloge7255
    @anantamoranvloge7255 9 месяцев назад +18

    ক্ষমতাই মূৰত ধৰিছে চাগে 🤔🤔🤔

  • @mukutdas9432
    @mukutdas9432 9 месяцев назад

    Thanks Dada,

  • @bimalathakuria2235
    @bimalathakuria2235 9 месяцев назад +2

    ভাল লাগিল মামাৰ পদক্ষেপ সৰু মানুহ হ'লেও আত্ম সন্মান থাকে

    • @Bhunomali
      @Bhunomali Месяц назад

      He nijei no 1 politics dalal hoi 😂😂😂😂 sobei janei

  • @bidyutdekavlogs7695
    @bidyutdekavlogs7695 9 месяцев назад +2

    সুন্দৰ

  • @khirensharma8666
    @khirensharma8666 9 месяцев назад +6

    এনেকুৱা পালে লগা লগ চাকৰিৰ পৰা বিদায় দিব লাগে চৰকাৰে চাকৰি কৰিবলে অসমত লৰা ছোৱালীৰ অভাৱ হোৱা নাই এতিয়াও লাখ লাখ নিবনুৱা ইনেই ঘৰত বহি আছে

  • @jiban67
    @jiban67 Месяц назад

    ক্ষমা কিয়
    আইন ব্যৱস্থা লওঁক, DGP sir, কাৰণ এইষাৰ কথা আপোনাৰ ।

  • @sangita3892
    @sangita3892 9 месяцев назад +5

    ইয়াক বৰ্খাস্ত কৰিব লাগে। আইন সকলোৰে বাবে বাঞ্ছনীয় হব লাগে

  • @kakoligayan6959
    @kakoligayan6959 9 месяцев назад +7

    কিম জং উন্

  • @tunborah4690
    @tunborah4690 9 месяцев назад

    সুন্দৰ cm sir

  • @naranarayankakati442
    @naranarayankakati442 9 месяцев назад +3

    I never heard such type good news before.thanku CM sir

  • @manashmazumdar1805
    @manashmazumdar1805 9 месяцев назад +10

    সাধাৰণ মানুহ হোৱা হলে দুবছৰ মান জেলত ভৰাই থলে হয়

  • @rohandeka6954
    @rohandeka6954 9 месяцев назад +3

    Thanks to Hon,ble CM for yr good action

  • @rimjimnath558
    @rimjimnath558 9 месяцев назад

    অসমৰ সকলো জনতাই sp আনন্দ মিশ্ৰ ক চিনি পায়।ইয়াকে কলো

  • @kamalboruah5431
    @kamalboruah5431 9 месяцев назад +12

    ইয়াক এনকাউনটাৰ কৰিব লাগে

  • @dimpolgogoi5128
    @dimpolgogoi5128 9 месяцев назад +3

    পুলিচ কিয় লাগে যদি মানুহক এনেকৈ হাৰা শাস্তি কৰিব হয়।বুজিলো পুলিচ মানে যে গুণদা হয় এতিয়া হে গম পালো ।

  • @rakeshmail20
    @rakeshmail20 9 месяцев назад +2

    Tarun gogoi dangoria . apuni bohut val manuh... very gentle person. Hope you keep up your good work. Best wishes to you

  • @dulalchandranath9938
    @dulalchandranath9938 9 месяцев назад +3

    Very good dicision c m sir

  • @nobinborah8327
    @nobinborah8327 7 месяцев назад

    প্ৰথমতেই অসমৰ মাননীয় অতি জনপ্ৰিয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছো। কিয়নো তেখেতে অতি তৎপৰতাৰে এই ঘটনাত হস্তক্ষেপ কৰিছে। অতি উত্তম হৈছে। মানুহৰ ক্ষমতা নিৰ্দ্দিষ্ট এটা সময়লৈকেহে থাকে। ক্ষমতা মানুহৰ লগত চিৰজীৱন নাথাকে গতিকে তাক কেতিয়াও অপব্যৱহাৰ কৰিব নালাগে।

  • @jinturajbongshi5144
    @jinturajbongshi5144 9 месяцев назад

    আমাৰ মূখ্যমন্ত্ৰীক অনেক অনেক ধন্যবাদ ।अब आया ऊंट पहाड़ के नीचे ।

  • @gyanofficial
    @gyanofficial 9 месяцев назад

    মুখ্যমন্ত্ৰীৰ কাৰণেই এইবোৰ সাহস পাইছে পুলিছে।

  • @uttrishavlogs2483
    @uttrishavlogs2483 9 месяцев назад

    Dhonyobad @CM_Sir..Nohole ehot keitamanor utopalit thakibo nuwari..

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by 9 месяцев назад +2

    সাধাৰণ মানুহে ভোল কৰিলে দেখিবলৈ ভাল কিন্তু ডাঙৰ Officers ভোল কৰিলে ৰাইজে আৰু বুজিবলৈ কি বাকি থাকিল আমি গগৈ দাক ধন্যবাদ জনাইছো।

  • @NKMedia-d6k
    @NKMedia-d6k 9 месяцев назад +7

    জোনমণিৰ ক্ষেত্ৰত কিন্তু একো উত্তৰ নাপালে অসমবাসীয়ে,
    মামাৰ ৰাজনীতি জনাই জানে৷

  • @mridulsharma6739
    @mridulsharma6739 9 месяцев назад +2

    হিমন্ত বিশ্ব শৰ্মাদেৱৰ জয় হওঁ‌ক ।কামৰ মানুহ এখেত ।

  • @krishnanath6031
    @krishnanath6031 9 месяцев назад +3

    CM Sir And DGP sir jai hind.

  • @dipupatangia9860
    @dipupatangia9860 9 месяцев назад +1

    SP singh অ'ক গ্ৰেপ্তাৰ কৰক।

  • @sabitrisvlog721
    @sabitrisvlog721 7 месяцев назад

    ভাল কৰিছে।

  • @KulaTiruwal
    @KulaTiruwal 9 месяцев назад +9

    যিমান ডাঙৰ অফিচাৰ নহওঁক সন্মান
    কৰিব নজনাজনক অফিচাৰ যেন নালাগে
    মাননীয় cm চাৰ (মামা) জিন্দাবাদ 💪

  • @ArpanGogoi-p5b
    @ArpanGogoi-p5b 9 месяцев назад +3

    Beautiful job done by CM Sir❤️👍

  • @mridulkumarnath1076
    @mridulkumarnath1076 9 месяцев назад +9

    Great response by our honourable CM sir... salute sir...he teaches people to live on ground not in air..

  • @bankusaikia9549
    @bankusaikia9549 9 месяцев назад

    মূখ্যমন্ত্ৰী আৰু DGP ক ধন্যবাদ জ্ঞাপন কৰিছো

  • @prabalbhatta
    @prabalbhatta 9 месяцев назад +14

    This is what makes our CM unique,he is attentive towards all odds nd promptly takes action,one significant point is visible that such persons are not eligible for important position nd for sure hon'ble CM will take measures to ensure right place for such persons....

  • @GK24X7.
    @GK24X7. 9 месяцев назад +2

    Nice kotha ...Ayaha asol democracy

  • @MridullaMedhi-wu3lw
    @MridullaMedhi-wu3lw 9 месяцев назад +3

    Xhadharon manhu nirapatta hayraisa ai police gundaboror utpat bahut bahut haisay

  • @JaminiDeka-p9c
    @JaminiDeka-p9c 9 месяцев назад

    কৰ্মচাৰী কিমান ডাঙৰ জনসাধাৰণৰ ওপৰত নহয়। তথাপি সন্মান কৰাতো জনসাধৰণৰ কৰ্তব্য। কিন্তু বিষয়া সকলে সন্মানৰ অধিকাৰী হ'ব লাগিব।

  • @har-tk4xl
    @har-tk4xl 9 месяцев назад +3

    ইমানো মন পাতল নকৰিব .কিয়নো ইয়াৰ আৰত লুকাই থাকিব পাৰে কিবা কুবুদ্ধি| .....নাথাকিবও পাৰে...কিন্তু চায়-চিতি চলিব লাগে

  • @sibanathburagohain7573
    @sibanathburagohain7573 9 месяцев назад

    মুখ্যমন্ত্ৰীৰ এইবোৰ পদক্ষেপ শলাগনীয় ধন্যবাদ।

  • @animadas9562
    @animadas9562 7 месяцев назад

    Dhoinybad mukhymntri dangriya bhut bhal Kam krise❤🙏

  • @simplethings4162
    @simplethings4162 9 месяцев назад +1

    thank you Mama & Gp singh sir for saving our common people from these monsters 🙏🏽

  • @HemontaSaikia-k5f
    @HemontaSaikia-k5f Месяц назад +1

    Out

  • @GhanaBoro-hf7di
    @GhanaBoro-hf7di 9 месяцев назад +1

    Thanks.cm.sirly

  • @শ্ৰীদণ্ডেশ্বৰফুকন

    এছ, পিৰ দৰে এটা পদত অধিস্থিত এজন ব্যক্তিৰ কেনেকৈ এনে ভুল হ'ব পাৰে । এইয়া ভুল হবই নোৱাৰে , ক্ষমতাৰ খকত বলিয়া হৈছে ।

  • @jashodanandabhattacharjee2786
    @jashodanandabhattacharjee2786 9 месяцев назад +1

    হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ।

  • @NirmolRay1996
    @NirmolRay1996 9 месяцев назад

    #Himantabiswasarmaহয়টো এনেকুৱা চৰকাৰ আৰু নাপাম।আজিৰ চৰকাৰখনে যিদৰে জনতাৰ হকে মাত মাতিছে।❤❤❤

  • @AnkurDeka-lv8bq
    @AnkurDeka-lv8bq 9 месяцев назад +23

    Mama...suspend bisrisilu.

    • @manashsharma7382
      @manashsharma7382 9 месяцев назад

      Mama to xodai support kore public support aru but news to je natak hoy 😂😂😂😂ki support Koribo kabar bemar khetrot mama help Kori Asse 🙏🙏❤️❤️😍😊

    • @manashsharma7382
      @manashsharma7382 9 месяцев назад

      Kak suspend Koribo laghe okol suspend kotha to Jane aru suspend Koribo lagha ki case hoise case nu tetya a Mama suspend Koribo 😂😂😂

    • @AnkurDeka-lv8bq
      @AnkurDeka-lv8bq 9 месяцев назад +1

      বাপেৰৰ মূৰটো

    • @manashsharma7382
      @manashsharma7382 9 месяцев назад

      @@AnkurDeka-lv8bq thike koise 🤣🤣🤣

  • @BhaskarjyotiKonwar-y2k
    @BhaskarjyotiKonwar-y2k 9 месяцев назад

    Axomotey axomiya vogoniya hoise .....dr bhupen hazarika ❤

  • @Ranjanbora-vd5lv
    @Ranjanbora-vd5lv 9 месяцев назад

    Bahut bahut dhanyavaad Mananiya C. M sir aru D. G. P sir loi S. P sir k bujai diba lage je POlICE shabdar fulfoam tu.

  • @brojenkhargharia15
    @brojenkhargharia15 9 месяцев назад +3

    Vare good CM god bless you

  • @dimpupegu
    @dimpupegu 9 месяцев назад +1

    Thanks mama

  • @pranjalsaikia2543
    @pranjalsaikia2543 9 месяцев назад

    কোনোবা এটাই এনেই ৰাজেন সিঙক দুই থাপ্পৰ মাৰিছো বুলি এনেই কোৱা নাছিল।

  • @mujahidulhoque2712
    @mujahidulhoque2712 9 месяцев назад

    Great Dgp Sir

  • @binoydas6838
    @binoydas6838 9 месяцев назад +1

    Excellent job 🙏 CM Sir

  • @nitulrajbongshi6657
    @nitulrajbongshi6657 9 месяцев назад +12

    Nonsense SP

  • @digantagogoi1948
    @digantagogoi1948 9 месяцев назад

    CM SIR ZINDABAAD SIR🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @tittivatamuly6119
    @tittivatamuly6119 9 месяцев назад +1

    Very good step CM sir

  • @MilkyouMochahary1989
    @MilkyouMochahary1989 8 месяцев назад

    সকলো জনসাধাৰণৰ ক্ষেত্ৰতেই এনেধৰণৰ ব্যৱহাৰ কৰা দেখা যাবনে????

  • @MahanandaGogoi-dc9wo
    @MahanandaGogoi-dc9wo Месяц назад

    ৰাজেন সিংহক নিলম্বন কৰিব লাগিছিল।

  • @jayantabaruah2238
    @jayantabaruah2238 9 месяцев назад +2

    এনেকুৱা মানুহবোৰক চাকৰিত থবই নালাগে। কিয় থৈ দিয়ে জানো।

  • @babykarmakar1524
    @babykarmakar1524 9 месяцев назад

    I love CM Sir Assam for Quick action thank you sir

  • @syedvicarmomin4748
    @syedvicarmomin4748 9 месяцев назад

    Very good step by the CM , Sir

  • @DevzeetSaud
    @DevzeetSaud Месяц назад

    এই নহয় অকল বহুত ঘটনা আছে বহুতে ভয়তে নকয়

  • @mintudas1018
    @mintudas1018 9 месяцев назад

    Great work CM Sir ❤

  • @nibagaro6976
    @nibagaro6976 9 месяцев назад

    শান্তিত থাকিব লাগে সদায়।

  • @SuperMazumdar
    @SuperMazumdar 9 месяцев назад

    Bhai laga hois !

  • @biswajiturang7208
    @biswajiturang7208 9 месяцев назад

    এই ধৰণৰ SP অসমত নচলিবো।

  • @gaurangahazarika2750
    @gaurangahazarika2750 9 месяцев назад +7

    Suspend this SP immediately

  • @pradiprabha9636
    @pradiprabha9636 9 месяцев назад +1

    Salute Himanta Sir

  • @SarifuddinAhmed-so7ff
    @SarifuddinAhmed-so7ff Месяц назад

    উগ্ৰপন্থী হৈছে নেকি, ধমকি দিয়া।

  • @amlanjyotigoswami5555
    @amlanjyotigoswami5555 9 месяцев назад

    Very Good work CM sir

  • @juntibori3199
    @juntibori3199 9 месяцев назад

    হাৰামীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে ।

  • @dhrubajyotichakravarty5617
    @dhrubajyotichakravarty5617 9 месяцев назад +1

    SP Rajen sing অৰ misbehave অৰ counter action লগে লগে হৱ লাগে কাৰণ higher authority ৰ এনে আচৰণে সমাজত বেয়া প্রভাৱ পেলায়।

  • @bishnuprasaddeka8719
    @bishnuprasaddeka8719 9 месяцев назад

    R.singক পেলেষ্টাইন ত পঠিয়াই দিয়ক