স্মার্ট আৰক্ষীৰ লাজলগা কাণ্ড।
HTML-код
- Опубликовано: 4 сен 2024
- স্মার্ট আৰক্ষীৰ লাজলগা কাণ্ড। মুখ্যমন্ত্রী আৰু আৰক্ষী সঞ্চালক প্রধানৰ কঠোৰ নির্দেশকো যেন কেৰেপ নকৰে অসম আৰক্ষীৰ একাংশ বিষয়া-জোৱানে। ৰাজপথত বাণিজ্যিক বাহন দেখিলেই টকাৰ লোভত হাত দাঙে সেইসকল আৰক্ষীয়ে। আজি আমি দেখুৱাম শ্রীৰামপুৰ গেটত চলি থকা একাংশ স্মার্ট আৰক্ষীৰ কর্মকাণ্ড।
#PratidinTime #assamnews #assam #srirampur
সাংবাদিক বন্ধু ধন্যবাদ
সাংবাদিকক অশেষ ধন্যবাদ । আগলৈ যাতে আমার মাজত এনে নজনা নেদেখা কথাবোর আমার অসম সরকার জনাত সহায় করে।
হʼবই দিয়কচোন , কাৰণ Assam police Physical test ত 40 Number ভিতৰত 33 পাইছোঁ কোনো বাহিৰা নম্বৰ নোহোৱাকৈ ( 13 + 20 = 33 ) । 26 Km খোজ কাঢ়িলোঁ , Exam written ও Pass কৰিলোঁ , Viva voce দিলোঁ Questions শুধে 4 টা শুদ্ধ হৈছিল 4টা অতি দূষত কৈছোঁ শেষত নাম নাহিল ।
মোৰ একেই ADRE দুটাত লিখিত পৰীক্ষা দিলোঁ পাছ ও কৰিলোঁ দুটাত skils test দিলোঁ ভাল হৈছিল নাম নাহিল heathr এটাত লিখিত পৰীক্ষা দিলোঁ পাছ কৰিলে skis test দিলোঁ নাম নাহিল এতিয়ালৈকে 8 লিখিত পৰীক্ষাত পাছ কৰিলোঁ কিন্তু চাকৰি হোৱা নাই বয়স 29 হল বহুত depression t আছোঁ ,
টকা খোৱা পুলিচ সন্মান নাই ইহঁতৰ।
😆🤣
সেই কাৰণে মানুহে পুলিচক সন্মান নকৰে।
খাকী পোচাকধাৰী ডকাইত সন্মান নাই ইহঁতৰ। 😆🤣
একদম ঠিক
100%
সাংবাদিক সকলক ধন্যবাদ
ৰক্ষকে ভক্ষক,,,অসম পুলিচ ধন্যবাদ,জয় আই অসম
Moi beya pao police k
Aitu atyar ghotna nhoi agr pra a soli aha ghtna
Army lover
সাংবাদিকক অশেষ ধন্যবাদ
Waaooo.... grateful reporter....❤
মই নিজেও কষ্ট কৰি আছোঁ ভৱিষ্যতে এজন আৰক্ষী বিষয়া হোৱাৰ চেষ্টাত আজিৰ দৰে এনেবোৰ কাণ্ড চাই সহ্য কৰিব নোৱাৰা এক নিলজ্য কাণ্ড বেয়া লাগে। এনেবোৰ কাণ্ড দেখি । আচৰিত কথা যে চিলংৰ পথেৰে আহি পোনপ্ৰথমে আপোনালোকে লগ পাই আৰু আপোনালোকক লগ পাই এনেদৰে এনেহলে অসমখনো বেলেকে কাহি নিলে ৰখাব নোৱাৰিব 🙏অনুগ্ৰহ কৰি পোৱাকেইটতে সন্তুষ্ট হওঁক..🤌
...কথাষাৰ কোনো গাত পাতি নলব...😊
..🫳🫴
পুলিচে কৰিলে অপৰাধ নহয় আমি কৰিলে অপৰাধ
Mm
হয়
চোৰ ইহতেই
খেদক এইকেইটাক
🤣
উচিত শাস্তি দিব লাগে
কি নো হ'ব দুটামান গালী ধমকি দিব তাৰ পিছত চব চেতেপ 🤣
সকলো মিলি ভকত নেকি ?
উচ্চ ক্ষমতাসম্পন্ন ব্যক্তিৰ হাত নাথাকিলে এনেকৈ পুলিচে পইচা লব নোৱাৰে । সন্দেহ উপজিচে মোৰ । শ্ৰীৰাম পুৰ হৈছে আলাউদ্দিনৰ চাকি । বৃহৎ কেলেংকাৰী এইবোৰ
Your PD....TIME NEWS TV CHANNELS 📺 GREAT
লাভ নাই বহুত দেখিলোঁ এইবোৰ নিউজ। নিউজ ওলাইছে বুলি দুদিন মান বন্ধ হ'ব তাৰ পাছত আকৈ আৰম্ভ । আমাৰ অসমৰ উন্নতি নাই ।💐🙏
একদম ঠিক
হয় সচাঁ কথা
Bor bad aru uthi oha juba Sam
Vote tu bhal ke dibiloi xika xokolu thik hobo. Jietiyaloike 500 tokar luvot Vote dibo, enkeoye thakibo.
Smart sorkar Smart police.
খকুৱা কেইটাই name plate লগাবলৈ পাহৰিলে অ ,ইমান কাম
God job Assam police real hero 😅😅😅 jai hind
🤣
Very good potidin time👍🙏🙏🙏❤️❤️❤️❤️
Bimol da dhunia news korixe akhekh dhanyabad apunak
এওঁলোকৰ দৰে আৰক্ষীৰ বাবে ভাল সকলৰ ও বদনাম হয়। আৰক্ষীৰ সাজ জোৰত চেকা ।
অসমৰ পুলিচৰ দৰে আন ৰাজ্যত টকা নলয়। মই গোটেই ভাৰতবৰ্ষতে ঘূৰি থাকো কিন্তু অসম পুলিচ কেনেকুৱা হয় অসমৰ বাহিৰত যি ধৰণে কয় নিজকেই লাজ লাগে, নিজকেই অসমত কিয়নো জন্ম লৈছোঁ ক'ব লৈ লাজ লাগে
গতিকে ইয়াত নথকাটোৱে ভাল।
Reporter ❤❤❤❤❤
তলৰ পৰা ওপৰলৈ সকলো মিলি আছে।। চাল্লা এদিন সকলো হিচাপ দিব লাগিব✊🏼😡😡🚩🚩
সাংবাদিক কে নেজানে নেকি ? যে তাত transfer হবলৈ কিমান টকা দিয়ে সেইটো উলিয়া । মোৰ কমেন্ত যদি কোনোবা পুলিচৰ মানুহে পৰিছে তেওঁ বুজি পাইছে।
🤣
Turu jabo Mon asil sage nuarili jabo..??
এওঁলোকক চাকৰি পৰা ওলিয়াই দিব লাগে।আমি নিবনুৱা সকল আছো। আমাক চাকৰি দিয়ক।
সচা কঠা কৈচা তুমি।।আমি এতিয়া লৈকে সফল হোবা ণাই😭
@@manashkumar613 agote kotha word 2 xuddha ke likhi lo xun
@@rimadeka9994 🤣
অসমৰ মূল্য বৃদ্ধি 50 শতাংশ অসম আৰক্ষীৰ কিছুমান লুভিয়া মানুহৰ কাৰণে হয় । এই বিলাক আৰক্ষীৰ ওপৰত চৰকাৰে উচিত দায়িত্ব লৱ লাগে।
100% Right 👍
Sorkar.manedalal
সুন্দৰ
উচিত শাষ্টি বিহিব লাগে এইসকলক 😠
Good Reporting❤
আজি লৈকে পইচা নিদিলে মাটিৰ কামো মণ্ডল কৰী নিদিয়ে মই নিজে ভুক্তভোগী
Good question...
Very Good jarnalist
Aaji bht din or Pasot vl news ata dile dy
Apunaluk sabo logai..
Good job 👍
Thank you so much
Vl lgil news tu ✊❤️
Good job
Thank you news tu dea bbe.
Mojahh...
Mozza dise .Val lagil. Paise axom policoli angoli nuthaboloi kuwa mukhyo montri dangoriai eiburok todonto kore ne nokore heituhe dangor kotha.
এহ মজা।
পুলিচ আৰু দেশৰ নেতা মন্ত্রীয়ে আমাৰ দেশ খন শেষ কৰিলে ।
মুঠতে অসম খন বৰ্বাদ ।
Thank you
Love u assam police,👏👏👏😇😇🤯🤯🤯🤯🤯🤯
এইসকল আৰক্ষীক চাকরির পৰা বাদ দিয়ক।
আজিকালি কোনে কাক এনে টকা দিব অ। দৰমহা টকাৰে নুজুৰে নি , নাপাই এনেকুৱা কষ্ট কৰি খোৱা মানুহৰ পৰা টকা লব।
Mjh vl lgila aru aguai jak 🎉
Good news
Same issue in Bhalukpong ( Arunachal Border) Assam police gate.. Pl sting operation
শ্ৰীৰামপুগেট এওঁলোকৰ বাবে সোণৰ কণী পৰা হাহঁ । অসমলৈ সোমাৱা বয় বস্তুৰ দাম এই শ্ৰীৰামপুৰ গেটৰ বাবেই নিয়ন্তৰ বাহিৰলৈ । প্ৰতেক গেটতেই এনেকৈ ট্ৰাক চালকৰ পৰা টকা ললে সেই টকা বস্তুৰ দাম বঢ়াই সাধাৰণ জনতাৰ জেপৰ পৰাই লব। কোনোও লোকচানত বেপাৰ নকৰে । সমগ্ৰ টিমটোৱে টকা ঘটাৰ বাবে উনিফৰ্মৰ নাম প্লেট খুলি লৈছে । যুগ যুগ ধৰি এনেকৈয়ে চলি আহিছে ।
Police r kaam heitue hoi... That's it
🤣
সাংবাদিক সকলো কম নহয় দিয়ক
Good job repoter
সাংবাদিক সকলোক বিষেশ ধন্যবাদ । এনেকৈয়ে ইহতৰ কাম চলায় 😅😮
P
100%True
News dea Jonr xahoh k selut 🙏🇮🇳
মই কৈছো সকলো নদীত ড়ুব মাৰি পানী খোৱা মানুহ
।
।
Time 8 thank u
CM Mama Apunar smart Assam police keita dekhi bor val lagil ...Joy asom police... proud asom police..puraaaa luti lo..😂😂😂mamar asirbad tohotor logot ase...😂😂
🤣
Very smart
Congratulation Assam police aru juni training kora very good
Gd job
মানি মানি 😂😂😂😂
Good 👍
Srirampur gate daily collection more than 1 crore. Question is money goes to .........?
Joy assam
Moja
পাবত গজা মখা ,বৰবাদ কৰি দিছা, ভাইহত, এটা মামাই কিমান কৰবো,
আগৰবোৰে যদি এনেকোৱা ভুল কাম কৰি দেখুৱাই নতুন নতুন আৰক্ষী সকলক কি শিক্ষা দিব এনেকোৱা স্বাৰ্থপৰ মানুহৰ কাৰণে গোতেই আৰক্ষী বেয়া কথা শুনিব লগা হয়। ৰক্ষক হৈ যদি ভক্ষকৰ কথা ভাৱে তেনে হলে ভৱিষ্যত কি আশা কৰিব জনতাই
এতিয়ায়ে আশা নকৰে কোনোৱে ভৱিষ্যতৰ কথা ভাবিও একো লাভ নাই😏
Moja
news
Good shorts
Good
mama magic,
Smart police smart mama
Val dise
Moja dise sir I selut
Assam police ka immage tik nahi, sudharneki jorurat.... Strongly action hona chahiye Sare corrupt police pe... Sare check post pe CC Tv se nigrani hona chahiye😡
Well done Proti din Time👌👌
Moza dise deda
Shabash Assam police ,🤨
I do believe that government of Assam will take necessary action against them....
মামা এই বোৰ কি 😂😂😂
Assamor Smart Police👮🤣🤣🤣
Poisa bhagin poisa 💸💸💰💴
Congratulations 🎉
Val manuh r Val hewa
mojja🙏🙏
Maximum police johora hoi
🤣
Bah bah amar assam polis
জহৰা পুলিছ সি
Name plate নালাগে এইসকলক।লাগে money plate.
বিশেষ একো নহলেও আৰক্ষী সঞ্চালক জন বনি গল
nice
Waoo jui💥🔥😁😁
এফালে স্বচ্ছ ,নিকা আৰু দূৰ্নীতিৰ বন্ধৰ কথা কয় আনফালে আকৌ মামাৰ ডকাইতী পুলিচবোৰৰ টকা লোৱাৰ দক্ষতা চোৱা, ইয়াকে কয় ছাগে ৰক্ষকেই ভক্ষক বুলি ।
একদম ঠিক
Protidin mane bor beleg dai belegkoi lagise
Assam police jindabad
The cut goes to higher level.😢
Aeiiiyaiii Kisuman Assam police..... Krishna ha....
যেই হৌ অসম পুলিচ
এইটো নতুন কথা নহয় আৰক্ষীৰ। কিন্তু শাস্তী দিব কোনে
100%nhoi all assamt 1000000000%loi toka assamt