পুত্ৰ কন্যাই কান্দিছে বাগৰি বাগৰি

Поделиться
HTML-код
  • Опубликовано: 23 янв 2025

Комментарии • 670

  • @rekhasaikia7336
    @rekhasaikia7336 3 года назад +25

    হৃদয় চুই গল বাইদেউ। আপোনাৰ লগত ফলিয়াই গল গীতটো ।বৰ দুখ লাগিল। 😭😭😭 কি কৰিব আগুৱাই যাওক, কুশলে থাকক এয়েই ভগৱানৰ ওচৰত পাৰ্থনা 🙏🏼🙏🏼🙏🏼

  • @jyotimonibora5464
    @jyotimonibora5464 2 года назад +26

    বাইদেউ আপোনলোক দুয়ো মাতৃ- পুত্ৰীৰ সুৱদী সুৰীয়া কণ্ঠই সদায় অসমৰ ৰাইজক জীপাল কৰি ৰাখক, তাৰেই ভগৱন্তৰ ওচৰত প্ৰাৰ্থণা🙏🙏🙏

  • @bornaliassam760
    @bornaliassam760 3 года назад +6

    Oti sundor baideu. Vogowane agor dore atiyao agbohai niyok val dore jiwontu. Dadar arkhibad loi apunio agbahi jaokaok.

  • @dipakborah9311
    @dipakborah9311 2 года назад +13

    বাইদেউ আপুনি ইমান সুন্দৰ কৈ গাইছে। ভগৱানে আপোনাক মঙ্গল কৰক।

  • @nirupomanirmolia2820
    @nirupomanirmolia2820 2 года назад +14

    আপোনাৰ কন্ঠ যে কি মধুৰ । আমনি নলগা এই সুন্দৰ নাম । প্ৰতিটো শব্দ ই চুই যায় হৃদয়ত । আপুনি দিঘায়ু হওক কামনা কৰিছো । ঈশ্বৰে কৃপা বৰ্ধক 🙏🙏🙏

  • @barnalitalukdar798
    @barnalitalukdar798 3 года назад +14

    বহত ভাল আৰু দুখ লাগিল ।

  • @nargishrahman1424
    @nargishrahman1424 3 года назад +19

    সঁচাই হৃয়স্পৰ্শী।।।। একেৰাহে পাঁচ বাৰলৈ শুনিলো তথাপি আধৰুৱা যেন হৈ থাকিল🙏🏽🙏🏽🙏🏽 বাস্তৱ টোক ইমান সুন্দৰ কৈ উপস্থাপন কৰাৰ বাবে ধন্যবাদ বাইদেউ।।। আপোনাক আৰু শক্তিশালী আৰু সাহসী কৰি তোলক ভগৱানে।।।🙏🏽

  • @bhupendas1971
    @bhupendas1971 3 года назад +10

    সুন্দৰ !
    অতি সুন্দৰ | ভক্তি মাৰ্গৰ বিশেষ পৰামৰ্শ সম্বলিত এই দেহ বিচাৰ গীতটিয়ে আমাৰ অন্তৰ চুই গ'ল | আমি আহ্লাদিত হৈছোঁ | ভাল লাগিল আৰু অনাগত দিনবোৰত আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথাৰ অমিয়া ৰসৰ প্ৰাপ্তিৰ প্ৰত্যাশা কৰিলোঁ | সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ | ধন্যবাদ | কৃষ্ণ...

  • @ranjanaburagohain8044
    @ranjanaburagohain8044 3 года назад +8

    অত্যন্ত শুৱলা হৈছে আইগৰাকী।আপোনাৰ হৰিনাম শুনিছো।পিছে এইভাগি তুলনাবিহীন।ভাল লাগিল শুনি।আগুৱাই যাওক।কৃষ্ণ।

  • @pranabjyotidutta1837
    @pranabjyotidutta1837 2 года назад +14

    বৰ ভাল লাগিল বাইদেউ 🙏🙏🙏🙏 শুনি থাকিলেও কোনো দিনে আমনি নালাগে

  • @auchyotborah2234
    @auchyotborah2234 3 года назад +6

    🙏🙏🙏 baideo appunar Nam huni man pran bohut val lagesa ,apunak vagabane hu shaistra Kari rakhak 🙏🙏.

  • @bimansaikia4305
    @bimansaikia4305 3 года назад +7

    প্ৰকৃত দিহা নাম এটা শুনিবলৈ পায় বহু ত ভাল লাগিল । বহুত বহুত ----------ধণ্যবাদ।

  • @promitasenapoti4346
    @promitasenapoti4346 3 года назад +4

    Bohut val lagil baideo,nirakh nohoi aru uliai dibo buli akha korilu

  • @jyotimadeka8454
    @jyotimadeka8454 3 года назад +6

    বাইদেউ আপোনাক কি বুলি আশীৰ্বাদ দিম , বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো অমিয়া নেওগ বাইদেউ।🙏❤️👍

  • @indiancomicwind1303
    @indiancomicwind1303 3 года назад +13

    অন্তৰ চুই গৈছে বাইদেউ । ভগৱানে আপোনাক ভালে ৰাখক বাইদেউ ।

  • @swadhinsaikia6947
    @swadhinsaikia6947 3 года назад +8

    ভাল লাগিল ৷কপালৰ লিখন নহয় খনন ৷আপোনাৰ ভগৱানৰ গুনানুকীৰ্তন আৰু সুৰ মাতবোৰ ভালেই লাগে ৷ধন্যবাদ ৷

  • @dipuamritentertainment8132
    @dipuamritentertainment8132 Год назад +3

    খুব সুন্দৰ , হৃদয় চুই যোৱা। বাস্তৱ জীৱনৰ মৃত্যুৱে চিৰন্তন সত্য...সকলোৱে একে কোনোৱা এদিন আগত, কোনোৱা এদিন পিছত...
    ঈশ্বৰে আৰু শক্তি দিয়ক মঙ্গলময় কৰক আৰু আগৱাঢ়ি যাওঁক.. 🙏🙏🙏

  • @bitikalita3058
    @bitikalita3058 3 года назад +2

    Krishan 🙏baideu.. Ai geet ti huni bahut dukh lagil baideu apuni aru aguwai jauk

  • @jahnabineog6012
    @jahnabineog6012 3 года назад +7

    Bohut hundor hoisil ai geet to....kandigolu..

  • @monalishaborah401
    @monalishaborah401 3 года назад +6

    বাইদেউ ভগৱানে আপোনাক শক্তি দিয়ক

  • @JERENGA
    @JERENGA 3 года назад +25

    গীতটোৰ প্ৰতিটো বাক্যই হৃদয় চুই গৈছে । ।।।।। ❣️❣️❣️❣️❣️❣️❣️❣️ ভাষা হীন হৈ পৰিলোঁ আপোনাৰ এইটো গীত উপভোগ কৰি।

  • @rupombora9203
    @rupombora9203 2 года назад +49

    অতি সুন্দৰ কণ্ঠ , আপোনাৰ প্ৰতিটো খোজতে যেন ভগৱান সদায় সাৰথি হৈ আপোনাক সাহস অনুপ্ৰেৰণা দি যাওক তাকে কামনা কৰিছো 🙏🙏

  • @saratmedhi3923
    @saratmedhi3923 3 года назад +3

    বৰ দুখ লাগিছে ।আপোনাক কেনেকৈ বুজাম, এইটো প্ৰকৃতি ৰ নিয়াম ।

  • @paniramyein3705
    @paniramyein3705 3 года назад +37

    বাইদেউ মই আপোনাৰ নিয়মীয়া শ্ৰোতা । দিহা নাম টি শুনি আৱেগিক হৈ গলো । মৃত্যু টো এটা শিল্প । তথাপিও দাদাৰ মৃত্যুৰ খৱৰ পাই সচাকৈ আজিও মানি লব পৰা নাই ।ইমান শান্ত ,নিষ্ঠ,অমায়িক মানুহ আছিল তেখেত ।যিকি নহওক ,এয়া সকলো তেৰাইৰ ইচ্ছা । আমি নিমিত্ত মাত্ৰ ।

  • @chitranath3913
    @chitranath3913 3 года назад +20

    হৃদয় ভাঙি গল বাইদেউ।সুন্দৰ ।

  • @rubiborah3436
    @rubiborah3436 7 месяцев назад +4

    অতি সুন্দৰ। কৃষ্ণ, কৃষ্ণ, কৃষ্ণ। 🙏🙏🙏

  • @chandanbaruahvulag9168
    @chandanbaruahvulag9168 2 года назад +9

    অতি সুন্দৰ গীত শুনি বৰ ভাল লাগিল বাইদেউ , ❤❤❤👍👍👍🌺🌺🌺

  • @kirangogoi7118
    @kirangogoi7118 3 года назад +6

    ভগৱান বিষ্ণুৱে আপোনাক শক্তি দিয়ক তাৰে কামনা কৰিলো

  • @nondiniborah7874
    @nondiniborah7874 2 года назад +3

    সচাকৈয়ে বাইদেউ বহুত সুন্দৰ হৈছে

  • @jonalikarjee4254
    @jonalikarjee4254 3 года назад +27

    বৰ দুখ লাগিল!!! আপোনাৰ জীৱনতে যেন ভগৱানে প্ৰমান কৰি দেখুৱালে।

  • @krittikasaikia2969
    @krittikasaikia2969 3 года назад +11

    দুখ লাগিল.... গীতটো সুন্দৰ হৈছে..... কৃষ্ণ

    • @jboruah9541
      @jboruah9541 2 года назад

      Jgdjfjy yfh you get tdnu ufhdjsgd yrtjtdjrrjt yfh you get some rest and I hey I just wanted yfh you have to be a little bit late to national championship and I hey I was hey can you throw a,💓💓♥️♥️😓💙😍😭🤟🙂😂⭐

  • @mousumiborah9441
    @mousumiborah9441 3 года назад +32

    আপোনাৰ সুমধুৰ নামে মন্ প্ৰাণ জুৰ পেলায়...বহুত ভাল লাগিল 👌👌👌❤️

  • @gunagohain2998
    @gunagohain2998 3 года назад +4

    আপোনাৰ হৰিনামৰ সুৰত হৃদয় চুই গল বাইদেউ ভগৱানে আপোনাৰ লগতে

  • @binukalita2298
    @binukalita2298 10 месяцев назад +5

    Krishno aai hidoimon jur porigoise kusolr rakhok probhue 🙏🙏🙏

  • @bhupendeka4396
    @bhupendeka4396 3 года назад +1

    Bht vl lage baideo aaponar gaan.bt dukh lagil aaponar bastab 2r babe.aapuni aguai jaok.aru strange haok👌👌👌👍👍👍

  • @jurichaliha2050
    @jurichaliha2050 3 года назад +3

    ইমান সুন্দৰ তথা মৰ্মস্পসী।বাইদেউ আপোনাৰ জীৱনত ঘটা ঘটনাটোৰ পাছত আৰু দুখ লাাগিল আপোনাৰ কণ্ঠত।ভগৱানে আপোনাাক সাহসী কৰি তোলক ।

  • @MayuriMohan-fn7du
    @MayuriMohan-fn7du 7 месяцев назад +1

    বহুত ভাল লাগিল আপোনাৰ হৰি নামতো সুনিলে সুনি থাকিবলৈকে মন যাই ❤❤❤❤all the best 👍👍💞💖💝💗🌹🌹

  • @RipunKumar-tj5cw
    @RipunKumar-tj5cw Год назад +3

    বাইদেউ আপোনাৰ মজা নাম 🙏🙏👃

  • @romanborah34
    @romanborah34 3 года назад +4

    সুন্দৰ, আপোনাৰ সুললীত কণ্ঠই মন্ত-মুগ্ধ কৰে নুতন প্ৰজন্মক আৰু সচাঁকৈয়ে গৌৰৱ অনুভৱ কৰোঁ শিৱসাগৰীয়া হিচাপে।
    জয়-শ্ৰী-ৰামৰ শ্ৰীচৰণত আৰ্শীবাদ মাগিছোঁ কুশলে থাকক।
    ।। জয়-জয়-শ্ৰী-ৰাম ।।

  • @ritukalpagogoi...rk.....2225
    @ritukalpagogoi...rk.....2225 3 года назад +9

    Bahut vall lagil honi. Aru ag bahi jabaloi mor perana thakil aponaloi baideo 😞😞

  • @taragogoi5447
    @taragogoi5447 2 года назад +5

    হৃদয় চুই গ'ল বাইদেউ। ঈশ্বৰে মঙ্গল কৰক

  • @rekhasaikia7336
    @rekhasaikia7336 3 года назад +7

    এনেধৰণৰ গীতৰ মাজত সদায়ে আপুনি সুন্দৰভাৱে জীয়াই থাকক 🙏🏼🙏🏼🙏🏼🙏🏼

  • @boluramdeori871
    @boluramdeori871 3 года назад +9

    প্ৰভু ভগৱন্তই আপোনাক শক্তি দিয়ক

  • @binitadeka1734
    @binitadeka1734 2 года назад +1

    বহুত ভাল লাগিল বাইদেউ হৃদয় চুই যোৱাকৈ গাইছে আপুনি আপোনাক ভগৱানে সদায় এনেকৈয়ে ৰাখক। কৃষ্ণ।

  • @khanikardurna2986
    @khanikardurna2986 3 года назад +27

    হৃদয়ৰ কোনোবা এডোখৰত বৰ কৈ হৃদস্পন্দন হৈ গল। আমনী নলগা এটি আমোদজনক গীত।

  • @amarjyotibora2070
    @amarjyotibora2070 Год назад +5

    বহুত ধুনীয়া নাম শুনি ধুনীয়া লাগিলে

  • @tarundutta4104
    @tarundutta4104 4 месяца назад +3

    ভাল লাগিলছে😢😢😢😢😢😢❤❤❤❤❤❤❤

  • @bulengogoi4723
    @bulengogoi4723 Год назад

    সুন্দৰ কণ্ঠ বাইদেউ শুনি থাকিলেওঁ ভাগৰ নালাগে ৷ ধন্য আপুনি আৰু সংগীবৃন্দ 🙏🙏🙏

  • @SumGogoi-td5lz
    @SumGogoi-td5lz 4 месяца назад +1

    Bohut hundor hoise Krishna Krishna 🙏🙏🙏🙏🙏🌍

  • @MonikhaChetia-u3x
    @MonikhaChetia-u3x Год назад +3

    বাইদেউ বহুত ভাল লাগিল নাম তো শুনি 😊☺️❤️❤️

  • @dhurbajyotisonowal5892
    @dhurbajyotisonowal5892 2 года назад +9

    বৰ ধুনীয়া আপুনাৰ কণ্ঠ

  • @mollikadutta8855
    @mollikadutta8855 3 года назад +5

    বা হৃদয়ৰ কোনোবা কোণত বিষাদে ভৰি পৰিল। সচাকৈ অতি গুৰুত্বপূৰ্ণ কথা খিনি । বহুত ভাল লাগিল শুনি ।

  • @pobonsaikia8303
    @pobonsaikia8303 3 года назад +8

    বহুত ভাল লাগিল, ভগৱানে কৃপা কৰক।

  • @jayantisaikiaphukon8503
    @jayantisaikiaphukon8503 3 года назад +3

    বহুত ভাল লাগিল বা আপোনালোকক ভগৱন্তই সদাই কুশলে ৰাখক 🙏🙏

  • @swapankalita7063
    @swapankalita7063 2 года назад +2

    Bhut Val lagil

  • @ramenborah9991
    @ramenborah9991 8 месяцев назад +1

    Huni thakile huni thakibo mon jai😊❤ ene huola kontho tukari geet❤

  • @tinamani523
    @tinamani523 3 года назад +43

    সচাই বহুত😭 বেয়া লাগিল চাই😭। আপুনি আৰু আগবাঢ়ি যাওক তাৰে কামনাৰে আকৌ এবাৰ প্রভু ভগৱন্তৰ ওচৰত প্ৰাথনা কৰিছো 🙏

  • @paruldas2375
    @paruldas2375 Год назад +2

    বহুত ভাল লাগিল।অন্তৰ চুই গৈছে।আপোনাৰ মঙ্গল কামনা কৰিলোঁ।

  • @jurikakoty871
    @jurikakoty871 3 года назад +2

    Bor hundar apunar likhani ru hur kantha. Eman duniya ka gaisa. Apunar lgt mili goisa. Dhuk nakaribo baideu apuni gai thakibo. Moi hodai hunu apunar gan

  • @smitalina1233
    @smitalina1233 2 года назад

    Baideu prothom log puwar porai hosai aapunzak val lagil..
    Aapunar kontho hur hosai huni aamoni nelage🙏

  • @binodtalukdar9015
    @binodtalukdar9015 2 года назад +4

    ভগৱানৰ আশীৰ্বাদ সদায় থাকক ।

  • @nayangogoi9989
    @nayangogoi9989 3 года назад +6

    ধুনীয়া লাগিছে , আপোনাৰ কন্ঠৰ

  • @Withdaisydance
    @Withdaisydance 2 месяца назад +1

    Bhut bar hunilu eman hundr hoise ,,Krishna

  • @BLIX-XY
    @BLIX-XY 3 месяца назад +2

    Moja lagel🎉🎉🎉🎉❤

    • @BLIX-XY
      @BLIX-XY 3 месяца назад

      🔥🔥🔥🗿😶‍🌫️

  • @SaratDas-j1m
    @SaratDas-j1m Год назад +1

    খুব সুন্দৰ, মা লৈ মনত পৰি গল🙏🙏

  • @dinohazarika8189
    @dinohazarika8189 3 года назад +15

    কি কম !শুনিলে শুনি থাকিবৰ মন যায় ভক্তি-ৰসিক গীতবোৰ ।
    আপোনাৰ জৰিয়তে ভৱিষ্যতে দিহা নামৰ ৰস সাগৰত মধু পান কৰিবলৈ পোৱাৰ আশাৰে

  • @nirusaikia7631
    @nirusaikia7631 3 года назад +1

    ভাগি নপৰিব বাইদেউ , আগুৱাই যাওক ভগৱানে সহায় কৰিব। 👃👃 কৃষ্ণ

  • @rekhasaikia8263
    @rekhasaikia8263 3 года назад +52

    🕉🙏❤বহুত শুৱলা কণ্ঠ। জীৱনৰ লগত ইমান মিলি যাব বুলি ভাবিবই নোৱাৰি। আপুনি ভাগি নপৰিব। তেখেতৰ অস্তিত্ব জীয়াই ৰাখিবলৈ আপুনি মনোবল অটুট ৰাখি আগবাঢ়ি যাব লাগিব।মোৰ দৰে বহুতেই আপোনাৰ দু:খৰ সমভাগী হৈছে আৰু প্ৰেৰণাও দিছে কিন্তু নিজৰ লগত হোৱা ঘটনা নিজেহে বুজি পায়। আপোনাক কিছুদিন লাগিব বাইদেউ।সোণৰ মাজতে তেখেতক বিছাৰি পাব। ভগবানক প্ৰাৰ্থনা কৰিছো, তেখেতৰ আত্মাই স্বৰ্গপ্ৰাপ্তি হওক।

  • @khusikitchenvlog3824
    @khusikitchenvlog3824 2 года назад +1

    Obaa tumar matu bohut 💯 hundor bohut bhal paw lg pab mon jai miss koru bohut hodai hukhu hua😍😍

  • @s.kaxomgaming4575
    @s.kaxomgaming4575 3 года назад +1

    Krisno krisno ....

  • @champabayan1125
    @champabayan1125 3 года назад +1

    Universal truth Baideo.God bless you baideo.🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jatingogoi6532
    @jatingogoi6532 3 года назад +3

    কৃষ্ণ......বৰ সুন্দৰ হৰিনাম..... শুনিলে শুনি থাকিব মন যায়....

  • @arupgogoi9873
    @arupgogoi9873 2 года назад

    বাইদেউ অন্তৰ চুই গ'ল আপোনাৰ হৰিনাম
    ফাকি শুনি কৃষ্ণ।

  • @surabhirajbongshi5412
    @surabhirajbongshi5412 3 года назад +5

    বহুত ভাল লাগিল। আপুনি মোৰ মাৰ নিচিনা। আপোনাৰ পৰিয়ালৰ মঙ্গল হ‌ওক।তাকে ভগবানৰ ওচৰত প্ৰাথনা কৰিছো। কৃষ্ণ।🙏🙏

  • @namitasharma1225
    @namitasharma1225 2 года назад +10

    সেৱা জনালো বাইদেউ 👏
    আপোনাৰ প্ৰতিটো হৰিনামেই মোৰ খুব প্রিয়। শুনি বৰ তৃপ্তি পাও। আপোনাৰ সুৰ, ছন্দ,তাল-মানৰ সন্ছাৰ অতিকৈ সুন্দৰ বাইদেউ। আপোনালৈ শতকোটি প্ৰণাম👏
    বাইদেউ আজিকালি বহু তে শ্ৰোতাই কোনো পুঠি-পাজিৰ আশ্রয় নোলোৱাকৈ মোবাইলত শুনি নাম পৰিবেশন কৰিবলৈ লোৱা হল। প্ৰকৃত নাম ভাগ বিকৃত ৰূপলৈ লৈ যায়। প্ৰদ্যুত বৰা দেৱৰ দেহ-বিচাৰৰ টোকাৰি গীত এফাকি (নাভাবিবি নৰ দেহা) শুনি বৰ ভাল পাও। ইয়াতে শেষৰ খৰ-চাপৰিৰ দিহা ভাগ আমাৰ ইয়াতে নামে নিৰন্জন বাপেক খন্জন বুলি পৰিবেশন কৰে।বাইদেউ কোনো নাম ঘোষা অথবা নামৰ পুঠিত বাপেক খন্জন বুলি পোৱা নাই। নাম গোৱাৰ পাত্র নহও যদিও নাম এভাগি শুনাৰ হেপাহত নামৰ শাৰীত বহোগৈ। মোৰ বোধেৰে নামে নিৰন্জন পাতেক ভন্জন-হে হব লাগে নিশ্চয়। তেখেতৰ সৈতে বহু তৰ্ক- বিতর্ক ত লিপ্ত হব লগীয়া হয়। অস্বস্তি বোধ কৰো। বাইদেউ আপোনালৈ বিনম্র অনুৰোধ-এই ঘোষাফাকি শুধৰাই দিলে আপোনাৰ ওচৰত এই মূঢ়মতিয়ে চিৰকৃতজ্ঞ হৈ ৰব। হয়তো মোৰো ভূল হব পাৰে। অপৰাধে নুচক।
    ওম শান্তি🙏

  • @kandarpadeka4784
    @kandarpadeka4784 3 года назад +1

    Bor dukh palu. Bhagabane kripa karok manuhjanar atmar satgoti kamana korilo. Aru aponak bhagabane ajasra shakti deok jate sakalo dharanar prahtyabanr logot jen jujiba pare God bless you🎉🎉🎉.

  • @luknathdeka6717
    @luknathdeka6717 7 месяцев назад +3

    Val lagil

  • @lalitborah3294
    @lalitborah3294 3 года назад +2

    Bohut val lagile oo aguwai juwa 👍👍👍💓💞

  • @pujahandiquehandique2895
    @pujahandiquehandique2895 3 года назад +7

    বহুত সুন্দৰ,মোৰ আইতা ধোকালে আজি দহ দিন হৈছে,আইতাৰ যেন আত্মাতোৱে শান্তি পায় তাত🙏🙏 বহুত সুন্দৰ সংস্থাপন আগোৱাই যাওক 🙏🙏🙏

  • @BikashDas-pt9kh
    @BikashDas-pt9kh 10 месяцев назад +1

    Nice 👍👍

  • @promodborah3768
    @promodborah3768 Год назад

    আপোনাৰ লোকৰ হৰি নাম ইমান ভাল লাগিল ধন্যবাদ থাকিল এইদৰেই পেয়ণা দি থাকিৱ ধন্যবাদ

  • @saraswatichaliha5773
    @saraswatichaliha5773 3 года назад +9

    শুনিলে শুনিয়েই থাকিবৰ মন যায় আপোনাৰ মাতটো অতি সুন্দৰ করলে ভাষা নাই

  • @rupasaikia6349
    @rupasaikia6349 3 года назад +3

    Apuni kiyo je aei Deh Bisaror geet ti gale! Xuni khuuub dukhhe lagil. God bless you Mrs. Neog.

  • @Devajani_Dikshita
    @Devajani_Dikshita 3 года назад +62

    বাইদেউ চকুপানী ওলাই গ’ল ৷ঈশ্বৰে আপোনাৰ পৰিয়ালৰ মঙ্গল কৰক

    • @mithunds796
      @mithunds796 Год назад +5

      Bo bar vl lagil ram ram kisna kisna

  • @minakshigogoumgogoi1406
    @minakshigogoumgogoi1406 2 года назад

    Hunile hunibor mon Jai,,god bless you,baideu,

  • @pujakalita9008
    @pujakalita9008 2 года назад

    Bht VL lgl huni..apunar gan huni Mr skupani ulaise aji olp dinr agt mi Mr deutak herualu..hosai ai hongkhart akue nai

  • @shortsgamer1072
    @shortsgamer1072 3 года назад

    Ajiloike dubar hunilu...sakupani nije nije olai...heiye nikhunu....God bless u and your little cutypie

  • @prabinchabukdhara5129
    @prabinchabukdhara5129 3 года назад +11

    অতি সুন্দৰ অ' বাইদেউ, ঈশ্বৰে আপোনাক কুশলে ৰাখক !

  • @tulumonisarmah1775
    @tulumonisarmah1775 3 года назад +4

    অতি সুন্দৰ সময় উপযোগী দিহা নাম ❤️❤️

  • @phunubora6963
    @phunubora6963 2 года назад +1

    বাইদেউ বহুত ভাল লাগিছে কৃষ্ণ🙏

  • @minakshisaikia4982
    @minakshisaikia4982 3 года назад +6

    Mon xui gol baa.... Apunar protito hori Nam moi xunu.. khubo xanti Pau ek bujabo nuwara onuvob mur... Bhogobanr usorot parthona Koru protito. Din je apunar hukhor houk... Aguwai jaok... Apuni mur bohut besi priyo Hoi baa.... Log paboloi Mon ata ase bht.... 🙏🙏🙏

  • @assamesefolklore1643
    @assamesefolklore1643 3 года назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ আই বৰ ভাল লাগিল

  • @hariprasadphukan7013
    @hariprasadphukan7013 3 года назад

    Krishna.very nice . So sweet voic.

  • @paranbora6530
    @paranbora6530 3 года назад +1

    Bo ay git tu shuni aaru tekhetok dekhi manot bahut dukh lagil.aapunar khetoto je bidhia anekuwa korile bahut aaghat lagil.ki koribo jar jetiaa din pore jaboy lagibo aybur bemar aajar accident aybur mathu ata bahana jar jetiaa loyke ay duniaat saol aase tatke a dino deri nahabo.shakolu vogobanore lila.bo dukh nakoribo aaru anedor hori nam gay aamak dan diak.thak you.

  • @SankarKakuti
    @SankarKakuti 7 месяцев назад +1

    Krishna, bahut, val, lagil, ai🙏🙏🙏

  • @gakulchandranath3982
    @gakulchandranath3982 2 года назад

    Huni huni amoni nalage baidew bhut hundor

  • @harakantatamuli1053
    @harakantatamuli1053 2 года назад

    Heart touching feeling .Jibontu bhabi sale ekuei naai tothapi manuhe luv muh eribo nuare .🙏🙏🙏

  • @karinachetiaofficial8973
    @karinachetiaofficial8973 3 года назад +3

    Waw dhuniya baa
    apuner voice tu emn dhuniya
    Hunile hunile huni thakibo Mon jai aru 💞💞

  • @ajitboruah8358
    @ajitboruah8358 3 года назад +1

    ভাল লাগিল দেহ বিচাৰ এফাকি হৰিনাম শুনি |

  • @prashannaborsaikia2563
    @prashannaborsaikia2563 3 года назад +2

    সুন্দৰ বাইদেউ সদায় সুখেৰে থাকক লখিমী চাচনী