"৬মাহৰ ভিতৰত বাংলাদেশী মুছলমানমুক্ত অসম গঢ়াৰ" ভয়ংকৰ বিস্ফোৰণ। তোলপাৰ সমগ্ৰ দেশ।

Поделиться
HTML-код
  • Опубликовано: 13 окт 2024
  • ▶️ "৬মাহৰ ভিতৰত বাংলাদেশী মুছলমানমুক্ত অসম গঢ়াৰ" ভয়ংকৰ বিস্ফোৰণ। তোলপাৰ সমগ্ৰ দেশ।
    ▶️ "DNA টেষ্টৰ আধাৰত খেদক অবৈধ বাংলাদেশী, লাচিত বৰফুকনৰ দৰে আগবাঢ়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।" সৰৱ প্ৰবীণ ভাই টোগাড়িয়া।
    Content Declaration:
    =================
    This Video Made for News and Information purpose only. There may be some disturbing scene and may be harmful or traumatizing to some audiences. Which we use for the story demand...
    Mail us if you have any Questions : onlinerelated@gmail.com
    Our Social Media- News Trend Assam
    Facebook Page:- / newstrendassam
    facebook:- / dorbesh.ali.50
    Instagram:- / dorbesh.ali
    Disclaimer:-
    This video is for educational purpose only.Copyright Disclaimer Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.All Credit For Copyright Material Use In The Video Goes To Respected Owner.
    THANKS FOR WATCHING...
    #NewsTrendAssam

Комментарии • 44

  • @jitendrarabha4660
    @jitendrarabha4660 2 месяца назад +12

    অসমত এতিয়াও অবৈধ বাংলাদেশী আছেনেকি?নতুন চৰকাৰ হোৱাৰ এৰাতিৰ ভিতৰতে টালিটোপোলা লৈ যোৱা দেখিছিলো,আৰু এই বিষয়টোক লৈয়েই আমি নতুন চৰকাৰ গঠন কৰি দিছিলো৷

  • @SaidulIslam99577
    @SaidulIslam99577 2 месяца назад +2

    ভাল কথা, বাংলাদেশী মুক্ত, বিদেশী মুক্ত অসম বনাওক আমিও ভাল পাম ,সমৰ্থন কৰিম । কিন্তু বাংলাদেশী মুক্ত অসম বনাবলৈ গৈ যদি এজনো ভাৰতীয় লোকক হাৰাশাস্তি কৰা হয় সেয়া কিন্তু মানি লোৱা নহব, স্পষ্ট কথা

  • @prabinsarma7499
    @prabinsarma7499 2 месяца назад +14

    ফাল্টু politics. ৰাইজক ঠগাই নিজে ৰজা হোৱাৰ নতুন ফৰ্মুলা ।

  • @pratimasarma1737
    @pratimasarma1737 2 месяца назад +8

    ২৬ ৰ নিৰ্বাচন লৈ একো নতুন বাৰ্তা নাই। গতিকে পুৰণি বোকা কে ফেনেকি আছে।

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jh 2 месяца назад +7

    মোদীয়ে ১৭ চেপ্তেম্বৰতেই বাঙলাদেশীক টালিটোপলাৰ সৈতে খেদি পঠিয়াইছে। এতিয়া কুকুৰ হতে আৰু বাংলাদেশী বাঙলাদেশী কিয় কবি আছে?

  • @bibhadas5050
    @bibhadas5050 2 месяца назад +6

    অবৈধ বিদেশীক খেদিব নোৱাৰা চৰকাৰে বুকু চপৰিয়াই কান্দিলে কি হব।আমি অবৈধ বিদেশীক খেদিম কোৱাতহে বিজপিক ভোট দি চৰকাৰ গঠন কৰাত সহায় কৰিছিলো।এতিয়া বিজেপি চৰকাৰে বিদেশী নেখেদি কন্দাকটা কৰি থাকিলে হবনেকি?

  • @lakhikrchintey5693
    @lakhikrchintey5693 2 месяца назад +2

    এইবোৰ একো সছা কথা নহয় ,বাঙলাদেশি অসমত থকাথো আমি নিবিচাৰোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মা ই 26 জেইলত জোৱাৰ বয়তে এইবোৰ মিছা ৰাজনীতি কৰিছে

  • @samadg5388
    @samadg5388 2 месяца назад +4

    Political issues of 2026.

  • @nurmahammadali-vz4oz
    @nurmahammadali-vz4oz 2 месяца назад +3

    কুনেও বাংলাদেশে নহয়

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe 2 месяца назад

    Good

  • @NayanDeka-u9u
    @NayanDeka-u9u 2 месяца назад

    সুন্দৰ নিউজ, ভাল কাম কৰিছে

  • @golamrasul5081
    @golamrasul5081 2 месяца назад

    প্ৰবীণ তালুৱাক অসমৰ মুখ্মন্ত্ৰী পাতক আৰু বাংলাদেশী চিনাক্ত কৰি সেইবোৰক খেদক লগতে বাংলাদেশী মুক্ত অসম গঢ়ক। কিন্তু জানি থোৱা ভাল যে , তাহানিৰ হিন্দু আৰু বৰ্তমানৰ হিন্দু সকল এতিয়া একে নহয় , কাৰণ মোদী, হিমন্ত , টোগৰীয়া এই সকল হৈছে একো - একোটা Rasel vipar বুলি বুজি পাইছে।এওঁলোকে দেশৰ উন্নতি নহয় অধঃনতিহে কৰি আছে । 26 ৰ নিৰ্বাচনৰ বাবে এইবোৰ কুছ কাৱাজ আৰু ভণ্ডামি বুলি অশিক্ষিত সকলেও বুজি পাইছে।

  • @mamusambitisgoodborah9898
    @mamusambitisgoodborah9898 2 месяца назад

    Nai bohut ase atiau nagaon dhuburi karimgang silsor borpeta

  • @AbdulAhad-cl2lh
    @AbdulAhad-cl2lh 2 месяца назад

    😂😂😂😂😂😂😂
    প্রবিন তগরিয়া বাপের বেটা হলে করিয়া দেখা 😂

  • @hiteshbarman46
    @hiteshbarman46 2 месяца назад

    Aibilak puroni.....hol......tohotor xomoy ses hoise atiya

  • @louishahmedlouishahmed7076
    @louishahmedlouishahmed7076 2 месяца назад +1

    Ayebur jonotak thoga ata batori.jate 26ot success hoi.manuhe buji pale .

  • @DurgeshwarDeka
    @DurgeshwarDeka 2 месяца назад

    Jodi khedibo para vale aru jodi nuara tetiya ki kom tohotok.jonotak kiman thogibi.

  • @MaidulIslam-vk7ij
    @MaidulIslam-vk7ij 2 месяца назад +1

    Bad news

  • @irfanhoque1346
    @irfanhoque1346 2 месяца назад

    Bhal koise.... Bangladeshii khedok kunu laav huwa nai Bangladeshii thake...

  • @Rahulali-m4q8e
    @Rahulali-m4q8e 2 месяца назад

    Hindu .Muslim ৰ৷জনীতি বন ধ কৰক । develop ৰ কথা ক ওক ।

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 2 месяца назад

    Good news👍

  • @bantidas2403
    @bantidas2403 2 месяца назад

    জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম এই সকলো ক্ষেত্ৰত সকলোও পালন কৰক এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই অণুৰোধ মানিব লাগিব জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @humeswarbaishya9471
    @humeswarbaishya9471 2 месяца назад +1

    RSS a BJP sarkar ketia beya din ahe tetia RSS pisphalor para shahai Kari assamar janashadharanak thogai shise. 10bashare ki bjp ki Kari asil.

  • @SURENBorah-z8j
    @SURENBorah-z8j 2 месяца назад +1

    একো ভাল কাম কৰা নাই

  • @intajulzaman4393
    @intajulzaman4393 2 месяца назад

    Bangladeshi thakile he khediba

  • @bantidas2403
    @bantidas2403 2 месяца назад

    হয় হয় এই ক্ষেত্ৰত এই কৰ্ম ত ময়ো এক মত হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কথা বা কৰ্ম ত ময়ো এক মত হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল ভবিষ্যতৰ মুক্তি কৰক সুন্দৰ অসম গঢ়াক এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ

    • @DurgeshwarDeka
      @DurgeshwarDeka 2 месяца назад

      Ram nam loleu aibar dali nikhijibo😂😂😂😂

  • @padmapaninath
    @padmapaninath 2 месяца назад

    কাৰ্যকৰী বিশ্বাস কৰিব নে চমক বুলিব ৰাইজে ??????

  • @ABHILASHRay-u1b
    @ABHILASHRay-u1b 2 месяца назад +1

    এইবোৰ কথা বাদ দিছু

  • @atulkalita9774
    @atulkalita9774 2 месяца назад

    You must be present during operation .speech Dene se nahi chalega.

  • @RupTalukdar-vb1dy
    @RupTalukdar-vb1dy 2 месяца назад +1

    Faltu

  • @indramaniadhikari6057
    @indramaniadhikari6057 2 месяца назад

    N r c rjogedi b j p a baydha ha bonale.

  • @mdnasar7754
    @mdnasar7754 2 месяца назад +2

    Faltu manuhar faltu Katha

  • @JharnaDuttaGogoi
    @JharnaDuttaGogoi 2 месяца назад

    26.pinar.pm.himanta

  • @krishnokachari7913
    @krishnokachari7913 2 месяца назад

    Kela 6 mahot vitort hihotr Bawfalor guti to khedibo...😅😅😅😅

    • @SPPHARMASUALKUCHI-dg1th
      @SPPHARMASUALKUCHI-dg1th 2 месяца назад +1

      Jiman Kam aru hingsha ase joldi kora karon tohotor bjp khedi potham 2026 electionot gaurov gogoi next cm of Assam likhi rakh ......