Duronibotiya Sithi | Fagun | Achurjya Borpatra | Bijoy Sankar | Paplu Chetia
HTML-код
- Опубликовано: 11 фев 2021
- ফাগুন সুৰীয়া কৰি তোলাৰ আমাৰ এইয়া প্ৰয়াস মাথোন। আমাৰ ফাগুন আপোনাৰ ফাগুনৰ লগত মিলাই দিয়াৰ এক সুৰীয়া যাত্ৰা। নিজৰ বুলি আদৰি ল'ব।
Credits
Vocal- Achurjya Borpatra
Composition- Achurjya Borpatra, Bijoy Sankar
Music Producer- Bijoy Sankar
Lyrics-Paplu Chetia
Female Vocal- Bhanupriya
Flute- Lakhinandan Lahon
Tabla & Percussion- Raja Boruah
Guitar & Lele- Rupam Sarmah
Mix & Mastered by Diganta Bordoloi (koka)
Studios- Audioholic & MK Digital
Album Art- Hemch
Team Phaagun
Music Publisher: Eikhon Axom Hoi Bhai Media
Stream/Download "Duronibotiya Sithi":
Wynk: wynk.in/music/song/duroniboti...
JioSaavn: www.jiosaavn.com/album/duroni...
Gaana: gaana.com/song/duronibotiya-s...
Spotify: open.spotify.com/album/3PGahN...
Baahi: baahi.xomoy.com/song/Duronibo...
দূৰণিবটীয়া চিঠি
ঐয়াঙে দৈয়াঙে...
পুৰণিকলীয়া কথাবোৰ
দুৰণিবটীয়া চিঠিবোৰ
খুঁচৰি খুঁচৰি পুৰাতন
হঠাতে হাচতি খুলিলোঁ
ঐয়াঙে দৈয়াঙে
চলাথ কৰিলো
ফাগুনৰ ঠিকনা
তোমাতে পালোঁ
উপহাস সামৰি খোজ পাতিলোঁ
অসমান বাটকো আপোন বুলিলোঁ
"এছাটি বতাহে সিঁচিলে শিহৰণ ফাগুনৰে"
এৰি থৈ অজুহাত ঢপলিয়াই
শিমলুৰ শিখৰত ৰঙা হৈ
বাউলীঁ হৈ আউজি
নাচাবি তই ফাগুনী
পদুলিতে তই নৰ'বি গধূলি
জোঁকাই জাৰি-জোঁকাৰি আবিৰ উৰি আহে
ৰঙাই আলি-পদূলি প্ৰণয় ফাঁকু সানে
আঘোণ লৈ শাওণ হৈ
ফাগুন হোৱনা।
(আচুৰ্য বৰপাত্ৰৰ ফাগুনলৈ)
পাপলু চেতিয়া Видеоклипы
প্ৰথমজাক ফাগুনক আপোনালোকে মৰমেৰে আদৰি লোৱাৰ বাবে অশেষ ধন্যবাদ। আহিবলগীয়া ফাগুনবোৰকো আপোনালোকে মৰম দিব বুলি আমি আশাবাদী।🙏🙏🙏❤
❤️❤️❤️❤️
নিশ্চয়
নিশ্চয় দাদা😊
❤️❤️❤️❤️
হৃদয় চুই যোৱা গান । ফাগুন এজাক সুৰীয়া বতাহলৈ বহুত শুভকামনা । প্ৰত্যেকটো গীতেই হৃদয়স্পৰ্শী ।
Thank you so much everyone for your support & love ❤️ love you all 😍😘
I love you achurjya da
Thank you so much everyone for your love ❤️
Love you all 😘
ফাগুনৰ বতাহত মতলীয়া আমি Achurjiyans ❤️
Achurjya da Great ❤️❤️😘😘😘😘 Achurjya dar babe 1ta like ❤️😘😘😘
আচুৰ্য দা❤️ সদায়েই প্ৰিয় 🙏
বহুত অপেক্ষাৰ অন্তত অৱশেষত ফাগুনে মুক্তি লাভ কৰিলে❤️❣️❣️
আকৌ এবাৰ আচুৰ্য দাৰ হৃদয় চুই যোৱা গান 🤞🤞🤞🤞
অশেষ শুভেচ্ছা থাকিল আচুৰ্য দালৈ 👍👍👍👍👍
ফাগুনে আনিলে প্রেমৰ বতৰা....❤❤
Achurjya Lover 💖💖
এইয়া হেপাঁহৰ ফাগুন❤️
ফাগুনৰ এই সুৰে লৈ যাওক আমাক এক অন্য পৃথিৱীলৈ.....
1 st comment....kune kune acurjya daa r karne pagol like kora ❤️
☺️☺️moi..really
❤
ককাই মেইন , গোলাঘটিয়া ,,❤️❤️ like কৰিব গোলাঘটিয়া বোৰে
Mojja GOLAGHATIYAN
Wtapp msg koriba vai 7904407834
Golaghatian 🙋❤
@@upasanabora887 yaa
Golaghat main
Mza 🥰 lagisa Asujoy da 🥰♥️
Wow this is so amazing . ❤️ We have been waiting for this since a very long time 🥺❤️
😍😍💓
subscribe kori dilu 😅
নিজৰ বুলি আদৰি ললোঁ। Ashujya দা সদাই ফাগুন ৰ দৰে জিলিকি থাকক ❤️❤️❤️
আচুৰ্য দাৰ পাগল প্ৰেমিকসকল কিবা এটা কৈ যাবা❤️🥰💕❣️💘💌💙
Ki kom oo dada
@@niturajgogoi8131 ai2 k j kola🥳
OP AB daa
@ACHURJYIAN APU আমাৰ নিচিনা আচুৰ্য দা ৰ পাগল সকলে এটা whatchapp অত group খুলিব পাৰিম নেকি বাৰু। যদি পৰা যাই মোৰ নম্বৰ টো দিম।
@@niturajgogoi8131 parim
বহু অপেক্ষাৰ অন্ত ত ফাগুনৰ প্ৰথম টি গীত আমাৰ সকলোৰে মাজত 🌼🌼❤️❤️❤️
বহুত ভাল লাগিল দাদা ❤️
❤বহুত ধুনীয়া কে গাইছে আপুনি❤️
1st view 1st like 1st comment achurya da😍😍
Finally ahil❤️
Huni Val lage gaan2..
Kiba ata feel aahe aru background music tone2 🎶 bor Val lagise ❤️❤️
পুৰণি কলীয়া কথাবোৰ ,
দূৰনি বতীয়া চিঠিবোৰ,,,
কি ক'ম মানে❤❤❤❤ words are limited to appreciated💥💥💥💥🌹🌹🌹🌹🌹🌹🌹🌺🌺🌺🌺🌺🌺lot of love to u dada✨✨✨✨✨✨✨✨✨✨✨✨
দাদা আপুনিৰ গানৰ শব্দবোৰে মন চুই গ'ল,কাৰন মই এজন চাৰিদিন হোৱা প্ৰাক্তন প্ৰেমিক।নিশ্ছয় কি অনুভৱ হৈছে বুজিছেই।।
Eman dine opekkha kori thoka fagun ahi gol❤️
Love you achurjya daa❤️❤️❤️
আচুৰ্য দা কি কম কবলৈ ভাষা এই বিচাৰি পোৱা নাই😘😘😘
ফাগুন আহে ধূলিয়ৰী ধেমালিতে
❤❤মজা হৈছে আৰ্চুয্য দা💙
wow what a amazing song..Achurjya da ...
Bht vl lgil gaan2 xuni.. achurjya daar babe ata like❣
Vl lgil..Aji Fagun r program tut lg pai vl lgil Nehru park t Achurjya da..FAGUN hit
অভিনন্দন জনালো ❤️❤️❤️
Osai Bohut duniya👍🏿👍🏿👍🏿👍🏿
Finally ফাগুন আমাৰ মাজত😍😍😍❤️
অৱশেষত ফাগুন আহি পালেহি💌
Hundor 🔥 😍😍😍
ককাইদেউ সুন্দৰ,, ককাইদেউ পাগল প্ৰেমিক বোৰে কিবা এটা কৈ দিবা 🥰🥰
আচুৰ্য দা কি মাত আপোনাৰ ....😮 মা কচম গানটো বহুত বেছি ভাল লাগিলে 😍.....।
আচুৰ্যৰ পাগল প্ৰেমিক
Wauuu Amazing dada.....Really very sweet song.......Ei Fagun gantor jugedi Barasha baa joni loi Suvesha ata jonai disu biar babe.....♥️
ফাগুন মানেই perm ককাই ❤️❤️❤️
Finally ahile aru. Instagram ot saie asilu🤗🤗
🍁🍂🌼💚 কি সুন্দৰ গীত 😍😍😍
Love...One....🔥🔥❤️❤️🤘🤘
Beautiful ❤️
Huni Huni Cmnt Kone Di asa 🥀
Tip Sahi Mari Jowa ✌
Mojja.. 1st comment
ফাগুনৰ বতৰত মতলীয়া মন🥳💕 আচুৰ্য দা🔥😘😘🥰♥️
বহুত ভাল লাগিল গানতো শুনি...❤ আপোনাৰ গান সদায় প্রিয়💕😍 ...ফাগুন....💞💞
Lyrics bohut val lagil.
মুক্তিৰ সময়ত আমি আছিলোঁ, কি এক সুন্দৰ মূহুৰ্ত ❤️
Kot asil
Cotton University t
ফাগুন ❤️🌸
বহুত বহুত ধুনীয়া হৈছে ❤️❤️❤️❤️
ফাগুনৰ অপেক্ষাত অৱশেষত আজি 😍♥️
সচাই ফাগুন অতি অনুভুতি থকা আৰু মনটো চঞ্চল হৈ পৰে । তাতে চাৰ আপুনি গোৱা গান শুনিলে ফাগুন আহি পোৱা যেন অনুভৱ হয়৷🙏
মুঠি মুঠি ৰং লৈ বলীয়া ফাগুন আকৌ পালেহি ধূলিৰে উৰণি টানি ধৰাৰ বুকু সৰাপাতেৰে উপচাই তুলিবলৈ..। ❤️❤️❤️❤️ Wait kori asilu songtuloi Achurjya Da❤️❤️
খুব সুন্দৰ...বহুত ভাল লাগিল শুনি💖👍
ককাই তোমালৈ বহুত শুভকামনা আৰু ধন্যবাদ সদায় যাতে এনেদৰে ধুনীয়া ধুনীয়া গানবোৰ আমি শুনিব পাওঁ💞
Beautiful ❤❤
ইমান সুন্দৰ কথা , কণ্ঠ , সংগীত । সচাকৈ বহুত বহুত আপ্লুত হলো গীতটো শুনি । দাদা , আপোনাৰ পৰা আৰু সুন্দৰ সুন্দৰ গীত উপহাৰ হিচাপে পাম বুলি আশাৰে ৰলো।
মতলীয়া ফাগুন ❤️বহুত বেছি ভাল লাগিল 🥺❤️
ফাগুন
এজাক সুৰীয়া বতাহ❤️
বহুত ভাল লাগিল শুনি ফাগুন❤️❤️
Moi okol achurjya da r gan hunu mur aapunar mat tu bhal lage...🤩🤩👍👍👍☺️☺️☺️1 like for achurjya da..love you da..❤❤
বৰ সুন্দৰ......❣️ ভাল লাগিল সঁচাকৈ.......❣️ফাগুন বৰ ভাল পাওঁ.....গানটো এ হৃদয় স্পৰ্শ কৰি গল🥀
❤️ dhuniy lagise dada😘mur fvt singer ❤️ Apuni
1st comment
ফাগুনৰ পচোৱাই দি যায় কিছু পোৱা নোপোৱাৰ মিঠা মাদকতা
❣️❣️❣️❣️
Fvrt singer dada apuni ❤️
ফাগুনৰ মতলীয়া বতাহজাকত তুমি কোৱাৰ দৰে সদায় বিলীন হৈ থাকো দাদা 🥰
khub xundor😍😍😍😍😍
আচুৰ্যদাৰ সুৰীয়া ফাগুনৰ আমেজ লবলৈ আকৌ আহিলো ৷❤️❤️
💝🌻ভাষাৰে বুজাব নোৱাৰো! তুমি আৰু তোমাৰ voice টো মোৰ কিমান আপোন! ভাল হওঁক তোমাৰ ভালে থাকা।
Bohuut val lagil...... Paplu toi aguai jaa hodair dore🌺🌺🌺🌺palash r rongere tur bolia fagun r dore mon2 ru jipal kori tulok🥰....morom ru huveswa thakil hokolu loi💕💕💕.
ধুনীয়া দাদা সচাঁই ফাগুনৰ অনুভৱ সুকীয়া মাদকতাৰে ভৰপূৰ। বহাগ মাহটোৰ দৰে ফাগুন মাহটি অতিকে প্ৰিয়
After waiting of many days
এটি বহুত ভাল লগা গীত 🥰🥰আপুনী 🔥🔥দাদা
বহুত বেছি ভাল লাগিল ❤️❤️🥰🥰🥰🥰🥰🥰🥰🥰🥳🥳🥳🥳🥳🥳
সুন্দৰ অনুভূতি ফাগুনৰ ।এক এৰাব নোৱাৰা অনুভৱ।💕💕
#Ankur_Saikia
ফাগুন মানে কিবা নতুন ।
ফাগুন মানে
প্ৰকৃতিৰ অপৰূপ সৃষ্টি ।
Fagun😘
Lv u Achurjya da ❤
ফাগুনে ভালপোৱাৰ আবিৰ সানিছে..... ❤️🌸❤️
I just want to tell about this song really fine👍 but reality is own❣️
Achurjya Da Mojaaa❤️❤️❤️❤️❤️❤️
মজা লাগিল শুনি।।।।। দাদাক ভাল পোৱা সকলে লাইক এটা দি যোৱা
হেঁপাহৰ ফাগুন ❤️
Moja 😍😍😍
Fagun 😍
❤️🥰apunar gane amak jiyai rakhe dada..
ফাগুন ❤️ আচুৰ্য্য দা আপোনাৰ গান আৰু হাঁহি মোৰ বহুত ভাল লাগে 💙
Bohut basi val lagil . Hosai fagun ajak xuria botah.
#Bijoy da music ❤️🤘
#Achurya da great 😊
#BOLIYA FAGUN.... Xosakoi a dhuniya lgise,,, Achu tumar maat tu xunilei Xosakoi fagun r boliya botah jak r nisina moio boliya hoi jau.... Lv u achu.....
মতলীয়া বতাহ জাকে অকৌ লই আনিলে ফাগুন ❣❣
(আকৌ লৈ আনিলে)....মাতৃ ভাষা ভূুল কৰিলে ভাল নালাগে দিয়কচোন😊
MoJJa AchU Da🥰 .. apunr mat tu bhut dhunia dei apnr gan blk jmn xunileo hepah npolai🤩😍🥰❤️..
Xuni thakile amoni nologa gaan ata ❤
Very nice kakaido 👍🔥💜
সঁচাই আঁচুৰ্য দা ফাগুনৰ বতাহত মতলীয়া হম । ❤❤❤
হৃদয় দিচাঙত ফাগুন নামিছে
জোনৰ নিলিম চাৱনিত
পলাশৰ ৰঙেৰে নিশাবোৰ ফুলিচে
হৃদয়ৰ শুকান বননিত
❤️❤️❤️❤️
মতলীয়া ফাগুন ❤️❤️ফাগুন মানেই যেন প্ৰেম,
Oti hunkale log paiasuh Achurjya Da 😊🥰
Borhia ❤️❤️❤️