Dihanam

Поделиться
HTML-код
  • Опубликовано: 19 окт 2024

Комментарии • 892

  • @GirinChangmai-f7p
    @GirinChangmai-f7p 10 месяцев назад +12

    ইমান ধুনীয়াই অমিয়া বা সুৰটো ভগবানে দীৰ্ঘদিন জীয়াই ৰাখক

  • @khagenburagohain2357
    @khagenburagohain2357 Год назад +32

    আই সকলে ইমান ভক্তি ভাবে হৰি নাম পৰিবেশন কৰিছিল শুনি হৃদয় জুৰাই গ'ল 💕🙏

  • @mamonineog2115
    @mamonineog2115 Год назад +4

    Iman dhunia koi gaise hunile mon pran bhal lagi jai hosakoi
    Iman bhalkoi gua manuh paboloi naikia hoi
    Goise
    😊😊

  • @monalishadhekialphukan620
    @monalishadhekialphukan620 7 месяцев назад +1

    সুন্দৰ বাইদেউ ভাল লাগিল। মৰাণ নৱোদয় নামঘৰত লগ পাই ভাল লাগিল।

  • @srimontamech1453
    @srimontamech1453 4 года назад +12

    কৃষ্ণ আই গৰাকী আপোনাৰ দিহা নাম শুনিলে আমণি নেলাগে প্ৰভুৰ কৃপা কৃষ্ণ

  • @tileswaryein1295
    @tileswaryein1295 10 месяцев назад +2

    সূন্দৰ হৰিনাম সূন্দৰ কণ্ঠ নেওগ বাইদেউ আপোনালৈ নৱ বৰ্ষৰ শুভেচ্ছা আৰু ভক্তি ভৰা মৰম যাচিলো।
    ইতি
    -তিলেশ্বৰ য়েইন
    -দিচাংমুখ--শিঃ--।🎉🎉🎉🎉।

  • @rumichekoni4176
    @rumichekoni4176 2 года назад +9

    বহুত ভাল লাগে আপোনাৰ দিহা নাম🙏🏻

  • @binuddeuri7660
    @binuddeuri7660 3 года назад +15

    Baideu. aponar nama Soni bahot val lagil🙏🙏🙏🙏🙏🙏

  • @bhupendutta4781
    @bhupendutta4781 2 года назад +8

    বাইদেও বহত ধুনীয়া এটা নাম দিব নোৱাৰি নিকি আহি পালো সত্য সমাজ বহী পালো নাম শুনি পালো কৃষক কথা অমৃতৰসমান

  • @sunilbarua9637
    @sunilbarua9637 2 года назад +9

    কৃষ্ণ কৃষ্ণ আপোনাৰ সুৰ সুমধুৰ আৰু আগুৱাই যাওঁক আই 🙏🙏🙏

  • @debaphukan489
    @debaphukan489 7 месяцев назад +1

    কৃষ্ণ জয়গুৰু শঙ্কৰ,ভাল, লাগিল ধন্যবাদ 🙏🙏

  • @chabinchandrabaishya9729
    @chabinchandrabaishya9729 Год назад +4

    সুন্দৰ পৰিবেশন হৈছে। শুনি বৰ ভাল লাগিল।

  • @bipulraj1239
    @bipulraj1239 3 года назад +19

    🙏🙏🙏 bhut Val paw aponar name xuni bhut duniya aponar xur 🙏🙏🙏

  • @akashdutta4578
    @akashdutta4578 2 года назад +6

    আপুনাৰ progam এবাৰ চাইছোঁ বহুত ভাল লাগিল বাইদেউ

  • @debrajbori1559
    @debrajbori1559 2 года назад +7

    অমিয়া বাইদেউ, হৰি নাম দিহানামে আপোনাৰ জীৱন চিৰ যুগমীয়া কৰি ৰাখে যেন |

  • @jogeswarkhanikar905
    @jogeswarkhanikar905 2 года назад +8

    সুন্দৰ হৈছে 🙏🙏

  • @bhupennath6274
    @bhupennath6274 2 года назад +7

    বহুত ভাল লাগে আপোনাৰ নাম শুনি আগবাঢ়ি যাওক আপুনি

  • @RohanJSBTalukdar
    @RohanJSBTalukdar 3 года назад +13

    কৃষ্ণ কৃষ্ণ আই....অতিকৈ সুন্দৰ

  • @asomtribute2568
    @asomtribute2568 2 года назад +12

    বহুত সুন্দৰ হৃদয় চূই গ'ল

  • @sdilipchetiasdilipchetia1046
    @sdilipchetiasdilipchetia1046 2 года назад +27

    আপোনাৰ কণ্ঠত বহু সুন্দৰ আপোনাৰ হৰি নাম সোনি আমনি নেলাগে আপোনাৰ হৰি নাম সোনি বহুত ভাল লাগে

  • @annalatasaikia2434
    @annalatasaikia2434 2 года назад +16

    ভগৱান প্ৰদত্ত্ব। কৃষ্ণ কৃষ্ণ।

  • @minakshidutta9282
    @minakshidutta9282 2 года назад +8

    বাইদেউ আপোনাক ওচৰৰ পৰা লগ পাবলৈ বহুত ইচুক হৈ আছো

  • @pranjalldas4321
    @pranjalldas4321 3 года назад +17

    সচাকৈ ভাল লাগিল বাইদেউ আপোনাৰ কন্ঠত হৰি নাম।

  • @okhero838
    @okhero838 Год назад +1

    ভাল লাগিছে দেই দিহা নাম ❤😊

  • @bhakatakon
    @bhakatakon 8 месяцев назад +1

    Joy Guru Sankar 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @moshmibarman7661
    @moshmibarman7661 Месяц назад

    ধন্যবাদ। অশেষ ধন্যবাদ। অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন। সঁচা কৈয়ে বহুত ভাল লাগিছে।

  • @bimandas7309
    @bimandas7309 25 дней назад

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ মহাপুৰুষ শংকৰদেৱৰ চৰৰনত কোটি কোটি প্ৰণাম

  • @bdcreation1222
    @bdcreation1222 2 года назад +8

    Baidew Xsaky Aapuni Harinamere Mukhrit krib Parise.God Bless you .

  • @satyajitbora4282
    @satyajitbora4282 Год назад +26

    বৰসুন্দৰ আইগৰাকী🙏🙏🙏 প্ৰভুৰ কৃপাত কুশলে থাকক।গুৰুজনাৰ আশীৰ্বাদ আছে!

  • @jibantahazarikamajuli236
    @jibantahazarikamajuli236 2 года назад +5

    বৰ সুন্দৰ হৈছে ...🙏🙏

  • @khargeswarkalita2120
    @khargeswarkalita2120 3 года назад +9

    কৃষ্ণ। মধুৰ অমৃত বিলাইছে আই কৃষ্ণ।

  • @bogaipachani7856
    @bogaipachani7856 2 месяца назад +2

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ❤❤ নাম ফাকি ভাল লাগিছে

  • @dhantimedhi2021
    @dhantimedhi2021 2 года назад +11

    অপূৰ্ব সুন্দৰ । বৰ ভাল লাগিল। ইমান হিয়াঢ়ালি কণ্ঠদান কৰিছে আইসকলে অমৃত পান কৰা যেন লাগিল । সকলোলৈকে হিয়াভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

  • @modhumitaboruahrowmora434
    @modhumitaboruahrowmora434 2 года назад +8

    বহুত ধূনীয়া হৈছে ❤️🙏🙏💕👌

  • @putulborah1848
    @putulborah1848 2 года назад +9

    শুভ ৰাতিপুৱা । অতি সোন্দৰ ।

  • @Ridipaxom
    @Ridipaxom Год назад

    কৃষ্ণ জয় গুৰু শঙ্কৰ

  • @জয়আইঅসম-ঞ৮জ
    @জয়আইঅসম-ঞ৮জ 2 года назад +4

    🙏 কৃষ্ণ 🙏 জয় গুৰু শংকৰ 🙏

  • @HimakshihiraHimakshihira
    @HimakshihiraHimakshihira Месяц назад

    কৃষ্ণ কৃষ্ণ আই অতিকৈ সুন্দৰ মনটো ভাল লাগে ৰাতিপুৱাই শুনিলে

  • @ajitbora9390
    @ajitbora9390 3 года назад +11

    কৃষ্ণ🙏🙏। জয় গুৰু শংকৰ। সুন্দৰ হৈছে। এনে দৰেই গুৰু জনাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখক।

    • @pranjalbaishya5841
      @pranjalbaishya5841 3 года назад +1

      কৃষ্ণ বাপ কৃষ্ণ 🙏🏼🙏🏼🙏🏼

    • @ajitbora9390
      @ajitbora9390 3 года назад

      @@pranjalbaishya5841 কৃষ্ণ🙏🙏🙏

  • @bharattalukdar2392
    @bharattalukdar2392 2 года назад +6

    কৃষ্ণ।আপ্লুত হলোঁ,আই সকলৰ কীৰ্তন শ্ৰবন কৰি।

  • @nitulkalita8522
    @nitulkalita8522 3 года назад +18

    কৃষ্ণ কৃষ্ণ আই....অতিকৈ সুন্দৰ!

  • @dineshkonwar318
    @dineshkonwar318 2 года назад +5

    Jai guru Sankar .sweet voice

  • @Lucky_Saikia60
    @Lucky_Saikia60 Год назад

    অতি সুন্দৰ . বাইদেওলৈ প্ৰণাম .

  • @runusaika4715
    @runusaika4715 2 года назад +10

    পূৱাৰ তোমাৰ সুন্দৰ কণ্ঠই নিগৰা ভক্তিমূলক গীতটিয়ে মন প্ৰাণ আপ্লুত কৰিলে

  • @likhandas3390
    @likhandas3390 4 года назад +22

    শুভ ৰাতিপুৱা। বাইদেউ আপোনাৰ ভক্তিগীত শুনি বহুত...ভাল লাগে। আৰু আপোনাৰ ভক্তিগীতে অসমীয়া সংস্কৃতি জীপাল আৰু মধুময় কৰি তুলিছে। আপোনাৰ জীৱন দীৰ্ঘায়ু কামনা কৰি আগলৈয়ো এনেকোৱা ভক্তিগীত পাম বুলি আশা কৰিলো..।

  • @rekha7790
    @rekha7790 3 года назад +6

    Apunar dihanamm bohut val lage aru dibo anekuwa dihanamm xunibor mon jai thank you😍😍😍

  • @karabikalita4416
    @karabikalita4416 3 года назад +10

    Jai Guru Sankar 🙏🙏🙏🙏🙏 Krishna

  • @MonimalaBorah-r2l
    @MonimalaBorah-r2l 2 месяца назад +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @PapuBoruah-bj8lo
    @PapuBoruah-bj8lo Год назад

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @nehakalita8590
    @nehakalita8590 2 года назад +3

    অতি সুন্দৰ আৰু আগুৱাই যোৱাৰ কামনাৰে

  • @simantadutta2030
    @simantadutta2030 15 дней назад

    কৃষ্ণ কৃষ্ণ আই মাতৃ সকল খুব সুন্দৰ ❤❤❤🙏

  • @PurnimaDas-vl9qo
    @PurnimaDas-vl9qo 3 года назад +8

    বহুত ভাল লাগিছে আপোনাৰ সুৰ বৰ ধুনীয়া 🙏🙏🙏🙏🙏🙏🌹🌹🙏🙏🙏🙏🙏🙏🙏🙏💞💞🌹🌹🙏🙏🙏

  • @dilipdas9924
    @dilipdas9924 2 года назад +1

    মজা লাগিছে বাইদেউ

  • @Bondeep_Saikia
    @Bondeep_Saikia Год назад +9

    কৃষ্ণ প্ৰভু 🙏💝😘

  • @jugadas5954
    @jugadas5954 Год назад

    কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই কৃপা কৰক

  • @digantagogoi9502
    @digantagogoi9502 2 года назад +8

    Joi guru sankar

  • @probhakalita5454
    @probhakalita5454 3 года назад +19

    ইমান সুন্দৰ বাইদেউ শুনিলে শুনিয়ে থাকিব মন যায় মনটো এনেকুৱা লাগে যেন আপোনাৰ লগতে যেন সদায় হৰিনাম গাই থাকিম আপোনাক ভগৱন্তই সদাই কুশলে বাখৰ আমাক এইদৰে হৰিনাম শুনাই থাকিবলৈ কৃষ্ণ কৃষ্ণ প্ৰভু ।

  • @jahnobiborah5123
    @jahnobiborah5123 2 года назад +6

    Bohut dhunia🙏🙏🙏

  • @jyotishman307
    @jyotishman307 Год назад +1

    Joi. Shri. Shimonto. Shonkor dev

  • @UzzalMoran-p7g
    @UzzalMoran-p7g 4 месяца назад +1

    বহুত ধুনীয়া গাইছে বহুত

  • @dehadehi4142
    @dehadehi4142 2 года назад +8

    Dhuniya hose 🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏

  • @progyangameing4260
    @progyangameing4260 Год назад +1

    ধুনীয়া হৈছে বাইদেউ 🙏🙏

  • @bijoyhandique3835
    @bijoyhandique3835 3 года назад +6

    Bohut bhal lagise.agolai aro

  • @tridipsonowal3000
    @tridipsonowal3000 4 года назад +36

    কৃষ্ণ, প্রণাম বাইদেউ । ভগৱন্ত প্রভুৱে আপোনাক সদায় কৃপা কৰক । ৰাইজৰ আশিস আপোনালৈ সদায় থাকিব ।

  • @jyotiprasadsaikia1839
    @jyotiprasadsaikia1839 4 года назад +23

    Dhunia lagil baideu aguai jail🙏🙏🙏

  • @bitupanbarua9222
    @bitupanbarua9222 3 года назад +26

    কৃষ্ণ আই বহুত সুন্দৰ লাগিছে ইমান ধুনীয়াকৈ হৃদয়ৰ পৰা গাইছে প্ৰভূ ঈশ্বৰে কৃপা কৰক🙏🙏🙏

  • @promodborah3768
    @promodborah3768 Год назад

    আপোনাৰ লোকৰ হৰি নাম ইমান ভাল লাগিল ধন্যবাদ থাকিল

  • @bubulborah5262
    @bubulborah5262 4 года назад +23

    অনন্ত নমস্কাৰ!জয় গুৰু শ্ৰী শ্ৰী শঙ্কৰ,জয় গুৰু শ্ৰী শ্ৰী মাধৱ,জয় ভগৱান শ্ৰীকৃষ্ণ, কৃষ্ণ ৰাম নাৰায়ণ গোৱিন্দ জয় জয়, অনন্ত নমস্কাৰ।

  • @hariprasadphukan7013
    @hariprasadphukan7013 3 года назад +3

    Jay grou Sangkar.Super Power Full voice. Krishna tumar charone.

  • @ranjitdowarah1330
    @ranjitdowarah1330 2 года назад +1

    সুন্দৰ

  • @puronpayeng9776
    @puronpayeng9776 3 года назад +5

    আই, নমস্কাৰ, অমিয়া আইৰ অমিয়া মাত,সুন্দৰ,বৰ সুন্দৰ লাগিল আৰু আপোনাৰ সহযোগী সকুলুটিলৈ নমস্কাৰ জনালোঁ

  • @kamalabhuyan2253
    @kamalabhuyan2253 2 года назад +29

    কৃষ্ণ আপোনাৰ সুন্দৰ কণ্ঠই জগত জিনক।জগতলৈ গুৰুজনাৰ নাম বোৱাই লৈ যাওঁক

    • @bhabendas512
      @bhabendas512 2 года назад +5

      Krishna aponar Nam khuni bohut val lagil

  • @borokhathengal9496
    @borokhathengal9496 4 года назад +16

    জয় গুৰু শংকৰ
    কৃষ্ণ কৃষ্ণ

  • @punyagogoi6461
    @punyagogoi6461 2 года назад +6

    Hosa khisna♥️♥️♥️♥️👌👌👌🙏🙏🙏

  • @tuleswarbhuyan813
    @tuleswarbhuyan813 3 года назад +1

    Dhuniya hoise. Baidew

  • @ganitagogoi6414
    @ganitagogoi6414 3 года назад +5

    বসোত ধুনীয়া পৰিবেশন

  • @jaduchutia2897
    @jaduchutia2897 Год назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @sumisaloi4148
    @sumisaloi4148 2 года назад +5

    ধুনীয়া লাগিছে ♥️♥️

  • @sankarpathak8381
    @sankarpathak8381 3 года назад +28

    কৃষ্ণ আপোনাৰ সুৰ সুমধুৰ আৰু আগুৱাই যাঁওক আই আপুনি জয় গুৰু শংকৰ ।

  • @happytime1030
    @happytime1030 3 года назад +1

    Bahut dhunia hoise.xuni vl lagise.

  • @rekhaborah9066
    @rekhaborah9066 2 года назад +7

    কৃষ্ণ 🙏 বহুত মধু শুনি থাকিব মন যায়.......

  • @Mayurichoudhury23
    @Mayurichoudhury23 Год назад +1

    অতি সুন্দৰ।মন ভৰি গৈছে
    সুন্দৰ কন্ঠ আপোনাৰ আৰু আপোনাৰ ছোৱালী জনীৰ।

  • @PradipBoro-o1r
    @PradipBoro-o1r Год назад

    সুন্দৰ 🙏🙏🙏🙏🙏

  • @ugifyhifcjvuhic115
    @ugifyhifcjvuhic115 2 года назад +1

    Baideu apunar hori naam soni moon goor pori jai 🥰😇😇👍😇😇😇

  • @Balamurali8039
    @Balamurali8039 2 года назад +5

    ৱাইদেউ ইমান ধুনীয়া মনোমোহা গীত পৰিৱেশন কৰিছে ‌ ‌সছাই বৰ ভাল‌লাগিছে‌ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ‌আপোনালোকৰ‌বাহীৰ‌সূৰ‌ বাদ্য ৱাজানা সছাকৈ বহুতো ভাল‌লাগিছে

  • @bharatchdeka9785
    @bharatchdeka9785 3 года назад +15

    Bhout dhuniya 👍❤️

  • @girindraborah8795
    @girindraborah8795 Год назад

    thanku medam sundor voice. bahut val lagise.

  • @kamalsaikia1126
    @kamalsaikia1126 Год назад

    অতি সুনদৰ বৰ ধুনিয়া লাগিছে বৌ

  • @putulborah1848
    @putulborah1848 2 года назад +4

    🔥🔥🔥🔥🔥 moja

  • @thisiskuhiii01
    @thisiskuhiii01 3 года назад +5

    Bahut bhal lagil aneke gai thakibo

  • @naniboruah5295
    @naniboruah5295 3 года назад +26

    অমিয়া নেওগৰ দিহানামে মন পুলকিত কৰে৷আৰু আগুৱাই যোৱাৰ কামনাৰে৷

  • @gyanamkashyap...6111
    @gyanamkashyap...6111 Год назад +1

    nice পৰিৱেশন🎉🎉🎉🎉🎉🎉

  • @rimpibhuyan5698
    @rimpibhuyan5698 2 года назад +6

    মই আপোনাৰ দিহানাম সদায় সোনো আৰু সিকু

  • @huntigogoi4274
    @huntigogoi4274 3 года назад +1

    Hore kisno Val lagil bhut hundor

  • @rimjimkalita4370
    @rimjimkalita4370 3 года назад +9

    Hohojugi hokole olp hahi thakibo lagisile aru val lagil hoi. Etiau bohut val lagise. Amar gharor ratipuatu apunar horinamere aromvoni hoi baideu. Hundor hur apunar.

  • @jenifadas8236
    @jenifadas8236 Год назад

    আপোনাৰ নাম শুনি সঁচা ই বৰ ভাল লাগে। আপুনি এনেদৰে আগুৱাই যায় ও

  • @nitulsaikia8129
    @nitulsaikia8129 Год назад

    কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱান 🙏🙏🙏🙏

  • @bijitneog5590
    @bijitneog5590 2 года назад

    Good morning Amiya Baideo. Apunar pragram suwa ejon regular audience. Moi ejon Army. Apunar logot Bahi badon kora jon mur class fellow. Apunar Bhakti gan huni mur khub val lage

  • @RajibGuwala-n8y
    @RajibGuwala-n8y 11 месяцев назад

    Hosakoi eman hundor koi gaise hunile mon pran sui jai apunar name mon vl lagi jai

  • @anuragborah9237
    @anuragborah9237 Год назад +2

    সঁচাই বৰ ভাল লাগিল কৃষ্ণ 🙏🙏🙏