মাজুলীৰ মুখা শিল্প ।। চামগুৰি সত্ৰ ।। Majuli EP03
HTML-код
- Опубликовано: 5 дек 2024
- মাজুলীৰ মুখা শিল্প ।। চামগুৰি সত্ৰ ।। Majuli EP03
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্ম তথা গুৰুজনাৰ অপূৰ্ব সৃষ্টি নৃত্য-গীত, ভাওনা আদি কলা-সংস্কৃতিয়ে অসমীয়া জাতিক সমন্বয়ৰ পথ দেখুৱালে । বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি মহান অসমীয়া জাতিৰ পৰিচয় দিলে। গুৰুজনাৰ সৃষ্টিৰাজিৰ এক অপূৰ্ব নিদৰ্শন হল মুখা শিল্প। পোন্ধৰ শতিকাতে মুখাই বিশেষভাৱে ভাওনাৰ অভিনয়ত স্থান পাইছিল। এই মুখা অসমৰ পৰম্পৰাগত লোক কলা।
মুখা কলাৰ বাবেই মাজুলীৰ শ্ৰীশ্ৰীচামগুৰি সত্ৰ পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল। এই সত্ৰত তাহানিৰ দিনৰে পৰা মুখা নিৰ্মাণৰ চৰ্চা প্ৰচলিত হৈ আাহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশৰ পৰাও এই শিল্পৰ প্ৰশিক্ষণৰ বাবে বহু লোক আগবাঢ়ি অহা পৰিলক্ষিত হয়।
মুখা মূলতঃ তিনিপ্ৰকাৰৰ। বৰ মুখা বা ছোঁ মুখা,চুটি মুখা বা লোটোকাই মুখা আৰু মূৰ মুখা বা মুখ মুখা। মাজুলী চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী কোষকান্ত দেৱ গোস্বামীদেৱে মাজুলীৰ মুখা শিল্পক প্ৰথমে বিশ্ব দৰবাৰলৈ উলিয়াই আনে। তেখেতে অসমৰ বিভিন্ন ঠাইত, লগতে বহিঃৰাজ্যতো মুখা শিল্পৰ প্ৰদৰ্শনী পাতি এই শিল্পক জনপ্ৰিয় কৰি তোলে।
Contact -
8472872321
9435280241
9401705998
Subscribe to my RUclips channel- / rikuparna
I'm on Instagram as @rikuparna - www.instagram....
Like my Facebook page - / rptva
tag -
Mukha silpo
assam
assam tourism
assam travel guide
majuli
majuli assam
majuli island
majuli island assam
majuli island trip
majuli mukha hippo
majuli tourism
majuli trip
ride to majuli
মাজুলী ভাওনা
মাজুলী সত্ৰ
মাজুলী ৰাস
মুখা the masks
#মুখাশিল্প #চামগুৰিসত্ৰ #মাজুলী
Very good
🙏🙏কৃষ্ণ 👌👌♥️♥️
Dhuniya lagise dada ❤❤
সুন্দৰ 😍
Thank you
Bhal lagil sai
Thanks Manash da
বহুত ভাল লাগিল চাই ..... মূখাশিল্পৰ সম্পর্কে বহু নতুন কথা জানিব পাৰিলো
ধন্যবাদ
wow 😲😲😲😲😲😲❤️❤️❤️❤️❤️
Thanks
Most Content ❤
Wo🥺🙏🏻
Thanks
মজা
Thanks
Wow 👏
Thanks
কৃষ্ণ 🙏 🙏 🙏
Next বাৰ মাজুলী গ'লে মাজুলীৰ গৌৰৱ নতুন চামগুৰি সত্ৰৰ পদ্মশ্ৰী ড° হেমচন্দ্ৰ গোস্বামীৰ ঘৰলৈ এবাৰ যাৱ।
তেওঁৰ মুখাবোৰ এইবোৰ মুখাত কৈ ভিন্ন তথা একেবাৰে নিখুঁত।
দেখিলেহে বুজি পাব ইয়াৰ স্বকীয়তা।
Nice
Thanks
mukha tu buli nkoi dei . Mukha vaag buli kobo😊
Zz,z