smart meter লগালে পাব নেকি বিশেষ সুবিধা ? কি ভাল কি বেয়া সকলো একেলগত জানি লওঁক🔥🔥

Поделиться
HTML-код
  • Опубликовано: 15 сен 2024
  • smart meter লগালে পাব নেকি বিশেষ সুবিধা ? কি ভাল কি বেয়া সকলো একেলগত জানি লওঁক🔥🔥
    #apdcl_smart_meter #assam_smart_meter_recharge #smart_meter_apdcl #smart_meter_assam

Комментарии • 399

  • @saifuddinahmed7341
    @saifuddinahmed7341 29 дней назад +28

    Apdcl য়ে per unit কিমান charge কৰে কিয় হিচাপ নিদিয়ে ৷আপোনাৰ ভাষন বন্ধ কৰক smart meter য়ে মানুহ বৰবাদ কৰি দিছে৷

  • @taradoi7957
    @taradoi7957 Месяц назад +26

    তোমাৰ কথা খিনি শুদ্ধ নহয় । বিল বেছি আহে ।মোৰ নিজৰ ঘৰতেই প্ৰমাণ পাই আছো ।

  • @Tapanbaruah-dq3to
    @Tapanbaruah-dq3to 29 дней назад +16

    হিমন্ত মামাক(কংস) কবি দিন বেয়ালৈ আহি আছে ।দুখীয়াক লুটি পুটি খাবলৈ আৰম্ভ কৰিছে ।

  • @chinmoygaming8449
    @chinmoygaming8449 28 дней назад +15

    ধুৰ , তই কণা নে কলা ?তোৰ ঘৰত লগালিনে নাই ? নে বিল তই দিয় নে বাপেৰে দিয়ে ?

  • @bhabendoley6151
    @bhabendoley6151 29 дней назад +9

    বোৱাৰী বিলাকক ১০০০০ দিছে চৰকাৰে।১২৫০ টকা অৰুনোদইৰ b p l ক।সেই পইচা কেনেকৈ উভতাই আনিব ,তাৰেই পদ্ধতি হৈছে এচমাৰ্ত মিটাৰ। বুজাই বুজি,নুবুজাই হাঁহি ছে পইচা পায়।

  • @abdulhasim8943
    @abdulhasim8943 29 дней назад +10

    তুমাৰ কথা বিলাক শুদ্ধ নহয় , বৰ্তমান লুতিছে বিজুলি বিভাগ চৰকাৰে ।

  • @baharulislam1281
    @baharulislam1281 27 дней назад +6

    সেই কাৰনে মাহত যদি ৫০০/টকাসৰচ হৈচিল এতিয়া ৮০০/ টকা সৰচ হোৱা দেখা যায় গতিকে আপুনি কৰ পন্দিত ৰাইজক বিপথে ব্ৰেন ওৱাচ কৰাৰ চেস্টা। হেক কৰা আল বাল কথা বকিবলৈ লাজে লাগিব লাগিছিল।

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 29 дней назад +11

    কথা খিনি শুনি স্মাৰ্ট মিটাৰ ৰাৱণৰ অৱতাৰ যেন হে লাগিছে ।।😭😭😭😭🤧🤧🤧🤧🤧

  • @kaylannath7833
    @kaylannath7833 25 дней назад +3

    তোমাৰ লেকচাৰে সকলো বুজাই দিলে টকা লুতি খোৱা জাতৰ মিটাৰ লগোৱা কথা কৈ আছ sutmarani আৰু কিমান দুখীয়া ছাল টানি খাই আছ

  • @pranjitgogoi3057
    @pranjitgogoi3057 28 дней назад +6

    তোৰ লেকচাৰ বন্ধ কৰ।আমিহে জানিছো বিল আগতকৈ কিমান বেছি আহিছে।

  • @SriCCDas
    @SriCCDas Месяц назад +11

    আপোনাৰ বাহিৰে বাকী সকলো গাধ গৰু নেকি ফালটো বিলাক কথা ক'ব আহিছ।

  • @bubulgogoi3852
    @bubulgogoi3852 29 дней назад +5

    কোনো গ্যাৰান্টি নাই স্মাৰ্ট মিটাৰ ভাল বুলি। পূৰ্বৰ তুলনাত 75% বিল বেছি আহিছে।

  • @JaydeepLaskar-vl1ip
    @JaydeepLaskar-vl1ip 27 дней назад +3

    হয় নেকি । আগতে 240 আহিছিল আৰু এতিয়া 1250 টকা আহিছে । একেই লাইট একেই খিনি ফেনত ইমান বিল কিয় । অথচ 24 ঘন্টাৰ ভিতৰত বৰ্তমান 8 ৰ পৰা 14 ঘন্টাৰ কাৰেন্টহে আমি লাভ কৰোঁ । বিসংগতি ক'ত তেতিয়া হ'লে

  • @AbdulSahez
    @AbdulSahez Месяц назад +16

    কিমান টকাত বিক্ৰী হলা ।

  • @jumjumgogoi-mp5yc
    @jumjumgogoi-mp5yc Месяц назад +18

    Smart miter logwa pasot iman basi bil ahisa iman gorom hoisa jodiow fan akhon on koriboloi vabib loga hoisa. One month nohotai 2600 Toka resus korio ai abostha .light off freez of fan of.koriow iman basi bill.

  • @BitulBora-tr2zn
    @BitulBora-tr2zn 29 дней назад +7

    ই এটা দালাল হয়

    • @techmithu3013
      @techmithu3013  29 дней назад

      Napai ki koi aibur ai2 just Google information

  • @gouravburagohain597
    @gouravburagohain597 26 дней назад +4

    তোমাৰ কথা বন্ধ কৰা

  • @sureshchandraray50
    @sureshchandraray50 26 дней назад +6

    Apbcl ৰ পৰা কিমান টকালৈ বকি আছা???

  • @ShibaramDas-em4ec
    @ShibaramDas-em4ec 29 дней назад +5

    বাপেৰক কবি এইবোৰ কথা সাধাৰন মানুহে দিন হাজিৰা কৰি ৪/৫/১২/ শ টকালৈকে বিল আহিলে কেনেকৈ দিব এইয়া কম বিল আহে চুদুৰ ভাই কথা কৈচ কেলা

  • @rahinulislam1892
    @rahinulislam1892 Месяц назад +10

    আগতে 500 টকা বিল আহিছিল smart mitre অহাৰ পিছত 2200 টকা বিল আহে।আপুনি চাওক বিল কম আহে না বেছি আহে।এইবোৰ কি কথা কোৱা।

  • @HabiburRahman-zm7qb
    @HabiburRahman-zm7qb 29 дней назад +7

    আপোনাৰ ভাষণ সাধাৰণ মানুহৰ 75% মানুহে বুজা নাই।

  • @DimbanathDoley
    @DimbanathDoley 23 дня назад +1

    তই মেনুৱেল মিটাৰ আৰু স্মাৰ্ট মিটাৰ সমানেই ব্যৱহাৰ কৰিছিলা নে?মোৰ চাৰিশ ঠাইত আটক টকা আহিছে এই ক্ষেত্ৰত তোমাক বি জেপিৰ সাধু আটটোলা যে পাইছো। তুমি ৰাইজৰ
    ওকলিল হোৱা তুমি বি জে পি ৰ ওকলিল যেন পাইছো

  • @minatidas4573
    @minatidas4573 27 дней назад +4

    তুমি এনেকুৱা ভাষন দিব নেলাগে বন্ধ কৰা আমাৰ আগতে দুই শ আৰু এতিয়া আঠ শ আহে ধন্যবাদ

  • @gaurangadharbaruah2349
    @gaurangadharbaruah2349 25 дней назад +1

    This is a good system.

  • @sh202-r8v
    @sh202-r8v 29 дней назад +4

    Agot jot August mah ot 500 toka bill ahisil haitu aibar smart meter loguwar pidot 1500 toka bill ahise. Sorkara hujug loi public ok pura lutise

  • @phanidhardeka1650
    @phanidhardeka1650 29 дней назад +2

    এই সকলোবোৰ অৰ্থ নাইকীয়া কথা।

  • @DilBodo-fn5kp
    @DilBodo-fn5kp 29 дней назад +4

    Tomar balto hoi gaot goi khobor lobi agote

  • @ProdipHazarika-m4b
    @ProdipHazarika-m4b 26 дней назад +2

    আপুনি a p d c l ৰ ওচৰত বিক্ৰী হ'ল নেকি। দুই তিনি দিন বিদ্যুত নাথাকিলে ও টকা কাটে আপুনি জানে নে।

  • @popibaruah3204
    @popibaruah3204 25 дней назад +2

    সকলোৱে আকোৱালী লৈছে
    ।ভাল ভাল কমেন দিছে ধন্য বাদ

  • @user-gj8qt7nf1b
    @user-gj8qt7nf1b 29 дней назад +1

    U are agent teacher Apdcl ,so very beautiful lecture in your favorite people but aasu & all consumer now andulon strict all over assam.

  • @mintuassamtechnical143
    @mintuassamtechnical143 Месяц назад +3

    Nice video

  • @sironathtaye4626
    @sironathtaye4626 27 дней назад +1

    মহাশয়, আপোনাৰ কথাটো মানিছো, পিছে এটা কথা হ'ল আগতে মোৰ ‌বিল ১৯৫ টকাৰ পৰা ২৫০ টকাৰ ভিতৰত, এতিয়া প্ৰতি দিনে ১৯ টকাৰ পৰা প্ৰায় ২৭ টকাকৈ আহিছে, ইয়াৰ বিকল্প ব্যৱস্থা কি হ'ব। উত্তৰ সোনকালে দিয়ক মহাশয় ।

  • @bhupenbaruah1733
    @bhupenbaruah1733 25 дней назад +1

    Stop your lecture, no smart meter is necessary in Assam.

  • @moinulseikhmoinul5510
    @moinulseikhmoinul5510 24 дня назад +1

    এই বোৰ বাজে ভাষন বন্ধ কৰক ।

  • @Nirumoni4336
    @Nirumoni4336 29 дней назад +4

    আগতে আমাৰ এক মাহত ৩৫০ টকা বিদ্যুৎতৰ বিল আহিছিল স্মাৰ্ট মিটাৰ লগোৱাৰ পিচপৰা প্ৰতিক মাহত ৭৫০ টকা বিদ্যুৎৰ বিলৰ ৰিচাৰ্ছ কৰিব লাগে। তয় কেলা চুদুৰ ভাই বিদ্যুৎ বিভাগৰ দালাললী কৰিবলৈ আহিছ যে অসমৰ ৰাইজে ভালদৰে বুজি পাইছে এতিয়া আৰু অসমৰ ৰাইজ মূৰ্খ হৈ থকা নাই

  • @Shirazulhaque290
    @Shirazulhaque290 26 дней назад +2

    বৰ ডাঙৰ বৈজ্ঞানিক দেখু ঐ NASAত নাজা কিয়।

  • @mayanarah228
    @mayanarah228 26 дней назад

    Regarding power distribution issue through smart metre everything is found to be positive. The main fact is to make compensation to the consumers as labour gets displaced. Distribute the income of the machine 50:50. Otherwise nothing is going to work until and unless this point is given due importance.

  • @MohammedAli-dd2zw
    @MohammedAli-dd2zw 28 дней назад +3

    Faltu dictation

  • @abdulmazid636
    @abdulmazid636 29 дней назад +1

    APDCL has taken advantage of summer season by frightening people of disconnection due to which people would suffer from schorcing heat wave condition if the power is disconnected 😢😮.

  • @mohangogoi9685
    @mohangogoi9685 28 дней назад +2

    হিমন্ত ই আমাক টুপী পিন্ধাবলৈ পথিয়াইছে নেকি?

  • @MazirUddin-e5z
    @MazirUddin-e5z 21 день назад +1

    Ovrer,bill,who,will,paid,be,careful

  • @mondhamghy6611
    @mondhamghy6611 25 дней назад +1

    Third class ekebare third class smart meter bandha kar bandha kar manuhar tez khaisa

  • @sewaligogoi3175
    @sewaligogoi3175 25 дней назад +1

    চুপ থাকা ভাইটি

  • @maheshhajwary440
    @maheshhajwary440 29 дней назад +3

    Ki video korisha burbokjone eman harahasti hoise raije . Teo hubidahe dekisha .

  • @user-sz7mp3kw3g
    @user-sz7mp3kw3g 29 дней назад +1

    Smart metre install
    Smart metre good

  • @gopalborah6151
    @gopalborah6151 28 дней назад +2

    বিদ্যুৎ বিল ৰেহাই ব্যৱস্থা কৰক ।

  • @bhagyashreeandkabyashree5977
    @bhagyashreeandkabyashree5977 24 дня назад +1

    তুমি অসমৰ কেৰাচিন তেল খিনি চৰকাৰে কি কৰিলে খৱৰ দিৱা চোন।

  • @ganeshray184
    @ganeshray184 18 дней назад

    আপুনিও এপিডিচিএলত বিক্ৰী গল নেকি,মই লগাইছো আগৰ তুলনাত বিল বেছিকৈ আহিছে পুৰ্বৰ বিল100,75আৰুএতিয়া250 আপোনাক বিক্ৰী যোৱা বুলি কব পাৰি

  • @JADABBARUAH-zf2ng
    @JADABBARUAH-zf2ng 22 дня назад

    এই কথা খিনি কৈ কিমান টকা ললি । অকলে জীয়াই থকা। কথা ভাবি আবুল তাবুল নবকিবি ।তয় কোয়াৰ দৰে সকলো নহয়্ তোৰ নম্বৰ বোৰ বাদ দে

  • @krishnakantaborgohain3327
    @krishnakantaborgohain3327 22 дня назад

    চূপ থাক ফালটো লেকচাৰ মাৰিব নালাগে অসম খনে জলি আছে !

  • @user-pf4ou2sm4y
    @user-pf4ou2sm4y 26 дней назад +2

    তোৰ কথা বিলাক মামাকে ভালকে বুজাই দিবি

  • @nikhibailung8379
    @nikhibailung8379 29 дней назад +2

    কিমান টকাত বিক্ৰী গ'লা ।

  • @kishorrabha3753
    @kishorrabha3753 24 дня назад

    দুৰ পাগ মই বুজি আছু 15 দিনত 600 ভোৰাই আছু , আগতে আহিছিল 150 মাহেকত।

  • @pradyutbikashborah3089
    @pradyutbikashborah3089 26 дней назад

    মহাপুৰুষ আপোনাৰ ঘৰত লগালে নাই, নাই লগোৱা যদি লগাই লওক তাৰ পিছত ভাষন দিব

  • @bsrunner9423
    @bsrunner9423 29 дней назад +1

    হব আগৰ মিতা লগোৱা মানুহো মৰি গল নেকি ।ইমান ভাল যদি 2_3 তিনিতা লা ইত 500/600 চখৰ বিল আহে নেকি।

  • @mahendradas1610
    @mahendradas1610 25 дней назад +1

    তোমাক এইবোৰ পাঠ কোনে বঢ়ালে । অ বাবু ।

  • @digantaborah6124
    @digantaborah6124 20 дней назад +1

    12 ghontat 3ghanta Karan nathaka bal katha koiso

  • @HabiburRahman-rk2do
    @HabiburRahman-rk2do 25 дней назад +1

    Tur Ghorot. Logai. Lo Amar. Nalage. Leksar Hunar Dorkarnai

  • @jitenmedhi8930
    @jitenmedhi8930 27 дней назад

    ইমান গভীৰভাৱে চিন্তা চৰ্চা কৰি smart meter উলিয়াই জনতাৰ উপকাৰ কৰিছে তেনেদৰে চিন্তা চৰ্চা কৰি গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাটোৰ সমাধান কৰিবলৈ চেষ্টা কৰক।

  • @Khirodgogoi478
    @Khirodgogoi478 4 дня назад +1

    Tumi kuntu bibhagot engineeriñg pass ķorisila? Also name the components used in smart meter.

    • @techmithu3013
      @techmithu3013  3 дня назад

      accurate real-time clock (RTC), data communication module, chip measurement system (SoC), security module, power management system, monitoring unit, tamper detection, power adapter and voltage reference (VREF).

  • @BidyutMalakar-kj9qf
    @BidyutMalakar-kj9qf 10 дней назад

    Nonsence smart metre is not good for us its colect havy amont without consumtion by forcely therefore it is over smat with AP D C L............

  • @MohendraSaikia-m4h
    @MohendraSaikia-m4h 29 дней назад +2

    Hubidha bilak apdclr krne..amar publicor babe aku nai kla.

  • @pinkisarmah8400
    @pinkisarmah8400 29 дней назад +2

    Kiman toka loiso ?

  • @GiasuddinAhmed-wn4nw
    @GiasuddinAhmed-wn4nw 27 дней назад

    Aibilak koi lav nai .praman paid hoiso , 300rs r pari bortey1200rs diba loga hoise , ghenta smart meter bhangi pelaba lagey.

  • @ramanideka9375
    @ramanideka9375 18 дней назад

    Apunar,ghart,metartu,lagisene,gamapab,1500,5000ahib apuni buji pab Reding khudhib

  • @MazirUddin-e5z
    @MazirUddin-e5z 21 день назад +1

    ,,ভাষন,কীয়,দীছ,ছোরা

  • @Lokesh-Not_gamerking
    @Lokesh-Not_gamerking 28 дней назад +1

    Smart miter logowar logowar picho bill payment kori kori hoiran hoiso.grahokok bohut luti ache.jot bill ahisil 300 pora 500 Toka smart miter logowar pichot 1200 pora 1500 Toka.Bohut problem hoiche.

  • @collabagency
    @collabagency 28 дней назад +1

    Thanks for the info

  • @pawanborah2748
    @pawanborah2748 27 дней назад

    Bhal khabr ,agte jib jntu nasilne.

  • @jibanchetia5617
    @jibanchetia5617 21 день назад +1

    faltu information

  • @JagatGogoi-ts1ks
    @JagatGogoi-ts1ks 20 дней назад +1

    এটাও ভাল comment পঢ়িবলৈ নাপালো

  • @pranabnath517
    @pranabnath517 25 дней назад +1

    ধেই ফকলোনদু কোৰবাৰ।

  • @lalitregonregon5757
    @lalitregonregon5757 18 дней назад

    পগলা কুকুৰৰ গতে বকি নাথাকিব একো নজনাকৈ।

  • @kamakhyasaikia5217
    @kamakhyasaikia5217 29 дней назад +1

    আপোনি কোনদলর মানুহ ।এই বিলাক ফালটো ভাষণ ।এনদৃইদ মবাইল কিনিবলৈ বাধ্য করাইছে নহয় জানো ।

  • @abdulmazid636
    @abdulmazid636 29 дней назад

    Nologuwai bhal.Bahut besi bill hoy. Advance recharge korar past apdcle dingi repi repi Kati thake.

  • @Bonoriyaghora
    @Bonoriyaghora 21 день назад +1

    👍👍👍

  • @nipensonowal4193
    @nipensonowal4193 18 дней назад

    চৰকাৰৰ পৰা কিমান টকা ললা তুমি সেই টৌ কথাও উল্লেখ কৰি দিয়া
    কথা কবলে আহিছে

  • @prasannagogoi9335
    @prasannagogoi9335 Месяц назад +1

    Smart miter ত বিল বেচি অহাটো সত্য৷ মোৰ ঘৰত লোদ অনুপাতে যোৱা মাহবোৰতকৈ বিল বেচি আহিছে৷

  • @BudhinSaikia-q3o
    @BudhinSaikia-q3o 25 дней назад

    অই তোক পাগল যেন লাগিছে ।অসমৰ ইমান মানুহে মিছা কথা কৈছে বুলি ভাবিছনে।

  • @SamenDas-b1q
    @SamenDas-b1q 15 дней назад

    Agor pra ki mitar soli asil? Atiya toka lota mitar

  • @DineshBasumatary-qn2wc
    @DineshBasumatary-qn2wc 16 дней назад

    smart mitar logala dukia bila mori jaba din hajira kari khuatu dinot 300 toka paba saul kiniba na tel nimag kiniba aru lora suali kaneka parhaba buji sa assam sorkar

  • @gautambaruah9882
    @gautambaruah9882 26 дней назад +1

    Fotuwa lecture bondha korok.... Current nathakileu bil akei ahe.... Ketiya bill bharhe gomei napai....

  • @jugalkakati4166
    @jugalkakati4166 11 дней назад

    Agate ahe 2000 taka atia ahe 3000 taka ..
    Apunie kauk Smart Meter kiman gahan jugal....

  • @JirmiEngtipi-w6j
    @JirmiEngtipi-w6j 25 дней назад +1

    Ki boki ase borbok ,

  • @irfancena9916
    @irfancena9916 24 дня назад

    Poisa khai iman boki asa ne...jidore ajikali digital India sorry digital Bharat hol smart metre hol toll gate hol manuh khiniu tatkoi besi smart hoise ne bhabisa j mama i okol smart aru mamar gubor bhakta bur he smart baki sob goru... lacture bad dia 😂

  • @dipenborah3373
    @dipenborah3373 9 дней назад +1

    ফালটো কথা কৈছা

  • @maheswardas5116
    @maheswardas5116 25 дней назад

    আপুনি কোৱা ভাষা বোৰ জটিল হৈছে। সহজে বুজা নাযায়। আগলৈকে সহজ ভাষাত আৰু উদাহৰণ দি বুজাব।

  • @JakirHussain-js2bd
    @JakirHussain-js2bd 25 дней назад +1

    Besi bohu besi

  • @user-sz7mp3kw3g
    @user-sz7mp3kw3g 29 дней назад +1

    All right

  • @GolapNarah
    @GolapNarah 27 дней назад

    Good❤😊🎉

  • @nilakantarabha5776
    @nilakantarabha5776 16 дней назад

    Aamar bill aagotkoi besi ahi ase nohoy dada aagotkoi tinigun aarhoi gun koi bill ahi ase.

  • @user-lv1qv4hd8w
    @user-lv1qv4hd8w 25 дней назад +1

    Nai vl nhoi agor ye vl asil

  • @BabujanAliAhmed-eg3ly
    @BabujanAliAhmed-eg3ly 25 дней назад

    Avoid such lecture before display video

  • @BISWAJITCHUTIA-rd2lt
    @BISWAJITCHUTIA-rd2lt 28 дней назад +1

    Tumi kiman tokat brikri hola . Nishay damot brilri hola sage.. Faltu leksa..

  • @ManjumoniDas-zp8li
    @ManjumoniDas-zp8li Месяц назад +2

    APDCLৰ পৰা কিমাণ টকা লৈছে ?

  • @sailenvlogs3343
    @sailenvlogs3343 29 дней назад +1

    Sob xubidha APDCL r pookhyot goise customer r aku xubidha nai...apuni jeneke emn xudhoo bhabe axomia kobo bisarise jodi smart metre xobdo tu kio axomiat kuwa nai

    • @techmithu3013
      @techmithu3013  28 дней назад

      This is Google information

    • @sailenvlogs3343
      @sailenvlogs3343 28 дней назад

      Apuni xohoj bhaxat bujai dle hoi akebare bookist language t jbo nlge

  • @bhargavdas5731
    @bhargavdas5731 16 дней назад

    Jodi besi bill ahe auto api geranti laboneki apuni

  • @krishnakanta7118
    @krishnakanta7118 24 дня назад +1

    Ostadi

  • @Moneymaking779
    @Moneymaking779 Месяц назад +2

    Good and excellent video

  • @HussainAli-rb5zp
    @HussainAli-rb5zp 21 день назад +1

    Aponi chup thak