বাৰান্দাত কপৌ চৰাই আহি মাতি থাকে ভাল নে বেয়া জনাব চোন!!

Поделиться
HTML-код
  • Опубликовано: 8 фев 2025
  • assameseneevlogvideo

Комментарии • 113

  • @achyutbarman2344
    @achyutbarman2344 10 месяцев назад +5

    ভাল বেয়া , সৌভাগ্য দুৰ্ভাগ্য এইবোৰ অন্ধবিস্ৱাস কথা আৰু ধাৰনা, চৰায়ে যত সুৰক্ষা পয় তাত থাকিবলৈ লয়। আজিৰ দিনটো কিছুমান এনেকুৱা ধুৰন্ধৰ মানুহ আছে যি সকলে আপোনাক এনেকৈ অন্ধবিশ্বাসৰ গ্ৰাসত পেলাই দিব অবশেষত আপুনি পূজা পাতাল কৰিবলৈও বধ্য কৰাব😅 😅

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  10 месяцев назад

      ধন্যবাদ থাকিল আপোনালৈ হয় আপুনি ঠিকে কৈছে ময়ো এই বিলাক বিশ্বাস নকৰো যতে থাকি সুবিধা পাইছে তাতে আছে

  • @SatyaramKumbang-gg6rv
    @SatyaramKumbang-gg6rv 8 месяцев назад +1

    চৰাইৰ লগত কিচু কথা বিশাস নথকা নহয়। উপৰিপুৰুষ সকলক পি্নদ দান দিয়ক একো নহয়।

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  8 месяцев назад

      হয় কথা তু জনোৱা বাবে বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ নিশ্চয় সেই খিনি কৰিম

  • @banimonitamuly4829
    @banimonitamuly4829 3 года назад +4

    Khub val .Apunak val kamor agjanoni dise. Suva kam hobo..... From ...Bani moni. Guwahati.

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  3 года назад

      বহুত বহুত ধন্যবাদ আপোনাক কথাখিনি জনোৱা বাবে

  • @NitulBonie
    @NitulBonie 10 месяцев назад

    আমা ঘৰতো ৬দিন মানৰ পৰা বাৰান্দাত এনেকৈ মাতি থাকে ভাল নে বেয়া জনাবচোন বাইদেউ আপুনি কি পাইছে ভাল বেয়া।

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  10 месяцев назад

      মইটো একো ভাল বেয়া ধৰিব পৰা নাই সকলো ঠিকে আছে

  • @bharatiborah8630
    @bharatiborah8630 Год назад

    আমাৰ ঘৰৰ বাৰন্দাৰ লাইট ব্স্ক এটাৰ ওপৰতো কপৌ চৰাইয়ে বাহ সাজি দুই তিনি বাৰ মান কণী পাৰি পোৱালিও উমনি দিছিল কিন্তু টোপ খুৱাই থাকোতেই চাগৈ তলতে থকা ফুলৰ টাবতে পৰি পোৱালি কেইটা মৰি থাকে মই আক তাক শুধাত কপৌ চৰায়ে ঘৰত বাহ লোৱাটো বেয়া বুলিহে কলে মই নিজেও পঞ্জিকাত চাই গম পালো ভাল নহয় বুলি শেষত বহুত চেষ্টা কৰি লাইট বস্কটোৰ ওপৰত কাপোৰ এখন দি ধাকি ৰাখি চৰাই জনী অহাটো বন্ধ কৰিছোঁ।

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  Год назад

      নাজানো কিছুমানে ভাল বুলি কয় আৰু কিছুমান মানুহে বেয়া বুলি কয়

    • @AnilDutta-l5s
      @AnilDutta-l5s 11 месяцев назад

      Abur hossne misa aku najanu

  • @debenborsaikia4624
    @debenborsaikia4624 2 года назад +2

    আমাৰ ঘৰৰ বেলকনিটো ক’পৌজনীয়ে চিঞৰি থকা দেখি মই খৰাহি এটা বান্ধি ওলোমাই দিলো অলপ দেৰি পাচত দেখিলো দুয়োটাই কুটা কঢ়িয়াই পাচদিনাখন কণী পাৰি উমনি দিলেই ৷এই সিহঁতি ইবাঁহৰ পাচত সি বাঁহ পোৱালি উলিয়াই নিয়েই আছে ৷ গতিকে মই ভাবো কপৌ চৰায়ে শত্ৰুৰ পৰা তাঁহাতৰ পোৱালি বচাই ৰাখিবলৈ মানুহৰ আশয় লয় ৷ গতিকে সিহঁতক সহায় কৰিলে অপকাৰ ন’হবনেকি ?

  • @kabitakalita2085
    @kabitakalita2085 4 месяца назад

    একো নহয় যি হয় ভালৰ কাৰনে হয় । বাহ সাজিব আহিছে সকলোৰে ঘৰত নাযায় কপৌ চৰাই বিৰাত ভয়াতুৰ আপোনাৰ ঘৰত সুৰক্ষা পাইছে।

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  4 месяца назад

      বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ কথা খিনি জনোৱা বাবে

  • @mitadas6954
    @mitadas6954 4 месяца назад

    একো নহয় , মোৰ ঘৰৰ বেলকণিত ফুলৰ টাবত কণী পাৰি বহি আছে ,চাগে উমনি দিব । প্ৰথমতে কিছুদিন আমাক দেখিলে কণীটো থৈ উৰি গুচি যায় পিছত আকৌ আহি বহে । এতিয়া ঘৰৰ পোহনীয়া চৰাই যেন হৈছে ,আমাক তাত দেখিলেও ভয় নকৰে । কণী 2তাৰ ওপৰত বহি থাকে কেতিয়াবা কুৰ কুৰ কৈ মাতে ।একো নহয় । তাৰ বাঁহ টো বা কণী 2টা ভাঙি দিলে তাই দুখ পাব বুলিহে ভাবিছোঁ !! সেই বাবে খেদি দিয়া নাই ।

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  4 месяца назад

      বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ

    • @kalpanamahanta1812
      @kalpanamahanta1812 4 месяца назад

      Samar ghototu mati thake bhalei buli bhabisu aru, 🎉🎉🎉

  • @bonijyotshnaborah5313
    @bonijyotshnaborah5313 2 месяца назад

    Apunar ghor bohut xa xompoti ahar agotia khobor dise

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  2 месяца назад

      হয় নেকি বহুতে কয় বেয়া আৰু বহুতে কয় ভাল আপোনাক বহুত বহুত ধন্যবাদ

  • @anirbandutta8693
    @anirbandutta8693 Год назад

    Sooo cute voice♥️💚🕊️🥰🕊️🙏🙏🙏

  • @ashminabegum3517
    @ashminabegum3517 11 месяцев назад

    Val a hoi amr ghrt o ase bah xajise...

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  11 месяцев назад

      ধন্যবাদ থাকিল আপোনালৈ অ হয় নেকি

  • @abinashdas5589
    @abinashdas5589 3 года назад +1

    আমাৰ বাৰান্দাটো এটা চুকত বাহ সাজিছে ... আৰু ৰাতিপুৱাৰ সময়ত এনেকৈয়ে মাতি থাকে, এবাৰ দুটা পোৱালি হৈছিলে।
    কপৌ চৰায়ে এনেকৈ মাতাটো বেয়া নহয় ভালেই।

  • @bosschubasipajhar3674
    @bosschubasipajhar3674 3 года назад +1

    আমাৰ ঘৰতো বৰ্তমান ঘৰৰ মুধতবাহ সাজি পোৱালি লৈ গল । কিন্তু আকৌ আজিৰ পৰা নতুনকৈ আহি আটা পাৰি আছে নাজানো কি হয় ভগবানৰ হাততে সকলো।

  • @mymusicalmix.8508
    @mymusicalmix.8508 2 года назад

    আমাৰ ঘৰৰ বাৰণ্ডাত প্ৰায় ২০ বছৰ মানৰ পৰা এই ঘটনা চলি আছে ।।

  • @shibanishrmamirshramirshra4389
    @shibanishrmamirshramirshra4389 3 месяца назад

    আমাৰ গোসাঁই ঘৰৰ তাবত পোৱা লী দিছে

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  3 месяца назад

      অ হয় নেকি ধন্যবাদ থাকিল আপোনালৈ

  • @dilipdas8112
    @dilipdas8112 2 года назад

    ভাল ঈশ্বৰে কৃপা কৰিব আপোনাক 😍🙏

  • @AmalRajbongshi-i5n
    @AmalRajbongshi-i5n 10 месяцев назад

    আমাৰো থকা ঘৰৰ দুৱাৰ মুখত 4 দিনৰ পৰা মাতি আছে, নাজানো ভাল নে বেয়া!!! গুৱাহাটী, নুনমাটি

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  10 месяцев назад

      ধন্যবাদ থাকিল আপোনালৈ ময়ো নাজানো ভাল নে বেয়া সকলো ঠিকে আছে দেখোন ভালে হব লাগে

  • @ProdipSaikia-yw3dd
    @ProdipSaikia-yw3dd 8 месяцев назад

    Bhalai

  • @rokomariranna2911
    @rokomariranna2911 3 года назад

    ৪ লাইক। অসাধারণ হয়েছে আপু। খুবই ভালো লাগলো ধন্যবাদ আমার ঘরে দাওয়াত রইল। গিফট দিয়ে গেলাম আশা করি আপনি আসবেন।

  • @animaboruah9464
    @animaboruah9464 2 года назад

    আমাৰ ঘৰতো এনেদৰে বাৰান্দাত মাতি থাকে ।

  • @SaralaKalita-le6hs
    @SaralaKalita-le6hs 5 месяцев назад

    আমাৰ ঘৰটো আহে

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  4 месяца назад

      অ হয় নেকি ধন্যবাদ থাকিল আপোনালৈ

  • @rumi2493
    @rumi2493 3 года назад

    Wow emn dhuniykoi matise❤️vl lgil dai ba..

  • @NilimaDevi-z2j
    @NilimaDevi-z2j 3 месяца назад

    Mor gharot o mate.

  • @minadevi4452
    @minadevi4452 Год назад

    ভাটৌ চৰাই আহিলে ভাল নে জনাব মই সজা ত ভৰাই থলো

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  Год назад

      ময়ো নাজানো ভাল নে বেয়া ভিডিও তু চোৱা বাবে বহুত বহুত ধন্যবাদ থাকিল

  • @PrakashBamane143
    @PrakashBamane143 3 года назад

    Supar mast nice 🤝👈👈👌👌👍👍❤🙏🙏

  • @ruliekonwar2571
    @ruliekonwar2571 3 года назад

    Val hoi

  • @aasthasvlogs3032
    @aasthasvlogs3032 11 месяцев назад

    Mor pak gharat sumai ase kalir pora

  • @pankajgoswami6731
    @pankajgoswami6731 3 месяца назад

    Mor ghoror duwar mukhot bah sajise val ne beya jonabo

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  3 месяца назад

      অ হয় নেকি কিছুমানে কয় ভাল বুলি আৰু কিছুমানে কয় বেয়া বুলি নাজানো যি হয় হব

  • @currentassam7464
    @currentassam7464 2 года назад

    আপোনাৰ ঘৰলৈ উন্নতিধাৱমান কিন্তু ভিতৰত বাহ সাজি বলৈ নিদিব

  • @jumanborah0780
    @jumanborah0780 3 года назад

    ভাল কিবা চৰাই আহিলে সদায় ভাল

  • @Pompi_khanikar
    @Pompi_khanikar 3 года назад

    Soraitu dekhi bor val lagil, val ne bea najanu

  • @bulbulboruahbora2555
    @bulbulboruahbora2555 3 года назад

    আমাৰ ঘৰত ভিতৰত বাঁহ লয় পোৱালি উলিয়াবলৈ।ভাল দিন আহে।

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  3 года назад

      কথা খিনি জনোৱা বাবে বহুত বহুত ধন্যবাদ

  • @rumideka3742
    @rumideka3742 3 года назад

    Nice, val dhuniya k matse..new friend holu dei..

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  3 года назад +1

      ধন্যবাদ মই তোমাৰ ভিডিও চাই আছু

  • @banimonitamuly4829
    @banimonitamuly4829 3 года назад +1

    Aponar nam and add to jonabo.

  • @lakhimaipatir957
    @lakhimaipatir957 3 года назад

    Good

  • @biswajitdutta9107
    @biswajitdutta9107 3 года назад +1

    Val kopou hantir protik

  • @banimonitamuly4829
    @banimonitamuly4829 3 года назад +1

    Aponk asish dise.

  • @padmaluchanswargiary2851
    @padmaluchanswargiary2851 3 месяца назад

    E osarot karobat ba sagiba khujise

  • @himashree368
    @himashree368 10 месяцев назад

    Amoro sem betcha ow dise.... vale ne beya nejanu😮

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  10 месяцев назад

      মোৰ ঘৰতো পোৱালি জন্ম দি ডাঙৰ হৈ উৰি গৈছে ভালে হব কিজানি

  • @nihamusic764
    @nihamusic764 3 года назад +1

    Astrology mote durbhikhiya ahe gharat

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  3 года назад

      হয় নেকি এতিয়া কি কৰিব লাগিব

    • @nihamusic764
      @nihamusic764 3 года назад

      @@asomiyabowarikabita3292
      খেৰ দুডাল মান সেই ঠাইত থৈ দিব ।যাতে বাহ সাজি থাকে । তেতিয়া ঘৰৰ উন্নতি হব । অভাব দূৰ হব।

  • @minukonwar7684
    @minukonwar7684 3 года назад

    Val buli koi manuhe. Xosa ne Misa najanu

  • @dineshbarman4930
    @dineshbarman4930 3 года назад

    Val din ahe buli kowa sunisu

  • @navanitabhattacharyya5202
    @navanitabhattacharyya5202 3 года назад

    aamr ghar r bahirt..2ta kopow sarai morile....saituo o jodi kunubai commentat jonale val pam...val ne beya

  • @khimaihansepihansepi8833
    @khimaihansepihansepi8833 3 месяца назад

    Beyaa

  • @krishnamanitalukdar2551
    @krishnamanitalukdar2551 3 года назад

    Mor ghrt o bah sajise vl ne beya

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  3 года назад

      ভাল নে বেয়া নাজানো মোৰ ঘৰত আছিলে

  • @dineshbarman4930
    @dineshbarman4930 3 года назад

    Val din ahe buli koi

  • @dimbeswardeka1299
    @dimbeswardeka1299 3 года назад

    Santir Pratik Val dia

  • @makhanchandrasarmabaruah4556
    @makhanchandrasarmabaruah4556 5 месяцев назад

    Not so good

    • @asomiyabowarikabita3292
      @asomiyabowarikabita3292  5 месяцев назад

      হয় নেকি ধন্যবাদ জনোৱাৰ বাবে