Jharkhand t dekhu 3mah campaign korili hindu muslim korili ki hol mukh thekasa khali,behali t congress t veti ni khei buli gaurav gogor nettitot olp khomoyor vitorot bohut mojbut hol behalit,aru apuni gaurav gogok voi kore babe tene kotha koise😅😅😅
Ki tur against ot mane eku election khelbo nalage. Hara jika thakei eku turom khan hoi juwa nai toi....eku opposition party nalage neki...! Kunu power ot parmanent nhoi...
Nije jharkhand ot 6 month thaki ahil laj laga nai nki .... Gourav Gogoi jindabad Congress jindabad
ৰাজনীতি সময খেল কেতিয়াবা BJP জযী হব কেতিয়াবা Congress
ঝাৰখণ্ডত যে হিমন্ত বিশ্বই দুমাহ ধৰি প্ৰচাৰ কৰিও যে BJP ক জিকাব নোৱাৰিলে ৷সেই বিষয়ে জনাব নে হিমন্তই ?
লাজ লগা নাই ঝাৰখণ্ডত বৰ বৰ সাম্প্ৰদায়িক লেকচাৰ মাৰিও আপুনাৰ কথা ঝাৰখণ্ডৰ। ৰাইজে গুৰুত্ব নিদিলে ৷
Thik a koisa ....gutei responsibility tu teu a loisila ...hate speech korila ....tothapiu harila ...aibur ako mediat nokoi
অসমত big=000😂😂😂
Axomr kotha nkou kio tohte 😂😂 chamcha maharashtra t ki hol 50 o npale 😂😂
কংগ্ৰেছৰ গাড়ী কিমান বাঙিলে
Mama zarkhond apunar ki hol
Jharkhand t dekhu 3mah campaign korili hindu muslim korili ki hol mukh thekasa khali,behali t congress t veti ni khei buli gaurav gogor nettitot olp khomoyor vitorot bohut mojbut hol behalit,aru apuni gaurav gogok voi kore babe tene kotha koise😅😅😅
অসমৰ সকলো কাম এৰি, ঝাৰখণ্ডত ৩ মাহ ধৰি বাহৰ পাতি হিন্দু-মুছলিম কৰি আছিলগৈ।
তাত আপোনালোক হাৰিলে।
Axomr tu saa naa 5-0 😂😂
tothapiu 2026 t apuni cm r akha kori lav nohob sege
Time changes everything
সেই হে তিনিসুতি গাঁও পঞ্চায়ত ত ভাজপাই লিড লৈ বিজয় সাব্যস্ত কৰিলে।
অসমীয়া বুলি এটা শব্দহে থাকিবগৈ ।অসমীয়া আৰু অসমীয়া জাতিৰ মানুহৰ বাবে তুমি কি কৰিছা ।
অসমত এতিয়া এটা ছবি ষ্পষ্ট হল---কংগ্ৰেছৰ মুখখন বেছি চলাই আৰু চছিয়েল মিডিয়াটো কমেণ্টৰ পাৱাৰ কংগ্ৰেছৰ বেছি।কিন্ত ভিতৰত চালে কংগ্ৰেছ একেবাৰে ফোপোলা স্বৰূপ।এই নিৰ্বাচনে প্ৰমাণ দিলে।।।গতিকে কংগ্ৰেছীবোৰে কেৱল মুখ চলাব জানে তাকো কোনো যুক্তি নোহোৱাকৈ।।।কংগ্ৰেছে যে ইমানটা জিৰো পাব কোনেও কল্পনাই কৰা নাছিল।।।গৌৰৱক হিমন্ত ই গোল্লা খুৱাই দিলে।।।এতিয়া আমাৰ ইয়াত থকা বিদেশী কেইটাই অসমৰ নিৰ্বাচনৰ কথা নকৈ ঝাৰখণ্ডৰ নিৰ্বাচনৰ কথা কৈ আছে।ঝাৰখণ্ডত হাৰিছে হয় কিন্ত এইটো হিমন্তৰ দুদিনীয়া দূখ।কিন্ত অসমত যে কংগ্ৰেছ হাৰিছে সেইটো লাজ নোহোৱা কংগ্ৰেছীৰ চিৰদিনীয়া দূখ😂😂😂
Right 100%
লাজ নহুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
5-0 হৈও যে কমেণ্ট কৰিছা😂😂😂
Tor laj asa sudur
Mama Jharkhand r ki hol olp jonabo sun
Mama jharkhand te. Guu khaese 😂
আপোনাৰ ৰাজনৈতিক জালত গৌৰৱ গগৈ বেয়াকৈ সোমাই পৰিল। গৌৰৱ গগৈক বিহালিত নিৰ্বাচনৰ দিন ঘোষণা কৰা দিনৰ পৰা অন্তলৈকে ব্যস্ত ৰাখিছিল। তাৰ বাবে গৌৰৱ গগৈয়ে আন আন সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ পৰা আতৰাই ৰাখিব পাৰিছিল। গতিকে গৌৰৱ গগৈয়ে যদি বিহালিতে নিজকে ব্যস্ত নাৰাখি চামগুৰি আৰু ধলাই সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰা হ'লে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে পাচোখন আসন দখল কৰিবলৈ সক্ষম নহ'ল হয়। অন্ততঃ চামগুৰি আৰু ধলাই সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰাজয় বৰণ কৰিবলগীয়া নহ'ল হয়। এই কথা আপুনি ভালদৰে জানে আৰু গৌৰৱ গগৈ বেয়াকৈ ফচিল।😊
Thik koise mama
BJP zindabad
Chah jonoyati buli jikabolasil mane apunar mote?
Jharkhand ki hl apunar leader shift rt
कांग्रेस टाइम में education minister कौन था आप अपने स्कूल नन्हीं किया होगा
Bjp zindabad,
Who went jharkhan as star campaigner ?. What's the result now in jharkhan ?.
এতিয়া বৰকৈ দম্ভালী মৰা কংগ্ৰেছীবোৰে বা নাকটো কত থৈছে???😂😂😂
Hobo bamun puwali tumi jia gutai kabinat khon bihalit. Bahor potali hi..
Aapunr neta nisina kotha naikuwa gaurav gogo a rajniti arimbuli,
Tumar nijor Kam Tu khophol nohol hobopai bamun puwali
BJP 2026 guhara harba Assam ata kintu nischit
Great CM Sir 🙏🏻
Ki tur against ot mane eku election khelbo nalage. Hara jika thakei eku turom khan hoi juwa nai toi....eku opposition party nalage neki...! Kunu power ot parmanent nhoi...
Jharkhandt ki hol aapuni kon bujai dik daangrya simanta da😂😂😂
Apni jarkondt 5 manthr pra bahr patisila ttat bjpr tata prise
Tuk kotha bur ki kom n
Ghamand toot hi jata hai
Hindu ak ha 2 safety ha mama jai shree ram
Gaurb.gogoi.ziro.ol
Jai jai shree ram mama
Solona kotha manuhe Buji pase stylot kotha nohoi b j p ata thogbaj sorkar
BodruddinAajmol sarkar lageni ...