New generation or kisumane kintu Assamese buli aji kali porisoi nidiya hoise ..nijar jonojati porisoi to hey diye ...juwa kali udishar Guest ejone jonojati lora ejonok hudhisil AAp Assamese language bol rehe ho ..si sidhai Asomiya nohoi jonojati porisoi to dile ..Guest joneo hudhile Fir Assamese language kaise bolte hey? Lora jone Asomiyai koise kintu baki khini si bujabo najanile.
AASU and BJP And ABVP etc are not alone GURDIANS of the future survival of Assam & ASSAMESE. We must oust the dirty gangs to save Assam who are still poor in all India inspite of having oil, Coal, Tea, Forest etc.
আছুৰ নেতৃত্বৰ বক্তৱ্যত অহং ভাৱ প্ৰকাশ পাইছে, এই বিষয়টো অসম বাসীয়ে নিৰিক্ষন কৰি আছে।
Thanks pores B D. Dhunia. Dhunia. For good of Assam
❤GOOD JOB
পৰেশ বৰুৱা ডাঙৰীয়াই উচিৎ কথা কৈছে ।
৮৬০ জন শ্বহীদৰ বিনিময়ত পোৱা অসম আন্দোলনৰ চুক্তিখন প্ৰকৃততে বুমেৰাং প্ৰমাণিত হ'বলৈ গৈ আছে ৷ তদ্ৰূপ আলফাৰ স্বাধীন অসমৰ টোপটোও আজি বুমেৰাং হ'বলৈ ওলাইছে ৷
তথ্যগত বক্তব্য ডাঙি ধৰিছে। ধন্যবাদ পৰেশ বৰুৱা ডাঙৰীয়া ।
Bhal kotha koise p baruah❤
বৰুৱা, আপোনাৰ কথাত এক মত। কিন্তু এটা কথা মনত পৰিলে আজি ও বেয়া লাগে। কথাটো হ'ল কিছুমান স্বাৰ্থ লোভী লোকে কেইদিনমানৰ কাৰণে আলফা স্বাধীনত যোগদান কৰি সুযোগ বুজি চাইৰেন্দা কৰি চাকৰি বা গাড়ী লৈ দপদপাই থকা দেখিলে বেয়া লাগে।আমি ঘৰৰ পৰা নাছিলোঁ যদিও তেখেতলোকক যথেষ্ট সহায় কৰিছিলোঁ। পুলিচ চি ৰা পিয়ে খেদি আহিলে আলফা যোৱা বিপৰীত দিশে আঙুলিয়াই দিছিলোঁ। কেতিয়াবা অকাৰণে পুলিচ মেলেটাৰী সকলৰ বেট খাব লগা হৈছিল।
আছুৰ সমান্তৰাল কৈ মিঞা সকলো অসমৰ অভিভাৱক।
পৰেশ বৰুৱা ডাঙৰিয়াই খুব সত্য আৰু প্ৰজ্ঞাৰে বিশ্লেষণ কৰিছে
সমুজ্জ্বল ভট্টাচাৰ্য্য প্ৰকৃত #খিলঞ্জীয়া অসমীয়া হয় নে নহয় বাৰু জানিব মন যায়।।।
Mr.Baruah is a man of honours,his all speeches are liable to appreciate.
৫১ ভিত্তি বৰ্ষ হৱ লাগিৱ।
পৰেশ বৰুৱা ডাঙৰীয়াই সুন্দৰ মন্তব্য উপস্থাপন কৰিছে।
যিখন প্ৰতিবেদন পঢ়িবলৈ সময় লাগে তিনি বছৰ, সেই খন প্ৰতিবেদন কাৰ্যকৰী কৰিব মাত্ৰ কেইঘন্টামান দিনত ,,,, উদ্দেশ্য ২৬
অতি গুৰুত্বপূৰ্ণ কথা।
Tarmane 1826 chanar agot yibila jati janogosti asil shihot thalgiri. Tekhete right kotha koise.
💯% real explanation on Assames Tholgiri
থিক কথা উল্লেখ কৰিছে দদাই
ছাৰ কথাবোৰ একদম সচাঁ কিন্তু ওপৰা ওপৰি খৰ ধৰ হৈছে
Poresh Baruwa sir thikei koise
অসম খন ত্ৰিপুৰাৰ অৱস্থা হবলৈ বেছি দিন নালাগিব ৷
Post mortem report of neli in Assamese Sadin kakat published in 2003
মই সত্য কম মই Rumi Devi ক অসমৰ বদন Umesh Bhatta যি জন বদন হয় অন্যায় কৰি আছে মই Rumi Devi ক যাদু মন্ত্ৰৰে মাৰি আছে তেজ খাই আছে ,১০০ বছৰ আয়ুস থকা মই জনী এই চুকত জীয়াই থকা অসম্ভব হৈ পৰিছে, শিল্পী হিচাপে মোক জীয়াই ৰাখক অনুগ্ৰহ কৰি,
পৰেশ বৰুৱাই সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
Poresh Boruah dangoriya ea hosa kotha koise
Say about the C A A
আ ছুয়ে আন্দোলন কৰি কি পালে ? যোৱা ৪০ বছৰত চৰকাৰে ১০০ বিদেশী খেদাব পাৰিলেনে ? মাএ আমাৰ অসমখন পিছুৱাই গল আৰ্থিক ভাবে। বান সমস্যা আৰু বৃমমপুএ নিয়ন্ত্রণ কৰিব পাৰিলেই বহুত তিনি হলহেতেন।
Asu political Leaders production centre
পৰেশ বৰুৱাৰ অসমৰ বিষয়ত মাত মতাৰ অধিকাৰ আছে জানো কৰিছে কি ?বাংলাদেশ,ম্যানমাৰত থাকি কেৱল বাংলাদেশী ৰ কথাহে চিন্তা কৰে
অসমত জন্মগ্ৰহণ কৰা প্ৰতিজনৰ অধিকাৰ আছে। আপোনাৰ বক্তৱ্য ৰহস্যজনক।
হাবিত থাকে ওলাই নাহে
Excellent and clear cut analysis with speech given by the respected ULFA chief Paresh Baruah .
Actually he is a real hero also a secular fellow
Poresh Baruah r Axomiya bhakha r katha r babe thanks. Axomiya bhakha gutei Axom t habo lage.
Right
ধন্যবাদ ।
ডাঙৰীয়া অসমখন এতিয়া কামোৰা কামোৰা লাগিছে
পৰেশ বৰুৱা ডাঙৰীয়াক ধন্যবাদ জনাইছো।
Akdom thik kotha
I appreciate P Baruah deb
PARESH DANGORIAI OTI SUNDAR KOTHA KOISE. JOY 😊AI ASOM❤..
VANDE MATARAM.
JANANI JANMABHUMI SARGAD OPI GARIYASI❤❤❤
Val koise
Problems solved and super knowledge best speech given by respected paresh Baruah .we salute to him for this greater interest speech.
মোৰ অনুৰোধ পৰেশ বৰুৱা দা আপোনালোকৰ জীবনৰ মূল্য আছে। দেশৰ মূল সূতি লৈ ঘুৰি আহক আৰু সুন্দৰ অসম গড়ক।
Good
Paresh boruah dangariai bhal katha koise dekhar babe
অসমীয়া
New generation or kisumane kintu Assamese buli aji kali porisoi nidiya hoise ..nijar jonojati porisoi to hey diye ...juwa kali udishar Guest ejone jonojati lora ejonok hudhisil AAp Assamese language bol rehe ho ..si sidhai Asomiya nohoi jonojati porisoi to dile ..Guest joneo hudhile Fir Assamese language kaise bolte hey? Lora jone Asomiyai koise kintu baki khini si bujabo najanile.
AASU and BJP And ABVP etc are not alone GURDIANS of the future survival of Assam & ASSAMESE. We must oust the dirty gangs to save Assam who are still poor in all India inspite of having oil, Coal, Tea, Forest etc.
Gurutta kotha
❤❤❤❤
❤❤❤❤❤
Bhal, khotha, rana
Thanku❤
❤GOOD JOB
Right
অসমীয়া